সকলো আলোচনা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ সৈতে বাৰ্তালাপ।
Vložit
- čas přidán 26. 06. 2024
- চৰাইদেউ মৈডাম ক্ষেত্ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান পোৱাৰ দিশে অগ্ৰসৰ।
কেনেকৈ কি হব ? মৈডাম খনন কাৰ্য্যত কি কি বিশেষ সম্পদৰ উদ্ধাৰ হৈছে?
সকলো আলোচনা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ সৈতে বাৰ্তালাপ।
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #assameseinterview #politics #politicalpodcastassam #dharmeswarkonwar
চৰাইদেও বোৰে লাইক এটা 👍
আমাৰ "সোনাৰি সমষ্টিৰ" সকলোৰে মৰমৰ বিধায়ক শ্ৰী যুত ৰ্ধমেশ্বৰ কোঁৱৰদেৱক বাৰ্তালাপত দেখি বহুত আনন্দিত হ'লো।
নমস্য ব্যক্তি । নিকা ভাৱমূৰ্তি ব্যক্তিত্বৰ ব্যক্তি যেন অনুভৱ হল । শুভেচ্ছাৰে ।
চাৰৰ ভাষণ শুনিছো নিচেই ওচৰৰ পৰা।মাতষাৰ খুব সৰু।এজন খুব অমায়িক ব্যক্তি।আমাৰ চৰাইদেউৰ বিধায়ক হিচাপে পাই ভাল লাগিল
Val lagil Kathabor huni God bless you ❤❤ ❤❤
শিক্ষকৰ সন্মান স্থায়ী বিধায়ক ৰাজনীতিৰ সন্মান অস্থায়ী ৷
ককাই খুব ভাল লাগিছে, সুন্দৰ।
শিক্ষক,বিধায়ক,খেতিয়ক নহয় চোৰাং কয়লা ব্যৱসায়ী।এওঁ পুতেকৰ লগত মই কলেজত পঢ়িছিলো।
Incredible, High Fives Always 👋
🙏🙏🙏Charaideo r pora huvessa jonalu ❤❤
মোৰ ভাল ব্যক্তিৰ ভিতৰত বিশেষ এজন ।
খুব সহজ-সৰল অমায়িম ,ভদ্ৰমান ,সু-হৃদয়বান এজন মানুহ ,, ভাল লাগিল তেওঁৰ সৈতে কৰা বাৰ্তালাপ অনুষ্ঠানটো চাই ।।মই শিৱসাগৰ গেলেকীৰ পৰা মৰম যাছিলোঁ শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়ালৈ 💐❤️🤗
গৌৰৱ আমাৰ বিধায়ক ডাঙৰীয়ালৈ💖✨
🕉🙏🙏✨️
এজন মাটিৰ মানুহ ❤❤
❤❤❤
Bht val manuh amr MLA
সাপেখাতী বালিখেতিয়া গাওঁ পৰা দুয়ো জনকে কুশল কামনা কৰিলো ।
Sonari bakhia dharmeswar kuwarak atiau sini pabale baki ase takhet ajan hung ghatik bashtu tapon gogoi k jikai aniba nuwara manuh jane katha ktha kabale ahe
Kowner da homosti pora koisu jindabad🎉
Sir Amar lorarikal shonguti asil
Nimati koina jan ketiau maramar haba nuware 26 t dharmeswar kuwarak nalage nabanita nisina bhadra mahilak diba lage
Sushanta borgohain bisaru bartalp ot
Mur Vl loga manu dujon...
Aibr mla ki hoi thik ny ami Choraideo manu hoi amr rasta paduli dekha ny teu gela rastat kenekoi uluwa humuwa koru bohut manuhe cini nepai. Mla hoi jiki thakibale hole manuhor mon joi koriba lagiba ane nahaba...
আপোনি কব লাগিছিল মামাই শিক্ষক সকলক হেনেকই কব নালাগে বুলি আপোনালোকাৰ নিছিনা ৰাজনিতী খেলা মানুসো মদ খাই সেইটো বেয়া হয়
চৰাইদেউৰ মাতি কোনো লোকে দখল কৰিছে কিয় ব্যৱস্থা লোৱা নাই।।
মৈদান নহয় মৈদাম, আপোনাৰ শব্দ বোৰ চাব অলপ
😂😂😂
@@Baartalaap 🤗🍻
TEU KEOL MLA NOHOI,AJON MAHAN DANVEER HOI
নমস্য ব্যক্তি । এক নিকা ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি যেন অনুভৱ হল । শুভেচ্ছাৰে ।
Ajon mohan dani manuh teow
Koila mafiar mukhat tanekuwa katha shubha napai
আজিকালি oltaa
Ei koila mafia hoi
Toi গৰু চুৰ।
Toi গৰু চুৰ।