Sonali 2000 //Bihu Songs//Zubeen//Jitul S//Pankaj B//Anupam S//Madhurjya//Nitumoni//Soan Productions
Vložit
- čas přidán 7. 05. 2021
- ***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)
প্ৰস্তুত কৰা হৈছে সোণ প্ৰডাকচনৰ স্বত্বাধিকাৰ তথা আন্তৰাষ্ট্রীয় খ্যাতি সম্পন্ন, অসমৰ স্বনামধন্য লোক শিল্পী "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি পোৱা "সোণালী ২০০০" এলবামৰ সাতোটি সুমধুৰ তথা কালজয়ী বিহুগীত। আশা কৰোঁ সকলোৱে যেন আদৰি লব।
১)গীত - বসন্ত কালত অ' ভনী কুলিয়ে মাতে
কন্ঠ- জিতুল সোনোৱাল,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত সংগ্ৰাহক- সোমনাথ বড়া ওজা, মনিন বৰুৱা,বসন্ত নিবিড়, পঙ্কজ শইকীয়া
Link⬇️
• বসন্ত কালত অ' ভনী কুলি...
২)গীত - অ' নিৰু বাৰান্দাতে ববা তাঁত
কন্ঠ- প্ৰয়াত পঙ্কজ বৰদলৈ, নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীতৰ কথা/সুৰ- পঙ্কজ শইকীয়া
Link⬇️
• অ' নিৰু বাৰান্দাতে ববা...
৩)গীত - নিৰানব্বৈ চনতে কাৰ্গিলৰে যুজঁতে
কন্ঠ- জিতুল সোনোৱাল,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীতৰ কথা/সুৰ- জগত মৰাং
Link⬇️
• নিৰানব্বৈ চনতে কাৰ্গিল...
৪)গীত - মোৰ মৰমৰ জোনমণি চিকুণ তোমাৰ
কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত কথা/সুৰ- অৰুণ গগৈ
Link⬇️
• মোৰ মৰমৰ জোনমণি চিকুণ ...
৫)গীত - অ' ৰিজুমণি দেউতাৰাৰ বৰ জীয়ৰী
কন্ঠ- মাধুর্য্য বুঢ়াগোহাঁই, নিতুমণি বড়া
গীতৰ কথা/সুৰ- মাধুর্য্য বুঢ়াগোহাঁই
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• অ' ৰিজুমণি | কন্ঠ- মাধ...
৬)গীত - সচাঁকৈ সুধিছো অ সোণ সোণালী
কন্ঠ- জুবিন গাৰ্গ, নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত সংগ্ৰাহক- সোমনাথ বড়া ওজা, পঙ্কজ শইকীয়া, অৰুণ গগৈ, অজিত বৰা, গিৰিন্দ্ৰ শইকীয়া, ৰঞ্জিত বৰা, ৰত্নেশ্বৰ মৰাণ, জগত মৰাণ
Link⬇️
• সচাঁকৈ সুধিছো অ সোণ সো...
৭)গীত - সন্ধিয়াৰ আকাশত যেতিয়া তৰাটি ওলাব
কন্ঠ- জুবিন গাৰ্গ, নিতুমণি বড়া
কথা/সুৰ- সোমনাথ বড়া ওজা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• সন্ধিয়াৰ আকাশত যেতিয়া...
সহ কন্ঠ - পঙ্কজ শইকীয়া, গিৰিন্দ্ৰ শইকীয়া, হেমন্ত ভূঞা, বসন্ত নিবিড়, বিমান বৰুৱা, বৰ্ণালী কলিতা, তৰালি শৰ্মা
ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা, গকুল মহন্ত
গগণা,পেঁপা - সোমনাথ বড়া ওজা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী, কৈলাস ৰাভা
তাল-নলিন বৰা
কি-বৰ্ড- ডনী হাজৰিকা, ভদ্রকান্ত দাস
সংগীত বাণীবন্ধন - Studio Dwija Chitra, Studio Music Makers
Recorded, Mixed & Mastered- Jitu Sharma, Kiran Bora
Thanks to Bhaba (Studio Dwija Chitra) for hospitality.
CAUTION:- © Copyright of this videos and songs are strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
#BihuSongs #Sonali2000 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
/ @swapnilaryanzpixelogr...
