কুমাৰ ভৱেশ দেহাজান, অসমীয়া জনপ্ৰিয় পুৰণি গীত কুমাৰ ভৱেশ Assamese Super Hits song Kumar Bhavesh

Sdílet
Vložit
  • čas přidán 2. 06. 2024
  • আমাৰ চেনেলটোৰ like comment share subscribe কৰিবলৈ নাপাহৰিব ধন্যবাদ 💐💐🙏🙏🙏💐💐💐
    #assamesenewsong #kumarbhabesh #assameseoldsongs #অসমীয়া #zubeengargmusic #assamesebihusong #assamesecomedy #zubeengargassamesesong

Komentáře • 12

  • @jitukalita4997
    @jitukalita4997 Před 8 dny +3

    All song my favorite song Kumar Bhabesh

  • @kusumsharma4537
    @kusumsharma4537 Před měsícem +10

    Very nice song and beautiful voice kumar v by Ajay da thank you so much ❤❤🎉🎉😂😂❤❤😢😢

  • @rumideka9656
    @rumideka9656 Před 25 dny +3

    Nice songs...

  • @haribaladas6666
    @haribaladas6666 Před 8 dny +1

    অক❤❤

  • @westernmusic9797
    @westernmusic9797 Před 23 dny +2

    After listening to all the songs I felt very happy and excited because I like Kumar dddddddddaaaaaaaaaa.

  • @dimbeswargohain2867
    @dimbeswargohain2867 Před 28 dny +3

    I love these are songs.Because hidden a story in my life.

  • @bb567bhuyan
    @bb567bhuyan Před 11 dny +1

    দেহা মন ইসাত বিষাদ, মন সেউজীয়া , মন খেলি মেলি, একো কামত মন নবহা, চেৰেং চেৰেং কৈ মনত পৰি থকা ভৰপূৰ যৌৱন ৰ কালত উন্মনা কৰা এই গান, উন্মুক্ত বুকুভৰা মৰমৰ সাক্ষী এই গান, পাগল পাগল হোৱা ৰ সময়ৰ---
    প্ৰেম সাগৰ ৰ ওপৰত উটি ভাঁহি থকা এই সোণালী গান ❤
    বৰ ভাল লাগে এই সুধাগীত❤

    • @ajaytalukdaryoutube7513
      @ajaytalukdaryoutube7513  Před 11 dny

      ধন্যবাদ জনালো আগলৈ এনেকৈ মেচেজ কৰিব বুলি আশা কৰিলো ধন্যবাদ 💐💐🎉💐🌹🌹

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke Před 24 dny +1

    সেই সময়ত অসমত আটাইতকৈ বেছি জনপ্ৰিয় গীতটোৱে আছিল " নাজাবা নাজাবা" তাহানিৰ দিনলৈ মন উৰি গ'ল, মনৰ মাজত আজিও সজীৱ হৈ আছে সেয়ে মধুৰ স্মৃতি। গোটেই গীত কেইটা একেলগে শুনিবলৈ পায় ভাল লাগিল। অজয় দা আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ।❤❤❤

    • @ajaytalukdaryoutube7513
      @ajaytalukdaryoutube7513  Před 24 dny +1

      ধন্যবাদ জনালো আগলৈ এনেকৈ মেচেজ কৰিব বুলি আশা কৰিলো ধন্যবাদ 🌹🌹💐💐💐