কাৰ কলমেৰে নিগৰিছিল "তোমাৰ কথা ভাবিলেই জানা","কৈ নিদিয়া কিয়"?

Sdílet
Vložit
  • čas přidán 28. 09. 2022
  • কাৰ কলমেৰে নিগৰিছিল "তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে" ?
    জুবিন গাৰ্গ, পাপনৰ বহু জনপ্ৰিয় গীতৰ সৃষ্টিকৰ্তা কেশৱ নয়ন...
    ........................................................................
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

Komentáře • 142

  • @kapil912
    @kapil912 Před rokem +5

    মানাস ৰবীন দাক মাতিবচোন , আৰু জোনবাই ৰাংধালীৰ কথা কব , যাতে আৰু সৃষ্টি হয় সেইবোৰ যাতে

  • @diptisharma3388
    @diptisharma3388 Před rokem +3

    কেশৱ HS ত মোৰ ষ্টুডেন্ট আছিল।অলপ যে exceptional তেতিয়াই idea কৰিছিলোঁ।ভাল লাগিল বাৰ্তালাপ চাই।শুভেচ্ছা থাকিল
    ।আৰু আগবাঢ়ি যোৱা।

  • @surajgogoi1879
    @surajgogoi1879 Před rokem +17

    চক্ৰ দা ছোনিত গগৈ আনিব চোন, জুবিন দাই গোৱা জানমণি, অঞ্জনা, সেই তাহানিৰ দিনৰ গীত বোৰ আজিও হিত হৈ থকা , গীতিকাৰ সুৰকাৰ, ছোনিত গগৈ এবাৰ আনিব চোন 🥰☺️🤞 দেই অনোৰোধ কৰিছো

  • @KushalKrRabha
    @KushalKrRabha Před rokem +5

    “তোমাৰ কথা ভাবিলেই জানা ...” সচাকৈয়ে এটি বৰ ভাল লগা গান ৷ অকলসৰে থাকি গুণগুণালে মনটো যেন কৰবালৈ গুছি যায় নভবাকৈয়ে !

  • @devikagogoi2898
    @devikagogoi2898 Před rokem +6

    প্ৰতিভা থকা ব্যক্তি সকলে নিজৰ পৰিচয় লুকুৱাই ৰাখি ভাল পায় ।

  • @koushikdas4943
    @koushikdas4943 Před rokem +3

    তোমাৰ কথা ভাবিলে ই জানা
    জোনাক উপচি পৰে ................ এই গানটো মোৰ বহুত প্ৰিয় ❤️💙

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před rokem +10

    খুব সুন্দৰ অন্তৰেৰে প্ৰৱাহিত হৈ উলাই আহিল নিজৰা। সেই নিজৰা চিৰ প্ৰবাহিত হওঁক।🙏🙏🙏

  • @manibankalitanath3648
    @manibankalitanath3648 Před rokem +5

    সুন্দৰ সুন্দৰ গীতৰ গীতিকাৰ কেশব অধিকাৰী ডাঙৰীয়াক বাৰ্তালাপ অনুষ্টানৰ জৰিয়তে আমি তেখেতক জানিব পাৰিছোঁ।
    ভাল লাগিল । তোমাৰ কথা ভাবিলেই জানা ,,,সকলো সময়তে গুনগুনাই থকা এটি গান । কেতিয়াও পাহৰি যাব নোৱাৰা এটি গান। ধন্যবাদ কেশব অধিকাৰী ডাঙৰীয়া। ধন্যবাদ চক্ৰপানি পৰাশৰ ।
    বাৰ্তালাপ ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 🙏💐

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Před rokem +20

    বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ। ইমান সুন্দৰ অনুষ্ঠান এটা আগ বঢ়োৱাৰ বাবে। প্ৰতিভা কেতিয়াও লুকাই নাথাকে। গান বোৰ শুনো কিন্তু সৃষ্টিকাৰ জন নাজানো---সেয়ে খুউব ভাল লাগিল জানিব পাৰি।
    উধান আচলতে চৌকাত চৰু বহাবলৈ ব্যৱহাৰ কৰা তিনিটা বাহু ( টৌ খুটি) --- সাধাৰণতে গাঁও বিলাকত বৰ বৰ চৰু বা টৌ পাতি ভোজ বনোৱা বা ধান বহাবলৈ(উখোৱা চাউলৰ বাবে) ব্যৱহাৰ কৰা দেখিছিলো।
    'উধান' আৰু 'উধনীয়া' খোপা দুয়োটা শব্দ হেমকোষত আছে। বহুত দীঘলীয়া হ'ল মোৰ লিখা খিনি।

