মথুৰা-জানমণি ফুকন | দয়ালগুৰু Mathura-Janmoni Phukan | Doyalguru | Dihanam | Horinam |AnupomBitupon

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • জে কে প্ৰডাকচনৰ নিবেদন
    এলবাম-দয়ালুগুৰু Vol-4
    গীত-মথুৰা-২০২২
    কথা সুৰ - জানমণি ফুকন
    সংগীত-জানমণি ফুকন
    পৰিচালনা-ধ্ৰুৱ গগৈ
    সহ শিল্পী- চিৰঞ্জীৱ ফুকন, বিতুল খনিকৰ, বিজয় দুৱাৰা
    বাদ্য শিল্পী - বিশ্বজিৎ গগৈ, সুৰজিত গগৈ , বিতোপন গগৈ,হিমাংশু দিহিঙ্গীয়া , ভাস্কৰ জ্যোতি শৰ্মা , জানমণি ফুকন , নবীন বৰা,
    শব্দ গ্ৰহণ -সৌৰভ বৰুৱা ( ষ্টুডিঅ' ৰিডম পাৰ্ক )
    শব্দ সংম্ৰিশ্ৰন - জিন্তু বৰদলৈ
    দৃশ্য গ্ৰহণ আৰু ভিডিঅ সম্পাদনা
    ৰিপু কাশ্যপ (ষ্টুডিঅ-১৮)
    ৰূপ সজ্জা - চিন্ময় হাজৰিকা
    ©️ Anupom Bitupon CZcams Channel
    #Doyalguru #mathura
    #anupombitupon #horiname #dihanam #janmoniphukan #New_assamese_folk_song

Komentáře • 140

  • @rupamnath1719
    @rupamnath1719 Před rokem +3

    Dhuniya mozahh lgile Krishna 🙏

  • @somudrakumarchutia2741
    @somudrakumarchutia2741 Před 2 měsíci +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @user-qu5qr2ku1w
    @user-qu5qr2ku1w Před 7 dny +1

    বর সুন্দৰ লাগিছে এই নামেৰে আপোনালোকক যাতে জগতে চিনি পাওক

  • @nilakhisonowal5032
    @nilakhisonowal5032 Před 2 lety +4

    Krishna krishna 🙏🙏 Hundor ❤👏👏

  • @putumaibora9829
    @putumaibora9829 Před 8 měsíci +1

    সুন্দৰ হৈছে নাম সাৰ বন্ধু প্ৰিয়ে❤❤

  • @arupdeka3865
    @arupdeka3865 Před rokem +1

    Baap re Eman dhuniya gaan.

  • @fluteprasantagogoi6528
    @fluteprasantagogoi6528 Před 2 lety +1

    Val lagil bohut 🙏🙏

  • @mahanandaborkataki6703
    @mahanandaborkataki6703 Před 4 měsíci +1

    মজা হৈছে।

  • @Tulikaartacademy912
    @Tulikaartacademy912 Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনা সবৰ চৰন কমলত আমাৰ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ। সুন্দৰ সুমধুৰ দিহানাম টি শুনি বৰ আনন্দ পালো।বাপ আপোনাৰ ওচৰত এটি‌‌ নিবেদন আছিল । আপুনি ভাগৱত পাঠ আৰু বাখ্যা কৰিলে আৰু ভাল লাগিল কৃষ্ণ আগলৈ শুনিব পাম‌‌ বুলি আশা কৰিলো

  • @uttpalkhanikorll3989
    @uttpalkhanikorll3989 Před 11 měsíci

    জানমণি অতি উচ্চ মানদণ্ডৰ গীত। তোমাৰ ভবিষ্যত অতি উজ্জ্বল। শুভকামনা জ্ঞাপন কৰিলোঁ। এনেদৰে সংস্কৃতিৰ পথাৰত কাম কৰি যাবলৈ গোৱিন্দ মহাপ্ৰভুৱে তোমাক কৃপা কৰক।

