লতাশিল বিহু সম্ৰাজ্ঞী ২০২৩ ।। কি কি প্ৰশ্নৰ সন্মূখীন হ’ল সম্ৰাজ্ঞীৰ প্ৰতিযোগী সকল ??

Sdílet
Vložit
  • čas přidán 18. 04. 2023
  • লতাশিল বিহু সম্ৰাজ্ঞী ২০২৩ ।। কি কি প্ৰশ্নৰ সন্মূখীন হ’ল সম্ৰাজ্ঞীৰ প্ৰতিযোগী সকল ??

Komentáře • 108

  • @mohannath6515
    @mohannath6515 Před 3 měsíci +11

    সুন্দৰ , বিহু অসমীয়া জাতিৰ স্বাভিমান হৈ ৰ’ক ৷

  • @babitabhuyan4027
    @babitabhuyan4027 Před 2 měsíci +3

    Oti xundor onusthan eti 👌🏽👌🏽👌🏽

  • @ajaymoran8692
    @ajaymoran8692 Před 2 měsíci +1

    তোমাক মৰম লাগে ১ নম্বৰ নাচনী জনী।তোমাক ভাল লাগে মোৰ।

  • @juridevi8544
    @juridevi8544 Před rokem +24

    কমাৰণী, কুমাৰণী, উঁই প্ৰতিটোৱেই বেলেগ।।।। সকলো দেখোন একাকাৰ কৰি পেলালে।।।।।

  • @starmediaazz4907
    @starmediaazz4907 Před 2 měsíci +1

    Dhunia ❤❤❤❤❤❤❤❤

  • @nanghunpha
    @nanghunpha Před 5 měsíci +11

    বহাগ বিহুৱে কৃষি আগমন আনে

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v Před 2 měsíci +2

    সুন্দৰ

  • @jinagogoi9030
    @jinagogoi9030 Před měsícem +3

    মাটিৰ বাচন গঢ়োতাক কুমাৰ বোলে । মাটিৰ বাচন বা ঘট ,টেকলি গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন ।কেকুৰা গাঁতৰ মাটিও আলতীয়া সেয়েহে সূতুলি বনাবলৈ কেকুৰা গাঁতৰ মাটি বা কুমাৰ মাটি ব্যৱহাৰ কৰা হয় ।

  • @axomia4018
    @axomia4018 Před 3 měsíci +9

    Bisarok gorakiyei ekuyei njane.. bhul bhul ke kiyo koise.. knowledge nathakile bisarokor aakhonot kiyo bohise..

  • @dipulhazarika4501
    @dipulhazarika4501 Před rokem +14

    বিচাৰকে ভুল কৰিছে ক'মাৰনী আৰু ওৰি একে নহয়।

  • @NiyatiThakuria
    @NiyatiThakuria Před 2 měsíci +1

    Moja ❤❤😊🤝🌹

  • @p.gvlogscharaideo9332
    @p.gvlogscharaideo9332 Před rokem +18

    কমাৰনি নহয় কুমাৰনি বুলি কওঁ আমি।আৰু কেকুৰা গাতৰ মাটিৰে সজা হয় বুলি সৰুৰে পৰা শুণি আহিছোঁ।ধন্যবাদ🙏

    • @ajaymoran8692
      @ajaymoran8692 Před 2 měsíci +1

      হয়,আৰু উই পোক আৰু কুমাৰণি বেলেগ কিন্তু

  • @jagadishchandragogoi9758
    @jagadishchandragogoi9758 Před rokem +26

    কোমাৰনীক উই পুক বুলি কোৱা নহয় I আমি নাজানো তেওঁ কেনেকৈ বিচাৰক হৈ হৈছে আৰু তেওঁ কেনেকৈ উক্ত পদটো অৰ্জন কৰিলে I নিশ্চিতভাৱে তেওঁ বেকড’ৰৰ পৰা অধিগ্ৰহণ কৰিছিল

  • @pranabjyotihazarika1479
    @pranabjyotihazarika1479 Před rokem +20

    প্ৰথম বিহুৰ মঞ্চ বেতিয়নী গোলাঘাট এই কথা বোৰ যদি আপোনালোকে নাজানে তেন্তে কিয় বিচাৰকৰ আসনত বহিছে ।তথ্য লাগে যদি আমাৰ লগত যোগাযোগ কৰক।

