Agninav Shiv Mandir Controversy | NEWS18AssamNE ৰ সৈতে শিখা মজিন্দাৰ বৰুৱাৰ সাক্ষাৎকাৰ ৷ N18V

Sdílet
Vložit
  • čas přidán 20. 02. 2024
  • Agninav Shiv Mandir Controversy | অগ্নিনাভ শিৱ মন্দিৰক লৈ ছচিয়েল মিডিয়াত চলি থকা বিতৰ্ক সন্দৰ্ভত নিউজ ১৮ অসম নৰ্থ ইষ্টৰ সৈতে শিখা মজিন্দাৰ বৰুৱাৰ সাক্ষাৎকাৰ৷
    অগ্নিনাভ’ নাম বুলি শিৱৰ কোনো নাম নাই। শিৱ পূৰাণতো মহাদেৱৰ ‘অগ্নিনাভ’ বুলি কোনো নাম উল্লেখ নাই এই বিষয়ক লৈ ছচিয়েল মিডিয়াত অভিযোগ তুলিছে একাংশই।
    ছচিয়েল মিডিয়াত অভিযোগ উঠিছে যে অগ্নিনাভ শিৱ মন্দিৰৰ পূৰ্বে সেই স্থানত বিষ্ণু পূজা হৈছিল । সেই মন্দিৰটো জনপ্ৰিয় বা সফল নোহোৱাত পিছলৈ সেয়া অগ্নিনাভ শিৱ মন্দিৰ কৰা হয়। যিহেতু শিৱভক্তৰ সংখ্যা বহু বেছি।
    ৫০০ টকাৰ বিনিময়ত অগ্নিনাভ মন্দিৰলৈ অনলাইন শৰাই, ডিচটেন্স আশীৰ্বাদ, অন কল দৰ্শনক লৈ ছচিয়েল মিডিয়াত ক্ষুণ্ণ একাংশ লোক।
    অগ্নিনাভ মন্দিৰৰ শিৱলিংগ আৰু মূৰ্তি আচলতে কৰপৰা আনিছিল শিখা মজিন্দাৰ বেজবৰুৱাই
    শিৱৰাত্ৰিৰ পাছতে নাজিৰাত নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব স্থায়ী অগ্নিনাভ শিৱ মন্দিৰ৷
    আনহাতে অগ্নিনাভ শিৱমন্দিৰৰ নাম লৈ চচিয়েল মেডিয়াত বহু কেইটা ফেক পেজ সৃষ্টি হৈছে ৷ ভক্ত সকলক ভুৱা পেজ আৰু মবাইল নম্বৰৰ পৰা বাচি থাকিবলৈ অনুৰোধ জনালে শিখা মজিন্দাৰ বেজবৰুৱাই ৷
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #agninavshivamandir #naziranews #agninabhshivmandircontroversy #news18assamoriginals
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

