‘বিদুৰভাই’ৰ সম্পূৰ্ণ টীম আজি NKTVৰ ষ্টুডিঅ’ত | BIDURBHAI

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ‘বিদুৰভাই’ৰ সম্পূৰ্ণ টীম আজি NKTVৰ ষ্টুডিঅ’ত | BIDURBHAI
    শ্যামলীৰ সৈতে ‘বৰ্ণিল’

Komentáře • 462

  • @bolingogoiofficial6954
    @bolingogoiofficial6954 Před 2 lety +44

    বিদুৰভাই টিমটো আগুৱাই যায়ক 👍👍👍 গোলাঘাটৰ কোনে কোনে চাই আছা এটা লাইক কৰি দিয়া 👍👍👍

  • @kritikadas8218
    @kritikadas8218 Před 2 lety +13

    Director jonor kotha bur o iman dhuniya... Bidurbhai jen aru bohutttt aguai jaok❤️😁

  • @binabaruah491
    @binabaruah491 Před 2 lety +40

    বহুত ভাল লাগে ৷বিদূৰভাইৰ )নামটোৰ লগত অসমীয়াৰ খঙাল শব্দটো মিলাই ৰাখিছে ন? ইমান নিখুঁট অভিনয় আমালৈ উপহাৰ দিয়াত বহুত বহুত ধন্যবাদ ৷ মই আগত চোৱা নাছিলো ৷কিন্ত আটাইকেইটা খণ্ড একেলগে চাই দিলো ৷

  • @mousumihandique2870
    @mousumihandique2870 Před 2 lety +4

    বহুত দিনৰ মূৰত বৰ ভাল সাক্ষাৎকাৰ এটা চালো। শ্যামলীয়ে বৰ ধুনীয়াকৈ সাক্ষাৎকাৰ লৈছে। টীম বিদূৰভাইৰ সৈতে তেওঁ গোটেই সময়খিনি উপভোগ্য কৰি তুলিছে। শুভেচ্ছা।

  • @krishnakantasaikia1176
    @krishnakantasaikia1176 Před 2 lety +20

    হাগি হোৱাই নাই নেকি বিদূৰভাইহত ।।সোনকালে হাগ ।।ৰৈ ৰৈ আমনি লাগে অ

  • @prakashentertainment9061
    @prakashentertainment9061 Před 2 lety +22

    নিভাঁজ গাঁওলিয়া এটা পৰিবেশ উপস্থাপন । next series ৰ বাবে ৰৈ আছোঁ

  • @zank4471
    @zank4471 Před 2 lety +180

    অসমত বৰ্তমান সময়ৰ সৰ্বশ্ৰেষ্ঠ ৱেবচিৰিজ ❤️

  • @rajdip7338
    @rajdip7338 Před 2 lety +13

    মেনেজাৰ ছাৰ সুন্দৰ অভিনয় হৈছে বিদুৰ ভাইত নিভাজ অভিনয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদৰ ভাই টিম

  • @sumisnakonwar7755
    @sumisnakonwar7755 Před 2 lety +25

    মেনেজাৰ চাৰ মেইন ❤️❤️

  • @shreyasaikia6267
    @shreyasaikia6267 Před 2 lety +13

    "বিদুৰভাইৰ" প্ৰতিটো চৰিত্ৰই খুউব সুন্দৰ আৰু সময়োপযোগী হৈছে।

  • @munusunu6486
    @munusunu6486 Před 2 lety +51

    মোৰ ছোৱালীয়ে ডাইলগ মুখস্থ কৰি পেলাইছে🤩🤩 বহুত বহুত আন্তৰিক শুভেচ্ছা টিম bidurvai💐💐💐

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Před 2 lety +21

    বহুত ভাল লাগে এই ধাৰাবাহিক খন , বিশেক কৈ বাইলুং দুষ্টিক শলাগ লৈছোঁ, লগতে সকলোকে ধন্যবাদ জনালোঁ

