Ei Samoy(এই সময়)with Anupam Chakraborty-DY365ৰ ষ্টুডিঅ'ত হেৰি হেৰি(Heri Heri -Assamese Song-Rahul)

Sdílet
Vložit
  • čas přidán 22. 02. 2017
  • DY365ৰ ষ্টুডিঅ'ত হেৰি হেৰি(Heri Heri -Assamese Song) 'ৰাহুলৰ' ক্ষমা প্ৰাৰ্থনা ৰাইজৰ ওচৰত
    DY365 WhatsApp Number: 7896569560

Komentáře • 1,8K

  • @parashjyotidas6704
    @parashjyotidas6704 Před 6 lety +126

    এনেকোৱা হেৰি হেৰি গান বহু শুনিছো আগতে.. তেতিয়া কিন্তু এইদৰে কাৰো সিঁৰ ফুলা চিঞৰ শুনা নাছিলো॥ আৰু ইমান লাজ পোৱা কাকো দেখা নাছিলো॥ কাৰণ ৰাহুল ডেকা এটা নতুন গায়ক॥ সেয়ে তেনেকৈ ষ্টুডিঅ'ত মাতি আনি লগত বহাই অপমান কৰিব পাৰিলে॥

  • @moiahirak288
    @moiahirak288 Před 2 lety +43

    অতি ভক্তি চুৰৰ লয়ক্ষণ 🤘 এই তেপেৰি ছোৱালী টো ইমান মুখ তাই

  • @illumi3447
    @illumi3447 Před 3 lety +55

    যিমান বেয়া কৰক কেলা অসমীয়াকে support কৰিম..... বিহাৰী চিহাৰীৰ মূৰত ভলুকা বাহ মাৰিম

  • @sankarkalita7435
    @sankarkalita7435 Před 4 lety +135

    দম কিন্তু আছে। অকলে দিফেনদ কৰি আছে।

    • @Vardasvlog
      @Vardasvlog Před 3 lety +1

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please

    • @ranapegu7931
      @ranapegu7931 Před 2 lety +3

      Good defender

    • @harmahanbarman1674
      @harmahanbarman1674 Před 2 lety

      @@Vardasvlog ñmñ

    • @dibakarbarman8272
      @dibakarbarman8272 Před 2 lety

      Anupam Chakraborty kiman Toka lole high light kariboloi ,hajarika jubin and other artist are drunker how public respect them they through habit of drinks created drunker and lost young generation,this discussion only for commission lost of artist nothing for Assam and Assamese,kukta sala,Bhasa darshan neki,you bloodyful people using such words every moment in media

    • @HarenGogoi-jx3bi
      @HarenGogoi-jx3bi Před 7 měsíci

      ​@@harmahanbarman1674aaq

  • @technoeyeassamesetechchann2462

    অসমীয়া জাতিটোৰ বাবে সুখবৰ । আৰু প্ৰথমতে মই ৰাহুল ডেকাক ধন্যবাদ জ্ঞাপন কৰিছো , তেখেতৰ গীতটিৰ বাবে । আৰু পোনপটীয়াকৈ studio ত থকা সকলো চিন্তাশীল ব্যক্তিলৈ মই গৰিহনা দিছো । কাৰণ আজিৰ পৰা কেইটামান বছৰ আগৰে পৰা চলি অহা কিছুমান অসমীয়া গীতক তেখেত সকলে দেখা নাপালে । উদাহৰণ স্বৰূপে বিলাহী বিলাহী, বাতি ভৰাই চিৰা খাবি , কোমল কোমল বুকুখনি, এটি দুটি লোজেন গুটি , ইত্যাদি । ইয়াৰোপৰি চিন্তাশীল ব্যক্তি কেইজনৰ পৰা মই প্ৰথমেই censor board ৰ কথাটো শুনা পাম বুলি আশা কৰিছিলো, কিন্তু নহল ।
    তথাপিও মই আজি বহুত সূখী । কাৰণ অসমীয়া কলা সংস্কৃতিৰ বাবে যে এখন আইন প্ৰণয়ন হবলৈ গৈ আছে । এই আইন বহু আগতেই হব লাগিছিল ।
    অনুষ্ঠানটো খুবেই প্ৰয়োজনীয় আছিল ।
    শেষত মই মোৰ ফালৰ পৰা ৰাহুল ডেকাক পুনৰ ধন্যবাদ জনালো , কাৰণ তেখেতৰ বাবেই অসমত গুণী জ্ঞানী ব্যক্তি সকলৰ চিন্তাধাৰাৰে censor board এখন হবলৈ গৈ আছে । হয় ৰাহুলৰ গীতটোৰ কথাত অশ্লীলতাই ঠাই পাইছে, গতিকে ৰাহুল তুমিও সমাজৰ আগত ভাল হবলৈ চেষ্টা কৰা। ।
    আপোনালোকলৈ অনুৰোধ আৰু তৰ্ক বিতৰ্ক আলোচনা নকৰি শান্তি পূৰ্ণভাৱে অসমীয়া সাহিত্য আগুৱাই নিয়াত সহায় কৰে যেন ।
    (মানুহৰ কথা কোৱা গতি, সাজ পোছাক, আচৰণৰ পৰাই গম পোৱা যাই কাৰ চিন্তাশীল কেনেকুৱা ।)

