আকৌ এগৰাকী শিশুৰ সুমধুৰ কণ্ঠ | part 4 HD

Sdílet
Vložit
  • čas přidán 15. 04. 2018
  • Please watch our latest videos:
    • Assamese singer Naba N...
    Kaustav with unique voice, Interview with Anupam Chakraborty.
  • Zábava

Komentáře • 1,4K

  • @mrigankaborgohain9471
    @mrigankaborgohain9471 Před 3 měsíci +5

    অনুপম চক্ৰৱৰ্তী দাক হাজাৰ বাৰ ধন্যবাদ জনালো । লৰা ছোৱালী কেইটাইকআনধাৰ জগতৰ পৰা পোহৰ জগতত বিলিন কৰাই দিয়াৰ বাবে বহুত ধন্যবাদ থাকিল ।

  • @soonmanibaruah5112
    @soonmanibaruah5112 Před rokem +4

    Anupam da aponak sasai dhanya bad diso eman dhuniya 2 pratibha bisari2 amar majat bilai diye amito gamei napalo hy thank you Anupam da

  • @munmihazarika779
    @munmihazarika779 Před rokem +12

    সুন্দৰ অতি সুন্দৰ। তুমি সচাঁ কৈ ইমান ধুনীয়া গীত গাবলৈ শিকিলা।তোমাক ভগৱানে আৰু আগবঢ়াই নিয়ক।

  • @user-wl4ue3lk9f
    @user-wl4ue3lk9f Před měsícem +2

    বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিলোঁ ❤❤❤

  • @ranjumoni1099
    @ranjumoni1099 Před rokem +3

    ঢকবতী দা আপোনি বহুত ভাল কৰিছে আৰু কসতূব ইমান ধুনীয়া গাইছেশ শুনি থাকিব মন যায়

  • @sineswarmoran4006
    @sineswarmoran4006 Před rokem +5

    কৌস্তভ ভাইটী তুমি ইমান সুন্দৰ কন্ঠৰে গাইছিলা । গীতবোৰ শুনি আৰু তোমাৰ মুখলৈ চাই মোৰ হৃদয় খনি এবাৰ হিয়ৰি উঠিল । সংগীতেৰে তুমি অমৰ ভাইটী ।

  • @muhonmuhondas
    @muhonmuhondas Před 5 měsíci +2

    At first ,Thank to Anupam Chakrabaty sir Dear koustav will be agreat iñ all Assam,♥️

  • @DipmoniRabha
    @DipmoniRabha Před 2 měsíci +2

    অতি সুন্দৰ। উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @user-bh9nq6rp3n
    @user-bh9nq6rp3n Před 3 měsíci +3

    মাক দেউতাকৰ পুণ্যৰ বলত এই ল'ৰা টোৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠ নিগৰাইছে

  • @luckysaikia8468
    @luckysaikia8468 Před 6 lety +73

    ইম্মান সুন্দৰকৈ গাইছে বিয়ানাম ৷ অন্য গীতও বৰ সুন্দৰকৈ গাইছে ৷শ্ৰদ্ধাৰ অনুপম চক্ৰৱৰ্তীক অশেষ ধন্যবাদ এই প্ৰচেষ্টাৰ বাবে ৷ভগবানে কুশলে ৰাখক আপোনাক ৷

  • @moheshpait9823
    @moheshpait9823 Před rokem +2

    Dhuniya lagise anupam da kushtap vahtik aru alop aguwai jaboloi ajhibad korisu ❤

  • @anandadas6174
    @anandadas6174 Před rokem +2

    অনন্য মধুৰ পোনাটি কণ্ঠ । এনেকুৱা মধুৰ কণ্ঠ খুব কমেইহে পোৱা যায় । প্ৰতিটো গীতৰ বহু গভীৰলৈ সোমাই গাইছে ।