Komentáře • 332

  • @mainudutta1519
    @mainudutta1519 Před 4 měsíci +26

    আপুনি সম্পূৰ্ণ শুদ্ধ কথা কৈছে। ভাল লাগিল বাইদেউ। আগবাঢ়ি যাওক, শুভভাবনা থাকিল।

  • @user-Kosturi
    @user-Kosturi Před 4 měsíci +9

    বাইদেউ আমি বহুত সুখ অনুভৱ কৰো,কোটী কোটি সেৱা জনালো❤

    • @user-pe2yw3tb7j
      @user-pe2yw3tb7j Před 4 měsíci

      🙏🙏🙏🙏🙏🙏🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺♥️♥️

  • @user-mb3nj2fs7o
    @user-mb3nj2fs7o Před 14 dny +1

    জয় ❤❤❤❤❤ অগ্নিনাভ শিৱ বাবা শটকোটি প্ৰণাম জনাইছো বাবা তোমাৰ চৰণত ভক্তিভাৱেৰে সেৱা কৰিছো বাবা ৰক্ষা কৰা বাবা 🙏🙏🙏🙏🙏🌹🌹🌹🌺🌺🌺💖💖💖❤😂😂😂❤❤❤হে বাবা কৃপা কৰা প্ৰভু ভগৱন্তই শ্ৰী চৰণত থাই দিয়া বাবা 🌹🌹🌹🌺🌺🌺👏👏👏👩‍❤️‍👨🍎🍎🍎🌸🌸🌸💌💌💌🥀🥀🥀 মোৰ সন্তান দুটাক মোৰ লগত লৈ সুখে সানতীয়ে থাকীবলৈ আশীৰ্বাদ দিয়া বাবা 😂😂😂😂😂💗💗💗❤️‍🩹❤️‍🩹❤️‍🩹🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🍊🍊🍊💗💗💗🎉🎉🎉❣️❣️❣️❤️‍🔥❤️‍🔥❤️‍🔥😭😭😭😭😭হৰ হৰ মহাদেৱ 🙏🙏🙏🙏🙏

  • @bikashborgohain3152
    @bikashborgohain3152 Před 4 měsíci +15

    🙏❤️🕉️জয় অগ্নিনাভ বাবা কৃপা কৰে যেন ঔম নম:শিবায়🕉️❤️🙏

  • @pulinsharma8826
    @pulinsharma8826 Před 4 měsíci +9

    ধন্যবাদ, মন্দিৰ ভাগিৰ প্ৰতি ইমানবোৰ বিতৰ্ক কিয় ।

  • @dalimichangmai8204
    @dalimichangmai8204 Před měsícem

    জয় অগ্নিনাভ বাবা আশীৰ্বাদ কৰিব হৰ হৰ মহাদেৱ ঔম শান্তি

  • @karabiburman1789
    @karabiburman1789 Před 4 měsíci +1

    ধন্যবাদ, আমাৰ কবু চাপৰিলৈ সহায় আগবঢ়াইছিল।

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m Před 4 měsíci +16

    ভগৱান..ভগৱানেই নামক লৈ বিতক নকৰাই ভাল৷আমি ভাল পাইছো৷আপুনি সাহসত কৰি যাওক ৷কাৰোলৈ কেৰেপ নকৰিৱ৷জয় অগ্নিনাভ বাবা৷

  • @binapaniboruah416
    @binapaniboruah416 Před 14 dny

    ওঁম নমঃ শিৱায়

  • @rashmidas6538
    @rashmidas6538 Před 4 měsíci +1

    Bahut val lagil kotha khini huni...moi eta live sai a buji paisilu apunar kormo khub hundor...

  • @goutambhattacharyya4742
    @goutambhattacharyya4742 Před 4 měsíci +2

    মন্দিৰ লৈ যাম বুলি তামোলপাণৰ টোপোলা বান্ধি গোসাঁই ঘৰত থৈ দিছো। কেতিয়া বাবাই নিমন্ত্রণ দিৱে । জয় অগ্নিনাভ বাবা। 🙏

  • @rashmirekhadutta8228
    @rashmirekhadutta8228 Před 4 měsíci +3

    হৰ হৰ মহাদেৱ 🙏

  • @KaSiYali
    @KaSiYali Před 4 měsíci +18

    সকলো ঠিকে আছে মন্দিৰভাগক লৈ ক'বলগা একো নাই কিন্তু আড়ম্বৰতাহে ভালনালাগে।মই যোৱাও নাই দেখাও নাই কিন্তু মোৰ ঘৰৰ দুটা পৰিয়াল গৈ আহি পোৱা অভিজ্ঞতা বৰ সুখদায়ক নহয়।

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před 4 měsíci +18

    বাইদেউৰ কথাখিনি ভাল লাগিল ৷ তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ ৷ দুষ্টচক্ৰ অতি সোনকালে যেন বাবাই দমন কৰে ৷

