Morigaon

Sdílet
Vložit
  • čas přidán 9. 09. 2024

Komentáře • 400

  • @AtulBorahOfficial
    @AtulBorahOfficial Před 2 lety +24

    কৃষ্ণ কৃষ্ণ, বহু অপেক্ষাৰ মূৰত কৃষ্ণ কথা শ্ৰৱণ কৰি ধন্য হলো, আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনি থাকিবলৈ ঈশ্বৰে আপোনাক সৰ্বতো প্ৰকাৰে কুশলে ৰাখক আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jyotimoni3048
    @jyotimoni3048 Před 2 lety +18

    প্ৰভূ আপোনাৰ শ্ৰীমূখে ভাগৱতৰ অমৃত বাণী শুনি পৰম আনন্দ লভিছো ।আপোনাক ঈশ্বৰে এনে অমৃত বাণী আমাক ‌শুনাবলৈ আৰু শক্তি প্ৰদান কৰে যেন‌‌ ।

  • @promodborah3768
    @promodborah3768 Před 3 měsíci +2

    কৃষ্ণৰ কৃষ্ণৰ পভু আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ হকলোকে ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন‌ এইয়া আশা কৰা হৈছে আৰু ভক্ত সকলক ভগৱানে কুশলে ৰাখে য়েন ধন্যবাদ ❤❤❤❤❤❤❤❤❤

  • @himadriboruah4849
    @himadriboruah4849 Před 2 lety +8

    প্ৰভু, আপোনাৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ 🙏🙏🙏

  • @bipulnath7468
    @bipulnath7468 Před 2 lety +3

    আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালো। আপোনাৰ মুখেৰে ভাগৱতৰ মঙ্গলাচৰণৰ ব্যাখ্যা শুনি নিজকে সাৰ্থক হোৱা যেন অনুভৱ কৰিছোঁ। আপোনাৰ মুখেৰে ভাগৱত পাঠ শুনি সচাকৈ ইমান সুন্দৰ মনোমোহা অনুষ্ঠান ত ভাগলৈ সাৰ্থক হোৱা যেন অনুভৱ কৰিছোঁ। আপোনাক ভগৱন্ত প্ৰভু কুক্ষলে ৰাখক। সেৱা হে কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @parineetapari2645
    @parineetapari2645 Před 2 lety +12

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছো প্ৰভু,,আপোনাৰ শ্ৰী মুখে সুললিত কণ্ঠেৰে ভাগৱত পাঠ শ্ৰৱণ কৰি বহুত বহুত সুখ,জ্ঞান পাইছো,,ঈশ্বৰে আপোনাক কুশলে ৰাখক 🙏🙏🙏🙏🙏

  • @pabitranath1763
    @pabitranath1763 Před 2 lety +5

    কৃষ্ণ বাপ আজি আপোনাৰ দৰ্শন পাই অতি আনন্দিত হৈছোঁ । ভগৱানে কৃপা কৰে যেন। ।কৃষ্ণ কৃষ্ণ

  • @rimaborah6457
    @rimaborah6457 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ বহুদিন বিৰতিৰ পিছত আপোনাৰ শ্ৰীমুখে কৃষ্ণকথা শ্ৰবন কৰি নথৈ আনন্দিত হলো আপোনাৰ চৰনত শতকোটি সেৱা জনালো৷ ঈশ্বৰে আপোনাক কুশলে ৰাখক৷

  • @junumech653
    @junumech653 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏প্ৰভূ কৃষ্ণ চৰণৰ সেৱা কৰিছে প্ৰভূ কৃষ্ণ মই অধমৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ বৰ সুন্দৰ প্ৰভূ ভাল লাগিছে ধন্যবাদ প্ৰভূ কৃষ্ণ কৃষ্ণ

