অখিল গগৈৰ যদি অভাৱ নাই দৰমহা গ্ৰহণ কৰিব নালাগে : বিশ্বজিৎ দৈমাৰী

Sdílet
Vložit
  • čas přidán 9. 07. 2024
  • ▶️মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি সংবিধানৰ নিয়মাৱলী মতে হয়। কাৰো ব্যক্তিগত কথা মতে নহয়। অখিল গগৈৰ যদি অভাৱ নাই দৰমহা গ্ৰহণ কৰিব নালাগে : বিশ্বজিৎ দৈমাৰী

Komentáře • 320

  • @djrock5500
    @djrock5500 Před 19 dny +149

    এটো এটা অদক্ষ বিধানসভা অধ্যক্ষ, বিধানসভা অধ্যক্ষ আসনখন সন্মান নাইকীয়া কৰি পেলালে এইটোৱে।

    • @dekhoviralshorts
      @dekhoviralshorts Před 19 dny +2

      murt maal thakile he

    • @VlogA2Z
      @VlogA2Z Před 18 dny +1

      aku kam ni eyar.... remote contrl.re solai ase eyak

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Před 19 dny +62

    গৰমত জনসাধৰনক গছৰ তলত থাকিব দিয়া অধ্যক্ষৰ ঘৰত ২৬ টা AC পাইছিল। এ্ই নেতা জনক OPS বাদ দি NPS দিব লাগে।

  • @rakashdas9087
    @rakashdas9087 Před 19 dny +105

    চোৰ দকাইত যেতিয়া চৰকাৰৰ বৰমুৰিয়া হয় তেতিয়া এই কথা কয়

    • @user-xg6hu8vr7f
      @user-xg6hu8vr7f Před 19 dny +3

      ১০০ শতাংশ সচাকথা কৈছে।

  • @sanjibbora1789
    @sanjibbora1789 Před 19 dny +69

    অভাৱ ত পৰি অখিল গগৈয়ে দৰমহা বহাৰ কথা কোৱা নাই ,কি ফকতিয়া কথা কৈছে এজন অধক্ষ হৈ।

    • @bkp9774
      @bkp9774 Před 19 dny +13

      ইয়াৰ মূৰত গোবৰ আছে, হেমন্তৰ চোৱা সেলেকা বড়ো কছাৰী এটা ।

    • @user-do5hg6vr7e
      @user-do5hg6vr7e Před 19 dny +3

      থিক!!

    • @prabinniswari4995
      @prabinniswari4995 Před 18 dny

      boro kachari mak kiba korise neki motherboard😠😠😠😠@bkp9774

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs Před 19 dny +8

    এই ব্যক্তিজনক আচলতে অধ্যক্ষ পদৰ পৰা নিলম্বন কৰিব লাগে।

  • @bolicharanray9127
    @bolicharanray9127 Před 19 dny +26

    আইনগত সুবিধা বোৰ কোনে বনাই লৈছে? মন্ত্ৰী হ'লে লোভী হৈ পৰে মানুহবোৰ।

  • @LetsinfoPvtLtd
    @LetsinfoPvtLtd Před 19 dny +12

    দৰমহা নালাগে বুলি কেতিয়া কলে ? কেৱল বৃদ্ধি কৰিব নালাগে বুলি কৈছিল অসমৰ স্বাৰ্থত। দৰমহা ৰাইজৰ কৰ ৰ টকা হয় , ৰাইজে দৰমহা বৃদ্ধিৰ বিৰোধী ।

  • @phukanalex3509
    @phukanalex3509 Před 19 dny +57

    মহোদয় এই বিলাক আঁচনি বন্ধ কৰি বানপানী ভূমিস্খলন কৰা ৰাস্তা বোৰ ভাল কৰিবলৈ অনুৰোধ জনালো

  • @pratuldas6125
    @pratuldas6125 Před 19 dny +24

    দৰমহা বৰাবলৈ আইন কোনে বনায় ? কাৰোবাৰ আটিছে আন কাৰোবাৰ আকৌ নুজুৰিছে I কথাবোৰ হজম কৰিবলৈ বহুত সময় লাগিব I

    • @user-xg6hu8vr7f
      @user-xg6hu8vr7f Před 19 dny +1

      ২০২৬ ত এইসোপাকে খেদিব লাগে বুজিচে!