    • @munugogoi2956
      @munugogoi2956 Před 2 lety

      Hakaluti avinetai dhuniya avinai karise agaloiu anekuwa akhan siriyal sabaloi Pam buli akha thakil

  • @sibaprasadbora01
    @sibaprasadbora01 Před 2 lety +4

    বিদুৰভাই পৰিয়ালৰ লৈ বহুত ধন্যবাদ, ভাল লাগিছে আৰু আগুৱাই যা ওক।

  • @monideepjs4567
    @monideepjs4567 Před 2 lety +9

    একদম চাল্লা বিদুৰভাই মোৰ প্ৰিয় ,সকলোকে শুভেচ্চা জনালো দেই ।🌺

  • @mayureesaikia8016
    @mayureesaikia8016 Před 2 lety +8

    উজ্জ্বল দা বহুত মৰম।সকলোলৈ মৰম।

  • @HARSHITASSAM
    @HARSHITASSAM Před 2 lety +12

    ধন্যবাদ🙏🙏সচাঁই বহুত ভাললগা এখন অসমীয়া চিৰীজ 👌👌। সকলোকে শুভেচ্ছা জনাইছো💐💐

  • @rubulborah7419
    @rubulborah7419 Před 2 lety +2

    Thank you nktv. Bidurbhai hokolukai ani sinaki korai dile. Bohot val lagil. Bidurbhai hokolu loikai ahirbad thakil.

  • @amarassam8715
    @amarassam8715 Před 2 lety +16

    Eagerly waiting for the second season BIDURBHAI story and script amazing....
    Stepping stone to a bright and glorious Assamese web series...

  • @bhagyashreechetia5823
    @bhagyashreechetia5823 Před 2 lety +6

    Uff মেনেজাৰ main 🔥🔥 hahi tu o mojaa🙂❤️

  • @abworld8883
    @abworld8883 Před 2 lety +5

    সকলোৰে অভিনয় জুই ...but উজ্বল দাৰ অভিনয় মহা 🔥🔥🔥🔥🔥🔥।
    love you all বিদুৰ ভাই team
    from kalaigaon ( Udalguri)

  • @bikashnath3396
    @bikashnath3396 Před 2 lety +30

    Next level team 💚 বিদুৰভাই 🔥

  • @chaofu_konsurajit5482
    @chaofu_konsurajit5482 Před 2 lety +9

    আচলতে আমাৰ বৰ্তমান সমাজত চলি থকা এটা সম্পূর্ণ সাধাৰন কাহিনী, যিটোৰ ৰূপ বিদুৰভাই প্ৰতিটো খন্দত প্ৰান পাই উঠিছে, আৰু প্ৰতিটো কাম আৰু চৰিত্ৰ ইমানেই সুন্দৰ ভাৱে কৰিছে যে ৬নং খণ্ড টো চাবলৈ আগ্ৰহৰে বাট চাই আছো। আনকি মোৰ মায়েও বহুত ভাল পাইছে চাবলৈ। ধন্যবাদ বিদুৰভাই সম্পূর্ণ পৰিয়াললৈ আৰু আশা কৰো আগলৈও এনেদৰে ভাল ভাল কাম কৰি যাৱ আৰু মনোৰঞ্জন দি যাৱ অসমৰ ৰাইজক🙏🙏

