Video není dostupné.
Omlouváme se.
পুত্ৰৰ দোৱাৰে দোৱাৰে বৃদ্ধ পিতৃ.....................
Vložit
- čas přidán 5. 09. 2023
- পুত্ৰৰ দোৱাৰে দোৱাৰে বৃদ্ধ পিতৃ//Assamese sad Video//Assamese short Video//Assamese short film//Assamese Video.
About this Video
আজি আপোলোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ লৈ আহিছো নাম পুত্ৰৰ দোৱাৰে দোৱাৰে বৃদ্ধ পিতৃ..................... আশা কৰো আপোনালোকে চাই ভাল পাব।
অভিনয় - ইন্দ্ৰমোহন বৰুৱা, ৰুহিত বৰা, ৰাইহান শ্বাহ আলম, আইমনি বৰা, দিশা বৰা, গৌৰৱ কুণ্ডু, বনশ্ৰী বৰা,
চিত্ৰনাট্য - মফিদুল হক।
মেকাপ - নিৰু বৰা।
পোহৰ - উজ্জল বৰুৱা।
বাহীঁ - প্ৰনয় বৰঠাকুৰ।
পৰিচালনা-কেমেৰা-সম্পাদনা - মফিদুল হক।
সঁচাই চলিত কাহিনী ।বল দুখ লগা ।এইবোৰ আজি কালি হে হ'ল ।
Thanks
বৰ্তমান যুগৰ সঁচা কাহিনী। আবেগিক,VDO টো ধুনীয়া হৈছে।ধন্যবাদ।
Thanks
Video to sai Kandi golu ooo ....anay kuwa video aru dibo ......jatay hokolu mak deutakor suwali proti thoka durbo lora atori jai .....thank you
বহুত বহুত সুন্দৰ হৈছে, বৰ্তমান সময়ৰ উপযোগী হৈছে।
Thanks
বহুত দুখ লাগিল। পিতৃ মাতৃ সকলে বুজা উচিত ছোৱালী য়ে মাক দেউতাকৰ দুখ কেতিয়াও চাই থাকিব নোৱাৰে।
Thanks
কাহিনীটো বৰ ভাল লাগিল
ধন্যবাদ
বৰ হৃদয় বিদাৰক নাটক
Thanks
Bohut dukh laga kahini
Thanks for comment
আদৰ্শমূলক আৰু উপদেশমূলক কাহিনী।ভাল লাগিল।
Thanks
@bohagitv2250bybbbbbbb
Val lagil
Thanks
ভগৱান!!পুতেক বোৰ কেনেকৈ ইমান কাঠচিটীয়া ,মূৰ্খ অধম হৈছে। বোৱাৰী কেইজনীয়ে নিজৰ দেউতাকক পাৰিবনে তেনেকুৱা কৰিব!!সকলো বোৱাৰী/ পুত্ৰ অৱশ্যে এনেকুৱা নহয়। তিৰোতা হেৰুৱা অধম।
Right. Thanks
Heart touching story
Thanks
Bahut val lagil
Thanks
Ohhhh heart touching
Thanks
Heart touching video 🙏🙏
Thanks
ভাল লাগিল , বাস্তৱ ।
Thanks
Bhut val lagil.
Thanks
Bohut dukh lagile videoto sai
Thanks
Well done 👍👍
Thanks
Ekebare ekhon baastob sobi...Bhal lagil
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
আৰু আগবাঢ়ি যাওক কামনা থাকিল
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ
বৰ দুখ লাগিল। ছোৱালী তোলাই ভাল।
Thanks for comment
ভাল লাগিল ।
Thanks
বৰ্তমান কাহিনী ভাল লাগিলে
Thanks
এই কেইটা মূখ' পুএ ।আগলৈ ইহ৺ত ইয়াতকৈ বেছি হব।
Thanks
Vare nic
Thanks
Bahut bhal llagil
.
