Chinaki Chinaki Kone Ringi Mare // Upagraha (1972) উপগ্রহ // Hits of Dwipen Barua & Archana Mahanta

Sdílet
Vložit
  • čas přidán 26. 06. 2019
  • উপগ্রহ- An Assamese film by Bhaben Das
    Music by Jitu-Tapan
    Lyrics by Keshab Mahanta
    Starring : Bijoy Sankar & Purnima Pathak
  • Krátké a kreslené filmy

Komentáře • 40

  • @polkakati9020
    @polkakati9020 Před rokem +2

    ছবিখন মই লখিমপুৰ বিশ্ব টকীজত চাইছিলোঁ। এই বোৰ গীতে সেই পুৰণি দিনলৈ মনতোক লৈ যায়। কিমান সুন্দৰ আছিল সেই সময়বোৰ, নাই কোনো কৃত্ৰিম মৰম চেনেহ, নাই কোনো যান্ত্ৰিকতাৰ কোলাহল। সচাই এতিয়াৰ সময়বোৰ আমাৰ দৰে লোক সকলক আমুৱাইছে।

  • @uzzalgogoi5536
    @uzzalgogoi5536 Před 5 měsíci +1

    কিযে মন পৰশা গীত। আজি 50 বছৰৰ পাছতো স্মৃতিৰ মণিকুঠত সজীৱ হৈ আছে। নাহৰকটীয়াৰ লক্ষ্মী টকীজত চোৱাৰ দিনবোৰ... সেইয়া মাঠো নষ্টালজিয়া ❤ কিছু ভাল লগা অনুভূতি !

  • @prasantagoswami1477
    @prasantagoswami1477 Před 8 měsíci +1

    কি যে ভাল লাগে সেই দিনৰ দ্বীপেন বৰুৱা গান। শুনিবলৈ অপেক্ষা কৰো ৰেডিঅটোলৈ। অনুৰোধৰ অনুস্থান কল্পতৰু। কিযে আছিল সেই দিনবোৰ। এতিয়া ৰেডিঅ বজাবলৈ সেই battery ও পাবলৈ নাই।

  • @nagenchandragohain6809
    @nagenchandragohain6809 Před 2 lety +5

    আজি 50 বছৰৰ পিছতো এইটো গীতে হৃদয় চুই গৈছে।

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 5 lety +14

    গীতটি প্ৰায়ে শুনি থাকো যদিও আজি শুনি বেছি ভাল লাগিল ― শিৱসাগৰৰ ৰূপালীম ছবিঘৰত চাইছিলো এইখন কথাছবি ,নেপঠ্য কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু দ্বীপেন বৰুৱা ,এইখন কথাছবিৰ আন কেইবাটাও গীত আছে ,আটাই কেইটাই সুন্দৰ ― "গিৰিপ গাৰাপ আগবাঢ়ি বাঢ়ি যাওঁ, কদম কদম তেজ কদম ...... " গীতটি দিবচোন !!

  • @dr.pradipkrsaikia8258
    @dr.pradipkrsaikia8258 Před 4 lety +8

    This song has remained my childhood. Very very sweet song.

  • @bubulbaruah4926
    @bubulbaruah4926 Před 3 lety +4

    সেই‌ তাহানিতে অভিনয় কৰিছিল।এনে সুন্দৰ নিদৰ্শন। গীতৰ সুৰ আৰু কণ্ঠদান ইমান ভাল ।বৰ সুন্দৰ মিঠা সুৱলা। পৰিচালনা পৰিবেষণ বৰ ভাল । ধন্যবাদ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před rokem +1

    অতিশয় মনপৰশা গীত।"উপগ্ৰহ"বোলছবিৰ এটি চিৰসেউজ গীত।কন্ঠ নিগৰাইছে দৰদী শিল্পী শ্ৰদ্ধাৰ দ্বীপেন বৰুৱা দেৱ আৰু অৰ্চনা মহন্ত বাইদেউৱে। গীতিকাৰ কেশৱ মহন্ত ডাঙৰীয়া।সুৰকাৰ দ্বয় জিতু-তপন ডাঙৰীয়া।চিনেমাখনৰ আটাইকেইটা গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়।"নিদানৰ সংগী তোৰ, কোনে কাঢ়ি নিলে, বুকু সুদা কৰি হায়...."(কন্ঠ-খগেন মহন্ত)গীতটি মোৰ অতি প্ৰিয়। ধন্যবাদ।

  • @banajituzir100
    @banajituzir100 Před 3 lety +6

    Old is Gold, Excilent Song, Time once lost cannot be regained..

