'যাত্রা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী বিশ্রুত শইকীয়া

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
    Make-Up - Manash Rabha

Komentáře • 195

  • @aichengfaboruah
    @aichengfaboruah  Před 2 měsíci +100

    এই সাক্ষাৎকাৰটিত মোৰ বিশ্রুত শইকীয়ালৈ এটি প্রশ্ন আছিল যে আজিলৈকে তেওঁ আনে লিখা গীত বা আনে সুৰ কৰা গীতত কণ্ঠদান কৰিছেনে নাই, উত্তৰটি আছিল 'এতিয়ালৈ গোৱা নাই কিন্তু সুযোগ- সুবিধা পালে নিশ্চিতভাৱে গাম' !
    যিহেতু এই সাক্ষাৎকাৰটিৰ শ্বুটিঙ আমি এমাহমান আগতেই কৰিছিলোঁ, সেই গতিকে তেওঁৰ উত্তৰটি সেয়া আছিল কিন্তু অতি শীঘ্রেই মুক্তি পাবলগীয়া এখনি নতুন ৱেবচিৰিজ ' চুপা চুপি'ৰ বাবে তেওঁ খুউব সুন্দৰ গীত এটিত কণ্ঠদান কৰিলে, যিটো গীতৰ কথা আৰু সুৰ আছিল অসমৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ সকলোৰে শ্রদ্ধাৰ পলাশ সূর্য গগৈ দেৱৰ... গীতটিৰ শীর্ষক আছিল 'মৰম এনেকুৱাই'...গতিকে আপোনালোক সকলোৰে জ্ঞাতার্থে এই বার্তাটি জনালোঁ... গীতটি সকলোৱে আদৰিব বুলি আশা কৰিলোঁ আৰু শেষত আমাৰ সকলো মৰমৰ সহযাত্রীয়ে আমাৰ এই খণ্ডটিক মৰম দিব বুলি আশা ৰাখিলোঁ... কুশলে থাকিব ! ✨♥🙏

  • @linaborah5011
    @linaborah5011 Před 2 měsíci +11

    ভাবিছিলো অকল মইহে ভাবো নেকি,এতিয়া কমেণ্টবোৰ চাই গম পালো বেলেগেও ভাবে।বিশ্ৰুতক জয়ন্ত হাজৰিকাৰ দ্বিতীয় প্ৰতিচ্ছবি যেন লাগে।যেন তেওঁহে আহিছে বিশ্ৰুত হৈ❤

  • @priyankasharma.6304
    @priyankasharma.6304 Před 2 měsíci +7

    বাকী সকলো বঢ়িয়া
    এটা কথা কিন্তু ঠিক যে বিশ্ৰুত দাদা এজন গভীৰ প্ৰেমিক।🤗

  • @mrinalisaikiadutta3844
    @mrinalisaikiadutta3844 Před 2 měsíci +13

    এজন প্ৰকৃত শিল্পী।
    অনন্য একক

  • @Ritimoyee575
    @Ritimoyee575 Před 2 měsíci +16

    কিমান যে গভীৰতা শিপাই আছে তেওঁৰ মনটোত।

  • @manishadeka6600
    @manishadeka6600 Před 2 měsíci +21

    Bishrut saikia ৰ গানবোৰৰ লগত জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ গানবোৰৰ প্ৰভাৱ পৰা যেন লাগে।আগতেও এটা interview চাইছিলো।তেতিয়াৰ পৰাই বিশ্ৰুতৰ গান শুনো।ভাল লাগে।
    "ৰেন মৌ"ৰ প্ৰত্যকগৰাকী অতিথিয়েই ব্যতিক্ৰম।আপোনাৰ অতিথি নিৰ্বাচন অনন্য বা❤️❤️।সেইবাবেই "যাত্ৰা" সদায় একক আৰু অনন্য।এনেকৈয়ে অদ্বিতীয় হৈ থাকক "যাত্ৰা"🙏🙏

    • @linaborah5011
      @linaborah5011 Před 2 měsíci

      হয়।মোৰো লাগে।এনে লাগে জয়ন্ত হাজৰিকাই যেন বিশ্ৰুত হৈ আহিছে।কি ঠিক!

