হাঁহি-ধেমালিৰে, ৰসাল কথাৰে মিহি কাইৰ ফকৰা...
Vložit
- čas přidán 23. 11. 2021
- ▶️ হেৰাই গৈছে ফকৰা-যোজনাবোৰ
▶️ সমাজ জীৱনত আৰু চৰ্চা নহয় সাঁথৰবোৰ
▶️ সাঁথৰ ভাঙিবলৈ আজি কাৰো সময় নাই
▶️ ফকৰাৰ ভাৱাৰ্থ বুজিবলৈ ধৈৰ্য নাই
▶️ হাঁহি-ধেমালিৰে, ৰসাল কথাৰে...
▶️ উজনিৰ গাঁৱে-ভূঞে ফকৰা-যোজনা, সাঁথৰৰ পোহাৰ মেলিছে তেওঁ!
▶️ কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’
ভাষাৰে বুজাব নোৱাৰি এইজন মানুহৰ কথা দিল খোলা সুন্দৰ কথা কৈছে খুৰাই 🥰
Realy
Mihmi. Coca. 😂 2:37
অতি সুন্দৰ উপস্থাপন।
নিৰঞ্জন গগৈ আৰু অনুপম দাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতি বিৰল,,অনুস্থান,,
আজি এই বিজ্ঞান-প্ৰযুক্তিৰ কোৱাল সোতত,,ডাকৰ বচন,, আমাৰ অতীত হেৰাই যাব ধৰিছে।
অনুপম দাক বহুত বহুত ধন্যবাদ। আমাক ইমান এটা ধুনীয়া অনুষ্ঠান উপহাৰ দিয়াৰ বাবে🎉👍🙏
Xasakoi katha bu val lagise xuni
অতি সুন্দৰ।
মিহি কাইৰ ফকৰাৰ এখন কিতাপ লিখি
আমাক উপহাৰ হিচাপে দিয়া হ'লে।
সঁচাকৈ এক মন ভৰোৱা অনুষ্ঠান।
শিৱসাগৰ জিলাৰ নাজিৰাত মোৰ ঘৰ। ভাল লাগিল শিৱসাগৰ জিলা লৰা হৈ।
Pl
এইবিলাক শুনিলে মনবোৰ relaxed feel হয় । আগলৈ এনে কুৱা অনুষ্ঠান পাম বুলি আশা কৰিলো।
0
অতি সুন্দৰ 🌺
Nice
আমাৰ নাজিৰাৰ শ্ৰদ্ধাৰ যোগ গগৈ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল।লগতে মিহিৰ ককালৈয়ো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ককাক বহুত ভাল লাগে.... ❤️
গাৱঁৰ শ্ৰদ্ধাৰ ছাৰ জনৰ কথাৰ গভীৰতাৰ শলাগ নলৈ নোৱাৰিলো। কিমান সাধাৰণ জীৱন যাপন আৰু কিমান জ্ঞানৰ গভীৰতা।। ধন্যবাদ অনুপম দা।
Right
Bohut val lagil 🙂🙂🙂
সঁচাই খুউব সুন্দৰ অনুষ্ঠান --- অসমীয়া জাতি অস্তিত্ব প্ৰকৃত ছবি উপস্থাপন কৰিছে ।
Eman sundor anuthan bor bhal lagil nojona kotha janilu
আমাৰ সুন্দৰ গাঁওখন, ইয়াৰ মানুহৰ জ্ঞানৰ সম্ভাৰ আৰু কণ কণ শিশুসকলৰ প্ৰতিভাসমূহ কম সময়ত হলেও ৰাইজৰ আগলৈ আগবঢ়াই নিয়াৰ বাবে অনুপম ছাৰলৈ অশেষ ধন্যবাদ থাকিল🙏🏻। লগতে ককাজনলৈও আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।
লক্ষকৈক ম্প
নিৰঞ্জণ গগৈদেৱক এটি ভাল এনড্ৰইড মবাইল প্ৰদান কৰি সদায় এনেকুৱা ৰসাল ভিডিও বনাবলৈ সুবিধা প্ৰদান কৰাৰ লগতে You tube ভিডিও নিৰ্মাণৰ জৰিয়তে এক সুন্দৰ সংস্থাপন প্ৰদান কৰা উচিত।
ভাল লাগিল।
🙏🙏 বহুত ভাল কথা কৈছে দুইজনলৈ মোৰ আন্তৰিক শুভেছা থাকিল
ককা তুমাক আশিবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো 🙏🙏🙏🙏
বহুত ভাল লাগিল
হচাকৈ সিংখা হে লাগিছে মানুহ ইমান সুখি কেনেকৈ হব পাৰে. ❓❓❓❓❓❓ মোৰ ঘৰতো যদি এইজন ককা আহিল হয় আমিও সুখ অনুভব কৰিলো হয়.
