মাজবাটত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আছা ৰ।

Sdílet
Vložit
  • čas přidán 17. 05. 2022
  • বৰাক উপত্যকাৰ কাছাৰ জিলাৰ ডলু চাহ বাগিছা উচ্ছেদ কৰাৰ প্ৰতিবাদত আজি (১৮/০৫/২০২২) সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) মাজবাট আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ শ্ৰম, নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসমৰ চৰকাৰৰ চাহ শ্ৰমিক কল্যাণ, শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিচানৰ পুত্তলিকা দাহ কৰে। অতি শীঘ্ৰে চাহ বাগিছাৰ উচ্ছেদ বন্ধ কৰিবলৈ সংগঠনটোৱে দাবী জনায়।
    #Mazbatian #AASSA #DoluTeaEsate #BarakValley #Cachar
  • Zábava

Komentáře • 7