  • @jyotsnabaruahhandique2325
    @jyotsnabaruahhandique2325 Před 2 měsíci +14

    জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় শিল্পী।বিশ্ৰুত তাতকৈয়ো প্ৰিয়।হয়তো জয়ন্ত হাজৰিকাৰ আত্মাটোৱেই পুনৰ জন্ম ললে বিশ্ৰুত শইকীয়া হৈ!

    • @linaborah5011
      @linaborah5011 Před 2 měsíci

      মোৰ মনৰ কথাটোয়েই ক'লে😢।মই আগতেও এই কথাটো কমেণ্ট কৰিছিলো।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 2 měsíci +11

    ইমান অকনমাণি ল'ৰাটিৰ জ্ঞান গম্ভীৰ কথা বোৰ শুনি আপ্লুত হলো। আজি কিন্তু আইচেংফাৰ মুখতো বিশ্ৰুতৰ কথা শুনি ভাবুক হোৱা দেখা পালোঁ। খুব সুন্দৰ তেওঁৰ কন্ঠ আৰু গীত বোৰ। আৰু আগুৱাই যোৱা ❤❤❤❤

  • @navajyotisaikia6698
    @navajyotisaikia6698 Před 2 měsíci +8

    বিশ্ৰুত শইকীয়া লৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ।বয়স বহুত কম।ইমান সৰুতেই ইমান ভাল কথা কৈছে ভাল লাগিল।আগবাঢ়ি যোৱা।তোমাৰ সন্মুখত এটা সুন্দৰ ভৱিষ্যত ৰৈ আছে।

  • @user-pt3vb3ul8n
    @user-pt3vb3ul8n Před 2 měsíci +13

    তৰুণ শিল্পী অতি সুন্দৰ। আগুৱাই যোৱা অ' পিতা। মুঠতে মানুহক পাহৰি নেযাবা।

  • @shubhalakshmeedas5141
    @shubhalakshmeedas5141 Před 2 měsíci +11

    জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ "জোনোৱালী নিশা" গীতটি মইয়ো দুবাৰকৈ চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ দুখন অনুষ্ঠানত গাই প্ৰথম স্থান লাভ কৰিছিলো .... তাৰপাছত এই গীতটি যেন মোৰ সিৰে সিৰে প্ৰৱাহিত হৈ পৰিছিল..... আজি বিশ্ৰুত দাৰ কন্ঠত পুনৰ গীতটি শুনি মইনা পাৰিজাতৰ সময়খিনিলৈ মনত পৰি গ’ল ..... ❤❤

  • @mayuribaruah571
    @mayuribaruah571 Před 2 měsíci +12

    নতুন প্ৰজন্মৰ গায়কসমূহৰ ভিতৰত এগৰাকী অন্যতম ৷ আন্তৰিক শুভকামনা জনালোঁ ৷ তিতাবৰৰ বাসিন্দা হিচাপে গৰ্বিত ৷

  • @user-il2eo7lf3x
    @user-il2eo7lf3x Před 2 měsíci +5

    ধুনীয়া পৃথিৱী খনত এখন খুবেই মৰম লগা মুখ, গহীন সুৰ, নিজক জীপাল কৰি ৰাখিব পৰা এজন সৰল মনৰ ল'ৰা বিশ্ৰুত শইকীয়া।
    তুমি অনন্য সদায় ভাল হওঁক তোমাৰ লগত।❤
    বা এদিন pinkal pratyush দাক মাতিব চোন please😊🙏

  • @differentway7788
    @differentway7788 Před 2 měsíci +5

    Brishut vaity amar ghorr usorore...bohutu huvokamona tumaloi logote aisengfa baa khub priyo apuni❤

  • @abhijitkalita7332
    @abhijitkalita7332 Před 2 měsíci +5

    A comment from a person who rarely comments anywhere...
    Thank you Aichengfa for this one.
    Bishrut heals me everytime I hear him. He cures me with his talks and his music. He is like a precious gem which I would love to keep as a secret from my world.
    'He is so me or I am so he' case with Bishrut.
    Thank you host for hosting the show so beautifully. This is not common Aichengfa.

