পুত্ৰৰ গোপন ৰহস্য ফাদিল...........
Vložit
- čas přidán 19. 06. 2023
- পুত্ৰৰ গোপন ৰহস্য ফাদিল//Assamese sad Video//Assamese short Video//Assamese short film//Assamese Video.
About this Video
আজি আপোলোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ লৈ আহিছো নাম পুত্ৰৰ গোপন ৰহস্য ফাদিল............। আশা কৰো আপোনালোকে চাই ভাল পাব।
অভিনয় - ইন্দ্ৰমোহন বৰুৱা, ৰুহিত বৰা, ৰাইহান শ্বাহ আলম, আইমনি বৰা, দিশা বৰা, গৌৰৱ কুণ্ডু, বনশ্ৰী বৰা,
চিত্ৰনাট্য - মফিদুল হক।
মেকাপ - নিৰু বৰা।
পোহৰ - উজ্জল বৰুৱা।
বাহীঁ - প্ৰনয় বৰঠাকুৰ।
পৰিচালনা-কেমেৰা-সম্পাদনা - মফিদুল হক। - Zábava
সুন্দৰ কাহিনী, সুন্দৰ উপস্থাপন। কিন্তু সন্তানে যিমান ভুল কৰিলেও, পাপ কৰিলেও কোনো মাতৃয়ে সেই সন্তানে শাস্তি পোৱাটো নিবিচাৰে। কাম্য নকৰে। এবাৰলৈ হলেও ক্ষমা প্রার্থনা বিচাৰে। কিন্তু ইয়াত সেই মাতৃ গৰাকীক ব্যতিক্রম ৰূপত দেখিলো। অৰ্থাৎ অনিচ্ছা স্বতেও সত্যত চলা দেখিলো। সত্যৰ সদায় জয়।
Thanks
সময়ৰ উপযোগী হৈছে!
Thanks
Abhinoy br val hoise
Thanks
Real story very nice 👍
Many many thanks
অভিনয় ধুনীয়া হৈছে ।
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
অসমীয়া মানুহ বোৰ প্ৰকৃততে এনেকুৱা ই।
Thanks for comment
Xundor kahini
Thanks
Val Lagil
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
Bhal hoise dai bor real lagi le❤
Thanks
Very nice story 👍
Many many thanks
Val lagil
Thanks
বহুতো ভাল লাগিল
Thanks
Excellent drama for human advises
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ
very nice story
Many many thanks
বঢ়িয়া
Thanks
ভাল লাগিল
Thanks
যেনে কাম তেনে ফল ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏
আপোনাক আমাৰ বহাগী টিভিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালো।
Borhià ĺagil
Thanks
Matri anakua hobo lage. Bor val lagil dramakhan
Thanks
সুন্দৰ অভিনয় মা। মাৰ মনৰ ভাব ধুনীয়াকৈ প্ৰকাশ পাইছে
Thanks
A
Thanks
Very good ❤❤❤❤❤
Thanks 😊
good
Thanks
Hi no
?
M, LG FYI no 8by
Buja Nai
Val lagil
Thanks
বহুত ভাল লাগিল
Thanks