  • @user-on8ws2nr6r
    @user-on8ws2nr6r Před 4 měsíci +1

    Joy Agninav baba joy Muktinath baba 🙏
    অগ্নিনাভ শিৱবাবা মন্দিৰ আৰু
    পৰিচালিকা শিখা মজুমদাৰ এক
    বিৰ্তকৰ বিষয় চলি আহিছে।
    শিৱ বাবাক মোৰ ফালৰপৰা সকলোতকৈ বিশ্বৰ এক অদ্ভুত
    অবিস্মৰণীয় এক মহান শক্তি মই
    শক্তি মাজত পুৰুষ আৰু প্ৰকৃতিৰ
    এক একআত্মক শক্তি। আমি জনাত শিৱ অৰ্থ হল Satya
    আৰু সুন্দৰ তাৰ কোনো আকাৰ
    নাই।এক মহা জ্যোতি।শিৱ লিংগ
    আমি জনামতে সৃষ্টি এক প্ৰতীক।
    যি প্ৰতীকৰূপক পৰম ব্ৰহ্ম বীজ‌ সৃষ্টি আদি স্বৰূপ। মহাদেৱ বা শংকৰ পৰম ব্ৰহ্ম এক অৱতাৰ
    স্বৰূপ। মহাদেৱ অৱতাৰ শক্তিক সংহাৰ বিনাস
    আৰু ন্যায় প্ৰতিষ্ঠাপক হিচাপে মানি
    অহা হৈছে।
    আমাৰ ভক্তৰ সকলে মনৰ কামনা পূৰণৰ হেতুকে হওক পাৰিবাৰিক
    জীৱনৰ অশান্তিৰ দূৰ কৰিব বাবে
    নিজৰ নিজৰ সমস্যা সমাধানৰ বাবে
    বিষেশ উৎস বিচাৰি ফুৰে। মানুহ
    জাতিটো আটাইতকৈ আবেগ পৱন আৰু
    কৌতুহলী। সেয়েহে নিজৰ নিজৰ সমস্যা সমাধানৰ বাবে পূজা পাতল
    আৰু ধাতুৰ ৰত্ন আদি পৰিধান কৰি
    আহিছে । ৰত্ন পাথৰ অনুপাতে পাথৰ
    মূল্যৰো বহুত বেছি। সেয়েহে
    সমস্যাৰ সমাধানৰ বাবে পূজা অৰ্চনা আদি ওপৰত বিশ্বাস ৰাখে । বিশেষ কৈ পৰম ব্ৰহ্ম ৰুদ্ৰাৱতা মহাদেৱ খুব সহজেই ভক্তৰ আহ্বানত সন্তুষ্ট হৈ বুলি কথিত আৰু লোক বিশ্বাস চলি আহিছে । সেয়েহে সকলো ভক্ত প্ৰাণ ৰাইজে কপুৰৰ গৌৰম কৰুনা অৱতাৰম।
    সংসাৰ সাৰম ভূজগেন্দহাৰম।
    সদা বসন্তম হিদয়াৰ বিন্দম ভৱম
    ভৱানী সহিতম নমামি ।কৰুণা অৱতাৰ বুলি মানি আহিছে। গতিকে নাজিৰাত অনুষ্ঠিত অগ্নিনাভ মন্দিৰ
    ভাগ শিখা মজুমদাৰ বাইদেউৱে
    ঘৰুৱা ভাৱে প্ৰতিষ্ঠা কৰা অগ্নিনাভ মন্দিৰ ভাগলৈ যিসকল ভক্তই
    নিজৰ মনৰ কামনা আৰু বহু দিনীয়া সমস্যা সমাধানৰ পথ
    বিচাৰি অগ্নিনাভ শিৱবাবা মন্দিৰ ভাগত যি সকল ভক্তই পূজা
    অৰ্চনা কৰি শান্তি পাইছে বহুত ভাল
    কথা।
    মন্দিৰ ভাগৰ দক্ষিণাক লৈ ইমান ডাঙৰ বিৰ্তকৰ হ'ব লাগে বুলি মোৰ ফালৰপৰা নাভাবো।কাৰণ বাবা ওচৰত সকলো ভক্তই বহুত
    ডাঙৰ ডাঙৰ কামনা কৰে। অন লাইন হওক অফ লাইন হওক সকলো ভক্তই নিজৰ ইচ্ছা অনুসৰি
