Dhol Tutorial for Beginners | ন-শিকাৰুৱে ঢোল কেনেকৈ বজাব | পাঠ-১ |
Vložit
- čas přidán 14. 01. 2024
- Dhol Tutorial for Beginners | ন-শিকাৰুৱে ঢোল কেনেকৈ বজাব | পাঠ-১ |
ঢোলবাদনৰ ওপৰত আমি দিয়া ভিডিঅ'বোৰ :- • ঢোল
আমাৰ সৈতে যোগাযোগ কৰিবলৈ contactteamlohor@gmail.com ত ইমেইল কৰিব পাৰিব ।
Bohut bohut dhoinnobad mur bohut hapah ase hikibole 🥺 muk ajon vlll aunr nisina hikuya lge 🎉
❤❤❤ bohut bohut dhonyo badd jasilu
Bihu loi huveisa thakil❤
Moro dhol bojabo bohut issa ase.... Bohut vl lage ane dhol bojuwa dekhile..... Apunar ai video xomuh pai vl lagil..... Eyar pora alop holeo xikibo pam...... Thankyou
Hoi horute khub mon asil...
ইচ্ছা কৰিলে নিশ্চয় পাৰিব
Nice teaching 🙏👌
Khub sundor
অসংখ্য ধন্যবাদ।
Bohut vl kam korise apunr hikha online maidhiomt anise
Dhuniya apunar. Ghrt khikowa hoten golu hoi khikabone aru apunar ghrt nuu
❤
সুন্দৰ শিকনি ,ধন্যবাদ ৷
আৰু lesson লাগে।🙏❤️
👍
Nice video sir
👌👌👌
Hundr
বহুমূলীয়া ভিডিঅ'। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻
বহুত বহুত ধন্যবাদ আপোনালৈ ❤
🙏
Thanks dadaa
বহুত বহুত ধন্যবাদ
Bhal koi agaloi di jab xun...vhal lagisa.
ধন্যবাদ 🙏🏻 চেষ্টা কৰিম
ভাল লাগিছে❤❤❤😮
এই বাদ্যযন্ত্ৰ বজোৱা শুনোৱা বাবে আপোনাক বহুত ধন্যবাদ
Sir dau aru des buloli duti pray ake jn lagil .... Ei duti buloni r sapor majot bojau te pathokya kene dre dhorib parim
দাও বজাওঁতে তালি ফালে আঙুলি কেইটা সামান্য মেলি আঘাত কৰিব আৰু দেচ বজাওঁতে চেপা মাৰি বজাব।
Thank you sir
❤❤ Bohut bohut Dhonyobad Dada
বহুত বহুত ধন্যবাদ 🙏🙏🙏
❤❤
Thank you 🙏
🙏🙏 অতি সুন্দৰ পদক্ষেপ 🙏🙏
🙏🏻🙏🏻
👍👏👏
বহুত ধন্যাবাদ sir video তিৰ বাবে ।
Sir আপোনাক এটি বিশেষ অনুৰোধ এতি video খোল কেনে দৰে বজাই তাৰ উপৰটো বনাব ।😊
ধন্যবাদ 🙏🏻 খোল বাদ্যৰ ভিডিঅ' ইতিমধ্যে দিয়া হৈছে
Bohut bohut dhonyobad 🙏
❤❤❤❤❤❤❤
Bohut bohut ধন্যবাদ ❤️
Xundor🙏🙏
অশেষ ধন্যবাদ ❤
🙏🏻🙏🏻
❤❤❤❤😊
Bht vl lgil vdo2 sai....agoloi aru d thakibo buli axa thakil
ধন্যবাদ 🙏🏻
ভাল লাগিল
Xundor
Dada xundar ❤
ধুনীয়া❤
❤mojha
Muru dhul hikibo bht mn asile kn2 amr eyt dhul hikua biyokti naplu 😢 sivasagar townt kunuba ase jdi jonabo sun 🙏 ..... Val lgile apunr vesio tu sai dada 👍
Excellent...thank you so much sir❤
🙏🏻
Wow sir selut
🙏🏻🙏🏻
সুন্দৰ
Excellent
Thq
Hundar
Jay shree Ram ❤❤❤❤
আপোনাৰ এইটো বহুমূলীয়া চেনেল৷ ধন্যবাদ
ধন্যবাদ 🙏🏻
Bohia lahar .bhal padakhap .
