Agninav shiv mondir / অগ্নিনাভ শিৱ মন্দিৰ Nazira কেনেকৈ হল

Sdílet
Vložit
  • čas přidán 18. 07. 2023
  • #অগ্নিনাশিৱমন্দিৰ#Agninavshivmandir

Komentáře • 1,6K

  • @diggantaborah4707
    @diggantaborah4707 Před 9 měsíci +38

    ধন্যবাদ অগ্নিনাভ বাবা কোটি কোটি ধন্যবাদ মনৰ আশা পূৰণ কৰা বাবে সকলো ফালেই উন্নতি দিয়াৰ বাবে। জয় অগ্নি নাভ বাবাৰ জয়।

    • @user-bf3pz6gt8n
      @user-bf3pz6gt8n Před 6 měsíci +1

      জয় অগ্নিনাথ বাবা প্ৰভু ভগৱন্তই আমাৰ পৰিয়ালতোক কিপা কৰিবা

    • @MomiVlog226
      @MomiVlog226 Před 6 měsíci

      Joy agninav baba monor akha bur puron kri dyok 🙏🙏🙏🙏🙏

  • @khushmitakhusi7101
    @khushmitakhusi7101 Před 7 měsíci +4

    জয় অগ্নিনাভ বাবা 🙏🌸 কৃপা কৰা ভগৱান জীৱনত যাতে সফল হব পাৰো ♥️ মনৰ আশাবোৰ যাতে পূৰণ হয় 🙏🙏

  • @Mausumi-b8l
    @Mausumi-b8l Před 7 měsíci +12

    জয় অগ্নিনাভ বাবা 🙏🌸 কৃপা কৰা ভগৱান জীৱনত যাতে সফল হব পাৰো এটা চৰকাৰী চাকৰিৰ খুব প্ৰয়োজন ভগৱান। তোমাৰ শৰণত আশীষ লবলৈ যাম এদিন মা-দেউতাক লৈ যেতিয়া মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ম 🌸🙏 আশীৰ্বাদ কৰা ভগৱান।

  • @bhaskardeu4057
    @bhaskardeu4057 Před 9 měsíci +18

    হৰ হৰ মহাদেৱ❤ হে অগ্নিনাভ বাবা মনৰ আশা বিলাক পূৰণ কৰি দিয়া❤🙏🙏🙏

  • @pranatimedhi1911
    @pranatimedhi1911 Před 7 měsíci +23

    জয় অগ্নিনাভ বাবা🙏 জীৱনত যাতে সদায় সৎ পথেৰে আগবাঢ়ি যাব পাৰো। নিজৰ লগতে মা-পাপাক যাতে সুখত ৰাখিব পাৰো। শক্তি দিবা প্ৰভু 🙏🙏🌼

  • @puspanjalitanti3447
    @puspanjalitanti3447 Před 7 měsíci +12

    হৰ হৰ মহাদেৱ হে প্ৰভু আপোনাক দূৰৰ পৰাই প্ৰণাম কৰিছোঁ মনৰ আশা পূৰণ কৰিব প্ৰভু 🙏🔱

    • @deijiraydoli6521
      @deijiraydoli6521 Před 5 měsíci

      Hor hor mohadep baba mor jen lotari tickett gari akhon mor kopalt fute

  • @Parishmadoley
    @Parishmadoley Před 6 měsíci +5

    জয় অগ্নিনাভ বাবা মোৰ ছোৱালী দুজনী পঢ়াত মন নবহা হৈছে প্ৰভু মন বহাই দিয়া আৰু এটা সমস্যা মোৰ হাতত প ইছা নথকা হৈছে সেই সমস্যাৰ পৰা মুক্তি দিয়া জয় অগ্নিনাভ বাবা ❤🙏🙏🙏🙏

  • @chandanabezbaruah2155
    @chandanabezbaruah2155 Před 6 měsíci +1

    বহুত প্ৰমাণ পাইছোঁ ৷ শিখাবাৰ মনত থকা ভক্তি আৰু এয়া বাবাৰ আশিস

  • @bharatiborah8630
    @bharatiborah8630 Před rokem +16

    হে অগ্নিনাভ বাবা দূৰৰ পৰাই সেৱা জনাইছোঁ মনৰ সকলো ঈছা পূণ কৰিবা এদিন হলেও যেন মই তোমাৰ মন্দিৰ ভাগলৈ যাব পাৰোঁ আশীৰ্বাদ কৰিবা বাবা জয় অগ্নিনাভ বাবা

