Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3011 || 06.07.2024 ||

Sdílet
Vložit
  • čas přidán 5. 07. 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
  • Zábava

Komentáře • 907

  • @mrmoon071
    @mrmoon071 Před 6 dny +797

    Si ছাৰৰ লগতে দেউতাকো কোনে কোনে miss কৰিবা like কৰা👍👍👍

    • @PutulSaikia-kj7ff
      @PutulSaikia-kj7ff Před 6 dny +7

      Hobode

    • @pranjoldutta7038
      @pranjoldutta7038 Před 6 dny +8

      তেখেতৰ অভিনয় বহুত সুন্দৰ ❤️ এজন অভিজ্ঞ পিতৃ।

    • @NonBody-j8x
      @NonBody-j8x Před 6 dny +3

      Moi naloru

    • @user-rg3fd5nc7k
      @user-rg3fd5nc7k Před 6 dny +6

      মানুহ বোৰ গৈ গৈ বেহাৰবাৰী খন ছোন কিবাহে হ'ল গৈ

    • @bhairabmadhukayla5237
      @bhairabmadhukayla5237 Před 6 dny +2

      Mur dautar doray asil

  • @PiyatomBoruah
    @PiyatomBoruah Před 6 dny +350

    কোনে কোনে beharbari চাই এই কেইদিন কন্দিছা like কৰা ❤😢

  • @lakhimonigogoipuja2109
    @lakhimonigogoipuja2109 Před 6 dny +590

    প্ৰীতম ছাৰ অতি সোনকালে ঘূৰি অহাটো আমি সকলোৱে কামনা কৰিছো।।

  • @biswajitdas7392
    @biswajitdas7392 Před 6 dny +294

    Beharbari বাবে কোনে কোনে অপেক্ষা কৰি আছে । Si ছাৰক ভালপোৱা সকলে LIKE কৰা।👍

  • @MainaBora-zo2ey
    @MainaBora-zo2ey Před 6 dny +401

    ❤️❤️SI ছাৰ চিৰ দিন থাকিবলৈ like কৰা । আৰু❤️❤️ I miss you SI ছাৰ family বুলি comment কৰা।❤️❤️❤️❤️
    🙏🙏🙏

  • @samujwalsvlogs4385
    @samujwalsvlogs4385 Před 6 dny +303

    বেহাৰবাৰী চাই প্ৰথমবাৰৰ বাবে যোৱাকালি চকুলো টুকিছিলো৷ সঁচাই এজন দক্ষ অভিনেতা আঁতৰি যোৱাত বৰ দুখ পালোঁ৷ বাকী তেওঁৰ থিয়েটাৰৰ যাত্ৰা সুন্দৰ হওক, তাৰে কামনা কৰিলোঁ৷
    বেহাৰবাৰী যোৱা 9 টাকৈ বছৰ ধৰি অবিৰতভাৱে চাই আহিছোঁ আৰু চাই যাম❤❤❤❤

    • @anannya8486
      @anannya8486 Před 6 dny +2

      😢

    • @ChristapharKisku
      @ChristapharKisku Před 5 dny +4

      মোৰো চকু পানী পৰিল 😢

    • @HimantaNeog-bo1sz
      @HimantaNeog-bo1sz Před 5 dny

      অ থিয়েটাৰলৈ যায়। আপোনাৰ জড়িয়তে তেওঁক অভিনন্দন জনালোঁ।

  • @SANJIB_1M2772
    @SANJIB_1M2772 Před 6 dny +221

    কোনে কোনে ইয়াৰ আগৰ তিনিটা episode কেইটাত চকুপানী টোকিছিলা 😢😢 ?!? Like kora। 👍👍👍👍👍

  • @PiyatomBoruah
    @PiyatomBoruah Před 6 dny +122

    SI ছাৰ সোনকালে ঘূৰি অহাটো কোনে কোনে বিচাৰিছে like kora😢

  • @mrmoon071
    @mrmoon071 Před 6 dny +159

    Si ছাৰক কোনে কোনে বহুত বেছি ভাল পোৱা like কৰা 👍
    Miss u si ছাৰ😢

  • @IZZ_RISHE
    @IZZ_RISHE Před 5 dny +20

    Si sir nuhua babe kar baya lagise like kora

  • @ParamBorodoloi
    @ParamBorodoloi Před 6 dny +29

    লুটো আৰু ৰাকেশ থকালৈ বেহাৰবাৰী চাই যাম । বেহাৰবাৰী নেচালে দিনটো আধৰুৱা যেন লাগে । ❤❤❤❤❤

