Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 174 || 24.06.2024

Sdílet
Vložit
  • čas přidán 23. 06. 2024
  • Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
    Follow Rengoni TV :-
    Facebook: / rengonitv
    CZcams: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT
  • Zábava

Komentáře • 902

  • @lavitadeori4071
    @lavitadeori4071 Před 5 dny +647

    কোনে কোনে গুন গুন সোনকালে শেষ হোৱাটো নিবিচাৰে এটা Like কৰা, মই নিবিচাৰোঁ 👍👍👍❤️❤️❤️

  • @user-fm5bm4ku8l
    @user-fm5bm4ku8l Před 5 dny +208

    গুনগুন কোনে প্ৰথমৰ পৰাই চাই আছে লাইক কৰা ❤

  • @momidas1919
    @momidas1919 Před 5 dny +176

    কোনে কোনে miss কৰিবা like ata dya 😢মই বহুত miss কৰিম.... 😢❤🎉সচাকৈ বহুত বেছি ভাল লাগিলে চায়...

  • @user-ub5lo2om3j
    @user-ub5lo2om3j Před 5 dny +175

    গুণগুণৰ কাৰণে এটা লাইক কৰিবা❤❤❤মইণা কাৰণে এটা কমেন্ত কৰিবা❤❤

  • @DipankarSaikia-xp9dc
    @DipankarSaikia-xp9dc Před 5 dny +123

    উৰুলিয়ে মোৰ কানত ধৰিছে। উৰুলি হৈছে এটা মাংগলিক ধ্বনি ,যদি শুনিবলৈ শুৱলা হয় শুনি আমনি নালাগে ❤

  • @krishnamahanta5688
    @krishnamahanta5688 Před 5 dny +51

    উৰুলি নো এনেকৈ দিয়েনে ।শুনিবলৈ বৰ বেয়া হৈছে ।

    • @Kaku.141
      @Kaku.141 Před 5 dny +3

      শিয়ালে হুৱা দিয়া যেন লাগিছে.. 😆

  • @archanaborah656
    @archanaborah656 Před 5 dny +57

    সদাই অপেক্ষা কৰি থাকো গুণগুণ চাবৰ বাবে❤❤

  • @DipakBorah-y1i
    @DipakBorah-y1i Před 5 dny +26

    মইনা আৰু অধিৰথৰ দেউতাক অহাটো দেখুৱাব লাগিছিল।দেউতাক জন নহাকে ছোৱালী জনী বিয়া দিব নালাগিছিল নেকি

  • @dipikasaikia2853
    @dipikasaikia2853 Před 5 dny +94

    Dada, baideu, bondhu, bandhobi hokl aji episode tur babe kun kun roi asil like korok

  • @mitalinath6601
    @mitalinath6601 Před 5 dny +13

    পোন্দৰিকৰ মাক(বাবু সোনা 😅)আৰু কু-ইন ক নামাতিলে নেকি বিয়াত 😢

  • @fusirajkhowa9562
    @fusirajkhowa9562 Před 5 dny +66

    দৰ্শন আৰু মইনাৰ বাবে এটা লাইক👍🏻👍🏻❤

  • @rubulmoran6503
    @rubulmoran6503 Před 5 dny +19

    সঁচা প্রেম ইয়াকে কয় কিন্তু সকলোৰে ভাগ্যত নাথাকে ❤

  • @sagarikakalita839
    @sagarikakalita839 Před 5 dny +10

    বিয়া খনত পুণ্ডৰিক ৰ পৰিয়াল টো আহিলে ভাল লাগিল হয়

  • @deepjyotilaskar1030
    @deepjyotilaskar1030 Před 5 dny +11

    বহুত ভাল লাগিল গুণ গুণ ছিৰিয়েল সন চাই বিশেষকৈ আজি সন্দতি , আৰু আগুৱাই জোৰা ♥️♥️ দৰ্শন আৰু মইনা বিবাহিত জীৱন সুন্দৰ হক শুভেচ্ছা থাকিল ❣️💞💛😘

  • @Kaushik632
    @Kaushik632 Před 5 dny +47

    অধীৰথ বহুত ভাগ্য ৱান, মইনাৰ দৰে ভনীয়েক এজনী পাই, আৰু মইনা ও বহুত ভাগ্য ৱান, অধীৰথৰ দৰে ককায়েক এজন পাই।❤️