  • @reflectionassam
    @reflectionassam Před 2 lety +10

    Mur ringtone a Bidurvai d thoixu 🤣🤣

  • @physioruma
    @physioruma Před 2 lety +10

    মেনেজাৰ ছাৰৰ মাতটো বহুত ভাল লাগে❤❤from sivsagar

  • @yoyobhosriwaleee8912
    @yoyobhosriwaleee8912 Před 2 lety +20

    মেনেজাৰৰ পৰা "অপূৰ্ব" শব্দ টু এবাৰ শুনিবলৈ মন আছিল,,, আৰু সঁচাকৈয়ে উজ্জ্বল দাৰ অকটিঙ মানিছোঁ কিন্তু দেই🙏🙏🙏🙏🙏সকলোকে ধন্যবাদ,,,পাৰিলে বিদুর্ভাই খন টি ভি ত দিয়া ব্যৱস্থা কৰক,,,টি ভি ত যদি দিয়ে বেহৰবাৰী পাছত চাগে এখনেই জনপ্ৰিয় ধাৰাবাহিক হব,,,,আৰু music বনোৱা জনে কৈছে নতুন কিবা music এটা বনাই আছোঁ বুলি,,,, season1 টু শেষ হবই গতিকে নতুন music টু season2ত দিলে বেছি ভাল হব নেকি,,,,আৰু মানে সকলো বিদুর্ভাই বিদুর্ভাই

  • @bitudas5576
    @bitudas5576 Před 2 lety +9

    One of the best Assamese series বিদুৰভাই😍❤️❤️❤️❤️

  • @aongitagohain6465
    @aongitagohain6465 Před 2 lety +1

    কি কম ভাষা নাই বিদূৰভাই ইমানেই ভাল লগা ছিৰিজ মোৰ বহুত শুভেচ্ছা থাকিল অ

  • @dhurbojyotibordoloi7549
    @dhurbojyotibordoloi7549 Před 2 lety +4

    Ujjal daaaa...my favourite ❤❤❤❤❤❤ataitke val lage amar hokolure mukhot oha bea word tu koute

  • @bobysaikia8682
    @bobysaikia8682 Před 2 lety +4

    বিদূৰ ভাই।।।অপূর্ব।।বহুত বহুত শুভ কামনা

  • @adityabora8793
    @adityabora8793 Před 2 lety +9

    Ujjal da main....mur vl loga ata character...Mane acting moja lge..

  • @spHzrka7896
    @spHzrka7896 Před 2 lety +13

    Thnq NKTV for this show.......best wishes to all Bidurbhai family.

  • @rimjimdas8333
    @rimjimdas8333 Před 2 lety +4

    bohut val lagil hokoluke log pai ..bohut bohut bohut moja lage bedurvai sai .. Manajar k bohut val lage kobita tu bohut hundor hoise huni hosai val lagil

  • @bhaskarjyotibora1989male
    @bhaskarjyotibora1989male Před 2 lety +5

    এখন সুন্দৰ ৱেব চিৰিজ.... বহুত ভাল লাগিল চাই। 7 নম্বৰ এপিচুড টো কেতিয়া চাব পাম।

  • @NathStudioPrakash
    @NathStudioPrakash Před 2 lety +3

    এন.কে টিভিৰ বাইদেউ গৰাকী 🤗🙏🏼 মনটো সাংঘাতিক সুন্দৰ আৰু বিদুৰভাই গোটেই কেইটা খণ্ড একেদিনাই চালো বাপেকে ☹️ এ মজ্জা 🙈 বহুত বহুত শুভেচ্ছা থাকিল দেই টিম বিদুৰভাই 🙏🏼

  • @priyankaborah9561
    @priyankaborah9561 Před 2 lety +6

    গোলাঘাট বাসি হিচাপে আমি গৌৰাৱিত।

  • @monujsaikia2068
    @monujsaikia2068 Před 2 lety +9

    অশেষ ধন্যবাদ জনাইছো আপোনালোকৰ জৰিয়তে "বিদুৰভাই"ৰ সমূহ পৰিয়ালটিক একেলগে দেখা পাই

  • @mainachutia6384
    @mainachutia6384 Před 2 lety +18

    6 no episode কেতিয়া আহিব ,সাঁচি গছ চুৰ কৰিব গৈ কি হল চাব মন এটা আছিল পাৰে যদি সোনকালে release দিয়ক