  • @barnalipathak4897
    @barnalipathak4897 Před 3 lety +4

    Bhut dhuniya koi gaise bhaitiye bhut bhal lagise

  • @nibeditadevi4356
    @nibeditadevi4356 Před 3 lety +3

    Emn dhuniya voice

  • @garimagogoi2647
    @garimagogoi2647 Před 6 měsíci +2

    ভবিষ্যতে সুন্দৰ গায়ক হোৱাৰ ‌কামনা কৰিছোঁ ।❤ ইমান সুন্দৰ কণ্ঠ । ধন্যবাদ জনাইছোঁ।

  • @BikiBuragohain-rt8ug
    @BikiBuragohain-rt8ug Před 4 měsíci +3

    বাবা বৰ সুন্দৰ ❤❤❤

  • @technologysuraj3461
    @technologysuraj3461 Před 5 lety +58

    ভাইটি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ অসমী আইৰ সু-সন্তান তুমি কৌস্তুভ ৷ তোমাৰ ওচৰত আমাৰ আশীৰ্বাদ সদায় থাকিব তুমি আগুৱাই যোৱা ৷

  • @abinashmedhi1730
    @abinashmedhi1730 Před 4 lety +21

    কৌষ্টভ ভগৱানে তোমাৰ মংগল কৰক, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @malaboro5121
    @malaboro5121 Před rokem +3

    গীত শুনী বহুত ভাল লাগিল ।অতি মৰমৰ লৰা ।

  • @rahmanmuzibur7794
    @rahmanmuzibur7794 Před 11 měsíci +3

    জান কি সুন্দৰ লাগিছে ভাষাৰে বুজাব নোৱাৰি ।❤❤

  • @kushakumarhazarika8111
    @kushakumarhazarika8111 Před 3 lety +3

    সুন্দৰ, আশীৰ্বাদ কৰিছো কৌস্তভ্ তুমি আৰু আগ বাঢ়ি য়োৱা শিল্প জগত খন লৈ তাৰেই কামনা কৰিলো ।🙏🙏🙏

  • @atulkalita3030
    @atulkalita3030 Před 3 lety +20

    At first, Thanks to Anupam Chakraborty Sir. Dear Kaustobh, In future you will be a great singer in all over Assam. God bless you and to your parents. Thank you very much.

  • @bhadrabrahma5460
    @bhadrabrahma5460 Před 5 lety +19

    অতি সুন্দৰ হৈছে, কস্তৌভ ! You are a sweet, cute and adorable kid singer ! উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @rupibourah5833
    @rupibourah5833 Před rokem +17

    Nice song aru val howk tar lamonary

  • @navakanta66taid
    @navakanta66taid Před 6 lety +85

    অ মা যাৰ হৃদয় আছে কিছু হলেও চকুৰ পানী ওলাব ।কাৰণ কণমানি লৰাটোৰ কন্ঠই চকু পানী ওলাবওলাবলৈ সহায় কৰে ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন তেওঁ ভবিষ্যতে নাম উজ্জ্বল কৰক ।

  • @kalyanihazarika7658
    @kalyanihazarika7658 Před 6 lety +29

    সচাকৈ বৰ সুন্দৰ গাইছে । এনেকুৱা সৰু সৰু লৰা ছোৱালী বোৰক এখন বহল প্লেটফর্ম দি উলিয়াই অনা সাংবাদিক সকলক মই বহুত বহুত ধৈন্যবাদ জনাইছো আগলৈও এনেকৈ প্ৰয়াস কৰি যাওক আমি কামনা কৰিছো ।এই প্ৰয়াসক মই শত কোটি শ্ৰদ্ধা জনাইছো কণ মানি কেইগৰাকী লৈও আশীৰ্বাদ জনাইছো আৰু আগবাঢ়ি যাওক

  • @anantakochari-ds9so
    @anantakochari-ds9so Před rokem +3

    ভাল হৈছে😊❤

  • @gitanjalidoley877
    @gitanjalidoley877 Před 5 lety +2

    anupom da apunar ei bihek aunshtan bu bht bhl lge si bhaiti tumi hosai khub hundhar geet gai hklure hidioy joi krsa aguai jua

  • @minakshineog4340
    @minakshineog4340 Před 5 lety +4

    Wow usrt pua hole tumak...bor morom lagise o tumak and eman modhumoi tumar kontho....wow..

  • @nazmabegum8755
    @nazmabegum8755 Před 5 lety +33

    বাহঃ...ই দেখুন সবৰে গীত ইমান ধুনীয়া কৈ গাব পাৰে...বঢ়িয়া...Be blessed beta...and thanks anupam daa for this beautiful programe.

