Video není dostupné.
Omlouváme se.

দিহানাম সম্পৰ্কে কিছু জানিবলগীয়া কথা ।। জানো আহক কেইগৰাকী মান বিচাৰকৰ পৰা ।

Sdílet
Vložit
  • čas přidán 5. 01. 2023
  • ছিপাঝাৰৰ হাজৰিকা পাৰাত অনুষ্ঠিত হোৱা অংকুৰণ দিহা নাম চৰ্চা কেন্দ্ৰত পালো ক্রমে,... মাননীয় শ্ৰীযুত যাদৱ মহন্ত দেৱ, (দিপিলা) শ্ৰীযুত বাণী পাঠক দেৱ, (ৰঙিয়া) শ্ৰীযুত জিতেন ৰাজবংশী দেৱ, (নলবাৰী) শ্ৰীযুত নৱ কুমাৰ শইকীয়া, (ছিপাঝাৰ) আৰু বিশেষ ভাৱে লোঅংকুৰণ ৰ গুৰি ধৰোতা, সুবল চহৰীয়া আৰু পিংকুমনি চহৰীয়া আই গৰাকী ক। বহুত খিনি নজনা কথা শিকিলোঁ, আৰু আপোনালোকলৈ আগ বঢ়ালে।

Komentáře • 51

  • @nikondeka3789
    @nikondeka3789 Před rokem +5

    এটা কথা আপোনাৰ ভাল লাগিল নাম পৰিবেশ নকৰোটে এচাম বিচাৰকে পুৰস্কাৰ কাক কাক দিব লিছখন ঘৰতে বনাই লৈ যায় ।আৰু এনেকুৱা প্ৰমান আমাৰ হাতত আছে।কৃষ্ণ কৃষ্ণ।

    • @himangshuentertainment
      @himangshuentertainment  Před rokem +1

      আপোনালোকে যদি মৰম আৰু আশীৰ্বাদ কৰে, তেন্তে এনে ধৰণৰ video আগলৈ দি জাম । কৃষ্ণ ।

    • @RajuKumar-qp7ui
      @RajuKumar-qp7ui Před rokem

      বিচাৰকে নিজৰ দল টো mati loi যায় আৰু প্ৰমাণ পাইছোঁ

  • @Rulisaikia11222
    @Rulisaikia11222 Před rokem +1

    বহুত সুন্দৰ কথা কৈছে অসমত সোনকালে পচাৰ কৰক নজনা বিচাৰক বহুত আছে

  • @mondiramech899
    @mondiramech899 Před 10 měsíci

    Krishna Krishna 🙏 bhal lagil

    • @himangshuentertainment
      @himangshuentertainment  Před 10 měsíci

      বহুত বহুত ধন্যবাদ আপোনালৈ....
      আগলৈ এনেকৈ মৰম আৰু আশীৰ্বাদ পাই থাকিম বুলি আশা কৰিলোঁ 🙏🙏

  • @UshaDevi-mg6it
    @UshaDevi-mg6it Před rokem

    কৃষ্ণ

  • @ShraddhanjaliChutia
    @ShraddhanjaliChutia Před rokem

    Alusona vagi val lagil .hosakoie Dihanamor dol homuhor ai khetrot alop akhubidha hoi ketiana .

  • @nijaradevi1646
    @nijaradevi1646 Před rokem

    Bht val lagile

  • @pallabidasmusical7469

    ভাল লাগিল

  • @kunalmusical5950
    @kunalmusical5950 Před rokem

    🙏🙏🙏🙏❤️

  • @khitishHaloi-xw7es
    @khitishHaloi-xw7es Před rokem

    🙏🙏🙏♥️

  • @pinzu96
    @pinzu96 Před rokem +1

    👌👌👌

  • @AshimAshi-dm5vm
    @AshimAshi-dm5vm Před rokem

    Nice 🔥👏

  • @assamesesongsanddihanaam8493

    আপোনাৰ কথা শুনি বহুত ভাত লাগিল 🙏🙏🙏

  • @gitanjalinath7150
    @gitanjalinath7150 Před rokem

    Nice video

  • @assamesesongsanddihanaam8493

    বিচাৰকক ভালকৈ ধৰক কিয় ভিতৰুৱা কাৰবাৰ চলি থাকে🙏🙏🙏

  • @assamesesongsanddihanaam8493

    আমাৰো মন ভাঙি গ'ল দাদা কি হ'ব ধৰিছে দিহানাম আচলতে দিহানাম কেনেকুৱা হব লাগে বিচাৰক সকলক সুধি আমাক জনাব🙏🙏🙏

  • @juridevi7310
    @juridevi7310 Před rokem

    ধুনীয়া লাগিছে

  • @raginiragini6223
    @raginiragini6223 Před rokem

    ভাল লাগিল ভিডিঅটো চাই ।নজনা কথা জানিব পাৰিলো ।🙏🙏🙏🙏

  • @anjubharali7472
    @anjubharali7472 Před rokem +3

    Nmxar vul hole xma korib dehanam okl krishnorhe hobo lagib buli kotha aseneki? Teur bevinno rup burokloi gabo nuraneki?