  • @PankajLahan-fk1ub
    @PankajLahan-fk1ub Před 5 dny +29

    গুণগুণ ধাৰাবাহিকৰ এই খণ্ডটো কোনোবা এটাখিনিত আধৰুৱা-আধৰুৱা যেন লাগিল ।
    ১. একমাত্ৰ ছোৱালী মানে মইনাৰ দেউতাকৰ অনুপস্থিত বিয়াখন হোৱাটো ।
    ২. বিয়াৰ যি উৰুলি দিছে এনে লাগিল যেন সৰু লৰা-ছোৱালীয়ে ইতিকিং কৰি উৰুলি দিছে, উৰুলিৰ যি মাদকতা সেই মাদকতা ইয়াত দেখা পোৱা নগল ।।

  • @PriyankaDeka-jo6qx
    @PriyankaDeka-jo6qx Před 5 dny +10

    বহুত বহুত সুভকামনা গুণ গুণ পৰিয়াললৈ। লগতে দৰ্শন আৰু মইনাৰ বাবে এটা লাইক‌‌‌

  • @dipankarbordoloi4935
    @dipankarbordoloi4935 Před 5 dny +11

    পুন্দৰিকক এটা সেৱা জনোৱা হ'লে বেছি ভাল লাগিল হয়

  • @PoriGogoi-kw9yw
    @PoriGogoi-kw9yw Před 5 dny +41

    Gun gun khn Kune Kune hunkle hekh hua tu nibisare ata like👍

  • @kankananathmunu7293
    @kankananathmunu7293 Před 5 dny +7

    Really ka biya hoi jua ❤️‍🩹 moina ba 2 ta ka dhuniya ka milisa♥️😘✨💞❤️‍🔥🌍na ki koi friend

  • @swapnalisarmah7081
    @swapnalisarmah7081 Před 5 dny +14

    মইনা কলিজা ভিতৰৰ পৰা ওলাই আহা😉❤অৱশেষত মইনা আৰু দর্শন ৰ বিয়া খন হ'লগৈ😍সোনকালে শেষ হব বহুত বেয়া লাগিব😢

  • @debakshichutia3781
    @debakshichutia3781 Před 5 dny +41

    উৰুলি দিবলৈ মোকেই মতা হ'লে😁... বাকী যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল মইনা আৰু দৰ্শন দুয়োজনলৈ ❤️

  • @dipanjalivlogs3513
    @dipanjalivlogs3513 Před 5 dny +13

    উৰুলী দিওঁতে হে হাঁহি উঠিছিল 😅😅কোনো দিছিল বাৰু 😅fvt sral❤love from golaghat ❤

  • @sunaligogoi8551
    @sunaligogoi8551 Před 5 dny +10

    ছোৱালী বিদাই বেলাত এনেকুৱা লাগে , আৰু কেতিয়াও ছোৱালী নহও ,বৰ আবেগিক মূহুৰ্তত

  • @jonalikarjee4254
    @jonalikarjee4254 Před 5 dny +9

    মইনা আৰু অধিৰথক মৰম বোৰ দেখি চকু পানী ওলাই গ'ল।

  • @surajitgogoi1235
    @surajitgogoi1235 Před 5 dny +10

    Gungun serial khon hakh hola kar kar baya lagib ata like kora

  • @jayantahazarika4326
    @jayantahazarika4326 Před 5 dny +10

    মই সদাই ৰৈ থাকোঁ গুণ গুণ চাবলে, কিন্তু কথা এটা কওঁ আজি মইনা দেউতাক দিখি পাব লাগিছলে কিয়নো ছোৱালী বিয়া টো , থকা হলে ভাল লাগিলে হয় ,

  • @user-ct2bu5bs4c
    @user-ct2bu5bs4c Před 5 dny +53

    বিয়া খন হোৱা কাৰনে কাৰ কাৰ ভাল লাগিছে like কৰা😊❤

  • @hiteshboroc9907
    @hiteshboroc9907 Před 5 dny +7

    মোৰ অতিকৈ জনপ্ৰিয় চিৰিয়েল । সকলোৰে অভিনয় বোৰ বহুত ভাল হৈছে । ভগৱানে সকলোকে ভালে ৰাখক আৰু আগুৱাই যোৱা ।

  • @Kaushik632
    @Kaushik632 Před 5 dny +34

    ৰেঙনি-- গুণ গুণ আৰু আদৰৰ আঁচোৰ
    ৰংৰ-- পুৱতি তৰা আৰু আকাশী গঙ্গা
    স্পন্দনৰ - মুগ্ধপ্ৰিয়া❤
    কাৰ কাৰ প্ৰিয়?