  • @nirmalborah9110
    @nirmalborah9110 Před 2 lety +20

    কৃষ্ণ,,বাপ আপোনাৰ শ্ৰীমুখে ভাগৱত শ্ৰৱণ কৰি ধন্য হলো,,শুনিলে শুনি থাকিব মন যায়,,কৃষ্ণ বাপ সেৱা জনালো,,

  • @Anjankalita5677
    @Anjankalita5677 Před 2 lety +3

    বাপ আপুনি আৰু আপোনাৰ জীৱন ধন্য হওঁক।মোৰ মাতৃ এই মহামাৰীৰ দিনত মনেৰেই নিঠৰুৱা হৈ পৰিছিল তেতিয়া এই ভাগৱত পাঠ শুনি তেওঁ ভক্তি ৰসত বিলীন হৈ আনন্দ লাভ কৰে।বাপ আপোনাৰ এই ভাগৱত পাঠে বহুলোকক জীৱন প্ৰদান কৰিছে।কৃষ্ণ অ' হৰি অ' ৰাম।।
    বাপ অনুগ্ৰহ কৰি আপোনাৰ গৃহ ঠিকনাতো দিব চোন।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 2 lety +11

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সশ্রদ্ধ সেৱা আগবঢ়াইছো আপোনালোকৰ সবাৰো শ্রী চৰণত কৃপা কৰিব। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 Před 2 lety +7

    কৃষ্ণ .. 🙏...!
    সেৱা গ্ৰহণ কৰিব বাপ.... 🙏
    ঈশ্বৰৰ কৃপাৰে সমৃদ্ধ হৈহে এই ''পৰম মঙ্গল ময় কৃষ্ণ কথা '' শ্ৰৱণ কৰিবলৈ সুবিধা পাইছো ... !
    আপোনাৰ সৰ্বতোপ্ৰকাৰৰ মঙ্গল কামনা কৰিলো ... ! 🙏

  • @malashreebora492
    @malashreebora492 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ প্ৰভূ শতকোটি প্ৰণাম জনালোঁ। প্ৰতি দিনাই আপোনাৰ শ্ৰীমুখে শুনা পাঠৰ পৰা বহুত উপকৃত হৈছো মই ভাবোঁ মোৰ লগতে আপোনাৰ পাঠ শুনি থকা বহু জন উপকৃত হৈছে । প্ৰভু আজি ইমান বেছি আকৰ্ষণীয় আছিল কেইবাবাৰো শুনি আছো । সদায় যাতে ভগৱানে আপোনাৰ পাঠ শুনি থাকিবলৈ এই অভাগীক মতি দিয়ক । প্ৰণাম প্ৰভু

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Před 2 lety +2

    অতি তাৎপৰ্য পূৰ্ণ অতি সুন্দৰ উপদেশ এনেকুৱা ভাগৱত অজ্ঞানি জনতাৰ বাবে সুন্দৰ সম্পদ এই জ্ঞান বিতৰণৰ বাবে আপোনাক অন্তৰিক সেৱা জনালো আপোনাৰ চৰন ধূলি সিৰত লৈ পুনৰ এই অমৃত পোৱাৰ আশাৰে অধমৰ সেৱা গ্ৰহণ কৰে যেন

  • @putaliborah7738
    @putaliborah7738 Před 2 lety +9

    কৃষ্ণ বাপ আপোনাৰ চৰণত সহস্ৰ কোটি প্ৰণাম । আপোনাৰ কীৰ্তনে ভগৱান ক পোৱাৰ নিছিনা লাগিছে। ভগৱানে আপোনাক বহ দিন ভালে ৰাখি কলিৰলোকক উদ্ধাৰ কৰে মেন।

  • @minagoswami1959
    @minagoswami1959 Před 2 lety +11

    কৃষ্ণ কৃষ্ণ ,প্ৰণাম জনালোঁ। আপোনাৰ সুললিত কণ্ঠৰে গোৱা মহাভাগৱতৰ কথা শ্ৰৱন কৰি পৰম কৃতাৰ্থ হʼলো।
    ওঁম নমো ভগৱতে বাসুদেৱায় নমঃ।

