টোকাৰী গীত । কণ্ঠত-- মৃদুল দুৱৰা ।

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • 20230528-161940.avi

Komentáře • 97

  • @sibanihazarika506
    @sibanihazarika506 Před 11 měsíci +2

    Oti xhondor tukari geet 🙏🙏🙏🙏

    • @prohladdowarah4057
      @prohladdowarah4057  Před 11 měsíci

      অশেষ ধন্যবাদ থাকিল তোমালৈ । বন্ধু নাইহোৱা যদি হ'বলৈ অনুৰুধ কৰিছো তোমাক । মই নিশ্চই বেক কৰিম ।

  • @rockwarry9305
    @rockwarry9305 Před 10 měsíci +1

    Bahut hundor hoisay 👍

    • @prohladdowarah4057
      @prohladdowarah4057  Před 10 měsíci +1

      অশেষ ধন্যবাদ জনালো বন্ধু ।

  • @rishuduliajan750
    @rishuduliajan750 Před rokem +2

    Mojaaaaaaaaa❤❤❤

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      বহুত বহুত ধন্যবাদ থাকিল ।

  • @joydeepdas7439
    @joydeepdas7439 Před rokem +1

    অতি সুন্দৰ 👌

  • @bijunath8664
    @bijunath8664 Před 10 měsíci +1

    ভাল লাগিল

    • @prohladdowarah4057
      @prohladdowarah4057  Před 10 měsíci +1

      বহুত বহুত ধন্যবাদ বন্ধু । সুখী হলো ।

  • @NITUNath-zm7qd
    @NITUNath-zm7qd Před 6 měsíci +1

    ধুনীয়া ‌লাগিছে দে ❤❤❤❤❤

  • @official4844
    @official4844 Před 11 měsíci +1

    Val lagil.krisna🙏🙏🙏

    • @prohladdowarah4057
      @prohladdowarah4057  Před 11 měsíci

      আইঐ এইটোও চালা । বহুত সুখি হলো দেই । আৰু গাইযাবা দেই ।

  • @RatulGayon
    @RatulGayon Před měsícem +1

    অতি সুন্দৰ টোকাৰী গীট গালে তাৰ বাবে দুৱাৰা বাপক ধন্যবাদ জনালো লগতে টোকাৰী বাদককো ধন্যবাদ জনালো ।কৃষ্ণ ।

    • @prohladdowarah4057
      @prohladdowarah4057  Před měsícem

      @@RatulGayon বহুত বহুত ধন্যবাদ জনালো । চিনাকী চিনাকী যেন লাগিছে আপোনাক ! সুন্দৰ মন্তব্য পাই বহুত সুখি হলো ।

  • @SubashRabhaRABHAsubash.
    @SubashRabhaRABHAsubash. Před rokem +1

    Mojjjja👍🥰💓💓

  • @jayantachetia4488
    @jayantachetia4488 Před 11 měsíci +2

    সুন্দৰ কণ্ঠ ভাল লাগিল দটৰা বাদক জন অভিজ্ঞ ব্যওি ধণ্যবাদ।

    • @prohladdowarah4057
      @prohladdowarah4057  Před 11 měsíci

      ইমান সুন্দৰ প্ৰসংসা কৰিলে আপোনী । মইতু ভালকৈ শিকাই নাই । চেষ্টাহে কৰি আছো । সুন্দৰ মনাব্যই উৎফুল্লিত কৰিলে । বহুত বহুত ধনবাদ জনালো । মই new friends হ'বলৈ ওলাইছো অনুগ্ৰহ কৰি সহায় অকণমান কৰিলে কৃতাৰ্থ হম ।

  • @rashmirekhadihingia2404
    @rashmirekhadihingia2404 Před 10 měsíci +1

    সুন্দৰ

  • @housewifebornali2020
    @housewifebornali2020 Před rokem +2

    বহুত ভাল লাগিল টোকাৰীৰ গীত।

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      বহুত বহুত ধন্যবাদ থাকিল ।

  • @sunamduwarah8564
    @sunamduwarah8564 Před rokem +2

    অতি মধুৰ আৰু শুৱলা ক্ৰমান্বয়ে হেৰাই যাব ধৰা এই গীত সমূহ জীয়াই ৰাখিব পৰা এনে শিল্পী সকল আমাৰ বাবে অতি শ্রদ্ধাৰ আৰু সন্মানীয়

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem +1

      আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো । আপোনাৰ মধুৰ প্ৰেৰণা মূলক মন্তব্যই আমাক আপ্লুত কৰিলে ।

