KRISHNA GOKHAI, MONUJ HALOI / কৃষ্ণ গোঁসাই II মনোজ হালৈ
Vložit
- čas přidán 24. 08. 2020
- #ভক্তিগীত #প্ৰাণকৃষ্ণ
BORSONS PRODUCTION PRESENTS...
এলবাম : "প্ৰাণকৃষ্ণ"
গীত : কৃষ্ণ গোসাঁই
Producer - Paresh Borah
Audio Credits -
Singer - Monuj Haloi (Maa Mur)
Lyrics & Music - Pankaj Borah
Musician -
Nagara - Lachit Boruah, Dharmendra Hazarika
Khol - Pankaj Borah, Gautam Saikia
Flute - Kalyash Rabha
Doba - Pankaj Borah
Sankha & Percussion - Piti Borah
Dumra - Nirmal Das
Melody Design - Bhadra Kanta Das
Asst. - Pranjal Das
Sound Recordist - Ripunjoy Sharma
Mix & Mastering - Jintu Bordoloi
Recording at Studio Dreams, Guwahati
Lyrical Video Editing-
Chironjit Saikia, Studio FX-10, Dhekiakhowa, Jorhat
Cont. 76388 40876
Production Management-
Samiran Dutta
Special Thanks -
1. Sri Sri Jagannath Goswami, Satradhikar, Shri Shri Sipoha Satra, Meleng Modhupur.
2. Sri Khireshwar Borah, Social Worker (Father of Paresh Borah)
3. Utpal Jyoti Borah (Pinku), Guwahati
DO LIKE SHARE COMMENT & SUBSCRIBE OUR CHANNEL
OFFICE ADDRESS OF BORSONS PRODUCTION
-
Studio FX-10
Dhekiakhowa, Jorhat, Assam
Pin- 785700
email- gkpareshborah@gmail.com
chironjitfx10@gmail.com
Cont. & Info Dial- 7638840876, 7002855830 - Hudba
🙏🙏কৃষ্ণ প্রভু🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
এনে ধৰণৰ অমৃতময় টোকাৰী গীত পূৰ্বে কোনো গায়ক ও পৰিচালকে সৃষ্টি কৰা মনত নপৰে । শুনি থাকিলেও হেপাহ নপলায় । সেয়েহে এনে ধৰণৰ মধুময় ও কথামৃতৰ হৰিনাম আগলৈ শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলোঁ । টোকাৰী -- গীতটি প্ৰষ্টোত কৰাত জড়িত থকা পৰিচালক তথা গায়ককে প্ৰমুখ্য কৰি সমস্ত শিল্পীবৃন্দলৈ মোৰ ভক্তিভৰা সেৱা জনালোঁ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰকৈ পৰিবেশন কৰিলে ভাল লাগিল 🙏🙏🙏
ভাষা নাই আৰু কবলৈ। কৃষ্ণ বুলিহে কলো আৰু বাপ 🙏
অতি সুন্দৰ !আগুৱাই যোৱা তুমি । " কৃষ্ণ"🙏
ভাল লাগিল শুনি♥️ হৰি কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏻🙏🏻🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
মনোজ দা তুমি ইমান সুন্দৰ কৈ গান টো লিখিছা শুনি একেবাৰে মন প্ৰাণ জোৰ পৰি গৈছে তুমি আৰু আগুৱাই যোৱা।🙏 মনোজ দা ৰ বাবে এটা like কৰিব ।🙏🙏🤗
খেইতু গান নহয় নাম হে
ট
@@prahladbordoloi1669 qa
❤❤❤❤❤❤❤🙏🤟👍
Xundor
সুন্দৰ 👌🙏🙏🙏
❤JAI SHIR KRISHNA❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤JAI SHRI VISHNU❤JAI SHRI NARAYAN❤JAI MAA LAKKHI❤JAI SHRI NARAYAN❤JAI LAKSHMINARAYAN❤
সঁচাই বৰ সুন্দৰ লাগিল ❤️❤️❤️❤️
Bhut dhuniya hunibile dada 😍
কৃষ্ণ বহুত ভাল লাগিল হৰি নাম টো শুনি কবলৈ ভাষা নাই কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Monoj haloi আপোনী তেজপুৰৰ পুখূৰীয়াত বৰ সুন্দৰ পৰিবেশন ❤️❤️❤️🤟🤟🤟🤟
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ 🙏
শুনি ভাল লাগিল
Thank you
Jai Shri Krishna❤Radhe Radhe❤
কৃষ্ণ কৃষ্ণ 🙏🙏
সচাই বহুত সুন্দৰ হৈছে____ ❤
Thanks
Hidoi sui gol ......😘😘 ......ki kontho bahhhhh👍👍....axibad korisu aguaii juwa ......👍👍🙏🙏 Krishno bap ...
