কংগ্ৰেছক মিচ কৰিছে এওঁলোকে!

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • ‪@IndianNationalCongress‬ ‪@bjp‬ ‪@gauravgogoiasm‬ ‪@HimantaBiswaSarma‬

Komentáře • 202

  • @JibeswarRajbongshi-fm3vi
    @JibeswarRajbongshi-fm3vi Před měsícem +96

    বিপদৰ সময়ত কংগ্ৰেছক এৰা নেতাসকল পুনৰ কংগ্ৰেছ লৈ আহিলে বিজেপিৰ দৰে দশা কংগ্ৰেছও হব ।কাৰন ৰাইজ সজাগ হল ।

    • @bhupenswargari9194
      @bhupenswargari9194 Před měsícem +3

      akdom hoitya

    • @paporigogoi8980
      @paporigogoi8980 Před měsícem +6

      এই কেইজনক ললে আমি ৰইজৰ আগত লাজ পাম

    • @user-ij4yt6jk4i
      @user-ij4yt6jk4i Před měsícem +3

      Right 💥100℅

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 Před měsícem +4

      এই সকল নেতাক কঃগ্ৰেছত পুনৰ স্থান দিব নালাগে।

    • @monjulahon7712
      @monjulahon7712 Před měsícem +4

      শেষ মূহুৰ্তত গৌৰৱ গগৈক সঙগ এৰি দিয়া পান্দা কেইটাক বিশেষকৈ ৰাণা , অঙ্কিতা কেতিয়াও স্থান দিব নালাগে ।

  • @bhabensaikia5028
    @bhabensaikia5028 Před měsícem +42

    বিজেপিৰ ঘাই শিপাডাল খামুচি ধৰি থকা পুৰণি বিজেপি কোনোবা কংগ্ৰেছলৈ আহিব বিচাৰিলে সেই সকলক আদৰি ল'ব লাগে ৷ কংগ্ৰেছক লেং মাৰি বিজেপিলৈ ধাপলি মেলা কেইটাক পুনৰ কংগ্ৰেছৰ পদূলি মুখলৈকে আহিবলৈ দিব নালাগে ৷

    • @KumarDhirendraNarayanDev
      @KumarDhirendraNarayanDev Před měsícem +1

      ৰানাই পুনৰ কংগ্ৰেছলৈ উভতি বিচাৰি " Run " কৰি ৰক্ষা পোৱা নাই।

    • @kalpanadeka6201
      @kalpanadeka6201 Před měsícem

      @@bhabensaikia5028 পুৰণি বিজেপি দলৰ মানুহ খিনি ভাল। সন্মান সহকাৰে আদৰি লোৱা উচিত।

  • @jibonjyotidutta622
    @jibonjyotidutta622 Před měsícem +52

    এইসকল নেতাই যি ভুল কৰিলে তাৰ কোনো শুদ্ধৰনি নাই | দুৰৈৰ পাহাৰটো আতৰৰ পৰা বৰ শুৱনি দেখিছিল কিন্তু এওঁলোকে ওচৰত গৈহে দেখে যে কি ভুল কৰিলো আমি |

  • @mumtazali2453
    @mumtazali2453 Před měsícem +59

    নদীৰ সিপাৰে নগৰ ধুনীয়া।

  • @kalpanadeka6201
    @kalpanadeka6201 Před měsícem +20

    ৰাইজৰ বাবে সমাজ সেৱা কৰিব যোৱা নাছিল। নিজৰ অভাব অনাটন আতৰাই সম্পত্তি গোটাই ডাঙৰ, ডাঙৰ কথা কৈ আনক ঠাট্টা কৰিথাকিলেহয়।

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z Před měsícem +39

    ইহত গাদ্দাৰ হই নএণ্টী কংগ্ৰেছত ইহতক ফটা জোতাৰে কোবাব লাগে

  • @jyotiprasaddas8946
    @jyotiprasaddas8946 Před měsícem +11

    ৰাণা, বিস্মিতা ক কংগ্রেসে ঘুৰাই লব নালাগে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před měsícem +13

    ন-বিজেপিহে আমাৰ টাৰ্গেট;পুৰণি বিজেপি নহয়!No empty seat for new BJP. Bye Bye.