  • @bhabanichoudhury5930
    @bhabanichoudhury5930 Před 5 dny +11

    মইনা আৰু দৰ্শনক বৰ ধুনীয়া লাগিছে। আৰু পদ্মাৰ লগৰ কিজনীকো ভাল লাগিছে। সকলোৰে অভিনয় ধুনীয়া হৈছে।

  • @ParfectNeon
    @ParfectNeon Před 5 dny +72

    Gun gun aday hola bya loga khiniya like ata koreba😢😢😢

  • @Kaushik632
    @Kaushik632 Před 5 dny +21

    বহু অপেক্ষাৰ অন্তত মইনা আৰু দৰ্শনৰ বিয়া খন হ'ল গৈ..... এতিয়া অপেক্ষা গুণ গুণ আৰু অধীৰথৰ বিয়া খন লৈ...!!

  • @mitanjalidas6625
    @mitanjalidas6625 Před 5 dny +8

    উৰুলি দিয়া কেইগৰাকীৰ জিভা বোলা বস্তুটো নাই নেকি কেনেকুৱা বেসুৰা লাগিছে, বাকী ম‌ইনা দৰ্শনলৈ যুগ্ম জীৱনৰ শুভকামনা

  • @RDstatuscreator1214
    @RDstatuscreator1214 Před 5 dny +2

    Gungun ktha moromor siriyel khon hekh hbore hol kune kune miss krba..

  • @pubalisaikia9381
    @pubalisaikia9381 Před 5 dny +16

    Supa supi কোনে কোনে চালে like korib

  • @pijutati338
    @pijutati338 Před 5 dny +5

    এতিয়া অপেক্ষা মাথো অধীৰথ আৰু গুনগুনৰ বিয়ালৈ।

  • @Pegu-ep4j
    @Pegu-ep4j Před 5 dny +6

    এক নকৰিবা দেই গুণ গুণ চিৰিএল টো

  • @HamidaBegum-bv8w
    @HamidaBegum-bv8w Před 5 dny +101

    Gungun khon kar kar favourite hoi ❤
    👇

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Před 5 dny +10

    ধাৰাবাহিক খন সম্পূর্ণ প্ৰজিটিভ। আৰু এনেকুৱা প্ৰজিটিভ মেছেজ দিয়া বাবে স্কিপ লিখক জনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো লগতে মম্দিৰালৈ আৰু অভিনেতা অভিনেত্রী সকলক। ইমান নিখুঁত অভিনয় কৰা বাবে❤❤❤❤

  • @assamremix691
    @assamremix691 Před 5 dny +8

    গুণগুণ ধাৰাবাহিক বাবে এটা লাইট কৰি জাওক 👍🙏

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 5 dny +15

    উৰুলি জোকাৰ টো শুনিবলৈ ভাল লগা নাই কিন্তু দেই । 😂

  • @dipaphukan61
    @dipaphukan61 Před 5 dny +1

    Wait Kori asilu dei 💓

  • @rinkubora6349
    @rinkubora6349 Před 5 dny +3

    Excellent and terifics. Biyeakhon bohut dhunia shotting hoiessa aru beautiful obhinoie all off serial.

