Gaurav Gogoi News: অচিৰেই ওলট-পালট হ’ব খুমটাইৰ ৰাজনীতি

Sdílet
Vložit
  • čas přidán 10. 07. 2024
  • অচিৰেই ৰাজনৈতিক পট পৰিৱৰ্তনৰ হোৱাৰ সম্ভাৱনা খুমটাই সমষ্টিত৷ সক্ৰিয় ৰাজনীতিত পদাৰ্পণৰ যো-জা কৰিছে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই৷ কিন্তু বিজেপিৰ পৰিৱৰ্তে আঞ্চলিক দলতহে যোগদানৰ প্ৰস্তুতি চলাইছে যুৱনেতাজনে৷ ইয়াৰ আঁৰৰ ৰাজনীতি সন্দৰ্ভত চাওক আমাৰ এই EXCLUSIVE ৰিপৰ্ট৷
    #assam #nd24assamese #nd24news #ndlive
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 95

  • @anonymous_assamese4838
    @anonymous_assamese4838 Před 22 dny +54

    ধুনীয়া 🎉
    মৃণাল শইকীয়া মানু্হ হিচাবে এজন ভাল মানু্হ ❤

  • @dbhargab
    @dbhargab Před 22 dny +51

    ২০২৬ কঠিন হ’ৱ বিজেপিৰ বাবে ।

    • @gunajitsarma5579
      @gunajitsarma5579 Před 22 dny

      2026congr 7khonat joi hb likhe thuwa

    • @SpeedMatters.
      @SpeedMatters. Před 22 dny

      Bjp ses 2026 ot. Congress e gaurav gogoi k CM face project korile khel ses bjp r. Sob upper assam r assamese manuhe congress k vote dibo.

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 Před 22 dny

      @@gunajitsarma5579 Saroda mamar jail jatra Hbo aru joutukot juwa hupar p mahantar nesena obostha hbo kukur wa nupusebo

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 Před 22 dny

      @@gunajitsarma5579 1500 tokiya vikhare hupar obostha ja ki hbo

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Před 21 dnem

      ​@@SpeedMatters.Assam borbad hbo Congress ahele miyar utpat besi hbo

  • @pranjit420
    @pranjit420 Před 22 dny +45

    গৌৰৱৰ ধুমুহাত সকলোবোৰ বিৰোধী এতিয়া‌ কম্পমান😂

  • @bakulboruah2026
    @bakulboruah2026 Před 22 dny +22

    গৌৰৱৰ ধুমুহাত একপ্ৰকাৰৰ তচনচ অসম BJP

  • @bulbulAxom099
    @bulbulAxom099 Před 22 dny +34

    তেওঁলোকে ভালকৈয়ে গম পাইছে যে গৌৰৱ গগৈ এইবাৰ অভিমন্যু ৰূপত আহি আছে

    • @rameshpayang7871
      @rameshpayang7871 Před 22 dny +1

      Unlike Manuh maiki massh to 😂😂😂😂

    • @Ja---ckforhere
      @Ja---ckforhere Před 22 dny +2

      ​@@rameshpayang7871 Piyaz aa 15 din 10 ta meeting ke meeting attend kori rajniti bad diar kotha koisil atya kot Piyaz

    • @bulbulAxom099
      @bulbulAxom099 Před 22 dny +2

      @@rameshpayang7871 পিয়াঁজৰ পকৰত থকা চুলি খিনি কাটি দিয়া মানুহ জন নহয় নে 🤣🤣

    • @rameshpayang7871
      @rameshpayang7871 Před 22 dny

      @@bulbulAxom099 Maiki mass Assam r. Pappu to no 😂😂😂 , Bangladeshi. Jomai to no😂😂😂😂

  • @bakulboruah2026
    @bakulboruah2026 Před 22 dny +15

    মৃণাল শইকীয়া এজন অতি কৰ্মপটু মানুহ।তেওঁ BJP ৰ বাহিৰে যি দলতেই নুঠক কিয়।আমি সমৰ্থন কৰিবলৈ সাজু আছোঁ।