    • @jackahmed7606
      @jackahmed7606 Před 7 lety +1

      Techno EYE nice

    • @technoeyeassamesetechchann2462
      @technoeyeassamesetechchann2462 Před 7 lety +1

      thank you

    • @atlantissurvivor9810
      @atlantissurvivor9810 Před 7 lety

      ekdom hocha...kintu anchor r lokhyon singer t keu bea

    • @abhijitgogoi8078
      @abhijitgogoi8078 Před 7 lety +1

      Techno EYE hoi2 Baki kaita ku studio't ann
      Rahul'k Gali pora dori Gali par
      Dom ASE Jodi

    • @bipulkalita3928
      @bipulkalita3928 Před 7 lety +4

      Techno EYE Yellow shirt pindha manuh jon moi janat ajon bhadra mukha pindha manuh kiyanu teu jodi hosai bhadra hay tenehole kiy "zubeen r heri dalor jugya nahoy " buli social media agot kole... Ai kotha khar joriyotote moi Rahul k homarathon korib bisora nai Teu vul korise asomiya honskitik teu abomanona korise, kintu anedhoronor gan tu agoteu bohu gayokeu gaise tetia apunaluke ki dhekha nasil neki ne soku muda kuli vau dhori asil ne ki...???? Aru Anupom da apuni social media t anustan ki dore korib lage tak hoy tu pahori goise... anustan anustanor dore hob lage kukur mekuri kajiar dore nokore....

  • @shasankadas
    @shasankadas Před 7 lety +94

    Rahul deka k publicity lage and dy365 k TRP lage

  • @nirmaldeka6947
    @nirmaldeka6947 Před 5 lety +237

    অনুপম দা আপুনি ৰাহুলৰ মনৰ কথা খিনি খুলি কব নিদিলে, কেৱল আপোনালোকে কৈ থাকিলে । দুখিয়ে কি দুখ কৰিছে শুনিব লাগিছিল, কাৰণ আইন সকলোৰে বাবে সমান । মোৰ হিচাপৰ এইটো ভূলেই কিন্তু ইয়াৰ আগতে ইয়াতকৈ ডাঙৰ ভূল কৰিছে । সেই কাৰণে আগৰ গৰু যেনি যায় পিছৰ বোৰেও তেনি বাট লয় ।

  • @user-wz4xq4ef4w
    @user-wz4xq4ef4w Před 3 lety +56

    অনুপম দা আপোনাক ভাল লাগে কিন্তু ৰাহুলৰ কথা বোৰ শুনিব লাগিছিল,আৰু অলপ বেছি কৰিলে আপুনি,

    • @kkbassedx1751
      @kkbassedx1751 Před 2 lety

      Anupm Assamese a nhoi

    • @dekabrother
      @dekabrother Před 2 lety

      Phaltu manuh na eibilak salla

    • @pet154
      @pet154 Před 2 lety

      Moi eta katha janibor bor icchha, ei cartoon keitak kiman kiman toka dile Dy a , priyonkar giriyeke ki don neki?

  • @polakhkonwar2075
    @polakhkonwar2075 Před 4 lety +45

    অনুপমদা মানুহ চাই বিতর্ক কৰেনি

  • @arunbaruah1241
    @arunbaruah1241 Před 6 lety +232

    চক্ৰৱৰ্তী ডাঙৰীয়া, অপ্ৰিয় সত্যটো হ'ল ৰাহুল ডেকাহঁতক এইবোৰ গীত গাবলৈ আপোনালোকেও প্ৰেৰণা যোগাই আহিছিল। উদাহৰণ হিচাপে কওঁ আপুনি প্রতিদিন টাইমত থাকোতে বিপিন চাওদাং ডাঙৰীয়াৰ এটা সাক্ষাৎ গ্ৰহণ কৰিছিল। যিদিনা নেকি তেখেত হাজোত প্ৰগেম কৰিবলৈ গৈছিল। সেইদিনা আপুনি 'বাটি ভৰাই চিৰা খাবি...' গীতটোৰ কথাও আলোচনা কৰিছিল; কিন্তু আপুনি এই গীতটোত থকা অশ্লীল শব্দবোৰৰ বিৰুদ্ধে এষাৰো মতা নাছিল। বৰঞ্চ আপুনি চাওদাং ডাঙৰীয়াক গীতটো গাবলৈ অনুৰোধ কৰিছিল আৰু এই গীতটোৰ এটা ভিডিও প্ৰচাৰ কৰিছিল। লগতে আপোনাক হাত জোকাৰি জোকাৰি খুব আনন্দৰে সহযোগ কৰা দেখা গৈছিল। বাটি ভৰাই চিৰা খাবি গীতটোক লৈও বহুত বিতৰ্ক হৈছিল আৰু এয়া সকলোৰে জ্ঞাত। আপুনি মনত ৰাখিব বাটি ভৰাই চিৰা খাবি গীতটো যিমানেই জনপ্ৰিয় নহওঁক কিয়, এই গীতটো শুনিলে নাক কোঁচাই দিয়া মানুহ এতিয়াও বহুত আছে আৰু ভৱিষ্যতলৈ থাকিব।

  • @mrbapu1862
    @mrbapu1862 Před 4 lety +47

    হালধীয়া কাপোৰ পৰিধান কৰা জনক মই মক্কেল বুলিহে কলো । হেৰি হেৰি গাণটো বেয়া হৈছে । কিন্তু হালধীয়া কাপোৰ পিন্ধাই নে বহুত কথা ই নাজানে ?

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Před 2 lety +16

    দেখিছে,কেনেকুৱা সাহসীৰ জন্ম হৈছে! এইবোৰেই হিমন্ত যুগৰ সভ্যতা!!