  • @anildas5489
    @anildas5489 Před 2 lety +1

    কৃষ্ণ শংকৰ গুৰু বাপ বহুত সুন্দৰ লাগিল মাধৱ মাধৱ

  • @nawakantanath5252
    @nawakantanath5252 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম 🙏🙏🙏 বহু দিন ধৰি আপোনাৰ শ্ৰী মুখে কৃষ্ণ কথা শুনা নাছিলোঁ। আজি পাই ‌ বৰ ভাল লাগিল বাপ কৃষ্ণ

  • @nandakurmi7444
    @nandakurmi7444 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ বাপ,আপোনাৰ ভাগৱত পাঠ শুনি অতি আনন্দিত হওঁ ।

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 Před 2 lety +1

    Joy Sree Krishna🙏🏻🙏🏻🙏🏻 path xuni bor bhal lagil.

  • @mahimbora1984
    @mahimbora1984 Před 2 lety +3

    হে মহা গুৰু আপোনাৰ মূখে প্ৰভূ ভগৱন্ত যি অমৃত বানি ,শুনা ভাগ্য আমাৰ গৃহত সকলোৱে মিলে । আমি কৃতাথ্য । মহাপুৰুষ ইশ্বৰে আপোনাক আৰু শক্তি দিয়ক তেও গুণানো কীত্তন কৰিবলে । কৃষ্ণ কৃষ্ণ প্ৰভূ ।

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo Před 2 lety +1

    কৃষ্ণ কৃষ্ণ বাপ প্রভু ঈশ্বৰ গুৰু জন আপোনাৰ শ্রীচৰনত শতকোটি ভক্তি ভৰা সেৱা অৰ্পন কৰিলো কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱ মাধৱ গোবিন্দ গোবিন্দ নাৰায়ণ নাৰায়ণ ৰাম কৃষ্ণ হৰি 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @bijusaikiasaikia8387
    @bijusaikiasaikia8387 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ ভাগৱত কথা শ্ৰৱণ কৰি বহুত আনন্দিত হৈছো বাপ ।কৃষ্ণ

  • @bontiborah5014
    @bontiborah5014 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আজি হে মোৰ জীৱনৰ সাৰ্থক হোৱা যেন অনুভৱ কৰিছো প্রভু আপোনাৰ শ্ৰী চৰণত শিৰ থৈ প্ৰণাম কৰাৰ সুযোগ কন ভগৱন্ত ইপ্ৰদান কৰাৰ বাবে ।প্রভু সর্বদা ভগৱন্ত ৰ বাণী প্ৰদান কৰিব লৈ শক্তি প্ৰদান কৰক ঈশ্বৰে ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @jonaliborah5228
    @jonaliborah5228 Před 2 lety +5

    কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব 🙏 আপোনাৰ শ্ৰীমুখে ভাগৱত শ্ৰৱণ কৰি ধন্য হলো🙏

  • @dipalidevi507
    @dipalidevi507 Před 2 lety +1

    কৃষ্ণ বাপ ঈশ্বৰ আমি আমাৰ গৃহৰ পৰাই ভক্তি ভৰা সেৱা জনাইছো । কৃষ্ণ কৃষ্ণ প্ৰভু‌ ।

  • @BVlogs461
    @BVlogs461 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কোটি কোটি কোটি কোটি কোটি প্ৰণাম জনালো আপোনাৰ ভগৱত্ শুনি বৰ আনন্দ পাইছো প্ৰভু নমস্কাৰ নমস্কাৰ নমস্কাৰ প্ৰভু

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo Před 2 lety

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ শতকোটি ভক্তি ভৰা সেৱা সবাৰো শ্রী চৰনত অৰ্পন কৰিলো কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱ মাধৱ গোবিন্দ গোবিন্দ 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @manjitborah8901
    @manjitborah8901 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ, প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ🙏🙏🙏