  • @maosumisaikia5271
    @maosumisaikia5271 Před 5 dny +6

    দৰ্শনৰ মোমায়েকেহে অলপ গণ্ডগোল লগাব যেন মনে কৈছে 🙏

  • @user-qd1zy6pc4d
    @user-qd1zy6pc4d Před 5 dny +7

    মইনা দেউতাক নহাকৈ বিয়াখন হৈ গল।❤

  • @user-qg6yy6yu5z
    @user-qg6yy6yu5z Před 5 dny +6

    গুণ গুণ সোন কালে শেষ নোহোৱা টো বিছাৰিছো দেই

  • @chayanikadhunu9522
    @chayanikadhunu9522 Před 5 dny +6

    মইনাহঁতৰ দেউতাকক নেদেখুৱালে যে ...??😢😢
    তেখেত তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল বুলি কৈছিল আগতে, তেখেত থকাহেঁতেন আৰু ভাল লাগিলহেঁতেন।😊😊

  • @JintuNath-eu3uw
    @JintuNath-eu3uw Před 5 dny +5

    বিয়া খনত মই নাৰ দেউতাক থাকিব লাগিচিল আৰু ভাল লাগিল হয় মই না আৰু অধিৰথৰ মৰম বুৰ মোৰ বৰ ভাল লাগে আৰু কাৰ কাৰ ভাল লাগে জনাব চুন

  • @BijumoniBoruah-xm3ng
    @BijumoniBoruah-xm3ng Před 5 dny +4

    দৰ্শনৰ আজি ৰাতিহে ভালকৈ টোপনি যাব হেৰৌ চিন্তাৰ পৰা মুক্ত হ’ল ❤❤❤

  • @JadovBasumatary
    @JadovBasumatary Před 5 dny +4

    গুণ গুণ ছিৰিএলতু চাই মই বহুত ভাল পাওঁ আৰু মোৰ প্ৰিয় হয় মোৰ এটা প্রশ্ন আছে কবলে মইনাৰ বিয়াত সকলোকে দেখিলো অবশ্যই বিয়াখন ছাই ভাল লাগিল মইনাক সকলোৱে আশি্ৱাদ দিলে মইনাৰ দেউতাকক বিয়াত দেখা নাপালো মইনাক দেউতাকে আশি্ৱাদ দিয়া হলে মইনা আৰু সুখত থাকিব পালে হয

  • @SwopnaP.ntongla
    @SwopnaP.ntongla Před 5 dny +8

    Moinai aji nijor ghorkhon Ari jabogoi tat koi dukhor kotha ki hobo pare n odhirot da apunar dukh ami hoijo koribo nuwarisu Jodi kak ba beta lagise ❤❤❤❤like diyok।

  • @MasTer___03__
    @MasTer___03__ Před 5 dny +4

    Uruli Diok😂😂Uluuu uluuu😂😂

  • @Singleboy-xg5zv
    @Singleboy-xg5zv Před 5 dny +4

    আজি কন্যা সাজত মইনা বা ক বহুত ভাল লাগিছে❤❤❤

  • @DimpiP-tw5rt
    @DimpiP-tw5rt Před 5 dny +5

    Adhirote aru gugunr biya khonole kune kune wait kori ase❤🥰

  • @dipakar7885
    @dipakar7885 Před 5 dny +11

    ৰাইজ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আঁতৰি দিয়ক ।

  • @anjanabaro447
    @anjanabaro447 Před 5 dny +3

    Kokai bhoniyekr morom bur fhuti uthise Sai bhal lagise ♥️♥️♥️

  • @user-kf2xo8je6b
    @user-kf2xo8je6b Před 5 dny +6

    Gungun aru adhirthr kandun dekhi kar kar dukh lagise 😢😢

  • @minakxidas9129
    @minakxidas9129 Před 5 dny +2

    9:12 সকলোৰে সঁচা ভালপোৱা বোৰে এনেকৈয়ে পূৰ্ণতা লাভ কৰক❤ মা কামাখ্যা দেৱীয়ে আশীৰ্বাদ কৰক🤲

  • @junusaikia2296
    @junusaikia2296 Před 5 dny +5

    গুন গুন প্ৰথমৰ পৰা আজিলৈকে কোনো দিনে নোহোৱাকৈ থকা নাই।গুন গুন চাই বহুত ভাল লাগিছে।

  • @PoriGogoi-kw9yw
    @PoriGogoi-kw9yw Před 5 dny +3

    Gun gun serial khnot hsai hkolu bostua khub dhuniyakoi prokakh kore...
    Serial khnot Kam kora hokolu loi okhekh dhonyobad❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 5 dny +4

