This is TEZPUR UNIVERSITY ❤️ - তেজপুৰ বিশ্ববিদ্যালয়

Sdílet
Vložit
  • čas přidán 8. 10. 2021
  • Tezpur Buzz
    FB page - / tezpurbuzz
    CZcams -
    / @tezpurbuzz
    #tezpur #tezpuruniversity

Komentáře • 2,4K

  • @EDUCATIONFORSTUDYJINTU
    @EDUCATIONFORSTUDYJINTU Před 2 lety +243

    নিৰিবিলি এটি নিৰব কাহিনী পঢ়ি কোনে কোনে ভিডিঅ'টো চাই আছা 🌚🌚

  • @bhagyashreekashyap3
    @bhagyashreekashyap3 Před 2 lety +193

    তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত
    " নিৰিবিলি" পঢ়িয়ে এবাৰ তেজপুৰ বিশ্ববিদ্যালয় যোৱাৰ দুর্দান্ত হেপাঁহ 😌💥😍❤️Tu ❤️

    • @rimlydas
      @rimlydas Před 11 měsíci +6

      Xosai ki Kom pramot poriso niribili porhi tezpur univarsity r ❤

    • @nayanjyotirajbongshi3506
      @nayanjyotirajbongshi3506 Před 10 měsíci +3

      একেই অনুভৱ মোৰো ❤

    • @mamu7903
      @mamu7903 Před měsícem

      মোৰো একেই অনুভৱ❤️।

  • @tridibdas1265
    @tridibdas1265 Před 2 lety +75

    কৌশিক নন্দন বৰুৱা দাদাৰ "নিৰিবিলি"খন পঢ়াৰ পৰাই কাঞ্চন নগৰীৰ প্ৰেমত পৰিলোঁ। কটনিয়ান হৈ কটন কলেজৰ বাহিৰেও আৰু এখন বিশ্ববিদ্যালয় ৰ প্ৰেমত পৰিছোঁ। কি যে অনুভৱ। কিবা এটা প্ৰগ্ৰেম ত এবাৰ পঢ়াৰ মনতে আশা এটা পুহি ৰাখিছোঁ। ❤️💫।

  • @nishitabaruah6750
    @nishitabaruah6750 Před 2 lety +225

    কৌশিক নন্দন দাদাৰ Tezpur University ৰ " নিৰিবিলি " পঢ়াৰ পিছত বহুত বেছি মন গৈছিল তেজপুৰ বিশ্ববিদ্যালয় খন এবাৰ চাবলৈ..বহুত বহুত ধন্যবাদ দিম্পু দা❤️ বিশেষকৈ পাটকাই হোষ্টেল আৰু নিৰিবিলি আজি দেখা পালোঁ❤️❤️

    • @chandanadas4033
      @chandanadas4033 Před 2 lety +5

      Mur o xai khon prhi a sbo mon goisil.... Tumi o prhisa tar mane

    • @nishitabaruah6750
      @nishitabaruah6750 Před 2 lety +1

      @@chandanadas4033 nai poha nai ...but pohiboloi bhut bsi mon asil

    • @nishitabaruah6750
      @nishitabaruah6750 Před 2 lety +1

      @@bhumikasarma4065 um.... Khub val lgil pohi

    • @dipubaruah877
      @dipubaruah877 Před 2 lety +2

      hosa pai☺️☺️

    • @rishigogoi7078
      @rishigogoi7078 Před 2 lety +11

      মই নিৰিবিলি পঢ়াৰ পৰা প্ৰায়ে তেজপুৰ ইউনিভাৰ্ছিটি খন চাই থাকোঁ🤭 video tu suwat emn besi ব্যস্ত হৈ পৰোঁ যে মোৰ ভাৱনাৰ পৰিধি বৈ যায় তেজপুৰ লৈ tat pohibo mon Jai vabona te uti furu 😑 aji he comments bur pohisu মোৰ দৰে মানে নিৰিবিলি পঢ়া প্ৰত্যেক জন লোকৰে তেজপুৰ ইউনিভাৰ্ছিটি খনত পঢ়িব নোৱাৰিলে ও এবাৰ চোৱাৰ সপোনটো আছে ....🤗