  • @dipankorsarmah5276
    @dipankorsarmah5276 Před 4 lety +48

    মক্কেল হালধীয়া টো। সাংবাদিক জনো ভাল নালাগিল।

  • @pragyanjyotihazarika3856
    @pragyanjyotihazarika3856 Před 7 lety +17

    মানুহ কেতিয়াও সীমা চেৰাই যাব নালাগে।
    আজিৰ কিছুমান ন গায়কে নিজৰ জনপ্ৰিয়তা বৃদ্ধি ৰ বাবে সকলো ধৰণৰ কাম কৰে।
    যাৰ বাবে সকলো ৰে আগত সমালোচনাৰ পাএ হয়।।
    মই কওঁ যে অসমীয়া ভাষা আৰু আমাৰ অসমীয়াৰ স্হান হেৰাব নিদি ইতিবাচক চিন্তাৰে ন গীতৰ সুৰতেই আমি অসমীয়া।। ধন্যবাদ
    জয় আই অসম।।।।

  • @pritomnath2287
    @pritomnath2287 Před 4 lety +221

    হালধীয়া চোলা পিন্ধা জনক চিনি পোৱা নাই...
    বাংলাদেশী নহয়টো ৰাইজসকল??
    তেওঁৰ ব্যৱহাৰ দেখি... চেণ্ডেলৰ মালা পিন্ধাবলৈ মন গৈছে...

  • @gautamdas3429
    @gautamdas3429 Před 3 lety +68

    হালধীয়া পিন্ধা মক্কেলজনক ষ্টুডিওত কিয় মাতিছিল?? মানুহ বিচাৰি নাপালে নেকি ??

    • @hirakjyotidutta7515
      @hirakjyotidutta7515 Před 2 lety +1

      take2 tre tiri gusi goise ru hi mare dangor lekser
      gutei keita hei oo .
      mal2 ni....

  • @anjanjyotichakravarty7125
    @anjanjyotichakravarty7125 Před 7 lety +105

    সকলোৰে ক্ষেএত সমান হ'ৱ লাগে আইন

  • @jajabor5365
    @jajabor5365 Před 7 lety +94

    ami sb rahul r supportt asu...moi n mr fndss br..

  • @tribanytribany9141
    @tribanytribany9141 Před 4 lety +20

    ৰাহুল ডেকা আৰু জনম হব নিদিযে কিন্ত্ত হৈ গ'ল

  • @gobindboro9543
    @gobindboro9543 Před 3 lety +14

    গানটি ভাল লগানাই!মোৰো,কিন্তু অনুপম ককাইদেউ বাটিভৰাই চিৰা আৰু অন্যান্য বহুত লেতেৰা গানবোৰৰ বিষয়ে কিয় সমালোচনা নকৰিলে??????

  • @himeshxarania5570
    @himeshxarania5570 Před 6 lety +71

    অই ৰাহুল দা তাত কিয় গৈছা

  • @lasith1866
    @lasith1866 Před 3 lety +76

    ৰাহুঁল দা..ভাঁল কথা কয়ইছা অসমত ইমা.ভাঁল মানুহ থকা হলে অামাৰ অসমখন বহত উনতি হল হেতেন

  • @zgloverrinkuriyan5604
    @zgloverrinkuriyan5604 Před 5 lety +25

    অকল গান বোৰ কাথা কলে য়ে নহব ভিডিঅ’ বোৰ বহুত বেচি এ বেয়া হৈ গৈ আছে তাৰ কথা ও আলোচনা কৰিব লাগে

  • @coversong9109
    @coversong9109 Před 5 lety +111

    বহুত এনেকুৱা গান শুনিচো কিন্তু সেই বিলাকক কিও নকয় বা

  • @p.d5075
    @p.d5075 Před 5 lety +59

    লৰা টো থিকে গাছে কিন্ত জিগিতা বকী আছে হেই গিটা পাগল

  • @dharmendraborah5641
    @dharmendraborah5641 Před 5 lety +192

    ৰাহুলে গোৱা গানটো বেয়া বা অশ্লীল বুলি কৈছে মানি ল'লো | কিন্তু তাত থকা মানুহবোৰ কেনেকুৱা ? গানটোৰ আলোচনা কৰিব গৈ তেওঁলোকে যুৱকজনৰ মা ভনীকো দোষ দিবলৈ নেৰিলে | গীতৰ ধাৰাক লৈ প্ৰশ্ন কৰিব লাগে,ইতিবাচক আলোচনা হ'ব লাগে তাকে নকৰি বাৰে বাৰে ল'ৰাজনক ইমান বেয়াকৈ কথাৰে চিঞৰি চিঞৰি আক্ৰমণ কৰাটো কিমান যুক্তিসংগত সেয়াহে নুবুজিলো | তাৰোপৰি যুৱকজনক ভালদৰে কথাবোৰ কবলৈ কিয় দিয়া হোৱা নাই | ভুল কৰাজনক তেনেকে আক্ৰমণ নকৰি যদি ভালদৰে বুজাই দিলেহেঁতেন মই ভাবো তেওঁ তেওৰ ভুলটোক ভালদৰে বুজি পালেহেঁতেন | দাবী ধমকি দি কাকো ভাল পথলৈ নিব নোৱাৰে,হৃদয় জিনিব লাগিব |

    • @rakhibasumatari3063
      @rakhibasumatari3063 Před 4 lety +5

      হয় মইয়ো একমত আপোনাৰ কথাত খিনিত

    • @monujkonwar171
      @monujkonwar171 Před 4 lety +2

      That is your good quation

    • @achyutdas6578
      @achyutdas6578 Před 4 lety +4

      Tar maak deutak sister k moi valke janu.. trilok bohut vodra educated social responsibility thka lok hoi....