  • @binandadas9675
    @binandadas9675 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼🙏🏼 ৰাম ৰাম🙏🏼🙏🏼🙏🏼🙏🏼 হৰি হৰি🙏🏼🙏🏼🙏🏼🙏🏼 হৰি ৰাম প্ৰভু মাধৱ ।কৌটি কৌটি প্ৰনাম জনালো সকলোৱে মঙ্গল কামনা কৰিলোঁ কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।

  • @rupalidas6212
    @rupalidas6212 Před 2 lety +1

    krishna provu apuni atmaram dukhor kheua sikar korib . krishna krishna.. khosake bohut val lagil khuni krishna

  • @bhogramnath6500
    @bhogramnath6500 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ইশ্বৰ আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শ্ৰৱন কৰি পৰম তৃপ্তি লভিলোঁ।

  • @manjulabora8219
    @manjulabora8219 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু ঈশ্বৰ‌ শতকৌটি প্ৰণাম গ্ৰহণ কৰিব 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু পৰম পিতা পৰমেশ্বৰে সকলোকে কুশলে মঙ্গলে ৰাখক এয়ে প্ৰাৰ্থনা 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু❤️❤️

  • @indranibhuyan5563
    @indranibhuyan5563 Před 2 lety +4

    কৃষ্ণ প্ৰভুজনাৰ শ্ৰীমুখৰ মঙ্গলাচৰণ শুনি পৰমানন্দ লাভ কৰিলো।আপোনাৰ চৰণত শতকৌটট সেৱা জনালো।🙏🙏

  • @kalpanasaikia2455
    @kalpanasaikia2455 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জন,আজি দেৰিকৈ হে গম পালো, দৰ্শনৰ ভাগ্য নহ'ল। নামঘোষাৰ ব্যাখ্যা শুনি থাকো।মনটো জুৰ পৰি যায়। গোটেই ঘোষাৰ ব্যাখ্যা কেনেকৈ পাম!সেৱা জনালো।

  • @vijayasaikia9168
    @vijayasaikia9168 Před 2 lety +6

    প্রভু ভাগৱত কথা শুনি খুৱেই সুখী হলো 🙏

  • @promodborah3768
    @promodborah3768 Před 5 měsíci +1

    কৃষ্ণৰ পভু আপোনাৰ চৰনত সেৱা নিবেদন কৰিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ হকলোকে ধন্যবাদ

  • @pramudnath2228
    @pramudnath2228 Před 2 lety +1

    কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ আসনৰ পৰা আমালৈ একাজলি আশীৰ্বাদ প্ৰদান কৰিব ।আমি দূৰৰ পৰাই আপোনাক শত কৌটি প্ৰনাম নিবেদিছো ।

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Před rokem

    প্ৰভু পাৱে পৰি কাতৰ প্ৰাৰ্থনা অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে প্ৰভু আপোনাৰ এই ধাৰাবাহিক ভাগৱত পাথৰ পৰা পোৱা অমৃত বানিৰ পৰা পোৱা ত্ৰিপ্তিৰ তুলনা নাই একাধিক ক্ৰমে আপোনাৰ ভাগৱত পাঠ শুনিবলৈ পোৱাৰ আশাৰে ভিক্ষাৰি অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে আশাৰে বাত ছাই ঠাকিলো

  • @binodbordoloi2225
    @binodbordoloi2225 Před rokem +1

    হে প্ৰভূজন বুলিম কি দৰে তোমাক, মোৰ ভাষা হিন ,নিছ, সেঁৱা গ্ৰহন কৰিব প্ৰভূ।

  • @puspabora8077
    @puspabora8077 Před 2 lety +3

    হে প্ৰভূ আপোনাৰ শ্ৰী মুখে কৃষ্ণ ৰ মঙ্গলা চৰণ ৰ পাঠ শ্ৰৱন গুনানো কৃৰ্তন শুনি পৰম সস্তুটি লাভ কৰিছো । ভগৱানে যেন আপোনাক আৰু শক্তি প্ৰদান কৰে । তাৰ বাবে কুটি , কুটি 🙏🙏🙏🙏🙏 প্ৰনাম ।