  • @anjalibaishya1525
    @anjalibaishya1525 Před 11 měsíci +8

    জয় অগ্নিনাভ বাবা তোমাক শত সহস্ৰ প্ৰণিপাত জনাইছো প্ৰভু তুমি মোৰ লৰা ছোৱালী দুটাক আশিষ দিয়া প্ৰভু, তুমি মামুৰ বিবাহ সম্পন্ন হবলৈ আশিস দিয়া অগ্নিনাভ বাবা, আৰু মোৰ লৰা বুক অপশক্তিৰ পৰা উদ্ধাৰ কৰি তাৰ জীৱনলৈ শান্তি আনি দিয়া বাবা , তোমাৰ দৰ্শন পাবলৈ আশিষ দিয়া বাবা ,তুমি মোৰ হৃদয়ত আছা প্ৰভু ।

  • @user-mb3nj2fs7o
    @user-mb3nj2fs7o Před 4 měsíci

    জয় অগ্নিনাভ বাবা কৃপা কৰা ভগৱান জীৱনত যাতে সফল হব পাৰো এটা মনৰ আশা আছে মোৰ নিজৰ সন্তান লগত লৈ সুখে সানতীয়ে থাকীবলৈ আমাক কৃপা কৰা থাই দিয়া নিৰাপদ থাই দেখোৱাই দিয়া বাবা মোৰ সন্তানে যাতে জাতে নিজৰ মাকৰ মৰম স্নেহৰ মোল বুজি পায় বাবা আমাক একে লগে কৃপা কৰা বাবা হৰ হৰ মহাদেৱ ওম নম শিৱায় শিখা বা লৈ বহুত ধন্যবাদ জনানো ❤❤❤❤❤

  • @user-xs7sw4cu8c
    @user-xs7sw4cu8c Před 7 měsíci +3

    জয় অগ্নিনাভ বাবা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 Před rokem +6

    হে অগ্নিনাভ বাবা কৃপা কৰা আমাক। মই তোমাৰ ওচৰত যাবলৈ বহুতো মন আছে কিন্তু যাব পৰা নাই । বহুতো কো লগ ধৰিলেও কিবা এটখ যেন কৰবাট খোকোজা লাগে ।আচলতে তুমি মোক মাতা নাঐ বখ যাব দিয়া নাই ।কি হল নাজানো বাবা কত কেনেকৈ পাপ কৰি থৈছোঁ। মই দিনে ৰাতিয়ে তোমাৰ নাম লৈ সান্ত্বনা দি আছোঁ।🙏🙏🙏🙏🌺🌺🌺। দুৰৈ পৰাই সেৱা জনাই আছোঁ। ঔম নমহ শিৱাই ।জয় অগ্নিনাভ বাবা।😭

  • @alpanasharma4400
    @alpanasharma4400 Před rokem +5

    জয় জয় মহাদেৱ ়়়বাবা মোৰ ঘৰৰ অসুবিধাবোৰ দূৰ কৰা ়়়ল'ৰা ছোৱাৱী দুটাক সিহতৰ জীৱন বাট মসৃণ কৰা আৰু ছোৱালীজনীৰ বেমাৰবোৰ দূৰ কৰা প্ৰভু 🙏 দূৰৰ পৰাই তোমাৰ প্ৰণাম জনাইছো ়়়়়আমাক সাহস দিয়া প্ৰভু ়়়তোমাৰ ওপৰত বিশ্বাস সদায়েই আছে প্ৰভু ়়়অসুবিধাবোৰ দূৰ কৰা ়়়়জয় বাবা ভোলেনাথ ়়জয় 🙏

  • @mamoni9116
    @mamoni9116 Před 8 měsíci +1

    Jai baba agninav. Tumak usarar pora sabo mon goise ketia j jabo parim. Pranam baba. Monor axa purna kariba. . Ratipuwa tumar namere arambha karu dintu vale jaok buli. Oommmm

  • @anusaikia3277
    @anusaikia3277 Před 5 měsíci

    Bhal lagil jàni.joy aganinabh mondi4

  • @jintumonibhuyan7554
    @jintumonibhuyan7554 Před rokem +5

    জয় বাবা অগ্নিনাভ, তোমাৰ চৰনত শত কোটি বাৰ প্ৰণাম জনাইছো

  • @chitralekhakalita4653
    @chitralekhakalita4653 Před rokem +14

    Jai baba Agninav. Bless my husband, daughters,son in law and my grand son. Pranam 🙏 baba

  • @Anyorisha8888
    @Anyorisha8888 Před 7 měsíci

    Jai baba agninav mur ajoni suali ase aru atta lora apunar asribadat bisarisu.🪔🪔🪔 Jai baba agninav.

