Niloy Bhattacharjee ৰ একে একে এঘাৰ : এক দীঘলীয়া যাত্ৰাত ২০ বছৰীয়া দীপিকা আৰু জিনটো
Vložit
- čas přidán 31. 05. 2024
- Niloy Bhattacharjee ৰ একে একে এঘাৰ | জেপত নাই টকা
উলাইছে এক দীঘলীয়া যাত্ৰাত।
২০ বছৰীয়া দীপিকা আৰু জিনটো।
পদব্ৰজে যাব ধেমাজিৰ পৰা কেদাৰনাথলৈ।
লগতে জাব নেপাললৈ।
থাকিব পুলিচ থানত আৰু পেট্ৰল পাম্পত।
সময় লাগিব দেৰ বছৰ, বহুতে বুলিলে বলিয়া।
দীপিকাই কয় এইয়াইত এতিয়া কৰিব লগীয়া
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assamnews #niloybhattacharjee
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
ভগৱানে তোমালোকক সদায়ে সহায় কৰিব।,🙏🏻🙏🏻🙏🏻🙏🏻
ঈশ্চৰে দুয়োকে মঙ্গল কৰক 🙏🙏❤️❤️
যাত্ৰা শুভ হওঁক, ভগৱানে শক্তি দিয়ক।
ভগবানে দয়া কৰক তোমালোকক
তোমালোকৰ এই মহান যাত্ৰাত মোৰ ফালৰ পৰা আৰ্শীবাদ যাঁচিলো।বহুত ভাল আৰ্দশ দাঙি ধৰিছা নতুন প্ৰজন্মলৈ।"জয় আই অসম"।❤🙏❤️😎🎉🎉🎉🎉🎉🎉
ভগৱানে দয়া কৰক তোমালোকক
🎉❤তোমালোক জয়ী হোৱা এই মতলবি, নিষ্ঠুৰ পৃথিৱীৰ মাজত.....।
Happy jarnay bro sister 😊😊 congratulations God bless you 🙏🙏🙏🕉️🕉️🕉️🕉️🕉️🕉️
ভগৱান তোমালোকৰ সহায় হওক ।
আশীৰ্বাদ আছে
তোমালোকৰ সাহসক চেলুট জনাইছোঁ। সফল হোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।
শুভেচ্ছা জনালোঁ দুয়োকে
এনেকৈয়ে নাজাবা তোমাক মাৰি পেলাব আৰু তোমাৰ লগৰ জনী লগত লিলিমাই কৰিব
🙏❤️হৰি ওঁম❤️🙏
❤❤❤ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক দুয়ো গৰাকী।। তেওঁলোকৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
Good luck with lots of love , praying God for ur grand successes 👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻
তোমালোকৰ যাত্রা শোভ হওক বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল 🇮🇳🇮🇳❤❤💖💞💝😘
Great coverage 👍
Joi Sri Ram ❤❤ Assam Guwahati se many many love you brother and sister
The journey be success; best of luck ❤❤❤❤❤
Happy journey 🎉 vogoban r usrt parthona jonaisu tumaluke xodai aguwai juwa🤗
জয় আই অসম 🇮🇳 ধন্যবাদ, ভগৱানে তোমালোকক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏
Best of luck and good blessings for strong health.
যাত্ৰাত সফল হওঁক তাকে কমনা কৰিলো
তোমালোক শুভেচ্ছা জনালোঁ ভালে ভালে গৈ গুৰি আহা গৈ 🙏🙏
খুব সুন্দৰ। অতি সাহসী আমাৰ এই দুজন
Happy journey 🙏🙏🙏 God help you ...
GOD BLESS YOU 🙏🙏🙏
HAPPY JOURNEY ❤❤❤U
পাব যোৰা হৈ ওলাইছে সন্দেহ থাকে কাৰণ মহা তপস্যী ভগৱান শিৱৰো মোহিনী ৰূপত বিভো হৈছিল
তোমালোকৰ যাত্ৰা শুভ হক।
Happy journey both of you and God bless you
Happy journey ❤❤❤. God. Bless you
God bless you both
Save journy brother and sister 👍
Very good -thank you
Happy journey, both of you
Happy journey bro and sister
Happy journey ❤
Happy journey ❤❤❤❤
God bless you
যাত্ৰা তোমালোকৰ শুভ হওক ।ভগৱান সহায় হওঁক ।❤❤
Dada vonti nhy ..bow dada he ❤
Om namah shivay.....jai sri krishna radhe radhe ❤❤❤
God bless❤❤both of you❤❤
ভগৱানে তোমালোকক মংগল কৰক ❤
Best of luck .❤❤
ভগৱান আছে পাৰিবা
শুভেচ্ছা থাকিল...