  • @rebasaikia7452
    @rebasaikia7452 Před měsícem +20

    ইহত যাতে আকৌ আহিব নালাগে,

  • @Rana-hg8hg
    @Rana-hg8hg Před měsícem +7

    কংগ্রেচ দল এৰি বিজেপি দলত যোগদান কৰা সকলক পুনৰ কংগ্রেচ দলত যোগদান কৰিবলৈ দিলেই কংগ্রেচ দল গেলিব গৈ

  • @_axomia_lora_2624
    @_axomia_lora_2624 Před měsícem +6

    ৰাণা হাৰাম অংকিতা জংক পংক বিস্মিতা বিস্ময়।এইবোৰক কংগ্ৰেছত লব নালাগে।

  • @nagenbaishya2465
    @nagenbaishya2465 Před měsícem +10

    কেৰিয়াৰ বিছাৰি যিবোৰ নেতাই দল বাগৰি ফুৰে, সেইবোৰ নেতা আচলতে দেশদৃহি। টকা লুতিবলৈ সিহঁতে পদ বিছাৰি ফুৰে।এই দালাল বোৰক জনতাই বহিষ্কাৰ কৰিব লাগে।

  • @pgoswami5378
    @pgoswami5378 Před měsícem +5

    বিজেপিয়ে একাধাৰে কংগ্ৰেছৰ বদনাম তথা অস্তিত্বয়েই নাই বুলি
    যি অপপ্ৰচাৰ চলাইছিল তাতেই
    এইসকল নেতাই motivate হৈ বিজেপিৰ প্ৰতি মোহত আকৃষ্ট হৈছিল আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
    এতিয়া তাত ভবা মতে সকলো থিক
    নহব বা নচলিব বুজি আকৌ হয়তো
    কংগ্ৰেছলৈ মন মেলিব পাৰে। হয়তো
    এতিয়া অনুশোচনাও হব পাৰে। কংগ্ৰেছে এই সকল নেতাক আকৌ বিশ্বাসত লয় নে নলয় সেয়া কংগ্ৰেছ দলৰ সম্পূৰ্ণ
    অভ্যন্তৰৰ বিষয়।

    • @babulkalita14
      @babulkalita14 Před měsícem

      Notun BJP keitak congress loi jodi congress ghatibo

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Před měsícem

    এওলোক যে দুৰদৰ্শী নহয় তাৰ প্ৰমাণ নিৰ্বাচনৰ আগে আগে বিজেপি দললৈ যোৱাতো। কংগ্ৰেছৰ ভাল দিন ঘূৰি আহিব ধৰা অবস্থাত এওলোক বিজেপিলৈ যোৱাত সকলো হতভম্ব হৈছে। এনে উৰণীয়া নেতাৰ ভবিষ্যত নাই। বিজেপি নেতৃত্বক জানি বুজিও কি বিশ্বাসত ধৰা দিলে সেইটোহে আচৰিত ।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Před měsícem +3

    দুই নাওঁত দুই ভৰি দিছিল, এই সকল নেতাই । এওঁলোকক জনসাধাৰণে বিশ্বাস নকৰে । ২০২৬ চনৰ নিৰ্বাচনত বিজেপি দল zero হৈ যাব ।

  • @pratuldas6125
    @pratuldas6125 Před měsícem +5

    মাথা মানে মুৰ থাকিলেই নহব , মগজ থাকিব লাগিব I এই লুভিয়া , মগজ নথকা ৰাজনৈতিক নেতা বোৰলৈ পুতৌহে উপজিচে I