  • @abhinov9397
    @abhinov9397 Před rokem +11

    Hundr try all of u❤️

  • @bedasri
    @bedasri Před 3 měsíci +1

    Good try ❤❤❤

  • @satyarekhabordoloi7547
    @satyarekhabordoloi7547 Před rokem +19

    বিচাৰকৰ বিচাৰ সঠিক হ’ব লাগে ৷
    কমাৰ আৰু কুমাৰৰ পাৰ্থক্য কি ?
    কমাৰণী নহয় কুমাৰণী ৷
    সুতুলি কেকোঁৰা গাঁতৰ মাটিৰে তৈয়াৰ কৰে বুলিয়েই জানো ৷

    • @ajaymoran8692
      @ajaymoran8692 Před 2 měsíci +1

      ৫ নম্বৰ জনী মথাটো পাগলী নেকি মুখ বৰকৈ চলায়।

  • @_gayatri_dutta
    @_gayatri_dutta Před 5 měsíci +4

    Gd❤

  • @dharmendradeka7606
    @dharmendradeka7606 Před rokem +17

    বাইদে সুতুলি কেঁকোৰাৰ গাতৰ মাটিৰেহে বনাই বুলি জানি আহিছো

  • @user-zv3kv9uq1u
    @user-zv3kv9uq1u Před 3 měsíci +3

    কমাৰনি নহয় কুমাৰনি বুলি কও আমি

  • @santikam22
    @santikam22 Před rokem +17

    ৫ নং বিচাৰক গৰাকীৰ জ্ঞান কম যেন লাগিছে।

  • @bubulkalita7172
    @bubulkalita7172 Před 5 měsíci +2

    সুতুলি কুমাৰনীৰ মাটিৰ পৰাই সজা হয়।

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v Před 2 měsíci +1

    সুতুলী কেকোঁৰা গাঁতৰ মাটিৰে সাজে।

  • @niradachetia4914
    @niradachetia4914 Před rokem +13

    উইঁ
    পোক নহয় ও

  • @punusonowal2820
    @punusonowal2820 Před rokem +4

    Rajashree nath a pabo lagisil

  • @nitumonisonowal4750
    @nitumonisonowal4750 Před rokem +4

    বিচাৰক দুই গৰাকী 5 আৰু 2 অহা বছৰ অলপ ভাল দলে বুজী আৰু শুনি আহে তাৰে আশা কৰো ।

  • @-RanjuDoley20
    @-RanjuDoley20 Před 5 měsíci +4

    A necessary programme ❤❤❤❤

  • @popigogoi7072
    @popigogoi7072 Před rokem +6

    Moja

  • @nikhagogoi7349
    @nikhagogoi7349 Před rokem +7

    Hutuli kakuea gatr matira bonai

  • @pmsingpho4555
    @pmsingpho4555 Před rokem +5

    Nice sharing new friend holu dae akha koru muru friend hoba buli

  • @ADVANCEASSAM-pp4eo
    @ADVANCEASSAM-pp4eo Před měsícem

    সুতূলি এই বহাগত ময় প্ৰাই ১৫০ টা মান বিক্ৰি কৰালোঁ । বাৰু সেইয়া ঝিয়েই নহক । সুতুলি কুমাৰনী মাটিৰে নবনাই নেকি । কাৰন সেই মাটিত এঠা নাথাকে মানে সুতুলী বনাবৰ বাবে যিমান পৰিমানৰ এঠা লাগে । আৰু সুতুলী কুমাৰ মাটিৰে বনাই । অথাত মাটিৰ পাত্ৰ বনাবৰ কাৰনে যি মাটি লোৱা হয় । আৰু আজি কালি মাটিৰৰ সুতুলি বৰ বেছি বজোৱা দেখা নাজাই দুই এজনেহে বজাই সঘনে বহৰে বজোৱা দেখা জাই । আৰু এটা কথা উৰি মাটি নহয় কাৰন এই মাটিৰ এঠা খোৱ কম ময় বনাই চাইছো ভাঙি জাই । যদি বিজ্ঞানৰ মতে চাই এই মাটিৰ ভাগ হব দ' আলতিয়া মাটি । প্ৰতিযোগিক ভুলটো দেখাই দিয়াতো ভাল কিন্তু শুদ্ধটো ভুল কৰি দিয়াটো দুখৰ কথা । আছল কথা সুতুলি এঠা জাতিয় মাটিৰ পৰা হবয়েই আৰু এই মাটি সাধাৰন ভাবে কেকোৰা গাতত অতি সহজে পোৱা যায় । অসমীয়াত এটা কথা আছে । শুনা কথাত নিদিবা কাণ । দেখি শুনিওঁ তিনিটা প্ৰমান । চিচাৰক মোহোদয় সুতুলী এটি নিজে বনাই চাবচোন । বিৰ্তকৰ বাবে কথাখাৰ নহয় । নিজে বনাও বাবে কলোঁ ।