Bht vl lgil huni🙏🙏
" শমো দমস্তপঃ শৌচং ক্ষান্তিৰাজৰবমেৱ চ ।
জ্ঞানং বিজ্ঞানমাস্তিক্যং ব্ৰহ্মকৰ্ম স্বভাৱজম ।।
ইয়াৰ অৰ্থ হল , অন্তঃকৰণৰ নিগ্ৰহ, ইন্দ্ৰি়য় দমন, ধৰ্মপালনৰ কাৰণে কষ্ট সহ্য কৰা , ভিতৰে ভিতৰে শুদ্ধ হোৱা, আনৰ অপৰাধ ক্ষমা কৰা, মন ,ইন্দ্ৰি়য় আৰু শৰীৰত সৰলতা, বেদাদি শাস্ত্ৰ , ঈশ্বৰ আৰু পৰলোক আদিত শ্ৰদ্ধা কৰা । তেতিয়া দেখিবা জীৱনটো কিমান সুন্দৰ আৰু সহজ ।।
বৰ ধুনীয়া 🙏🙏🙏🙏🙏💖💖💖💖💖💓💓💓💓💓💕💕💕💞💞💞 গোবিন কৃষ্ণ
Eman dhuniya hur hori nam monuj da aru aguwai juwa❤❤❤❤
Bor dhunia kontha Krishna 👌👍
কৃষ্ণ ৰাম,,, সুন্দৰ কণ্ঠ মনোজ দা
জন্মাষ্টমীৰ দিনা এই গীত শুনি থকা বোৰে লাইক কৰক
czcams.com/video/EJqKScGc8VI/video.html
Ghhhhj
Bhhvjjchjgh is a good time and money and money by simply and money
Lik
@@poieakh0066 Ki Kore download kare
Bahut a val lagile, Jai Shree Krishna
❤JAI SHRI KRISHNA❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤
Bor dhunia lagise khuni thakibor mn goise dada
মনোজ তুমি উজ্বল ভৱিষ্যত কামনা মোৰ সদায় থাকিব
কৃষ্ণ কৃষ্ণ ধন্য বাদ।
Gttbhhffg❤❤❤
জয় শ্ৰী কৃষ্ণ❤️🕉
কৃষ্ণ' আগোৱাই জাওক।
এয়াই আশিৱাদ।
কৃষ্ণ কৃষ্ণ
@@borsonsproduction2984 Krishna Krishna
বহুত বহুত ভাল লাগিল। ঈশ্বৰে কৃপা কৰক
কৃষ্ণ কৃষ্ণ কৃষ্ণ........
BORSONS PRODUCTION লৈ পোন প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছো । অসমৰ লোক কৃষ্টি-সংস্কৃতি সমূহ যুৱ প্ৰজন্মৰ মাজত ধৰি ৰখাৰ যি যুগান্তকাৰী পদক্ষেপ সেয়া সঁচাকৈয়ে প্ৰসংশনীয় । লগতে ৰাইজৰ উৎসাহ উদ্দীপনা মৰমৰ বাবে আমি সকলোৰে ওচৰত চিৰ কৃতজ্ঞ । সদৌ শেষত গীতটিৰ সৈতে জড়িত সকলো শিল্পী কলাকুশলীলৈ ধন্যবাদ জনাইছো ।
Vl lagi huni
পঙ্কজ দাদা আপোনাৰ নম্বৰতু পালে ভাল আছিল .মোৰ এতা টোকাৰি বা দিহা নামত সুৰ কৰি দিব লাগে
@@anitadeka7901 9854057631
Up
Jaan da bahut bhal lagil 🙏
Bohut dhuniya hoi se ..krishna 🙏🙏🙏
ভাষা নাই ❤❤❤❤
Ki hundor vokti song huni vl lagil 💚💚
অতি সুন্দৰ ♥️♥️♥️♥️
A mojja
ধুনীয়া হৈছে মনোজ ভগৱানৰ গীত পুৱা গধুলি শুনি মই খুব ভাল পাওঁ
❤
Bohut dhunia heise dei 🙏🙏🙏
ভক্তিভৰা প্ৰণাম জনালো ৷ অতি সুন্দৰ ৷
Bohut Dhunu hoise krishna
vl lagil..ru jate hunibo paw eman dhniwa vokti song..
Bohut val lagil xuni .xunile xuni thakibo leke mon Jai ,,,, Krishna
Bap re gar nom xiori goise xaskoi,,,,mn pran vori goise . kontho eman dhunia manoj haloi ,,👏👏👏👏Aru xur vdo xaskoi
ইমান সুন্দৰ কৈ হৰি নাম গাইছে যেন শুনিয়েই থাকিম থাকিম লাগিছে।
বৰ ভাল লাগিল 😍😍😍😍
Bohut Val lagil huni......vogomano hompurno gonanu kriton childhood pra krise monuj da.......aaguai jua.....