    আহিছে বা কৰিছে। কোনো ভক্তই
    নিজক ধংস কৰি দক্ষিণা দিয়াৰ নাই। মন্দিৰ ভাগত যিদান দক্ষিণা
    উঠিছে সেয়া নিশ্চয় পৰিচালিকা
    বাইদেউ গৰাকীয়ে মন্দিৰ ভাগক লৈ
    পৰিকল্পনা কৰি ৰাখিছে।
    মূল কথা হ'ল ভাৰতবৰ্ষৰ সকলো
    ৰাজ্যতে পৌৰাণিক মঠ মন্দিৰ আছে।‌তেতিয়াৰ পৰা বৰ্তমানলৈকে
    মন্দিৰ দান দক্ষিণা কত কোনে কিমান দি আহিছে বা সেই পৌৰাণিক মন্দিৰ সমূহৰ পৰিচালনা
    সমিতিয়ে কিমান অংশ মন্দিৰৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিছে তাৰ
    হিচাপ কোনে কিমান ৰাখিছে।
    আজি কেৱল অগ্নিনাভ শিৱবাবা মন্দিৰ শিখা‌ মজুমদাৰ বাইদেউ ক
    সমালোচনা কৰিলে সকলো সমস্যা সমাধান নহয়।
    আজি সকলো ভক্তই ভক্তিয়ে অগ্নিনাভ শিৱবাবা মন্দিৰত বাবা
    আশীৰ্বাদ বিচাৰি শৰাই আৰু দক্ষিণা দিছে।
    বাকী ভাল বেয়া বাবাই বিচাৰ লৱ
    অনাহক মন্দিৰ ভাগক লৈ শিখা
    মজুমদাৰ বাইদেউ ক লৈ চচিয়েল মিডিয়াত বিৰ্তকৰ হোৱাতো কিমান
    ভাল হৈছে সকলোৱে ভালদৰে ভাৱি
    চাব লাগে।
    চচিয়েল মিডিয়াত বিৰ্তকৰ মূলক
    কোনো কথাত লিখা ইচ্ছা নাছিল।
    বহুত কিবা জানো বুলিও নাভাবো সেই ভাবি লিখাও নাই।মোৰ ফালৰপৰা পৰা বাহিৰৰ ৰাজ্যৰ কথা কবলৈ নযাও ।
    গোটেই অসমতে বহল ভাৱে প্ৰচাৰ
    হৈ থকা অগ্নিনাভ মন্দিৰ ভাগ‌ বহুতো ভক্তপ্ৰাণ ৰাইজৰ
    আস্থা আৰু বিশ্বাসৰ স্থল হৈ পৰিছে। অগ্নিনাভ মন্দিৰৰ পৰিচালিকা
    শিখা মজুমদাৰ বাইদেউ ওপৰত বহুত বেছি কৈ কিছুমান বেয়া ভাষায়ো মন্তব্য কৰা বাবে লিখিবলৈ বাধ্য হলো।
    যদি কিবা ভুল হৈছে সকলোৱে ওচৰত ক্ষমা বিচাৰিচো। লগতে মোৰ ফালৰপৰা অগ্নিনাভ নাম টো ওপৰত বিৰ্তকৰ হোৱাতো উচিত হৈছে বুলি মোৰ ফালৰপৰা নাভাবো কাৰণ মহাদেৱৰ অৱতাৰ সো হাতৰ তলৰ ভাগৰ‌ হাত খনে বাবাই অগ্নিক
    দমন কৰি ৰাখিছে। একমাত্ৰ দেৱাদিদেৱ মহাদেৱেই হ'ল সৃষ্টি
    আৰু ধংস মূল কাৰক । সেই মহান শক্তি ওচৰত শতকোটি ভূলৰ ক্ষমা বিচৰাৰ লগতে কোটি কোটি নমস্কাৰ 🙏 জনাইছো। সাধাৰণ
    মনুষ্য হৈ তেওঁৱা নামত মন্তব্যৰ দিবলগীয়া হোৱা বাবে পৰম ব্ৰহ্ম চৰণত শতকোটি ক্ষমা বিচাৰিচো।
    ধন্যবাদ 🙏🙏🌺🌺🙏🙏