হাঁহিলে সুখ নেহাঁহিলে দুখ ,
মুখ থকাৰ ভাত নথকা জনৰ পাত ৷
ভাল লাগিল দেই অনুষ্ঠান টো চাই
অসম কমেডী ৰাজা মিহি কাই 😂😂😂😂
শিক্ষক জনৰ কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ, ভাল লাগিল ।
এটি মননশীল অনুষ্ঠান ।
ৰসাল কথাৰে মণ জয় কৰা ককা জনকক প্ৰথম FB ৰ সেই ভাইৰেল Video তোত দেখিছিলো🙂; video তু খুব ভাল লাগিলে ,এনেকুৱা এটি video আগবঢ়ায় দিয়াৰ বাবে অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিলো💖
Val lagil Mising oi nitom janibor mon. Sir
খুব ধুনীয়া অনুস্থান। 🙏🙏🙏
ইমান ভাল লাগিল,আমাৰ কাকপথাৰ নাম লোৱা বাবে।
ককাৰ কথা বোৰ শুনিয়ে জিভাত পানী আহিছে ককা দীৰ্ঘ জীবি হক ।
Thanks Anupam da
Anupom da apunk bhut val laga ❤️
সুন্দৰ অনুষ্ঠান এটি উপস্থাপন কৰিলে । বহুত ভাল লাগিল আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো ।
মিহি কাই কথা শুনিলে দুখত থাকিলেওঁ হাহি উঠে মজা
DHUNIYA lagise anupom da moi ai mihi surak bahut bhal paw thanks anupom apuni bhal kam korise
সুন্দৰ অনুষ্ঠান
স্কুলৰ চাৰ জনৰ ও কথা খিনি শুনি খুব ভাল লাগিল 🥰
ফকৰা-জোজনা আৰু সাথৰত প্রকৃতি আৰু নিজক চিনি পোৱাত অতি সহজ।
@@runuboruah2962
হয়।
অতি সুন্দৰ 👌👍
Birat dhuniaa🍁🌿🌾🌾
বৰ ভাল লাগিছে
আমাৰ মিহি কাই সদায় ৰজা৷
ন ৰূপত সজাই তুলিছে সঁচাই ভাল লাগিল ❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🇮🇳🇮🇳
চহা অসমীয়া জাতিৰ প্ৰকূত ছবি, ধন্যবাদ 🙏
Making style Tu bhut val lagil
Khub bhal lagil.agoloi punor akhara.bohut bohut dhonya bad.