  • @Xopuntora
    @Xopuntora Před 2 měsíci +5

    বিশ্ৰুত শইকীয়াৰ প্ৰতিটো গীতে কেনেকৈ চুই যায় এক বুজাব নোৱাৰা অনুভৱ ❣️he is like a gift for us ❤️✨

  • @ashonasarmah5685
    @ashonasarmah5685 Před 2 měsíci +8

    ভাল লাগিল অনুষ্ঠানটি বা ❤️
    অসমীয়া সংগীত জগতলৈ বিশ্ৰুত দা যেন এক উপহাৰ 💚 খুব ভাল পাওঁ তেওঁৰ গীতসমূহ আৰু বিশেষকৈ "উপহাৰ", "তেনেকৈ" আৰু "আমাৰ কাহিনী বিশেষ" গীতকেইটি মোৰ খুবেই প্ৰিয়💕
    বা, পাৰিলে এবাৰ "কৌশিক নন্দন বৰুৱা" দাক আমন্ত্ৰণ কৰিবচোন☺️

  • @gunakantabaruah1988
    @gunakantabaruah1988 Před 2 měsíci +2

    সুন্দৰ হৈছে ❤
    মৰম দিলোঁ তিনিচুকীয়া পৰা। তোমাক ভালেই লাগিছে এবাৰ লগ পোৱাৰ আশা কৰো।

  • @jodumonibora2457
    @jodumonibora2457 Před 2 měsíci +4

    বিশ্ৰুত শইকীয়া
    তুমি সদায় বিশেষ তুমি সদায় আপোন তুমি সদায় নতুন🤍
    বহুত দূৰ আগুৱাই যোৱা তুমি...........

  • @polashjyotigogoi
    @polashjyotigogoi Před 2 měsíci +17

    Thank you Aichengfa for bringing Bishrut on the show, he's one of my favorites.

  • @suman8244
    @suman8244 Před měsícem +1

    "মানুহে তই নোৱাৰ বুলি কলে বেছি ভাল পাওঁ মই।" Fvrt one ❤️ Inspired

  • @mrinalnath2788
    @mrinalnath2788 Před 2 měsíci +5

    যাৰ গানে প্ৰতিবাৰে সতেজ কৰে মোৰ মন প্ৰান আৰু হৃদয়। মোৰ যিকোনো যাত্ৰাৰ সহযাত্ৰী বিশ্ৰুত শইকীয়াৰ গান।

  • @KapilKBorah
    @KapilKBorah Před 2 měsíci +16

    এইবাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শ্ৰী নিতুমণি শইকীয়াকো যাত্ৰাৰ “ৰেন মৌ” লৈ আমন্ত্ৰণ জনাবচোন!

  • @100rajdeepdeka2
    @100rajdeepdeka2 Před měsícem +2

    Of everything all he keeps a happy face always , cheerful ,sharing positivity ❤

  • @TuhinaDas-yi8hw
    @TuhinaDas-yi8hw Před 2 měsíci +3

    বিশ্ৰুত দা আইছেংফা বা দুইজন খুব আদৰৰ
    ভালে থাকক আপোনালোক
    আমাৰ কাৰণ আৰু বহুত সুন্দৰ সুন্দৰ সমল উপহাৰ দিযাওঁক
    এগলমান মৰম💙💙

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Před 2 měsíci +5

    খুব ভাল লাগিল ।। বিশ্ৰুত ভাইটিৰ গানে মোক সদায় জীয়াই থকাৰ প্ৰেৰণাৰ দিয়ে খুব ভাল লাগে তেওঁৰ গান বিলাক হাঁহি হাঁহি শেষৰলৈকে চালোঁ অনুষ্ঠানতি ,,আইচেংফা বা লৈও বহুত বেছি ধন্যবাদ জনালো ❤️🥰🤗

  • @NabaDeep-ti9tb
    @NabaDeep-ti9tb Před měsícem +2

    Bishrut daa❤ apunar gaan bur moi bohut relate koriboo paruu 🥺🩷 aguwaii juaa ,lots of love ❤️