  • @rimgaming6457
    @rimgaming6457 Před rokem

    ভাল লাগিল বহুতো কথা জানিব পাৰিলো

  • @puspanjalisarma4418
    @puspanjalisarma4418 Před rokem

    বাণী পাঠক ডাঙৰীয়াক দেখা পাই বহুত ধন্য হলো।তেখেত আমাৰ ইয়াৰ হয়। বহুত বহুত ধন্যবাদ থাকিল 🙏

  • @niruburagohain3594
    @niruburagohain3594 Před rokem

    Nalboriya diha nam aku val nalage

  • @renusaikia4547
    @renusaikia4547 Před rokem

    Barhiya

  • @sangitanath1274
    @sangitanath1274 Před rokem

    Dhonia

  • @minuboro8356
    @minuboro8356 Před rokem

    আমাৰ ককাহতে কয় যে দিহানামত নেগেৰা নবজাই

  • @two-sidesgamer469
    @two-sidesgamer469 Před rokem

    Hoi bor val kota koise lakhimpurt ankuea hoi ase deha namr ako nojna beirok bohe Ami bor bepodot poru

  • @bhagabandeka736
    @bhagabandeka736 Před rokem

    হয় আমাৰো প্ৰতিযোগিতাত অংশ ল'বলৈ গ'লে বহুত অসুবিধা হয়।

  • @DipaliRay-tt6nc
    @DipaliRay-tt6nc Před rokem +1

    বঙাইগাঁও জিলা খনকো সামৰি ল'ব লাগিছিল

    • @himangshuentertainment
      @himangshuentertainment  Před rokem

      আপুনি যোগাযোগ কৰিব পাৰিব ।।

    • @DipaliRay-tt6nc
      @DipaliRay-tt6nc Před rokem

      ক'ত যোগাযোগ কৰিব লাগিব জনাই দিবচোন। আপোনাৰ ফোন নম্বৰ টো দিব দেই ।

  • @jayadass2681
    @jayadass2681 Před rokem

    বিচাৰক মহোদয়বৃন্দলৈএটিমোৰ প্ৰশ্ন আছএশৰণ ভজন নোহোৱাকৈ এজন বিচাৰকৰ আসনত বহিব পাৰে?

  • @RajuKumar-qp7ui
    @RajuKumar-qp7ui Před rokem

    সেলফিছ হৈ বিচাৰকবৰ

  • @Anime_kiid
    @Anime_kiid Před 4 měsíci

    আজিকালি কিছুমান বিচাৰকে আগতেই সিদ্ধান্ত কৰি ৰাখে কাক দিব আপোন কোনোবা দ'ল আহিছেনে নাই দিঙি মেলি চাই থাকে

  • @monjukonwar4675
    @monjukonwar4675 Před 10 měsíci +1

    বাপ জনাই কোৱা কথাখিনি সচাঁ । আজি কালি ভিৰুৱাকৈ চলি থকা কিছুমান কথাৰ কাৰণে দিহা নামৰ দ'ল বোৰে অংশ গ্ৰহন কৰিবলে চিন্তা কৰিব লগীয়া হৈছে । শুদ্ধ বিচাৰ নাথাকিলে অসুবিধা হয় । এই আসুৱা বোৰ দুৰ কৰিলে নিশ্চয় ভাল হব ।

  • @bikashamin692
    @bikashamin692 Před rokem

    নগাঁও জিলাৰ বাৰপুজিআ জৰাবাৰি দিহানাম নামতি আজে যোগাযোগ কেনেকৈ কৰিম

  • @shyamolikabora2924
    @shyamolikabora2924 Před rokem

    Ata kotha bhal kola ja agotai puroshksr Kuna pabo think hoi thaka naki

  • @jayadass2681
    @jayadass2681 Před rokem +1

    মই তেজপুৰ বিহগুৰি পৰা কববিচাৰো যএদইহআ নাম পৰিবেশন কৰিবলৈ কিছুমান নীতি নিয়ম লাগে যেনে এগৰাকী মহিলা ৰ মুৰত উৰণী শিৰত সেন্দুৰ আৰু ভক্তি বস্তু সকলোয়েএই বস্তু পৰিধান কৰিবলৈ নোৱাৰে নহয় জানো? আমি কিছুমান ক্ষেত্ৰত দিহা নাম পৰিবেশন কৰোতে দেখা তেনে অনুপযুক্ত দল সমূহক বঁটা প্ৰদান কৰা। এই সমূহ কিয় হয় জানে? অনুপযুক্ত বিচাৰক আনি কমিটিৰ মনপচন্দ দলক বঁটা প্ৰদান কৰা।গুৰুদেৱৰসৃষ্ঠিৰ দিহানামৰ কিছু হেজাৰ দেখা পোৱা যায়। এই বোৰ শুদ্ধ নকৰিলে গুৰুদেৱৰ মহৎপূৰণ নাম ভাগ হৈ পৰিব বয়ৱসআয়।

  • @mncreation9230
    @mncreation9230 Před rokem +1

    ধুৰন্ধৰ সোমাইছে দিহানামৰ বিচাৰ ব্যৱস্থাত।নেগুৰকটা শিয়ালৰ উৎপাত বহু হৈছে এই আধ্যাত্মিক বিষয়ত।বেপাৰ।প্ৰতিজন দিহানামৰ প্ৰতিযোগীয়ে জানে কি চলি আছে।গায়ন শৈলীত কৈ বিচাৰকৰ বেমেজালি বেছি।গতিকে, প্ৰতিযোগিতাৰ বিৰোধ কৰি নিউজ কৰাই ভাল।

    • @himangshuentertainment
      @himangshuentertainment  Před rokem

      নিশ্চয়, কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ । কৃষ্ণ !!