  • @bitopansaikia1715
    @bitopansaikia1715 Před 6 lety +2

    Anupam da...age apunak thnx disu karon apunr karone ei xokol lora suwali jibont ru besi xundor hoise..so thank you...beatifull voice

  • @kakudaskakudas5388
    @kakudaskakudas5388 Před 6 lety +31

    অতি সুন্দৰ হৈছে, তুমি আগুৱাই যোৱা 👌👌👌

  • @ghanaktsonowalghanaktsonow6800

    Best, better also beautiful. Thanks

  • @maynalhoque733
    @maynalhoque733 Před rokem +10

    শিল্পী তুমি আগুবাই যোবা আগুবাই যোবা তোমাক হাজার হাজার ধন্যবাদ ধন্যবাদ ধন্যবাদ ❤️❤️❤️❤️

  • @anuprobhabordoloi8229
    @anuprobhabordoloi8229 Před měsícem +2

    কৌস্তুভ তুমি গীত গাই যোৱা।তোমাৰ উজ্ব ল ভ্ৱিষ্যত কাম না ক ৰিলো❤❤

  • @jaminidas2584
    @jaminidas2584 Před 2 měsíci +5

    বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিছো।

  • @ripunjoyboruah3251
    @ripunjoyboruah3251 Před 6 lety +18

    You tube ত বহুত বিয়া নাম শুনিলোঁ কিন্তু এনে কন্ঠৰ বিয়া নাম মই শুনা নাই.....👏👏🏾👏👏
    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ .....
    প্ৰচেষ্টা অব্যাহত ৰাখিবা

  • @hiteshvlogs1440
    @hiteshvlogs1440 Před 6 lety +24

    ব্হুত ধুনীয়া কন্ঠ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো
    All the Best bro
    Best of luck

  • @lokendrakumarborah2863
    @lokendrakumarborah2863 Před 3 lety +2

    কৌষ্ঠৱ মনি তোমাৰ মাতটো বৰ কোমল সকলোগীতেই ইমান সুন্দৰকৈ গাব পাৰা ।তোমাৰ উজ্বল ভবিশ্যৎ কামনা কৰিলো । আগুৱাই যোৱা ; আশীৰ্বাদ দিলো ।

  • @mamonirajbongshi803
    @mamonirajbongshi803 Před 4 lety +4

    Ei program tu sai Khub val lage. Specially biyar geet tu Khub val lage suni.

  • @surajsonowal9339
    @surajsonowal9339 Před 5 lety +10

    সুন্দৰ,সুন্দৰ বহুত² সুন্দৰ, হিয়া মন হাত পৰি যায় । ভগবানে আশীৰ্বাদ কৰক। সিহতক আগবঢ়াই অনাৰ বাবে অনুপম দালৈ বহুত² ধন্যবাদ।

  • @reenabarman6239
    @reenabarman6239 Před 4 lety +13

    Thank you anupam for giving them opportunity to show their talents

  • @ruminath1740
    @ruminath1740 Před rokem +1

    Bhut dhuniya gaisa beta tumi aru aguai jua mor akhirbad xodai thakil tumaloi 🥰😘

  • @avaranihazarika1730
    @avaranihazarika1730 Před 4 lety +2

    Really Anupam chakrawarty dangoria . bor xundar gaise ai growing age r akonman loratue ..teuk xubidha xujug diatu ata dangor manobio dhorma hobo .

  • @navakanta66taid
    @navakanta66taid Před 6 lety +17

    Really good boy. I wish his future life one of great singer . লগতে বন্দী সজাৰ পখীক মুকলি আকাশত উৰিবলৈ দিওঁতাসকলক ।

  • @rupagogoi9547
    @rupagogoi9547 Před 5 lety +7

    কণমানি সোনটো তোমাৰ এই কণ্ঠৰ যাদু শুনি নকন্দাকৈ নোৱাৰিলো । তোমাৰ মাক হাজাৰ নমষ্কাৰ জনাইছো । আশীৰ্বাদ কৰিছো উজ্বল ভৱিষ‍্যতৰ ।

  • @soonmanibaruah5112
    @soonmanibaruah5112 Před rokem +1

    Vaiti tomar geet sunile mor manto beya lagi thakile anei manto khub val lage oo tomi aguyai joya..best of luck

  • @mousumikakoti5706
    @mousumikakoti5706 Před 4 lety +2

    Eman morom lgakoi gaise xuniai Val lagise....
    Aru Val koi gua...agbahi jua agoloi...tumar Val vobisot kamona korisu....