  • @rijudss3222
    @rijudss3222 Před 7 měsíci +5

    জয় বাবা অগ্নিনাভ🌹🔱🙏দুৰৰ পৰাই তোমাৰ আশীষ বিচাৰিছোঁ🙏 মনৰ আশা পুৰণ কৰিবা🙏 লৰা দুটা মানুহ জন লগতে সকলোকে কুশলে ৰাখিবা🙏🙏🙏

  • @jubileepayeng9978
    @jubileepayeng9978 Před rokem +5

    বাবা অগ্নিনাভ শতকৌটি সেৱা জনাইছোঁ 🙏🙏🙏 বাবা তোমাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ মনোকামনা বোৰ পূৰণ কৰিবা 🙏🙏🙏 বাবা কৃপা কৰা।
    বাইদেউ আপোনাকো সেৱা জনাইছোঁ 🙏🙏🙏 বাবাক যেন দৰ্শন কৰিব পাৰোঁ , তাৰ বাবে আপুনি আশীৰ্বাদ কৰিব 🙏🙏🙏 ,

  • @pranamibaruah3725
    @pranamibaruah3725 Před 7 měsíci +3

    জয় বাবা অগ্নিনাভ।আশিষ কৰিবা যাতে ঘৰৰ সকলো সদস্য ভালে কুশলে থাকে।আমাৰ সন্তানটিক ভালে"কুশলে ৰাখিবা,ভাল মানুহ হবলৈ আৰ্শীবাদ কৰিবা।মানুহজনৰ ব্যৱসায়টো যাতে নিজৰ হাতলৈ আহে তাৰবাবে আৰ্শীবাদ কৰিবা বাবা।🙏🙏🙏

  • @ranjanabora8995
    @ranjanabora8995 Před 8 měsíci +1

    নমো নমো বাবা অগ্নিনাভ 🙏🏻🌷🙏🏻 মোৰ লৰাটোক কৃপা কৰা 🙏🏻🙏🏻🙏🏻

  • @ArpanaGogoi-om2mw
    @ArpanaGogoi-om2mw Před 8 měsíci

    🎉jai baba agninmov mur monor kamna purn kra jabe

  • @pinkubordoloi149
    @pinkubordoloi149 Před 10 měsíci +5

    হৰ হৰ মহাদেৱ গোতেই বিশ্বতে শান্তি দিয়া
    দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত অন্ন বস্ত্ৰ দিয়া সকলো বাবা ভক্ত সকলক কৃপা কৰক।

  • @munu_99
    @munu_99 Před 6 měsíci +3

    জয় অগ্নিনাভ বাবা 🙏 মোৰ মনৰ আশা পূৰণ হ'লে তোমাৰ ওচৰত গৈ আশীৰ্বাদ লম 🙏 তোমাক এতিয়া আতৰ ৰ পৰাই সেৱা আগবঢ়াই ছো 🙏 জীৱন ত যাতে সদায় সত পথে যাব পাৰো কাৰো অন্য নকৰাকৈ মোৰ লগতে মা- ভন্টি কো সদায় কুশলে ৰাখিবা🙏 মোক আশীৰ্বাদ কৰিবা মহাদেৱ মই পৰীক্ষাত এটা ভাল নম্বৰ লৈ পাছ কৰিব পাৰোঁ লগতে মোৰ যি সপোন সেই সপোন বাস্তৱ হক তাৰে আশীৰ্বাদ কৰিবা 🙏 জয় অগ্নিনাভ বাবা 🙏

  • @PinkisaikiaPinkisaikia-je5zm

    Har har mahadev... Muk ata khub sakorir proyojon.. Jate ata val sakori pai mur ma papak mukhole hahi anibo paru.. Apunar akhikh loi ahilu.. Jate mur monor akha puron hoi..vogoban... Soku meli saba.. Prabhu... 😊