  • @jumidas7917
    @jumidas7917 Před rokem +136

    "নিৰিবিলি" খন পঢ়িয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ দূৰ্দান্ত প্ৰেমিক হৈ পৰিছো❤️❤️❤️❤️

  • @priyaslifestyle4912
    @priyaslifestyle4912 Před 2 lety +1372

    দাদা আপোনাৰ গৃহ স্থান নলবাৰীতো যে এখন অসমৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয় আছে সেইটো পাৰিলে ৰাইজক এবাৰ দেখাব... যিহেতু সেইখন University কথা বহুতে নাজানে🙏💕💕

  • @nikupatowary8406
    @nikupatowary8406 Před rokem +20

    "নিৰিবিলি" খন পঢ়াৰ পাছত তেজপুৰ ইউনিভাৰ্ছিটি খন চাবলৈ মনত বহুত বেছি হেপাহ জাগিছিল, যিমান বোৰ vedio বনোৱা হৈছিল এইখন ইউনিভাৰ্ছিটিৰ ওপৰত গোটেইবোৰ vedio চাইছিলো,, আৰু আজি দিম্পুদাৰ বাবে বহুত ভালকৈ চাব পাইছোঁ 😌😌❤️

  • @mramarjyotilahon8534
    @mramarjyotilahon8534 Před 2 lety +57

    কৌশিক দাৰ‌ নিৰিবিলি পঢ়াৰ পাছৰ এ পৰা তেজপুৰ university মোৰ সকলোতকৈ প্ৰিয়। অশেষ ধন্যবাদ ইমান‌ এটা সুন্দৰ ভিডিও‌‌ আমাৰ মাজত আগবঢ়োৱাৰ বাবে 🥰

  • @apurbadas4194
    @apurbadas4194 Před 2 lety +139

    তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ কথা সুকীয়া,, অপূৰ্ব সৌন্দৰ্য্য ৰে ভৰপূৰ।।

  • @pujasaikia1724
    @pujasaikia1724 Před 2 lety +93

    "তেজপুৰ ইউনিভাৰ্ছিটি" কিতাপ খন পঢ়ি পঢ়ি এটা ধাৰণা কৰি লৈছিলোঁ কিমান ধুনীয়া হব পাৰে আজি ভিদিও ট দেখিলোঁ সঁচাকৈ কিতাপ খনত লিখাৰ দৰেই ধুনীয়া বৰ ধুনীয়া পৰিবেশ ❤️❤️❤️

  • @Viralshort466
    @Viralshort466 Před rokem +12

    নিৰিবিলি পঢ়াৰ পিছত হঠাৎ tu University দেখি video টু আকৌ এবাৰ চালোঁ।‌ কৌশিক নন্দন দা সদায় বিষেশ হৈ ৰ'ব । অভিমন্যু ,অনুৰন ময়ূঁৰ সন্ধা বা UFf কাল্পনিক হ'লেও চৰিত্ৰ বোৰে সদায় আমনি কৰি আছে । যেন সিহঁতক এবাৰ লগ পোৱা হ'লে । ইমান সৰল ভাবে কাহিনী ভাগ সজাই তুলিল 🌝❤️❤️

  • @ragini_musical
    @ragini_musical Před 2 lety +9

    সচাঁকৈ কৌশিক নন্দন দাদাৰ নিৰিলি এটি নীৰৱ কাহিনী পঢ়ি সচাঁকৈয়ে তেজপুৰ ইউনিভাৰ্ছিটিৰ প্ৰেমত পৰি গলো🥺❤️❤️😘😍 আজি তেজপুৰ ইউনিভাৰ্ছিটিৰ নিৰিবিলি পঢ়াৰ পিছত নিৰিবিলি, পাটকাই ছাত্ৰীনিবাস আৰু গোটেই তেজপুৰ ইউনিভাৰ্ছিটিৰ চৌহদ দেখা পায় সচাঁকৈ ভাল লাগি গ'ল লগতে কোনোবাখিনিত যেন emotional হৈ গৈছো🥺🥺🥺❤️❤️ ডিব্ৰুগড়ৰ পৰা অধিক মৰম যাচিলোঁ 👉❤️তেজপুৰ ইউনিভাৰ্ছিটি❤️👈