  • @junmonikurmi1834
    @junmonikurmi1834 Před 6 dny +123

    এজন এজন কে পূৰণা মানুহ বোৰ চবেই গৈছে এতিয়া মাত্ৰ তৰা বা হে আছে
    বেহৰবাৰী খন চাই বহুত ভাল লাগিছিল এতিয়া আৰু নাচাও ভাল লগা মানুহবোৰে নাই😢
    পৰিচালক মহোদয় আপোনাক অনুৰোধ জনাইছো আগৰ মানুহবোৰক যেন আকৌ ঘুৰাই দিয়ে যেন🙏🏻

    • @digantagogoi8446
      @digantagogoi8446 Před 6 dny +2

      তৰা নহয় কমল আৰু ৰাকেশ আছে।

    • @Maya-923
      @Maya-923 Před 5 dny +1

      Hoi hoi anibo lage agor manuh bur

    • @BijitGogoi-hn2dr
      @BijitGogoi-hn2dr Před 5 dny

      Aru moni bow

    • @Hridaya123
      @Hridaya123 Před 3 dny

      লুতুকন তৰা ৰাকেশ কমল মণি বৌ

  • @mrmoon071
    @mrmoon071 Před 6 dny +130

    Beharbari বাবে কোনে কোনে অপেক্ষা কৰি থাকে like কৰা 👍👍👍

    • @DeoriBhai
      @DeoriBhai Před 6 dny +1

      Agte wait krisilu but aji wait2 durai ktha sableu mn nai...

    • @Anchalingh_4
      @Anchalingh_4 Před 6 dny

      ​@@DeoriBhaiAji hekh hbo ni beharbari outpost

  • @user-tu2sw4ob5h
    @user-tu2sw4ob5h Před 6 dny +22

    বেহাৰবাৰি চাই এইকেইদিন কোনে কোনে কান্দিছা লাইক কৰা।👍👍👍

  • @mubidulhussain2523
    @mubidulhussain2523 Před 5 dny +20

    হে ভগৱান জবা বাইদেউ আপোনাৰ দেউতাৰ আত্মাই শান্তি পাওক

  • @LakhyajitBhuyan-nm1cn
    @LakhyajitBhuyan-nm1cn Před 6 dny +20

    Si ছাৰৰ লগতে দেউতাকো কোনে কোনে miss কৰিবা like কৰা😂

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Před 6 dny +12

    এই খন ধাৰাবাহিকে ইমান দিনে আমাক হাহুৱাই আহিছিল কিন্তু আজি দুদিনে কিন্তু বহু জনক কন্দুৱাই দিছে 😢😢😢

  • @DebajitMili-tw2nc
    @DebajitMili-tw2nc Před 6 dny +10

    Si ছাৰৰ লগতে দেউতাকো কোনে কোনে miss কৰিবা likeকৰা😢😢🙏🙏

  • @pranjoldutta7038
    @pranjoldutta7038 Před 6 dny +13

    Sl sir or দেউতাকৰ অভিনয় সঁচাকৈয়ে 🥰 ইমান সুন্দৰ হৈছিলে্ , তেখেতৰ অভিনয় এজন প্ৰকৃত পিতৃ এজন আদৰ্শ শিক্ষকৰ জীৱন দেখা পাইছিলো ❤

  • @DulumoniGogou
    @DulumoniGogou Před 6 dny +20

    জৱা বাইদেউ আৰু si sir ক কোনে কোনে ভাল পাই like কৰা ♥️🌹😍

  • @Priyakshi396
    @Priyakshi396 Před 6 dny +62

    আজিৰ Episode টো চাই অলপো ভাল নালাগিল৷ থানা খন একেবাৰে খালি খালি লাগিছে৷ 😭😭😭কাৰণ ভাল মানুহ জনেই নাই si sir বহুত miss korisu sirk আজিৰ পৰা বেহাৰবাৰী চাই ভাল নালাগে ৷ নাচাও sir নহালৈকে৷ আৰু কোনে কোনে নাচাই আজিৰ পৰা very very miss you si sir😭😭😭😭