  • @AnimationAssamese1
    @AnimationAssamese1 Před 6 měsíci

    Jai agninav bba job ata paute jau ata aibar❤, tmi axirbd diya

  • @rumibaruah881
    @rumibaruah881 Před rokem +3

    অগ্নি নাভ এইবাৰ লৰাক‌ পৰীক্ষাৰ‌ ৰিজাল্ট ভাল হবলৈ আশীৰ্বাদ দিয়া লগতে ভাল ঠাইত চিত পাওক এয়াই বাবা ‌আশিবাদ দিয়া

  • @rajitabaishya2246
    @rajitabaishya2246 Před 7 měsíci +2

    জয় অগ্নিনাভ বাবা তোমাক শত সহস্ৰ প্ৰণিপাত জনাইছোঁ।দূৰৰ পৰা তোমাৰ আশীষ বিচাৰিছোঁ। মোৰ তিনিটা ল'ৰা ছোৱালী তিনিটা আশীষ দিয়া।প্ৰভু তুমি মোৰ ল'ৰা টোক ২০২৩ চনৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০২৪ চনত যাতে চৰকাৰী সুবিধা টো লাভ কৰে তাৰ বাবে তোমাক প্ৰাৰ্থনা কৰিছো। সৰু ছোৱালী জনীয়ে যাতে ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে যাতে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবেও তোমাক সহস্ৰ প্ৰণাম জনাইছোঁ।🙏🙏🙏

  • @gitaliburagohain8072
    @gitaliburagohain8072 Před 8 měsíci

    Moi aaji prothom salu aapunar vidio bohut val lagile pronam jonalu edim jam bisari Babar soronot heua jonabole

  • @sewalibarman1825
    @sewalibarman1825 Před 7 měsíci +3

    জয় অগ্নিনাভ বাবা কৃপা কৰিব প্ৰভু দূৰৰ পৰাই আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ 🙏মনৰ আশা পূৰণ কৰিব প্ৰভু সকলোৰে মংগল কামনা কৰে যেন আপুনি প্ৰভু বাবা আমাৰ ভাইটি তোৰ চাকৰি তু হৈ দিয়ে যেন প্ৰভু 🙏🙏🙏🙏🙏২০২৪ চনত তাৰে কামনা কৰিছোঁ

  • @rodalisaikia
    @rodalisaikia Před rokem +6

    বাবা কৃপা কৰা বাবা 🙏🙏🙏মনৰ আশা বোৰ পূৰণ কৰা বাবা 🙏🙏🙏দুখ কষ্ট বোৰ দূৰ কৰা বাবা 🙏🙏🙏

  • @mastergammer9587
    @mastergammer9587 Před měsícem

    Jai jai jai baba. Kripa koreiba Baba Baba Baba ❤❤❤

  • @lunashree5326
    @lunashree5326 Před 6 měsíci +1

    হৰ হৰ মহাদেৱ, হে প্ৰভু আপোনাক মই দূৰৰ পৰাই প্ৰণাম কৰিছোঁ,মনৰ আশা পূৰণ কৰিব প্ৰভু 🪔🧎🙏

  • @bijuchutia1679
    @bijuchutia1679 Před rokem +4

    জয় agninav বাবা মনৰ কামনা পুৰ কৰিবা 🙏🙏🙏🕉️

  • @grihini778
    @grihini778 Před 8 měsíci +4

    হৰ হৰ মহাদেৱ🙏মোৰ মানুহ জন পৰি মগজুৰ ভিতৰত তেজ জমাহৈ আছে.. তেওক সোনকালে সম্পুর্ণ ৰূপে ভাল কৰি দিয়ক🙏🙏বাবা🙏

  • @NiluHazarika-sw4dw
    @NiluHazarika-sw4dw Před 7 měsíci

    Jai Agninav baba .🙏🙏amar monor Wishes bur ful fill kori dibi .