  • @manojtalukdar6647
    @manojtalukdar6647 Před 19 dny +12

    মন্ত্ৰী বিধায়ক সকল অভাৱত জুৰুলা সেয়ে ১০১% দৰমহা বঢ়াই লওক 😋😋😋😋😋 সুন্দৰ অতি সুন্দৰ অধ্যক্ষ,😎

  • @janardanbora2803
    @janardanbora2803 Před 19 dny +6

    গৰম উঠিলে গছৰ তললৈ যাব বুলি কোৱা জনে কি বুজি পাব হয়😅😅😅

  • @jitensarma1210
    @jitensarma1210 Před 19 dny +9

    অসমৰ MLA , Minister কেইজনৰ বাহিৰে কাৰো একো অভাৱ নাই। সেইবাবে তেওঁলোকৰ দৰমহা আৰু ‌বাকী সুবিধা বোৰ মাহে‌ মাহে বঢ়াই থকাটো অতি ভাল কথা হৈছে।

  • @shahinurofficials
    @shahinurofficials Před 19 dny +17

    OPS baad di aponalok NPS lowk

  • @anjugogoi6222
    @anjugogoi6222 Před 19 dny +34

    এজন অধ্যক্ষ ৰ কথা মাৰ্জিত হোৱাটো ভাল আগলৈ শিকিব

  • @janardanbora2803
    @janardanbora2803 Před 19 dny +7

    তহত বোৰে দৰমহা পাৱ বাহিৰৰ টকা লৰা ছোৱালী পঢ়া শুনাৰ খৰচা মোবাইল ফোন লগতে ৰিচাজ আৰু কি লাগে জনতাই ভোট দি জিকাই ককাই দেও সেই দুখীয়া জনতাক কি দিছে দুখৰ বাহিৰে বস্তুৰ দাম আৰু শেষত গৈ ৰিচাৰ্জ বুৰো দাম বহাই দিলে লাজ নালাগে নে আপোনাৰ দৰে নেতাৰ

  • @kabitasaikia8713
    @kabitasaikia8713 Před 19 dny +12

    চংবিধান বিধানচবা..... 😅😅

  • @lightturns9179
    @lightturns9179 Před 19 dny +7

    MLA tu sakori nhoi. So darmaha aru pension kihor babe? Kunu law r kotha nai Iyaat.. Law kune bonaise darmaha hodai borhai thakibor babe? Alop beya lagibo lagisil ai banpanir timeot aibur koriboloio.. Shameless

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Před 19 dny +1

      আচলতে বিধায়কৰ দৰমহা থাকিবই নালাগে। কেবল বাস ভবনটো ফ্ৰী হব লাগে।

  • @user-yu9hd2sq3v
    @user-yu9hd2sq3v Před 19 dny +6

    এইটো মুখৰ কথা কোনো অথ নাই......

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Před 19 dny +5

    আপোনালোকৰ ইমান দৰমহা,বানচ পোৱাৰ পিছতো বহুত অভাৱ নহয়নে বাৰু ? অন্যায় কৰি বহুত বেছি টকা ঘটিব যাওঁতে বহুত ডাঙৰ ডাঙৰ বেমাৰ হয় আকৌ , সেই টকা তেনেকৈ য়ে শেষ হয় । অন্যায় মানে Contractual employees ,Musterule employees বোৰক কিমান দৰমহা কমকৈ দি আছে ? তেওঁ লোকৰ অৱস্থা শোচনীয় হৈ গৈছে 😢😢😢

  • @afazulhoque4032
    @afazulhoque4032 Před 19 dny +6

    ইহঁতে সাধাৰণ নাগৰিকৰ কথা কেতিয়াবা ভাবি চাইছেনে । ইহঁতৰ অভাৱ বহুত। পৃথিৱীত চিৰ জীৱন থাকিম বুলি ভাবিছে নেকি। নে মৰিলেও লগত নিম বুলি ভাবিছে?