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Před měsícem +6

    ভাল লাগিছে দালাল বিলাকক বিদায় দিব লাগে । সূনালি সুযোগ ।

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr Před měsícem +13

    গৌৰৱ গগৈ❤❤❤

  • @debenbokalial6986
    @debenbokalial6986 Před měsícem +5

    ক ম কৈ হলেও দল বাগৰা নিতী পাঁচ ব ছ ৰ বাধ্যতামলক হব লাগে বুলি মই ভাবো। নহলে এই গে লা আলু বোৰে নিজৰ লগতে জনসাধাৰণ কো গে লাই আছে।

  • @digantadeuridigantadeuri6037
    @digantadeuridigantadeuri6037 Před měsícem +9

    ভগা পজা হলেও নিজৰ ঘৰ খনেই ভাল ।

    • @kalpanadeka6201
      @kalpanadeka6201 Před měsícem +2

      বিপদৰ দিনত পালটি মাৰা এই বিশ্বাস ঘাটক বোৰে গাদী পালেই ৰাইজক পাহৰি টকা গোটাই অহ;কাৰী হ'ল হেঁতেন।

  • @robinchangmai9312
    @robinchangmai9312 Před měsícem +2

    গৌৰৱ গগৈ য়ে কংগ্ৰেছ ক নতুন ধৰণেৰে আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সফল হোৱা দেখা গৈছে । সেইবাবে হয়তো নতুনকৈ কংগ্ৰেছ লৈ আহিব ৰ বাবে যো, যা কৰিছে সেইটো সঁচা ।

  • @parveenahmed2166
    @parveenahmed2166 Před měsícem +5

    Please don't take them back. 🙏

  • @brishnubhuyan8521
    @brishnubhuyan8521 Před měsícem +2

    ৰানা অ্ংকিতা হত কংগ্ৰেছ ৰ কলংক আতৰিছে বাবে উজনিত কংগ্ৰেছে সুফল পাইছে

  • @intajulzaman4393
    @intajulzaman4393 Před měsícem +3

    Rana buy buy

  • @user-hg3di5bz7w
    @user-hg3di5bz7w Před měsícem +3

    GAURAV GOGOI

  • @manikeswardeka8996
    @manikeswardeka8996 Před měsícem +3

    এতিয়া কংগ্ৰেছ দলতু আবৰজনা মুক্ত ।

  • @binodneog3320
    @binodneog3320 Před měsícem +3

    ফটা বাহ লগ লগাব পাৰি নেকি

  • @nabindas7409
    @nabindas7409 Před měsícem +4

    Kene moja paisa.... Subidhabadi sokol

  • @manojbora2244
    @manojbora2244 Před měsícem +2

    দেশমাতৃক সেৱা কৰাৰ মানসেৰে সমৰ্পিত মনোভাবেৰে বিজেপিলৈ অহা সকলৰ মুখত এতিয়া কেৰিয়াৰৰ কথা কিয় !

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 Před měsícem +1

    এই সকল সমাজবাদী বা সমাজৰ বাবে কাম কৰা নেতা নহয়, সুবিধা পোৱা নাই, নিজৰ স্বাৰ্থ পূৰণ বাবে সে, স্বাৰ্থপৰ নেতা

  • @Arabinda931
    @Arabinda931 Před měsícem

    দল সলোৱা বিধায়কৰ পদ বাতিল কৰিব লাগে। কাৰন সিহতক ভোটাৰে দল হিচাপেহে ভোট দিছিলে।

  • @bijoygoswami6907
    @bijoygoswami6907 Před měsícem

    বি জে পি বেয়া!? ৰাহুল ৰ চামচা কৰাত কৈ /হিন্দু মুসলিম কংগ্রেসে কৰা দেখা গৈচে। গৌৰৱ গগৈ জিকা কাৰনে উজনি মানুহে কংগ্রেসী হব বুলি এই পণ্ডিত জনে অপপচাৰ চলোৱা যেন লাগিচে
    যিহেতু আমাৰ খাৰ খোৱা বেচি বোৰে আবেগিক!? কংগ্রেস আহিলে বদৰুদিনৰ দৰে লোক চিপ মিনিষ্টাৰ হব (সময় লাগিব) সেইটো খাটাং। লৱাৰ অসমৰ ভোটাৰক আপাৰ অসমলৈ নিয়াৰ জোগাৰ কৰি লব।