  • @sweetymedhi8587
    @sweetymedhi8587 Před 2 dny

    Por upokari jonor logot hhodai bhagwan thake, mon sundar aru haral hone bhagwan ok lav kare ,Shikha ba apunar jai houk 🙏 baba Agninav jai houk 🙏 tumar jai houk 🙏🌺🌺🙏

  • @heojychannelvlog6347
    @heojychannelvlog6347 Před 11 měsíci +3

    জয় বাবা অগ্নিনাভ, মোৰ ঘৰখন সকলো ফালৰ পৰা উদ্ধাৰ কৰিব, ছোৱালী মনৰ অসুখ ভাল হব লাগে, প্ৰাৰ্থনা জনালোঁ 🙏🙏🙏

  • @meghalidas3778
    @meghalidas3778 Před rokem +3

    জয় বাবা অগ্নিনাভ।🙏🙏।দূৰৰ পৰাই সেৱাঁ জনাইছো। মনৰ আশা পূৰণ কৰিবা

  • @user-ur2hx5ex7s
    @user-ur2hx5ex7s Před 7 měsíci

    Jai agninav baba mor monor akha purno kori diya agninav shiva baba. Jai hor hor mohadev.

  • @user-gt7yw1ex1q
    @user-gt7yw1ex1q Před 5 měsíci

    Joy agninav baba. Moi duror porai pronam jonaisu .amar lora suali dutak tumar soronot thai diba aru kripa koriba.

  • @bubulbohra5112
    @bubulbohra5112 Před rokem +6

    ❤❤❤জয় বাবা অগ্নিনাভ ❤❤❤

  • @rajibdas667
    @rajibdas667 Před 11 měsíci +3

    🙏🙏🙏 জয় বাবা অগ্নিনাভ 🙏🙏🙏

    • @RRBorovlogs
      @RRBorovlogs Před 9 měsíci

      Apunar vlog moi sai thaku, akha korilu apuniu muk subscribe koribo buli🙏🏻

  • @rupamkalita7828
    @rupamkalita7828 Před 6 měsíci

    Har har mahadev jay Agninav Babar osrt parthna jnaiso mor mnr axabor xonkale safal ho om namah sivai har har mahadev

  • @gitanjalidas5435
    @gitanjalidas5435 Před 7 měsíci +1

    Jay agninav shiv baba kripa koriba probhu🙏🙏🙏

  • @reetidas3864
    @reetidas3864 Před rokem +5

    ওমঃ নমঃ শিৱায় 🙏🙏🙏

  • @nirmalihazarika1758
    @nirmalihazarika1758 Před rokem +6

    ওঁ নমঃ শিৱাই🙏🙏🙏মোৰ ল'ৰা-ছোৱালীৰ নাতি নাতিনীৰ সুফল কামনা কৰিলোঁ, সকলোৰে মঙ্গল হওক!🙏🙏🙏🌺🌹🌺

  • @JinuRabha-wx8fq
    @JinuRabha-wx8fq Před 8 měsíci

    Baba...muk ata bhal sorkari sakorir dokar hoise...kripa koriba Baba ❤

  • @user-ff1li7un1k
    @user-ff1li7un1k Před 6 měsíci +1

    Jai Shree Mahakal❤

  • @jinukakoty3908
    @jinukakoty3908 Před 11 měsíci +13

    শাওণৰ শেষ ৰ টো সোমবাৰে অগ্নিনাভ বাবাৰ মন্দিৰ ত শৰাই বন্তি গাখীৰ অৰ্পণ কৰি ধন্যমআনইলও,বাবাৰ দৰ্শনে মেন আমাৰ সকলো দুখ দুৰ্গতি নাশ কৰিব বুলি সেৱা ললো।জয় অগ্নি নাভ বাবা ❤

    • @barnalidevi4695
      @barnalidevi4695 Před 9 měsíci +1

      Agninabh baba muk kripa korok Mur bhout dukh kastot din rati Kandi Kandi par Kari asu .Jai agninabh baba

  • @HirumoniDas-vy3eb
    @HirumoniDas-vy3eb Před 7 měsíci

    Jai baba agninav mor manuhjonok sodai vale rakhiba aru mor suwali jonik logote sokoluke vale rakhiba mahadev pita

  • @rakhidevi6869
    @rakhidevi6869 Před 6 měsíci

    Jai jagannath baba❤plz wish khini pura kori dia tmr hoi ghrt aa dhuniya ke saki agosh jolai dim baba❤