    • @pallobphukon3603
      @pallobphukon3603 Před rokem +1

      অ ঠিকেই কৈছে আপুনি ।

  • @jayadas2522
    @jayadas2522 Před rokem

    সুন্দৰ

  • @bhaskarsarma8829
    @bhaskarsarma8829 Před rokem +11

    "কৈ নো কৈ নিদিয়া কিয়..."গীতটিৰ লগত মোৰ কিছুমান স্মৃতি আৰু অনুভৱ আছে। ❤️
    - ভাস্কৰ নিলীমা ।

  • @Lstaroth
    @Lstaroth Před rokem +1

    বৰ ভাল লাগিল কেশৱ দাক দেখি ।বৰ সুন্দৰ

  • @moushumiphukan3139
    @moushumiphukan3139 Před rokem +6

    তেখেতৰ সৃষ্টি খুব সুন্দৰ ।

  • @minotichetia9972
    @minotichetia9972 Před rokem +1

    বহুত বহুত বেছি ভাল লাগিল অনুষ্ঠান টি।

  • @ajoykrishanworld4120
    @ajoykrishanworld4120 Před rokem +2

    কবিতা গান নহয় বুলি যে কৈছে, বহুত এনে কবিতাৰ উদাহৰণ আছে যি কবিতাক সুৰ, কন্ঠেৰে বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে নতুন ৰূপ দিবলৈ সক্ষম হৈছে...সাক্ষাৎকাৰটো বহুত ভাল লাগিল... ❤️❤️❤️

  • @pritom21
    @pritom21 Před rokem +2

    Tumar kotha gaan tu moi aji loike kiman bar hunisu hisap nai kunu. Bohut val lage ❤️❤️

  • @parulbora2038
    @parulbora2038 Před rokem +1

    সত্ৰ বা ভকতীয়া সমাজত মাটিৰে বনোৱা উধানত ভাত ৰান্ধে। বিশেষকৈ মটক জনগোষ্ঠীৰ লোক সকলৰ মাজতও এই উধান প্ৰচলিত। ভাল লাগিল এটা ব্যতিক্ৰমী গীতত এই শব্দটো ব্যৱহাৰ কৰাৰ বাবে।লগতে চক্ৰপাণি পৰাশৰলৈয়ো এই অনুষ্ঠান টি আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ থাকিল

  • @dilipphangsho47
    @dilipphangsho47 Před rokem +4

    কথাবোৰ শুনিলে শুনি থাকিবৰ মন গৈছে ।

  • @pollymahanta7508
    @pollymahanta7508 Před rokem +2

    খুব ভাল লাগিল ধন্যবাদ বাৰ্তালাপ

  • @PinkuKumar-rh6vr
    @PinkuKumar-rh6vr Před rokem +1

    দাদা, বহুত ভাল লাগিছে। ৰাজদ্বীপ দাকো মাতিবচোন। পাপন দাৰ কণ্ঠত ৰাজদ্বীপ দাৰ গান বহুত ভাল পাওঁ।

  • @goodhealth2023
    @goodhealth2023 Před rokem

    চক্ৰ পানি পৰাশৰ , আপুনি ইমান ধুনীয়া অনুষ্ঠান কৰে যে আপোনাৰ অনুষ্ঠান বোৰ চাই থাকিবলৈ মন যায়, মই এই অনুষ্ঠানটো এতিয়ালৈ এহেজাৰ বাৰ মান ৰি কৰি শুনিছো আৰু শুনিম, আচলতে মই গীতিকাৰ কেশৱ নয়ন অধিকাৰীৰ কনঠত গীত শুনি অভিভূত হৈ পৰিছো,,,,কি সুন্দৰ কন্ঠ তেখেতৰ,,,

  • @lakhyajyotidutta2153
    @lakhyajyotidutta2153 Před rokem +2

    বৰ ভাল লাগিল অনুষ্ঠানটো চাই👌👌👌

  • @mrdeha7593
    @mrdeha7593 Před rokem +2

    Keshav da apuni ketiyaba gaan ata gabo buli akha thakile so apunr voice to bhut dhuniya lage. ❤️ Love from morigaon ❤️❤️❤️

  • @sushilkonwar7012
    @sushilkonwar7012 Před rokem +2

    ভাল লাগে মন পৰশা গীতৰ কলি । তাতে সুমধুৰ কণ্ঠত গায়কৰ পৰশত গীতে প্ৰাণ পায় উঠে । আহ: কিযে গীতৰ সৃষ্টি । আশা থাকিল আৰু বহুতু ________ । যিয়ে লিখিছো বেয়া ভাৱত , বুজাবলৈ লিখা হোৱা নাই ।

  • @chowlengdonahom1105
    @chowlengdonahom1105 Před rokem +1

    Dada jon bor morom loga, morom koribole mon jai Dada jonok.