  • @lohitneog572
    @lohitneog572 Před 2 lety +28

    দিমপু দা বহুত ভাল লাগিল❤️ পাৰিলে ডিব্ৰগড়লৈ গৈ ডিব্ৰুগড় University খন দেখাব চোন ❤️🙌

  • @pratikshadeka5804
    @pratikshadeka5804 Před 2 lety +7

    Niribili pohi TU khn saboly dhojyo herai goisil..Patkai dekhilu finally.. Atiau jen niribilite humai asu❤❤ mon sui gol akhn uponyakh a..aru Anuron❤❤

  • @SereneLife
    @SereneLife Před 2 lety +60

    This place is our emotion, our pride🌼

  • @artofart1316
    @artofart1316 Před rokem +10

    আপুনি পাটকাইৰ অভিমন্যু, ময়ুৰ আৰু অনুৰণৰ room কেইটা নেদেখুৱালে যে...btw thank you দাদা আপোনাৰ তেজপুৰ ইউনিভাৰচটিৰ ব্লগটোৰ বাবে 👍👍

    • @bastabnath1526
      @bastabnath1526 Před 10 měsíci +2

      নিৰিবিলী : এক নিৰব কাহিনী ❤❤❤

  • @_rupam_1696
    @_rupam_1696 Před 2 lety +82

    Dimpu da ❤ 🔥 👍
    Super Dancer Chapter 4 বিজয়ী অসম গৌৰৱ Florina Gogoi লৈ শুভেচ্ছা থাকিল। 🙏❤ 👍

  • @madhuryaborah5280
    @madhuryaborah5280 Před 2 lety +96

    মই তেজপুৰত থাকিও আজিলৈকে Tezpur University দেখা নাছিলো 😢 ধন্যবাদ ডিম্পু দা 💛 তোমাৰ কাৰণে আজি দেখা পালো 😌

  • @avilashaannanyasandilya4978

    My alma mater😍
    Tezpur Universityৰ সকলো স্মৃতি আকৌ এবাৰ ৰোমন্থন কৰিলোঁ।
    Our TU, our pride!!

  • @boruah405
    @boruah405 Před rokem +3

    নিৰীবিলি পঢ়াৰ পাছত tejpur University বহুত আপোন হৈ পৰিল... আশা আছে এদিন এইখন University ত পঢ়া.... নিৰিবিলি এখন উপন্যাস যদিও তাত থকা সন্ধ্যা, অভিমন্যু, ময়ূৰ আৰু বিশেষকৈ অনুৰণ ক বহুত মন যায় লগ পাব.. এবাৰ পঢ়া পাছতো সদায় নিৰিবিলি খন লুটিয়াই চাওঁ.. বহুত উপন্যাস পঢ়িছোঁ তথাপিও যেন নিৰিবিলি খন অন্তৰৰ বিশেষ কোণত ৰৈ গল.... অনুৰণ... তোমাক লগ পাব বহুত মন যায় কিন্তু তুমি যে এটা কাল্পনিক চৰিত্ৰহে...🥺❤️..

  • @JDutta-zl4tf
    @JDutta-zl4tf Před 2 lety +61

    তেজপুৰলৈ মই গইছিলো 😍😍❤❤দুলিয়াজানৰ পৰা ডিম্পু দালৈ মৰম জাচিলো ❤😍💕💕ডিম্পু দা আপোনাৰ ভিডিঅ বোৰ চাই বহুত ভাল লাগে আৰু এই ভিডিঅ টো চাই বহুত ভাল লাগিল 😍😍❤💞💞💖

    • @tradergogoi05
      @tradergogoi05 Před 2 lety +1

      Dada mur channel abar sabo Jodi bhal laga tetia subscribe koridibo.Vaiti buli

    • @mridulabaruah5089
      @mridulabaruah5089 Před 2 lety +1

      I live in tezpur

    • @mainaasha5750
      @mainaasha5750 Před 2 lety +1

      Dimpu ..tmr sklu video sai Val lage sodai sau.......samar tk dekhi bht Val lagil....