  • @minaramboruah389
    @minaramboruah389 Před 2 lety +4

    কৃষ্ণ কথা শুনি ধন্য হ’লোঁ ৷ সাৱলীল ব্যাখ্যা ৷

  • @probhawati8478
    @probhawati8478 Před 2 lety

    কৃষ্ণ কৃষ্ণ বাপ কৌতি কৌতি সেৱা নমস্কাৰ ।চৰণৰ তলত একনিকা ঠাই দিয়ক প্ৰভূ ।কৃষ্ণ কৃপাৰ সাগৰ ।

  • @nilimapathak4130
    @nilimapathak4130 Před 2 lety +4

    Krishna krishna pravu pransm 🙏🙏

  • @swapnaphukan8901
    @swapnaphukan8901 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ --সুন্দৰ --অতি তাৎপৰ্যপূৰ্ণ সুৰীয়া ব্যাখ্যা শুনি ধন্য হলোঁ প্ৰভু 🙏🙏

  • @NirodchBaruah
    @NirodchBaruah Před 4 měsíci

    কৃষ্ণ কৃষ্ণ বাপ সভক্তিৰে ভক্তি ভৰা সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ হৰি

  • @tulikabarua2838
    @tulikabarua2838 Před 2 lety +2

    প্ৰভু ..শ্ৰৱণ কৰি অতি সুখ পালো,কৃষ্ণ কৃষ্ণ সেৱা জনালো🙏

  • @nijaradas4894
    @nijaradas4894 Před 2 lety +18

    🙏🏼🙏🏼🙏🏼🙏🏼কৃষ্ণ কৃষ্ণ প্ৰভু,আপোনাক শতকৌটি প্ৰণাম জনালোঁ । কৃষ্ণ হৰি ৰাম কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼

    • @MahendraSharma-gk8nh
      @MahendraSharma-gk8nh Před 2 lety +3

      জয় শ্ৰীকৃষ্ণ ।প্ৰভু সেৱা গ্ৰহণ কৰিব। আপুনি ভগৱন্তৰ কৃপাপাত্র লোক! তিমিৰাচ্ছন্ন অসমৰ আকাশৰ পৰা ডাৱৰ আঁতৰ কৰা সামর্থ মাত্র আপোনাৰ হাতত ভগৱন্ত পুৰুষে অৰ্পণ কৰিছে যেন মোৰ অনুভৱ হৈছে। এই দায়িত্ব কোনো ৰাজনৈতিক নেতা সাহিত্যক লেখক কবি চৰকাৰ কাকো দিয়া নাই। মই সপোনত দেখা মতে এই গুৰুভাৰ আপোনাৰ কান্ধত নেস্ত কৰিছে। আমাৰ আশা আপুনি নিশ্চয় এই দায়িত্ব নির্বহন কৰিব।আমাৰ শুভকামনা শুভেচ্ছা আপোনাক জনালো । আমি এই ক্ষেত্ৰত কায় মন সহযোগ আৱশ্যক হলে কৰিম। আপুনি আগবাঢ়ি যাওক! কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @tapandeka3606
      @tapandeka3606 Před 2 lety

      @@MahendraSharma-gk8nh 🇶🇦 09@

    • @maniraj5863
      @maniraj5863 Před 2 lety +1

      Krishna Krishna Baap

  • @mainabordoloi2479
    @mainabordoloi2479 Před 2 lety +8

    কৃষ্ণ প্ৰভু ঈশ্বৰ, আপোনাৰ চৰণত শিৰ থৈ সেৱা জনালো প্ৰভু🙏🙏🙏

  • @prasantakumarnath9469
    @prasantakumarnath9469 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ জনা 🙏🙏🙏