  • @mallikasarmah5303
    @mallikasarmah5303 Před rokem +6

    মোৰ মানুহ জনৰ বেমাৰ বহুত বাবাই যেন সকলো বেমাৰৰ পৰা মুক্ত কৰি দিয়ে যেন 🙏🙏🙏

  • @dhansonowal6924
    @dhansonowal6924 Před rokem +4

    Jai agni nav baba ❤️🙏🙏🙏❤️

  • @bhanitadeka9962
    @bhanitadeka9962 Před 6 měsíci

    জয় অগ্নিনাভ বাবা ...মোৰ মনৰ আশা পূৰণ কৰা মই তোমাৰ আশীবাদ লম

  • @user-rm6yx1hv1s
    @user-rm6yx1hv1s Před 7 měsíci

    Jai baba agninav baba 🙏🙏🙏 mur monor axa puron kori dia baba 🙏🙏🙏

  • @user-hr8zv9om5c
    @user-hr8zv9om5c Před rokem +11

    Baba kripa kora baba Mur bohut dukh hoi ase muk hohai kora 👏👏

  • @upakulparashar8628
    @upakulparashar8628 Před 7 měsíci +3

    জয় বাবা ❤❤❤
    মনৰ সপোন লাহে লাহে পূৰন কৰি আহিছা❤
    অনাগত দিনতো ভাল মানুহ হৈ ভাল কাম কৰিব পাৰো 🙏

  • @sandhyanaiding605
    @sandhyanaiding605 Před 7 měsíci +2

    Jai agninav Baba 🙏🙏🙏

  • @dikshitanath9927
    @dikshitanath9927 Před 5 měsíci

    অগ্নিনাভ বাবা তোমাক প্ৰমাণ জনাইছোঁ 🙏বাবা তুমি মোৰ দাদাক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে।।। তুমি চুকু মেলি চোৱা বাবা।।আমি বহুত চিকিৎসা কৰি আছোঁ।।অলপ ভাল হয় আৰু কেইদিনমান পিছত বেয়া হয়।।।বাবা তুমিয়েই সকলো 🙏🙏🙏🙏🙏

  • @simaray4036
    @simaray4036 Před rokem +3

    বাবা মোৰ সংসাৰ খনৰ পৰা গোটেই বাধা বিঘিনিবোৰ আতৰাই দিয়া 🙏

  • @parthanagogoi5997
    @parthanagogoi5997 Před 6 měsíci

    অগ্নীনাভ বাবা মোৰ ছোৱালী জনীক পঢ়াত মন বহাই দিয়া. মোৰ চাকৰি কাৰণে বহুত চেষ্টা কৰি আছো মোক সফল হও. সফলতা পিছত আপুনাৰ ওচৰত শৰাই দিম গৈ..

  • @swapnarava4861
    @swapnarava4861 Před 6 měsíci +1

    Sikha baa moi ata business t join korisu kintu moi eman sesta korio xophol hobo pora nai please mur namot agosi saki dibo sun jai Agninave baba ki jai Hor Hor Mohadev

  • @ushabarhoi2752
    @ushabarhoi2752 Před rokem +5

    বাবা কৃপা কৰিবা । ছোৱালীৰ দুখ কষ্ট খিনি দূৰ কৰক । জয় অগ্নিনাভ বাবা ।

  • @prodipsaikia9962
    @prodipsaikia9962 Před rokem +3

    বাবা মোৰ ছোৱলীজনী সুষ্ট কৰি দিয়ে যেন 🙏🙏🙏

  • @dipikaborah8482
    @dipikaborah8482 Před 7 měsíci +1

    জয় অগ্নিনাড বাবা🙏🙏🙏

  • @ambalikadas2731
    @ambalikadas2731 Před 7 měsíci

    He probhu aagni nav baba amar dhon sompotti Jen amak gurai diya kisuman dusto lokk deutak thogai prapti korib khusil atiya o korbat kiba ata karnt pora nai Tumi jn amak doya kora ...sofol hole apunar dorson home🙏🙏🙏joy aagninav baba

  • @kalpanadasborah9892
    @kalpanadasborah9892 Před rokem +49

    Mur maa presuar strock hoi bisona t pori ase apuni baba r usart saki agosh di pray koribo sn maa vl hoi jai jn