  • @AltafHussain-wn6yf
    @AltafHussain-wn6yf Před 10 měsíci +2

    মোৰ সৰু কালৰ স্মৃতি🌹 🙏💕অতীতলৈ গলে বেয়াও লাগে, ভালো লাগে।

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před rokem +1

    ভবেন দাস পৰিচালিত চিৰসেউজ বোলছবি "উপগ্ৰহ"ৰ এটি কালজয়ী গীত। গীতিকাৰ কেশৱ মহন্ত ডাঙৰীয়া। দৰদী কন্ঠ শিল্পী দ্বয় দ্বীপেন বৰুৱা আৰু অৰ্চনা মহন্ত বাইদেউ । সুদৰ্শন অভিনেতা বিজয় শংকৰ আৰু পূৰ্ণিমা পাঠকৰ সাৱলীল অভিনয়ে চিনেমা খনক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। বোলছবি খনৰ আটাইকেইটা গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়।

  • @nanditapegu647
    @nanditapegu647 Před 2 lety +2

    পূৰণা গানবোৰ শুনিলে অতীতলৈ মনত পৰে

  • @utpalsaikia1442
    @utpalsaikia1442 Před rokem +2

    হৃদয় পৰশা গীত।গীতটি শুনিলে বোলছবি খনলৈ মনত পৰি যায়

  • @geetampathak5745
    @geetampathak5745 Před 3 lety +1

    This kind of songs and vedios is still famous among the youth generation.

  • @devimedhi629
    @devimedhi629 Před 2 lety +1

    মোৰ জীৱনৰ অন্যতম প্ৰিয় গান । শুনিলেই শুনি থাকিবৰ মন যায় ।

  • @satisdas8746
    @satisdas8746 Před rokem +1

    অতি সুন্দৰ।

  • @07royalvillager
    @07royalvillager Před rokem +2

    I jsi lv it

  • @medinitalukdar4873
    @medinitalukdar4873 Před rokem +1

    ❤️❤️❤️🙏🙏🙏🙏🙏🙏👍👍👍👍এই গীত সদায় মহান

  • @dilipkumardas7722
    @dilipkumardas7722 Před rokem +1

    হৃদৰ ভৰী মোৱা গান"""

  • @munindranath3167
    @munindranath3167 Před 10 měsíci +1

    গীতটি শুনি বৰ ভাল লাগিল ❤❤

  • @kushaldeka2645
    @kushaldeka2645 Před 3 lety +2

    চিৰযুগমীয়া গীত।

  • @hemasaikia5422
    @hemasaikia5422 Před 11 měsíci +1

    Wonderful memories 🎉🎉🎉🎉😢😢😢😢

  • @SB-xl7vl
    @SB-xl7vl Před 3 lety +2

    Mur maar hourkalor ati priyo geet..hosake agor geet bure antar sui jai.

  • @GAMERZONE-mz6gn
    @GAMERZONE-mz6gn Před 5 lety +3

    Gaan 2 huni su video 2 aji he sai su Val lge le

  • @jogeswarbaro4543
    @jogeswarbaro4543 Před 2 měsíci

    অসমৰ আকাশত জিলিকি থকা ভোটা তৰা

  • @prachuryatalukdar4293
    @prachuryatalukdar4293 Před 10 měsíci +2

    That’s OUR GRAND FATHER’s (Mukunda Mohan Talukdar) movie theatre AANANDA TALKIES WHERE THIS SONG HAS BEEN SHOT. Location Nalbari

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +2

    আজি ইংৰাজী 18-07-2020 ,গীতটিৰ এগৰাকী কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউ গুৱাহাটীৰ চিটিহাৰ্ট হস্পিতালত ভৰ্তি হৈ আছে বুলি খবৰ পাইছো ।লকডাউনৰ নিয়ম উলংঘন কৰি খবৰ কৰিবলৈ যাবও নোৱাৰি-আমি থকা ঠাইৰ পৰাই প্ৰাৰ্থনা জনাইছো পৰমপিতা পৰমেশ্বৰৰ ওচৰত তেখেতৰ আৰোগ্য কামণাৰে । তেখেতৰ গীতবোৰ তেখেত ভৰ্তি হৈ থকা হস্পিতাল খনত মৃদুস্বৰত যদি বাজি থাকে .......তেখেতৰ গীত সকলোৱে ভাল পায় !!

  • @minatinath9117
    @minatinath9117 Před 3 měsíci

    Ai geet tit moi nasisilo. Agi geet ti suni atito r mancha khan loi akaou mnt poril

  • @dipalisaharia7296
    @dipalisaharia7296 Před 9 měsíci +1

    মোৰ অতি প্ৰিয় গীত ।

  • @bijulidas6157
    @bijulidas6157 Před 3 měsíci

    সুমধুৰ গীত

  • @iswardeuri2927
    @iswardeuri2927 Před rokem +1

    ❤❤❤

  • @mallirogamer6785
    @mallirogamer6785 Před 4 lety +2

    👌👌👌👌👌👌👌

  • @mukulchaudhury1211
    @mukulchaudhury1211 Před rokem +1

    E

  • @prasantagoswami1477
    @prasantagoswami1477 Před 7 měsíci

    এই microphone টোৰ এটা কাহানি আছিল। আৰু ওপৰলৈ নুঠে।

  • @dhrubasarmah7412
    @dhrubasarmah7412 Před 2 lety +1

    Bijou Shankar bole Bollywood t Hero howar Chance Paisil,pise Axom eri nogol.

    • @Gay._123
      @Gay._123 Před rokem +1

      Bijoy shankar r bisoy e olp data dibo nki🙏

  • @kkkalita1489
    @kkkalita1489 Před 6 měsíci

    বোলচবি অসমীয়া
    অতিকে মোহনীয় ।