    • @riya5041
      @riya5041 Před 3 lety +5

      Anupomoku raije dhoribo lage

    • @aswinigharphalia1905
      @aswinigharphalia1905 Před 3 lety +4

      আপুনি সত্য কথা কৈছে ।
      তেওঁলোকে কেনেকুৱা আচৰণ কৰিছে ?

  • @pallabpathak9718
    @pallabpathak9718 Před 3 lety +13

    ইয়াৰ আগতে বহুতে এনেকুৱা গান ওলাইছে

  • @dibakarboruah00
    @dibakarboruah00 Před 3 lety +13

    2021 চনৰ 12 জানুৱাৰীত চাই আছো ।।

  • @illumi3447
    @illumi3447 Před 3 lety +7

    ছোৱালী জনীয়ে অসমীয়া সংস্কৃতিক কেইটা ভাগত বিভক্ত কৰিছে সেইটোকে নাজানে.... ৰাহুল ত ই বহুত জান

  • @nayansaikia4070
    @nayansaikia4070 Před 3 lety +34

    হয়,, ৰাহুল ৰ ভুল হৈছে কিন্তু সাম্প্ৰতিক সময়ত ৰাজবীৰ আহমেদ ৰ ফকতিয়া ৰেপ সংগীতৰ বিষয়ে কি কব অনুপম দা। আইন সকলোৰে বাবে সমান। বৰ্তমান কি হল আপোনালোকৰ।

  • @montuburagohain8059
    @montuburagohain8059 Před 5 lety +16

    যি কেইটা মানুহে অসমীয়া সাহিত্যৰ ভঁৰাল ঘৰ বুলি কৈছে হে কটা বেচি বেয়া ।

  • @jadusaikia6624
    @jadusaikia6624 Před 3 lety +6

    এই কেইটা শিল্পী নেকি মই আজিহে দেখি এই পাগল কেইটাক

  • @militechnology4354
    @militechnology4354 Před 6 lety +12

    Good job your smart taking Rahul Deka

  • @mouchumisharma9597
    @mouchumisharma9597 Před 7 lety +9

    Diganta bharati dangoriyai bht dhuniya kotha koise...

    • @ImBatuKumAhhh
      @ImBatuKumAhhh Před 6 lety

      i support u.....tekhete kuwa kothar he xarmormo ase

  • @musicalentertainment6544
    @musicalentertainment6544 Před 4 lety +14

    মই হলে ক্ষমা নুখুজিলোহয়.. কাৰন বেয়া গানবোৰ মেদিয়ায়েই চলাই থাকে.. তেনেক্ষেত্ৰত নৱপ্ৰজন্মই ইয়াতকৈ আৰু কি শিকিব.. আজি কালি কেচুৱা এটাক গান গাব দিলেও দিস্ক ভন্টিহে গাই..আৰু বেলেগ ধৰণৰ গান যে আছে নাজানেই.. চব মেডিয়া ৰ কামাল.. আৰু (১) অনিৰুদ্ধ দা (২) দিগন্ত দা আৰু (৩, ৪) উকিল দুজনৰ বাহিৰে বাকী তাত থকা গোটেই কেইজনৰ জ্ঞানৰ অভাৱ. তাত বহাৰ যোগ্যতাই নাই.. তেওঁলোকতকৈ বহু টেলেন্টদ মানুহ অসমত আছে.. তেওলোকে তাত স্থান পাব লাগে.. কাৰন তেওলোকে গুৱাহাটী খনকে পৃথিৱী আৰু অসমৰ কেৱল আৰ্টিষ্ট, এংকৰ বুলি ভাৱে কিন্তু যোগ্যতাই নাই.. হায় অসম.. তোমাক মূৰ্খ বোৰে উন্নত হ'ব নিদিয়ে..মই ক্ষমা খুজিলে হেই মূৰ্খ কেইতাক নুখুজিলোহয়.. হালধীয়া চোলা, অনুপম তহতৰ পাৰ্চনেল স্বভাৱ চৰিত্ৰ জানো মই.. আৰু তহতে নিজই ঢিলা বেলেগক কথা কৱ.. অনিৰুদ্ধ দা আৰু দিগন্ত দা আপোনালোক প্ৰকৃত শিল্পী..

  • @rashmiphukon5552
    @rashmiphukon5552 Před 5 lety +2

    Aami hongitor majot,,hongitor majere matir gundho pabo khuju ...bisaru morom senehor sorddha miholi hukh dukh,,aanondor homahar....aalusonle ai bikhoi tu onar Karone Dhoinyobad Anupam chakraborty.

  • @realmotivation680
    @realmotivation680 Před 2 lety +32

    সাংবাদিক হৈছে নিৰপেক্ষ হ'বলৈ শিকিব লাগে।

  • @gutishvlog3324
    @gutishvlog3324 Před 2 lety +4

    Love from goreswar. Rahul deka heri heri main ❤❤❤.

  • @borntomusicbtm5375
    @borntomusicbtm5375 Před 3 lety +13

    আপোনাৰ ৱ্যবহাৰে আপোনাৰ পৰিচয়

  • @JayantaChutia-yx2sl
    @JayantaChutia-yx2sl Před 2 lety +4

    Salute to Diganta da. But deka is a vctim. Who is concious anchor. U r brilliant to our Assam.

  • @gaurishankargogoi2370
    @gaurishankargogoi2370 Před 5 lety +13

    Anupam is a big villain....