  • @debakshichutia3781
    @debakshichutia3781 Před 2 měsíci +2

    ক'লা চাৰ্টটোত খুউব ধুনীয়া লাগিছে তোমাক 🖤.. অনাগত সময়বোৰতো তুমি তোমাৰ সৰলতাখিনি লৈয়েই আগুৱাই যোৱা... সকলোৰে মাজত এটি উজ্জ্বল নক্ষত্ৰ হোৱা... তোমাৰ আকৰ্ষণীয় কণ্ঠ সকলোৰে মাজত বিলাই দিয়া...🌝

  • @dharitrisarkar7448
    @dharitrisarkar7448 Před 2 měsíci +5

    বিশ্ৰুতৰ পৰা শিকিবলৈ সদায়ে কিবা নহয় কিবা থাকেই । কথাবোৰ যে ইমান গভীৰ । ভাল হওক তাৰ ।❤❤❤❤❤❤

  • @monikantagogoi7858
    @monikantagogoi7858 Před 2 měsíci +4

    Bishrut r sinta dhara khini bhal lagil ❤ congratulations to him 🎉

  • @ritikmaramsavlogs6694
    @ritikmaramsavlogs6694 Před 2 měsíci +7

    জোনোৱালি নিশা গীতটি ময়ো অসম সাহিত্য সভাৰ অনুষ্ঠানত গাইছিলোঁ Baa 💞 বৰ বেছি ধুনীয়া গীতটি

  • @its....gungun5759
    @its....gungun5759 Před 2 měsíci +2

    Bohut dhuniya kontho mon sui goise aguwai juwa❤❤

  • @priyankihazarika1747
    @priyankihazarika1747 Před 2 měsíci +3

    বিশ্ৰুতৰ গীতবোৰ যেনেকৈ ধুনীয়া হাঁহিটোও তেনেকৈ বৰ ধুনীয়া..

  • @swarnabhajani6884
    @swarnabhajani6884 Před 2 měsíci +2

    কথাবোৰ ইমান ধুনীয়াকৈ কৈছা বিশ্ৰুত ! অভিজ্ঞতা, পৰিৱেশ-পৰিস্থিতিৰ অধ্যয়ন আৰু আত্মবিশ্বাসেৰে ভৰা কথা।
    নিজৰ ক্ষেত্ৰখনত নতুন প্ৰজন্মৰ দায়িত্বশীল প্ৰতিনিধি তুমি । আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ‌। ভাল হওক তোমাৰ।

  • @missanamikahandiqueanamika9067
    @missanamikahandiqueanamika9067 Před 2 měsíci +5

    অপেক্ষা অন্ত পৰিল 🧿❤️❤️❤️

  • @indrasaikia3594
    @indrasaikia3594 Před 2 měsíci +3

    বৰ সুন্দৰ অনুষ্ঠান লগতে বিশ্ৰুত শইকীয়াৰ কণ্ঠ বৰ সুন্দৰ 🙏

  • @maxina8222
    @maxina8222 Před 2 měsíci +2

    ভাল লাগিল অনুষ্ঠানটি Bishrut Saikia এটি সুন্দৰ উপহাৰ আমাৰ অসমৰ বাবে ...

  • @dishabora5448
    @dishabora5448 Před 2 měsíci +4

    বৰ ভাল পাওঁ অ' বিশ্ৰুতক🙈😘

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Před 2 měsíci +1

    অনুষ্ঠানটি ভাল লাগিল। বিশ্ৰুতলৈ বহুত মৰম আশীৰ্বাদ যাচিলো।

  • @readyvlog7188
    @readyvlog7188 Před 2 měsíci +3

    Bishrut is a true gem of music ❤ whole half an hour watched this episode and didn't skip a bit because i didnot want to loose a single chance to listen to him . My only wish is to meet him one day and talk to him for a while and want to fall for him every bit ❤