  • @user-bu8wr8wr6g
    @user-bu8wr8wr6g Před měsícem +1

    Bohut val lagise ❤❤

  • @PinkuBora-tg3ul
    @PinkuBora-tg3ul Před měsícem +1

    ভাল লাগিল ❤❤❤❤❤❤

  • @deepakkrnath9593
    @deepakkrnath9593 Před 2 lety +1

    অতি সুন্দৰ

  • @manujchetia3285
    @manujchetia3285 Před 2 lety +1

    বহূত মজা লাগিলে দেই

  • @jamunarabha4536
    @jamunarabha4536 Před rokem +2

    Hundor dihanam Krishna krishna 🙏🙏

  • @mahendardasgitali7236
    @mahendardasgitali7236 Před rokem +1

    সুন্দৰ ৷

  • @sonjibborah2005
    @sonjibborah2005 Před rokem +2

    Eate hundor dada bahut Val lagel hakaluloika dhana bad thakel 🙏🙏🙏🙏🙏

  • @TheMidupaban
    @TheMidupaban Před 2 lety +1

    Hari bol..🙏

  • @dawmoni7089
    @dawmoni7089 Před 2 lety +1

    ভাল লাগিল কৃষ্ণ

  • @bobitasonowal6053
    @bobitasonowal6053 Před 2 lety +1

    Huni bohut vl lagil dei

  • @dharmendrahazarikaofficial9718

    Dhuniya বান্ধৈ💚

  • @rupamdowari5266
    @rupamdowari5266 Před 2 lety +1

    Dhunia dhunia

  • @rahulbora6622
    @rahulbora6622 Před 2 lety +1

    ধুনীয়া

  • @Ritu23415
    @Ritu23415 Před 2 lety +1

    Mjaa

  • @ranjitsarkarsong
    @ranjitsarkarsong Před 2 lety +1

    Jay Shree Krishna ....

  • @babuff8373
    @babuff8373 Před 2 lety +1

    Dhunia dhina

  • @pinkubora9486
    @pinkubora9486 Před 2 lety +1

    Moja👍👍

  • @prankuldutta1636
    @prankuldutta1636 Před 2 lety +2

    সুন্দৰ ....বহুত দিনৰ মুৰত এটি সুন্দৰ হৰিনাম উপহাৰ দিলে অসমৰ ৰাইজক...বিশেষকৈ গীতটিৰ সংগীত অতি উচ্চ মানদণ্ডৰ

  • @dhrubajyotibora7243
    @dhrubajyotibora7243 Před měsícem

    নতুন সোৱাদ। সুন্দৰ।

  • @borhollayoutuberakashdas
    @borhollayoutuberakashdas Před 2 lety +1

    xundor kuwaideu.

  • @Ritupalsmartboythebest
    @Ritupalsmartboythebest Před 11 měsíci +1

    Hunder kontho ❤❤❤❤

  • @user-sl3xq4nd3o
    @user-sl3xq4nd3o Před 2 lety +2

    Dhuniya sinor gan xuni mon to bhut vl lage

  • @abhijeetswargiary9261
    @abhijeetswargiary9261 Před 2 lety +2

    Dada bor dhunia Krishnar brindaban and mathura💓💓💓💓💓💓💓💓💓💓💓🥰🥰🥰🥰🥰

  • @dipengogoi5076
    @dipengogoi5076 Před rokem +1

    👍👍👍👍👍👍👍👍👍👌👌👌😍😍😍😍😍😍🌻🌻🌻

  • @renulongchot7547
    @renulongchot7547 Před rokem +1

    বৃন্দাবনৰ মাজে কানাই বজাই মুৰুলী, বহুত বহুত ভাল লাগিল শুনি 👌♥️ কৃষ্ণ কৃষ্ণ।

  • @bonditahazarikiagogoi605
    @bonditahazarikiagogoi605 Před 2 lety +1

    Hundar

  • @KusumDekaOfficial
    @KusumDekaOfficial Před 2 lety +1

    🙏🙏

  • @ramenphukan5865
    @ramenphukan5865 Před 2 lety

    🔥🔥🔥🔥jaan dai

  • @debajitnath2341
    @debajitnath2341 Před 2 lety

    মজা জান দা।🙏

  • @arupdeka3865
    @arupdeka3865 Před rokem +1

    Ki xur disa dada mon tu val lagi gol.