    • @subanshreemech7138
      @subanshreemech7138 Před rokem

      Baba mur bai joni petor bikh hoise Val hobo Akhirbad Diok plz

    • @gulapidutta305
      @gulapidutta305 Před 11 měsíci +1

      Tai nam to korobi dutta hoi maa

    • @rumabhuyan7307
      @rumabhuyan7307 Před 11 měsíci +4

      Jay agninav baba 🙏🙏🙏🌹🙏🙏🙏

    • @bharatibezboruwa4212
      @bharatibezboruwa4212 Před 8 měsíci +1

      Ma muk sorkare sakore ata deyok

    • @Jantideka9864
      @Jantideka9864 Před 8 měsíci

      মোৰ মানুহ জন পেচাৰ ইস্তক হৈ সো চাইদ টো বিকল হৈ গ'ল তেওঁ নাম দীপক কুমাৰ ডেকা, বাইদেউ তেওঁ নামত চাকি দিৱ চোন আমাক বাবাক দৰ্শন কৰিবলৈ য়াৱ পৰা কৰা,❤

  • @mayurakshiborah8078
    @mayurakshiborah8078 Před 9 měsíci

    Anginav Babar axirbadt moi assistant professor holu aru aibar apscr mains clear krilu lgte bohut bohut Mone bisara dhrne chamatkar kri dse ...jai Agninav Baba ❤

  • @20023K
    @20023K Před 9 měsíci

    Jay agninabh baba...ghr khonor valor babe mur monor aaxa pur koriiba baba.. Tumi xokti ru asirbad korile adin tumr usrt jam.. Jay baba aginabh.. Om namah shivai..

  • @archishadasdance3775
    @archishadasdance3775 Před 7 měsíci

    Jai Baba... Agninav ...mur aakha bur puron hoi Jen...🙏🙏🙏🙏🙏🙏🙏...

  • @user-jp5mp3nn3h
    @user-jp5mp3nn3h Před 4 měsíci +1

    জয় বাবা অগ্নিনাভ 🙏

  • @milibayan1478
    @milibayan1478 Před 6 měsíci +1

    জয় অগ্নিনাভ বাবা 🙏 মোৰ দেউতাৰ অসুখ হৈ আছে সোনকালে যাতে সুস্থ হৈ উঠে দেউতাই কৃপা কৰিবা বাবা 🙏

  • @gogondas3154
    @gogondas3154 Před 6 měsíci +1

    জয় আগ্নিনাভ বাবা 🙏🙏🙏🙏

  • @kabitaboro3920
    @kabitaboro3920 Před 7 měsíci

    Jai Agninav baba🙏🙏🙏 Om namah shivai🕉🕉🕉 🙏🙏🙏Har har Mahadev🕉🕉🕉🙏 🙏🙏ashirbad diya baba healthy sontan or maa hobble🙏🙏🙏

  • @tapandutta2262
    @tapandutta2262 Před 9 měsíci +2

    Joy baba agninav

  • @chuitchumann1748
    @chuitchumann1748 Před 7 měsíci

    Xokolure Mangal kora Prabhu🙏🏻
    Moi jen njr xopun ,maa Deuta ,ghr khnor xopun purabo paru kripa kora Shiv Shankar
    Xe Swaminatha 🙏🏻

  • @priyankaghosedas7618
    @priyankaghosedas7618 Před 2 měsíci

    Jai baba Agninavbaba mor monor iccha purno koro🙏🙏🏻🙏

  • @papiaborthakur7991
    @papiaborthakur7991 Před 7 měsíci +2

    মোৰ মনৰ আশা পূৰ্ণ কৰে যেন 🙏জয় অগ্নিনাভ বাবা🙏🙏

  • @user-bt8im5xl8y
    @user-bt8im5xl8y Před 7 měsíci

    Joi agninabh. Baba amar adharuwa hokolu kambur. Ho BN bo lage

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr Před 7 měsíci +1

    জয অগ্নি নাভ বাবা 🙏🙏🙏🙏তোমাৰ অপাৰমসীমাৰে মোৰ জীৱনতো সুষবিৰাজ কৰা মই বৰ অথৰ সংকততপৰিছো দযা কৰা পভূ🙏🙏🙏🙏❤❤❤❤

  • @user-ff1li7un1k
    @user-ff1li7un1k Před 6 měsíci +1

    Jai Agninav Baba❤

  • @pilpilimili7224
    @pilpilimili7224 Před 7 měsíci

    Moi Depression bugi asu, muk agor dore hustho kori diyoksu, heya mur agninav babar husort pratona Jai agninav baba ki jai🙏🙏🙏🙏🙏🙏