  • @harakantadeka7715
    @harakantadeka7715 Před měsícem +1

    বিপদৰ,সময়ত,কঙৰেছৰ,পৰা,একেবাৰে,জাপ,মাৰি,গুচিযোৱা,সকল,আকৌ,যদি,দলে,এইসকলক,ললে,আমি,পোনে,পোনে,ওলাই,আহিম

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 Před měsícem +1

    Rahul Gandhi jindabad

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i Před měsícem +6

    Kako entry dibo nalage..... request to gaurav gogoi

  • @manojkr1253
    @manojkr1253 Před měsícem +1

    এইসকলক গ্ৰহণ কৰিব নালাগে।। বিশ্বাস ঘাটকতা কৰিব পাৰে

  • @Legal_weapon295
    @Legal_weapon295 Před měsícem +1

    যিয়ে এটা দলৰ হৈ থাকিব নোৱাৰে সেইসকলে কোনো দলৰে নিঃস্বাৰ্থ ভাবে কৰ্মকৰ্তা হব নোৱাৰে কেতিয়াও সেয়েহে কংগ্ৰেছত পুনৰ যোগদান কৰিব নিদিয়াটোৱে ভাল কংগ্ৰেছ দলৰ কাৰণে।

  • @Rana-hg8hg
    @Rana-hg8hg Před měsícem +1

    অৰুণোদয় আচনিৰ ললিপপ দি আছে নহয় কেৰিয়াৰ চিন্তা নাই😂😂

  • @jhoondeka8568
    @jhoondeka8568 Před měsícem

    ক্ষেমতা ৰ লোভত দল বাগৰি থকা ডলাৰ বগৰী লেখীয়া নেতা সকলে নিজৰ বাহিৰে দলৰ উন্নতি কেতিয়াও আশা নকৰে।দলৰ বিপদ দেখিলে এওঁলোকে অইন দললৈ আঁতৰি যাই।

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i Před měsícem +1

    कांग्रेस🎉❤

  • @realhero5657
    @realhero5657 Před měsícem +1

    গাদ্দাৰ লোভীয়া কেইটাক কংগ্ৰেছত ঠাই দিব নালাগে । গাদ্দাৰ গাদ্দাৰেই ।

  • @bishaldas3964
    @bishaldas3964 Před měsícem +2

    Assamar babe val khbor mama bipodot mane assamat khanti

  • @dadulali2185
    @dadulali2185 Před měsícem

    মই সুৰুয দিহিঙ্গীয়াক কংগ্ৰেছ দললৈ পুনৰ অহাটো বিচাৰোঁ

  • @nivasaikia2249
    @nivasaikia2249 Před měsícem +1

    Good news❤❤❤

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d Před měsícem +1

    ৰাজনীতিত আৰু কি কাৰিয়েৰ লাগে, ইমানেই যদি কাৰিয়েৰ ৰ পাগল তেওঁলোকে APSC বা IAS, IPS চেষ্টা কৰিব লাগে!

  • @RanjitPhukan-ct5yf
    @RanjitPhukan-ct5yf Před měsícem +1

    Rana atea. Pomjua footbal

  • @bapandeka
    @bapandeka Před měsícem

    B j. P. Jindabad

  • @dipshikhade3541
    @dipshikhade3541 Před měsícem +3

    Ai johora burok akow lobo nalage

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k Před měsícem +3

    I knew it, I have seen the politics for last 70 years.these politicians do not have any ideology, have no intellect, thus no future....

