IIT Guwahati চাওঁ আহক - IIT Guwahati most exclusive video

Sdílet
Vložit
  • čas přidán 26. 08. 2024
  • ajit da's channel
    / @ajitboro2661
    #iitguwahati

Komentáře • 4,3K

  • @devjitcreations2107
    @devjitcreations2107 Před rokem +59

    Moi ajon JEE 2024 aspirant moi dream IITG Jawar Karon e nijer 100% dim aro IITG jabo try koris sobe ashirbad koribo ❤

    • @Itsbrandboss
      @Itsbrandboss Před 8 měsíci +3

      Bro❤⚡🥂🥂

    • @user-zg9ut5ic1n
      @user-zg9ut5ic1n Před 6 měsíci +1

      Now ki kori ase apuni

    • @hridaybhagawati1177
      @hridaybhagawati1177 Před 6 měsíci +1

      Bhai tumr kiman %ile ahise ... I'm also a JEE 2024 aspirant

    • @salimislam4826
      @salimislam4826 Před 6 měsíci

      ​​@@hridaybhagawati1177moi jee mainst select holu ge🎉 93 percentile.

    • @yno-dt2yb
      @yno-dt2yb Před 6 měsíci +4

      Nuara bhai 100 % dili hoi heten yat comment kori nathakili joi

  • @jinadas3229
    @jinadas3229 Před 4 lety +106

    IIT খন চাই এনে লাগিল যে আধা অসম দেখোন ইয়াতেই আছে, বিশালতা ই চাব নে সৌন্দর্যতা ই চাব,,, মজা লাগিল দেই,,, ডিমপু দা জিন্দাবাদ 😍😍😍🥰🥰🥰😎😎😎😎

  • @bedantadas7339
    @bedantadas7339 Před 11 měsíci +16

    দাদা 3 বছৰ আগতে vlog চাইছিলো কিন্তু আজি পঢ়িবৰ বাবে seat পাইছো। আপোনাৰ vlog তোই inspire কৰিলে বহুতে ❤

  • @Tammy27730
    @Tammy27730 Před 3 lety +43

    I love my institute IITG. Really feels like heaven. Thanks for the video..Try to shoot between Jan to March with beautiful flowers in campus that bloom all spring..❤❤

  • @NarendraGandhi553
    @NarendraGandhi553 Před 4 lety +37

    Any iit/ iim campus is on whole other level...it can't be compared to rest of India... I've been to iitG for senior district cricket...I undoubtedly it's like heaven on earth

  • @debikadadhara1096
    @debikadadhara1096 Před 4 lety +191

    Your innocence proves ur success. Small mistakes are a part that doesn't matter. But always be the one u are. Really proud of u being a assamese boy.

    • @kaushikdas823
      @kaushikdas823 Před 4 lety +3

      All is Ok...nice video..but Dimpu mask pindhi video bonabo laage..jihetu eman manuhok log kora..

    • @Mll21
      @Mll21 Před 4 lety

      Great, our Assam.

    • @mstudio0367
      @mstudio0367 Před 4 lety

      সকলকে মৰ অনুৰোধ যে মৰ নতুন গান টো শুনিব

    • @musicassam9066
      @musicassam9066 Před 4 lety +2

      আমাৰ গাঁৱৰ ছবি এখন তুলি ধৰি এটি ভিডিঅ' বনাইছো চাব সকলোৱে 🙏 czcams.com/video/GT4eP-vf5fQ/video.html

    • @hirakaxomiyavlogs1935
      @hirakaxomiyavlogs1935 Před 4 lety

      =Old is Gold=
      তাহানিৰ কৌতুক ৷
      সন্ধিয়া সময়ত এখন
      অচিনাকি গাঁৱলীয়া ঠাইত এজন পথিকে ৰাতিতো কটাবৰ বাবে
      আশ্ৰয় বিচাৰি মানুহ এঘৰত সোমাই ৰাতিতো কটাব পাৰিবনেকি
      সুধিলে ।
      ঘৰৰ গিৰীহঁতে কলে:-
      ঃ নাই , নাই, নহব দেই । ঘৰত গাভৰু ছোৱালী আছে । ৰাতি
      থাকিবলৈ দিব পৰা নাযাব ।
      তেওঁ বেলেগ এঘৰলৈ গল । তাতো সেই একেই উত্তৰ :-
      ঃ ঘৰত গাভৰু ছোৱালী আছে গতিকে অচিনাকী মানুহ থাকিবলৈ দিব নোৱাৰে ।
      আৰু এঘৰত সোমাই চালে । কিন্তুু একেই সমিধান পালে, গাভৰু ছোৱালী আছে ৷
      আৰু দুঘৰমানত সোমাল, তাতো সেই একেই পয়মাল ,গাভৰু ছোৱালী ৷
      উপায়ন্তৰ হৈ তেওঁ ভাবিলে " "এই গাভৰু ছোৱালীবোৰেই যত
      মানে অথন্তৰৰ মূল ।ছেহ্ কি কৰা যায়, কি কৰা যায় ৷"
      তেওঁ শেষ চেষ্টা এটা কৰি চাবলৈ অন্য এঘৰত সোমাই ঘৰৰ গিৰীহঁতক আগতীয়াকৈয়ে সুধিলে :-
      " ডাঙৰীয়া , শুনকচোন, হেৰি মানে কিবা বোলেনে সেই আপোনালোকৰ ঘৰত গাভৰু ছোৱালী আছেনেকি
      বাৰু ??"
      " কিয় বা সুধিলে কথাটো ?" অবাক হৈ গিৰীহঁতে ওলোটাই সুধিলে ।
      " হে হে হে মানে ৰাতিটো কটাম বুলি ভাবিছিলো ।"
      কিইইইইইঈঈঈঈঈঈঈঈঈঐঐঐঐঐ চালা হাৰামী......... !!
      খঙত গিৰীহঁত হৈ গল থৰ,
      পথিক ভিৰাই মাৰিলে লৰ ৷
      (পিচৰ খিনি নিজেই অনুমান কৰি কওক আৰু তেওঁ থাকিলেগৈ ক'ত .....?)
      *আমাৰ ভিডিঅ'বোৰ চাওক আৰু গণ্ডগোল নকৰাকৈ ঘৰত থাকি পৰিয়ালৰ সৈতে হাঁহি থাকক*
      👇👇👇👇👇👇
      czcams.com/video/nSpB7IYOPcs/video.html