  • @abdulmotaleb9598
    @abdulmotaleb9598 Před 19 dny +6

    চুবিদা, চদন এইবিলাক কি কয় হে।

  • @rupakdas099
    @rupakdas099 Před 19 dny +8

    obhong

  • @ashutoshchaudhury8359
    @ashutoshchaudhury8359 Před 19 dny +4

    লোকসভা, ৰাজ্যসভা, বিধান সভা, বিধান পৰিষদৰ সদস্য সকলক দৰমহা, পেঞ্চন আদি একোই দিব নালাগে। অকল দৰমহাৰ সলনি এটা ভাট্টা মাথো দিব লাগে যিমান দিন লৈকে তেওঁ লোকে সদস্যপদত থাকিব! দৰমহা, পেঞ্চন আদি দিয়াৰ ফলতেই দূৰ্নীতি, ভ্ৰষ্টাচাৰৰ পথ মুকলি হয়! অকল সৎ, শিক্ষিত্, লোভমুক্ত মানুহৰ হাতত দেশৰ শাসন ভাৰ থাকিব লাগে। দৰমহা, পেঞ্চন আদি বন্ধ হ'লেই সৎ মানুহ বিলাকৰ লোকসভা, বিধানসভা আদিৰ দৰে আইনসভা বিলাকত নিৰ্বাচনৰ মাধ্যমেৰে পঠোৱা সহজ হ'ব।

  • @dimbeswarpanging3445
    @dimbeswarpanging3445 Před 18 dny +1

    অধ্যক্ষ ডাঙৰীয়া পাৰে যদি যিকোনো কোম্পানী ৰ বা শ্ৰমিকৰ দৈনিক মজুৰি কিয় বৃদ্দি কৰাৰ কথা কেতিয়াও নাভাবে চৰকাৰে। অকল চৰকাৰী কৰ্মচৰীসকলৰ দৰমহা বৃদ্দি কৰাৰ চিন্তা চৰ্চা কিয় ???? বস্তুু ৰ দাম যেনেকৈ বাঢ়িছে তাৰ তুলনাত বেচৰকাৰী কৰ্মচাৰী বা শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্দি কৰিব লাগে সেইটো মোৰ দাবী। আমাৰ ফালেও সম দৃষ্টি মেলি চাব।

  • @dhrubajyotideka2405
    @dhrubajyotideka2405 Před 19 dny +5

    অহা বছৰ বিদায় দিম দে তোক

  • @nabajitchakraborty6847
    @nabajitchakraborty6847 Před 19 dny +5

    Dagoria ,Apuni ki koi ase ,Akhil G ,koise belegor salary increase koribo lage.

  • @user-do5hg6vr7e
    @user-do5hg6vr7e Před 19 dny +2

    আপোনালোকৰ অভাব আছে নেকি???আপোনালোকে যে দৰমহা/pension/চুযোগ/চুবিধাবোৰ লৈ আছে??

  • @user-cl7hx2hs5v
    @user-cl7hx2hs5v Před 19 dny +1

    বিধায়ক আৰু সাংসদক NPS দিব লাগে

  • @RiyanKashyab
    @RiyanKashyab Před 19 dny +17

    Asom loti khuwa bondho

  • @NitumoniBorah123
    @NitumoniBorah123 Před 19 dny +14

    Beperua kotha

  • @Sankarjitcreation
    @Sankarjitcreation Před 19 dny

    এইজন মানুহ সঁচাই বৰ জ্ঞানী

  • @promilabora3998
    @promilabora3998 Před 19 dny +1

    Akhil da apunalukor nesena nohoi Oo banpane homoit ja apunalukor nejor pocat gorom huwa kotha vabesa, 🙏🙏

  • @lalithazarika0110
    @lalithazarika0110 Před 19 dny +1

    দৰমহা বঢ়াই লোৱা।

  • @assam23
    @assam23 Před 19 dny +8

    কিছুমানে চৰকাৰৰ কাম কৰিও আপোনালোকৰ টেলিফোন বিলটোৰ সমান হে মাননী পাই সিহঁতৰ ঘৰ বিলাক পৰিয়ালটো কেনেদৰে চলে অলপ উপলদ্ধি কৰকচোন। আমাৰ কাৰণে আজি আপোনালোক সেই স্থানত কথাষাৰ মনত ৰাখিব।

