দিহানামৰ নিয়মাৱলী // সদৌ অসম দিহানাম গোট // dihanam xurakhya xamiti bartalap //

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • কৃষ্ণ 🙏🙏 এই video টোৰ জৰিয়তে। ৰাইজৰ কিবা এটা উপকাৰ হওঁক বুলি এই কথা খিনি আলোচনা কৰা হ"ল, লগতে আপোনালোকলৈ আগবঢ়ালে, যদি ভাল পাইছে, তেন্তে like comment আৰু share কৰিব । লগতে মোৰ chanel টো subscribe কৰি থব । কৃষ্ণ 🙏🙏

Komentáře • 62

  • @bikashhazarika3679
    @bikashhazarika3679 Před 3 měsíci

    🙏🙏🙏

  • @user-pm1dx3sx3d
    @user-pm1dx3sx3d Před 8 měsíci +1

    প্ততিযোগিতাত বহুত দাঙাপাৰা খামখেয়ালি থাকে
    সেয়ে প্ৰতিযোগিতা বাদ দি নামৰ নিমন্ত্ৰণ ৰক্ষা হব লাগে বিষয়ববিয়াৰ বিবেচিত মাননিৰে
    তেতিয়া হৰি নামে আকাশ পাতাল ভেদিব 🙏🏻🙏🏻🙏🏻
    নামৰ অসংখ্য অনুস্থানত প্ৰসংসনীয় পদক্ষেপ তোন থাকিবই
    এনেকুৱা নিস্বাৰ্থ হৰি নামত ভেদাভেদ নাথাকে
    সেৱাৰে কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @vinnasuri6800
    @vinnasuri6800 Před 6 měsíci

    দিহানাম এক হওক আমি সুখি হম । পিচে দিহানাম গুৰুজনাৰ বুলি কৈ গুৰুজনাক অপমান কৰা হৈছে নেকি ?

  • @sanahigogoi381
    @sanahigogoi381 Před rokem +2

    সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে ভগৱানে কুশলে কাখক সকলোকে

  • @user-ox5nc4pw8c
    @user-ox5nc4pw8c Před 10 měsíci

    Jorhator Jone val kotha koise...

  • @PubmuraniamguriNAMGHAR
    @PubmuraniamguriNAMGHAR Před 9 měsíci

    হৰিনাম লবলৈ উজনি নামনি নাই জোনে যেনে দৰে হৰিৰ নাম গাই আহিছে তেনে দৰেই চলাই নিব লাগে । হৰিৰ নাম লবলৈ প্ৰতিযোগিতা কিম্বা কৃষ্ণ কৃষ্ণ কৈ থাকিলেই হৰিৰ শুদ্ধ সেৱক হব পাৰিব বুলি কোনো কথা নাই । ঈশ্বৰৰ নাম লৈ শুদ্ধ অন্তৰে নিজৰ আত্মা শান্তি পাব পৰাটোৱে পৰম ভকতি ।

  • @user-bk2zi9yb1t
    @user-bk2zi9yb1t Před rokem +1

    বৰ সুন্দৰ পদক্ষেপ

  • @assamesesongsanddihanaam8493

    বিচাৰক বোৰ আজিকালি ভিতৰুৱা কাৰবাৰ চলি থাকে প্ৰতিযোগিতাত জাবলৈ বেয়া লগা হল 🙏🙏🙏

  • @trimurti2966
    @trimurti2966 Před rokem +2

    দিহানামৰ যদি নিয়ম একে হব লাগে তেন্তে তাত চৰকাৰী নিয়ম নীতি থাকিব লাগিব নহলে ইয়াত কেইজনমান গোট খাই এটা নিয়ম বনালে হি kaitiyao সুফল বা শুদ্ধ উত্তৰ পোৱা নাযাব। দিহানামৰ গোৱা সুৰ আৰু নিয়ম ঠাই লৈ বেলেগ বেলেগ। Haibabe চৰকাৰী এটা স্বীকৃতি পাপ্ত niom hob lagiob।aneke niom jadi bonai hai niom kintu kiman khini manohe maniob alop sinta বিষয়।

  • @rimjimdeka123
    @rimjimdeka123 Před rokem

    Ami tanglar para jabo bisaro

  • @gitanjalidutta6746
    @gitanjalidutta6746 Před rokem +1

    ঠাইভেদে এই দিহানামৰ বিচাৰ কিয় বেলেগ হয় বাপসমস্তক জনাবলৈ অনুৰোধ জনাইছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @moonstar-nk2zp
    @moonstar-nk2zp Před 5 měsíci

    Amio dihanam gabo bisaro

  • @Rulisaikia11222
    @Rulisaikia11222 Před rokem +2

    শুদ্ধ দিহানাম হোবাটো বিছাৰো আমি ❤❤❤

  • @leenagoswami1281
    @leenagoswami1281 Před rokem +2

    দিহানাম প্ৰতিযোগিতাৰ বিচাৰক সকল বেছি কৈ উজনিৰ , তেওঁলোকে মধ্য আৰু নামনিৰ দলবোৰৰ ভুল বেছিকৈ দেখে ।

  • @mondiramech899
    @mondiramech899 Před 11 měsíci +1

    আমিও দিহানাম গাব বিচাৰো।

  • @saraswatiborahvideos4853

    দিহা নামৰ সংবিধান অসমত একে হোৱাতো বিচাৰো

  • @sabitriduttas9249
    @sabitriduttas9249 Před rokem +1

    সুন্দৰ পদক্ষেপ ভাল লাগিল জানিব পাৰি

  • @binitaboruah00
    @binitaboruah00 Před rokem

    ❤❤

  • @kangkanbaishya2250
    @kangkanbaishya2250 Před 11 měsíci

    Imn cheleng peteng ke ase..mnuh khini e

  • @manjuphukan5280
    @manjuphukan5280 Před rokem

    Amiu kormosalat jabo bisaru.amiu diha namor sorsa kori asu. Provu.