    মোৰ প্ৰিয় ধাৰাবাহিক ❤❤

  • @debasishborah2905
    @debasishborah2905 Před 5 dny +1

    খুব ভাল লাগিছে, অলপ সময়ৰ বাবে আৱেগিক হৈ পৰিলোঁ ❤❤ মইনাক কন্যাৰ সাজত বিৰাট ভাল লাগিছে, লগতে দৰ্শনকো ❤❤❤

  • @pijutati338
    @pijutati338 Před 5 dny +2

    দৰ্শন আৰু মইনা বৈবাহিক জীৱন সুখৰ হওঁক ❤❤

  • @BabulNath-gz2dk
    @BabulNath-gz2dk Před 5 dny +4

    দৰসন মাইনা পাভৰ জোৱা মীলিছে দৰসন মাইনা লৈ মৰম আসিৰ বাত থাকিল কিন্তু আমাক বিয়া খাব নেমাতিলে যে বেয়া পালো

  • @ArupPatar-fg6rl
    @ArupPatar-fg6rl Před 5 dny +4

    Val lagil sai gungun serial khon ata like kori diya ❤❤❤❤❤

  • @jyotimonidutta7043
    @jyotimonidutta7043 Před 5 dny +2

    খুবেই ভাল লাগিল আজিৰ খণ্ডটি ❤ কিন্তু উৰুলিয়ে বহুত বেছি হহুৱাই দিলে দেই😂

  • @InspirationalFuchsiaFlow-mf4ev

    দৰ্শন আৰু ম‌ইনা বিয়া চাবলৈৰৈআচু

  • @SwopnaP.ntongla
    @SwopnaP.ntongla Před 5 dny +5

    Ajir khondot 2barkoi kandisu abar biyar homoyot aru abar moina bhabi thoka homoyot kunubai kandisene like Di jabo Jodi kandise

  • @user-zb1pd3uc2w
    @user-zb1pd3uc2w Před 5 dny +3

    উৰুলিটো বৰ বেসুৰীয়া হʼল ।বিয়াত উৰুলি ধ্বনিৰে মুখৰিত কৰি দৰা কইনাৰ মংগল কামনা কৰে

  • @monisha46
    @monisha46 Před 5 dny +1

    Dewtak thoka hola ru bce vl lgil hoi 💖🧬njr hontanor beya loi ma bapek r bhut axa thake ,tenekuwat ghrr mnuhr alusonat pota akhon beyat jde ma dewtak ai nathakila kiba khali khali lge ..💗baki vl lgil sai 💗💖bhut mrm gungun serial r poriyaloloi 🌛❤️

  • @udayan0738
    @udayan0738 Před 5 dny

    Bohut val lagil,ratipuai sai kandisu o moina❤❤❤❤

  • @debakshichutia3781
    @debakshichutia3781 Před 5 dny +3

    বিয়াখনত দৰ্শনৰ লগৰ বিকাশক দেখা পাম বুলি ভাবিছিলোঁ, কিন্তু নেদেখিলোঁ🥺

  • @deep4xmerapani
    @deep4xmerapani Před 5 dny +15

    umoina biyar babe 1ta like❤❤

  • @pujaandnipu
    @pujaandnipu Před 5 dny +2

    Gungun khon mur dora kar kar favorite ❤ aru moinak bohut morom lighesa ❤😘😘

  • @DharmendraBorah-or9ps
    @DharmendraBorah-or9ps Před 4 dny +2

    বাসুদেউ বাসুদেউ নহাকৈ বিয়াখন পাতিলেনে বাৰু,,,,অন্তঃত জীয়েকৰ বিয়াত বাপেকক দেখুৱাটো প্ৰয়োজন আছিল ।

  • @palabislahan
    @palabislahan Před 5 dny +3

    Gungun kotha moromor serial khon kuna kuna miss koribo pls like ata

  • @gitanjaligogoi5712
    @gitanjaligogoi5712 Před 5 dny +3

    সকলো ভালে লাগি আছে কিন্তু ইমান সংস্কাৰী দেখুওৱাৰ পাছত বিয়া নিচিনা পৰ্যায় এটালৈ যোৱাৰ সময়ত মইনাৰ দেউতাকৰ কথা কিবা এটা উল্লেখ কৰাটো আৰু অলপ বাস্তৱ হ'ল হয় ।