Thanks
Val lagise avinoi tu sai
Thanks
Maa deutak dukh dile Allah maf nokore
Thanks for comment
দুৱাৰ ।দোৱাৰ নহয়।
Right
Great ❤❤❤❤❤❤
Thanks
সুন্দৰ
Thanks
Bhaal kahini,thanks
Thanks
সুন্দৰ কাহিনী ৷অভিনয় ভাল ৷কিন্তু বানানবোৰ শুদ্ধকৈ লিখা হলে পঢ়াত সুবিধা হলহেঁতেন ৷
দোৱাৰে দোৱাৰে নহয় ৷দুৱাৰে দুৱাৰে হব লাগে ৷
Right
ছোৱালীয়ে দেউতাকক এই কথাষাৰ কব নালাগিছিল তাই এই কথা কৈ বৰ অন্যায় কৰিলে দেউতাকক ৰখাৰ মূল্য নাথাকিল
Thanks for comment
Eman dhunia kahini. Murkha putra jiai thakatkoi nathakai bhal
Thanks
Bohut dukh legel❤❤
Thanks
খুব ভাল লাগিল। বৰ্ত্তমান সময়ৰ এখন বাস্তৱ ছবি উপস্হাপন কৰিছে। আগলৈ আশা কৰিলোঁ।
Thanks
😊😊I😊ik😊ii😊😊 ii i😊8😊😊 ii ikikkk😊i😊i😊😊 iiīi😊😊i8😊8😊 ii III i😊ki
Mur xosakoi o hojhy lagise
Thanks for comment
Yes, parents should never discriminate between their son's and daughters as both are their children. A strong message to the society.
Thansk Brother.
❤
Bahut dukh lagil ai bayakhat,pape chooba,napai de😢😢
Thanks
❤❤❤❤nice❤❤❤❤
Thanks
বাস্তৱ ছবি!!
Thanks
👍🏿👍🏿👍🏿 great ❤️❤️❤️ sundar,
Thanks a lot
Nice😮
Thanks 😅
Wow nice ❤❤❤❤❤❤
Thanks
Bortoma khomajot aya hoisai.
Duk lagijai 😢😢
কমেন্ট কৰাৰ বাবে ধন্যবাদ।
😢😢😢😢😢so nice
Thanks
বিষয়টো ভাল। পিচে দুৱাৰ শব্দটো বিকৃত কৰিলে কিয়? মাতৃভাষাটোৰ এই অৱস্হাত ভাল লগা নাই। নব প্ৰজন্মই এইবোৰৰ পৰাই শিক্ষা লব।
ভুল হোৱাটো স্বাভাবিক কথা। মানুহৰ ভুল হয়েই। দুই একে ভুলটা আঙুলিয়াই দিছে। আমি মানি লৈছো। কিন্ত ফটোত লিখা বানানটো শুধৰাব নোৱাৰো। যিহেতু আপলোড হৈ গল। আপোনাক বহুত বহুত ধন্যাবাদ। আগলৈ আমাৰ ভুল বোৰ আঙুলিয়াই দিব। আকৌ ধন্যাবাদ।
বৰ সুন্দৰ হৈছে ৷বৰ্তমান বাস্তৱৰ সৈতে মিলি যোৱা আবেগিক কাহিনীৰ প্ৰতিফলন ঘটিছে ৷ কিন্তূ “দোৱাৰে দোৱাৰে“ নহৈ“ দুৱাৰে দুৱাৰে” হে হব লাগে ৷শব্দ কেইটা শুধৰাই ল’ব বুলি আশা কৰিলোঁ ৷
Thanks
Bhut dukh lagil adin khihtoro anekuwai kahini hb
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ
Bapeke bosor bosor dhori khuale pindhale , kintu deutakok adin rakhibo nuare .eibur manuh nohoy jontu .
Thanks for comment
Hoi Thoka dukh loga hosa ghotona .bor bhal lagil
Thanks
Nice video
Thanks
দোৱাৰে দোৱাৰে নহয় দুৱাৰে দুৱাৰে
Ok
দুৱাৰে দুৱাৰে
আগলৈ সৰ্তক হম | ধন্যবাদ |
Ane putra thokatkoi nothakai val, somoi upojugi vedeo , mur bohut dukhhe llagise
Thanks
Val lagil Kintu Bapekok VITOROLe nibo lagixil
Hoy Nake ?