  • @NirmolRay118
    @NirmolRay118 Před měsícem +2

    😂😂😂 প্ৰত্যেক দলৰে একাংশ নেতা থাকে,কেৱল সুযোগ বিচাৰি থাকে।যিদৰে কিছুমান প্ৰেমত স্বাৰ্থ থাকে,কিছুমান ছোৱালীয়ে যিদৰে চাকৰিয়াল লৰা পালে বহুদিনৰ বিশ্বাসী প্ৰেমীককো এৰি দিয়ে,সেইদৰে কিছুমান নেতায়ো যত ভাল দিন দেখা পায় তাত যাম বুলি সুৰুঙা বিচাৰি থাকে।।।এনেকুৱা প্ৰেমিকা আৰু নেতা সাপতকৈও বিষাক্ত।।।কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰাৰ ধান্দা কৰি থাকে।।।জনগণে এনে নেতাক ভোট দিয়াৰ কাৰণেই অসমখনত দিনক দিনে সমস্যা বাঢ়ি গৈছে।।।দল বাগৰা নেতাক আছলতে টিকট দিয়াটোৱেই ভূল,যি দলৰেই নহওক কিয়।।।

    • @k.k.movies
      @k.k.movies Před měsícem

      hei karone himanta , jayanta, piyush ahunok ticket dibaye nalgissil 🤔🤔

    • @user-ft9qg8bk8b
      @user-ft9qg8bk8b Před měsícem

      😂

  • @rong_mon
    @rong_mon Před měsícem +1

    এওঁলোক না ঘৰ কে ৰহে না ঘাট কে😂...উলমি ৰল মাজত😂

  • @NP-gf7fo
    @NP-gf7fo Před měsícem +3

    Lakhimpur lok sabha t congress or MP k Lakhimpur badey dhemaji jonai t kunua sinia napai.
    Lakhimpur ot ha MP a okol rally korisile, kintu bahut vote Paley congress or namot matro Gaurav Gogoi namot.
    Gaurav a CM khelile Mama sesh
    So

  • @intajulzaman4393
    @intajulzaman4393 Před měsícem +3

    Ehot nahaleo cong saliba

  • @PrashenjitShome-or5et
    @PrashenjitShome-or5et Před měsícem +1

    Who have gone to opposition, they should not be taken back to congress.

  • @PaporiBuragohain-zu5tk
    @PaporiBuragohain-zu5tk Před měsícem

    সংকটৰ সময়ত দল এৰি ন বি,জে,পি হোৱা কাকো পুণৰ আদৰি লব নালাগে।মগজু থাকিলে নিজেই আহিব নোৱাৰে

  • @ranjitbora734
    @ranjitbora734 Před měsícem +2

    ইহঁতৰ ভবিষ্যৎ ০০০০।

  • @MithuPobonofficial
    @MithuPobonofficial Před měsícem +1

    Jorhat assambly
    krishanu Baruah dada

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv Před měsícem +3

    Papor fol

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Před měsícem +1

    এইবিলাক নেটাই ভোট বিচাৰি গ'লে ৰাইজে দৌৰাই দৌৰাই পিতিব লাগে এইবোৰ নেটাই চল চাই কঠিয়া পাৰে
    এইবোৰ নেটাই ৰাইজৰ কাৰণে একো নকৰে

  • @lakhyeswarborah614
    @lakhyeswarborah614 Před měsícem

    এইসকলৰ এতিয়া কি হব বা কি কৰিব ? পুনৰ কংগ্ৰেছলৈ আহিবলৈ হলে এওঁলোকৰ নাকটো কত থব ?? অন্য কথা বাদ দিলেও গোসাইৰ অৱস্থাটো কি হব ??? তেওঁ কংগ্ৰেছৰ পৰা কি পোৱা নাছিল ।

  • @dadugogoi5548
    @dadugogoi5548 Před měsícem +1

    হা... হা ... হা.... । মানে এইসকল হৈছে সুবিধাবাদী ৰাজনীতিবিদ । আৰু কি কম ? 🙂🙂🙂

  • @puranjitbarua8820
    @puranjitbarua8820 Před měsícem +1

    Very good 👍

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Před měsícem +7

    Congress party zindabad

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Před měsícem +3

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব।

    • @DreamInstaModel
      @DreamInstaModel Před měsícem

      Apunar mtht eko nai, aponar faltu lecture atia nacha le , ei bial lecture 1980 salisil, atiya nacha le

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před měsícem

      @@DreamInstaModel বাংলাদেশী ৰ দালাল?