  • @nimilitabaruah3758
    @nimilitabaruah3758 Před 2 lety +4

    Ujjal da bohut xohoj xorol nao.... Khub vl lgil atai k.... ❤ u all

  • @munmeedutta7689
    @munmeedutta7689 Před 2 lety +1

    Bidurbhai is Bidurbhai🙏
    Love frm Golaghat

  • @bichitradas5007
    @bichitradas5007 Před 2 lety +1

    Biduvai sai bht val lage. Kintu bht din wait kraise oo alp hunkle dibo parile.. Love uu biduvai team

  • @rboruah3358
    @rboruah3358 Před 2 lety +5

    অতি সুন্দৰ। বৰ ভাল লাগে চাই।

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

  • @priyankagogoi5159
    @priyankagogoi5159 Před 2 lety +3

    Bidurbhaai🥰🥰❤❤❤roi asu khub agrohere ahibo loga episode r babe

  • @padmasonowal894
    @padmasonowal894 Před 2 lety +3

    Proude fell krisu golaghator buli jani hodai support kri jam best acting camera t first time acet kora
    Jon . . love from golaghat merapani

  • @bidishagondhia4583
    @bidishagondhia4583 Před 2 lety +6

    বহুত ভাল লাগিছে চাই । best webseries...next episode ৰ বাবে অপেক্ষা কৰি আছো

  • @ambalikaburagohaingawliyas6635

    Nitu dai prothom bench khon sofa korute dhup jolaute m schoolor swakider buli vabiselu 😀।।agor hai janmoni anjona sua din burole monot pori jai🥰unexpected all character amazing ❤️

  • @subornagogoi4194
    @subornagogoi4194 Před 2 lety +2

    বিদূৰ ভাই।। অপূৰ্ব

  • @debasishbharali3960
    @debasishbharali3960 Před 2 lety +2

    Hundor bidurvai 💖💖💖🙏

  • @evogaming3249
    @evogaming3249 Před 2 lety +4

    বলিন দা মোৰ প্ৰিয় ❤️❤️❤️❤️❤️ বিগ friend দাদা 👍👍👍👍👍👍

  • @pinkusaikia8753
    @pinkusaikia8753 Před 2 lety +2

    Thankyou Bidurbhai all trem members

  • @renuborah8769
    @renuborah8769 Před 2 lety +1

    Moza hoise 👍 bidurbhai

  • @himrajdancer5843
    @himrajdancer5843 Před 2 lety +2

    Mjhhhh bidurvai 🔥🔥🔥😘😘

  • @Deep_Buragohain
    @Deep_Buragohain Před 2 lety +2

    Shyamoli Ba kotha bur bhal lage, Eman hundorkoi #interview tu loixu 😍

  • @karisma2682
    @karisma2682 Před 2 lety +1

    Xosai vhl lgil. Next episode xunkle diboloi onurudh krilu

  • @niranjangaming4502
    @niranjangaming4502 Před 2 lety +3

    Director dada janok Mr falor pora bahut bahut 🙏🙏🙏🙏🙏

  • @diptipathak1599
    @diptipathak1599 Před 2 lety +2

    সকলোৰে মুখত কেবল বিদুৰ ভাই, শেষত মইয়ো চাবলে ললো, বহুত ভাল লাগিছে।

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

  • @dare2know765
    @dare2know765 Před 2 lety +9

    এয়া সফল অসমীয়া ৱেব চিৰিজৰ আৰম্ভণি

  • @Chandan.Kumar.Barman2024
    @Chandan.Kumar.Barman2024 Před 2 lety +3

    বিদুৰভাইহঁত বাকি বাদ তহঁত সদায় জিন্দাবাদ✊ একদম অন্তৰৰ পৰা কৈছো দে ভাইহঁত❤️

  • @user-li4cv1sd3s
    @user-li4cv1sd3s Před 2 lety +4

    One of the best best Assamese series বিদুৰভাই❤️🔥

  • @omprokashsaikia7234
    @omprokashsaikia7234 Před 2 lety +4

    Ujjal mama keep it up brhiya lgise sai 6 no episode tur bbe roi asu

  • @bps5878
    @bps5878 Před 2 lety +8

    Bor ultimate bnaese ❤️🔥

  • @assamboyj.b3204
    @assamboyj.b3204 Před 2 lety +3

    Moja lagel dai bidurvai
    Aru amak ane dore upohar di jauk

  • @priyasaikia3075
    @priyasaikia3075 Před 2 lety +3

    Khosai Bidurbhai khon sai bht val lagil.. ❤️

  • @rikikoch1542
    @rikikoch1542 Před 2 lety +6

    মেনেজাৰে acting bhut vl lgsa......👏👏👏

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম..