  • @archanaadeka9526
    @archanaadeka9526 Před 4 lety +9

    ইম্মান মৰম লগাকে বিয়া নাম গোৱা তুমি। বাকী বিলাকো ভাল গাইছা। আগুৱাই যোৱা তুমি

  • @kartikdas3184
    @kartikdas3184 Před 6 lety +13

    সুন্দৰ গাইছে ভগৱানে তেওঁক সহায় কৰক

    • @gobinnath1583
      @gobinnath1583 Před 5 lety +1

      Kartik Das বিয়া গান গালে বহুত দুশ লাগে

  • @AsikAhmed-jl9pt
    @AsikAhmed-jl9pt Před 2 měsíci +1

    Tmr gan dintu khunisu eman val lagise khodai jate valke gai thakibo para take allar usorot kamona korisu all the best ❤️❤️❤️

  • @anamikahazarika7337
    @anamikahazarika7337 Před 4 lety +9

    Great great god gift dis child voice grow up

  • @binoddas8072
    @binoddas8072 Před 3 lety +3

    We pray to almighty God for your bright future. Good keep it up.👍👍

  • @bastabjyotilahan2958
    @bastabjyotilahan2958 Před 6 lety +53

    বিয়ানাম কেতিয়া গাব কেতিয়া গাব বুলি ৰৈ থাকো...বাকীবোৰ গানো বৰ সুন্দৰকৈ গোৱা কিন্তু মোৰ বিয়া নামবেৰ বহুত ভাল লাগে...তুমি বহুত আগুৱাই যোৱা কৌস্তভ |

    • @ranjimabegum3148
      @ranjimabegum3148 Před 5 lety

      Bastab Jyoti Lahan ya you are righit

    • @saradisondhya7707
      @saradisondhya7707 Před 5 lety

      @@ranjimabegum3148 .........

    • @babitadas8586
      @babitadas8586 Před 5 lety

      Bastab Jyoti Lahan 💐👌

    • @pronabdutta484
      @pronabdutta484 Před 5 lety

      Bastab Jyoti Lahan
      very nice0
      00

    • @surohazarika8174
      @surohazarika8174 Před 5 lety

      কৌস্তুভৰ গান ইমান ভাল লাগিল সছাই মই তেওঁক অনন্তৰৰ পৰাই আশীৰ্বাদ জনাইছো আৰু আগবাঢ়ি যাওঁক ধন্যবাদ ৷সুৰ শইকীয়া হাজৰিকা ৷মজুলী 6oo1288977.

  • @manjulaborgohainmanjulabor4272

    Dear Kaustav God bless you and lots of love from Sibsagar..

  • @jituburagohai7535
    @jituburagohai7535 Před 4 lety +8

    Examplery sweet voice. God bless u to build plateform to all level. My heartfull regards to Anupam daa for such steps.

    • @khirodkalita7306
      @khirodkalita7306 Před 3 lety

      মই তোমাৰ লগত চিনাকী হলো মৱাইল য়োগে মই খীৰোদ কলিতা কামৰুপ তোমাৰ বহুত ভাল কনঠThanks গাই থকা

  • @anjansarmah4567
    @anjansarmah4567 Před 5 lety +14

    কৌ্স্তভ তোমাৰ গান বিলাক ইমান ভাল লাগিল ,তোমাৰ উজ্বল ভবিষ‍্যত কামনা কৰিলো😊******

    • @bhabendas7720
      @bhabendas7720 Před 4 lety

      অনুসপম আপোনাৰ এয়া সুন্দৰ পদক্ষেপ । নিশ্বয় আপোনাৰ পুণ্য হব ।

  • @sagorikahaloi3333
    @sagorikahaloi3333 Před 6 lety +14

    ধুনীয়া গাইছা ভাইটি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

    • @hemontapegu9485
      @hemontapegu9485 Před 6 lety

      Sagorika Haloi ভাল লাগিছে

    • @kaustovmudoi1907
      @kaustovmudoi1907 Před 6 lety +1

      Sagorika Haloi nice

    • @HRVLOG-ez7tf
      @HRVLOG-ez7tf Před 5 lety

      সচাকৈয়ে বিয়া গীতবোৰ শুনিলে
      বিয়া খন হৈ থকা যেন এ লাগে
      কৌস্তুভৰ কণ্ঠত উজনিৰ দুজনী গাভৰু ছবি খনৰ যা যা মাজনী দুৰনিলৈ গীতটো শুনিবলৈ মন যায়