  • @djstudio9882
    @djstudio9882 Před 2 lety +33

    মৰিগাঁওৰ পৰা অকমানিকাকৈ বহুত বহুত মৰম জাচিলো ❣️❣️
    ❣️❣️জয় আই অসম ❣️❣️

  • @produmnya9340
    @produmnya9340 Před rokem +2

    নিৰিবিলি পঢ়াৰ পাছতহে চাবলৈ মন গল তেজপুৰ বিশ্ববিদ্যালয়

  • @nuclearkim4678
    @nuclearkim4678 Před 2 lety +26

    Even your screen drone recording shots were very impressive i have no complain. So beautiful campus of this central university. To live a life and to gain knowledge i think it is the place to be.
    ❤️❤️ Tezpur University ❤️❤️

  • @manonamission276
    @manonamission276 Před 2 lety +59

    The 2500 bigha Land of entire University was donated by Bishnu Prashad Rabha

  • @soailranavlogs6717
    @soailranavlogs6717 Před 2 lety +6

    আজিকালি video বোৰ অলপ দিঘলীয়াকৈ দিয়া বাবে ধন্যবাদ Dimpu da♥️💛🤍🖤🤎💜💙💚🧡

  • @md.tariqueaman3593
    @md.tariqueaman3593 Před 2 lety +67

    I newly got admission in Tezpur University so I searched to watch campus,but I felt I personally visited this campus through your vlog 😁😁

  • @nabanitadas2781
    @nabanitadas2781 Před 2 lety +20

    Thank you so much for the video. Felt nostalgic. All memories refreshed. Tezpur university is an emotion.

  • @supratikbiswas3123
    @supratikbiswas3123 Před 2 lety +38

    Memories refreshed ❤️

  • @nayanjyotinath2786
    @nayanjyotinath2786 Před 2 lety +20

    সঁচাকৈ বহুত মনোমোহা প্ৰাকৃতিক পৰিৱেশ । লগতে ইমান চাফ চিকুন । দেখিলেই ভাল লাগে।

  • @bhanita_b
    @bhanita_b Před 9 měsíci +2

    নিৰিবিলি এটি নীৰৱ কাহিনী পঢ়ি এনেকৈ সোমাই গৈছোঁ এতিয়া ওলাব পৰা নাই❤❤

  • @bluemoonerheart5316
    @bluemoonerheart5316 Před 2 lety +36

    So nice to see familiar people from TU. I was in TU for 4 years. ❤️ Come down to Assam University Silchar also, and make a video too. Pura pahar pahar hoi 😊

  • @SASA-hi1rj
    @SASA-hi1rj Před 2 lety +67

    লখিমপুৰৰ পৰা মৰম যাচিলো ❤️🔥🥀 ডিম্পো দা ❤️🤞বহুত ভাল লাগিল video টো চাই 🔥💥

  • @deltagaming9106
    @deltagaming9106 Před 2 lety +3

    গোটেই তেজপুৰ জিলা খন এখন ঐতিহ্যমণ্ডিত ঠাই।‌ তেজপুৰ বিশ্ববিদ্যালয়ৰ‌ পৰিবেশ‌ খুবেই মনোমোহা। মই ‌ভাবো বিশ্ববিদ্যালয় এখন মহাপুৰুষৰ দৰে য'ৰ পৰা আমি ভবিষ্যতে ভাল কামত আগুৱাই যোৱাৰ জ্ঞান লাভ আৰু ‌অনুপ্ৰেৰণা, পথ প্ৰদৰ্শন পাব পাৰো। ধন্যবাদ জনাইছো আপোনাৰ Video ৰ জৰিয়তে বিশ্ববিদ্যালয় খন ইমান ধুনীয়া কৈ উপস্থাপন কৰা কাৰণে ।

  • @user-vd6fs1dn3b
    @user-vd6fs1dn3b Před 2 měsíci +1

    Niribili khn porhi tezpur university khn চাব bhut mon গল thank u dimpu daa eman Dhuniya ke dekhuwa karone