  • @sushildoley3596
    @sushildoley3596 Před 5 dny +2

    সকু পাণি উলাই গল 👏👏👏বহুত ভাল লাগিল

  • @pobinrajbongshi7384
    @pobinrajbongshi7384 Před 5 dny +1

    Moinak bor dhuniya lagise koina khajot❤ jugmo jibon khuva hauk moina aru darshan r

  • @Kaushik632
    @Kaushik632 Před 5 dny +8

    ৰাইজ বিয়া খাবলৈ যাওঁ......উলাওঁক।

  • @dipaphukan61
    @dipaphukan61 Před 5 dny +2

    Good night all friends 🌃

  • @mridulaboruah6200
    @mridulaboruah6200 Před 5 dny +1

    Darkhon ru moina jura Tu khub val lagise❤

  • @user-qs8ul1qo8s
    @user-qs8ul1qo8s Před 5 dny +1

    বহুত বহুত ভাল লাগিল পিছে খানাটোহে খাব নাপালো মাতিবা দেই

  • @PuwaliDas-wg3nb
    @PuwaliDas-wg3nb Před 5 dny +3

    Waiting waiting❤

  • @karnabarmandhulia7053
    @karnabarmandhulia7053 Před 5 dny +3

    সকলো ঠিকেই আছে কিন্তু, উৰুলি দিয়াটো একেবাৰে ঘাতিয়া ফালটো হৈছে 😡😡 ইমান ফতুয়ামি কৰিব নালাগিছিল 😡😡
    "গুনগুন কথা মৰমৰ" ধাৰাবাহিক খন অতি সুন্দৰ কাহিনী ❤❤

  • @PutuliDas-ez6db
    @PutuliDas-ez6db Před 5 dny +1

    ❤❤সুপ্ৰভাত ❤❤গুন গুন মোৰ মৰমৰ পৰিয়াল ❤❤❤❤

  • @RanuGogoi-bt4zv
    @RanuGogoi-bt4zv Před 5 dny +1

    Nice 👍 moina ❤❤

  • @bistiramkishan2311
    @bistiramkishan2311 Před 5 dny +5

    Biya khab Kone Kone roi asa like kora❤

  • @Jintuboruah-es6yt
    @Jintuboruah-es6yt Před 5 dny +3

    Lovely serial❤❤❤

  • @kalpanaborah5461
    @kalpanaborah5461 Před 5 dny +1

    উৰুলী টো যে মতা মানুহে দিছে গম পাই গৈছো । 🤔🥰🥰🥰😘😘

  • @SmitaDevi-ro5rk
    @SmitaDevi-ro5rk Před 5 dny +1

    Xasake suali ajanik ga dhuabar dina biyat bht bya lage bht dukh lagise😢😢😢 serial khn xes hobo buli janio bor bya lagise really thank u xasakoi akhn bhal serial upohar dise rengoni tv lagate director ae❤❤❤❤

  • @Karankaran-xx3rf
    @Karankaran-xx3rf Před 5 dny +3

    Gungun nasale tuponi nalage❤❤❤

  • @satyawatibhuyan3042
    @satyawatibhuyan3042 Před 5 dny +4

    Gun gun sai kune kune val pai please ata like

  • @allaboutinassamese3909
    @allaboutinassamese3909 Před 5 dny +1

    ময়ূৰ দা আৰু গুণগুণৰ বিয়া দুখন লাগে এইবাৰ

  • @sumidas2423
    @sumidas2423 Před 5 dny +1

    বহুত ভাল লাগে গোন গোন চাই সদায় বাত চাই থাকো চাবলৈ

  • @BikashTaid-ef9ot
    @BikashTaid-ef9ot Před 5 dny +2

    Waiting❣️

  • @Mchkretismili
    @Mchkretismili Před 5 dny +3

    Waiting my love serial❤❤❤❤❤❤❤❤❤part (175)

  • @dipaphukan61
    @dipaphukan61 Před 5 dny +1

    My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟

  • @dipanjalibaishya3059
    @dipanjalibaishya3059 Před 5 dny +1

    কইনা নোৱৱা ধোৱা নিয়ম নামনিত অলপ বেলেগ নিয়ম , ভাল লাগিছে ।