  • @ruhitassamyoutobe3218
    @ruhitassamyoutobe3218 Před 6 lety +5

    বহত ভালে লাগৈছ গাণ joy hin mara assam toksh sanil

  • @rajboruah2045
    @rajboruah2045 Před 6 lety +4

    You are soo nice singer well done keep it up👍👍👍👍👍

  • @khalidaahmed1858
    @khalidaahmed1858 Před 6 lety +2

    Xsai bht bht Val lgil xuni thanks Anupam da emn dhunia program ata diar bbe

  • @kamrunnahar1172
    @kamrunnahar1172 Před 5 lety +5

    কৌস্তভ তুমি বহুত ধুনীয়া গাইছা,আল্লাই তুমাৰ আশা পূৰণ কৰক,তুমি আগুৱাই যোৱা

  • @aakashraj9592
    @aakashraj9592 Před 6 lety +8

    Really he has a wonderful voice.... Very sweet...

  • @rekhamonichetia3405
    @rekhamonichetia3405 Před 4 lety +13

    Bhout val lagese, gd bless you

  • @gayotridas1273
    @gayotridas1273 Před 4 lety +2

    বহুত ভাল লাগিছে । বিয়া নাম শুনি মনটো বহুত ভাল লাগিল। ভবিষ্যত মঙ্গল কামনা কৰিলো ।😘

  • @skearmahammad6153
    @skearmahammad6153 Před 3 lety +2

    বহুত সুন্দৰ কন্ঠ । আশীৰ্বাদ দিছো ।

    • @mithundeka8606
      @mithundeka8606 Před 2 lety +1

      মই ও গান গাই বহুত ভাল পাওঁ মোকো অলপ আশীৰ্বাদ দিবচোন কিজানি ভাল গায়ক এজন হব পাৰো।

  • @arabindaroy3427
    @arabindaroy3427 Před 4 lety +8

    God bless you,
    Keep it up
    Very heart touching voice....

  • @warscartff2410
    @warscartff2410 Před 2 lety +3

    Soo sweet Kaustav. God bless u

  • @user-dh6up2dg1t
    @user-dh6up2dg1t Před 5 měsíci +1

    বহুত ভালো গাইছা

  • @gajennath7199
    @gajennath7199 Před 2 měsíci +1

    Bahut sundar
    God bless you.

  • @Dhruba_hadala
    @Dhruba_hadala Před 4 lety +3

    Best of luck.... Tumi aguwai jowa aro

  • @kanaisarkarkanai8693
    @kanaisarkarkanai8693 Před 6 lety +38

    বহুত বহুত বহুত বহুত ধুনীয়া লাগিছে ভবিষ্য উজ্জ্বল কামনা কৰিলো

  • @dolihazarika208
    @dolihazarika208 Před 5 lety +2

    aguyai jua tumi bohut bohut bohut bohut besi val lagil 👌👌👌

  • @mousumikakoti5706
    @mousumikakoti5706 Před 4 lety +1

    .so sweet beta .... Thanks anupam da...apunak bhuty thanks

  • @rajibdeka2667
    @rajibdeka2667 Před 6 lety +10

    so sweet voice, god bless u..

  • @laksheswardeka4025
    @laksheswardeka4025 Před 6 lety +6

    Bhout bhal lighal oh thanks dada best of good luck

  • @anamikanath2180
    @anamikanath2180 Před 4 lety +1

    Aru aguai jowa vaiti verry nice

  • @chayanikaphukon5533
    @chayanikaphukon5533 Před 5 lety +5

    This kid is amazing ...he will surely be a rockstar .... God bless you

    • @inamoniboruah2685
      @inamoniboruah2685 Před 5 lety

      vaiti 2mi hasai bhut dhunia gan gabo jana.....2mr kantha bhut huyala.....god bls u....anakoiya gan gai jua...