  • @LifeofaBScNursingStudent

    Essential, Niribili , Patkai boy's hostel tu dekhar pisot kiba sobkhini imagine koribo parisu valkoi 🥺💗

  • @bijuphukan1258
    @bijuphukan1258 Před 2 lety +5

    বহুত ভাল লাগিল। সম্পূৰ্ণকৈ চোৱাৰ হেপাহ আছে। আকৌ এবাৰ কষ্ট কৰিব আমাৰ বাবে। অনুৰোধ কৰিলোঁ।

  • @nayanjyotinath2786
    @nayanjyotinath2786 Před 2 lety +18

    সঁচাকৈ বহুত মনোমোহা প্ৰাকৃতিক পৰিৱেশ । সকলো শিক্ষানুষ্ঠান এনেকুৱা হ'ব লাগে ।

    • @AtifAslamVlogs
      @AtifAslamVlogs Před 2 lety

      czcams.com/video/MxI_i2xN5uY/video.html

    • @Monjai2.0
      @Monjai2.0 Před 2 lety

      শিৱসাগৰ পৰা মৰম দিলোঁ😍হিত লাইক যদি ভিডিঅ চাই ভাল পাই❤️যদি Vlogs চাই ভাল পাই মোৰ video চাব পাৰে❤️

    • @enjoyvlogwithdx9950
      @enjoyvlogwithdx9950 Před 2 lety

      czcams.com/video/POiygTGucoU/video.html

  • @sewalibhuyan2310
    @sewalibhuyan2310 Před 2 lety +2

    Niribili pohiai tezpur university khon bhut val loga hol aji video tu sai hosai bhut val lagil

  • @nitindas2643
    @nitindas2643 Před 17 dny +1

    Next level love from Assam India ❣️

  • @nimishadutta1083
    @nimishadutta1083 Před 2 lety +7

    Thankyou so much for rejuvenating my emotion once again after a long gap of 14years... blessed to be a part of this heavenly abode....

  • @skillztv9591
    @skillztv9591 Před 2 lety +8

    I am so fortunate to get admission into this prestigious university this year 😭🙏

  • @bitopandeka2315
    @bitopandeka2315 Před 2 lety +35

    My 6 years years of journey ended in this campus.. Thank you so much for showing after a long time. It's our emotion.

  • @ankitalahon1481
    @ankitalahon1481 Před 2 lety +2

    2 বছৰীয়া ধুনীয়া স্মৃতি ৰোমন্থন কৰিবলৈ সুবিধা দিলা💓

  • @mamonirava6122
    @mamonirava6122 Před 2 lety +24

    বহুত বহুত ধন্যবাদ dimpu দা ইমান সুন্দৰ কৈ দেখুৱাই দিয়াৰ বাবে ধন্যবাদ দাদা । Video Tu চোৱাৰ পিছত এনেকুৱা লাগিছে যেন মই নিজে গৈ তেজপুৰ university খন চাই আছোঁ । Thankyou dimpu দা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @UtpalPhukon
    @UtpalPhukon Před 2 lety +7

    ডিম্পু দাৰ ভিডিঅ'বোৰ অতুলনীয়।ডিম্পু দা আপুনি যেন সদায় আমাক এনেকুৱা ভাল ভাল ভিডিঅ' উপহাৰ দি যায় ।🥰🥰🙏🙏

    • @mentorrajapro5120
      @mentorrajapro5120 Před 2 lety

      Njor kmot nje mtha mar dimpu e view Pai ase toi tak view d asa daily toi ki pai aso so njor 2 besi mtha mar kimn aru entertainment lage tuk life t pgol sla

  • @ProGamer-dc2kk
    @ProGamer-dc2kk Před 2 lety +3

    খুব ভাল লাগিল ভ্লগটো চাই।তেজপুৰ বিশ্ববিদ্যালয়লৈ এবাৰ কলেজৰ এক্সাৰছনত গৈছিলোঁ।মনত পৰি গ'ল সেই সময়।বহুত বহুত মৰম আৰু ধন্যবাদ জনালো ডিম্পু তোমালৈ💐💐

