Soan Productions Hits of Nitumoni Borah | Playlist-1 | হৰিনাম | দিহানাম | টোকাৰী গীত | ভক্তিমূলক গীত
Vložit
- čas přidán 9. 09. 2024
- CAUTION:- © Copyright of this video and audio is strictly reserved by Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video/audio without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
***Song Collected, Video Edited and BG Graphics Designed by:- Swapnil Anjan Borah (Soan)
সোণ প্ৰডাকচনৰ স্বত্বাধিকাৰ তথা আন্তৰাষ্ট্রীয় খ্যাতি সম্পন্ন, অসমৰ স্বনামধন্য লোক শিল্পী "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি পোৱা বিষ্ণু প্ৰিয়া, বিষ্ণু পুৰাণ, সত্যসন্ধ্যা, বৈকুণ্ঠৰ জখলা, ভক্তি বন্দনা আৰু নৱ ঘনশ্যাম কেছেট ৰ ৭ টা জনপ্রিয় তথা সুমধুৰ হৰিনাম "নিতুমণি বড়া" ৰ কন্ঠত প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন আদৰি লব।
খোল,নেগেৰা-সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা
তাল/মঞ্জুৰা-নলিন বৰা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী, কৈলাস ৰাভা
Banjo- স্বৰ্গীয় ধনজিত শৰ্মা
Keyboard- ভদ্রকান্ত দাস
Percussions- ৰাজু শৰ্মা
সংগীত বাণীবন্ধন - Studio Dwija Chitra
Mixing & Mastering- জিতু শৰ্মা
#NitumoniBorah #Horinaam #SoanProductions #Playlist_1 #SwapnilAnjanBorah #Aryanz_Pixelography
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
/ @swapnilaryanzpixelogr...
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan
Bahut hundar dada hasakoiea iman hundar lagise gitbur hunile huni thakibar man jai
Nice songs.
Bahut bhal lagil
Nice song
Bohut val lagise
সুমধুৰ কণ্ঠেৰে সুন্দৰ ভক্তিমুলক গীত , বহু বছৰৰ পাছত শুনিবলৈ পালোঁ । ধন্যবাদ
🔥🥰
সোন প্ৰডাকচনৰ প্ৰতিটো গীতেই মন জুৰোৱা। বিশেষকৈ সোণালীৰ বিহু গীত সমূহ।
গীতটি বহুদিনৰ মূৰত হোনিলো ভাল লাগিল। আশা কৰোঁ আৰু পুৰণি গীত upload দিব।
✍️✍️🙏🙏🙏🙏
সপ্নীল এইটো কেছেটত মই কোৰাচ গাইছিলো মোৰ নামটো দিব পাৰি যদি ভৰাই দিবা । এই কেইটা বহুবছৰৰ মুৰত শুনি বৰ ভাল লাগিল ।
Bohut besi val lagil xuni... bhakha nai...
🙏🙏🙏
উজান পিৰিতি বিহু কেছেট গান কেইটা দিবা
অতি সুন্দৰ
Z,