  • @anantabora835
    @anantabora835 Před rokem +1

    Basi bhal hoisa

  • @junalirajkhowa5912
    @junalirajkhowa5912 Před 2 lety +3

    Hosake bht dhunia hoi dei dada ❤️👍

  • @bontiborah8127
    @bontiborah8127 Před 2 lety

    ভাল লাগিল।

  • @dutta22
    @dutta22 Před 2 lety +1

    Mjh👌

  • @NayanNiyor
    @NayanNiyor Před 2 lety +3

    বৰ ধুনীয়া লাগিল❤

  • @manabbvlogs4024
    @manabbvlogs4024 Před 2 lety +1

    ভাল লাগিল বহুত ।।।এনেকুৱা শিৰোমণি দিহা নাম আগলৈ আগবঢ়াই গৈ থাকিব।।।।।।আৰু অনুপম দা আৰু বিতোপন ডাক ধন্যবাদ জনাইছোঁ আপোনললকৰ চেনৰল জৰিয়তে বহুত ভক্তি মূলক দিহা নাম,শুনা পাই থাকোঁ।।।।।।

  • @aituashimbhaiassam5371
    @aituashimbhaiassam5371 Před 2 lety +1

    ,🙏🙏🙏🔥🔥🔥🔥💯💯💯💯

  • @kaustuvmonisaikiaworld4903

    Mojja 🙏🙏🙏🙏

  • @sewaligogoi3175
    @sewaligogoi3175 Před 2 lety +1

    বহুত বহুত ভাল লাগিছে। আশীৰ্বাদ থাকিল

  • @riturajsaikia612
    @riturajsaikia612 Před 2 lety

    Vl lgil dei jan da.. Mojja..

  • @NilutpalBorah575
    @NilutpalBorah575 Před 2 lety +1

    বৰ ভাল লাগিল 🙂
    কৃষ্ণ 🙏 🙏 🙏

  • @jintumahanta3094
    @jintumahanta3094 Před 2 lety

    Val lagil

  • @akhilbarman5162
    @akhilbarman5162 Před rokem

    মানু পাগল কৰি দিবা নিকি,,, যিমান শুনো শুনিবলৈ মন যায়,

  • @spidey2.2o69
    @spidey2.2o69 Před rokem +2

    Bohut Bohut Bohut xundor laagil. May god bless you and your party members.

  • @sankarborah1347
    @sankarborah1347 Před 2 lety +1

    সুন্দৰ হৈছে ককাইদেউ

  • @munilpegu8988
    @munilpegu8988 Před 2 lety +2

    সুমধুৰ কণ্ঠস্বৰ । কৃষ্ণহে বুলিছো,🙏🙏🙏

  • @user-dc9yb7jt2b
    @user-dc9yb7jt2b Před 2 lety +2

    First view 🙏🙏

  • @AxomiyaHarinam
    @AxomiyaHarinam Před 2 lety +1

    Bohut bhal lagil huni naam khar

  • @bhaskarjyotigogoi4309
    @bhaskarjyotigogoi4309 Před 2 lety +1

    কৃষ্ণ🙏🙏

  • @nilomonigogoi2121
    @nilomonigogoi2121 Před 2 lety +1

    ধুনীয়া

  • @mtritupan8556
    @mtritupan8556 Před 2 lety +2

    দাদা বহুত ভাল লাগিল

  • @abhigyanborgohain1532
    @abhigyanborgohain1532 Před 2 lety +1

    Mozza.......