  • @rumibarman8007
    @rumibarman8007 Před 4 měsíci +1

    বিতৰ্ক ভাল নালাগে। বাইদেউ আপুনি বহুত বেছি সহজ সৰল সেইবাবে কিছুমানে সুবিধা লৈছে সেইবিলাক কান মন নিদি নিজৰ কামত আগবাঢ়ি যাওক। মই কিন্তু আপোনাৰ অগ্নিনাভ মন্দিৰত যোৱা নাই বাবাই যিদিনানিব যাম বুলি আশা থাকিল। জয় অগ্নিনাভ বাবা 🙏🙏🙏 হৰ হৰ মহাদেৱ ❤❤❤

  • @luhitigohain8460
    @luhitigohain8460 Před 4 měsíci +1

    বাইদেউ আপুনি নিজৰ কাম কৰি থাকক জয় শিৱ বাবা

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous Před 4 měsíci +2

    🙏🙏 জয় বাবা ।

  • @toraligogoi5754
    @toraligogoi5754 Před 4 měsíci +2

    মই অগ্নিনাভ বাবাক প্ৰতিটো কথাত বিশ্বাস কৰো।

  • @bhanubora2614
    @bhanubora2614 Před 4 měsíci +1

    অতি সুন্দৰ ভাৱে উত্তৰ দিছে।

  • @parishmitachoudhury930
    @parishmitachoudhury930 Před 4 měsíci +10

    Apunar uporat bissakh ase baideu....joi Baba Agninav 🙏♥️

  • @rupalisonowal2143
    @rupalisonowal2143 Před 4 měsíci +1

    Apunar kothabur bor vl lagil , asorit vgobanoku bitoko kore ne,, God bless you Baa ,, joy Agninath 🙏🙏🙏

  • @ritamoniborah3936
    @ritamoniborah3936 Před 4 měsíci +1

    আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল

  • @user-sd8nj5ll6i
    @user-sd8nj5ll6i Před 26 dny +1

    Jai Baba Agninav.

  • @kuntideka5390
    @kuntideka5390 Před 4 měsíci +1

    Jai agninav shiv mandir 🪔🪔🌷 Sosa antorr manu burak manu bure hirkha kore...apuni mohan baideo ❤❤❤

  • @BitapiBorah-ek7si
    @BitapiBorah-ek7si Před 4 měsíci +1

    জয় অগ্নিনাভ বাবা🙏🙏🙏
    সত্যৰ সদায় জয়

  • @monidaskalita2597
    @monidaskalita2597 Před 4 měsíci +1

    Om Namah Shivya ❤

  • @dilipsaikia2179
    @dilipsaikia2179 Před 4 měsíci +2

    ওম অগ্নি নাভ বাবা।সকলোকে কৃপা কৰা

  • @trishnapriyanath196
    @trishnapriyanath196 Před 4 měsíci +11

    বাৰ কথা বোৰ ইমান ৰসাল সঁচাকৈ মৰমিয়াল মানুহ গৰাকী😊😊আৰু ইমান ধুনীয়াকৈ কথা বোৰ কৈছে ভাল লাগিল বা । আপুনি আপোনাৰ কাম কৰি যাওক বা কুকুৰৰ দৰে ভুকা বোৰে ভুকি থাকক🙏🙏