  • @learntogether9895
    @learntogether9895 Před 2 lety +1

    Moi Assamese fillm houk ba serial nsau a kintu bidurvai bohut vl lgise

  • @johnmonisarma3759
    @johnmonisarma3759 Před 2 lety +2

    Lots of love from Guwahati Bidurbhai team

  • @U_turn365
    @U_turn365 Před 2 lety +2

    Great 👍🏿 interview tu sai adda t ktha pata jn lagise val lagi

  • @nagenbezbaruah4837
    @nagenbezbaruah4837 Před 2 lety +2

    বহুত ভাল লাগিছে দে 'বিদুৰভাই'....

  • @bidiscreation7377
    @bidiscreation7377 Před 2 lety +2

    Pankaj da ....ki ovinoy ooooooo🔥🔥

  • @Ayushpran.
    @Ayushpran. Před 2 lety +1

    Bidurvai ❣️❣️❣️❣️jindabad ❣️❣️❣️

  • @darpansaikia8779
    @darpansaikia8779 Před 2 lety +1

    Mur bohot vl lagile bidurbhai sai aru moi polytechnic te poha asilu Utjal da,Bolin da ,aru Nitu da aru sohore acting vl lagile love from Nagaon ❤️❤️❤️

  • @keshabentertaintment2816
    @keshabentertaintment2816 Před 2 lety +7

    'Bidur vair' proti tu anotorikota aru morom asei tar logote interview tu imn hundor vabe loise je tar babe baideuku doinyabad jasisu 😅
    Ujjal da amar golaghat polytechnicor hero 😍

  • @rupjyotimilimorang7974
    @rupjyotimilimorang7974 Před 2 lety +4

    One of the best assamese series বিদুৰভাই🔥

  • @nilutpalsaikia5852
    @nilutpalsaikia5852 Před 2 lety +7

    Ata kotha bujilu... Xdai kaam kri jbo lga success timet njay ahi jabo. Good job team

  • @pritam5790
    @pritam5790 Před 2 lety +1

    BIDURBHAI ❤️ Main🔥🔥🔥🔥

  • @jadavdutta9005
    @jadavdutta9005 Před 2 lety +1

    Bidurbhair police or acting ot kk da aru muhon daak lga love you bidurbhai family

  • @banumonibhattacharya9110
    @banumonibhattacharya9110 Před 2 lety +3

    বৰ ধুনীয়া অভিনয়,ধন্যবাদ।

  • @Rahuldeka12345
    @Rahuldeka12345 Před 2 lety +1

    অসমৰ চিনেমা জগত খনত বিদুৰভাই director জনে কিবা নহওক কিবা কৰিব কিন্তু মোৰ 110% বিশ্বাস আছে বহুত taylent আছে

  • @priyankapatar4390
    @priyankapatar4390 Před 2 lety +8

    অপূৰ্ব

  • @kabita_kaku
    @kabita_kaku Před 2 lety +3

    Golaghat r pora bhut bhut morom pothalu ..... ❤️❤️❤️

  • @riturajkalita2780
    @riturajkalita2780 Před 2 lety +2

    বিদুৰভাই বৰ মৰম লগা দেই 😉😉

  • @gogoidipu6130
    @gogoidipu6130 Před 2 lety +6

    বিদুৰভাই🌺🔥

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

  • @karishmasaikia710
    @karishmasaikia710 Před 2 lety +2

    Bidurbhai gulli🔥🔥🔥

  • @paponpatowary7815
    @paponpatowary7815 Před 2 lety +3

    Netflix t web series sua manuh aji amar akhomiya akhon web series aji mur prio agole u jen anekua web series bnai jai👍