  • @sushmitadeka973
    @sushmitadeka973 Před 6 dny +40

    সছা সছা লাগে ঘটনাতো।সছা বুলি আমি দুই পৰিয়ালে বহুত কান্দিলো। বহুত দিনৰ মূৰত ভাল অসমীয়া চিৰিয়েল এখন চাই বহুত মনত দুখ লগাই কান্দি দিলো।আৰু আগুৱাই জাওক আশা কৰো আগলৈ এনেকোৱা ভাল চিন চাই যাতে কান্দিব পাৰো। By by by

  • @lakhimonigogoipuja2109
    @lakhimonigogoipuja2109 Před 6 dny +82

    পুৰণি অভিনেতা সকল গৈ গৈ বেহাৰবাৰী খন শেষ কৰো বুলি ভাবিছে নেকি😢😢।।

  • @user-vb4zd5hx1n
    @user-vb4zd5hx1n Před 6 dny +8

    Si sir যেন আকৌ BOP family লৈ আকৌ ঘূৰি অহাৰ কামনা কৰিছোঁ ❤ জবা বাইদেউ লগত যাতে বিয়াখন সোনকালে হৈ যায় ❤

  • @rajutaidofficial4
    @rajutaidofficial4 Před 6 dny +26

    জৱা বাইদেউৰ দুখ কষ্টক দেখি কোনে কোনে বেয়া লাগিছে like কৰা😢😢😢😢miss you si sir😭😭😭😭

  • @PabitraSaikia-hp5yf
    @PabitraSaikia-hp5yf Před 6 dny +92

    Bhut dukh lagise last episode t 😢😭 Kandi ye dilu , aru Kune kune Kandisa like koraaa 😭😭😭😭❤️❤️❤️❤️

  • @arindamhaloi1313
    @arindamhaloi1313 Před 6 dny +8

    অনুগ্ৰহ কৰি মনত ৰাখিব যে এইখন খুহুতীয়া চিৰিয়েল আছিল। চিৰিয়েল খনৰ মুখ্য উদ্দেশ্য টোৰ পৰা আতৰি নাযাব।

  • @MHRicky2221
    @MHRicky2221 Před 6 dny +6

    আগৰ মানুহ বোৰক আকৌ উভতাই আনিবলৈ অনুৰোধ জনালোঁ।।🙏

  • @Bikashsewali
    @Bikashsewali Před 5 dny +4

    প্ৰীতম ছাৰ অতি সোনকালে ঘুৰি অহা টো বিচাৰোঁ 😢😢 দেউতাক আৰু ছাৰক বহুত miss কৰিম আৰু কোনে কোনে কৰিব miss please like কৰক

  • @TanuramthengalBabathengal

    Si sir ঘূৰি আহাটো কোনে কোনে বিছাৰে like korok❤❤ I miss you si sir 😔😔

  • @digantamili2144
    @digantamili2144 Před 6 dny +545

    Mur aji birthday like ta kori diya🙏

    • @MridsmitaDas
      @MridsmitaDas Před 6 dny +22

      Pagol hoi Nike aifala daeutak dukaisu aru koi asa ki tor birthday 🎂

    • @bimolakuli7908
      @bimolakuli7908 Před 6 dny +16

      লাইক কৰি দিলো। Social media -ত লিখোঁতে অলপ সাৱধানে লিখিবা। কিয়নো like kori Diya nohoi ,like kori diyok বুলিহে লিখিবা।

    • @akashmili6098
      @akashmili6098 Před 6 dny +7

      Kukur kela tumar birthday wish krib nahu

    • @PrasantaBoniya
      @PrasantaBoniya Před 6 dny

      Tur barthday ki koribo Lage ha sapri sala

    • @PrasantaBoniya
      @PrasantaBoniya Před 6 dny +5

      Ah muti diou murot tur

  • @kaberikashyap835
    @kaberikashyap835 Před 6 dny +6

    2016,17,18,19 aikeita bosorot beharbari khn sai besi vl lgisil. Sb natural asil , atya aku vl nlge, besi koribo jua nisina lge