  • @aidyou6440
    @aidyou6440 Před 19 dny +30

    অসমীয়া কব নজনা মানুহ অসমত speaker হয় লাজ হে লাগে

  • @IkramAli-mu7kh
    @IkramAli-mu7kh Před 19 dny +15

    বিদ্যুৎ বিল বহু বেছি পৰিমাণে বাহৰিছে বিনামূলীয়া বিদ্যুৎ কেতিয়া হব

    • @dumahusoroniya6691
      @dumahusoroniya6691 Před 19 dny

      পাকিস্তানত বহুত কম আহে বিল। আতা কিলোগ্ৰাম ১৮০ পেট্ৰল। ৩২০। আলু ১৪০

    • @IkramAli-mu7kh
      @IkramAli-mu7kh Před 19 dny

      @@dumahusoroniya6691 ভাৰতৰ কথা কোৱা বেলেগ ৰাজ্যত কিছুমানত বিদ্যুৎ বিল বিনামূলীয়া তাত কেনেকৈ কৰিব পাৰি ইয়াত কিয়নো অলপ কমাই নোৱাৰে

    • @bikashbordoloi6786
      @bikashbordoloi6786 Před 19 dny +1

      ​@@dumahusoroniya6691aal baal kotha koi dilei hol na, electricity bill bahi ase soku d dekha nai. Kona

    • @dumahusoroniya6691
      @dumahusoroniya6691 Před 18 dny

      @@bikashbordoloi6786 pakistan free bule

    • @assameseboy4782
      @assameseboy4782 Před 18 dny

      ​@@dumahusoroniya6691bjpr dadal johora Akhamiya jatir ki hoi aase sua nai future ki akhamr eyai neki paribartan

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Před 19 dny +1

    আপোনালোকৰ দৰমহা কিয় বৃদ্ধি কৰি আছে । আপোনালোকে দুখীয়াক কি দিছে ? বিধায়ক ডাঙৰীয়া বিজেপি চৰকাৰৰ দিনত আমাক কি দিছে এবাৰ আহি মোৰ ঘৰ চাই যাওক । বিজেপি দলৰ যিসকল বিধায়াকে দৰমহাক লৈ বিৰোধিতা নকৰে, সেইজনেই লুভীয়া হয় ।

  • @AbdurRahman-pt4co
    @AbdurRahman-pt4co Před 19 dny +2

    Nije poisa lo

  • @udaychdas
    @udaychdas Před 19 dny +3

    Dada Angwabadi kahini ki ?

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Před 19 dny +1

    চং বিধান , বিধানচভা এই বোৰ অসমীয়া শব্দ নেকি ? আপোনালোকে আকৌ গৌৰব গগৈ অসমীয়া কব নাজানে বুলি কয় । আপুনি অসমীয়া শুদ্ধ কৈ কব পাৰিছে জানো 😂😂😂

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Před 18 dny

    সংবিধানত জনপ্ৰতনিধীয়ে মাক্ষহেকীয়া উচ্ছনিৰিখত ৰ্দমহা লবলৈ আছে নে লাম চাম পাৰিতোষিক লবলৈ সিদ্ধান্ত লোৱা আছে জনতাৰ আগত মুকলি কৰিলে ভাল হয়।ৰ্দমাহাৰ উপৰি নিজৰ সকলো দিশৰ যাৱতীয় খৰছৰ বাবদ বিশেষ ভাট্টা কিয় প্ৰদান কৰা হয়।যিহেতু অসম চৰকাৰৰ বহু ৰাজপত্ৰিত বিষয়াইও সেইসমুহ ৰ্ভাট্টা লাভ কৰা দেখা পোৱা নাযায়।মন্ত্ৰী বিধায়কে নিজেই চৰকাৰ বুলি ভাবি নিজৰ ইচ্ছা অনুযায়ী ৰাইজৰ কৰৰ ধন ভোগ কৰাৰ সিদ্ধান্ত লব নোৱাৰিব।জনসাধাৰণে মত পোষন কৰিব লাগিব।জনতাই কৰৰ বোজাত কোঙা হৈ গৰমত গছৰ তলত বহিব লাগে আৰু বিধায়ক মন্ত্ৰীয়ে জনতাৰ কৰৰ ধনেৰে কোৱাটাৰত ৮-১০ টা কৈ এ চি লগাই শৰীৰ শীতল কৰিব! বাহ কি যে সাংবিধানীক নিয়ম!