  • @krishnakantasonowalkk9837

    বিদুৰভাাই আৰু এন কে টিভি দুয়োটি পৰিয়াললৈ আন্তৰিকতাৰে ধন্যবাদ জনালো৷পাঁচ নং খণ্ডতি পাচৰ বোৰ খণ্ড চাবপোৱা নাই ৷কেনেকৈ আৰু কেতিয়া পোৱাযাব জনাবচোন৷

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম...

  • @prcreation8179
    @prcreation8179 Před 2 lety +3

    Hosai bohut val lage bidurbhai sai,, love from golaghat...

  • @SamiranCartoons
    @SamiranCartoons Před 2 lety +2

    Bidurbhai juiii🔥🔥🔥🔥🔥

  • @mousumi2686
    @mousumi2686 Před 2 lety +2

    Joi bidur Bhai🤓🤞🔥❤️

  • @bishalsaikia5795
    @bishalsaikia5795 Před 2 lety +2

    Bht Bht Morom the whole Team ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @gaznigeming6232
    @gaznigeming6232 Před 2 lety +2

    Sir apuni juii 🔥🔥

  • @skoushikbhuyanofficial517

    বিদুৰভাই প্ৰতিটো চৰিত্ৰ য়ে মোৰ প্ৰিয় 🔥🔥🔥🔥

  • @dimpiborah3397
    @dimpiborah3397 Před 2 lety +2

    Bidurbhai😍😍😍

  • @aamibhardwaj4836
    @aamibhardwaj4836 Před 2 lety +1

    Gaan Tu kintu apurva.... Ready bear gift diya scene Tu moja... Bapeke dekhuwa posetu borhita

  • @jadumonithengal5510
    @jadumonithengal5510 Před 2 lety +3

    Next level bidurvai team...

  • @BiswajitDas-hu6xx
    @BiswajitDas-hu6xx Před 2 lety +4

    অনুষ্ঠান টো sai bht vl lagil bidurvai ru agbahi jouk

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম।।

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম।।

  • @rangdhalirupali2944
    @rangdhalirupali2944 Před 2 lety +7

    Bhal lagil Bohut....😘😘😘Lv you All

  • @monjitsonowal87
    @monjitsonowal87 Před 2 lety +9

    Good job 👍
    Conguletiletion

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম।।

    • @minabus2054
      @minabus2054 Před 2 lety

      czcams.com/video/jrQOpjHeIy0/video.html ছাৰ/বাইদেউ মই এজন অসমীয়া ডেকা।।চৰকাৰী চাকৰি পিছত নালাগি অতি কষ্টৰ মাজত নিজৰ ভৰিত থিয় হব বিচাৰিছোঁ।তাৰ বাবে মোক আপোনাকলোকৰ সহাঁৰি বহুত প্ৰয়োজন।মোক সহায় কৰে যেন।🙏🙏🙏 ধন্যবাদ।জয় আই অসম।।

  • @priyankasaikia5302
    @priyankasaikia5302 Před 2 lety +9

    Best webseries ❤️🔥🔥🔥🔥🔥🔥🔥🔥❤️👍👍👍👍👍👍👍👍👍

  • @guninphukan6267
    @guninphukan6267 Před 2 lety +2

    Nitu da mur aji idiea ata ase aji gari Ulta Kori solam set.... Mza bidurbhai Tim logote police Kai pokori sokori bike buli kobo nuarili 🤣🤣

  • @trishnathengal3522
    @trishnathengal3522 Před 2 lety +2

    Golaghat🔥🔥🔥🔥🔥...

  • @animapatar67
    @animapatar67 Před rokem

    সছাকৈ বহুত ভাল লাগিল বিদুৰ ভাই ছিৰিছ ছাই সকলোয়ে ভাল কৰিছে👌