তেওঁ ক ভাল লাগে এবাৰ লগ পাইছিলো
Bohut val lagil
খুব ধুনীয়া লাগিলে চাই ❤️❤️
Bor val lagil gantu huni. God bless you
ভাল লাগিল ☺️☺️👌👌
মনটো বহুত ভাল লাগিল।
Bohut val lagil onusthan tu sai apunar luk hodai vale kukhole thakok take kamona korisu🥰🥰
অতি সুন্দৰ ফকৰা যোজনা 🙏🙏
👍 apune je eman dur bat goi news korese kisuman ase ene ji ti koi thake A .C rumot bohe 😁🥰🥰
Anupomchakroborty thanks for your mission for Assamese language,dergaon
অতি সুন্দৰ উপস্থাপন।।। অসমীয়া জাতি তাকিবলে হ'লে এই বোৰ যানিব লাগিব।।।
Val lagil dhonyobad dada. agote facebook, youtube't horu horu video paw aru saboloi huniboloi issa asil eibar valkoi apunalukor channel't dekhi montu vaal lagil. Apunar programe aru news saai bor vaal laage. Apunar Dirghayu kamona korilu aru vaal vaal video saboloi paam buli akha korilu.
ভাল লাগিল শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা অনাগত দিনত আকৌ পাম বুলি
অতি সুন্দৰ।।দুই জনলৈ কে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল 🙏🙏
Hosakoi bohut val lagil........
Mind blowing performance 😀😀😀😀🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Bohut. Val. Lagil.
অনন্য অৱদান ।আপোনাৰ অনুস্থানবোৰ বিশেষত্ব আজি বহু ওপৰত । সেই হে বহুত প্ৰিয় মোৰ ।বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাক, ধন্যবাদ।
সুন্দৰ প্ৰদক্ষেপ । শুদ্ধ অসমীয়া ভাষা আজিকালি কিতাপত হে লিপিবদ্ধ হৈছে । মাতৃভাষা লিখিব পঢ়িব কব জনাটো অতিকৈ প্ৰয়োজন ।
sir jonoloi hewa jonalu
অনুপম দা আপোনাক ধন্যবাদ ৷ গগৈ ডাঙৰীয়া আপোনালোকক প্ৰণাম জনাইছো ৷
বহুত ভাল লাগিলে আপোনাৰ লোকৰ কথা বোৰ শুনি
Bhut dinor murt dekha pai khub vl lgil ..apuni hodai jileki thakok takei kmona korelu
Nice
Great step.... ❤️
Dhuniya lagise dei
বহুত ভাল লগা কথা এনেকুৱা এই জন মানুহক মৰিবলৈ দিব নোৱাৰি
Kaka bahut dhunea di aru ag bahi jauk💗💗💗
Buhut bhal lagile👍👍👌👌
Unbelievable episode 🙏
Bahut Bhal lagil sai
Dhuniya anustan
Very nice.... love❤ from sivasagar ❣️
So fanny.... Val lagel sai .. koka jon bohut fanny hoi dai
Mojja
Bhut dhuniya lagise ♥️
Val lagil ❤️
Bahut val lagil anushthan to sai.
সুন্দৰ মনোগ্ৰাহী আৰু সময়োপযোগী অনুষ্ঠান
Niranjon daity thanks
Mojjjaaa😆😆😆😆
সুন্দৰ, কুশলে ৰাখক ভগৱানে 🙏🙏🙏
বহোত ভাল লাগিছে
সুন্দৰ
Good
Val lagise... Nice..
Mojaa 💞💓
0
Bahut vl lagil
Mihi mihi kai ghorr usororai akakhn gaonr ajon hohoj horol manuh.... Bohut val lagil...
Khub dhuniya anushthan.
Aapunar a'ie Anusthan Sai aaplut holu.Aapunaloi bohut bohut Dhoinnobaad jasilu. Logote aapuni khustho aaru dhirghojibi houk taare aantorik kamona korilu.
Ati hundor. Anupam dai val kam korile dhonyobad
বহুত বহুত ভাল কথাই কৈছে দুয়োজনলৈকে বহুত বহুত শুভেচ্ছা থাকিল
অনুষ্ঠানটো বৰ ভাল লাগিল ।
Bohut hundor
এ মজা❤❤👍👍
Bht vl lagil Anupam da🙏🙏
বৰ ধুনীয়া লাগিল অনুষ্ঠানটো চাই।