  • @biswajitnath5900
    @biswajitnath5900 Před 5 lety +84

    কেলা ননচেন হালধীয়া shirt পিন্ধা মানুহজনৰ ব্যৱহাৰ ছাঁ চোন

    • @bhubneswardas691
      @bhubneswardas691 Před 4 lety +1

      Oo

    • @illumi3447
      @illumi3447 Před 3 lety +3

      উজনি অসমত শুনা হ'লে ৰাহুলৰ বাদে গোটেই কেইটাই মাৰ খালে হয়

    • @Vardasvlog
      @Vardasvlog Před 3 lety

      @@illumi3447 dada please mur chenel 2 sabo aru subscribe kori dibo please please

    • @illumi3447
      @illumi3447 Před 3 lety

      @@Vardasvlog ok

    • @Manalisha2.0
      @Manalisha2.0 Před 2 lety +1

      গানটো কোনটো

  • @khagennath4597
    @khagennath4597 Před 2 lety +1

    অনুপম দা ৰাহুল ডেকাক আপোনাৰ মঞ্চ লৈ আমন্ত্ৰণ কৰি বহুত ভাল কৰিলে । এই আলোচনাৰ দ্বাৰা অসমৰ উসৃংখ্ল যুৱ মানসিকতত কিছু পৰিমাণে হলেও বাধা আহিব ।মোৰ বুধেৰে ৰাহুল ডেকাৰ অশীল গীতটিৰ 30 হেজাৰ ভিওৱাৰ ভিতৰত 25 হেজাৰ মান উশৃংখ মানসিকতাৰ যুৱক হব। এই অশীল গীতবোৰৰ ক্ষেত্ৰত আমি আৰু বহু আগতে সজাগ হব লাগিছিল ।ৰাহুল ডেকাৰ বয়স কাম । তেওঁ কৰা ভূলতকৈ আগতে বেছি বয়সৰ গায়ক সকলে কৰা ভুল বেছি সমালোচনাৰ বিষয় আছিল।

  • @rahulsaikia3836
    @rahulsaikia3836 Před 5 lety +66

    অকল এজনক মাতি নি তাক কেলে পিতিম বুলি ভাবছিলে নেকি।
    হালধীয়া কাপোৰ পিন্ধা জনক কেলা

    • @aparajitaborah7181
      @aparajitaborah7181 Před 2 lety

      Rahulok kbolei nidiye halodhiya pindhatu kintu olp besiyei vodro luk Jen lagise

  • @kangkanbiswas9705
    @kangkanbiswas9705 Před 6 lety +10

    Bilahi songr babe maat mota nohol, videou soli gol thik ase. Kin2 bilahik aku nukua koi direct 'Heri Heri'k loi bitorko kora tu kiba beya hoise naki?

  • @mrinmoycreation3208
    @mrinmoycreation3208 Před 3 lety +11

    Love you rahul da❤️

  • @rajutalukdar4708
    @rajutalukdar4708 Před 4 lety +37

    মাৰ পিত লাগিৱ লাগিছিল.😂😂😂😂😂
    কিলাহ talk show নে কি এইবোৰ😂😂

  • @durlavmshry1312
    @durlavmshry1312 Před 3 lety +15

    Kam nai kla aibur gaiokor......
    Zubeen dai main 👍👍👍👍👍👍👍👍👍👍👍❤️❤️❤️❤️❤️❤️
    My all time fvrt ZDR..

  • @livesuperassamieshjtamuli7617

    জয়ন্ত এটা ফাল2 ৰাহুল দা জিন্দাবাদ বাকী চব ফাল2

  • @neelakshigohain8455
    @neelakshigohain8455 Před 6 lety +19

    there could be so much more in critically reviewing and conducting this interview. it is such a relevant issue . but what a shame . what kind of journalism is this? why is anupam chakraborty shouting like a hooligan. shame shame shame.

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 Před 7 měsíci

    বঢ়িয়া। অনুষ্ঠান শুনি আপ্লুত হৈছোঁ

  • @kandarpasarma7929
    @kandarpasarma7929 Před 10 měsíci +2

    বেলেগে বেয়া কৰিলে বুলি ৰাহুলেওঁ কৰিব লাগিব বুলি কিবা কথা আছেনেকি ? তেওঁ সেইটোৱেই কৰিছে | শিক্ষিত হৈছে সঁচা কিন্তু জ্ঞান আৰু নৈতিকতাৰ অভাৱ | |

  • @nabajitdas2760
    @nabajitdas2760 Před 7 lety +66

    মানুহ ৰ ভুল হয় .এবাত ক্ষমা কৰা উচিত

    • @jinadas7880
      @jinadas7880 Před 3 lety +1

      Right

    • @joonkoch7396
      @joonkoch7396 Před 3 lety +1

      Aai bhulor khoma nai

    • @sauravchandradas9599
      @sauravchandradas9599 Před 3 lety +2

      @@joonkoch7396 toi jibonot kiman bhul korile maa deutai maaf kora nai neki tenehole tar eta bhul khoma koribo nuwari ne??

  • @bkgogoi6743
    @bkgogoi6743 Před 7 lety +29

    দিগন্ত ভাৰতী ককাইদেউৰ কথাবোৰ ভাল লাগিল ।জয়ন্ত কাকতিয়ে কি ফাল্টু ব্যৱহাৰ কৰি দেখুৱাইছিল ।

  • @ajitkhound8594
    @ajitkhound8594 Před 2 lety +6

    বেয়া গীত বুলি হৈ চৈ কযৰি হুলস্থূল কৰি মেডিয়াৰ যোগেদি অনুপম চক্ৰৱৰ্তীৰ নিচিনা মানুহেই বেছিকৈ প্ৰচাৰ কৰিব বিচাৰে । মানুহক বেছিকৈ গানটোত কি আছে জানিবলৈ উৎসাহ জন্সাই ।

  • @jajaborlmch
    @jajaborlmch Před 2 lety +8

    Freedom...
    ❤️✨
    Where is freedom ?