Har har Mahadev good bhaity happy journey
God bless and help them
Happy Journey❤❤❤
Happy journey
God bless you ❤️
God bless boat of you....
Best👍 wishes to both of you
Happy journey🎉
Very good
Best' of luck...👍👍👍
Happy journey.
congratulations 🎉 bro sister ❤🎉
ভগৱানে সহায় কৰক আৰু আমিও আশীৰ্বাদ কৰিছোঁ যাত্রা শুভ হক ।
Good 👍🏻
Happy journey to all
Happy and safe journey .
মোৰো হেঁপাহ এটা কেদাৰনাথ যাবলৈ।। আশা ৰাখিছোঁ ভগৱানৰ আশীৰ্বাদত ভালে সুকলে দুয়োটাই আহি পায়।।🙏 জয় জয় মহাদেৱ 📿🛐...
Good bless you
Best of luck both of you
Nice all the best
Best of luck
কাম নাইকিয়াৰ কাম এইবোৰ তাৰ সলনি যদি ঘৰতে খেতি কৰিলে জীৱনত কিবা এটা উন্নতি হল হয়।আধাতে এৰিব ইহঁতে।
happy journey ❤ har har Mahadev 🙏
Good
দিঘলীয়া যাত্ৰা কৰিবলৈ উলাইছা তোমালোকক ভগৱানে মঙ্গল কক কৃষ্ণৰ 🙏🙏🙏
Happy journey 🚶♀️🚶♂️
Om Nomoh Shivay , Durgom yatra tomalokor babe subho hok 🙏
Happy journey both of you😅
Happy journey god bless you 👃👃🐚🕉️🕉️
❤❤bhagawane vale rakhak duyuke
Har Har Mahadev 🙏
So good
Happy journy.
🙏🙏
🙏🙏🙏
🙌🙌🙌
Nice pic
God bless you.happy journey.
❤
👍👍
Go safly❤
❤❤❤
❤❤❤❤❤❤
🙏🙏🙏🙏
Har har Mahadev ❤
এক বছৰে তাইৰ মাহেকীয়া নহ'ব নেকি ? তেতিয়া কি কৰিব তাই? গছ-গছনি ৰুবলৈ মুখেৰে ক'লে নহয় কৰি দেখুৱা। ৰ'দ, বতাহ -বৰষুণে লগত এজনী ছোৱালী লৈ এনেকৈ যোৱাটো একো ভাল কাম হোৱা নাই । কোনোবা দুৰ্বৃত্তই আক্ৰমন কৰিলে তই বচাব পাৰিবিনে তাইক? আৰু তহঁতৰ ঘৰৰ মানুহৰো একো ভবা- চিন্তা কৰিব পৰাকৈ মাথা নাই চাগে। খালী পকেটেৰে বেলেগৰ আশাত গৈছে। ৰাস্তাত যেতিয়া অথন্তৰ ঘটিব তেতিয়া কান্দি কান্দি বাইট দিবি জধামূৰ্খ কেইটা দেশ -দুনিয়া দেখা নাইতো।
Om namah shivaya happy journey
লগত ছোৱালী লৈ ভাল দেখা নাই |অসমৰ বাহিৰৰ মানুহবোৰ সিমান ভাল নহয় |
Apunar kothato misa nohai vela rakhak doyuka
Riy 👍
Valko jaba aji kali ji din solisa vai laga happy jorney 🙏🙏
Hor hor mahadev.
Joy shiri ram.
Bogawane mogol korok.
👍🙏🙏🙏♥️♥️♥️♥️
Bhahut bhal kintu time lagibo bhal Adventure hobo Experience hobo 😊 Safety thakiba bhal Kay thakiba