  • @sikhadutta422
    @sikhadutta422 Před měsícem +2

    My favourite singer bishrut ❤❤

  • @jitumonithakuria2745
    @jitumonithakuria2745 Před 2 měsíci +1

    বৰ ভাল লাগিল। বিশ্ৰুত আমাৰ গাঁৱৰে ল'ৰা। শুভেচ্ছা জনালোঁ।

  • @MurchanaBuragohain-ek7zb
    @MurchanaBuragohain-ek7zb Před 2 měsíci +5

    Nice to see Bishrut’s happy face 🙂 way to go brother

  • @pronatikonwar
    @pronatikonwar Před měsícem +1

    Moi aji আপোনাক সপোনত dekhisilu❤

  • @trishnadeka5180
    @trishnadeka5180 Před 2 měsíci +3

    বহুত ধন্যবাদ বা বিশ্ৰুত শইকীয়াক মতা বাবে🙏.. নতুন প্ৰজন্মৰ প্ৰিয় গায়ক🌺💚❤

  • @jimmyraju
    @jimmyraju Před 2 měsíci +4

    Mur je kobo nuara abeg aitu lora logot najanu kio ba bhal lage iman kotha houk,ba gaan houk, aji le eta interview moi nusua nohoi moi sob bure saisu. God bless you❤

  • @grishmasarmah5650
    @grishmasarmah5650 Před 2 měsíci +3

    বা মোৰ 😘🥰ধন্যবাদ বা বিশ্ৰুতক মতা কাৰনে😍খুব ভাল লাগিল দেই বা

  • @punyashreedas1617
    @punyashreedas1617 Před 2 měsíci +3

    Oti morom loga ati anusthan upobhog koriboloi palu...bahut bahut morom Aichangfa aru Bhal loga silpi Bishrut loi...

  • @dibyahazarika3408
    @dibyahazarika3408 Před 2 měsíci +3

    ভাল লাগিল অনুষ্ঠানটি। দুয়ো জনেই মোৰ অতি প্ৰিয় ❤️

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK Před 2 měsíci +2

    আজি Video চাবলৈ অহা নাই দেই , অকণমান ব্যস্ত আছোঁ .. চাম বাৰু পিছত ।
    থামনেল খন দেখি Comment এটি কৰিব হে আহিলো .... আইচেংফা বাক আজি বেছি ধুনীয়া লাগিছে (এনেও ধুনীয়া বাৰু) আজি চুলি মেলি থকা বাবে বিশেষ লাগিছে ।
    বাৰ ৰূপতকৈ কথা কোৱা Style আৰু হাঁহিটিহে বৰ বেছি মৰম লাগে ।❤

  • @arindomgogoi6927
    @arindomgogoi6927 Před 2 měsíci +1

    বিশ্ৰুত শইকীয়াৰ সাংগীতিক যাত্ৰা বিশ্ব বিশ্ৰুত হওক তাৰেই শুভ কামনা থাকিল।

  • @sangmaryan5127
    @sangmaryan5127 Před 2 měsíci +1

    Love and Respect is all i can give to this young, dynamic and truly extremely talented artist.

  • @KrishnajitGogoi-c5e
    @KrishnajitGogoi-c5e Před měsícem

    One Deep convo and Bihu song with a new metering Really amazing.

  • @borah_simanta8707
    @borah_simanta8707 Před 2 měsíci +2

    অনুষ্ঠানটি চাই বহুত ভাল লাগিল । ❤

  • @karabideka8466
    @karabideka8466 Před 2 měsíci +1

    বা আপোনাৰ প্ৰতিটো ৰেনমৌ চাও । কি যে ভাল লগা ৷ অতিথিৰ লগতে প্ৰতিদিনেই আপোনাৰ কথা শুনিবলৈ , আপোনাক চাবলৈও আগ্ৰহী হৈ থাকো ৷

  • @Jahnvi03
    @Jahnvi03 Před 2 měsíci +1

    ইমান সৰল বিশ্ৰুত দাৰ কথাবোৰ, বৰ ভাল লগা ❤ ভালে থাকক আপুনি! ধুনীয়া ধুনীয়া গীতবোৰ গাই যাওক আমাৰ বাবে..✨

