দিহাসম্ৰাট কমলা গগৈ দেৱলৈ দিহা সৌৰভ বঁটা|Kamala gogoi|কমলা গগৈ|diha saurav award|
Vložit
- čas přidán 26. 01. 2024
- নমস্কাৰ🙏🏼
দিহাসম্ৰাট কমলা গগৈ দেৱলৈ শিৱসাগৰ জিলাৰ হাঁহচৰা শলগুৰীয়া যুৱসমাজ আৰু গাঁওবাসী ৰাইজৰ তৰফৰ পৰা "দিহা সৌৰভ বঁটা" ভাগি আগবঢ়াই ।
সেই সুন্দৰ মুহুৰ্তৰ এটি ভিদিঅ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like , comment & share কৰি দিব বুলি আশা কৰিলোঁ🙏🏼
#kamalagogoi
#sassamworld
#dihanam
#horinam
#দিহানাম - Hudba
বহুত বেছি শুভেচ্ছা থাকিল আপোনালৈ তাৱৈ ❤❤❤
🙏🏼🙏🏼
Krishnan 🙏🏼 🙏🏼
🙏🏼🙏🏼