  • @jayantarabha8353
    @jayantarabha8353 Před 2 lety +1

    কৃষ্ণ প্ৰভু সেৱা ভাগি গহন কৰিব ।🙏🙏🙏

  • @jinukakati1589
    @jinukakati1589 Před 2 lety +1

    Madhab madhab nam madhab nam basanat madhab nam hriday at jito sadhu nare madhabk vabe sardykhane🙏🙏🙏🙏👏👏👏

  • @jyotikalita8543
    @jyotikalita8543 Před 2 lety +2

    আপোনাৰ ভাগৱত বাখ্য়া শুনি ধন্য়হলো ,কৃষ্ঞ বাপ ,প্ৰভুৱে আপোনাক কুশলে ৰ্াখক|

  • @dipikagogoi2840
    @dipikagogoi2840 Před 2 lety +2

    কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত শত কৌটি প্ৰনাম জনালো

  • @binapanichetia582
    @binapanichetia582 Před rokem

    কৃষ্ণ প্ৰভুজন বৰ সুন্দৰ পাঠ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @champawatidekadeka336
    @champawatidekadeka336 Před 2 lety +1

    বাপ আকৌ শুনিছোঁ তথাপি যেন শুনিয়েই থাকিম । কৃষ্ণ ৰাম

  • @rivachiringphukan1440
    @rivachiringphukan1440 Před 9 měsíci

    কৃষ্ণ প্ৰণাম প্ৰভু ! মন প্ৰাণ ভৰি গল , আৰ্শীৱাদ কৰিব প্ৰভু সদায়ে এইদৰে শ্ৰৱণ কৰিব পাৰো ।

  • @bipulsaikai1038
    @bipulsaikai1038 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏

  • @Babudas-vp5pd
    @Babudas-vp5pd Před 2 lety +16

    কৃষ্ণ প্ৰভু আপোনা শ্ৰী মোখে ভাগৱত শুনি বহুত আনন্দিত হলো। ভগৱানে সদাই আপোনাক কুশলে ৰাখক।

  • @arundhatidas7881
    @arundhatidas7881 Před 2 lety +4

    আমি অধম কৃষ্ণৰ চৰণত আপোনাৰ চৰণত সেৱা জনালো ৷ আমি আপোনাৰ ভাগবত পাঠৰ একান্তু শ্ৰোতা ৷ জীৱনলৈ পৰম সুখ আহিছে কৃষ্ণ নামেৰে ৷

  • @souravjyotisivam5246
    @souravjyotisivam5246 Před 2 lety +3

    Om namo narayan 🙏 hare Krishna 🙏🏻🙏🏻🙏🏻🙏🏻😭 ❤️

  • @jinuprovadas6006
    @jinuprovadas6006 Před 2 lety

    কৃষ্ণ প্ৰভূ ভগৱানৰ বানি আপোনাৰ শ্ৰীমূখে শুনি নালাগে আমনি । ৰাম কৃষ্ণ প্ৰভূ ।

  • @gitalineog6489
    @gitalineog6489 Před 2 lety

    কৃষ্ণ প্ৰভু কায় বাক্যমনে প্ৰভুৰ চৰণ সেৱিবলৈ যাতে আমাক আৰ্শীবাদ কৰে 🙏🙏🙏🙏🙏🙏

  • @jayabhuyan640
    @jayabhuyan640 Před 2 lety +1

    Ha prabhu kreepa. Karib.🙏🙏🙏

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 Před 2 lety +2

    বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DamayantiDas-lj8ew
    @DamayantiDas-lj8ew Před měsícem +1

    Parbhu.isar.apunar.bakhya.bahut.val.lagil.krisna

  • @priyadoleypegu597
    @priyadoleypegu597 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🙏🙏🙏🙏🙏🙏🙏🙏