  • @lyricalmusic1105
    @lyricalmusic1105 Před 19 dny +2

    Iyar uprot keitar abhixap ase xi morar agot he gom pabo😂😂

  • @dr.chandanthakuria4525

    Language Tu val lagil, subida,

  • @musicallibrary4149
    @musicallibrary4149 Před 19 dny +1

    আপুনি পেঞ্চন এটা এটা দৰমহা লৈ আছে নে বাৰু ৰাজ্য সভাৰ আৰু বিধায়ক দৰমহা

  • @ara2670
    @ara2670 Před 19 dny +1

    U r from Naokata. See the road from baihata Chriali to bangalipara Goreswar road. U are speaker but still u never develop the road why?

  • @Adnant732
    @Adnant732 Před 19 dny +1

    Fola khori sini paine?Eman kostot aami jeai asu😊

  • @jyotiproshadbhakat1087

    MLA r salary noborale corruption korib.salary borauk but commission kom koi louk aaru kam val koi korok😊😅

  • @quizassamasom5144
    @quizassamasom5144 Před 19 dny +2

    Dislike

  • @Axomgiyananu
    @Axomgiyananu Před 19 dny

    বিধানসভাৰ মৰ্যদা নোহোৱা কৰা অধ্যক্ষ এইগৰাকী। নিজৰ কথাৰ গুৰুত্ব নাথাকে বুলি অধ্যক্ষ আসন খনৰ সন্মান আছে, গতিকে আসন খনৰ সন্মানৰ খাতিৰত একো নোকোৱাকৈ থকাটোৱে ভাল।এইজনক আজি চাৰি বছৰে দেখি আহিছোঁ পক্ষপাতিত্ব কৰা অধ্যক্ষ আসনত বঢ়াৰ পিছতো। সেইখন আসন যে বিবেক আৰু বিবেচনা কৰি চলাবৰ‌ বাবে সেইটোৱেই তেওঁ নাজানে।

  • @lalithazarika0110
    @lalithazarika0110 Před 19 dny +1

    Facility bur di manuh burok okomonyo kori tula hoise

  • @nripenboruah32
    @nripenboruah32 Před 19 dny +1

    সংবিধানত আনক NPS কৰি ৫বছৰত থাকি নিজেই OPSহোৱা দফাটোপ্ৰকাশ কৰক। ভালকৈ অসমীয়া কলে ভাল লাগিব। ভঙা ভঙা অসমীয়া তাতে বিধান সভাৰ অধ্যক্ষ। অতি সন্মানীয়।

  • @KabirAhmed-rl6bv
    @KabirAhmed-rl6bv Před 19 dny

    30/50 বিঘা খেতের মাটি থাকা মানুজনে এও যদি রেশন কার্ড আরো সরকারি ঘর পায়

  • @user-qs5zj4ks5p
    @user-qs5zj4ks5p Před 19 dny +2

    Vll koi Assamese kotha kobo najane

  • @bhattacharjeeramchiary5107

    হেল্লো অধ্যক্ষ আপোনাৰ অসংকা বেছি হৈছে আপুনি নিজৰ খিনি ভাবি আছে

  • @AnjanKalita-tq8zn
    @AnjanKalita-tq8zn Před 19 dny +1

    OPS lage.....