  • @Lalitsonowal
    @Lalitsonowal Před 7 lety +118

    hei gaan jodi belg kunuba dangor singer a gale heten tenehole enekuwa bitorko nhol heten....

    • @altafali2806
      @altafali2806 Před 6 lety +1

      Lalit Sonowal good

    • @bhuvanbam8499
      @bhuvanbam8499 Před 5 lety +1

      Nissoi hol heten.

    • @desilonda4777
      @desilonda4777 Před 5 lety +1

      Lalit Sonowal hoi hoi thik koisa bhai ..
      ami xoloye. rahul dekak sapourt koribo lgy bs

    • @user-cn9dt9jt2u
      @user-cn9dt9jt2u Před 5 lety

      Goa to niii aru ngi oo ane fltu gan kno dangor singere aru xaibabei taolok dangor singer

    • @monujsonowal7618
      @monujsonowal7618 Před 5 lety

      Ai2 kin2 thik kola

  • @dobysaurus
    @dobysaurus Před 6 lety +3

    rahul deka bhai jodi apuni e comment tu dekhise moi apunak support korisu.. you rock! love from a bengali who just learnt assamese..

  • @kalpanaborah3219
    @kalpanaborah3219 Před 2 lety

    Danyabad,Val lagil ei video2 sai. Rahular jugedi an an gitikar ba singer buraku esikoni diya hoise. Eneke Social madiat nidile kuneu importent nidiye.

  • @crinstondeacock2232
    @crinstondeacock2232 Před 3 lety +3

    দিগন্ত দাৰ কথাবোৰ যুক্তি পূৰ্ণ বাকিবোৰেটো এনেই গুত ভেনা মাখি পৰাদি পৰিছে।আৰু ল’ৰাটোক কিয় ক’বলৈ দিয়া নাই ভালকৈ। ৰাহুলক কিন্তু মানিছোঁ অকলেই ইমান দেৰিলৈকে তিকি আছে।অকল ৰাহুলক কিয় দোষ দিছে আৰু বহুতো গীত ওলাই গৈছে আগতেই যিবোৰ বহুত বেয়া আছিল তেতিয়া কিয় মানুহে একো কোৱা নাছিল।আৰু মানুহে ভূপেন হাজৰিকাৰ গীত কিমানে শুনে আজিৰ দিনত সকলোৱে এনেকুৱা গীতেই শুনিব বিচাৰে যিবোৰ দেখি আহিছোঁ।
    বিয়া পাতিলে নহব উহো উহোঁ লাগিব গানটো শুনা সকলে কমেণ্ট কৰিবচোন।🙏🏻
    Dk...

  • @bikug1610
    @bikug1610 Před 6 lety +24

    A....I yellow man tur besi level be
    New generation r kotha ki Jane teur lorak Sunny Leone r video sai kijani

  • @kamalkrishnadass1331
    @kamalkrishnadass1331 Před 7 lety +51

    সকলো মানুহ ফতুৱা নহয়।।ৰাহুলৰ গানটো বেয়া হৈছে জানো কিন্তু সকলো মানুহ ফতুৱা নহয়।

  • @upgread6690
    @upgread6690 Před rokem +1

    Dhuniya song love from Assam

  • @pallobborah7693
    @pallobborah7693 Před 5 lety +142

    হালধীয়া চোলা পিন্ধা জনৰ কথা কবলৈ শিকিব লগা আছে বহুত

  • @priyankshucreation5285
    @priyankshucreation5285 Před 2 lety +25

    ৰাহুলে ভাল কথা কৈছে❤️🙏✅

  • @everythingbookchodi9709
    @everythingbookchodi9709 Před 7 lety +15

    Gaan tut Positive meaning ase.

  • @chandankumarboro1088
    @chandankumarboro1088 Před 2 lety

    Good job Rahul...vl lagil 2mar Kotha huni ...June g ki nokok 2mi agwai jwa

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Před 2 lety +2

    একমাত্ৰ হিমন্তই এইচামৰ পৃষ্ঠপোষক ।প্ৰমাণ য'তে ত'তে পাব।

  • @dipu1329
    @dipu1329 Před 7 lety +14

    anchor is abusing the artist and infact all the guest.
    u r not allowed to do this in your own show. all the other guest are very respectful people (👏👏 for them)....

  • @jyotirmoydas6653
    @jyotirmoydas6653 Před 7 lety +81

    Good. But hey anchor, before screaming your lungs out, first try to learn proper pronunciation and formation of Asomia sentences.

    • @Vardasvlog
      @Vardasvlog Před 3 lety

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please

  • @joecool3876
    @joecool3876 Před 2 lety +7

    i love heri heri

  • @kbgolaghat9123
    @kbgolaghat9123 Před 2 lety +1

    Eke eke dui... Onupom da tumi akura jui..

  • @achintyagogoi1172
    @achintyagogoi1172 Před 6 lety +23

    Yellow shirt person behaves like gunda

  • @g9super
    @g9super Před 7 lety +20

    REPETITION OF DEFAMATION IS ITSELF DEFAMATION!! SHAME DY365 !! AT LEAST "THE INDIAN BUOY" IS DOING THE GOOD THING!! AND WHY THERE IS NO POPULAR SINGER LIKE ZUBBEN GARG, MANOSH RABIN AND SO ON !! THE LADY ALSO REPEATING THE LINE AGAIN AND AGAIN!! SHAME !!!