  • @rubitamuli3279
    @rubitamuli3279 Před 2 měsíci +1

    ৰেন মৌ, প্ৰায় চাও মোৰ বহুত ভাল লাগে, আজি কিন্তু বহুত বহুত ভাল লাগিছে ❤❤❤।

  • @MousumiDevi-kv2lj
    @MousumiDevi-kv2lj Před 2 měsíci +3

    Hundor ❤❤❤❤❤

  • @debajitrajkonwar8698
    @debajitrajkonwar8698 Před 2 měsíci +1

    বাবা তোমাৰ ভৱিষ্যত উজ্জ্বল হওক ❤ তোমাৰ কন্ঠ এক ভগৱানৰ অৱদান।

  • @ankitakoushik5458
    @ankitakoushik5458 Před 2 měsíci +1

    এটি প্ৰিয় অনুষ্ঠান। সদাই জীপাল হৈ থাকক বাৰ অনুষ্ঠানৰ কথা বাৰ্তা

  • @anganasaikia4599
    @anganasaikia4599 Před 2 měsíci +1

    Bishrut. Tumar interviewbur sai hodai val lage. Tumi mur vaitir boyokhor ekeloge poha Angarag from Pragjyotika Junior College. Tumar kothabur eman besi matured, eman besi govir. The way you think, the way you speak. Just speechless. How can someone be this much sorted in life at this age? You are truly inspiring. And as you said "Dukhi hobole bohut reasons ase, kintu hukhi hobole bohut kom reason ase." It touched my heart. I am so proud of you like an elder sister. Shine more Bishrut. ✨

  • @santoshbonia4129
    @santoshbonia4129 Před 2 měsíci +3

    Enjoying ❤

  • @ujjwaldas2497
    @ujjwaldas2497 Před 2 měsíci +1

    Dhuniya gaan tu hide korise dada a ❤❤❤❤lots of love

  • @yutikagogoiburhagohain8765
    @yutikagogoiburhagohain8765 Před 2 měsíci +2

    অনুষ্ঠানটি বৰ সুন্দৰ লাগিল।দুইজনেই মোৰ‌ অতি প্ৰিয়। পাকঘৰত কাম কৰি থাকিলেও বিশ্ৰুতৰ গান শুনি থাকোঁ --- ----!!!

  • @karobigogoi1963
    @karobigogoi1963 Před 2 měsíci +1

    Bishrut da❤❤❤teur gaan khubei priyo❤❤❤😊😊

  • @sliceoflife1600
    @sliceoflife1600 Před 2 měsíci +3

    After pajna prajakta(Hiya) this is my 2nd fav ❤

  • @backbencherkid
    @backbencherkid Před 2 měsíci +7

    Please invite DEBO 🎉

  • @user-gx2yf4gz9m
    @user-gx2yf4gz9m Před 2 měsíci +3

    my favourite ❤

  • @learninanubhabeesworld3020
    @learninanubhabeesworld3020 Před 2 měsíci +1

    এই কণমাণি ল'ৰাজনৰ প্ৰতিটো কথাই,প্ৰতিটো গীতে সদায় মোৰ অন্তৰ চুই যায়! তেওঁলৈ সদায় মৰম শুভাশিষ আছে।

  • @dipanjaliburaguhain9573
    @dipanjaliburaguhain9573 Před 2 měsíci +1

    Bor xundor❤

  • @Satabdii.
    @Satabdii. Před 2 měsíci +3

    Super duper excited!!!!

  • @JrBhaskarmiLi
    @JrBhaskarmiLi Před 2 měsíci +1

    কবলৈ বহু আছে কিন্তু চমুকৈ কলো তুমি অনুপম বিশ্ৰুত ❤❤❤

  • @aadivlogs4679
    @aadivlogs4679 Před 2 měsíci +3

    Xundar❤

  • @nitulgogoi6131
    @nitulgogoi6131 Před 2 měsíci +1

    অন্তৰ চুই যায় সদায়...❤

  • @kalpanakataky9092
    @kalpanakataky9092 Před měsícem

    Out standing onusthan।luv you both ❤luv from nagaon

  • @Satabdii.
    @Satabdii. Před 2 měsíci +3

    I really enjoyed watching the show!!