  • @AbiCricketNews
    @AbiCricketNews Před 18 dny

    ককাই মন্ত্ৰী হৈও, নিজৰ দলৰ চৰকাৰ থাকিও যদি আপোনালোকক বৰ্দ্ধিত দৰমহা লাগে। তেতিয়া হ'লে আপুনি অখিল গগৈক নেলাগিব বুলি ভাল কব পাৰিছে 😅😅 এবাৰ নিজে অকলে বজাৰত গৈ চাব তাৰ পাছত ক'ব। পাচে আমাক কোনে দিব বৰ্দ্ধিত পইচা এতিয়া

  • @mayurranjan2889
    @mayurranjan2889 Před 19 dny

    This is the difference between qualified MLA AND UNQUALIFIED MLA😅😅😅

  • @prakashtalukdar5565
    @prakashtalukdar5565 Před 19 dny +1

    Ak dom xosa

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Před 19 dny +1

    আইনবোৰ আপোনালোকে নিজে নিজে বনাই লৈছে আৰু কোনে বনাইছে । আৰু বেছি বঢ়োৱা কৈ আইন খন বনাই লক ।😂২০২৬ আগতে এই বোৰ লেঠা মাৰি লক আৰু 😂😂

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 Před 19 dny +1

    Mr.Rubber stamp of Assam govt.

  • @monowarhussainhussain6082

    Tok lage de besiky dormoha issa mote bare lo dormaha

  • @bishaldas3964
    @bishaldas3964 Před 19 dny +1

    Ihotor ovab hoise.. comission khur sob bjp t

  • @DIPANKARDAS-pt5co
    @DIPANKARDAS-pt5co Před 19 dny +1

    News channel ketai manuh napali bisari eibur hudhiboloi...asomiya eta bhalkoi kobo nuware....eibur manuh ahisei garibor tej khabo....

  • @prasantarai3921
    @prasantarai3921 Před 19 dny +2

    Ezat rakhai katha kaba,,janghalraj nahai.

  • @travellersankar4883
    @travellersankar4883 Před 18 dny

    চৰম কৰিব লাগে আপোনালোকে, নিজেই নিজৰ ইচ্ছা অনুসৰি দৰমহা বঢ়াই লবলৈ। ঠিকাভিত্তিক কৰ্মচাৰী সকলে কিমান কি সুবিধা পাইছে খবৰ কৰিব।

  • @nazmulhoque4853
    @nazmulhoque4853 Před 19 dny +7

    Kukurok jimanei diok kom poriboi

  • @anjanasom-t4z
    @anjanasom-t4z Před 19 dny

    দৈমাৰী, তোমালোকে ৰাজনৈতিক ভাষাৰে কথা পাতিব এৰা আৰু নিজকে ৰাইজৰ মাজত কোনো দায়িত্বশীল নেতা প্ৰতিপন্ন কৰিবৰ চেতনা , গাত যদি বৰ অসমৰ মাটিৰ,তেজৰ শক্তি ৰাখিছা তেন্তে বৰ অসমৰ কাৰণে মণিপুৰৰ সাংসদ জনে সংসদত কৰাৰ দৰে ব্যবস্থা লোৱা ।

  • @AniSha-wx7fe
    @AniSha-wx7fe Před 19 dny

    আপোনাৰ ব্যৱহাইয়ে আপোনাৰ পৰিচয়।

  • @MujakkirBarbhuiya-uv2xr

    Speaker sir mla, minister, chief minister hokolur dormoha beshi lagy but panchayat members hokolur ki dormoha dewar kota ki apunar monot pory na

  • @gogoiready6853
    @gogoiready6853 Před 19 dny +2

    Aiu ki koi nahi uthe... Jonota sewa kribo ahaa😂😂

  • @debasishborah7566
    @debasishborah7566 Před 19 dny +1

    Nps louk

  • @umeshkardong6116
    @umeshkardong6116 Před 19 dny

    হেৰ অধক্ষ ডাঙৰীয়া,অখিল গগৈ ডাঙৰীয়াৰ যদি অভাৱ নাই, তেনেহলে তহতৰ কিহৰ অভাৱ ।ইমান অভাৱ যদি মাহে মাহে Pay Revised কৰি অভাৱ পূৰণ কৰ আৰু জণগণক জহন্নামে মৰিব দিয়ক।

  • @lalithazarika0110
    @lalithazarika0110 Před 19 dny +1

    dhoni manuh buror he bule facility ase buli raije koi

  • @rajukakati4982
    @rajukakati4982 Před 18 dny

    Good reply

  • @user-mj3ux2of3x
    @user-mj3ux2of3x Před 18 dny

    আপোনালোকেই বোলে শিক্ষকৰ দৰমহা কমাব খুজিছে।। নিজৰটো কিয় বঢ়াই হয়নে? অংগনাৱাড়ী কৰ্মী, আশাকৰ্মী, স্কুলৰ ৰান্ধনী কেইটাৰ কি অৱস্থা কৰিছে আপোনালোকে? বেলেগৰটো কমিলে বেয়া নালাগে?

