ভাইটি | সম্পূৰ্ণ ৰঙীন প্ৰথমখন অসমীয়া কথাছবি | Bhaity | কমল নাৰায়ণ চৌধুৰী

Sdílet
Vložit
  • čas přidán 1. 06. 2021
  • Background Song 'Voy Nokoru' Courtesy:
    • Bhoi Nakaro Nakaro Kak...

Komentáře • 12

  • @jsjsvjkdka
    @jsjsvjkdka Před 16 dny

    Ei dinburei bhal asil 🥰

  • @lakhijan2366
    @lakhijan2366 Před 5 měsíci +1

    Great
    Beautiful

  • @monalisasarma1575
    @monalisasarma1575 Před 3 lety

    সুন্দৰ 👌

  • @porichoudhury2471
    @porichoudhury2471 Před 4 měsíci

    Xundor

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před rokem

    প্ৰথমখন সম্পূৰ্ণ ৰঙীন অসমীয়া বোলছবি "ভাইটি" ৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী দেৱ। সেই ছবি খনিৰে এটি কালজয়ী গীত। দৰদী কন্ঠ শিল্পী আৰতি মূখাৰ্জীৰ এটি চিৰসেউজ গীত।সংগীত পৰিচালক অজিত সিংহৰ পৰিচালনাত আটাকেইটি গীতেই চিৰসেউজ ৰূপ পাইছে। ছবিখনৰ বাবে গীত লিখিছিল জয়ন্ত বৰুৱা আৰু কেশৱ মহন্ত ডাঙৰীয়াই।কন্ঠদান কৰিছিল খগেন মহন্ত, আৰতি মূখাৰ্জী আদিৰ দৰে আগশাৰীৰ শিল্পী সকলে।ইভা আচাও, মাষ্টাৰ সিদ্ধাৰ্থ আদিৰ সাৱলীল অভিনয়ে "ভাইটি"ক অসমীয়া চলচ্চিত্ৰ জগতৰ এখন কালজয়ী ছবিত পৰিণত কৰিছে।ইমান সুন্দৰ গীতটি শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏

  • @manojkumardutta8590
    @manojkumardutta8590 Před 5 měsíci

    ভাইতি সৰু কালৰ অভিনয় কৰা লৰা জনৰ নাম মাষ্টাৰ মনোজ।পিচত ডাঙৰ হৈ সেই অভিনয় কৰে সিদ্ধাৰ্থ ই।

  • @gangadharkakoti5068
    @gangadharkakoti5068 Před 5 měsíci

    আমি বিদ্যালয়ত পঢ়ি থকা দিনত এই বোলছবিখনে মুক্তি পাইছিলে সেই সময়ত এই বোলছবিখন চাবলৈ চিনেমা হলত যঠেষ্ট ভিৰ হৈছিলে আমি নাজিৰাৰ চিনেমা হলত চাইছিলো সেই কথাবোৰ এতিয়া বৰকৈ মনত পৰে

  • @JubatDewri
    @JubatDewri Před 4 měsíci

    Bhaiti s

  • @basisthaacharya6590
    @basisthaacharya6590 Před 3 měsíci

    বোলছবিখন আমি অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত চোৱাৰ সৌভাগ্য হৈছিল। মাষ্টাৰ সিদ্ধাৰ্থক পিছত আমাৰ ব্লকত বি ডি অ হিচাপে দেখিছিলো।

  • @JubatDewri
    @JubatDewri Před 4 měsíci

    Bhat

  • @anjelbaruah7401
    @anjelbaruah7401 Před 6 měsíci +1

    বলিউডৰ জুনিয়ৰ মেহমুদেও মাইটি ছবিত অভিনয় কৰিছিল

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q Před 4 měsíci

    মানাহ কন্যা ছবি দিব