  • @probhatkonwar3631
    @probhatkonwar3631 Před rokem +3

    কেকুৰা গাতৰ মাটিৰেহে হোতুলি বনাই বুলি জানো

  • @SwarnalataChelleng
    @SwarnalataChelleng Před měsícem

    😊😊😊

  • @khirodadevi4099
    @khirodadevi4099 Před 3 měsíci +1

    কমাৰনী নে কুমাৰনী পোকটোৰ নাম ? কমাৰ আৰু কুমাৰৰ অৰ্থ দুটা বেলেগ বেলেগ অৰ্থ আছে ।

  • @user-fj3js8yj8x
    @user-fj3js8yj8x Před 3 měsíci +1

    Pithat

  • @tanaydas9923
    @tanaydas9923 Před rokem +8

    কমাৰনী মাটী নহয় ।টেকেলী কলহ বনোৱা কুমাৰনী মাটী ।আৰু আচল হুটুলী কেকুৰা।গাতৰ মাটীৰেহে বনাই ।

    • @babygogoi1503
      @babygogoi1503 Před rokem

      Hoi moiu vabisu hutuli asolote kakura gator mati bulihe janu aru hei2 bihu gitotu guwa hoiye

  • @ArunMili-us6wr
    @ArunMili-us6wr Před 10 měsíci +3

    Bohag bihu he notun boshor agomon kore ..heitu hoi janu ..😂😂😂

  • @barnalikalita9668
    @barnalikalita9668 Před 3 měsíci +1

    Vote for sangita rabha

  • @HemendraSarma-tp8ge
    @HemendraSarma-tp8ge Před rokem +3

    Informative blog.., 🎉 congratulations,😊

  • @prakashgogoi3077
    @prakashgogoi3077 Před rokem +4

    Khetir

  • @dipankarrabha9272
    @dipankarrabha9272 Před rokem +1

    কুমাৰণী এটা বেলেগ পোক আৰু উই পোক এটা সম্পূৰ্ণ বেলেগ পোক পাচ নং বিচাৰকে কেনেকৈ শুদ্ধ বুলি কলে ৷

  • @jagatborah8184
    @jagatborah8184 Před 3 měsíci +1

    অসমীয়া নতোন বছৰৰ । কেৱল নুন বছৰ নহয় ।

  • @user-tw8ri5cb6g
    @user-tw8ri5cb6g Před měsícem

    Bihutuk
    Bisarokhokalai sakh korib Nani

  • @jagatbora-cq1ek
    @jagatbora-cq1ek Před rokem +6

    নিজে ভালকৈ নজনাকে বহোৱালী কৰাতো ভাল কথা নহয়।

  • @Digitalvlogs98
    @Digitalvlogs98 Před rokem +2

    Ami krikherhe agomo bole janu.bisak howa noles nai judi siki loba bhul kori kio kowa nutun jenerosone aneki ki sikibo.bhul kotha ata sikibo.

  • @user-bv3wd5rv1v
    @user-bv3wd5rv1v Před 3 měsíci +2

    ঢোল আম গছৰ পৰা বনোৱা নহয়...চামকঠাল আৰু গমাৰি গছৰ- পৰাহে বনোৱা হয়...

  • @neelimadevi9393
    @neelimadevi9393 Před rokem +5

    বহাগ মানে নতুন বছৰৰ আগমন নহয়।বহাগ মানেই নতুন বছৰ আৰম্ভ হলেই দেখোন। বহাগ আচলতে বাৰিষাৰ আগমন।