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan - Hudba
Hunile huni thkibor mn jaai
যিমান পাৰে পৰনা বিহু বোৰ শুনাৱলৈ অনুৰুধ কৰিলো
Hundar. ❤
Bahut bahut Dhanbad preserve kolar karone
Lovely song
৯৯ নব্বৈ চনতে গানটো শুনি আটাইতকৈ বেছি ভাল লাগিল,
Mu bahut val lagey old gan bu huni
Wow
অতুলুম 24:23
18 bosor murot gaat tu huni bohut bhal lagil bisari phurisilu ei gaan bur mur jibonor logot protitu gaan jorita ase aaguwai jauk
Nice
বাবু, মনৰ আশা আজিহে পুৰণ হ'ল দেই
সচাঁকৈ সুন্দৰ ককাই
ভাল লাগিল।
Kotje herai gol o ai sunali dinbur .kiman bhal Lagisil sei samoyat ai geet bur gale.agor dinbur oloi monot porose aji.
2003 sanar janmoni khan xunaba buli aksha rakhilo
Janmoni NK PRODUCTION r album hoi. Amak request kori laav nai. Karon aami okol amar Audio album buror gaan he upload korim jihetu eitu Soan Productions r official You tube channel hoi. Iyat Sonali, Paharor Juriti, Kalpana cassette xomuhor geet he pabo. Dhonyobad.
বহুত দিনৰ মূৰত শুনিলো সৰুতে কিমান যে শুনিলো কʼত হেৰাই গল সেই বিহু বোৰ।
ৰীল কেছেটৰ এটা সোনালী অধ্যায় আছিল ৮০-৯০ দশকৰ সকলে বুজি পাব।
বহুত ধন্যবাদ গীতটো পুনৰ ইন্টাৰনেট মাধ্যমত উপলব্ধ কৰাৰ বাবে।
Moi hunali kesetor gan huni bor Val paw Karon moi hei ganbur huni. Huniyei biya hoisilu 2000 donor December 5 tarikhe ajiw moi. Hei bihu ganbur furu apunaloi bohut bohut dhony bat
সুন্দৰ অতি সুন্দৰ হৈছে
💜💛💚❤💙বাৰাণ্ডাতে ববা তাত গানটো ইমানেই ভাল পাও যে আপোনালোকে যদি গানটোৰ সুৰ একেই ৰাখি আকৌ নতুনকৈ মিউজিক কৰি উলিয়াই তেন্তে আজিৰ দিনৰ সকলোবোৰ বিহু গীতৰ ওপৰত ই ৰজাৰ নিচিনাকৈ থাকিব ।মনলে ভাৱ আহি থাকে ।। অৱশ্যে আজিও ৰজা আমাৰ বুকুত ।। মোৰ বুকুত ।।।।💜💛💚💙❤
Bhut vl lagile dei
অনুগ্ৰহ কৰি সোণালী বিহু album গান অ সোন সোণালী লৰালিৰে ধেমালি কিয় গলা পাহৰি... পালে update দিবচোন....
Bohut vl lagil khuni gaan keita.
বহুত ভাল লাগিল ।
অ্তুলুমনিগানটোদিৱচোন
Pat gabhoru r gan dia
বহু ত ভাল লাগিল বহু ত দিনৰ পাছত গান কেইটা শুনি.. ❤❤❤❤
Bahut hundir super best song
মোৰ বহুত প্ৰিয় সোনালী কেছেটৰ সকলো গীত , পাৰিলে সকলো গীত যুগুতাই দিবলৈ চেস্টা কৰিবাছোন ৷
Many many thanks yar shearing
My favorite song ❤love this song
99 song2 bohut bisari asilo 🙏🙏🙏
mosti
Bohut val lagil aru dukhu lagil
বৰ ভাল লাগিছে আজি গানটো শুনি আগৰ দিনলৈ মনত পৰি গৈছে।
তিনি নম্বৰ গীতটো বিচাৰি আছিলোঁ শুনি বহুত ভাল লাগিল।
সোণালী গীত সমূহ মোৰ বহুত প্রিয় । মোৰ দাদা বাইদেউ সকলোকে মোৰ পৰা নমস্কাৰ ......
