Nila Akaxore নীলা আকাশৰে ৰূপোৱালী পৰী //Srimoti Mohimamoyee (1979) //Hits of Kula Barua & Doli Ghosh
Vložit
- čas přidán 29. 11. 2017
- শ্রীমতী মহিমাময়ী- An Assamese film by Pulak Gogoi
Music by Kul-Atul (Kula Barua & Atul Medhi)
Lyrics by Dr. Nirmalprabha Bordoloi
Story by Laxminath Phukan, Sahitya Akademi Awardee & 1st editor of ''Assam Tribune'' - Krátké a kreslené filmy
বৰ ধুনীয়া গান, বৰ ভাল লগা সময় ।
প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই কলা - বগা টিভিত চাইছিলোঁ।
একেলগে টিভিত গান চোৱা বেছি ভাগ মানুহয়েই নোহোৱা হ'ল।
স্মৃতি বোৰহে থাকিল।
বৰ ভাল লাগিল গানটো আজি ইয়াত চাই।
গা-মন জুৰ পৰি যোৱা গীত।ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পী কলা-কুশলী সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।হেমেন চন্দ্ৰ দাস।
সেই যে চিনেমা হলৰ আনন্দ ।যেতিয়া অসমীয়া চিনেমা চাবই লাগিব বুলি নিয়ম আছিল ।
থিকেই কৈছে!
কুল দা ৰ সৃস্টি আছিল অনুপম আৰু
অদ্বিতীয় । যুগ যুগান্তৰ ধৰি ৰৈ যাব ।
অমৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছো
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ডলি ঘোষৰ কণ্ঠই আজিও মুগ্ধ কৰে!
I used to sing this song with my father in almost every ocassion. Lot of memories are related to this song. My father left us an year ago. This song reminds me of him ❤️
A cover of this song will refresh those memories... please
The Actor in this song is my Father Late Robin Neog
ইমান ধুনীয়া গান
কি যে ধুনীয়া গান। শুনিলে শুনি থাকিবৰ মন যায়। কুল দা আপোনাৰ আত্মাই শান্তি পাওক🙏🙏🙏
Wawww ইমান দিনৰ ভিডিঅ প্ৰেৰণ কৰিছে ধন্যবাদ
A very good collection
The jollywood cafe ...thanks for your collection guys🙏🏼🙏🏼🙏🏼
কুল দি,আপোনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ।
The unsung heroes of Assamese film industry!🙏🙏🙏👍
Thank you for uploading this video...🙏
It has been years since I listened to this sonf. The first Assamese song that I danced to.
অতি সুন্দৰ গীত বাৰে বাৰে শুনিব মন যায়
Nostalgic....so beautiful
আকাশবানী গুৱাহাটী ৰেডিঅ য়োগে গীতি মালিকা অনুস্হানত ৮:৩০ বজাত শুনিৱ পাইছিলোঁ
শ্ৰী মতী মহিমাময়ী চিনেমা খন প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত পঢ়ি থাকোতেই মুক্তি লাভ কৰিছিল আৰু আমি মুক্তি লাভ কৰাৰ পাছতেই অপ্সৰা চিনেমা হলত চোৱা মনত আছে। এখন সুন্দৰ ৰসপূৰ্ন চিনেমা আছিল।গীতটি সংগ্ৰহ কৰি ইউ টিউব প্লেটফৰ্মত প্ৰচাৰ কৰা বাবে ধন্যবাদ জনাইছো।
One of my favorite song...
I used to listen in All India Radio
Ontor sui jua gaan
Keep uploading the masterpieces 💕
Beautiful song
Old classical songs ❤️
Classical song 👍
চিৰদিন চিৰসেউজীয়া
এই গান আমাৰ অসমীয়া ।
Evergreen assamese song ...
I miss u doo!!
Xumodhur geet. Apunar geet bur omor hoi robo
This song takes me to Neverland.
Rest in peace কুল দা
So so sweet
🙏💜🕊🕊🕊
❤️❤️❤️❤️❤️❤️❤️❤️❤️👍👍👍👍👍🙏🙏🙏🙏 বৰ ভাল লগা অতি পুৰণি গীত
🙏❤️🐦🕊️🕊️🕊️
Om shanti💐
Sweetest ❤
So melodious ... Evergreen song taking one to the wonderland.. RIP , Kula Barua dev
Gorima. Hajorika.r..nrityo..nirdesona..i..gantor..kiyodangso..sabologia.. Nirmol. Prova..bideu.r..r..kothai..monot..thas..bohuyai..jai....amar..major..pora..herai..jowa..robin.neug.aru..porinita..bujorborua..r..vongima...oti..akorsoniyo..
2023 ot Kune kune huni asa
❤❤
Nice ❤️
😍😍😍😍😘
♥️
Radio t xuni xuni gaa dhui school goisilo hahahaha
☺
😍😍😍
😌❤️
1980 ASOM AANDOLON ,TAT DEKHISU AY HIROEN JONI ,DANGKATI
8i
ছবিখন ক'ত পাম বাৰু?
Ki je mitha mitha loga
OIL INDIA LTD PS 5
ANJALI KO AESE SIKHAYA
P0l
🙏💟🕊️🕊️🕊️