    • @bharatibarkataki7592
      @bharatibarkataki7592 Před 4 měsíci

      সচাঁকৈ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় ৷ ইমান সুন্দৰ কথনশৈলীৰ পিছতো এগৰাকী ফটুৱা ইউটিউবাৰে (ইউটিউবাৰৰ নামত কলঙ্ক ) বাইদেউৰ কথা কোৱাকলৈ ঠাট্টা কৰি ভিডিঅ’ বনাই আছে ৷ ইমানেই হিংসা ৷ বৰ বেয়া লাগে দেই ৷

  • @banashreedevi2227
    @banashreedevi2227 Před 4 měsíci +1

    Om namah shivay 🙏

  • @khushighosh8907
    @khushighosh8907 Před 4 měsíci

    Baidew apuni agg barhi jaok ❤Jay baba agninav

  • @devasaikia1634
    @devasaikia1634 Před 4 měsíci +1

    জয় অগ্নিনাভ বাবা 🙏🙏🙏🙏🙏

  • @rupadehingia5595
    @rupadehingia5595 Před 4 měsíci +1

    Joy, agninav, baba, kripa, koriba, 🙏🕉️🌹🌹🌹💐💐💐

  • @duleswarboruah4390
    @duleswarboruah4390 Před 4 měsíci +1

    ❤❤shikha baa u r great

  • @user-bx7ql1no4o
    @user-bx7ql1no4o Před 4 měsíci +1

    Jai Agninav baba kripa kora 🙏❤️

  • @renudutta5610
    @renudutta5610 Před 4 měsíci +3

    🙏🏻🙏🏻🙏🏻❤❤❤

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 Před 4 měsíci +18

    Jai Agninav Baba.
    Very good speech . Thank you so much Sikha Ba. Baba kripa kora.

  • @himakshidaskalita2572
    @himakshidaskalita2572 Před 4 měsíci +2

    Jai agninav baba... Karu katha care nkbo baa ... G bure bea koi ktha uliyai se teulukak babai sabo baa sinta nkrba... Om namah shivay 🙏🙏🙏🙏

  • @jayramnath9887
    @jayramnath9887 Před 4 měsíci +1

    Joy Baba Agninav.

  • @PorimahantaPori
    @PorimahantaPori Před 4 měsíci +2

    Joi agninav baba ...🙏🙏🙏

  • @dhanirambhuyan1125
    @dhanirambhuyan1125 Před 4 měsíci

    বাইদেউ আপুনি আগবঢ়াই নিব আমি বাবা আশিশলৈআহিলো জয় অগ্ৰিনাভ বাবাজয়

  • @jyotismitasaikia4479
    @jyotismitasaikia4479 Před 4 měsíci +1

    Jai agninav baba 🙏 kripa koriba

  • @keshabgogoi5974
    @keshabgogoi5974 Před 4 měsíci +3

    Om namah shivay 🙏🙏🙏

  • @kaberideka4220
    @kaberideka4220 Před 4 měsíci +1

    জয় অগ্নিনাভ বাবা..।।🙏

  • @karabideka7875
    @karabideka7875 Před 4 měsíci +1

    Jai Agninav Baba

  • @minakshisarmah1518
    @minakshisarmah1518 Před 4 měsíci +1

    প্ৰণাম বাবা।

  • @labanyagogoi1426
    @labanyagogoi1426 Před 4 měsíci +1

    জয় শিৱ বাবা,

  • @user-ps1sj7km6b
    @user-ps1sj7km6b Před 4 měsíci +1

    Jai agnivav baba 🙏

  • @dupitorakhaklari
    @dupitorakhaklari Před 4 měsíci +2

    She is absolutely right.