  • @banajitbhuyan7017
    @banajitbhuyan7017 Před rokem +1

    Eman xundor gan sosakoi val lge. Ai belk gan aber nahi 1000 bar xunibo pari ru mon ji.

  • @rinkusultana6167
    @rinkusultana6167 Před rokem +2

    Bohut bhal lagil. Moi ei gaan tu Ma loi monot kori xuni thako. Miss you Ma 😭

  • @charaideojiori7348
    @charaideojiori7348 Před rokem +1

    ইমান অমায়িক,সহজ-সৰল মানুহজন

  • @minakhigogoi9757
    @minakhigogoi9757 Před rokem +5

    বহুত ভাল লাগিল।

  • @dipanjyotigogoi1730
    @dipanjyotigogoi1730 Před rokem +2

    বহুত ভাল লাগিল অনুষ্ঠানটি চাই।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Před rokem +3

    তোমাৰ কথাই ভাবিলেইজানা , গানটোৱে বহুত অন্তৰখন আমনি কৰে 💗♥️💖

  • @assamboy5724
    @assamboy5724 Před rokem

    Dada Ghar j morigaonr aji hai gm palu,,moiu morigaonr Hy,,vl lagil,, thanks

  • @ranjitadeori6018
    @ranjitadeori6018 Před měsícem

    Very nice song 👌👌

  • @bastobkalita6328
    @bastobkalita6328 Před rokem +2

    Unique and so smart।Val lagil😍

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 Před rokem +2

    প্ৰথম প্ৰেমৰ কবিতা হিচাবে সমাদৃত কৰিবলৈ যদি বিচাৰোঁ বেয়া নিশ্চয় ডাঙৰীয়া আপুনি নাপায় ।

  • @rip2ns
    @rip2ns Před rokem

    বাহ্ , ইমান ধুনীয়া মাৰ্জিত অনুষ্ঠান এটা, সঁচাকৈয়ে প্ৰশংসনীয় । খুব ভাল লাগিল ।

  • @RAAJNEELMUSICAL
    @RAAJNEELMUSICAL Před rokem +4

    চক্ৰ দা আপোনাৰ প্ৰতিটো অনুষ্ঠান চাই ভাল লাগে ন-পুৰণি প্ৰতিভাৱান শিল্পী বোৰক উলিয়ায় আনি এখন প্লেটফৰ্ম দিয়া লগতে অসমৰ ৰাইজক চিনাকী কৰাই দিয়ে। বহুত বহুত সুন্দৰ চক্ৰ দা তেনেকুৱা প্ৰতিভাৱান বহুত শিল্পী লোকাই আছে সকলোৱে যাতে আগবাঢ়ি যায়। লগতে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা থাকিল।

  • @jintukumarnath7910
    @jintukumarnath7910 Před rokem +1

    আমাৰ গাঁওৰ মোৰ তাৱৈ ল'ৰা মৰমৰ ককাইদেউ কেশৱদালৈ বহুত শুভকামনা জনালোঁ…

  • @debapriyomusical.7417
    @debapriyomusical.7417 Před rokem +2

    খুব সুন্দৰ লাগিল ককাইদেউ ।

  • @domborugogoi971
    @domborugogoi971 Před 11 měsíci

    Khub bhal lagil ❤❤

  • @DehingiaBumoni-tc5qs
    @DehingiaBumoni-tc5qs Před 11 měsíci

    Best voice ❤

  • @J30418
    @J30418 Před rokem +1

    Moja asol manhu a Jon he 👍👍👍👍👍

  • @bastobkalita6328
    @bastobkalita6328 Před rokem +2

    Emn gentle Val lgl...❤️❤️ Mur student ata ase tewr dorei eke kotha kua style

  • @ragini_musical
    @ragini_musical Před rokem +2

    Bohut val lagil hosake ❤️🥰

  • @purnimagogoi5415
    @purnimagogoi5415 Před rokem +3

    বাৰ্তালাপ চাই মোৰ বহুত ভাল লাগে ৷বহুত নজনাকথা জানিব পাৰোঁ ৷

  • @sabita3055
    @sabita3055 Před rokem

    Very Nice

  • @basantideori5935
    @basantideori5935 Před rokem

    Jani shuni bhal lagil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před rokem +3

    Many many congratulations to Keshab Nayan. Go ahead way to your journey.