  • @titaborianvloggerritu3498
    @titaborianvloggerritu3498 Před 7 měsíci

    Jay agninav baba mur monor kamona puran koriba🙏🙏🙏

  • @bimalakakoti1700
    @bimalakakoti1700 Před 8 měsíci +1

    26/11/2023 মই গৈই আহিলোঁ , অগ্নি নাভ মন্দিত ভক্তিৰে একান্ত মনে প্ৰনাম জনাইছোঁ সপ্নটো ভৱা নাছিলোঁ বাবাৰ আশীৰ্বাদ লগে লগে পাইছোঁ, বহুত চেষ্টা আৰু ইচ্ছা কৰিছিলোঁ শিক্ষা বাৰ লগত মতব্য হোৱা , মই লক্ষীমপুৰ বাসিন্দা সময়ৰ প্ৰতি লক্ষ্য ৰাখি গুছি আহিলোঁ , সছাকৈ এক বিশেষ পৰিচয় কৰাই বাবেই মোক আশীৰ্বাদ কৰিলে

  • @user-ff1li7un1k
    @user-ff1li7un1k Před 6 měsíci +1

    Om Namah Shivai❤

  • @user-zd2is9nv5f
    @user-zd2is9nv5f Před 7 měsíci

    Jai agninav baaba..apuni Muk huvo kamona mongal Kore Jen..❤❤❤

  • @nitumanimachahary1939
    @nitumanimachahary1939 Před 6 měsíci

    Jai agninav Baba 🙏🙏🙏 ...apuni janei mi ki bisaru....xokolo khini mnr akha purn kori die Jen...adin hleo mi apunar osrt jabo sesta krim...jai agninav Baba 🙏🙏🙏...❤️

  • @user-gp9ks7zi7x
    @user-gp9ks7zi7x Před 7 měsíci

    Joi agninav Baba durro porai kheuwa jonaisu mur porialtu lora suwali kitak porha khunat ag barhi jab pare jate aru amak arkhibad koriba baba

  • @rimpigogoihazarika9586
    @rimpigogoihazarika9586 Před 6 měsíci +2

    🙏 প্ৰভু মোৰ ছোৱালী জনি পঢ়া শুনা ভালকৈ মন বহিব লাগে, মানুহজন ভালকৈ থাকিব লাগে কামত সফল হব লাগে, প্ৰভু

    • @creativetoxicfox2531
      @creativetoxicfox2531 Před 6 měsíci

      Mor ghor khon jatay hukhot thakay asaribad koriba🙏🏻jai againath baba

  • @jitenmalakar2916
    @jitenmalakar2916 Před 25 dny

    Joi agninavh Baba mur Hasben jon bht aokra khota nukhuni mur logt kaiya kori vl kori deba Sun

  • @ChimpiBaruah-rc5wx
    @ChimpiBaruah-rc5wx Před 7 měsíci

    Aibar mur Jen sorkari job hoi jaii...Joi agninav baba❤️🥺

  • @RimjimBoruah-gi7jq
    @RimjimBoruah-gi7jq Před 8 měsíci

    Joi Agninav Baba, Amar porialor sokolure sharbangin unnotir kamonare tumaloi sewa aru Archibad bisarisu.Mur soru suali jonia aibar matric diba taiku Archibad dia jate tai tumar Archibadot sufal paijen . Dhanyabad Baba.

  • @jurinath1147
    @jurinath1147 Před 7 měsíci

    Jai অগ্নিনৱ বাবা আমাৰ ঘৰ খন ভালে ৰাখিব

  • @binitakakati1561
    @binitakakati1561 Před 7 měsíci

    বহুত ভাল লাগিল 🙏🙏🙏

  • @momidevi9629
    @momidevi9629 Před 6 měsíci

    জয় অগ্নিভ বাবা মনৰ আশা পূৰণ কৰিবা

  • @user-ff1li7un1k
    @user-ff1li7un1k Před 6 měsíci +1

    Har Har Mahadev❤

  • @SewaliDas-ru3rh
    @SewaliDas-ru3rh Před 6 měsíci +1

    জয় অগ্নি নাভ বাবা মনৰ আশা পূর্ণ কৰিবা