  • @anilkumardas8454
    @anilkumardas8454 Před 5 dny +4

    Kk sir আৰু Muhon যাওঁতে যিমান
    দুগ লাগিছিল তাতকৈ বেছি দুখ লাগিল Si sir যাওঁতে 😢।।

  • @allfunctionchannel1262
    @allfunctionchannel1262 Před 6 dny +6

    Kune kune purona episode bur chai thakiba 😢❤😅😊

  • @cultureofassam208
    @cultureofassam208 Před 6 dny +6

    আজিলৈ কাৰোৰ বাবে এনেকৈ কান্দি পোৱা নাছিলো যিমান প্ৰীতম ছাৰৰ বাবে কান্দি দিছোঁ🥹 কেকে দা মোহন যাওঁতেও ইমান দুখ কৰা নাছিলোঁ।পৰিচালক মহোদয়লৈ এটি আহ্বান এনেকৈ হলে বেহাৰ বাৰি ইমানতে সমাপ্ত হব।এজন এজন কৈ বহু কেইজনে গুচি গল।কিবা এটা কৰক 🙏🥹

  • @bornalimahanta5329
    @bornalimahanta5329 Před 6 dny +8

    বহুত ভাল লগা প্ৰিতম দা গুচিযোৱাত চকুলো তুকিলো এতিয়া পুৰনা সকলোকে পুনৰ বেহাৰবাৰিত দেখা পালে চাই ভাল লাগিব ।

  • @JagatTaid
    @JagatTaid Před 6 dny +28

    si ছাৰৰ অভিনয় সচাকৈ বহুত ভাল লাগিছিল

  • @Samiksha_Gogoi
    @Samiksha_Gogoi Před 5 dny +4

    এফালে আবেগ আনফালে দায়িত্ব..... আবেগবোৰ নিয়ন্ত্ৰণ কৰি দায়িত্বত আগবাঢ়ি যোৱাটোৱে হয়টো জীৱন।❤

  • @monojbastab5117
    @monojbastab5117 Před 6 dny +8

    SI sir গুছি গলত বহুত দুখ লাগিল , kk Mohan যাওঁতে ইমান দুখ লগা নাছিল

  • @Dijeshgogoi
    @Dijeshgogoi Před 6 dny +8

    বহুত বহুত জ্ঞানৰ অধিকাৰী ইস্ক্ৰীপ ৰাইটাৰ আৰু পৰিচালক মোহোদয়

  • @elichetia6378
    @elichetia6378 Před 6 dny +36

    Si চাৰক পুনৰ ঘূৰি আহিবলৈ like এটা কৰিব।

    • @dg86e9
      @dg86e9 Před 5 dny +2

      Si Sir a aibaror pora theatre ot thakibo kohinur ❤

    • @elichetia6378
      @elichetia6378 Před 5 dny

      @@dg86e9 তাকে হে চাৰৰ ঠাই কোনোৱে পূৰাবলৈ নোৱাৰিব।

  • @nityanandaray5222
    @nityanandaray5222 Před 6 dny +6

    প্ৰিতমদাক ভ্ৰাম্যমাণলৈ স্বাগতম৷

  • @hemantadas8591
    @hemantadas8591 Před 5 dny +2

    প্ৰীতম ছাৰ অতি সুনকালে ঘুৰি অহাতো বিচাৰু😢😢😢😢😢😢আজি পৰা মোই নাচাও বেহাৰ বাৰি😢😢😢😢my Miss you

  • @paddakantaBorah-nd5vb
    @paddakantaBorah-nd5vb Před 6 dny +12

    জৱা তোমাৰ অভিনয় অতি সুন্দৰ। লগতে তৰা আৰু মনিও

  • @smitabaruahtamang
    @smitabaruahtamang Před 6 dny +4

    বৰ। দুখ লাগিল নজনাকে চকু পানী ওলায় আহিল অ কিয় জানো si চাৰক যেন গুৰি আহে

  • @All_rounder_gaming458
    @All_rounder_gaming458 Před 6 dny +14

    Kk da nai mohon nai si sir nahi ekhon bondho hobor time hol atia Rakesh a je ase val logar vitorot 😢