  • @ridipphukan6169
    @ridipphukan6169 Před 4 měsíci +9

    Asorit...aji tarikhot bhogaban bisari ghuri fure nkii....nijar ghrote paba bisari... Bhogaban

  • @user-xg9mx7dp4t
    @user-xg9mx7dp4t Před 4 měsíci +1

    Joi Baba mur Val Laga bohut

  • @rekharaniborah9574
    @rekharaniborah9574 Před 4 měsíci +2

    ❤❤❤

  • @user-cm3xj6jg9v
    @user-cm3xj6jg9v Před 4 měsíci +1

    Joi agninav baba

  • @basantahira8645
    @basantahira8645 Před 4 měsíci +1

    ঔম নমঃ শিবায়

  • @pabitrataid7538
    @pabitrataid7538 Před 4 měsíci +1

    Jai agninab baba mur monor akha purna koridiba.

  • @ranuboruah5555
    @ranuboruah5555 Před 4 měsíci +1

    Jai agninav baba 🙏🙏

  • @user-mk7wz3fl4x
    @user-mk7wz3fl4x Před 4 měsíci +1

    Jai Agninav baba❤

  • @kaberiborah9534
    @kaberiborah9534 Před 4 měsíci +1

    Jai agninav baba🌸🙏 🔱

  • @stayyyyyi
    @stayyyyyi Před 4 měsíci +1

    Jai Agninav Baba ♥️🙏 Kripa koriba Baba 🙏🙏🙏

  • @_ranju_das
    @_ranju_das Před 4 měsíci +1

    Joi agani nav baba joi shiva baba 🙏🙏🌼🙏🙏❤❤hor hor mohadev 🌷🌷🌺🌺🙏🙏

  • @tinkudada3339
    @tinkudada3339 Před 4 měsíci +1

    Jay Agninav Baba 🙏🙏🙏

  • @kalpanakalita7255
    @kalpanakalita7255 Před 4 měsíci +1

    Jai agninav baba

  • @user-ps1sj7km6b
    @user-ps1sj7km6b Před 4 měsíci +1

    Hompurno bisakh baba apunr uport ru maa apuni bohut val km korise aguai jauk babai hokti diok ru