    • @updatemantra
      @updatemantra Před 6 lety

      Biplabjyoti Sarmah নমষ্কাৰ 🙏
      মোৰ নাম পিংকু দাস ৷
      ঘৰ বৰপেটা ৷
      মই মোৰ Passion টো দাঙি ধৰিব ভাল Platform নোপোৱাৰ বাবে CZcams ক এ মোৰ platform হিচাপে বাছি লৈছো ৷
      মই সকলো Bollywood,Jollywood,Tollywood,Hollywood তাৰকা লগতে সংগীত,পৰিচালনা আদি ভাল পাওঁ,সেইবাবে মই CZcams ত এটা ছেনেল খুলিছো ৷ নাম "India Show Pinku" আৰু মোৰ ছেনেলৰ লিংক:- czcams.com/channels/f1OXaqO5Y8hmqE4oBlUKsg.html
      মোৰ সকলো ভিদিঅ বোৰ ছাবৰ বাবে এইটো লিংক:- czcams.com/play/PLh5qP0jtyFuGLZhblxq0atIqy1BDWy9J6.html
      মই এইটে মেছেজ আপোনালৈ বা আপোনালোকলৈ পথোৱাৰ কাৰন এয়াই যে মোৰ প্ৰেচেস্থাক আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন,আপোনাৰ সহায় সহঁযোগিতাৰ প্ৰয়োজন ৷ মোক সহায় কৰাৰ কাৰনে আপুনি মোক কেনো আৰ্থিক ভাবে সহায় কৰিব নেলাগে ৷ আপুনি মাত্ৰ মোৰ CZcams ছেনেল টি Subscribe কৰক আৰু ঘন্টা বটনটো তিপি দিয়ক ৷
      মোৰ ছেনেলত সোমাবলৈ বা Visit কৰিবলৈ এয়া লিংক:- czcams.com/channels/f1OXaqO5Y8hmqE4oBlUKsg.html
      আৰু এটা কথা কব খোজো যে CZcams ছেনেল Subscribe কৰিবলৈ কোনো টকা পইছা দিব নালাগে, বা আপুনি মোৰ ছেনেল Subscribe কৰাত মোৰ কোনো লাভ বা আপুনাৰ কনো লোকচান নহয় ৷ মোৰ ছেনেলটো এটা সময়ত যদি আপোনালোকৰ প্ৰিয় হয় বা আপোনালোকে যদি মোক আশীৰ্বাদ কৰি যায় তেন্তে হয়টো Advertisements,Sponshorship আহিব পাৰে,,নাহিলেও কোনো কথা নাই মাত্ৰ মই CZcams ত মোৰ Passion টো হে আপোনালোকৰ লগত Share কৰিব আহিছো,এইখিনি কথা পাতোটে এটা কথা কবএ পাহৰিলো,,,মোৰ ছেনেলটো আপুনি Subscribe কৰিলেনো হব কি,, কি হব মই আপোনাক কওঁ শুনক# Facebookত যেনেকৈ আপোনি কোনোবাক Friend Request পথাই বা আপোনাক কোনোবাই Friend Request পথাই আৰু আপুনি সেই Request Accept কৰে,তেতিয়া আপোনাৰ Facebook Home Page ত তেওঁৰ Photo,Status ছাব পাৰে আৰু লাইক-কমেন্ট-Share কৰিব পাৰে থিক তেনেদৰে CZcams ত ওঁ, যদি আপুনি মোৰ ছেনেলটি Subscribe কৰে তেন্তে আপুনি CZcams Home Page ত মোৰ ভিদিঅ সমূহ ছাব পাৰিব আৰু লাইক-কমেন্ট-Share কৰিব পাৰিব ৷ গতিকে শেষত আকৌ এবাৰ অনুৰোধ🙏 মোৰ ছেনেলটো Subscribe কপক আৰু ঘন্টা বটনটো তিপি দিয়ক ৷
      মোৰ সকলো বোৰ ভিদিঅ👉czcams.com/play/PLh5qP0jtyFuGLZhblxq0atIqy1BDWy9J6.html
      মোৰ ছেনেলটো Subscribe কৰিবৰ বাবে লিংক👉czcams.com/video/XwdhL2JQLLE/video.html
      ধন্যবাদ 😊 ৷

  • @NATIONALTIMES981
    @NATIONALTIMES981 Před 2 lety +4

    Salute this boy rahul deka....😂😂😂sudir bhai buli kolu tuk

  • @illumi3447
    @illumi3447 Před 3 lety +5

    ৰাহুল ত ই জনজাতি সম্প্ৰদাযৰ মানুহ হৈও কি অনাসমীয়াক ভয় খাই আছ...... মূৰ ফালি দে কেলা..... আমাক সিহতে 3class মানুহ আৰু 3 class গান বুলিয়ে ভাবে😁

  • @ishaangaming4
    @ishaangaming4 Před 7 lety +5

    valky laj dely sir. thank u

  • @parashpapu1050
    @parashpapu1050 Před 2 lety +10

    এইজনে নে কৰিছে নেকী , আৰু বহতে কৰিছে ,কেৱল যেন গালী পাৰিবলৈ মাতি আনিছিল নেকী ,মই কৰিম এনেকুৱা গীত