  • @ranjitkumarboro1309
    @ranjitkumarboro1309 Před 4 lety +5

    দিম্পুৰ প্ৰায়বোৰ video দৰ্শন কৰি ভাল লাগে। সহজ সৰল ঘৰুৱা ভাষা প্ৰয়োগ কৰি আমোদ দিয়ে। দিম্পুক অশেষ ধন্যবাদ দিছো; কিয়নো তেখেতৰ দ্বাৰাই আজি দ্বিতীয়বাৰ IIT GUWAHATI চৌহদৰ কিছু দৃশ্যাংশ দেখাৰ সুভাগ্য হ'ল। বহুত বহুত ধন্যবাদ দিম্পু (তোমাক)।
    অবশ্যে ইয়াৰ পূৰ্বে মই ২০১৩ বৰ্ষত সাধাৰণ দিন হাজিৰা কৰা মজদূ্ৰূপত IIT ৰ কোনোবাখন ভবনৰ আন্তগাথঁনি নিৰ্মাণ কামত জৰিত হৈ আছিলো। অতি কম সময়ৰ ভিতৰতে IIT ৰ চৌহদ উপভোগ কৰিলো। ইয়াৰ প্ৰতিটো ছাত্ৰ আবাসিক ভৱনৰ (Hostel) নামে মোক আকৰ্ষিত কৰিছিল। উত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ নদ-নদীৰ নামেৰে নামাকৰণ কৰা হৈছে; যেনে-ব্ৰহ্মপুত্ৰ Hostel, বৰাক Hostel,দিহং Hostel, দিচাং Hostel, চিয়াং Hostel,..... আদি। ইয়াৰ খেলপথাৰ, চুইমিংপুল, অডিটেৰিয়াম , ৰাস্তা- ঘাত, পুৱা-আবেলিৰ পৰিৱেশে মন পুলকিত কৰি ৰাখে।
    সহজে প্ৰবেশ পাৰপত্ৰ নোপোৱা IIT ৰ পৰিবেশে মোক আজিয়ো মাজে সময়ে আমনি কৰে।
    যি কি নহক আজি ডিম্পুৰ video যোগেদি পুনৰ এবাৰ IIT দেখি বহুত ভাল লাগিল।
    অশেষ ধন্যবাদ ডিম্পু তোমাক।
    অশেষ ধন্যবাদ।

  • @dhritimanbujarbaruah7462
    @dhritimanbujarbaruah7462 Před 3 lety +95

    And this is the most beautiful IIT campus of India. 🇮🇳

  • @arindombora2767
    @arindombora2767 Před 4 lety +173

    Being a student of the institute makes me proud❤

  • @bandanahazarika7662
    @bandanahazarika7662 Před 4 lety +40

    Vedio টো চাই সচাকৈ বৰ ভাল লাগিল। বহুত বহুত ধন্যবাদ থাকিল তোমালৈ ডিম্পু। তোমাৰ বাবে আজি গুৱাহাটী IIT খন দেখাৰ সৌভাগ্য হল 😊।

    • @angswr.1725
      @angswr.1725 Před 4 lety

      23+1check karo Maine subscribe kardiya aap bhi Meri chennel ko subscribe kardena please

    • @Wildinfinite
      @Wildinfinite Před 4 lety

      Hello dada teaching related videos for Ur kids ..link

  • @runudeori448
    @runudeori448 Před 4 lety +109

    Your simplicity and innocence makes you a bit different from others.....Good luck...Go ahead 👍

  • @devidkonwar7736
    @devidkonwar7736 Před 3 lety +18

    Campus area of IIT -Guwahati is nearly 703acres not 200 acres...it's more than 3times of 200acres

  • @mrigankanath2865
    @mrigankanath2865 Před 4 lety +750

    আমাৰ অসমৰ নৱ - প্ৰজন্মই হিন্দু - মুছলিম , প্ৰতিবাদ , Congress , BJP মাৰি থাকোতেই গেল 😂 বাহিৰৰ দেশৰ লৰা - ছোৱালীযে আহি আমাৰ অসমত নিজৰ জীৱন গঢ় দি আছে 😁

    • @ayangaiyan8905
      @ayangaiyan8905 Před 4 lety +1

      czcams.com/video/MnsCS86m_5A/video.html

    • @PAHARI6PM
      @PAHARI6PM Před 4 lety +2

      Mur cnl2 abar sabo sun please. Aru chnl2 subs kori all kori dibo...moi u apunak subs korim,,,

    • @informationworld5657
      @informationworld5657 Před 4 lety +1

      চাবা Mriganka জয় শ্ৰীকৃষ্ণ czcams.com/video/70khamfyYm8/video.html

    • @sumit1231
      @sumit1231 Před 4 lety +1

      czcams.com/video/1riJ9GycEAE/video.html...video tu sabo pls....

    • @jehirulali4333
      @jehirulali4333 Před 4 lety +13

      Aponi thik kotha koysa

  • @simantaboro3669
    @simantaboro3669 Před 4 lety +173

    My brother is a security of IIT

  • @realchemist6901
    @realchemist6901 Před 3 lety +10

    I'm Bengali but still I can understand your language.

  • @iftarahmed8257
    @iftarahmed8257 Před 4 lety +60

    10:58 Al-Singra 😂

  • @mp1dance928
    @mp1dance928 Před 4 lety +85

    ডিম্পু দা আমার অসমতো ইমান ধুনীয়া ঠাই আছে ভবাই নাছিলো😀😀😀😀😀😀😀

    • @mochipriyu4359
      @mochipriyu4359 Před 4 lety

      @@MRBBProduction2005 ok

    • @nishantachakraborty2456
      @nishantachakraborty2456 Před 4 lety

      Bhabibo lagisil.. Bohut bhul hoise tumar...

    • @bbbrosmusicofficial
      @bbbrosmusicofficial Před 4 lety

      Much love from twins, BB Bros 😍 😍 ❤️ ❤️...