  • @Dhemajirsampriti
    @Dhemajirsampriti Před rokem

    Baah ! Ki hundor 😊❤👌

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem +1

      অশেষ ধন্যবাদ জনালো দেই ।

  • @BanashareeBailung-cz8oy

    সুন্দৰ লাগিছে্

  • @chimpeemixed
    @chimpeemixed Před rokem

    Bohut val lagel sai

  • @manjurisvlog5038
    @manjurisvlog5038 Před rokem

    Lkdn bor bhal lagil👌👍

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      বহুত বহুত ধন্যবাদ জনালো ।

  • @dulalbarman477
    @dulalbarman477 Před 11 měsíci +1

    Vl lagil

    • @prohladdowarah4057
      @prohladdowarah4057  Před 11 měsíci

      অশেষ ধন্যবাদ জনালো দেই ।

  • @villagegirlnaturallover
    @villagegirlnaturallover Před rokem +1

    👏👏👏👏👌👌👍🙏

  • @rupalisaikia8692
    @rupalisaikia8692 Před rokem

    khub val lagil dei👍🙏

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      অশেষ ধন্যবাদ জনালো সুন্দৰ কমেণ্ট পাই ।

  • @flower972
    @flower972 Před rokem

    Hi, friend~
    Nice video!🥰🥰🥰👏🏽👏🏽👏🏽

  • @jitumaramivlogs
    @jitumaramivlogs Před rokem

    Oti xundor 😊😊

  • @hassanzahwi7226
    @hassanzahwi7226 Před rokem

    This video was very helpful and useful..🥰

  • @benudhargogoi9005
    @benudhargogoi9005 Před 10 měsíci +1

    🙏🙏🙏

  • @Borneellifestyle3860
    @Borneellifestyle3860 Před rokem

    Val lagil,,,emn dhunuya kontha

  • @sunamduwarah8564
    @sunamduwarah8564 Před rokem +1

    নিজ গৃহত ইয়াৰ পাছত প্রাকৃতিক শুভাৰমাজত সঁচাই এক সুন্দৰটোকাৰী গীত লগতে ইমান সুন্দৰকৈ বাদ্য সংগত কৰিছে স্বয়ং আপোনি নিজে এনে টোকাৰী গীত আপোনাৰ চেনেলৰ জৰিয়তে শুনাৰ উপভোগ কৰাৰ মাদক তাই সুকীয়া

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      আপোনাক কি বুলিনো ধন্যবাদ দিও ভাষাই বিচাৰি নাপাঁও । এনে মন্তব্যই জীয়াই থাকিবলৈ প্ৰেৰণা দিয়াত সঁচাকৈ আপ্লুত হলো । মনৰ পৰা শুভেচ্ছা জনালো ।

  • @anitabiswash355
    @anitabiswash355 Před rokem

    Xundor

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem +1

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ ।

  • @FilmiStarsNS
    @FilmiStarsNS Před rokem

    मधुर tokarigeet,,बिग lk keep it up 👍❤❤❤

  • @pompiborahlifestyle4264

    Tukari maat tu huni eman bhl lage, bor hundor kontho ,manuh jonor, bhl lagil 👍💕😊

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালো ।

  • @dipadebnath2657
    @dipadebnath2657 Před rokem

    Radha radha

  • @Gitumoni1993
    @Gitumoni1993 Před rokem

    Bohut val lagel dai honi😊

  • @rajashridas1955
    @rajashridas1955 Před rokem +1

    বৰ ভাল লাগিলে টোকাৰী গীত শুনি 🙏🙏🙏 আগতে ৰেডিঅ' ত ৰাতিপুৱাই বহুত দিছিলে বৰ সুন্দৰ কণ্ঠ ❤🙏 উমাকান্ত বৈৰাগী ৰ বহুত শুনিছিলো আপোনাৰ লগত বন্ধু হৈ আছোঁ সময় পালে চাব

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালো । কিয় নাচাম বাৰু ? সকলোৰে চাবলৈ যত্ন কৰো ।

  • @sdevi8825
    @sdevi8825 Před rokem

    Bhut bhal lagil new friend hlu dei

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      বহুত বহুত ধন্যবাদ জনালো । মোৰ বন্ধুৰ তালিকাত আপোনাৰ নাম কালিনে আজি ৰাতিপুৱা সুমুৱাই থোৱা আছে ।