  • @rupjyotisharma9159
    @rupjyotisharma9159 Před 2 lety +2

    লৰা জন বালিৰ পঠা হল আজি । আমাৰ বুকুৰ আপোন এজনে বৰগীত কেইবাটাও ৱেবEৰিবাং কৰIলে । আপোনালোকে মাতমতা নেদেখিলোঁ

  • @gautamdutta340
    @gautamdutta340 Před 2 lety +13

    আগৰ গৰু যেনি যায় পিছৰ গৰু সেই পিনে যায় 👈 এইটো ঠিক ক'লে 😆😅

  • @dhanjitdas3794
    @dhanjitdas3794 Před 4 lety +25

    Good song 🔥

  • @lizachiring1581
    @lizachiring1581 Před 5 lety +12

    Apunaluke rahulok aku kob diya nai...aru agoteu anekuwa gan ulaise tat apunaluke mat Mota nai...aru..

  • @user-ys6iu6vr1g
    @user-ys6iu6vr1g Před 10 hodinami

    বহুত লাজ লাগিছে

  • @roadsideentertainment
    @roadsideentertainment Před 4 lety

    Wah iman expart oh ai bor ...eman mohan bayakti kor pora loi ahise oh dy365.
    Bati vorai chira khabi gan to olaute mohan byakti bor kot asil ....

  • @gyanssimplicity23
    @gyanssimplicity23 Před 7 lety +25

    Eman besi eku hua nai. Apunaluke besi bonai dise... Axomot bahut ase heibilakot mon diyok. 1st moi koisu hindi Bangladeshi. aru bahut.
    I support this guy. i don't care..

  • @jantihira9223
    @jantihira9223 Před 2 lety +11

    চঞবওী যি কোনো কামত ভুল হয় কাৰন লৰা জনৰ কথা কোনো নুশুনিলে আৰু শুনিব নিবিচাৰিলে সকলোৱে কাউৰী নিচিনা চিঞৰ-বাখৰ কৰি থাকিল

  • @souravkalita5697
    @souravkalita5697 Před 4 lety +14

    Yelow shirt totla babai kathai kabo najane 🤣🤣🤣🤣😂😂

  • @pallabibaishya9125
    @pallabibaishya9125 Před 3 lety +6

    Zubeenk topina dangor sai buli goisil kiya mone mone asil apunaluke.....

  • @aloneboy7855
    @aloneboy7855 Před 6 lety +14

    Oti ovr krise anupom dai

  • @muktarhussain8091
    @muktarhussain8091 Před 6 lety +8

    Assam Singer Long life My friend Singer Zubeen da & Papon da & Kumar Bhabesh

  • @ilasaikia4094
    @ilasaikia4094 Před 3 lety

    এনেকুৱা অশ্লীল কথা বা গান ভবিষ্যতে শুনিবলৈ পালে নিশ্চয় ৰুধিব বুলি আশা কৰিলো।ৰাহুলক ভালকৈ এশেকা দিয়া উছিত।

  • @upgread6690
    @upgread6690 Před rokem +2

    Love you Rahul bhai

  • @jajabor5365
    @jajabor5365 Před 7 lety +31

    akl rahul daka k ai2 programt aneb nlgsel anakua sb SINGERk aneb lgsel...tatea ai topic2r kba value hol hatan...ai2 mr ktha...plz comment

  • @kamalali9975
    @kamalali9975 Před 6 lety +6

    You are great

  • @VIRATKOHLI-kh3ds
    @VIRATKOHLI-kh3ds Před rokem +1

    ৰাহুল ধুনীয়া

  • @manoranjansaikia6668
    @manoranjansaikia6668 Před 2 lety +1

    এই গীতটোৰ বাবে গায়ক গায়িকা, সংগীত পৰিচালক অডিঅ ৰেকৰ্ডিং কৰোতা সকলোৱে সমানেই দায়ী।

  • @viralchnl9728
    @viralchnl9728 Před 7 lety +15

    anupom da trp hatirot apunaluke o dudin solale ei programme tu....logote CZcams t o upload DSE...apuni besi fatua

  • @ayushichetia9178
    @ayushichetia9178 Před 7 lety +145

    হালধীয়া চাট পিন্ধি অসমীয়া কথাকেইটাই কব পৰা নাই

    • @jajabor2612
      @jajabor2612 Před 7 lety +5

      Kalyan Chetia তাৰ উচ্চাৰণ 😂😂

    • @milanboro7883
      @milanboro7883 Před 5 lety +2

      Are janilehe kobo ki hoi ase gome napai khi

    • @gampumorang1671
      @gampumorang1671 Před 5 lety +1

      Anupom.da.apuna.lgt.juga.jug.korib.parim.neki.6001617177

    • @kashyapigogoi7674
      @kashyapigogoi7674 Před 4 lety +1

      Priyanka bharalir husbnd hoi aitu..😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @snigdhasarmah5935
      @snigdhasarmah5935 Před 3 lety +1

      @@jajabor2612 gutkha asil sage tar mukhot 😂😂

  • @kankanray9738
    @kankanray9738 Před 4 lety +6

    জুবিন দা, বিপিন চাউদাঙ , আদি ডাঙৰ ডাঙৰ গায়ক বোৰে কিমান টকা দিয়ে?????

  • @jantihira9223
    @jantihira9223 Před 2 lety +35

    এই হালধীয়া চোলা পিন্ধা জনক মই পালে বম চৰ মাৰিলো হয় আৰু তাত বহি থকা একচাম ঢোৰা কাউৰী মাইকী পাটি কাউৰী থকা যেন লাগে