    • @DreamInstaModel
      @DreamInstaModel Před měsícem

      @@thepoliticalawareness1021 Misa bhoi dekhuwai Axomiya jati tuk bhoyatur bonai ase aponi. Ai bilak bandha karok jati tur bhal hobo. Aponalok Bangladeshir dalal Hindu bangladeshi ani Axom heh karile aponalook

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před měsícem

      @@DreamInstaModel আপুনি দালাল নহয় চাগে। বাংলাদেশী হবলা। যদি বাংলাদেশী হয় তেনেহলে প্ৰশংসা নকৰি উপাই নাই। হিন্দু বাংলাদেশী কত আহিছে। চৰকাৰৰ data টো Online ত আছে তাতে চাই ললেই হল দেখোন। এতিয়া মাত্ৰ দিল্লীৰ শৰণাৰ্থী শিবিৰ ত বছৰৰ পিছত বছৰ থকা মাত্ৰ কেইজনমান পাকিস্তানী হিন্দুৱে নাগৰিকত্ব পাইছে।

    • @DreamInstaModel
      @DreamInstaModel Před měsícem

      @@thepoliticalawareness1021 Aponi Hamprodayik manuh Aru aponi RSS Or meating juwa baad diyok, Matha thanda thakibo

  • @mofijali4108
    @mofijali4108 Před měsícem +3

    ২৬ কংগেছ চৰকাৰ আহা তো খাতাং

  • @mahendradas1610
    @mahendradas1610 Před měsícem

    এই বোৰক সুবিধাবাদী মানুহ বুলি কয় । ইহঁতক ৰাইজে একেবাৰে এৰিব লাগে ।

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s Před měsícem

    'গণতন্ত্ৰত বহুজনৰ মত এক হ'লেহে প্ৰকৃত গণতন্ৰ বুজায় ' বিজেপিত এই সূত্ৰ আছে নাই,আপোনালোকে প্ৰমাণ কৰি ৰাইজক দেখুৱাটো কৰ্তব্য বুলি মানিবনে?

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Před měsícem +2

    ai dolar bogori keitak oru lobo nalage ,,jodi join kora congrass barbaad hobo.

  • @padmadharkalita3775
    @padmadharkalita3775 Před měsícem +1

    বিজেপিত টকা খাব নোৱাৰে

  • @rakashdas9087
    @rakashdas9087 Před měsícem +1

    নিতি আদৰ্শ একো নোহোৱা হৈছে দলতোত সেই অতল জিও নাই আদবানীও নাই জাৱৰ জোঠৰ সোমাই দলতো শেষ কৰিলে আৰু নিজে শ শ কৌতি টকাৰ মালিক হৈছে

  • @utpalgoswami1990
    @utpalgoswami1990 Před měsícem

    বিচমিতা, অংকীতা, ৰানা গোস্বামী ইহতে আকৌ কংগ্ৰেছলৈ আহিম বুলি ভবাতো বা কোৱাতো নিজে নিজৰ "থু"চেলেকি খোৱাৰ নিছিনা নহবনে ? কংগ্ৰেছলৈ আহিলে কুকুৰ মেকুৰী দৰেই আসন পাব নহয়নে ?