    • @swapnanilkashyap6374
      @swapnanilkashyap6374 Před 4 lety

      Mobile kari abe lage ne

    • @swapnanilkashyap6374
      @swapnanilkashyap6374 Před 4 lety

      czcams.com/video/P3P6dGuQ4QM/video.html.........
      👉🏻👀PUBG WALE MAT😂😂😂😂 DEKHO .AGAR KISI PUBG PLAYER NE YE VIDEO DEKH LIYA TO OSKA HEART FATT JAYEGA 🤫🤫🤫🤫😆😆😆😆😆😆
      👉🏻👉🏻👉🏻TAP TO READ MORE👍🏻👍🏻👍🏻
      👉🏻FREE FIRE WALE DEKHNA TUMKO AKK GIRL FRIEND MILL JAYEGI 😘❤️❤️❤️❤️✅✅✅✅
      👉🏻AGAR VIDEO ATCHA LAGE TO LIKE ,SHARE AND SUBSCRIBE JAROR KRNA ORR COMMENT MRNA MT VOLNAA .............
      👉🏻NEXT VIDEO MONTAGE VIDEO ANU WALI HE 👀
      czcams.com/video/P3P6dGuQ4QM/video.html

  • @sovansekharsarma4730
    @sovansekharsarma4730 Před 4 lety +105

    Dream to became an IITIAN ❣️. Bless me all guys🙏

    • @monmeesharma9186
      @monmeesharma9186 Před 4 lety +2

      Mok tumi subscribe kora moi tumak subscribe korim subscribe koa pisot muk ata reply di diba moi tumak koridim

    • @hirakaxomiyavlogs1935
      @hirakaxomiyavlogs1935 Před 4 lety +2

      =Old is Gold=
      তাহানিৰ কৌতুক ৷
      সন্ধিয়া সময়ত এখন
      অচিনাকি গাঁৱলীয়া ঠাইত এজন পথিকে ৰাতিতো কটাবৰ বাবে
      আশ্ৰয় বিচাৰি মানুহ এঘৰত সোমাই ৰাতিতো কটাব পাৰিবনেকি
      সুধিলে ।
      ঘৰৰ গিৰীহঁতে কলে:-
      ঃ নাই , নাই, নহব দেই । ঘৰত গাভৰু ছোৱালী আছে । ৰাতি
      থাকিবলৈ দিব পৰা নাযাব ।
      তেওঁ বেলেগ এঘৰলৈ গল । তাতো সেই একেই উত্তৰ :-
      ঃ ঘৰত গাভৰু ছোৱালী আছে গতিকে অচিনাকী মানুহ থাকিবলৈ দিব নোৱাৰে ।
      আৰু এঘৰত সোমাই চালে । কিন্তুু একেই সমিধান পালে, গাভৰু ছোৱালী আছে ৷
      আৰু দুঘৰমানত সোমাল, তাতো সেই একেই পয়মাল ,গাভৰু ছোৱালী ৷
      উপায়ন্তৰ হৈ তেওঁ ভাবিলে " "এই গাভৰু ছোৱালীবোৰেই যত
      মানে অথন্তৰৰ মূল ।ছেহ্ কি কৰা যায়, কি কৰা যায় ৷"
      তেওঁ শেষ চেষ্টা এটা কৰি চাবলৈ অন্য এঘৰত সোমাই ঘৰৰ গিৰীহঁতক আগতীয়াকৈয়ে সুধিলে :-
      " ডাঙৰীয়া , শুনকচোন, হেৰি মানে কিবা বোলেনে সেই আপোনালোকৰ ঘৰত গাভৰু ছোৱালী আছেনেকি
      বাৰু ??"
      " কিয় বা সুধিলে কথাটো ?" অবাক হৈ গিৰীহঁতে ওলোটাই সুধিলে ।
      " হে হে হে মানে ৰাতিটো কটাম বুলি ভাবিছিলো ।"
      কিইইইইইঈঈঈঈঈঈঈঈঈঐঐঐঐঐ চালা হাৰামী......... !!
      খঙত গিৰীহঁত হৈ গল থৰ,
      পথিক ভিৰাই মাৰিলে লৰ ৷
      (পিচৰ খিনি নিজেই অনুমান কৰি কওক আৰু তেওঁ থাকিলেগৈ ক'ত .....?)
      *আমাৰ ভিডিঅ'বোৰ চাওক আৰু গণ্ডগোল নকৰাকৈ ঘৰত থাকি পৰিয়ালৰ সৈতে হাঁহি থাকক*
      👇👇👇👇👇👇
      czcams.com/video/nSpB7IYOPcs/video.html

    • @dilipbarman7507
      @dilipbarman7507 Před 4 lety +5

      CZcams choro aur podai pe dhyan do tobhi hoga

    • @sovansekharsarma4730
      @sovansekharsarma4730 Před 4 lety

      @@dilipbarman7507 main 2 side main concentrate kar raha hooun

    • @sovansekharsarma4730
      @sovansekharsarma4730 Před 4 lety

      @@dilipbarman7507 btw thanks for your advise🙏

  • @madhusmitagoswami2505
    @madhusmitagoswami2505 Před rokem +3

    My dream lang Dimpu da 🥰 বহুত ধন্যবাদ দিম্পু দা মোক মোৰ সপোনৰ দুনীয়াখন দেখুওৱাৰ বাবে

  • @soundmind5189
    @soundmind5189 Před 3 lety +10

    Love to IIT Guwahati ❤️❤️❤️

  • @mrinalramchiary8201
    @mrinalramchiary8201 Před 4 lety +205

    I'm also a student of this institute

  • @ashrafulalom2521
    @ashrafulalom2521 Před 4 lety +135

    চোৱাৰ ইচ্ছা আছিল । আজি চাই ললো।
    টকা খিনি বাচিগল. Thank you dimpu

    • @swapnanilkashyap6374
      @swapnanilkashyap6374 Před 4 lety

      czcams.com/video/P3P6dGuQ4QM/video.html.........
      👉🏻👀PUBG WALE MAT😂😂😂😂 DEKHO .AGAR KISI PUBG PLAYER NE YE VIDEO DEKH LIYA TO OSKA HEART FATT JAYEGA 🤫🤫🤫🤫😆😆😆😆😆😆
      👉🏻👉🏻👉🏻TAP TO READ MORE👍🏻👍🏻👍🏻
      👉🏻FREE FIRE WALE DEKHNA TUMKO AKK GIRL FRIEND MILL JAYEGI 😘❤️❤️❤️❤️✅✅✅✅
      👉🏻AGAR VIDEO ATCHA LAGE TO LIKE ,SHARE AND SUBSCRIBE JAROR KRNA ORR COMMENT MRNA MT VOLNAA .............
      👉🏻NEXT VIDEO MONTAGE VIDEO ANU WALI HE 👀
      czcams.com/video/P3P6dGuQ4QM/video.html

    • @dhritismitachoudhury7491
      @dhritismitachoudhury7491 Před 4 lety

      😂😂

  • @technologygyanaxom4291
    @technologygyanaxom4291 Před 4 lety +10

    AWESOME, WE PROUD AS AN ASSAMESE. LOCATION IS MOST BEAUTIFUL.. THANK YOU FOR SHOW US IIT GUWAHATI.

