tokari gite .টোকাৰী গীত।।ধৰ্ম ৰাজyudhisthi. ।

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • অসমীয়া ভক্তিমুলক টোকাৰী গীত।

Komentáře • 33

  • @mridulsongs842
    @mridulsongs842 Před 9 měsíci +3

    সুন্দৰ❤❤❤

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 9 měsíci

      গীতটি শুনি মতামত প্ৰকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci

    সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন তথা গীতৰ সুৰ শুনি মই অতিকৈ আনন্দ পাইছো ধন্যবাদ থাকিল আৰু শুভেচ্ছা জনালো সকলোলৈ,

  • @user-zx8br6ux7h
    @user-zx8br6ux7h Před 11 měsíci +1

    সুন্দৰ গীত।

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 10 měsíci

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +1

    নমস্কাৰ গ্ৰহণ কৰিব, তাহানিতে ডিব্রুগড় আকাশ বানীত শুনিবলৈ পাইছিলো কিন্তু আক এবাৰ শুনিবলৈ পাই অতিকৈ আনন্দ পাইছো ধন্যবাদ তথা শূভেচছাথাকিল

  • @jatinsarmah2300
    @jatinsarmah2300 Před 11 měsíci +1

    আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগে প্ৰথম শুনিছিলো ৷ পুনঃ শুনিবলৈ পাই অতিশয় আনন্দিত হলোঁ ৷

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 11 měsíci +1

      গীতটি শুনি মতামত জনোৱা বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +3

    তাতোকৈ ডাঙৰ কথা এইযে আপুনি তাহানিৰ কৰৱ পানদবৰ যুদ্ধৰ কথা আউৰাই দিয়াত অতিকৈ সুখ পাইছো সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে সেয়ে আপুনি গাই যাওক,

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 8 měsíci +1

      গীতটি শুনি আপোনি যি মন্তব্য আগবঢ়ালে তাৰবাবে আপোনালৈ অশেষ ধন্যবাদ🙏। পাৰিলে আপোনাৰ নাম্বাৰ টো দিবচোন, চিনাকি হম।

    • @paragkokor
      @paragkokor Před 3 měsíci

      May name is dharani kr konch I loved to Hari nam pleess youlog dile bhot bhot hokhi thenks

  • @UtjalJyotiChutia
    @UtjalJyotiChutia Před 4 měsíci +1

    ❤❤❤🙏🙏🙏🙏

  • @prohladdowarah4057
    @prohladdowarah4057 Před rokem +1

    সুন্দৰ ! ❤❤❤❤

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před rokem +2

      গীতটি শুনি মতামত জনোৱা বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ, উপাই নাই কি কৰিম এনেকৈ পঠিয়াই দিলো।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +1

    সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ শুনি মই মনতে সুখ অনুভৱ কৰিছোঁ আপোনালোক সকলোলৈ নৱবর্ষ ৰ শুভেচ্ছা জনালো আৰু বিহু ৰ শুভেচ্ছা জনালো, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন,

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 8 měsíci

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ🙏🙏

  • @dowarah45
    @dowarah45 Před rokem +2

    Nice song

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před rokem

      গীতটি শুনি মতামত জনোৱা বাবে আপোনালৈ অশেষ ধন্যবাদ।

  • @ratulgogoi1244
    @ratulgogoi1244 Před rokem +1

    Nice

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před rokem

      গীতটি শুনি মতামত জনোৱা বাবে আপোনালৈ অশেষ ধন্যবাদ।

  • @joyantochetia2108
    @joyantochetia2108 Před 10 měsíci +1

    Anekoi gai jok asibad thakil

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 10 měsíci +1

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ।

    • @mamonigogoi1333
      @mamonigogoi1333 Před 7 měsíci

      A"​@@mriduldowarahsong1434

  • @paragkokor
    @paragkokor Před 3 měsíci +1

    Enekua dharmik harinam ratipua aru gadhuli paley bhal pau

  • @akhilgogoi1869
    @akhilgogoi1869 Před 7 měsíci +1

    Val lagil Krishna

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 7 měsíci

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ🙏🙏🙏।

  • @probalkhataniar2919
    @probalkhataniar2919 Před 7 měsíci +1

    দুৱৰা প্ৰভু টোকাৰী গীতৰ মহত্বৰ পূৰ্ণ প্ৰকাশ আপোনাৰ গীতত আগবাঢ়ি যাওঁক🙏

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 7 měsíci

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ🙏🙏🙏।

  • @anantaborgohain3971
    @anantaborgohain3971 Před 7 měsíci +1

    🙏🙏

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 7 měsíci

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ🙏🙏🙏

  • @muhiboruah2104
    @muhiboruah2104 Před 10 měsíci +1

    বৰ সুন্দৰ লাগিল ।পাৰিলে তেখেতৰ মোবাইল নম্বৰ দিবচোন।

    • @mriduldowarahsong1434
      @mriduldowarahsong1434  Před 10 měsíci

      গীতটি শুনি মতামত প্রকাশ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ।