মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

Sdílet
Vložit
  • čas přidán 2. 12. 2018
  • মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

Komentáře • 755

  • @user-hs8cp9de1t
    @user-hs8cp9de1t Před 2 měsíci +5

    হে পঠিক জিৰোআহি তাপিত জীৱন খনতেক বহিলে হিয়া পৰিব সিতল ভাগৰুৱা পঠিকৰ শন্তি নিকেতন অময়া প্ৰেমৰ পুৰি গিৰি সন্ধাচল।

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi Před 3 lety +7

    তুলিকাৰ Progame দেখি শুনি খুবেই ভাল লাগিল। তেওঁৰ এই প্ৰতিভা দেখি সকলোৱেই আশীৰ্বাদ দিব লাগে আৰু দিব লাগিব।Thank you তুলিকা Thank you so much.

  • @creatorbhupen9460
    @creatorbhupen9460 Před 5 lety +22

    সঁছাকৈ ই এক হৃদয় চুই যোৱা পৰিৱেশ, সঁছাকৈ মই এতিয়া কাক সলাগিম তুলিকা তুমাৰ কথাটোতো কবই নালাগে বিদ্যালয় খনও বহুত মনোমুগ্ধ | এনে এখন বিদ্যালয়ত মইও পঢ়িবলৈ পোৱা হ'লে নঠৈ আনন্দিত হলো হয়| ধন্যবাদ DY365. তুলিকা
    তোমাৰ এক সুন্দৰ ভৱিষ্যত কামনা কৰিছো🙏

  • @madhabdasvlog1837
    @madhabdasvlog1837 Před 5 lety +9

    সচাঁই আপ্লুত হ'লো ভণ্টী হঁতৰ কণ্ঠ শুনি । বিশেষকৈ তুলিকা ৰ কণ্ঠই আচৰিত কৰি তুলিছে । আগবাঢ়ি যোৱা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ

  • @bijoydvlog2355
    @bijoydvlog2355 Před 5 lety +7

    কি বুলিনো ধন্যবাদ জানো ভাষা নাই ৷৷ তুলিকা তুমি আৰু আগ
    বাহি তাৰে কামনা কৰিলোঁ৷৷
    So god bless you tulika

  • @bikidas4484
    @bikidas4484 Před 5 lety +7

    বৰ ধুনীয়া গীত তোমাৰ গীত বোৰ শুনি বহুত ভাল লাগিছে তুলিকা

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Před 2 měsíci +1

    বহুত ভাল লগা পৰিবেশ সছাকৈ মাজুলীৰ সকলো পৰিৱেশে ভাল লাগে।

  • @prabingogoi4957
    @prabingogoi4957 Před 5 lety +10

    বহুত সুন্দৰ তুলিকা, তোমাৰ অনন‍্য প্ৰতিভা শলাগিবলগীয়া

  • @prasenjitnath1519
    @prasenjitnath1519 Před 5 lety +8

    অতি সুন্দৰ ।।
    ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ তুলিকা।।

  • @pradipkumarborah1506
    @pradipkumarborah1506 Před 7 měsíci +1

    ইমান ধুনিয়া মৰম লগা কন্ঠ শুনিলে শুনিবলৈ মন গৈ থাকে তুলিকা গান ॥

  • @oxomiyajiyori_youtubechann6046

    Reality showr bhut protojogitkoi bhut oprt tulika...🙏🙏🙏😍😍😍😚😚😚😚😚😚😚😚god gifted..bhogobanok bishwakh kora bore prithibot xday ujoli uthe ..bakibor dudinor babehe...

  • @premsautal470
    @premsautal470 Před 5 lety +77

    মধুৰ কন্ঠ ভন্টি বৰ ভাল লাগিল গীতবোৰ ভৱিষ্যত উজ্বল কামনা কৰিছোঁ ।
    ভগৱানে তোমাৰ মংগল কৰক ।

    • @karunakalita2527
      @karunakalita2527 Před 5 lety +2

      বৰ ভাল লাগিল আৰু বিশ্ব জিন ব এই তুলিকা

  • @rashmiphukon5552
    @rashmiphukon5552 Před 5 lety +3

    Xundor school..Gurumondolik hewa jonalu....Tulika God bless u...all student loi mur hiya vora xuveisha jonalu

  • @biswajitboruah85
    @biswajitboruah85 Před 5 lety +14

    এটি সুন্দৰ কণ্ঠ .....শুনিলে শুনি থাকিব মন যোৱা.....
    এটি সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
    ধন্যবাদ
    বিশ্বজিৎ
    দক্ষিণ ভাৰত।

  • @joybora2711
    @joybora2711 Před 5 lety +21

    সুন্দৰ কণ্ঠ ।।।
    উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুলিকা

  • @biswajyotibora6477
    @biswajyotibora6477 Před 5 lety +1

    Tulika. And Ankita ,pronami,,Tumalokor ujjol bhobisot kamona korilu .....Majuli. is Awosome..

  • @pulaksonowal1651
    @pulaksonowal1651 Před 4 lety +3

    বৰ ধুনীয়া কণ্ঠ তাইৰ আগুৱাই যোৱা তুমি তুলিকা

  • @amazingvlogsmr1730
    @amazingvlogsmr1730 Před 5 lety +10

    Best of luck Tulika
    মাজুলীক লৈ আমি গৌৰাম্বিত

  • @bikramdas7374
    @bikramdas7374 Před 5 lety +3

    সুন্দৰ কন্ঠ । আৰু আগবাঢ়ি যোৱা তুমি তুলিকা।

  • @nirurabha4896
    @nirurabha4896 Před 3 lety +4

    অতি সুন্দৰ, ভগৱানে কৃপা দৃষ্টিৰে চাওক। আগলৈকো যেন এনেদৰে শুনাই ঠাকিব বুলি আশা ৰাখিলোঁ

  • @darshitabora5184
    @darshitabora5184 Před 5 lety +1

    Hundor porebakh,kontho hune thkile arebo mnai njai,tulikar kajbure hea sui goise ..vgbne mngl krok hokoluke

  • @biswajitbordoloi1962
    @biswajitbordoloi1962 Před 5 lety +4

    বহুত সুন্দৰ ।
    মোৰ কবলৈ ভাষাই নাই ।

  • @djutpalmix5584
    @djutpalmix5584 Před 5 lety +3

    অন্তৰ চুই গ'ল তুলিকাৰ কন্ঠৰে.....ভৱিষ্যত উজ্জল কামনা কৰিলোঁ.....

  • @prafullahazarika7337
    @prafullahazarika7337 Před 2 měsíci

    সুন্দৰ কণ্ঠ, সুন্দৰ প্ৰতিভাৰে আগবাঢ়িছে । আমিও আবেগিক হৈছো । অন্তৰভৰা শুভেচ্ছাৰ দিছো। তুলিকা , এই শিপাডাল আৰু যেন অধিক কৰা লগতে DY 365 ৰ Ms. Snighdha বাইদেউক ধৰি সকলোকে এই পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @samsubggrand1129
    @samsubggrand1129 Před 5 lety +4

    Tumi agbahijua Tulika . God bless you every alltime.

  • @albertgogoi9489
    @albertgogoi9489 Před 5 lety +2

    Tulika তোমাৰ জীৱন উজ্জ্বল কামনা কৰিলো.....

  • @barnali816mahanta
    @barnali816mahanta Před 5 lety +1

    খুব ধুনীয়া।।।একদম হৃদয়ৰ পৰা অনুভৱ কৰি গাইছে মাইনা টোৱে।।।

  • @santanudutta3261
    @santanudutta3261 Před 5 lety +4

    School r dinbooroloi monot porise. Thanks DY 365

  • @chandrodoy1702
    @chandrodoy1702 Před 5 lety +13

    ..Ankitar voice tu bor xuwola ! val lagil xokolure performance !

  • @ChandanDas-od4ce
    @ChandanDas-od4ce Před 4 lety +1

    bohut dhunia hoise....Specialy "logn ukoli jai".

  • @atawarrahman9405
    @atawarrahman9405 Před 5 lety +7

    Nice beta...may Allah bless you.. keep it up

  • @nabajyotidas8385
    @nabajyotidas8385 Před 4 lety +3

    Bor dhunia voice. Best singer. No body can't beat you

  • @susmitapritam2492
    @susmitapritam2492 Před 5 lety +9

    Dhuniya mat tumar. Tulika vonty tumar ujjol vobisya kamona korilu.

  • @dipakrabha4685
    @dipakrabha4685 Před 5 lety +11

    সন্দুৰ প্ৰাথনা, অসমৰ সকলো বিদ্যালয়তে এনেকুৱা ব্যৱস্থা কৰিব লাগে

    • @bijitkdas3834
      @bijitkdas3834 Před 5 lety

      এৰা আপুনি ঠিকেই কৈছে , আগতে ঠিকেই আছিল আজিকালি হে সৰ্বশিক্ষাৰ নামত প্ৰাৰ্থনাবোৰ বেলেগ হ'ল ।

    • @prabindas327
      @prabindas327 Před 5 lety

      Dipak Rabha B0vFTrb0ZGDf2 cry

    • @prabindas327
      @prabindas327 Před 5 lety

      বিজিত দাস a2 2

  • @poriarandhara5260
    @poriarandhara5260 Před 5 lety +1

    moja vntei agbahe jua

  • @pinkudeka6859
    @pinkudeka6859 Před 5 lety +5

    Dhunia pribekh..dekhi bahut vl lagise..sir mam xaklok ankoi dekhi aru vll lgise...tulika 2mi amr ak natun vabisat

  • @srimantadas8713
    @srimantadas8713 Před 5 lety +2

    শুভেচ্ছা জ্ঞাপন কৰিলোঁ তুলিকা ক

  • @nipukalita489
    @nipukalita489 Před 3 lety +1

    টুলিকা তোমি আৰু আগুৱাই যোবা,,আই সৰচতি ওচৰত প্ৰাথনা কৰিছোঁ,, তোমাৰ লগতে তোমাৰ বদ্ধু বান্ধবী লৈ যাচিচো অলেক অজুত শুভেচ্ছা

  • @jagadishbordoloi3367
    @jagadishbordoloi3367 Před 5 lety +10

    6:21 ohh its too awesome melody

  • @pranjitkumarthakuria1711
    @pranjitkumarthakuria1711 Před 3 lety +2

    Tulika, you are God gifted. You are so mingled with assamese culture. You have a great and charming future. Stay blessed.

  • @bitupanbaruah6335
    @bitupanbaruah6335 Před 5 lety +53

    সুন্দৰ কণ্ঠ,,,,,,সচাঁই আপ্লুত হৈছোঁ,অসমৰ প্ৰত্যেক খন স্কুলত এনেকুৱা পৰিবেশ বিচাৰো

  • @mortogaming8126
    @mortogaming8126 Před 4 lety +1

    বহুত ধুনীয়া কণ্ঠ

  • @easydrawingassam3820
    @easydrawingassam3820 Před 5 lety +9

    সঁচাকে মইনা তোমাৰ ইমান ধুনীয়া মধুৰ কণ্ঠ। "কণ্ঠৰ অপাৰ তুমি ভন্টী" আশা কৰোঁ আমাৰ অসম আৰু উজ্বল হয় উঠে,তাৰেই কামনা কৰিলোঁ।
    🙏জয় আই অসম🙏

  • @rituparnaava5124
    @rituparnaava5124 Před 5 lety +11

    সুন্দৰ হৈছে অনুষ্ঠানটি...
    এংকৰ হিচাপে স্নিগ্ধাশিখা বাৰ ভূমিকাও প্ৰশংসনীয় এই অনুষ্ঠানটিত

  • @dibakarkalita7609
    @dibakarkalita7609 Před 5 lety +1

    জুবিন দা ৰ দৰে তুলিকায়ো অসমৰ সংগীত জগতক আগুৱাই নিয়ে যেন❤❤❤❤❤❤❤

  • @chandrasenpeguchakreswarpe6532
    @chandrasenpeguchakreswarpe6532 Před 11 měsíci +1

    Very heartiest song,

  • @achyutkalita2538
    @achyutkalita2538 Před 5 lety +2

    তুলিকা তোমাৰ কণঠৰ গীত সদায় শুনু।বহুত ভাল লাগে।

  • @bikiransaikia5591
    @bikiransaikia5591 Před 5 lety +4

    hundore lagil vonti...👍

  • @Maa_Kosom_Hero
    @Maa_Kosom_Hero Před 5 lety +6

    outstanding , mind blowing voice....2lika you are geart

  • @tarunkonwar1062
    @tarunkonwar1062 Před 5 lety +8

    সঁচাই তুলিকা তোমাৰ কণ্ঠত সৰস্বতী আছে।

  • @abro4264
    @abro4264 Před 3 lety +1

    moza tulika

  • @tutuhazarika6210
    @tutuhazarika6210 Před 2 lety +2

    তুলীকা বা আৰু আগবঢ়ি যোৱা

  • @jinli69gaming61
    @jinli69gaming61 Před 4 lety +1

    Mur prl pra tulikak best of luck

  • @purnagogoi1650
    @purnagogoi1650 Před 3 lety +1

    বহুত সুন্দৰ

  • @digantasaikia7523
    @digantasaikia7523 Před 3 lety +2

    God bless you tulika

  • @ritubishal4443
    @ritubishal4443 Před 5 lety +3

    সুন্দৰ কন্ঠ

  • @bishnudas8185
    @bishnudas8185 Před 5 lety

    তুলিকা তোমাৰ কন্ঠত মৌ বৰষিছে।।।। ।।।।ইমান সুন্দৰ বিদ্যালয়ৰ পৰিবেশ

  • @rubulprince507
    @rubulprince507 Před 5 lety +3

    tulika long live... good voice.. love u... go forward... thank u dy 365...

  • @sanatdeka9295
    @sanatdeka9295 Před 3 lety +1

    Tulika tumi joy huwa

  • @jintubarah7888
    @jintubarah7888 Před 3 lety +1

    তুলিকা ভনী আপোনাৰ কণ্ঠ অতি সুন্দৰ আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @BabarAli-mi9lj
    @BabarAli-mi9lj Před 5 lety +2

    অতুলনীয় সুৰ

  • @HirakDhayanam
    @HirakDhayanam Před 3 měsíci

    সুন্দৰ ভৱিষ্যতৰ কামনা কৰিলোঁ

  • @RamenRaj-vy1xo
    @RamenRaj-vy1xo Před 5 lety +3

    সুন্দৰ গান গাইছা দে তুলিকা
    তুমাৰ উজল ভবিষ্যত কামনা কৰিছো ।।।।।?

  • @bishyajithira6657
    @bishyajithira6657 Před 5 lety +1

    সুন্দৰ কন্ঠ তুলিকা তোমাৰ ।আগুৱাই যোৱা তুমি।

  • @WHOfficial
    @WHOfficial Před 5 lety +2

    Val lgise deiii....

  • @user-no9lx1dy2i
    @user-no9lx1dy2i Před 2 měsíci

    তুলিকা তোমাৰ সুৰ বৰ ভাল আৰু ভাল হক তাৰে কামনা কৰিলো নদেখা জনৰ ওচৰত

  • @ranjitborah2912
    @ranjitborah2912 Před 5 lety +2

    অতি সুন্দৰ কণ্ঠ কনমানি তুলিকাৰ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, আৰু বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাইছো, খুব সুন্দৰ শিক্ষা প্ৰদান কৰিছে, আশা কৰো অসমৰ প্ৰতিখন স্কুলত এনে শিক্ষা প্ৰদান কৰক 🙏!

  • @patluali8570
    @patluali8570 Před 5 lety +5

    বৰ ধুনিয়া গান গাইচা দে

  • @lakhyajitboruah9714
    @lakhyajitboruah9714 Před 5 lety +17

    বহুত সুন্দৰ কণ্ঠ ৷ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ৷

  • @rohittaid2650
    @rohittaid2650 Před 5 lety +1

    Bohut Bohut xundor poribek hosai gitbur huni anondid holu tq dy365

  • @anonymous_assamese4838
    @anonymous_assamese4838 Před 5 lety +7

    সুন্দৰ কণ্ঠ দেই.... উজ্জ্বল ভৱিষ্যত কামনা কৰিছো তুলিকা ভন্টিৰ.. বিদ্যালয় খন শলাগ ল'বলগীয়া..

