Bhupen Hazarika ANAMIKA BIDAI অনামিকা বিদায় তোমাক জনাওঁ বিদায়

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
    অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
    মিঠা সপোনৰ বিলাস ঘৰ, মিঠা সপোনৰ বিলাস ঘৰ,
    তোমাক লৈয়েই যে গঢ়াৰ সময় যে নাই,
    অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |
    আহত আকাশ ক’তো নাই শোক,
    হতাশাত ভাগি পৰা মানুহৰ মুখ;
    আহত আকাশ ক’তো নাই শোক,
    হতাশাত ভাগি পৰা মানুহৰ মুখ
    মনৰ চেতাৰ কোনো শুনোতা যে নাই
    মনৰ চেতাৰ কোনো শুনোতা যে নাই
    অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |
    জোন ডুবি গ’ল আজি আঁউসী ৰাতি,
    ধুমুহাত সৰি গ’ল ফুল ;
    জোন ডুবি গ’ল আজি আঁউসী ৰাতি,
    ধুমুহাত সৰি গ’ল ফুল |
    প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ
    প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ,
    সকলোতে হৈ যায় ভুল |
    শেৱালি সুবাশ লৈ নাহে যে বতাহ,
    আহিও উভতি যায় কাল মধু মাহ;
    শেৱালি সুবাশ লৈ নাহে যে বতাহ,
    আহিও উভতি যায় কাল মধু মাহ;
    দূৰণিত ফেকুৰিছে নিঠুৰ চানাই,
    দূৰণিত ফেকুৰিছে নিঠুৰ চানাই,
    অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
    অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |
    মিঠা সপোনৰ বিলাস ঘৰ, মিঠা সপোনৰ বিলাস ঘৰ,
    তোমাক লৈয়েই যে গঢ়াৰ সময় যে নাই,
    অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |

Komentáře • 55