  • @lashyamoyee
    @lashyamoyee Před rokem +2

    সঁচাকৈ আমেজ টো সুকীয়া... নিৰিবিলী এটি নীৰৱ কাহিনী-kaushik nandon ছাৰ এ লিখা উপন্যাস খন পহি একেবাৰে তাৰ এটা চৰিত্ৰ ৰ দৰে লাগিল... মই যেন tu ৰ ভিতৰত সোমাই আছোঁ... ধন্যবাদ এই সকলোখিনিৰ বাবে❤️

  • @mondipgogoii8465
    @mondipgogoii8465 Před 2 lety +41

    17:24 Dimpu Da Tezpur University t Log Pai Bohot Bhal Lagil ❤️

  • @Xclili94
    @Xclili94 Před 2 lety +40

    গহপুৰ ৰ পৰা মৰম যাচিলোঁ বহুত বহুত 🙏🙏বন্ধু-বান্ধৱীসকল মোৰ চেনেলটোত এপাক ভুমুকি মাৰিব বুলি আশা কৰিলোঁ❤️❤️.....

  • @gauravaatreya
    @gauravaatreya Před 2 lety +20

    regards dimpu baruah. you just refreshed our memories

  • @pujapathak7883
    @pujapathak7883 Před rokem +1

    ''নিৰিবিলি‌ উপন্যাস খন '' porhi aji aru salu video 2❤️🌸

  • @neelkamalkumar5913
    @neelkamalkumar5913 Před 2 lety +17

    Moiu Tezpur University pass out 2015-17 MBA dept.. Patkai Hostel't ae asilu Room no 216 👍

  • @mahidul88
    @mahidul88 Před 2 lety +10

    Wow what a scenary of Tezpur University....❤️

    • @abdulhasibhasib4247
      @abdulhasibhasib4247 Před 2 lety

      দাদা Tezpur University Teacher সকলৰ লগত contact কৰিব পৰা যাব নেকি,,

  • @mousamsaikia46
    @mousamsaikia46 Před 2 lety +6

    One of the cleanest University in Assam ❤️🔥

  • @assamesetrader007
    @assamesetrader007 Před 2 lety +4

    Our Patkai Men's Hostel..😍😍
    Happy to see my alma mater..♥️
    বহুত ধুনীয়া স্মৃতি ।
    শৈক্ষিক জীৱনৰ সকলোতকৈ স্মৰণীয় দুটা বছৰ ।

  • @annaynagogoi2770
    @annaynagogoi2770 Před 2 lety +15

    Mojja dimpu da....
    Next level...♥️🥰

  • @bonditagoswami1372
    @bonditagoswami1372 Před 2 lety +4

    তুমি ঠিক কৈছা, ৪০% হে দেখুওৱা হৈছে🥰 আৰু বহুত থাকিলে দেখুৱাবলৈ। part 2 বনাবা বুলি আশা ৰাখিলো 😍 । বিশেষ একো চাব লগীয়া নাথাকিলেও এটা কথা কও যে তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় ৰ সমান "Greenery" 💚💚💚তুমি কোনো এখনতো দেখিবলৈ নোপোৱা। ইয়েই হৈছে এই বিশ্ববিদ্যালয়ৰ গাম্ভীর্য আৰু সৌন্দর্য 💚💚💚 lots of love from University Campus 🥰

  • @simusaikia1
    @simusaikia1 Před 2 lety +2

    Bht bht bht bht thnx dimpu daa.. Tezpur university t poha xopun hoii apunar joriote sabo prilu imn vl k thnq bht dimpu daa 😌❤

  • @mldassamese5123
    @mldassamese5123 Před 2 lety +2

    Tezpur......all assam in clean thai.....jabo bohut mon ase

  • @AxomBuoy1
    @AxomBuoy1 Před 2 lety +4

    Mon son kiba fresh hoi gol aru kiba inspired hua hen lgi goise❤️🎉🎉🎉🔥

  • @manalishadas2421
    @manalishadas2421 Před 2 lety +18

    Beautiful university ❤

  • @debasishbharati1265
    @debasishbharati1265 Před 2 lety +2

    বহুত ধুনীয়া, আমাৰ গৌৰৱ
    'তেজপুৰ বিশ্ববিদ্যালয়'♥️♥️♥️, জয় আই অসম ♥️♥️♥️🙏

  • @66965
    @66965 Před 2 lety +10

    It's an emotion, it's been 10 years leaving this place but it stays forever in our heart 💖❤️
    Dhanshiri on the top