  • @HIMANXU
    @HIMANXU Před 3 lety +7

    Most beautiful IIT campus in India 🥺

    • @kuldeepgogoi9270
      @kuldeepgogoi9270 Před 2 lety +2

      But pohibo aukad nai brilliant student nhoi je🥲🙂🥲

  • @missaplina
    @missaplina Před 4 lety +56

    দিম্পু সচাকৈয়ে অতি সুন্দৰ ।অতি বৃহত্ ।অতি উন্নত । ❤❤❤❤❤👍

    • @bbbrosmusicofficial
      @bbbrosmusicofficial Před 4 lety +1

      Much love from twins, BB Bros 😍 😍 ❤️....

    • @tmgblaster6453
      @tmgblaster6453 Před 4 lety +1

      ,,,,Dimpu গৰু চোৰ হয় , মহা ফালটু uneducated person Dimpu Boruah ,

    • @tmgblaster6453
      @tmgblaster6453 Před 4 lety +1

      @@animeshsarma8757 ,,,তোৰ মূৰত উঠি পাদী দিম মই বান্দৰ 😊😊😊😢😊

  • @bichitrasaikiasaikiasaikia4791

    বহুত কষ্ট কৰিছে দেই দিম্পো দা।আপোনাৰ ভিডিও মোৰ বহুত ভাল লাগে।আপুনি আৰু আগুৱাই জক।❤️❤️❤️👍👍👍👍

  • @ranjubhattacharjee4748
    @ranjubhattacharjee4748 Před 2 lety +2

    Excellent and exceptional both Kaziranga University and IIT.Thanks our DIMPU!

  • @himashreebaruah7952
    @himashreebaruah7952 Před 3 lety +4

    Mro ata xopun ase IIT t engineering krar...dimpu dar vdo sai ru besi excited hoi goisu tat prhiboloi

  • @nirupjyotidasdhunu.4105
    @nirupjyotidasdhunu.4105 Před 4 lety +171

    আমাৰ অসমৰ সকলোবোৰ চহৰ নগৰ যদি এনেকুৱাই চাফা হ'ল হয় ।

    • @informationworld5657
      @informationworld5657 Před 4 lety +1

      চাবা জয় শ্ৰীকৃষ্ণ czcams.com/video/70khamfyYm8/video.html

    • @mbabusvlog6060
      @mbabusvlog6060 Před 4 lety +1

      czcams.com/video/Rgt5xe--pUU/video.html

    • @bikashthakuria7929
      @bikashthakuria7929 Před 4 lety

      Abe sale

    • @gakulbora70028
      @gakulbora70028 Před 4 lety +2

      Tumi ak dom hosa kotha koisa. Really. Please sobe olop olop. Safa korok ji ti khai amer ai axom khon letera nokoribo 🙏🙏

    • @arlydaka5625
      @arlydaka5625 Před 4 lety +2

      amr assam khn anekua hle bht vl lgibo..bahirt thoka nisina hboo

  • @dipsikhadevi1928
    @dipsikhadevi1928 Před 4 lety +6

    কি সুন্দৰ পৰিবেশ আচৰিত হৈছোঁ তোমাৰ videot দেখি আমি অসমৰ হৈ 100% গৈৰৱ কৰিব পাৰোঁ

  • @maheswarkachary2186
    @maheswarkachary2186 Před 3 lety +2

    Thanks 😍 Dimpu Bhai 💙 IIT Guwahati dekhanekelye💙👍

  • @1986dimond
    @1986dimond Před 3 lety +1

    Thank you dipu ..tumar porai aji dekhilu IIT khan

  • @shree_mayuri
    @shree_mayuri Před 4 lety +18

    Thanks for this amazing video. This will motivated our students. Anyone can be a part of this prestigeous institution through JEE (BTech), IIT-JAM (MSc entrance), GATE (MTech and PHd) exams.

  • @PARULALOM
    @PARULALOM Před 4 lety +28

    Dimphu da you r not only a school teacher you r also a great teacher for us because we learn a lot of knowledge from your CZcams channel ❤❤❤❤❤love you from silchar (a bengali fan) 👍👍

    • @utonuamon5900
      @utonuamon5900 Před 4 lety

      DIMPU DA LOI 1 M SPECIAL ATA POEM GLU SAI DIBA SUN
      czcams.com/video/51fCNwjer4Q/video.html

    • @PARULALOM
      @PARULALOM Před 4 lety

      @@utonuamon5900 okk

    • @padmaborah9308
      @padmaborah9308 Před 4 lety

      Yaa dimpu is also my favourite.. I also get a lot of knowledge and experience from dimpu's vlog..

    • @PAHARI6PM
      @PAHARI6PM Před 4 lety

      Mur cnl2 abar sabo sun please. Aru chnl2 subs kori all kori dibo..

    • @MBTales7
      @MBTales7 Před 4 lety

      Tnq..

  • @jumismita
    @jumismita Před 4 lety +2

    Bor val lagil amar Tezpur Universityle jua apunar xopun ase buli xuni. Nissoy jabo dada, aru oti xunkale jauk. Bohut val pabo. Khub dhunia hoy TU. Amar moromor place tu apunar video t sabole roi asu😍

  • @mukutkhaklary1003
    @mukutkhaklary1003 Před rokem +2

    Dimpu daa.......CIT kokrajhar or video ata bonabo soon....aei kedin manor bhitorote..... please Dimpu daa❤

  • @sankrnath6328
    @sankrnath6328 Před 4 lety +11

    IIT মই কাম কৰো,সুন্দৰ মনোমোহা দৃশ্য

    • @utonuamon5900
      @utonuamon5900 Před 4 lety

      DIMPU DA LOI 1 M SPECIAL ATA POEM GLU SAI DIBA SUN
      czcams.com/video/51fCNwjer4Q/video.html

    • @MBTales7
      @MBTales7 Před 4 lety

      Tnq Dimpu daa video like korar babe

  • @thanangkachutia7872
    @thanangkachutia7872 Před 4 lety +31

    Something that I was waiting from you Dimpu da.. IIT Guwahati is an asset to Assam and Assam's best You Tuber should make video on it.. Glad that this dream came true

    • @bbbrosmusicofficial
      @bbbrosmusicofficial Před 4 lety +1

      Much love from twins, BB Bros 😍 😍 ❤️..