  • @Sayanika990
    @Sayanika990 Před 4 dny +2

    এফালে দেউতাৰ মৃত্যু আনফালে চাৰৰ বিদাই ভাল নলগা হল আগৰ খণ্ড কেইটাত বহুত কান্দিলো আগৰ সকলো মানুহ যাতে beharbari outoost লৈ ঘূৰি আহে আৰু লগতে si চাৰৰো ঘূৰি আহে যেন তাৰে কামনা কৰিলো আৰু লগতে দেউতাৰ আত্মাই যাতে চিৰসান্তি লাভ কৰক।😭❤️🩹

  • @anujgogoi4586
    @anujgogoi4586 Před 6 dny +34

    Beharbari khon sai aagota haheselu eatera kadebo loga hoi sa aru ka ka sai dukh lagisa like kora😢😢😢😢😢😢😢😢😢😢

  • @AjantaDeka-q6k
    @AjantaDeka-q6k Před 6 dny +6

    গুৱাহাটীত পানী এ পানী এ ফালে দোষ লগা কাহিনী 😢😢 কত জাম কত কি কৰিম কবো এ পৰা নাই দে

  • @DipankarBhattacharya-qz4bv

    Kune Kune pritom sirok miss korisa

  • @Dimpol142
    @Dimpol142 Před 6 dny +16

    By By বেহাৰবাৰী Outpost.😔🙂SI Sir গ'ল যেতিয়া আজিৰ পৰা বেহাৰবাৰী Outpost এৰিলোঁ ।😢😢Miss you all❤☺️

  • @pujapanyang3111
    @pujapanyang3111 Před 6 dny +2

    জৱা বাইদেউ❤❤❤

  • @Priyakshi490
    @Priyakshi490 Před 6 dny +48

    I didn't like todays episode the police station looks complitly empty . Because there is no good person si sir very very miss you si sir😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @Lucky_mahanta
    @Lucky_mahanta Před 6 dny +7

    মনিৰ চাকৰি টো কি হল চাহৰ দোকানত লাগিল যে

  • @user-fx2xq8mx9j
    @user-fx2xq8mx9j Před 5 dny +2

    অভিনয় যদিও সত্য ঘটনাৰ দৰেঅনুভৱ কৰিছো৷ যেন মোৰ ঘৰতেই সংঘঠিত হৈছে ৷ সছাই লুত্‌ক বাগৰি আহিছে কব নোৱাৰ ৷ কুলা কুশলী সকলোললৈকে ধন্যবাদ যাছিলো৷