  • @sironff2997
    @sironff2997 Před 2 lety +1

    Hundor huni bhal lagil👍👍

  • @bhrigukalita6479
    @bhrigukalita6479 Před 2 lety +1

    ধুনিয়া লাগিছে 👌

  • @MridulKhatowal
    @MridulKhatowal Před 2 měsíci +1

    Moja lagegol

  • @debajitentertainmentaxom8142

    সুন্দৰ লাগিল দেই

  • @snigdhaborah3706
    @snigdhaborah3706 Před 2 lety +1

    Nice

  • @mominchutiaofficial3255
    @mominchutiaofficial3255 Před 2 lety +1

    bor hundor

  • @prahlladnath3335
    @prahlladnath3335 Před 2 lety +1

    Hundar ❤❤❤❤❤❤❤

  • @giterthidutta1577
    @giterthidutta1577 Před 2 lety +1

    Vl lagil namkhar huni 🥰

  • @nishilborgohainofficial6042

    জান দা বহুত সুন্দৰ

  • @dimplegogoi241
    @dimplegogoi241 Před 2 lety

    ❤❤

  • @Adityaankur939
    @Adityaankur939 Před 2 lety +1

    Mojjjjjjaaaaa mojjjjjjaaaaa junmoni daa

  • @anurag_anurag_55
    @anurag_anurag_55 Před 2 lety +1

    Bhut dhuniya 💞

  • @angellizamoni1544
    @angellizamoni1544 Před 2 lety +1

    বৰ ধুনীয়া হৈচে

  • @Hirakjyotisarma
    @Hirakjyotisarma Před 2 lety +1

    অন্তৰ চুই গ'ল

  • @antonidutta9954
    @antonidutta9954 Před rokem +2

    সুন্দৰ❤❤🙏🙏🙏🙏

  • @jurigogoi8087
    @jurigogoi8087 Před 2 lety +4

    বহুত ভাল লাগিল

  • @jumonisaikia216
    @jumonisaikia216 Před 2 lety +1

    Jan da bohut dhunia lagil👍mjaa

  • @baastobsonowal1928
    @baastobsonowal1928 Před 2 lety +1

    সুন্দৰ হৈছে

  • @oldisgoldassamessong8782
    @oldisgoldassamessong8782 Před 2 lety +1

    ধুনীয়া লাগিল শুনি আৰু শুনি বনলৈ পাম বুলি আশা থাকিল দেই নিচা

  • @rubulboruah9972
    @rubulboruah9972 Před 2 lety +1

    Mojja Dustti

  • @mukulborah4573
    @mukulborah4573 Před 2 lety +1

    🙏🙏💙

  • @upenborah3893
    @upenborah3893 Před rokem

    অতি সুন্দৰ , আৰু এনেকুৱা গীতৰ উপহাৰ পাম বুলি আশা ৰাখিলো ৷

  • @user-qu5qr2ku1w
    @user-qu5qr2ku1w Před 2 měsíci +1

    এই। ভাগি। নাম আমি সদায় গধূলি শুনো

  • @atulboruah6854
    @atulboruah6854 Před 2 lety +1

    SoooO NicE🕉️🕉️

  • @mainasaikiaofficial7846
    @mainasaikiaofficial7846 Před 2 lety +1

    Mojaaaa..❤️❤️

  • @ritupondowarah3309
    @ritupondowarah3309 Před 2 lety +4

    বহুত ভাল লাগিল শুনি চাৰি বাৰ শুনিলো 🙏 অনুপম দা আৰু বিতুপন দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো বৰ্তমান সময়ত আপোনালোকৰ চেনেলটোয়ে বহুত ভাল কাম কৰি আছে আষা কৰিছো আগন্তুক দিন বিলাকটো এনেদৰে ভাল ভাল কাম কৰি যাব বুলি

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 Před 2 lety +1

    ❤🙏

  • @jugolgogoijg2859
    @jugolgogoijg2859 Před 2 lety +1

    Very good👌👌

  • @Requiem_SW
    @Requiem_SW Před 9 měsíci +1

    4:44

  • @Monjai2.0
    @Monjai2.0 Před 2 lety +2

    Apunar video ke sai asilu.😘

  • @putumaibora9829
    @putumaibora9829 Před 4 měsíci

    কৈলাশ লৈ যাবা চুন বান্ধৈ সোনৰে জখলা মুকলি মাধুৰীয়ে সুগন্ধি সম্পন্ন কিযে সুন্দৰ সিখৰত তুলসিৰে শাৰী শাৰী জুতুলা জুৰুলী ধুটুৰা আৰু মোহনী ভাৎঙ মহা দেৱে খুন্দে ঢুমুৰ ঢুমুৰ পাৰ্বতী য়ে চালে মহা দেৱে হাতত চিলিম মিচিক মাচাক হাঁহে পাৰ্বতী আই চাই চাই নাচে আন্দতত নন্দি ভিগিৎ য়ে চাপৰি বজাই যায় পাছে পাছে কাৰতীক আৰু গনেশ নাচি নাচি যায় হৰ হৰ মহা দেৱ সহস্ৰ প্ৰাণাম তোমাৰ শ্ৰী চৰণত প্ৰিয়া শ্মৃতিৰে চিৰ যোগমিয়া 20=24=বৰ্ষ এশাৰী ভগৱন্ত ৰ নাম ভক্তি ৰে প্ৰথম প্ৰকাশ ক্ষমা কৰিব

  • @jitenchandranath8245
    @jitenchandranath8245 Před rokem

    Anupam, atulania

  • @tanayjyotihetari5630
    @tanayjyotihetari5630 Před 2 lety +1

    Sorai dhenu akow sari ki mane nibujilu aru nam burok besi adhunik nokoratu a val neki

    • @bishwajitgogoimusical442
      @bishwajitgogoimusical442 Před 2 lety

      অকনমান আধুনিকতাৰ প্ৰভাৱ পৰাতো স্বাভাৱিক।। sorai dhenu mane gorru sorai thoka, aru sari dhenu mane goru sorai onyo eti kam kora bujai...যেনে বৃন্দাবনৰ মাজে কানাই গো ঢেনু চৰায়, ঢেনু চাৰি কৃষ্ণ কানাই মুৰুলী বজায়।।