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Před 2 lety +1

    হে প্ৰভু পাৱে পৰি কৰোজৰে কাতৰ প্ৰাৰ্থনা জ্ঞাপন কৰিলো আপোনাৰ ভাগৱত পাঠৰ সকলো পাঠ আদিৰ পৰা অন্তলৈকে শুনাৰ আশাৰে আশাৰ বাটত

  • @atulokalita4134
    @atulokalita4134 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দিত। কৃষ্ণ কৃষ্ণ

    • @jyotikalita8543
      @jyotikalita8543 Před 2 lety

      কৃষ্ঞ বাপ ,ধন্য়হলো ,আপোনাৰ ভাগৱতৰ বাখ্য়াশুনি | ভগৱন্ত প্ৰভুৱে যেন আপোনাক কুশলে ৰাখে ,আমাক ভাগৱত কথা শুনাবৰ বাবে |কৃষ্ঞ

  • @kalpanasaikia4588
    @kalpanasaikia4588 Před 2 lety +1

    জয় জগত গুৰু শ্রী মন্ত শংকৰ দেৱ🙏🙏🙏🙏🙏🙏🙏

  • @nitaitanti1576
    @nitaitanti1576 Před 2 lety +2

    Prabhu Ishwarar hawa jonishu🙏🙏🙏

  • @amiyasaikia8822
    @amiyasaikia8822 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ পুৱাৰ সশ্ৰদ্ধ প্রণাম গ্রহন কৰিব🙏🙏🙏 ইমান সুন্দৰ ভাগৱত পাঠ .....আমি যেন 'গৃহতে থাকিয়া দেখিলোঁ তযু চৰণ'🙏🙏🙏🙏🙏🙏🙏

  • @pradipsarma6762
    @pradipsarma6762 Před 2 lety +1

    Pravu Iswar, seva grahan koribo, Apunak Suk Dev buli Manishu, iman dhunia bakhya Kori amak dhanya korise, Apuni amar path padarsak, Ram Krishna.

  • @khargeswarkalita3502
    @khargeswarkalita3502 Před 2 lety +1

    কৃষ্ণ বাপ সেৱা ভাগ ধৰিলো বাপ ঈশ্বৰ। কৃষ্ণ।🙏🙏🙏🙏

  • @ratulnath5783
    @ratulnath5783 Před 2 lety +5

    কৃষ্ণ কথা অমৃত সমান 🙏

  • @ajantamedhidas8946
    @ajantamedhidas8946 Před 2 lety +1

    Krishna Krishna Hari Hari Ram Ram 🙏🙏

  • @sangitamedhi553
    @sangitamedhi553 Před 2 lety +1

    প্ৰনাম প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ🙏🙏

  • @bandanadas2632
    @bandanadas2632 Před 2 lety

    কৃষ্ণ গুৰুজনা সেৱা নিবেদিলোঁ কৃষ্ণ 🙏🙏🙏❤❤❤❤❤🙏🙏🙏🙏

  • @ranjanarabha6619
    @ranjanarabha6619 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ 👏👏দেউতা ঈশ্বৰ কৃষ্ণ কৃষ্ণ 👏👏

  • @rekhamonideka9216
    @rekhamonideka9216 Před 2 lety +2

    কৃষ্ণ বাপ আপোনাৰ চৰণত শতকোটি প্ৰণাম জনালো

  • @prahladchetia4233
    @prahladchetia4233 Před 2 lety +1

    কৃষ্ণ , গুৰুজনা আমি ইয়াৰ পৰাই সেৱা এভাগি জনাইছোঁ , গ্ৰহণ কৰে যেন ।

  • @mamonidas1659
    @mamonidas1659 Před 2 lety +2

    Krishna 🙏🙏probhu pronam. 🙏🙏🙏🙏

  • @jagadishkumar653
    @jagadishkumar653 Před 2 lety +2

    কৃষ্ণ প্ৰভু সেৱা জনালো

  • @binudas3008
    @binudas3008 Před 2 lety

    Krishna prabhoo ! Aapunar nirmmal antoror para olai aha bhagawatar charitra xamuh nikhoot bhabe bujai diyat bahoot bhaal lagil