  • @KamakhyaDas-xi7fx
    @KamakhyaDas-xi7fx Před 5 dny +3

    Thanudat jab nidiba ❤❤❤behar barikhan ses hoba nalage

  • @RMR77
    @RMR77 Před 6 dny +10

    Anekoi Jodi manubur Jai thake bor dukh lage o 😢😢😢

  • @MBM-v7k
    @MBM-v7k Před 6 dny +4

    দেউতাকক মাৰিলে,SI চাৰক বদলি কৰিলে, বাইদেউক Police বিনাই দিয়ক।

  • @RitaGogoi-nt7js
    @RitaGogoi-nt7js Před 5 dny +1

    Si siro babe atta like kora hokoluwe

  • @bhaskarjuotihandique1049
    @bhaskarjuotihandique1049 Před 6 dny +10

    Miss you sir 😭😭😭

  • @dipankarlahanlahan5441
    @dipankarlahanlahan5441 Před 6 dny +3

    কথাটো মানি ল'ব পৰা নাই।ইমান ভাল দিন বোৰ কেনেকুৱা হৈ গ'ল।

  • @MrXOmpran
    @MrXOmpran Před 6 dny +3

    Kk, mohan আৰু Si চাৰ অক উলিয়াৰ পাচত বেহাৰবাৰি নচলে।

  • @atultalukdar2424
    @atultalukdar2424 Před 6 dny +2

    এছ আইৰ বিদায় পৰ্বটো দীঘলীযা আৰু আমনিদায়ক হৈছে

  • @user-xn2gx1dz2e
    @user-xn2gx1dz2e Před 6 dny +2

    Joba baideu god acting❤

  • @bijitkhakhlary9860
    @bijitkhakhlary9860 Před 6 dny +3

    Rakesh da and Lutu 😂❤

  • @gitanjaligogoi5712
    @gitanjaligogoi5712 Před 6 dny +3

    আগতে কমেণ্ট কৰিছিলো জবা আৰু দেউতাক থকিলে চাই ভাল লাগে । কিন্তু চাদৰ দেউতাকক কিয়বা আতৰাই দিলে ।

  • @KamakhyaDas-xi7fx
    @KamakhyaDas-xi7fx Před 5 dny +2

    Moi val poya siriyel khan ses hoba nalage ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @LovelyMoose-hy6bw
    @LovelyMoose-hy6bw Před 6 dny +5

    Si sir nai aru ami beharbari saboloi mon nuhuwa hol

  • @RahulCreation14770
    @RahulCreation14770 Před 6 dny +3

    Nalbari pai kune sai asa like ❤

  • @madhabdas3722
    @madhabdas3722 Před 5 dny +2

    আজিকালি বেছি দুখৰ কাহিনী দেখুওৱা হৈছে। আগৰ দৰে হাস্যৰস থকা কাহিনী দেখুওৱা চেষ্টা কৰক। আজিকালি মানুহৰ জীৱনত এনেও দুখ বেছি । হাঁহিব পাহৰি গৈছে। গতিকে অলপ হাঁহিব পৰা কাহিনী দেখুওৱা চেষ্টা কৰক 🙏

  • @trideephujuri6077
    @trideephujuri6077 Před 6 dny +2

    বেহাৰবাৰি খন আপোনালোকে বৰিং কৰি পেলালে হাঁহি ধেমালি বোৰ বাদ দি ট্ৰেগেদি কৰি পেলালে । কুমকুম চৰিত্ৰ 2 কি হল নে অলপ জনপ্ৰিয় হোৱা বাবে লাত মাৰিলে ? এনেকৈ আপোনালোকে 10000 এপিছডলৈ কেনেকৈ আগুৱাব ???

  • @anuraagkhaund9191
    @anuraagkhaund9191 Před 6 dny +6

    যিয়ে হওক, কিন্তু SI ছাৰৰ স্থানত বিজুলী বৰুৱা জনী নালাগে

  • @oxomormusic4453
    @oxomormusic4453 Před 6 dny +4

    Kk, aru, mohonok anok joldi

    • @Bd00778
      @Bd00778 Před 6 dny

      😂😂😂😂😂

  • @MrigenHazarika-bl4yi
    @MrigenHazarika-bl4yi Před 5 dny +1

    Beauty bailug aru bosumotari koloi gol aie tu xomyat teulukok dekha pabo lagicil❤❤

  • @samnurali-jl6ty
    @samnurali-jl6ty Před 6 dny +1

    Ajir aii episode tuu aa konduwai dise oo eman din sai aso anekoi edinokonda nasilo i miss you koka

  • @hemantasarma2122
    @hemantasarma2122 Před 6 dny +4

    Pritam dak bohut miss korisu aji

  • @Koushik77807
    @Koushik77807 Před 6 dny +3

    বেহাৰবাৰিৰ শেষ দৃশ্য

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln Před 4 dny +2

    SI ছাৰক বিদায় দি,, আৰু পৰলোকপ্ৰাপ্তি দেউতা জনাৰ দৃশ্যই #শ্ৰোতাক যি আঘাত দিলে,, সেই আঘাতক অলপ সান্ত্বনা দিবলৈ চেষ্টা কৰিব,, পৰিচালক সকল।।।
    সেই বুলি,, #ইউটিবাৰ কৰা যি-টি লোকক যাতে ইয়াত দৰ্শন নকৰাই।।।

  • @eyajulhoque4864
    @eyajulhoque4864 Před 5 dny +2

    সিং sir, Sub inspector hob ne এতিয়া ne ASI এ হৈ থাকিব?