    • @expertunknown5063
      @expertunknown5063 Před 2 lety +2

      Iit is not an asset of that particular state... It completely belongs to central government...

  • @AnanyaHazarika-kr1vy
    @AnanyaHazarika-kr1vy Před 15 dny +1

    MY ONE AN ONLY LOVE IIT GUWAHATI

  • @nupangana_
    @nupangana_ Před 4 lety +159

    Sir Tezpur Central University khn u bohut dhunia.....tar loi u jabo ketia ba

  • @ruhulaminofficial07
    @ruhulaminofficial07 Před 4 lety +33

    দিমপু দাদা যাক ভগবানে ভাল পায় তাক সকলোয়ে ভাল পায় যেনে আপুনাক 1 মিলিয়ন মানুহে ভাল পায় আপুনি এজন সৰল সুজা মানুহ

  • @manash282
    @manash282 Před 4 lety +191

    Dimpu da r babe ata like kri diyok❤️

    • @utonuamon5900
      @utonuamon5900 Před 4 lety +1

      DIMPU DA LOI 1 M SPECIAL ATA POEM GLU SAI DIBA SUN
      czcams.com/video/51fCNwjer4Q/video.html

    • @txichabib3364
      @txichabib3364 Před 4 lety +4

      Kio dimpu dak vl pao tumak nhoy 😡😡😡

    • @mrmixingassam4108
      @mrmixingassam4108 Před 4 lety +1

      Mor video Saba dei aru mor chennel 2 subscribe koriba plz

    • @virusssentertainment3662
      @virusssentertainment3662 Před 4 lety +2

      Tumi mur channel tu subscribe korok , moi tumar Channel tu subscribe kori dimmm

    • @MBTales7
      @MBTales7 Před 4 lety +1

      Tnq Dimpu daa video like korar babe

  • @kabitadas5657
    @kabitadas5657 Před 3 lety +1

    Bhut vl lgil dakha pai.. Thank you dimpu da apunr baby aji dakha palo

  • @rimagogoi881
    @rimagogoi881 Před 2 lety +1

    Bohut bhal lagil..abar sabor khub MN ase..

  • @user-oi8bx5me6c
    @user-oi8bx5me6c Před 4 lety +4

    সন্ধিয়া সময়ত চাইকেল চলোৱা ছোৱালীবোৰ দেখি কলিজা কঁপি যায় উল্লাহত ।

  • @sekharbaruah
    @sekharbaruah Před 4 lety +14

    ভিডিঅ'টো বৰ ধুনীয়া হৈছে ।লগতে মই নিজে লগত থাকিব পাই আৰু বেছি ভাল পালোঁ ।

    • @diptisarmah213
      @diptisarmah213 Před 4 lety +1

      দাদা আপোনাক ভিদিঅ'টোত দেখি বহুত ভাল লাগিল..👌👌

    • @sekharbaruah
      @sekharbaruah Před 4 lety +2

      @@diptisarmah213 ধন্যবাদ

    • @pragyankalita7831
      @pragyankalita7831 Před 4 lety +2

      দাদা আপুনিয়েই স্কুতি চলোৱাজন নেকি?

    • @kanakbharali9316
      @kanakbharali9316 Před 4 lety

      Hi

    • @asfslife4319
      @asfslife4319 Před 4 lety

      Nice

  • @AnanyaHazarika-kr1vy
    @AnanyaHazarika-kr1vy Před 15 dny +1

    MY ONE AND ONLY CRUSH IITG

  • @pragyadas6841
    @pragyadas6841 Před 3 lety

    Class8 t a goislu 2018 t IIT ....tetia hokolu khini dkha pua nasilu ...aji apunar video tur joriote hokolu khini dkha palu....thank u Dimpu da....aru agoloi ankua mjja mjja vdo sabo Pam buli akha krilu....

  • @ratulsonowal
    @ratulsonowal Před 4 lety +14

    অ ভাই বহুত বহুত বহুতে ধুনীয়া গুৱাহাটীৰ IIT,তোমাৰ বাবে দেখা পোৱা হল,ভাল লাগিল ভিডিঅ টোৰ চাই ।

  • @nilutpalboruah284
    @nilutpalboruah284 Před 4 lety +64

    My dream IIT

  • @oshimeakarm8329
    @oshimeakarm8329 Před 4 lety +1

    Bhut bhut mojja lagil dimpu daa

  • @momotakhanam3266
    @momotakhanam3266 Před rokem +1

    Wow, Thankyou dada apunar videos burr babe❤️... AIIMS Guwahati Pam buli aakha thakil...

  • @abhichakraborty234
    @abhichakraborty234 Před 4 lety +8

    So beautiful our Assam. You should go to Assam University, Silchar, NIT Silchar. You will be amazed how beautiful and giant, big big size campus. Thank you Dimpu!❤️

  • @Dipjyoti_Hazarika07
    @Dipjyoti_Hazarika07 Před 4 lety +37

    IIT JAM. Next year preparation kri asu rba...Pai gole prhibo parim😊

  • @ataurrohmansarkar508
    @ataurrohmansarkar508 Před 3 lety +3

    Moi ebar goisilu.. but besi furibo pora nai.. 😢
    Thnk u dimpu da.. for showing us the campus of IIT GUWAHATI

  • @sumonbhowmik344
    @sumonbhowmik344 Před 3 lety +22

    Asomiya - Bongali kori thakutei gol , kintu ami colleget thakute aibur ketiyao feel kora nasilu . I love both Assamese and Bengali language equally just like one loves his wife and mother . I just love the way how Dimpu da speaks and l do miss this bcz my roommate during engineering days were from Mirza who speaks like this

    • @lucky-sx4cp
      @lucky-sx4cp Před 3 lety +4

      Eibur dirty politics hoi ..ami sbei mili e thaku ..moi u axomiya ..... ami milijuli sbei axomok aagbohuar kotha bhabibo lage ..