  • @sankarbhuyan7885
    @sankarbhuyan7885 Před 2 lety +1

    কৃষ্ণ ৰাম কৃষ্ণ শতকোটি প্ৰণাম জনালোঁ 🙏🙏🙏 কৃষ্ণ

  • @kamakhyabaruah9457
    @kamakhyabaruah9457 Před 2 lety +6

    গুৰুজন, আপোনাৰ শ্রীমুখে ভগৱানৰ বাণী শুনি
    পৰমানন্দ লভিছো। আপোনাক সহস্ৰ নমস্কাৰ । আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Před rokem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @anjanarupadas6601
    @anjanarupadas6601 Před 2 lety +20

    🙏🙏কৃষ্ণ কৃষ্ণ হে গুৰুজন আমাৰ শতকোটি প্ৰণাম জনাইছো আপোনাসব সবাৰে শ্রী চৰণত কৃপা কৰি গ্রহণ কৰিব🙏🙏

    • @binandadas9675
      @binandadas9675 Před 2 lety +1

      ৰাম ৰাম🙏🏼🙏🏼🙏🏼🙏🏼 কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼🙏🏼 হৰি হৰি🙏🏼🙏🏼🙏🏼🙏🏼 ৰাম প্ৰভু মাধৱ কৌটি কৌটি প্ৰনাম জনালো🙏🏼🙏🏼🙏🏼🙏🏼সকলোৰে মঙ্গল কামনা কৰিলো।।

  • @monikachangmai3801
    @monikachangmai3801 Před 2 lety

    Bohut val lagil krishna

  • @sovanakakati2340
    @sovanakakati2340 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ বাপ। খুব ভাল লাগিল।

  • @minakshibora4725
    @minakshibora4725 Před 2 lety

    Pronam bap jon apunar shri mukhe Bhagowator omiya bani xuni poram kritartho holu Ram Ram Ram

  • @raktimranjanrajbongshi6332

    কৃষ্ণ কৃষ্ণ , প্ৰভুইশ্বৰ আপোনাৰ শ্ৰীমুখে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ অমৃতময় কথা শুনি পৰম আনন্দিত হ'লোঁ । এনেদৰেই ভগৱন্ত পুৰুষৰ কথা আপোনাৰ শ্ৰীমুখে প্ৰকাশিত হ'বলৈকে আপুনি সু স্বাস্থ্যৰ অধিকাৰী হৈ থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ...

  • @sarbeswardoley2388
    @sarbeswardoley2388 Před 2 lety +2

    .বাপ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @jayantidas3472
    @jayantidas3472 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হে বাপ ঈশ্বৰ ধন্যবাদ 🙏🙏 আমাক ব্হু উপকৃত কৰিলে ঈশ্বৰে কূপা কৰি ৰাখক আপোনাক 🙏🙏

  • @pramiladeori6928
    @pramiladeori6928 Před 2 lety +2

    Krishna bap 🙏🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 Před 2 lety +2

    🙏🌺Krishna Bap Prnam jonaisu🌺🙏

  • @budhanbhuyan7410
    @budhanbhuyan7410 Před 2 lety +1

    Krisna Pravo Raam Raam

  • @golapidas565
    @golapidas565 Před rokem

    He Bap Nimi Naba Sidha Sombad Aponar Sirimukhera Suni Palamkoi holeo Bohut Anandit Holo Prabhu🙏🙏🙏🙏

  • @kabitadas61
    @kabitadas61 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰণাম জনালো আপোনাৰ চৰণত ।কৃষ্ণ কৃষ্ণ ৰাম