  • @rupitabora8061
    @rupitabora8061 Před 5 lety +8

    God bless you kastav

  • @aayushmantalukdar3867
    @aayushmantalukdar3867 Před 4 lety +2

    Tumar gaan xuni bohut val lagisae keep it up. May God bless you

  • @nikitasarmah8400
    @nikitasarmah8400 Před 2 lety +1

    Bohut dhuniya hoise,,,,,,,,,tumi aguyai juwa 👍

  • @bhaskarchungkrang3190
    @bhaskarchungkrang3190 Před 5 lety +17

    অপূৰ্ব সুন্দৰ কণ্ঠ ।তোমাৰ ভৱিষ্যত উজ্জল কামনা কৰিছোঁ।

  • @bibhashkashyap1362
    @bibhashkashyap1362 Před 4 lety +6

    Voice iman sweet awesome

  • @hirakkashyap6984
    @hirakkashyap6984 Před 2 lety +1

    Oh God nice sound best of luck God bless you ..Mya God help you fir future 🙏

  • @Rumishortvideo-dq4fy
    @Rumishortvideo-dq4fy Před 6 lety +1

    Unbelievable,,,,, ইমান সরু লরাই যে ইমান ধুনীয়া ধুনীয়া গান গাইছে সচাই heart touch করিছে।।।। ভবিষ্যতে ডাঙর গায়ক হব বুলি কামনা থাকিল।

  • @bitumanibaruah3020
    @bitumanibaruah3020 Před 6 lety +7

    Val lagil tumar mattu bar dhuniya good luke moi bisaru tumi aru agbarhi juwa tumar ujjol vabisyat kamana korilu......😍😍😍😍😍👌👌👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @tilakkalita8341
    @tilakkalita8341 Před 6 lety +21

    bohut dhuniya gaisa. hodai anekoi tumi aag bahi juwa

  • @sachindeka9314
    @sachindeka9314 Před 5 lety +1

    সুন্দৰ হৈছে দেই উজ্বল ভৱিষ্যত কামনা কৰিছোঁ

  • @manjulpathak31
    @manjulpathak31 Před 5 lety

    মা অ’ মা টোৱে বুকু খন খুন্দিয়াই গৈছে ... 'M speachless !!

  • @sanjitray642
    @sanjitray642 Před 6 lety +3

    So nice songs anupam daaa really salut.

  • @pritamkalita7638
    @pritamkalita7638 Před 5 lety +1

    Mojjjjjjjjjaaaa lagisha

  • @parbatidas5545
    @parbatidas5545 Před měsícem +1

    ধন্যবাদ অনুপম দা

  • @sunitrabha8119
    @sunitrabha8119 Před 6 lety +10

    সুন্দৰ সুন্দৰ সুন্দৰ গাইছে

  • @bitulboruah2971
    @bitulboruah2971 Před 6 lety +5

    I pray with God for Your Bright future....Very Nice

  • @rohitsaikia402
    @rohitsaikia402 Před 4 lety +2

    Eman dhuniya voice

  • @dipmainadohutia5642
    @dipmainadohutia5642 Před 5 lety

    Mojja anupom da apuni bukar padumbur butali Ani vl korisa lora2 aru aguyai jauk taka kamona korisu..aru apaunaku dhaniyabad disu..aru apuniu aguyai jai jan

  • @sunugogoi922
    @sunugogoi922 Před 6 lety +15

    waw...sooo sweet voice.

  • @sukumarchoudhury1474
    @sukumarchoudhury1474 Před 4 měsíci

    ,ভৱিষ্যত জীৱনত আৰু অধিক ভাল ফলাফল দেখুৱাব পাৰিব লাগিব, এইটোৱেই একমাত্ৰ মোৰ কামনা, বহুত বহুত বহুত ভাল লাগিল, বহুত বহুত ভাল হওক

  • @dilipgogoi704
    @dilipgogoi704 Před měsícem

    সুন্দৰ 'মই মৰানৰে। মিশ্চয় তোমাক সোমকালে লগ কৰিম।

  • @mridulkonch9776
    @mridulkonch9776 Před 4 lety +3

    God bless you always