    • @bhanitakalita1196
      @bhanitakalita1196 Před 2 lety

      Mor lora jank Tezpur universityt parha boli mon asile konobai mok ai University khnr bikhaye kb neki ? Iorajne high sceondary final dib teo jnv darrangt parhi ase arts hoi econmicet parhib kiman parcent pale ai University khnt parhib parib konobai janab neki?

  • @dristant
    @dristant Před 2 lety +27

    Mojja Dimpu da next level love from Tezpur 🔥🔥❣️moja vlog

    • @dristant
      @dristant Před 2 lety

      Pise alp xabodhan e Corona paise atia

    • @gogoiff7125
      @gogoiff7125 Před 2 lety

      czcams.com/channels/jzrGR6QBk3LlyHPXT0aAhg.html

  • @abinash_deka007
    @abinash_deka007 Před 2 lety +10

    Nothing is impossible,Just You Work Hard

    • @Monjai2.0
      @Monjai2.0 Před 2 lety

      শিৱসাগৰ পৰা মৰম দিলোঁ😍হিত লাইক যদি ভিডিঅ চাই ভাল পাই❤️যদি Vlogs চাই ভাল পাই মোৰ video চাব পাৰে❤️

    • @mentorrajapro5120
      @mentorrajapro5120 Před 2 lety

      Yes bby I lv you 2

    • @mentorrajapro5120
      @mentorrajapro5120 Před 2 lety

      @@vdas1335 as far as I know you're too crazy

  • @khandakar
    @khandakar Před rokem +2

    Charaideo Men’s Hostel চাবলৈ বৰ মন গৈছিল। Department of Physics, Kishore sir ক দেখুৱালা, বহুত বহুত ধন্যবাদ।

  • @manalishabonia3669
    @manalishabonia3669 Před 2 lety

    দেখি মন প্ৰফুল্লিত হৈ উঠিল.. ধন্যৱাদ দাদা আপোনাক ও... 👍👍👌

  • @avilashaannanyasandilya4978

    Tezpur Litchi is very famous and it has a Geographical Indicator (GI) tag. #TezpurLitchi. The GI tag was granted on March 27, 2015 by the Geographical Indications Registry of India with a validity up to August 28, 2023.

    • @asif-8dr
      @asif-8dr Před rokem +1

      We don't need your description 😎

  • @appusvlogs3875
    @appusvlogs3875 Před 2 lety +9

    Love you dimpu da love from Gohpur 💙

  • @dhiman144
    @dhiman144 Před 10 měsíci +1

    9:38 নিৰিবিলিৰ অভিমণ্যুয়ে সন্ধ্যাক চাইকেলখনত উঠাই নিয়াৰ দৰে অনুভৱ হ’ল

  • @swatinawamiaideo74
    @swatinawamiaideo74 Před 2 lety +2

    Spent 10 yrs...it was home away from home...with loads and loads of memories...♥️

  • @abinash_deka007
    @abinash_deka007 Před 2 lety +17

    দুৰ্গা পূজা এইবাৰ কত চাব আপোনালোকে____

  • @AbuVlogsM
    @AbuVlogsM Před 2 lety +22

    Really Amazing Vlog 🔥

  • @parashmonimahanta9199
    @parashmonimahanta9199 Před 2 lety +1

    বহুত ধুনীয়া.. ❤.. যোৱাৰ হেঁপাহ বাঢ়িলে... ❤❤

  • @pahigogoi3746
    @pahigogoi3746 Před rokem +2

    Niribili pohi tezpur University sabole ahilu apunar vlog t🌚❤️

  • @abinash_deka007
    @abinash_deka007 Před 2 lety +6

    দেউতাকে এটা ছাগলী পুহিছিল
    তাই পূজা বুলি ছাগলী বেছি চুলি straight কৰি আহিল।
    বাকী খিনি ইতিহাস 😂😂