  • @dipjyotivlogs3433
    @dipjyotivlogs3433 Před 6 dny +4

    Kk sirk lage aru muhonok aitu timet

  • @RasidulHoque-jx2sv
    @RasidulHoque-jx2sv Před 6 dny +9

    Beharbari t vl vl manuh bilak a jai ase atiya aru ki vl nalage Si sir k bhut miss korim si sir ahile he beharbari sam 😢😢😢😢😢Si sir k vl powa jone lake kora

  • @sofiulali5329
    @sofiulali5329 Před 6 dny +2

    আজি প্ৰায় সাত বছৰ মান এটা ও খণ্ড নেৰাকৈ চাই আছো। হাহি থকা ধাৰাবাহিক খনে আজি চকু পানী ওলিয়ালে।

  • @ethanollife
    @ethanollife Před 6 dny +2

    Beharbari ❌ Neha kakar show sai thako Jen lagise aeikidin ✅

  • @anupamdasdas6607
    @anupamdasdas6607 Před 6 dny +3

    Kk muhon ulai jawtaw eman dukh loga nai aji bohut mon tu bea lagise 😢😢😢

  • @PrasantaBarman
    @PrasantaBarman Před 6 dny +10

    বহুত পেন পেনীয়া হৈছে ঠিক কৰক দৰ্শক আতৰি যাব, বেহাৰবাৰীৰ আগৰ স্থানত ঘূৰি আহক। ধন্যবাদ

  • @ArunSonowal-wh8uz
    @ArunSonowal-wh8uz Před 5 dny +2

    Sir moi natok kormohalar eta chatro apuni ahisil je kali baru abhinoy tu bohut bhal hoise

  • @djtrish935
    @djtrish935 Před 5 dny +1

    Si sor ok kune kune bohut bahut vl puwa like kora 😢

  • @anantamedhi-wo7uf
    @anantamedhi-wo7uf Před 6 dny +6

    2015 para sa ahesu atea si sar nahla adhrua Jan ha lageba 😢😢😢😢

  • @PiyatomBoruah
    @PiyatomBoruah Před 6 dny +13

    কোনে কোনে SI ছাৰ চিৰদিনৰ কাৰণে beharbari এৰাটো বিচৰা like kora😢

  • @AbhijitNath-c6t
    @AbhijitNath-c6t Před 6 dny +1

    Miss you sir 😂😂😂😂😂

  • @dibyasgaming4024
    @dibyasgaming4024 Před 6 dny +2

    SI sir k deutk dhukua pst head office r pora phn kora sir Jon sai sur Jon hoi maje maje beharbari t ulai sur Jon je ...cycle akn loi ahe 😂😂😂

  • @JyotismoyHazarika-ih5ld
    @JyotismoyHazarika-ih5ld Před 6 dny +11

    Funny ❌sad✅

  • @user-iw2sv9zz1n
    @user-iw2sv9zz1n Před 6 dny +7

    Kuna kuna ai beharbari episode 2 rati 11:30 Sai asa 😊
    Like ata kore diye 👇👇

  • @AvijitDas-wc3dd
    @AvijitDas-wc3dd Před 6 dny +2

    বেহাৰবাৰী পৰা গৈ হেংৰাবাৰী হৈছে

  • @sewalisaikia7352
    @sewalisaikia7352 Před 6 dny +1

  • @PiyatomBoruah
    @PiyatomBoruah Před 6 dny +21

    Thanks for 0 like😢

  • @Nihal07gamer
    @Nihal07gamer Před 6 dny +3

    Aji Mur birthday ❤

  • @konamiborah3383
    @konamiborah3383 Před 5 dny

    বেহাৰবাৰী চাই সচাকৈ
    বৰ দৱখ লাগিল। এইদৰে অনন্ত কাললৈ চলি থাকক।

  • @nabanath5362
    @nabanath5362 Před 6 dny +6

    Rakesh dar emotional acting basi val laga

  • @upasanasarma3730
    @upasanasarma3730 Před 6 dny +4

    Bohut miss korim SI sirok. Sir or babei Beharbari outpost khon continue sai asilu kintu ajir episode tu last episode hobo, next Monday r pora aru nasau.