  • @_axomia_lora_2624
    @_axomia_lora_2624 Před 19 dny

    আপোনালোক সকলোতে ব্যৰ্থ। আপোনালোকে দৰমহাই পাব নালাগে। আকৌ কিহৰ দৰমহা বঢ়োৱাৰ কথা কৈছে? কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবলৈ পে -কমিচন বহাব লাগে, আপোনালোকে একে ৰাতিৰ ভিতৰতে ৫০% শতাংশ দৰমহা বঢ়াই ল‌য়। আপোনালোকৰ কৰ্ম দক্ষতা চাই দৰমহা লবলৈ লাজ লাগিব লাগে।

  • @deepanjalideka4276
    @deepanjalideka4276 Před 19 dny

    এওঁ PRC পাব নে নাই?

  • @BikashPatar-nv9ut
    @BikashPatar-nv9ut Před 18 dny

    এইটো অলগদ্ধ পৰা কিবা ভাল আশা কৰিব পাৰি নেকি

  • @RajuRoy-ho8tp
    @RajuRoy-ho8tp Před 19 dny +7

    Private job kora khinir selery borabole ki khn asoni bonali

  • @Nichannipul123
    @Nichannipul123 Před 19 dny

    Social services diya namot dormaha matha he mare
    Mukhot social services
    Bl social service tuhar
    MLA minister ke gaor manuhe besi social service di ase

  • @pratikrshyam1888
    @pratikrshyam1888 Před 19 dny

    Aapunar sorkari ghorot 26 ta AC thakiu aapuni obhabi manuh ne? Bah bah manilu dei aapunak 👏 👏 👏

  • @user-bo3mh8pl2y
    @user-bo3mh8pl2y Před 19 dny

    এজন বিধায়কক ১ লাখ ৭৩ হাজাৰ টকা দিয়াৰ বিপৰীতে অৰুনোদইৰ আঁচনি ১২৫০ টকা। যদি এজন বিধায়কক ১ লাখ ৭৩ হাজাৰ টকাই এমাহ চলিব নোৱাৰে তেনেহলে ১২৫০ টকাত এটা পৰিয়াল কেনেকৈ চলিব। এনেকুৱা ফতুৱা কথা কৈ মানুহক টুপী পিন্ধাই লাভ নাই। উজ্বলা আঁচনি নামত যে ৰাজনীতি কৰিছে । কানেকছন হে দিছে মাহৰ শেষত গেছ তো কোনে ভৰাইছে। মুখ থাকিলে সকলো কথা কব নাপাই।

  • @rupjyotiboruah9535
    @rupjyotiboruah9535 Před 18 dny

    এই খন অসমত বানপানী আহিলে..মন্টি বিধায়ক দৰমহা বাহে...সাধাৰণ জনতাক....কি কম.....

  • @user-gb8yi9id4n
    @user-gb8yi9id4n Před 19 dny

    আৰু কিমান পাৰে লয় থাক আৰু আমাৰ লাইন বিল কেইতা ৰেহাই দীৱ নোৰাৰে

  • @chinmoyb11
    @chinmoyb11 Před 19 dny

    Salary,pension sob nijor mon golei borhai thakibo...dukhiya manuhok arunudoi namot matro 1250/- dibo..aitu poisa t kiba pai nki ajikali jot normal aijong chawl 54-55/kg holge..tel ityadi nokou ei..OPS aatorai NPS korile..majority appointment sob contractual korile ..aru nijor dormoha tu thikei time to time borhai thakibo! Raaij r protinidhi hoboloi goise ne raaijor dhon khabole goise bidhan sabha?