  • @samirondutta3742
    @samirondutta3742 Před 22 dny +37

    ভাল কথা।অসমত কাম কৰিবলৈ ভাল মানুহ লাগে

  • @rlaskarkam3616
    @rlaskarkam3616 Před 22 dny +23

    ব্যক্তিত্ব থকা লোক। ভাল খবৰ।

  • @basantaborgohain5372
    @basantaborgohain5372 Před 22 dny +13

    অতি সুন্দৰ ।

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc Před 22 dny +17

    ৰাজনীতিত সিংহৰ হে পয়োজন ।শিয়ালৰ কোনো কাম নাই।

  • @DPffx
    @DPffx Před 22 dny +9

    ভাল লাগিল।

  • @ajoyhandique9872
    @ajoyhandique9872 Před 22 dny +5

    গৌৰৱৰ সঁচায়ে যে ৰাজনীতিত শক্তিশালী তাক প্ৰকাশ হৈ আহিছে লাহে লাহে।।

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs Před 22 dny +13

    এই সকল ৰাজনীতি ত আহিব লাগে।

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr Před 22 dny +6

    Gaurav Gogoi ❤❤❤next cm

  • @gh12138.
    @gh12138. Před 22 dny +7

    Val kotha❤

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko Před 22 dny +5

    তেও ভাল কৰিছে

  • @bhaskarsaikia1236
    @bhaskarsaikia1236 Před 22 dny +4

    hundar kotha

  • @mrinmoychakraborty8426
    @mrinmoychakraborty8426 Před 22 dny +5

    হিমন্ত বাহিনীক আৰু ২৬ ত চাবৰ ইচ্ছা নাই। নতুনে ঠাই লোৱাৰ সময় হৈছে আৰু।

  • @RojitaDas
    @RojitaDas Před 22 dny +6

    👍👍👍👍

  • @NilutpalSarma
    @NilutpalSarma Před 19 dny +1

    Gourav gogoi ❤❤

  • @santanurajkonwar4093
    @santanurajkonwar4093 Před 22 dny +1

    ,বৰ্তমান অসম বিজেপি ত যোগদান কৰাৰ পৰিবেশ আছে জানু? বব্ৰুবাহনে উচিত চিন্তাই কৰিছে।

  • @rakashdas9087
    @rakashdas9087 Před 22 dny +1

    ভাল খবৰ

  • @bijoydeka9134
    @bijoydeka9134 Před 22 dny +2

    Mrinal saikiya best leader of assam bjp

  • @mixtvne6684
    @mixtvne6684 Před 22 dny +5

    Eibur asol manuh,gat tez ase

  • @renubegum3639
    @renubegum3639 Před 22 dny +2

    Mrinal daa r sinta dhara Bor ohongkari nhoi

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před 21 dnem +1

    Congress zindabad

  • @suarsuar747
    @suarsuar747 Před 22 dny +4

    News bur kela normally dhuniyake uposthapan koribi sun....eman nu dhoom dhaam base music di kle reporting koribo lage....xadharon news etau tohotr music buror karone sabole voy loga hoi jai....😑

  • @indian7083
    @indian7083 Před 22 dny +11

    mojja

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před 22 dny +6

    গৌৰৱ লাগে এতিয়া কেলা

  • @madhabmedhi1322
    @madhabmedhi1322 Před 22 dny +9

    গৌৰৱ গগৈ cm হলে সকলো লিগেল হব।

    • @user-ft9qg8bk8b
      @user-ft9qg8bk8b Před 21 dnem +1

      Right ❤

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Před 21 dnem

      Axomiya r krne Congress beya miya r utpat bht besi hbo...axomiya ye miyar lgt fight kribo nuaree....Aku action Nlobo

    • @madhabmedhi1322
      @madhabmedhi1322 Před 21 dnem

      @@rishirajomivaidya5648 ইমান বছৰ কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছতো কিন্তু তেনেকুৱা নহল

  • @bhaskarborah4254
    @bhaskarborah4254 Před 19 dny

    যোগদান হ'লে টীকত আৰু ভোট দিলে কি ?