Krisn
অতি সুন্দৰ মনোজ দা,,,
bohut dhunia lagisa huni❤️ dada aru bonab sng
Uuuhhhh ki kontho....hunilei huni thakibo mon jay....monuj da nam bur hosay val lage..
Jabtak Krishna mere xath tab tk mere jaan..hai...love u God nd universe ❤
মজা ,,,, মজা ,,, মজা ,,,, 😍😍😍
Thank you so much
Moja hoise sekend jubinda
Bor val lagil 🙏 Krishno 🙏
হৰি হৰ।ৰাম ৰাম। দৈৱকীৰ নন্দন।
Suvo howok,sri krishna jonmastomi
Bohut dhuniya hoise dei bohut val lgise 😍😍😍😍❤❤❤❤❤❤
Eman khundor hori nam tu eman Val lagise khunile khuni thakib mon jai Joy sri krishna 🙏🙏♥️♥️🙏🙏
বহুত ভাল লাগিল শুনি কৃষ্ণ ৰ গান শুনি 🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️
শুনিলে কিমান যে ভাল লাগে👌
🙏🌎👌❤💯Krishna bhut val lagise dada
বহুত ধুনীয়া ♥♥♥
Mojja
বৰ ভাল লাগিল কৃষ্ণ 🙏🙏🙏
Mojja lagise fevrate song 🙏🙏
Bhut vl lgise💜🙏🙏🕉️
বহুত সুন্দৰ লাগিব মনোজ দা গানটো শুনি ।। আৰু আগলৈ এনেকোৱা গান পাম বুলি আশা থাকিল।। তুমি মনোজ হালৈ আৰু মই মনোজ বৰদলৈ।।
Bohut val lagil. apunar gan bur huni bohut val lage monuj da 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ, 🙏🙏🙏 মনোজ হালৈ দেৱৰ অপু্ৰ্ব সুন্দৰ কন্ঠই সচাকৈয়ে ভক্তিভাব ৰ উদয় কৰাইছে । 🪔🪔🪔🙏🙏🙏
Jai Shri Krishna❤️Jai Shri Vishnu❤️Jai Bholenath❤️Jai Jagannath ❤️Jai Maa Saraswati❤️Jai Maa Lakkhi❤️
Xundor lagil naam vag, tat koi music tu uff hridoi sui gol...doba🙂😍🥰🥰🥰🥰🥰🥰🥰
Krishna.... অতি সুন্দৰ
কৃষ্ণ। 🙏
Bahut val lagise 🙏🙏🙏
Sosake bohut Val lagil monoj aru aguyai jowa 🙏🙏🙏🙏🙏
ATI hundor konth , Jay shri Krishna 🙏🙏🙏🙏
Moi ai gaan to bohut val pao
❤❤🙏🙏🙏🙏🙏
বহুত সুন্দৰ কণ্ঠ ।শুভেছছা জনাইছো আগুৱাই যোৱা ।
Thank you
hokolu geetei pran dhali gai.khub val lage monuj dadar gan bur..
কৃষ্ণ কৃষ্ণ ❤❤❤❤
Hundar manuj DA❤❤
Krishna 🙏🙏bhut Val lagisy
Khuni bhal lagil krishna🙏🙏🙏
❤JAI SHRI RADHE KRISHNA❤JAI LAKSHMINARAYAN❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA MAHAGOURI
Mojja 👌👌
Thank You
বৰ ভাল লাগিল গানটো শুনি
আশা কৰো আগলৈও এনেদৰে শুনিবলৈ পাই থাকিম
অতি সুন্দৰ লাগিছে।।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏. Bor dhuniya gaisa oh dada ❤❤
সুন্দৰ দাদা🙏
Thank You
সুন্দৰ দিহানাম সুন্দৰ কণ্ঠদান ❤❤❤🔥🔥🔥❤️🔥👍
Bohut hundor💝hunile huniye thakibo mon Jai 💝kontho tu bor hundor...beat bilag bor val hoise💝
Krishnor gantu suni bor bhal lagil ,Monuj Haloyk dhoinnobad jonaisu ,Krishno ,🙏🙏🙏
প্ৰভু কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
🙏🙏 সুন্দৰ। অনন্য অনন্য। হৰিনামৰ মাজত পাওঁ প্ৰচুৰ মানসিক শক্তি। ভক্তিৰে সাধনাৰে সফল হৈছা ... মন- প্ৰাণত সেই শক্তি সৃষ্টি কৰোৱাত। আগুৱাই যোৱা। শুভেচ্ছা সদায় আছে।🙏🙏
বহুত বহুত ধন্যবাদ। ঈশ্বৰে সকলোৰে মঙ্গল কৰক।
ট
Bohut sundor kontho bupai tumar.god bless you keep it up Krishna pronam.