  • @kallolinibaruah2489
    @kallolinibaruah2489 Před 4 lety +21

    Got a glimpse of our beautiful campus including my department(chemical) first time after coming home in march itself .. Miss this place. So many memories. ❤️ Dhunia hoise videotu. Keep it up.

    • @29.hashyarnavdas44
      @29.hashyarnavdas44 Před 4 lety

      Plz mur channel tu subscribe kori dibo moi art and craft kori assam r naam gourob koribo bisaru
      czcams.com/video/OSfd0CuVRP8/video.html

    • @Mayurishihz11
      @Mayurishihz11 Před 4 lety

      What was your rank

    • @29.hashyarnavdas44
      @29.hashyarnavdas44 Před 4 lety

      @@Mayurishihz11 my ?

    • @hirakaxomiyavlogs1935
      @hirakaxomiyavlogs1935 Před 4 lety

      =Old is Gold=
      তাহানিৰ কৌতুক ৷
      সন্ধিয়া সময়ত এখন
      অচিনাকি গাঁৱলীয়া ঠাইত এজন পথিকে ৰাতিতো কটাবৰ বাবে
      আশ্ৰয় বিচাৰি মানুহ এঘৰত সোমাই ৰাতিতো কটাব পাৰিবনেকি
      সুধিলে ।
      ঘৰৰ গিৰীহঁতে কলে:-
      ঃ নাই , নাই, নহব দেই । ঘৰত গাভৰু ছোৱালী আছে । ৰাতি
      থাকিবলৈ দিব পৰা নাযাব ।
      তেওঁ বেলেগ এঘৰলৈ গল । তাতো সেই একেই উত্তৰ :-
      ঃ ঘৰত গাভৰু ছোৱালী আছে গতিকে অচিনাকী মানুহ থাকিবলৈ দিব নোৱাৰে ।
      আৰু এঘৰত সোমাই চালে । কিন্তুু একেই সমিধান পালে, গাভৰু ছোৱালী আছে ৷
      আৰু দুঘৰমানত সোমাল, তাতো সেই একেই পয়মাল ,গাভৰু ছোৱালী ৷
      উপায়ন্তৰ হৈ তেওঁ ভাবিলে " "এই গাভৰু ছোৱালীবোৰেই যত
      মানে অথন্তৰৰ মূল ।ছেহ্ কি কৰা যায়, কি কৰা যায় ৷"
      তেওঁ শেষ চেষ্টা এটা কৰি চাবলৈ অন্য এঘৰত সোমাই ঘৰৰ গিৰীহঁতক আগতীয়াকৈয়ে সুধিলে :-
      " ডাঙৰীয়া , শুনকচোন, হেৰি মানে কিবা বোলেনে সেই আপোনালোকৰ ঘৰত গাভৰু ছোৱালী আছেনেকি
      বাৰু ??"
      " কিয় বা সুধিলে কথাটো ?" অবাক হৈ গিৰীহঁতে ওলোটাই সুধিলে ।
      " হে হে হে মানে ৰাতিটো কটাম বুলি ভাবিছিলো ।"
      কিইইইইইঈঈঈঈঈঈঈঈঈঐঐঐঐঐ চালা হাৰামী......... !!
      খঙত গিৰীহঁত হৈ গল থৰ,
      পথিক ভিৰাই মাৰিলে লৰ ৷
      (পিচৰ খিনি নিজেই অনুমান কৰি কওক আৰু তেওঁ থাকিলেগৈ ক'ত .....?)
      *আমাৰ ভিডিঅ'বোৰ চাওক আৰু গণ্ডগোল নকৰাকৈ ঘৰত থাকি পৰিয়ালৰ সৈতে হাঁহি থাকক*
      👇👇👇👇👇👇
      czcams.com/video/nSpB7IYOPcs/video.html

    • @29.hashyarnavdas44
      @29.hashyarnavdas44 Před 4 lety

      @@hirakaxomiyavlogs1935 Plz mur channel tu subscribe kori dibo moi art and craft kori assam r naam gourob koribo bisaru.....
      czcams.com/video/OSfd0CuVRP8/video.html

  • @MRRoy
    @MRRoy Před 4 lety +3

    How down to earth he is ...1 million subscriber asa buli na lagei akdom njor manuh nicina laga ,❤ the reason why i watch his videos ❤🙏

  • @sahadatsvlog07
    @sahadatsvlog07 Před 11 měsíci +2

    I have visited the IIT GUWAHATI last week

  • @jayantadaimari3084
    @jayantadaimari3084 Před 4 lety +45

    My dream course 🤗🤗🤗🤗🤗

  • @Priyankul
    @Priyankul Před 4 lety +13

    মই গৈছো বহুত ভাল লাগে , অসম চৰকাৰৰ ARBAS য়ে লৈ গৈছিল মোক ।

    • @mstudio0367
      @mstudio0367 Před 4 lety +1

      ভাইতি মৰ নতুন গান টো শুনিব

  • @kajalroy2614
    @kajalroy2614 Před 3 lety

    Aru. Thank. You. So. Much. Dimpu. Dada. Aapunaar. Kaarone. Aami. Sobei. Nedekhaa. Bohu. Jaagaa. Dekhu. Thank. You. So. Much

  • @leeladas8128
    @leeladas8128 Před 4 lety

    Dimpu Bhaity bahuut bahut dhanyabad kosta kori dekhua babe assirbad korisude

  • @mylifemychoicewhoareyou2231

    আমাৰ অসমখন সচাই বহুত বহুত বহুত ধুনীয়া |

  • @shankupratimborah3692
    @shankupratimborah3692 Před 4 lety +44

    It makes me happy that whenever college will restart I will be able to join the college as freshman

  • @rakhibhatta1517
    @rakhibhatta1517 Před 4 lety

    Babaaaa.... Eman dangor na.... Asorit.... Brat vl lagil dekhi vdo ta... Tamaaammm mojjjjjjaaaahhhh lagse vdo ta.... Real t to jabo noru a.... Vl lagil dekhi brat.... Asoritttt... Eman Dangor..... 😍😍😍😍😍😍😍😍😍

  • @ishan875
    @ishan875 Před 2 lety +1

    Moja

  • @greatmind3980
    @greatmind3980 Před 4 lety +56

    Dream of every science student.
    It was mine too to pursue m.sc chemistry in iits but due to some family problem ,,I didn't able to get in there.
    Hope one day I will able to pursue phD in iits.

