Bhupen Hazarika home is at Kaziranga Kuthari Assam, ভূপেনদাৰ কাজিৰঙাৰ ঘৰটো Bhupen Hazarika Songs..
Vložit
- čas přidán 27. 08. 2022
- Great Artist Bhupen Hazarika's home at Kaziranga Kuthari. He was a man of Humanity. He was a Great artist of Assam, India. He also Performed his creativity all over India. Very important and beautiful songs written and sang by him for Society.
- Zábava
অত্যন্ত দুঃখজনক ঘটনা... বিশ্ব বরেণ্য এই শিল্পীর বাড়ির পরিস্থিতি দেখে খুবই খারাপ লাগছে, রাজ্য সরকার কি করছে, কি করছে লোকাল প্রশাসন!!! অতিশীঘ্রই শিল্পীর বাড়ির উপযুক্ত রক্ষনাবেক্ষণ করা উচিত সরকারের...
আজীৱন মানুহক ভালপোৱা মানুহৰ বাবেই গীত কথা কৈ যোৱা মহান শিল্পী জনৰ অনাদৰ অৱস্থা দেখি বেয়া লাগিছে।
ভাৰত ৰত্ন ভূপেন হাজৰিকা তেক্ষতৰ বাসগৃহ ৷ মোৰ অতিকৈ আপোন ৷
কথা সিনিৰ দাঙি ধৰা কাৰনে বহুত ভাল কৰিছে ।❤❤❤
ভাল লাগিল,আপুনি বহুত সুন্দৰকৈ উপস্থাপন কৰিছে।
ধন্যবাদ
Wold best singer Dr. Bhupen hazarika. ❤
অসমীয়াৰ স্বাভিমান ভূপেন হাজৰীকাৰ কুঠৰীৰ এই স্মৃতি বিজড়িত ঘৰখনৰ নিৰ্মান কৰিবলৈ চৰকাৰলৈ মোৰ শতকোটি অনুৰুধ আৰু মিনতি কৰিছো ।আমি অসমীয়া চিৰদিন মৰম বলীয়া অতিথি পৰায়নতাই আমাৰ চিনাকী সেয়ে ফুকপ খুৰালৈ সেৱা জনালো দেই।
লগতে ডেকা সাংবাদিক ভাইটি লৈও অভিনন্দন জনালো এই বাতৰিটো জন মানসত প্ৰচাৰ কৰা বাবে।
ধন্যবাদ ভাইটী। আমাৰ ফালৰ পৰাও চৰকাৰৰ ওচৰত অনুৰোধ অনতিপলমে যেন কাম টো হাতত লয়।
আতি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে দাদা । এনেকুৱা সুন্দৰ আৰু নিকা ভিডিঅ আগলৈ চাৱ পাম বুলি আপোনালৈ আশীৰ্বাদ থাাকিল। Thanks a lot .
বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ
সুন্দৰ টপিক এটা উপস্থাপিত কৰি পোহৰলৈ আনিলে। কৃতজ্ঞতা জনালোঁ।
চেষ্টা কৰিছোঁ। আপোনাৰ দৰে ব্যক্তিৰ মন্তব্য পায় ভাল লাগিল। যদি আপুনি এনে কোনো স্পৰ্শকাতৰ বিষয়ৰ ওপৰত কিবা জানে, জনাব। চেষ্টা কৰিম উলিয়াই অনিবলে।
বৰ আৱেগিক হৈ পৰিলোঁ 😢😢😢
Hosai dukh loga kotha
🙏
মহান শিল্পীর প্রতি রইলো শ্রদ্ধা, ভালবাসা।
বাংলাদেশের মানুষ শ্রদ্ধেয় শিল্পীকে ভালবাসে।🇧🇩
আপোনাকে ধন্যবাদ জনাইছে
Bhupenor ghartu Sundar korok chorkar khoney dhonay bad 🙏🙏🙏👍🙏👍
সচাকৈ অন্তৰ দহি ৈগেেছ। ভূপেন হাজৰিকা দেৱৰ জৰাজীৰ্ণ কুঠৰিৰ ঘৰটো দেখি।
এৰা। চৰকাৰৰ সুদৃষ্টি পৰক।
চিৰ বৰেন্য শিল্পী গৰাকীক প্ৰণাম
ধন্যবাদ।
মোৰ জীৱনৰ প্ৰিয় মানুহজন ঘৰৰ অৱস্হা এনে হ'ব লাগেনে। ;
ড°ভূপেন হাজৰিকাদেৱৰ ঘৰটো দেখি বহুত ভাল লাগিল ।এই ঘৰটো যাতে চৰকাৰে সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখে।
আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ।
ভূপেন দা ঘৰটো দেখি সঁচাকৈ বহুত বেয়া লাগিছে ,চৰকাৰে কিয় মন কান কৰা নাই অতি সোনকালে সঙৰক্ষন কৰিবলৈ অনুৰোধ জনালোঁ
বিষয়টি গুৰুত্ব দি Vodio টি চাই বহুমূলীয়া মন্তব্য প্ৰদানৰ বাবে বাইদেউ আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ। 🙏🙏
অসমৰ স্বাভিমান এই চৰকাৰে ৰক্ষা নকৰে । নিয়ম নাই । মন্দিৰ বনাব । এইখন মন্দিৰ বনোৱা চৰকাৰ ।
এতিয়া কথা হ'ল এজন দূৰদৰ্শী সমাজ সেৱক শিল্পী লোকক নেতৃত্ব দি ফাষ্ট এটা গঠন কৰা আমি কিসিৎ হ'লেও সহযোগ কৰিম বহুতো ভূপেন্দ্ৰপ্ৰেমীয়ে স্ব-ইচ্ছাই সহযোগ কৰিব আমি চৰকাৰক দেখুৱাই দিব লাগে আমি আমাৰ স্বাভিমান ৰক্ষা কৰিব জানো ?