  • @gangasutradhar8745
    @gangasutradhar8745 Před rokem +3

    বহুত ভাল লাগিল জানি তেখেতৰ বিষয়ে।কথন শৈলি বিশেষকৈ ইমান ভাল লাগিল ।

  • @kamruptourism4992
    @kamruptourism4992 Před rokem +3

    ককাইদেউ লৈ যোৱাকালি বৰকৈ মনত পেলাই থাকিলত আজি সাক্ষাৎকাৰ এনেদৰে পাম বুলি কল্পনাও কৰা নাছিলোঁ

  • @jurimonisenapoti6015
    @jurimonisenapoti6015 Před rokem +2

    Mojjaa☺Keshav da 🔥❤😍

  • @nipadeka7847
    @nipadeka7847 Před rokem +1

    Bhut besi val lagil ❤️❤️❤️

  • @rashnahazarika4602
    @rashnahazarika4602 Před rokem

    বৰ ভাল লাগিল

  • @pkpankaj4
    @pkpankaj4 Před rokem +1

    Xundor

  • @champakkumarsarma7521
    @champakkumarsarma7521 Před rokem +1

    বহুত ভাল লাগিল

  • @SAJANPATHORICREATION
    @SAJANPATHORICREATION Před rokem +1

    Bohut bhal lagil 🙏🙏

  • @dibyajyotiborah9652
    @dibyajyotiborah9652 Před rokem

    Xundoor program...bht val lagil...

  • @dibyajyoti5180
    @dibyajyoti5180 Před rokem +2

    Val lagil bhut

  • @jintumahanta3094
    @jintumahanta3094 Před rokem

    Bohut bhal lagil ❤️❤️

  • @lingkankalita3063
    @lingkankalita3063 Před rokem +2

    Bhal lagil

  • @saurabhgogoi9410
    @saurabhgogoi9410 Před rokem +3

    এনেকৈ এটা বিখ্যাত গানৰ আঁৰত একো একোজন শ্ৰষ্টা থাকে যিসকলক আমি চিনিয়ে নাপাওঁ।

  • @rajukumarnath169
    @rajukumarnath169 Před rokem

    Bahut bhal lagil Keshab....

  • @kunalpatgiri8246
    @kunalpatgiri8246 Před rokem +3

    "Come as a Shadow" চাইয়া হৈ আহিবা (তুমি)....?

  • @kamruptourism4992
    @kamruptourism4992 Před rokem +4

    সাহিত্যক নিজে স্ৰজি উলিওৱা কাঠামত বান্ধিব নোৱাৰি ,, ইমান দুখ ভাগৰ বেদনা নিৰালমে নিগৰি ওলাই অহাৰ অভিব্যক্তি হল অকল সাহিত্য‌ইহে কিন্তু ইয়াত কোনে কেনেধৰণে কি লিখিব কেনেকৈ লিখিব ঘাইকৈ কিটোৱে কিটো স্ৰজিবগৈ সেইটোৰ নিয়ন্তা আমি নহ‌ওঁ

  • @daijiranidixit4179
    @daijiranidixit4179 Před rokem +1

    Val lagil keshab da aneke aguai jua..

  • @smritikalita6123
    @smritikalita6123 Před rokem

    ❤❤❤❤❤

  • @hemenmajumdar189
    @hemenmajumdar189 Před rokem +1

    Thanks sir

  • @sabitadevi2930
    @sabitadevi2930 Před rokem

    It's a beautiful program with the excellent writer I feel. This sort of content should be preserved in writing for future.

  • @joysreebaruah8028
    @joysreebaruah8028 Před rokem +25

    Bor bhal lagil..Ai manuh jonok ami log pai thaku kintu najanu teur pratibhar kotha...teur suali mur abacus scl t porhe..thank you chakrapani...

  • @chimnoychelleng2045
    @chimnoychelleng2045 Před rokem

    Val lagil sai

  • @ghanakantaboro2574
    @ghanakantaboro2574 Před rokem +1

    Thankyur so mast

  • @arunssb
    @arunssb Před rokem +1

    Bor bhal lagil

  • @sauravkalita96
    @sauravkalita96 Před rokem +4

    Manuh jon pura Sidha manuh....Bhaal lagil...nijor kam kori ase .... Glamour r karone nhy .... Likha tu ata PESA.... mozza Aru likhok....Aamak Washing powder ... Rikshawala... Autowala Nalage....anekua gaan bur laage.... 💕

  • @kamalkalita507
    @kamalkalita507 Před rokem

    Excellent..