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj Před 19 dny

    মন কী বাত কৈছে মহোদয় ছাৰে জনতাৰ টকাৰে এচ কৰিব লাগে কাৰোবাক নালাগিলে নললে হ'ল নহয়নে

  • @Him-l3z
    @Him-l3z Před 19 dny

    মন্ত্ৰী,বিধায়কৰ দৰমহা বঢ়োৱাৰ সময়ত আইন, চংবিধান এইবিলাক মনত, বাকী সময়ত এইবোৰ জোতাৰ তলত। চালা সচাঁই বিনামুলীয়া খাই খাই মাথাত গাহৰিৰ গু জমা হৈ গৈছে। ।।😅😅😅😅😅

  • @AbdurRahman-pt4co
    @AbdurRahman-pt4co Před 19 dny +1

    Aaru keita dim lobo

  • @tulashisarma3829
    @tulashisarma3829 Před 18 dny

    এওক অৰু ণোদয় দিব লাগে ।
    প্রধানমনত্রী আবাসৰ ঘৰ দিব লাগে।

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs Před 19 dny

    সংবিধান ৰক্ষাৰ মূল মানুহ বিশ্বজিৎ অধ্যক্ষ ই শুদ্ধ অসমীয়া নকৈ যে। অধ্যক্ষ কেনেকৈ হল।

  • @krishnadas9084
    @krishnadas9084 Před 4 dny

    Sir Ami ki korim kiman Pam sorkar por saul paisu kintu alu 40toka baki nkoru Dali torkari kotha

  • @ankurbaruah5034
    @ankurbaruah5034 Před 19 dny

    Bohiya he

  • @jibeswarvlogs7896
    @jibeswarvlogs7896 Před 19 dny

    চৰকাৰী চাকৰিয়ালে পেঞ্চন নাপায় ।তেওঁলোকৰ অভাৱ নাই নেকি?

  • @rajukakati4982
    @rajukakati4982 Před 18 dny

    Thik kotha koise

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Před 19 dny

    নামে বেনামে লুটিবলৈ নে সমাজ সেৱা কৰিবলৈ এজন লোক ৰাজনীতিলৈ যায়- সেইটোহে ডাঙৰ প্ৰশ্ন । অখিল গগৈৰ মন্তব্য তেনে যেন লাগিছে । কাৰোবাৰ অভাৱৰ কথা তেওঁ উল্লেখ কৰা নাই। তেওঁৰ স্পষ্ট কথা ৰাইজৰ কাম কৰিবলৈ দৰমহাৰ কথা নাহে। কোনোবা এনে বিধায়ক (5/6 জন বাদ দি) আছে নেকি যাৰ গুৱাহাটীত ঘৰ-মাটি, দামী গাড়ী, বিলাসী জীৱন ধাৰণৰ সা-সুবিধা নাই? বিধায়ক সকলৰ আয়ৰ উৎস কি সকলোৱে জানে ।

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s Před 19 dny

    তহতি জিয়াই থাকিলেই হ'ব।

  • @ayubhussain7100
    @ayubhussain7100 Před 18 dny

    Sunibo mon najay akhetor kotha, kanot dore

  • @mmrahman6631
    @mmrahman6631 Před 19 dny

    অইন গত বাবে ৰেচন dealer সকলৰ বাবে কিবা নাই নেকি ডাঙৰীয়া ৰেচন dealer সকলৰ পৰিয়াল আছে নে নাই?

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Před 19 dny +1

    আৰু বেছিদিন নাই শ্ৰীলংকাৰ নিচিনা তহতৰ অবস্থা হব।

    • @bkp9774
      @bkp9774 Před 19 dny +1

      শ্ৰী লংকাৰ ৰজা পলাই গৈছিল, ইহঁতক আমি পলাব নিদিওঁ, হালোৱা এচাৰি থিক কৰি থৈছোঁ, ৰাইজ সকলোৱে এচাৰী থিক কৰি ৰাখক ।

  • @jamunaray4032
    @jamunaray4032 Před 19 dny

    আপোনালোক লুভীয়া হয়