  • @lohitsaikia1915
    @lohitsaikia1915 Před 4 měsíci +1

    যাব বহুত মন আছে অগ্নিনাভ বাব মন্দিৰত

  • @Papu-zy1yr
    @Papu-zy1yr Před 4 měsíci +1

    Joi Shiv aginat baba mur monar duk mukto Kori Diya joi aginath baba

  • @tulumahazarika8638
    @tulumahazarika8638 Před 4 měsíci +5

    বাইদেউ আপোনাৰ লগত আমি সকলো আছো চিন্তা নকৰিব

  • @shortspikegaming9496
    @shortspikegaming9496 Před 4 měsíci +1

    Har har mahadev

  • @user-cm3xj6jg9v
    @user-cm3xj6jg9v Před 4 měsíci +1

    Joy agninav baba

  • @lohitsaikia1915
    @lohitsaikia1915 Před 4 měsíci +1

    জয় অগ্নিনাভ বাবা 🪔🙏🕉️

  • @pankajgogoi5395
    @pankajgogoi5395 Před 4 měsíci +1

    Om namah shivay ❤❤❤❤❤❤❤❤ Jay Agni nav Baba ki Jai ❤❤❤❤❤❤❤❤

  • @MiraKhaund
    @MiraKhaund Před 4 měsíci +1

    Biswae miloyo hori. torke bohudur.Aum namah shivaya.jay Agninabh baba

  • @user-de1br9hl1i
    @user-de1br9hl1i Před 4 měsíci +1

    Jai agninuv baba

  • @devasaikia1634
    @devasaikia1634 Před 4 měsíci +1

    Shikha বাই কোৱা কথা বোৰ শুদ্ধ হয়

  • @imabordoloi1401
    @imabordoloi1401 Před 4 měsíci

    🙏🙏

  • @binagogoi8133
    @binagogoi8133 Před 4 měsíci

    Om namah shivay 🙏🔱🕉️

  • @chitradevi2464
    @chitradevi2464 Před 4 měsíci +2

    Om namh Shibaya. 🙏🙏🙏joy baba Agninav

  • @ManjuDeka0361
    @ManjuDeka0361 Před 4 měsíci +1

    🌺🙏🌺

  • @karabideka7875
    @karabideka7875 Před 4 měsíci +1

    Om Namah Shivaya

  • @bijitbora5376
    @bijitbora5376 Před 4 měsíci +1

    ঠিক কৈছে বাইদেউ।

  • @nirupamasaharia7876
    @nirupamasaharia7876 Před 4 měsíci +1

    Joi agninav Baba 🙏🙏 sakaloke santit rakhiba pravu

  • @nabamallikaburagohaineverg8014
    @nabamallikaburagohaineverg8014 Před 4 měsíci +2

    খুব সুন্দৰকৈ কথাখিনি ব্যক্ত কৰিছে বাইদেউ। জয় অগ্নিনাভ বাবা🙏

  • @karbirajbongshi-kj3tu
    @karbirajbongshi-kj3tu Před 4 měsíci +2

    ❤❤baba

  • @user-iw7kf8to5t
    @user-iw7kf8to5t Před 4 měsíci +1

    Jai agninav Baba 🙏🙏🙏 Amak kripa koriba Baba 🪔🙏

  • @MaheswariDevi-gk2rd
    @MaheswariDevi-gk2rd Před 4 měsíci +1

    Om namah shivaya 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @bulbuligogoi7063
    @bulbuligogoi7063 Před 4 měsíci +2

    🍀OM NAMAHA Shivaya 🙏🏻🙏🏻🙏🏻🙏🏻🍀🚩

  • @infowithjonali5109
    @infowithjonali5109 Před 4 měsíci +1

    jai agninav baba

  • @sweetydeorikitchen9082
    @sweetydeorikitchen9082 Před 4 měsíci

    🙏🙏🙏

  • @swarnakalita7187
    @swarnakalita7187 Před 4 měsíci +1

    Shikha baa Kune ki koi aibur nuxunibo moiu jam abar. moi bohut biswas koru babak.
    Joi agninav baba ❤❤

  • @assamesebhaktisongsnstuti8473
    @assamesebhaktisongsnstuti8473 Před 4 měsíci +1

    Belegor kotha baad diyok..aami asu apunar logot❤

  • @user-mr6qj1hd6j
    @user-mr6qj1hd6j Před 4 měsíci +1

    Omnamahshivay

  • @jitultalukdar1726
    @jitultalukdar1726 Před 4 měsíci

    Joi aganinav baba❤❤🙏🙏❤

  • @Ipsanubahubali
    @Ipsanubahubali Před 4 měsíci

    Jai agninav baba ❤❤❤❤❤ thank 👏👏👏👏👏🙏🙏🙏🙏❤❤❤❤❤ 🌹 🌹 🌹 🌹 🌹 ❤❤❤❤❤❤👏👏👏👏👏

  • @logical_shorts_
    @logical_shorts_ Před 4 měsíci +1

    Baideu voi nokoribo apuni babak dhuniya koi rakhibo .joi agninav baba.

  • @namitadevi1537
    @namitadevi1537 Před 4 měsíci +1

    Joy Baba Agninav

  • @user-yf9lt1sn2q
    @user-yf9lt1sn2q Před 4 měsíci +1

    Joi agninav baba❤❤

  • @abhisekhrai6706
    @abhisekhrai6706 Před 4 měsíci

    om namah shivay🕉🕉🕉

  • @nijaradas2957
    @nijaradas2957 Před 4 měsíci +1

    বাইদেউ আপোনাৰ মন্তব্য উচিত

  • @chandisonowal4411
    @chandisonowal4411 Před 4 měsíci +1

    Jai Agninabh Baba, kripa kora amak

  • @bhabanideka8184
    @bhabanideka8184 Před 4 měsíci +1

    Om namaha shivaya🙏🌄🌹🌅🌞🙏pronama

  • @hiranyagogoi8118
    @hiranyagogoi8118 Před 4 měsíci +1

    ❤❤ Baba aponar hohai hauk ❤❤