দোৱাৰে দোৱাৰে নহয় দুৱাৰে দুৱাৰে হ'ব লাগে।
আগলৈ সৰ্তক হম | ধন্যবাদ
বৰ্তমান সময়ত লগত খাপ খাই যোৱা কাহিনী।
Hosaka duk lagha kotha 😢😢😢
Thanks
গালত ঠাচ ঠাচ কৈ চৰ দুটা মান মাৰিদিব লাগে অসভ্য কৰবাৰ
Thanks for comment
দুৱাৰে দুৱাৰে পিতৃ
Right. thanks
Really very very so sad
Right
Bahut dukh lagil mak bapekok anekua koriba napay .pap lagibo
Thanks
Aioo dehi ...ki nu okyvoo lora,
Thanks
😢😢😢❤
Thanks
Nice 😅😊
Thanks
আজিকালি বোৱাৰী হে
Thanks
True reality amar ghoror aitar logt Enekuwa hoysil mor Deutr Maakr lgt Kintu maakor o dokh asil 5ta lora vl pai etak aru jak val paisil he a nasale vlke bohut ksto dise lastot Kandi upolodhi kori mrise...Aru bohut ohonkar o asil.....aru Bki Lora Kaitai o nasale...😑
আপোনাক আমাৰ বহাগী টিভিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালো।
হয় বানান টো
আগলৈ সৰ্তক হম | ধন্যবাদ |
Bor dukh palu sau 😭😭
Thansk
धन्यवाद
wel come
👍🏻👍🏻😥
Thanks
Hay Duniya...Niyom Sob khetrot projujya nohoy...Tako Bapek makor logot
Thanks
ভাল লাগিল।এনে বিলাক কাহিনীৰ পৰা তেনেকুৱা পুত্ৰ ই নিশ্চয় জ্ঞান পাব।
Val lagise 🌹♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
Thanks
দোৱাৰে দোৱাৰে মানেনো কি?
আগলৈ সৰ্তক হম | ধন্যবাদ |
শব্দবোৰ শুদ্ধকৈ নিলিখে কিয় দোৱাৰ নহয় দুৱাৰ হে
আগলৈ সৰ্তক হম | ধন্যবাদ |
দুৱাৰে দুৱাৰে শুদ্ধ কৰি দিলে ভাল লাগিব
ok
সচাকৈয়ে, কলি যুগত দুই পুত্ৰ ও বেয়া নেকি? 😂
Thanks for Comment
কি যে সমাজত চলিব ধৰিছে 😢
Thanks
Thank u
Welcome
❤
Thanks
মূৰ্ক পূত্ৰৰ চৰিত্ৰ দেখক
Thanks
নাট্যাভিনয়ৰ সমূহ ব
Hoy Nake ?
Amaro ahi ase anekuwa din
Hoy Nake ?
সীমিত ভাষা জ্ঞান থাকিলে বা নিশ্চিত নহলে বিজ্ঞ জনৰ পৰামৰ্শ লবলৈ সৎ সাহস থাকিব লাগে ।
"দোৱাৰে" "দোৱাৰে" মানে কি বুজাব বিচাৰিছে ? অসমীয়া ভাষাত দোৱাৰ বুলি কিবাযে শব্দ আছে আজিলৈকে না শুনিছোঁ নে জানিছিলো। *দোৱাৰ* নহৈ "দুৱাৰ" নহব নে ? এনেবোৰ অদ্ভুত আচৰণ নকৰিব । আপোনালোকৰ এনে ব্যৱহাৰে অসমীয়া ভাষাটো বিজতৰীয়া কৰিব আৰু এদিন অসমীয়া ভাষাৰ মৃত্যু হব।
ধন্যবাদ | আগলৈ সৰ্তক হম |
BOTOMAMN JUG ANEKUKUYA PUTRAK TEJOPUTRA KORIM
Thanks for comment
Doware bhul duware sudha
Ok, Thanks
😂😂😂
Thanks brother
😂
Thansk
দোৱাৰে নহয় দুৱাৰে হব লাগিছিল নেকি?
আগলৈ সৰ্তক হম | ধন্যবাদ |
Pls do not treat high and low
Hoy Naki ?
Ane Ka putro nelage
Thanks
দল বিলাকে চিন্তা কৰক।সময়ে কাকো ক্ষমা নকৰে।
Thanks
পুত্ৰৰ দুৱাৰে পিতৃ 😭
আগলৈ সৰ্তক হম | ধন্যবাদ |
@@bohagitv2250 ত
Duar spelling bhul
আগলৈ সৰ্তক হম | ধন্যবাদ |
Mur aita logot o akei hoisil 😢
Thanks
properties ovotai lua.
Thanks
Danor puteke budhi diat ustad jen paisu .Bridha avasthasthat ji pu buari mak deutakok sudhibo lage buli najane sai pu buari thokar asar..Aru sualijoniau aku prasna nusudhi deutakok pratipal koratuei sreo.,,,,,,,,,,,Bumoni .
Thanks
Lora suwsli bivajan kora mak bapek r anekuwa goti a hoi...
Thanks
Bohut dukh laga kahini
Thanks