  • @jitulgogoi4809
    @jitulgogoi4809 Před 2 měsíci +1

    My favorite..Bishrut da ❤

  • @rashmirekhaboruahdas6053
    @rashmirekhaboruahdas6053 Před 2 měsíci +1

    সকলোৰে চিনাকি নাম বিশ্রুত শইকীয়া। কিন্তু আমাৰ বাবে সদায় সেই অকনমানি মাইনা হৈয়েই থাকিবা ।তুমি আৰু আগবাঢ়ি যোৱা মাইনা। ভগৱানে যেন তোমাৰ তোমাৰ সকলো মনোকামনা পূৰণ কৰে। কিন্তু আগৰদৰে আকৌ কম তোমাৰ লগত এদিন তোমাৰ মাক এনেদৰে এটা podcast ত যেন দেখা পাও। 1:25:11

  • @Sumitra-pj4bm
    @Sumitra-pj4bm Před 2 měsíci +3

    সুন্দৰ অনুষ্ঠান❤

  • @JustWatchSwapna
    @JustWatchSwapna Před 2 měsíci +1

    Vhl lge dada jonok / teor gaan bur kun dhunia/ and dhunia lgile tumk jaatra aguwai jai jen ❤

  • @Satabdii.
    @Satabdii. Před 2 měsíci +3

    Bishrut daa >>>

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6n Před 2 měsíci +1

    Ufff sobi aaaaakkkkki jai ki hindor voice😍✨👏👌

  • @DipenMoran-dl6tg
    @DipenMoran-dl6tg Před 2 měsíci +1

    Bishrut Saikia my favourite singer ❤

  • @niloysaharia9028
    @niloysaharia9028 Před 2 měsíci +1

    Bishrut's Stage programme is ❤

  • @ankitaasarmah
    @ankitaasarmah Před 2 měsíci +3

    Baa , surprise bur dibosun otithi burok...Val lge apunar xei idea tu..unique hoi❤

  • @KapilKBorah
    @KapilKBorah Před 2 měsíci +3

    Super Excited!🤩

  • @user-wb8jo9wb5h
    @user-wb8jo9wb5h Před 2 měsíci +1

    Bor bhal lagil baa onuthanti Sai .....Rong dhemali majere aji bor gohin gohin onubhob bohut dinor murot jen onubhob korilu kiba eta bhal lagil....baa apuni kin2 Mur xubei prio💜....bishrutoloi huvesya aru morom💜duyugorakir bioktitto hosai muk aplutto korile...🫰

  • @lawyersonowal9704
    @lawyersonowal9704 Před 2 měsíci +3

    Bishrut daa 😍✨

  • @AJCreationAssam
    @AJCreationAssam Před 2 měsíci +1

    বিশেষ একো নকওঁ, মাথো কম - আয়ৈ দেহি ❤

  • @niharikaniharikaboro
    @niharikaniharikaboro Před měsícem

    I love bishrut saikia💗😊💗

  • @niharikadeka1077
    @niharikadeka1077 Před 2 měsíci +1

    Korobat roi jabo lage tewr kothat emn bikhal vab bur eman do koi vabe kintu uporte vobai deya manuhok just wawww

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6n Před 2 měsíci +1

    Hobdo kisu amil dekhisu ganburt ❤ by the way very nice song.... Sweet voice😍

  • @lipikabora
    @lipikabora Před 2 měsíci +1

    Uff kthabur eman dhuniake koi ❤❤❤

  • @mamonidevi617
    @mamonidevi617 Před 2 měsíci +1

    Thank you Aichengfa kiman moromiyal Bishurtk show korila bhal lagil

  • @rohittaid8638
    @rohittaid8638 Před 2 měsíci +1

    Moja vhal lagil ❤❤❤❤

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 Před 2 měsíci +1

    খুব খুব সুন্দৰ 🥰🥰

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r Před 2 měsíci +1

    বহুত ভাল লাগিল ।❤❤

  • @ruligogoi9332
    @ruligogoi9332 Před 2 měsíci +1

    Bahut bhal lage gaan bur huni .. ❤

  • @monujboruah7891
    @monujboruah7891 Před 2 měsíci +3

    বহুত বহুত ভাল লাগিল.❤❤❤❤ ধন্যবাদ বা.

  • @hemantakalita1847
    @hemantakalita1847 Před 2 měsíci +1

    Rajkumar Thakuria (Raku Da) r interview eta lobosun....Eagerly waiting