  • @pjassamworkboy25
    @pjassamworkboy25 Před 2 lety +1

    সছা কথা কবলৈ গলে ।আপোনা লোকে আমাৰ গুৰু জনাৰ অমৃতময় নিভাজ ।হৰি নাম ,দিহা নাম তথা টোকাৰী গীত বোৰ ।বেহুৰা ৰূপত উপস্থাপনা কৰিছে ?জানমণি ফুকন ককাই দেউক এজন আমাৰ লোক সংগীতৰ পথাৰ খনত অভিগ্য বুলি গৌৰৱ কৰিছিলো কিন্তুু । যিটো গীত উপস্হাপন কৰিছে না দিহা নাম হৈছে‌ না টোকাৰী গীত হৈছে ।মোৰ কানত শুনিবলৈ বেহুৰা গীত হৈছে। মই কোনো এই ক্ষেত্ৰত অভিগ্য নহয় । গুৰু জনাৰ গীত মাত বোৰৰ সুৰ বোৰ শুনি ভাল পাও তথা anupom bitupon chenelr এজন দৰ্শক‌ হিছাপে কলো কথাষাৰ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  Před 2 lety +1

      ধন্যবাদ ।। আমি আপোনাৰ মতামত শ্ৰদ্ধাৰে গ্ৰহণ কৰিছো আৰু বিষয়তো আলোচনা কৰিম

    • @bishwajitgogoimusical442
      @bishwajitgogoimusical442 Před 2 lety +1

      আচলতে আমি ন শিকাৰু । এনেকৈ ভুলবোৰ আঙুলিয়াই দিলে অনাগত দিনত আমাৰ আগুৱাই যাবলৈ সুবিধা হয়। আপুনি কোৱা বেহুৰা ৰূপত উপস্থাপন কৰা কথাতো বুজাই দিলে নথৈ আনন্দিত হম।। ধন্যবাদ জনালোঁ আপোনাৰ মতামত পাই

    • @pjassamworkboy25
      @pjassamworkboy25 Před 2 lety

      আছলতে বিশ্ব দা আপোলাক তথা জানমণি ককাই দেউৰ যি বোৰ নিজস্ব পাৰদৰ্শিতা আছে মই আপোনা লোকক লোক সংগীতৰ শিল্পী হিচাপে বহু ভাল পাওঁ আপোনালোকৰ যি সংগীৰ ওপৰত জ্ঞান আছে ।এই অভাজন কবলৈ যুক্তি নাই কিন্তুু গীতটো নিভাজ যি গুৰু জনাৰ অমৃতময় হৰি নাম অংকন মানো সুৰৰ বিচাৰি নাপালো তথা । জানমণি ককাই দেইয়ে মূৰত কাপোৰ যেনেদৰে মেৰাই video টো উপস্হাপন কৰিছে।দিঙিত গামোছা এখন‌ লৈ উপস্থাপনা কৰা হলে বেছি ভাল লাগিল হয় । video টো কিছো আধুনিকতা দেখা পোৱা গল।ওঠি অহা নৱ প্ৰজন্মৰ আগত আমি এয়া কি গীত বুলি কম।

    • @bishwajitgogoimusical442
      @bishwajitgogoimusical442 Před 2 lety

      মানি ললোঁ আধুনিকতা হৈছে মূৰত কাপোৰ এখন মেৰিয়াই লৈছে।। বেহুৰা অৰ্থতো বুজাই দিলেই হল।।

    • @pjassamworkboy25
      @pjassamworkboy25 Před 2 lety

      গীতটোত যি মাজ ভাগত যি।মেঘৰ বৰণ য্যামকানু বজাই যোৱা বেণু ।ৰৈ যোৱা য্যাম কানু বজাই যোৱা বেনু। কি ঐ ৰাম বজাই যোৱা বেণু ।গালে কি চাপৰত গালে বুজি নাপালো‌ সেই বাবে বেহুৰা পালো গীতটো।

  • @NEWMOVIES-bz2nb
    @NEWMOVIES-bz2nb Před měsícem

    Ki falu

  • @arupdeka3865
    @arupdeka3865 Před rokem +1

    baap re

  • @arupdeka3865
    @arupdeka3865 Před rokem +1

    aru gaai jaja

  • @arupdeka3865
    @arupdeka3865 Před rokem +1

    aji loi ane gaan xuna nai.