  • @adityachangmai3195
    @adityachangmai3195 Před 2 lety +44

    Thank you Dimpu Daa for making a vlog on Tezpur University ❤️. I was a student there and passed out in 2020☺️

  • @shubhamverma2106
    @shubhamverma2106 Před 2 lety

    Nice! Thank you for showing our beautiful Tezpur University.🙏🍎🏫✍️

  • @rubichetia5768
    @rubichetia5768 Před 2 lety +2

    Lots of memories are there.... Feeling nostalgic ❤️❤️

  • @mrinmoydas098
    @mrinmoydas098 Před 2 lety +24

    20 sec=200+ likes....
    Power of Dimpu daa 💝💝💝

  • @bastavbhuyan3076
    @bastavbhuyan3076 Před 2 lety +4

    Dimpu daaa তুমি great tumr video চাই bor ভাল lage তুমি aru ag baha 👍মই বৰদোৱা r পৰা tumaloi morom jasilu💖

  • @nipadeka7847
    @nipadeka7847 Před 2 lety +1

    Val lagil.eman dhunia ata vidio diar babe thanks 😊

  • @akanshyaphukan560
    @akanshyaphukan560 Před 2 lety +1

    Thanks Dimpu Daa...For visiting My City Tezpur ♥♥

  • @ratnadeepmalakar3666
    @ratnadeepmalakar3666 Před 2 lety +6

    Proud Moment #TUian ❤️

  • @thekumarsquad
    @thekumarsquad Před 2 lety +4

    Aapka Vlog Dekh Ke Mood Fresh Ho Jata H ❤️❤️❤️❤️

  • @minakshisaikia8428
    @minakshisaikia8428 Před 2 lety +1

    Dimpu da বহুত ভাল লাগিলvideoটো চাই । সচাকে university খনৰ বিষয়ে কবলগীয়া।বেছিকে ভাল লাগিছেuniversity খনক ইমানবোৰ গছে আগুৰি ৰাখিছে ।

  • @jugantavlogs6302
    @jugantavlogs6302 Před 2 lety +1

    মৰম যাচিলো ঢেকিয়াজুলিৰ পৰা Dimpu daaa

  • @barsharaniborah5653
    @barsharaniborah5653 Před 2 lety +5

    ❤️❤️Welcome to Tezpur ❤️❤️

  • @bidyuutbikaash5856
    @bidyuutbikaash5856 Před 2 lety +8

    Thank you Dimpu daa for coming .. TU is our emotion , pride . Love from a TEZIAN

  • @neelimadevi4781
    @neelimadevi4781 Před 2 lety

    Thank you very much Dimpu, for showing us this blissful place of knowledge😍..

  • @shivanidas9676
    @shivanidas9676 Před 2 lety +2

    Essential. Our go to place ❤️☺️

  • @LGCreation550
    @LGCreation550 Před 2 lety +5

    Patkai,Suwansiri,Kopili ❤️

  • @nipandeka9621
    @nipandeka9621 Před 2 lety +3

    One I will go there not immediately but definitely..lots of thanks dimpu da..

  • @babupriyadutta8583
    @babupriyadutta8583 Před 2 lety +1

    Thank you for coming Dimpu dada ❤ TU our emotion 💓

  • @sibanideka1058
    @sibanideka1058 Před 2 lety +1

    Dimpu da video to bohut val lagil...😍😍😍

  • @bijitbarman4694
    @bijitbarman4694 Před 2 lety +15

    Wow 🔥❤️

  • @aparajitakalita269
    @aparajitakalita269 Před 2 lety +4

    Love from Tezpur jamugurihat ❤️

  • @dipankarsaikia1448
    @dipankarsaikia1448 Před rokem

    Thank you🙏💕 Dimpu da

  • @mrinmoyeetalukdar3570
    @mrinmoyeetalukdar3570 Před 2 lety +1

    Thanks for refreshing all those memories of my second home... T.U ❤