  • @gitanjalideka8767
    @gitanjalideka8767 Před rokem

    'ছায়া হৈ আহা'এই শাৰীটোৰ জৰিয়তে মই এই গানটো কেশৱদাই কোৱাৰ দৰে বিচ্ছেদৰ গান হিচাপে মানি লৈছোঁ। এনেভাৱত ল'লেহে ই হৃদয় স্পৰ্শী হৈ পৰে।
    তেখেতৰ অভিজ্ঞতাৰে আগবঢ়োৱা কথা বোৰ মোৰ ভাল লাগিছে।
    হয়, মানুহ ডাঙৰ হ'লে ভদ্ৰ, নম্ৰ হয়।
    হয়, মানুহ যিকোনো পৰিস্থিতিতে চিনছিয়াৰ হ'লেহে সফল হয়।
    মই ও' কবিতা হয় যদি হওঁক, নহয় যদি
    নহওঁক'মানি লৈ কিবা-কিবি লিখোঁ-লিখাৰ অদম্য হেঁপাহ থকাৰ বাবে। কোনোবাই মোৰ লিখনি শুধৰাই দিলে কৃতাৰ্থ হ'ম 🙏🙏🙏।

  • @laborah1460
    @laborah1460 Před rokem

    Emn vl lge

  • @rekharajbongshi2941
    @rekharajbongshi2941 Před rokem +1

    Hundor ,

  • @tkcreative6823
    @tkcreative6823 Před rokem

    Superb 👌

  • @chinkusharma8761
    @chinkusharma8761 Před rokem

    Bor Val lagil dada

  • @paragjyotibora2236
    @paragjyotibora2236 Před rokem +1

    xundor

  • @sanjoysvlog2528
    @sanjoysvlog2528 Před rokem +1

    Khosai Bartalap or joriote bor khundor manuh a jonok janibo pariloo

  • @gitikadevi836
    @gitikadevi836 Před rokem

    Bartalap sai val lagil

  • @phonidharnayak3916
    @phonidharnayak3916 Před rokem +1

    কৈ নিদিয়া কিয় মোৰ চেষ্ট গীত সমুহৰ ভিতৰত এটা

  • @mrdeha7593
    @mrdeha7593 Před rokem

    Keshav da voice to bhut dhuniya lage

  • @biswajitgogoi7686
    @biswajitgogoi7686 Před rokem +1

    Val lagil

  • @gogoimonikongakona8642

    Evergreen songs. Duitai

  • @mjsaikiaentertainment9975

    Keshab da ❤

  • @munukongogoiofficial7640

    ❤️❤️

  • @jagyalatadas774
    @jagyalatadas774 Před rokem +1

    Nice

  • @sangeeta_bh728
    @sangeeta_bh728 Před rokem

    👏👏👍

  • @monmodhusmitasaikia4156

    Nice voice

  • @dipjyotirajbongshi920
    @dipjyotirajbongshi920 Před rokem +1

    Manuh jonor pora hikibo pari bohut kotha,

  • @anamikasaikia1996
    @anamikasaikia1996 Před rokem

    ❤️❤️❤️

  • @assamn8850
    @assamn8850 Před rokem +1

    Moja

  • @turanjyotigogoi6735
    @turanjyotigogoi6735 Před rokem +3

    Sunit Gogoi ru Ramen Danah k dekha pm buli akha rakhisuuu?

  • @dipakkalita232
    @dipakkalita232 Před rokem

    Keshab nayan Adhikarir kanthat geetbor suni thakiba mon jai

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 Před rokem

    বহুত ভাল লাগিল সাক্ষাৎকাৰ টো 👌 ইমান সুন্দৰ সৃষ্টি শীল গীতিকাৰ জনক আপোনাৰ বাৰ্তালাপত দেখা পাই বহুত লাগিল।যাৰ গানৰ অন্তৰা শুনি থাকিলেও হেঁপাহ নপলায় ....মন - প্ৰাণ উদ্বেলিত কৰে । দুয়োজনলৈ অশেষ ধন্যবাদ জনালোঁ 🙏🏼❤️

  • @hasinamannan9085
    @hasinamannan9085 Před rokem +1

    bartalapr prai episode a saisu....kintu aji ai kiba bikhekh jen lgl.....dada jnr ktha koar dhrn imn vl lgl....imn gentle....... khub km ktha koi kintu koa khini jen vbi sniti koi...

  • @Dudullahon07
    @Dudullahon07 Před rokem +1

    bhall program.

  • @akashdipdas575
    @akashdipdas575 Před rokem +1

    Mnuhjn bor vl lgil....chakra daar dre akei...vl lga manuh