  • @AlokParasar5153
    @AlokParasar5153 Před 4 lety +11

    Congratulations Dimpu.... (10m+) তুমি আগুৱাই যোৱা। কেতিয়াও অহংকাৰ নকৰিবা।

  • @riya_talukdar
    @riya_talukdar Před 4 lety

    Omg dimpu da mojjah lgil dei tq so much apunar krne aji dekhilu Guwahati IIT

  • @momotazsheikh7552
    @momotazsheikh7552 Před 2 lety

    Video to Sai val lagila dimpu Da. Apunar video sai khubai val Laga mur

  • @ranojray61
    @ranojray61 Před 4 lety +6

    11 K views in 11 minute .This is the power of 1 million DIMPU🙏🙏🙏🙏😘😘

    • @mrmixingassam4108
      @mrmixingassam4108 Před 4 lety

      Mor video Saba dei aru bhal lagile subscribe koriba

    • @anantabora4140
      @anantabora4140 Před 4 lety

      Moja

    • @utonuamon5900
      @utonuamon5900 Před 4 lety

      DIMPU DA LOI 1 M SPECIAL ATA POEM GLU SAI DIBA SUN
      Share plz
      czcams.com/video/51fCNwjer4Q/video.html

    • @MBTales7
      @MBTales7 Před 4 lety

      Tnq Dimpu daa video like korar babe
      I'm big fan of Dimpu daa

  • @violinaaziz9426
    @violinaaziz9426 Před 4 lety +7

    Congratulations Dimpu da for 1m subscriber 💕💕💕...lots of love

    • @PAHARI6PM
      @PAHARI6PM Před 4 lety +2

      Mur cnl2 abar sabo sun please. Aru chnl2 subs kori all kori dibo...

    • @utonuamon5900
      @utonuamon5900 Před 4 lety +1

      @@PAHARI6PM DIMPU DA LOI 1 M SPECIAL ATA POEM GLU SAI DIBA SUN
      czcams.com/video/51fCNwjer4Q/video.html
      Plz saba

  • @jaggeswarsarmah2487
    @jaggeswarsarmah2487 Před rokem

    বহুত ভাল লাগিল দিম্পু দা বহুত কথা শিকিব পালো love from Baihata Chariali...

  • @mainadas9902
    @mainadas9902 Před 4 lety

    Very nice Dada mur bohut bohut mon ase IIT jaboloi

  • @Mahanta2008
    @Mahanta2008 Před 4 lety +3

    Hosai DIMPU DAA👍🏻 ...tmi knke emn kosto koribo para baruuu ???😟 Ami janu, Kostor fol hodai mithaa ... Aru tmr porai tar proman palu...👍🏻 U r great DIMPU DAA... ✌🏻✌🏻

    • @PAHARI6PM
      @PAHARI6PM Před 4 lety

      Mur cnl2 abar sabo sun please. Aru chnl2 subs kori all kori dibo...moi u apunak subs korim,,

  • @hemarabha8322
    @hemarabha8322 Před 4 lety +6

    4:28 moiye hoisu prothom youtuber june campus r vitorot ahi video bonuar chance paise.. Woww Dimpu daa is so lucky guy. Ata sabologiya video.

    • @dhanjitdas1834
      @dhanjitdas1834 Před 4 lety

      czcams.com/video/l3KvzKFHlkUh/video.htmlws

    • @swapnanilkashyap6374
      @swapnanilkashyap6374 Před 4 lety

      @@dhanjitdas1834 czcams.com/video/P3P6dGuQ4QM/video.html.........
      👉🏻👀PUBG WALE MAT😂😂😂😂 DEKHO .AGAR KISI PUBG PLAYER NE YE VIDEO DEKH LIYA TO OSKA HEART FATT JAYEGA 🤫🤫🤫🤫😆😆😆😆😆😆
      👉🏻👉🏻👉🏻TAP TO READ MORE👍🏻👍🏻👍🏻
      👉🏻FREE FIRE WALE DEKHNA TUMKO AKK GIRL FRIEND MILL JAYEGI 😘❤️❤️❤️❤️✅✅✅✅
      👉🏻AGAR VIDEO ATCHA LAGE TO LIKE ,SHARE AND SUBSCRIBE JAROR KRNA ORR COMMENT MRNA MT VOLNAA .............
      👉🏻NEXT VIDEO MONTAGE VIDEO ANU WALI HE 👀
      czcams.com/video/P3P6dGuQ4QM/video.html

  • @dipanwitarabha7430
    @dipanwitarabha7430 Před 4 lety

    Xosake bhohut val lagil vdo2 sai khub echa asil iit sabole aji tmr cenal2r joriote kheikhini sombhob hol tqz Dimpu,,,,asha kru ru jate pisole nxt vdobur t anekoi nedekha nojona thai ba bos2 sabo paru tmr vdobur r maidhomere......good luck friend👍

  • @sangita9536
    @sangita9536 Před 5 měsíci

    Sir mou mentor hisape arohan iit loi goisilu bohut val lagil

  • @vishalgurungofficial527
    @vishalgurungofficial527 Před 4 lety +28

    Dimpu da Assam Down Town university Or Camps tour bonabo 😃

    • @swapnanilkashyap6374
      @swapnanilkashyap6374 Před 4 lety +1

      czcams.com/video/P3P6dGuQ4QM/video.html.........
      👉🏻👀PUBG WALE MAT😂😂😂😂 DEKHO .AGAR KISI PUBG PLAYER NE YE VIDEO DEKH LIYA TO OSKA HEART FATT JAYEGA 🤫🤫🤫🤫😆😆😆😆😆😆
      👉🏻👉🏻👉🏻TAP TO READ MORE👍🏻👍🏻👍🏻
      👉🏻FREE FIRE WALE DEKHNA TUMKO AKK GIRL FRIEND MILL JAYEGI 😘❤️❤️❤️❤️✅✅✅✅
      👉🏻AGAR VIDEO ATCHA LAGE TO LIKE ,SHARE AND SUBSCRIBE JAROR KRNA ORR COMMENT MRNA MT VOLNAA .............
      👉🏻NEXT VIDEO MONTAGE VIDEO ANU WALI HE 👀
      czcams.com/video/P3P6dGuQ4QM/video.html