Very nice
very nice
ধন্যবাদ ১৯৯০চনৰ বিহু গান দিব চোন
Puroni gaan bur huni bohut bhal lage aru hunibole puwar aakhat roi asu
Old is gold
Lovely songs
Val lagil, old is gold
সোণালী ১৯৯৫ গীত খিনি পাৰিলে শুনাবা
Bahu dinar agate huna gan ata bisari powa nay.sabita tomak pratham dekha ajiw manat pare duyo duyore Milan jano manat tomar napar........Gan to hunibalay Pam buli aha karilo
Nice👏
অ সোনালি সোনবৰনিয়া ৰঙা ওথত কি সাছ দি বোলালি আৰু বহমপোত্ত্ব সিপাৰে সোনোৱালি গাওঁ এই কেছেততোৰ গানবোৰ দিব ছোন পাৰিলে 1995 ৰ আছিল সোনালি কেছেতৰ
দুয়োটা গীত আপলোড কৰা হৈছে। সোনালী ১৯৯৬ গীত হয় এই দুটি। ধন্যবাদ
"অ সোণালী" গীতটোৰ link👇🏻
czcams.com/video/wXBXT4gX9iI/video.html
"ব্ৰহ্মপুত্ৰৰ সিপাৰে" গীতটোৰ link👇🏻
czcams.com/video/4J76qqR9M0w/video.html
Hei homoyor bihur geet bur hosakoi monor majot aajiu hansh bohuwai ja
My favorite song
৯৬ চনৰ সোণালী,কল্পনা,সোন তৰামই কেছেটৰ গীত সমূহ ও শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
Bohut bhal lagil
Very nice song🎵🎵🎵
সোণাৰু ৰে ফুল হেনো হালধীয়া....গান তো দিবচোন।
2000 সোণাৰু কেছেটত গীতবোৰ শুনিব পাম বুলি আশা ৰাখিলোঁ।।।
Sonaru Soan Productions r cassette nasile. Gotike aami anor cassette r geet ketiyau upload nokoru. Dhonyobad.
Next 1996 sonali gaan bur dibo plz
Nissoi🙏🏻
@@SoanProductionsOfficial 🙏
Madhurjya da ph no tu pale bohut bhal pam
22 bosoror pisot aji bisari paisu 💓
Dada khokha bhogoba gaantu 2019 loike serje korile paisilu atia kio oha nai Dada pliz diokna bohut akhare khunimbuli roi asu dada
Bahudinar para search kori asilo, aji pai val palo
Moja
Ekhon casette bisari bisari mori goisu..ajile kotu napalu.. "Mamoni 1999" ...
gaan keita asil :
osto belir hengulia
Kunkhon fulonit o niru
o keteki bon bihogi
moi noholeu nasoni
o meghali
jodi jibon nodir aabeli
ontoror fulonit
কাঠৰ পকী ঘোঁৰা ৰে কি ৰে ৰে বুলি গান 1তা শুনিছিলো85 মানত কাৰ আছিল কোনোবাই জানে যদি দিব চোন
Good 👍
সুন্দৰ
অতি সুন্দৰ লাগিছে। পুনৰ অনুৰোধ কৰিছোঁ ৮০ ৯০ দশকৰ সেই সোনালী গানবোৰ শুনুৱাব।।।।।
ধন্যবাদ
Time stamps update Kori diba description t
Swapnil da rib koi jetiya posuya boi ahibo vonti mur tumaloi monote poribo ei bihu git ti parile collection kori dibisun
My one of best bihu album,"lupamudra" album tu pare jodi update dibosun
99 jaanmoni bihu geet keita dibo soon
Jaanmoni aamar cassette nasile. NK Productions CZcams channel tut request korok. Janmoni teulukor album hoi. Dhonyobad. Iyat okol Sonali, Paharor Juriti, Kalpana Cassette r geet xomuhe pabo. Dhonyobad.
96 সোনালীৰ বিহু দিব ইমাণ অণুৰোধ কৰি আছো
96r সোণালী , পাহাৰৰ জুৰিতি , কল্পনা , সোণ তৰামাই এই গোটেই কেইখন এলবাম শুনিবলৈ পাম যেন আকৌ ।
Babu মোৰ মৰমৰ জোন মনী বিহু নামটো কথা মোৰ আছিল। ধন্যবাদ বাবু বহুদিনৰ মূৰত শুনি মনটো ভাল লাগি গল
হয় অৰুণ দা। গীত সংগ্ৰাহকত তোমাৰ ফটো দিছোঁ। মানে Sure নাছিলোঁ যে। আকৌ এবাৰ এৰিম এই কেইটি গীত তেতিয়া ভালকে তোমাৰ ফটো দিম। বৰ্তমান Description ত কথা/সুৰ তোমাৰ নামটো দিছোঁ।
হব বাবু শুনিবলৈ যে পাইছো।নহলে কত শুনিবলৈ পালহেতেন। আৰু শুনিবলৈ পাম বুলি আশা কৰিছোঁ। "আঘোন ৰ পথাৰত অ মাকন ধানেনো ..." Pankajdai গাইছিল শুনাবা দেই
কোনটো কেছেট আছিলে বাৰু।
Aghunor potharot geet ti moiu xunibo pam buli aaxa rakhilu
Anupam da rib rib koi bath bole sandhiya port bihu gun to dib son...
very nice