নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ড্ৰাইভাৰশ্যনেলটানেলৰ সমুখত পাহাৰ খহি বন্ধ হৈ পৰিল সোৱণশিৰিৰ গতি।

Sdílet
Vložit
  • čas přidán 26. 10. 2023
  • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ড্ৰাইভাৰশ্যনেল
    টানেলৰ সমুখত পাহাৰ খহি বন্ধ হৈ পৰিল সোৱণশিৰিৰ গতি।
    বৃহৎ বান্ধটো অতিক্ৰম কৰি পানী আহিব পৰা নাই। গতিকে নামনিত সোৱণশিৰি শুকাই গৈছে।
    ফটো আৰু ভিদিঅ বোৰ দেখি কষ্ট পাইছো.. আচলতে হৈছে কি চৰকাৰ তথা প্ৰশাসনে নামনিৰ ৰাইজক অবগত কৰক ।
    #subansiri #nhpc #gogamukh #gerukamukh #dhemaji
  • Hudba

Komentáře •