  • @bumonisvlog5550
    @bumonisvlog5550 Před rokem

    Nice sharing

  • @anamikavlogs429
    @anamikavlogs429 Před rokem

    ধুনীয়া হৈছে বন্ধু হলো তুমিও হবা বুলি আশা কৰিলো ❤ধন্যবাদ

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      আমাক দৰ্শন দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ যাচিলো । আৰু কিছু মূহূত্বৰ অন্তত মইও বন্ধু হ'বলৈ গৈ আছো ।

  • @sikhapankajvlog3670
    @sikhapankajvlog3670 Před rokem

    বহুত ভাল লাগিল দেই মোৰ video saba dei

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      অশেষ ধন্যবাদ থাকিল । নিশ্চই এতিয়াই চাম ।

  • @priyanka540
    @priyanka540 Před rokem

    Beautiful blog.sai vl lgel dei . anekoi aaguwai jauk . .. aji 1st time video sai new frnd holu mur u hbo dei .328no

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      অতি আদৰেৰে আপোনাক স্বাগতম জনালো । নিদিষ্ট সময়ত নিশ্চই সহাৰি জনাবলৈ তথা বন্ধু হ'বলৈ গৈ আছো । নতুন বন্ধুৰ বাবে অশেষ ধন্যবাদ জনালো ।

  • @junmoniborah1996
    @junmoniborah1996 Před rokem +1

    Val lagil 🙏🙏🙏 muru video sabo 🙏🙏🙏

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      বহুত বহুত ধন্যবাদ থাকিল । নিশই চাম ।

  • @animarabha1046
    @animarabha1046 Před rokem

    Val lagil moru sab 🙏

  • @joyantochetia2108
    @joyantochetia2108 Před 10 měsíci +1

    Asibad korisu agoloi anekua tukari geet bilak gai jok

    • @prohladdowarah4057
      @prohladdowarah4057  Před 10 měsíci +1

      ধন্যবাদ বন্ধু । তোমালোকৰ আৰ্শীবাদ শিৰত লৈ যিমান পাৰো প্ৰকাশ কৰিবলৈ যত্ন কৰিম । ভিডিঅটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালো । আগলৈও এনে সুন্দৰ মন্তব্য পাম বুলি আশাৰেৰে ।

  • @runimaskitchenandvlog9140

    Tukari geet xuni val lagele 👍 stay connected muru video disu sabo dee

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ থাকিল ।

  • @Jitusmitadeka4518
    @Jitusmitadeka4518 Před rokem

    Hundar.. friend hoi asu de.. please stay connected

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      ধন্যবাদ । মইও আগতীয়াকৈ friends হৈ আছো ।

  • @asomiyabuwariamarjyoti1880

    Mojja Time ple mor video bor sbo 🙏🏿

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      ধন্যবাদ জনালো । চাম চাম কিয় নাচাম বাৰু ?

  • @rbskitchen5203
    @rbskitchen5203 Před rokem

    Bohut bhal lagil, full video sai new life time friend holu muku back korile bhal lagibo 😊

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      নথৈ আনন্দিত হলো । লগতে new friends ৰ বাবে অশেষ ধন্যবাদ জনালো । কিছু সময়ৰ পাছতে মই বেক কৰি দিম আৰু সহায় সহযোগ কৰি যাম ।

  • @indiaebazaar
    @indiaebazaar Před rokem

    মই তোমাৰ লগত বান্ধবি হলো (329+1) তুমি মোৰ লগত বান্ধবি হবানে

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      সময়ৰ অভাৱত কমেণ্ট পঢ়িবলৈ থাকি গৈছিল । বেয়া নোপোৱা যেন । মই এতিয়াই বান্ধৱী হ'বলৈ লৈছো ।

  • @joydeepdas7439
    @joydeepdas7439 Před rokem

    তোমাৰ ভিডিঅ' চাই বান্ধবি হলো তুমি মোক সহায় কৰিবা বুলি ভাবিছোঁ মই তোমাৰ লগত সদায় আছোঁ

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      মই বন্ধু হৈয়ে আছো । মইও সদায় suport দি যাম ।

  • @kalpanafamilyvlogs-1245

    Hi

  • @gitanjalibora6389
    @gitanjalibora6389 Před rokem

    xundor kontho .val lagil manuh jonr maat tu .lgte ajir pora apunar notun frnd holu .335pa336sub kori.apuniu mur video sai frnd hbo buli akha thakil dei.

    • @prohladdowarah4057
      @prohladdowarah4057  Před rokem

      সুন্দৰ মন্তব্য লগতে নতুন বন্ধুৰ বাবে অশেষ ধন্যবাদ যাচিলো । নিদিষ্ট সময়ত বন্ধু হ'বলৈ গৈ আছো ।