  • @midutaye1998
    @midutaye1998 Před měsícem +2

    Vlei hoise de

  • @AchyutBora-p2g
    @AchyutBora-p2g Před měsícem +2

    Aikata jodi ako congress loi ahe vut kintu ndu sidha kotha

  • @abdulkhalek3007
    @abdulkhalek3007 Před měsícem

    স্থান কৰিলে মান যায়।লোকে পাপ পাপে মৃত্যু

  • @gh12138.
    @gh12138. Před měsícem +2

    Yes

  • @dumahusoroniya6691
    @dumahusoroniya6691 Před měsícem

    আপুনিও জে। বাতৰি নাপাই আৰু নো কোন বৰবকে কৈছে ভাল দিন আহিছে বুলি

  • @AS-lk8tq
    @AS-lk8tq Před měsícem +3

    Luvia hokolok aku dibo nlge

  • @user-gn6cq3yh5k
    @user-gn6cq3yh5k Před měsícem +2

    Dolbagora bagora leader bilak raije khedibo lage

  • @bipulkalita9799
    @bipulkalita9799 Před měsícem +1

    আবৰ’জনা বোৰ নলব৷

  • @harendrabarman2736
    @harendrabarman2736 Před měsícem +2

    Neta bilak he sodai neta hobo lage na ki?

  • @romenshyam906
    @romenshyam906 Před měsícem

    দল এৰা পুনৰ দলত লব নেলাগে।

  • @chittaranjanmedhi8457
    @chittaranjanmedhi8457 Před měsícem +1

    Bjp Pala 11 congress Pala 3 sinta kara darker nai bjp

  • @kamal4780
    @kamal4780 Před měsícem +2

    Eaolok luvia manuh, kono ideology nai eailokor. Poisa, power eaoloker karane main

  • @ranobasumatary7206
    @ranobasumatary7206 Před měsícem +2

    Weak worker not leader

  • @dipankardutta4753
    @dipankardutta4753 Před měsícem +3

    খুব মজা....

  • @bitukonwar2116
    @bitukonwar2116 Před měsícem

    খাই পাত ফলা বোৰক পুনৰ আদৰণী কৰি লোৱাতো কেতিয়াও কামনা নকৰোঁ। ইহঁত সব মহা বিশ্বাসঘাটক।।।।

  • @kishoridas6447
    @kishoridas6447 Před měsícem +2

    ৰানা গোস্বামী দেৱে ঠিকেই সুবিধা লৈছিল যদিহে Hitendra Goswami দেৱে (আগতে কোৱা মতে) ৰাজনৈতিক অবসৰ লয়। Rana Goswami দেৱে BJPত উপযুক্ত স্থান পাওক ।

    • @manojkumardutta8590
      @manojkumardutta8590 Před měsícem

      Congress eman val party ata ari khokot pori bepari dol atat sumai atia nijore naam nuhuwa hobo ehotor

  • @gouravburagohain597
    @gouravburagohain597 Před měsícem

    এই সকলক কেতিয়া বিশ্বাস কৰিব নোৱাৰি ৷

  • @LalitChDas-fj4lt
    @LalitChDas-fj4lt Před měsícem

    Though dulu chetia may not be famouse he should be supportef as leader.

  • @user-tq9iw9gf3t
    @user-tq9iw9gf3t Před měsícem

    These greedy leaders who left congress just only for therir personal benefit . They should not be accepted in congrress.

  • @anujsaikia4690
    @anujsaikia4690 Před měsícem +1

    ফ্লপ হিৰৌৰ অৱস্থা কি নহয় সকলোৱে জানে

  • @Montodas-jc6yt
    @Montodas-jc6yt Před měsícem

    Slow and honestly Move donot wait. 🎉🎉🎉🎉🎉 2:08

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z Před měsícem +4

    দত্ত আৰু বৰাই কংগ্ৰেছক শেষ কৰিলে

  • @pahishorts569
    @pahishorts569 Před měsícem +1

    Than arila man jai

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 Před měsícem

    Assam BJ P means Ex Congress 's party.

  • @moltengaming5602
    @moltengaming5602 Před měsícem +1

    Gol gol val hol ,

  • @sahanurahmedrajbarbhuiya5616

    মামা'য় কৈছে:- ২৬ 'ত কং খালি হৈ যাৱো।।😅

  • @gautamgogoi6460
    @gautamgogoi6460 Před měsícem +1

    Enekua bilak hosa news dibo

  • @mridulkumarborah4181
    @mridulkumarborah4181 Před měsícem

    Stays less ones aren’t believable. Thanks.

  • @abarmanabarman103
    @abarmanabarman103 Před měsícem +1

    সুন্দৰ