  • @dhurbakonwar6761
    @dhurbakonwar6761 Před 22 dny +2

    Good news

  • @Monjai4283
    @Monjai4283 Před 18 dny

    Bhobesh da u kun dina ulai jabo laga thik nai

  • @bijoydeka9134
    @bijoydeka9134 Před 22 dny +1

    Asomot kontho lage.

  • @Monjai4283
    @Monjai4283 Před 18 dny

    Matha thaka aru axomok vl pua manuh laga axomot

  • @dharmendramumatdas9867
    @dharmendramumatdas9867 Před 22 dny +3

    Xokolu upper Assam lower Assam rajneeti

  • @CovertWhispers
    @CovertWhispers Před 21 dnem

    Mama r Bea din.....😂

  • @Myassammycar14
    @Myassammycar14 Před 21 dnem

    Dada congress t ahok ami aso bjp r ru kam nai

  • @user-xo6rn9ik9s
    @user-xo6rn9ik9s Před 18 dny

    Aagali batara

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv Před 20 dny

    Gom paigoise j bjp bea din ahise

  • @Arshita838
    @Arshita838 Před 22 dny

    Good news for bjp

  • @manashprotimnath2186
    @manashprotimnath2186 Před 21 dnem +1

    Mrinal sir ejon vaal manuh

  • @intajulzaman4393
    @intajulzaman4393 Před 22 dny

    Tarmane Bajpayee bhaban Rajib bhaban haba neki....

  • @hamantagogoi8904
    @hamantagogoi8904 Před 22 dny +1

    Bobrubaahon...ARJUNAR...pootraa... 🤣🤣🤣

  • @rishirajomivaidya5648
    @rishirajomivaidya5648 Před 21 dnem

    Congress ahele gotee refugee burok humai dibo vote bnk

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Před 22 dny

    bjp khotom hobo 26 t

  • @Sobiborrohman
    @Sobiborrohman Před 21 dnem

    Loikho 26sot Gourav Gogoi CM gotike ulot palot hobo

  • @rajuvlogs9689
    @rajuvlogs9689 Před 22 dny +5

    উজনি নামনি কৰা জনৰ পৰা ৰাইজে কি আশা কৰিব

  • @gunajitsarma5579
    @gunajitsarma5579 Před 22 dny

    Jot jai jaok but miyar dol Congress dolat jabo nelage .

  • @dipankusaika5754
    @dipankusaika5754 Před 22 dny +2

    আপোনালোকৰ নিউজ বোৰ ফালটো হল ?বানপানীৰ কথা বোৰ কি হল ? AS ৰুমত থাকি নিউজ কৰা কথাই বেলেগ ?

  • @thepoliticalawareness1021

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব।

    • @Destiny1999
      @Destiny1999 Před 22 dny +9

      বিজেপিয়ে কাৰ চুলি চিঙি আছে...? ৰাইজে কিয় বিজেপি ক বিচাৰিছিল

    • @user-jq1pb7vv5c
      @user-jq1pb7vv5c Před 22 dny +3

      BJP ki korisa assamr manuh dhkisa...

    • @Destiny1999
      @Destiny1999 Před 22 dny +5

      @@thepoliticalawareness1021 ১৫০০ টকাটো পালানে জুলাই ৰ???

    • @Mynagogoi123
      @Mynagogoi123 Před 22 dny +2

      Ahom st status dem dem koi jay ram thoogon jay dele 2014 pora...so ehh bar panchayat election to harebo....😂😂😂😂
      Manuhe ba raijay jeteya beya pai teteya eku nai election
      But
      Manuhe ba raijay jeteya thog bajee bur buje pai jai political party n leaders buror kaam kaaj bur sai teteya jeeman kole u eku laav nai...
      Raijay ki korebo election heto loi ehh lole ehhh bar agotiya koi
      Jai hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

    • @success2089
      @success2089 Před 22 dny

      Thik buji paisa tumi etia. BJP e akhamia xekh kori goi ase

  • @gunjalkalita7187
    @gunjalkalita7187 Před 22 dny

    Val kotha ❤