  • @rubirani2724
    @rubirani2724 Před rokem

    কৃষ্ণ।

  • @r.sahariah5387
    @r.sahariah5387 Před rokem +1

    Very good 👍

  • @assamesesongsanddihanaam8493

    আপোনি দিহানামৰ খবৰ বোৰ দি থাকিব আশা থাকিল,🙏🙏🙏

    • @himangshuentertainment
      @himangshuentertainment  Před rokem

      আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে নিশ্চয় দি কাম

  • @binusarma3243
    @binusarma3243 Před rokem

    ধন্যবাদ আমিও যাতে আগবাঢ়ি যাব পাৰোঁ

  • @moon0775
    @moon0775 Před rokem

    নিশ্চয়.....আমিও বিচাৰো একে হোৱাটো.....

  • @hargobindasarma100
    @hargobindasarma100 Před rokem

    এক সংবিধান হওঁক।

  • @pikudutta7300
    @pikudutta7300 Před rokem

    আদিত্য নাথ আৰু প্ৰবীণ বৰা ডঃৰুনুমী বাইদেউৰ যোগাযোগ নম্বৰ পাম নেকি?

  • @brojenkhargharia15
    @brojenkhargharia15 Před rokem

    Base neom val nohoi

  • @rupnilentertainment6957

    Hundor

  • @pallabidasmusical7469

    ভাল লাগিল

  • @ushajanamesewingtrainingce3749

    Diha nam amio gab bisaro

  • @dipakdeka6626
    @dipakdeka6626 Před rokem

    Thank you bandho

  • @chandralekhagogoi4177

    Amio namor sagorot hatoribo bisariasu

  • @bontigohain6398
    @bontigohain6398 Před rokem

    সকলো এক হব লাদিব

    • @samudrarabha9044
      @samudrarabha9044 Před rokem

      ভগবানৰ সৃজনীক এক কৰিব পাৰি জানো? নোৱাৰি।

  • @sarumaibaruah9205
    @sarumaibaruah9205 Před rokem

    আমিও দিহানাম গোটত সোমাব বিচাৰোঁ যিহেতু আমিও বিচাৰক কৰিবলৈ যাওঁ

  • @bantideka53
    @bantideka53 Před rokem

    ,আমি দিহানাম গাব বিচাৰিছো জনাবচোন

  • @indigaming34
    @indigaming34 Před rokem

    Diha nam amio gabo bisariso kot jogajog karibo lage jonabo😢

  • @usharanitamuli356
    @usharanitamuli356 Před rokem

    Aamio. Join. Koribo. Bisarisu. Kot. Ki. Koribo. Lagibo. Jonai. Dile. Bhal. Pam

    • @MyPeriwinkle968
      @MyPeriwinkle968 Před rokem

      আদৰণীয় পদক্ষেপ , আমিও সহযোগ কৰিম জনাব 🙏🙏

  • @manmayurdutta
    @manmayurdutta Před rokem

    দিহা নাম আমি গাব বিচাৰো। কেনেদৰে যোগাযোগ কৰিব পাৰিম

  • @dalimikalita2645
    @dalimikalita2645 Před rokem

    কোনটো নাম গাব লাগিব জনাব নেকি

  • @samudrarabha9044
    @samudrarabha9044 Před rokem +1

    ভগবানক উপাসনা কৰে মানুহে বিভিন্ন ধৰণে। সেয়া বৰগীত, কীৰ্ত্তন ঘোষা, বা দিহানামেই হওক সেয়া নাম নামেই ।অসমত আজিকালি কি হবলৈ গৈ আছে। ভগবানক উপাসনা কৰা একেই নিয়ম হবলাগেনে কি?সনাতন হিন্দু ধৰ্ম্মৰ নামত বিভিন্ন ধৰণৰ গোট, পন্থা দেখি আহিছোঁ। গতিকে নামগোরাও ভিন্ন তা দেখা পোৱা যায় যদিও ভিন্নতাৰ মাজত ঐক্য ই ধৰম, কৃষ্ণসাংস্কৃতি ।হৰি হৰি হৰি

    • @himangshuentertainment
      @himangshuentertainment  Před rokem

      ইয়াত যি নিয়মাৱলী ৰ কথা আলোচনা কৰা হৈছে, সেইয়া কেৱল প্ৰতিযোগিতা সমূহৰ বাবেহে প্ৰযোজ্য হব ।

    • @hireswarsonowal9446
      @hireswarsonowal9446 Před rokem

      @@himangshuentertainment দিহা নাম গুৰুজনাৰ আগৰ সৃষ্টি কিন্তু গুৰুজনাৰ সময়ত প্ৰচাৰ আৰু প্ৰসাৰ অধিক হৈছে বুলি অনুভৱ হয়।

  • @axomiyaloraprince
    @axomiyaloraprince Před rokem

    New subscriber holu, tumiu mur subscriber hba bli akha krilu 🙏

  • @jasbirmamonichannel431

    🙏🙏🙏🙏

  • @monideka6021
    @monideka6021 Před rokem

    Amio dihanam gabo bisaro