ধন্যবাদ
ধন্য ৱাত
বেঙ্গল থাকি মুই ভাল নাগিল
ভিদিঅ তি চাই ভাল লাগিল ছাৰ
ধন্যবাদ
ককাইদেউ বৰ সুন্দৰ ভিডিঅ এটা দিছে মোৰ কৰাটোৱে ঢোল শিকিব পাৰিব
নিশ্চয় পাৰিব। আমাৰ আগৰ ভিডিঅ'সমূহ চাবচোন।
ধন্যবাদ চাৰ 😊❤
আপোনাৰ ঢোল বাদন পাঠৰ যোগেদি উপকৃত হব।
🙏🙏🙏🙏
very very thanks
Pranam
🙏🏻
🙏🙏🙏
❤❤❤
😍😍😍😍😋🤗
Thank you 🎉🎉🎉
Sabbas dhan
সুন্দৰ শিকনি, ধন্যবাদ।
ধন্যবাদ 🙏🏻
Bohut hundor
Tq aru video dib buli akha thakil,mur loratuk aibar hikable bisari asu
Nissoi
❤❤❤❤😮😮😮😮😊😊😊😊
🙏🙏🙏🙏🙏🙏🙏🙏🙏
Happy rongali bihu sir
ধন্যবাদ।
Very very thank you borta
tq sir love from jorhat moi kormahala jam aibar
ঢোল হিকাৰ আগ্ৰহ সৰুৰে পৰা আছিল কিন্তু শিকিবলৈ চেষ্টা নকৰিলোঁ আজি আপোনাৰ video টো চাই সঁচাই ভাল লাগিল । video টো চাই অলপ হিকা যেন অনুভৱ হল ❤কিন্তু মোৰ ওচৰত ঢোল নাই
বজাব নাজানিলেও আপোনাৰ ঢোল বাদ্যৰ প্ৰতি থকা আগ্ৰহক শ্ৰদ্ধা জনাইছো 🙏🏻
Pasor dhekhabo❤❤❤❤❤
নিশ্চয়
বহুত ভাল লাগিল।মোৰ বহুত আশা আছে আপোনাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ পালে নিশ্চয় পাৰিম। যোগাযোগ ৰ নম্বৰ দিব বুলি আশা ৰাখিলোঁ।
Mor bhut MN ase apunar pra khikib parim ne sai sai?
Apnar ghor kot dada
গোলাঘাট টাউনত।
Tp so much sir
Apunar number tu dibo sun.
সেৱা জনালো কৃষ্ণ কৃষ্ণ বাপ জন
কৃষ্ণ বাপ 🙏🏻
Tp sar
Muru dhul hikibo bohut mon ase
Dada vll koi mon dii xikile kimn din t xikibo pari dada
একাগ্ৰতাৰে অভ্যাস কৰিলে যিকোনো বাদ্য কম সময়তে আয়ত্ত কৰিব পাৰি।
Alop speed t kobo
Sir moi hikibo bisaru
Mur dhul hikar bohut isa ase kintu atea horu lora sualer agt lajhe lage njanu karne tukeabole
শিকিব খোজাটো লাজৰ কথা নহয়, চেষ্টা কৰক আমাৰ শুভেচ্ছা থাকিল ♥️
apunar ghor kot hoi
গোলাঘাটত
apunar phone namber pam neki plz ..from assam rocktim gogoi
Moi apunar ghrt goi hikim hikab naki muk
নিশ্চয় শিকাম
বিহু বজোৱা ঢ়োল আৰু পূজাৰ বজোৱা ঢ়োল নাম কব❤
বিহুত পাতিঢোল আৰু পূজাত জয়ঢোল অথবা ঢাক বজোৱা হয়।
My age is 32 years, can I learn to play Drum ???
Yes, why not
Right handed manuh e kuba tu kun hatot lbo
ঢোলৰ মাৰি সোঁ হাতে আৰু তালি বাওঁ হাতে ল'ব পাৰে।
Mur bout esha ase sir please phone no tu diyok
খুৰা মোৰ শিকিবলৈ বহুত মন আছে কিন্তু আমাৰ যাত শিকোৱা মানুহ নাই আপোনাৰ ঘৰ কত নো
মোৰ নাম jintu borah হই
আমাৰ ঘৰ গোলাঘাটত, তোমাৰ ঘৰ ক'ত জনাবচোন।
40 বছৰ হ'ল। বুঢ়া শালিকাই মাত লব নে?
মোৰ ৫০ 😊 এতিয়াও নতুন কিবা শিকাৰ প্ৰতি আগ্ৰহী, মনটোহে আছল কথা। অভ্যাস কৰক নিশ্চয় পাৰিব আমাৰ শুভেচ্ছা থাকিল ♥️
Namba2 pam neki
Contact no pl I want to learn