  • @bidyadhardas5624
    @bidyadhardas5624 Před 5 lety +3

    DY365 channel is the best channel of the world I real God Bidyadhar Das declare that jai DY365

  • @nilagogoi4304
    @nilagogoi4304 Před 5 lety +1

    বাহ বাহ তুলিকাৰ বাইদেৱেকৰ কন্ঠ বাহ সঁচাই কতো তুলনা নাইআৰু অন্য কেইগৰাকীৰো সুন্দৰ

  • @bhimbahadurchetry6050
    @bhimbahadurchetry6050 Před 3 lety +2

    So nice 😍

  • @bidyadhardas5624
    @bidyadhardas5624 Před 5 lety +5

    I am crying think about my past life and remember my old memories..... now I am remembering in past n remember my gratefull teacher

  • @travelingbhaisofik3273
    @travelingbhaisofik3273 Před 5 lety +2

    তুলিকা তোমাক প্ৰণাম।তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Před 3 měsíci

    বৰ উপযুক্ত কণ্ঠৰে শুনালা গান কেইটা উৎসা জনক ভবিষ্যতে কুশল ভাবে সু-ৰীয়া গায়ক হৈ উঠাৰ বাবে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰপুতে জনাইছোঁ।।❤🎉❤

  • @bandanakonwar8726
    @bandanakonwar8726 Před 5 lety +9

    God bless you tulika❤️❤️

  • @bidyadhardas5624
    @bidyadhardas5624 Před 5 lety +5

    Long live my favorite school Meragarh Narayan Dev HS School...... n long live my heart and soul teacher (grateful teacher)

  • @monishasaikia1139
    @monishasaikia1139 Před 5 lety +2

    আমাৰ বিদ্যালয় আমাৰ তুলিকা ৷

  • @nirmalkutum1733
    @nirmalkutum1733 Před 5 lety +2

    বৰ ভাল লাগিল তাইৰ মাত হুনি

  • @ranjitb.r4356
    @ranjitb.r4356 Před 8 měsíci

    o God ,,eman dhuniya kantha,,,❤

  • @puspanjali7329
    @puspanjali7329 Před 3 lety +1

    😘❤👍👍👌

  • @ashiqueboruah4747
    @ashiqueboruah4747 Před 2 lety +1

    Mjaa lagil vonti ... Tumaloi okhekh thanks 🙏🙏🙏 thakil ......tumi bohut protivar goraki ..... ❤️❤️❤️❤️❤️

  • @ashimsaikia1151
    @ashimsaikia1151 Před 5 lety +2

    অতি সুন্দৰ কন্ঠ

  • @pankajdeuri4750
    @pankajdeuri4750 Před 5 lety +5

    মধুৰ কন্ঠ ,মৰম আৰু আশীৰ্বাদ থাকিল তুলিকা শইকীয়ালৈ ,ভগৱানে তোমাক মংগল কৰক ,তোমাক ভৱিষ্যত উজ্জল কামনা কৰিলোঁ..

  • @anupamsaikia6248
    @anupamsaikia6248 Před 5 lety +2

    শুণিলে শুণি থাকিবলৈ মন যোৱা কণ্ঠ

  • @nituchetia6597
    @nituchetia6597 Před 5 lety +1

    সুন্দৰ লাগিছে

  • @satyakhanikar8709
    @satyakhanikar8709 Před 3 lety

    khub dhuniya poribekh.... val lagil anusthan tu purana holeo

  • @axomdjpmg5810
    @axomdjpmg5810 Před 4 lety +2

    Mojaaaaa

  • @atabarali2774
    @atabarali2774 Před 4 lety +1

    ভাল লাগিল

  • @bhaskardehingia64
    @bhaskardehingia64 Před 5 lety +18

    Vonti joni dekhat jiman dhunia tatut koi hoto gune dhunia tair kontho... Khub hundor aru aag bari juwa...

  • @dipulkoch8498
    @dipulkoch8498 Před 5 lety +5

    Nice voice. Keep it up. Tulika

  • @babulalbhaiti8846
    @babulalbhaiti8846 Před 3 lety +2

    Congratulations TULIKA God bless you Joy guru

  • @lakhyajitdolakasharia3162

    adbhut kantho. Bahut Bahut dhanyabad Tulika

  • @pranjitkalita5725
    @pranjitkalita5725 Před 4 lety

    Dhunia hoisa

  • @debajitlahon9580
    @debajitlahon9580 Před 5 lety +1

    সুন্দৰ

  • @pranabhazarika7949
    @pranabhazarika7949 Před 5 lety

    Bohut dhuniya gaisa tulika, aru aguwai juwa thank you

  • @gogoililagogoi349
    @gogoililagogoi349 Před 6 měsíci

    Tulika tumar bhobishyot jivonor Ujjol kamona korilu.

  • @babulalbhaiti8846
    @babulalbhaiti8846 Před 3 lety +1

    KRISHNA KRISHNA KRISHNA HARI BOL HARI BOL HARI BOL