  • @DhaniRam-dx1do
    @DhaniRam-dx1do Před 2 měsíci

    😊😊

  • @nirupamaburagohain4555
    @nirupamaburagohain4555 Před 10 měsíci +1

    G GB

  • @himashre814
    @himashre814 Před rokem +3

    Nice ❤

  • @rudrendranathduarah1216
    @rudrendranathduarah1216 Před 3 měsíci +1

    Moitu narikol gosor pora bonaishilu

  • @neelimadevi9393
    @neelimadevi9393 Před rokem +4

    উঁই পোক আৰু কমাৰনি একেটাই নহয়।কমাৰনি আচলতে পতঙ্গ বুলিহে জানো।

  • @dipabhuyan3684
    @dipabhuyan3684 Před 3 měsíci +3

    উইপক নকয় সেইতো কমাৰণি বুলিয়েই কয়

  • @sumideb6651
    @sumideb6651 Před rokem +2

    Oi

  • @ayangdoley742
    @ayangdoley742 Před 2 měsíci

    u .No . Answar

  • @user-wh2ux2qd3f
    @user-wh2ux2qd3f Před 3 měsíci +1

    কজজঠজঞ❤❤❤❤😂

  • @krishnakamalrajkhowa2374
    @krishnakamalrajkhowa2374 Před 2 měsíci

    Assamese nababorsha

  • @budhinbania6643
    @budhinbania6643 Před 2 měsíci +1

    1952 son 1962😅😅😅😅

  • @birendeka9307
    @birendeka9307 Před rokem

    সুতুলি কেঁকুৰা মাটিৰে বনাই বুলি জানো

  • @himangshuborah2433
    @himangshuborah2433 Před 5 měsíci

    ❤ 😂. 😅. 😊

  • @jagadishchandragogoi9758

    নূন্যতম জ্ঞান নথকা এই ধৰণৰ বিচাৰকক আমি বৰ্জন কৰিব লাগে

  • @PubmuraniamguriNAMGHAR
    @PubmuraniamguriNAMGHAR Před 5 měsíci

    বিছাৰকেও নাজানে কমানি পুক কি ,

  • @kanakkalita3396
    @kanakkalita3396 Před rokem

    Kumaroni mati mohi kumar mati jitu neki kumare ghat koloh bonabor babe use kora hoi

  • @himanshusaikia3816
    @himanshusaikia3816 Před rokem

    Xorute amak dhemalite je prosno krisil,,ejupa gosot 10ta chorai asil ata guli mari morile keta thkibo..tenedhoronor prosno xuddhise..bihu koinya protijukitatu enekua low standart prosno nusudhe..

  • @recipe5293
    @recipe5293 Před 3 měsíci

    😢😢 vu

  • @aleeborgohain7439
    @aleeborgohain7439 Před 2 měsíci

    Kumaroni aru uui pook eke nahai

  • @Matu-sj1kn
    @Matu-sj1kn Před 5 měsíci

    1952sonot.

  • @jagadishchandragogoi9758

    নতুন বছৰ আৰম্ভ নকৰে ই কৃষি আৰম্ভ কৰে

  • @HappyClam-fo3pw
    @HappyClam-fo3pw Před 2 měsíci

    হহ jhjhjh
    ।. HH maharaja 😮 in

  • @bijithazarika7363
    @bijithazarika7363 Před rokem

    বিচাৰক মন্দলি কথা বেছি কৰিছে ।

  • @umeshsarania-lo8zd
    @umeshsarania-lo8zd Před 3 měsíci

    কি কম বিচাৰকৰ ভুল😂😂

  • @bindassabhi5100
    @bindassabhi5100 Před rokem +67

    1934 manch bihu kot hoise bisarok baideu khabr lobo sun......?

  • @BandanaBoro-zc4yw
    @BandanaBoro-zc4yw Před 2 měsíci

    1952 year Lotashill xelpothar

  • @user-ix8vd1kk6n
    @user-ix8vd1kk6n Před 3 měsíci

    Uippl

  • @sewalichalihakalita6912
    @sewalichalihakalita6912 Před rokem +3

    সুতুলি কমাৰ মাটি নহয় নেকি? কুমাৰ মাটিহে হব লাগিছিল নেকি।

  • @lavitadeka_
    @lavitadeka_ Před rokem +1

    Anchor jonik ekdom vl loga ni

  • @boramusicalyoutube8183
    @boramusicalyoutube8183 Před 2 měsíci +1

    Bisarok r bul hoise

  • @user-tw8ri5cb6g
    @user-tw8ri5cb6g Před měsícem

    Puktua hutulia nobonai komaroniya bonuwa matiare hutulia bonai

  • @jurigogoi4048
    @jurigogoi4048 Před rokem

    Kmarni matire hutuli nbnai hutuli kekuya gator Matire bonai

  • @Princesslearninghub
    @Princesslearninghub Před rokem +2

    🤣🤣komaroni ru uii puk blg blg

  • @sangakashpinkymohan407

    Kun aigoraki bisarok

  • @parismitaborah4993
    @parismitaborah4993 Před rokem

    Mur mote rajashree answering right asil...

  • @axomiya12lora
    @axomiya12lora Před rokem

    বে ৷ টিয ৷ নি

  • @lakhimitrunjoi
    @lakhimitrunjoi Před rokem

    Faltu bisarok aibur..ghus khai Kam kore ehote. June pbo lge ty npy ..nabo logiya bure kio pay. Tokai hokolu nk apunalukor krne. Miu bohut bihu nasisu kintu aji kli bisarok buror mogojot mall nay ghuss khai Kam kore ehot murkho bure

  • @shyamvlog223
    @shyamvlog223 Před rokem

    Judge rae wrong

  • @satramborah8047
    @satramborah8047 Před 5 měsíci

    Noton.bosarr.sagomn