    • @nilanjanadas920
      @nilanjanadas920 Před 4 lety +2

      Already aseye tar channelt check kriba

    • @bhargavjs
      @bhargavjs Před 4 lety

      Oo gom palu tumi kimar dangor fan hoi dimpu daar 👍😂

    • @nilanjanadas920
      @nilanjanadas920 Před 4 lety

      @@bhargavjs ekdm.big wala fan u nhy ac....etau video miss nkru

  • @DebuDhan
    @DebuDhan Před 4 lety +18

    IIT just like a heaven,if you agree then like here.... *__*

  • @pabitrasutradhar3704
    @pabitrasutradhar3704 Před 3 lety

    Dimpy tomar video bilak dikhele dikhi thakibo mon jay👍👍👍

  • @Abhimaan_Kashyap
    @Abhimaan_Kashyap Před 4 lety

    Nije ghurisu IITt 3-4 din but videot besi valke dekha palu 😅

  • @Jagadishdeka1
    @Jagadishdeka1 Před 4 lety +63

    Comment পঢ়িব কোন কোন আইছা এটা লাইক কৰি যোৱা।

    • @monmeesharma9186
      @monmeesharma9186 Před 4 lety

      Mok tumi subscribe kora moi tumak subscribe korim subscribe koa pisot muk ata reply di diba moi tumak koridim

  • @jintu73
    @jintu73 Před 4 lety +31

    I was waiting for this 😌😌

    • @dlipdas3566
      @dlipdas3566 Před 4 lety

      প্লিজ এবাৰ ক্লিক কৰি চাবা👉 #mrlocalscientist
      *সৰু চেনেল, ভাল পালে subscribe কৰি দিবা* 🌹☺️ .

    • @pritrishnadas85
      @pritrishnadas85 Před 4 lety

      Apuni jodi beya napai plz mur channel tu subscribe kori dibo

    • @jintu73
      @jintu73 Před 4 lety

      @@dlipdas3566 sure

    • @jintu73
      @jintu73 Před 4 lety

      @@pritrishnadas85 sure

    • @dwipenroy4283
      @dwipenroy4283 Před 4 lety

      @@dlipdas3566
      Vt can

  • @tariq2869
    @tariq2869 Před 4 lety +8

    Congo bro for 1 million subs

  • @prankingofsmash5812
    @prankingofsmash5812 Před 4 lety +1

    Bhut dhanyabad iitkhon dekhuar baba dada

  • @RealThinker
    @RealThinker Před 4 lety +84

    Nice

  • @holt98k
    @holt98k Před 4 lety +3

    I always wanted to see IIT ! Thx a lot 🤗

    • @MBTales7
      @MBTales7 Před 4 lety +1

      Tnq Dimpu daa video like korar babe
      I'm big fan of Dimpu daa

    • @ayangaiyan8905
      @ayangaiyan8905 Před 4 lety

      czcams.com/video/MnsCS86m_5A/video.html

  • @rajbngshi196
    @rajbngshi196 Před 2 lety +1

    এবাৰ ইয়াত এটা exam দিয়াৰ সুভাগ্য হৈছিল 2017ত

  • @diptikalitanath9469
    @diptikalitanath9469 Před 3 lety

    Bhot duniya lgise video tu sai dimpu dada

  • @sahilakhtar2410
    @sahilakhtar2410 Před 4 lety +11

    Love from Designing course ##IITG🔥

    • @mysticsoul7729
      @mysticsoul7729 Před 4 lety

      Oi sahil , Ki ou toi IITt porho nki, ki faltu , Aru PUBG ban hol beii beya lagise, Ki game khelo etiya....

  • @purnimaburagohain9671
    @purnimaburagohain9671 Před 4 lety +12

    Love from Lakhimpur❤️

  • @jerifawahid689
    @jerifawahid689 Před 2 lety +1

    Hii daa 🥰 mou goi silu guwahati IIT t but aji akou apunar video tut dekhi val lagil 😌

  • @rezinurkhan7580
    @rezinurkhan7580 Před 2 lety

    Apunar video br bhut vl lge Kha kru LG pam dada mr ghrr goal para krish nai road thaikhunr nam hl rakhyasini

  • @shutterji
    @shutterji Před 4 lety +40

    I STAY IN IITG DIMPU DA LOVE FROM IITG THE location was classroom complex

  • @Riding_wheels
    @Riding_wheels Před 4 lety +5

    My cousin bro is stuff of this amazing institute. I'm damm proud of that ❤️

    • @swapnanilkashyap6374
      @swapnanilkashyap6374 Před 4 lety

      czcams.com/video/P3P6dGuQ4QM/video.html.........
      👉🏻👀PUBG WALE MAT😂😂😂😂 DEKHO .AGAR KISI PUBG PLAYER NE YE VIDEO DEKH LIYA TO OSKA HEART FATT JAYEGA 🤫🤫🤫🤫😆😆😆😆😆😆
      👉🏻👉🏻👉🏻TAP TO READ MORE👍🏻👍🏻👍🏻
      👉🏻FREE FIRE WALE DEKHNA TUMKO AKK GIRL FRIEND MILL JAYEGI 😘❤️❤️❤️❤️✅✅✅✅
      👉🏻AGAR VIDEO ATCHA LAGE TO LIKE ,SHARE AND SUBSCRIBE JAROR KRNA ORR COMMENT MRNA MT VOLNAA .............
      👉🏻NEXT VIDEO MONTAGE VIDEO ANU WALI HE 👀
      czcams.com/video/P3P6dGuQ4QM/video.html
      🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @jannativlogs3519
    @jannativlogs3519 Před 4 lety +4

    Your simplicity and innocence makes you Abit different from others ..... Good luck...go ahead

  • @samiranlahon2462
    @samiranlahon2462 Před 3 lety +4

    I m a dropper student and preparing for iit jee ... I hope I will get a good iit like iitb,iitd,iitr,iitm,iitkg,iitk,iitg ... Love from Sivasagarh ❣️

  • @mridu2745
    @mridu2745 Před 4 lety +10

    Dhunia dimpu da 🥰🥰🥰😍😊