দূখ লগা ।সঙৰক্ষন কৰিব লাগে।
Dr Bhupen Hazarika ghar aji Sai bohot val lagil dada tq❤❤❤❤
ka
Welcome
Assam sorkari kile ito maintain nokore ito toresim spot nohe
Bhut bhut val lagil ❤❤❤❤
চৰকাৰে ঘৰটো সোনকালেই জিলিকাই তুলক।
আপোনাৰ উপস্থাপন বৰ সুন্দৰ, এই আমাৰ সমাজ বৰ দুখ পাইছো
ধন্যবাদ জনালোঁ।
আপোনালৈ বহুত বহুত ধৈনবাদ 🙏🙏🙏
ধন্যবাদ আপোনালৈও জনালোঁ।
অতি সুন্দৰ দাদা
ধন্যবাদ বিকাশ
আপোনালৈ বহু ত ধন্যবাদ এই ভিডিঅটো দিয়া বাবে । বহু ত ভাল লাগিল
মন্তব্যৰ বাবে আপোনাকো ধন্যবাদ জনালোঁ।
Pran bhori gol apunar video tu Sai, Bhupen sir k pranam janalu 🙏🙏🙏🙏 apuni jotei ase kuxole thakok 🙏🙏🙏
Thank you. But My Name is also Navajyoti 🤝🤝 Dosti hoi golu
ভূপেন হাজৰিকা দেৱৰ ঘৰখন চাই ভাল লাগিল। মোৰ ঘৰ দেওমৰনৈ দৰং
Val lagil dei
ধন্যবাদ জনালোঁ।
Vl lgl vdeo tu sai
Mohan khilpir ghor dekhi duh lagil ghorto meramuti kori diar babe surkar osorot onurot thakil buht buht video prosar korar babe thanks you
এই ভিদিওটো দিয়াৰ বাবে আপোনালৈ ধন্যবাদ থাকিল !
ধন্যবাদ কৃতজ্ঞ হৈ ৰলো।🙏
I have seen this Video first, please make an arrangement to keep permenent his kutuir by the Govt.
Dada apunar ai prasestak moi kritagyata janaisu. Xudhakanthar ai smriti bijarita ghartu truism r babe axomar hampad hisape sangrah kari rakhatu sarkarar noitik kartabya hobo.
হয়। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ।
Xosai dukh lagil dei
Bohut dukh lagy di
Hundor.Sorkary eyar hundor baboatha lbo buli akha rakhilu
হয়। আপোনাক ধন্যবাদ জনালো।
ঘৰটি দেখুওৱাৰ বাবে আপোনাক ধন্যবাদ
ধন্যবাদ।
Hasai dokh lagil.. Ghar to sai...
Thank you dada val lagil janib pai
সুধাকণ্ঠৰ স্মৃতি-বিজৰিত কাজিৰঙাৰ কুঠৰী নামৰ ঘৰখন চৰকাৰী কৰ্তৃপক্ষই উদ্যোগ লৈ আটোমটোকাৰিকৈ সজালে বহুতেই গৌৰৱৰ কাম হ’ব ৷ এইক্ষেত্ৰত অসম চৰকাৰে অনতিবিলম্বে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবনে ?
Apunar kotha right
Sata kuti pranam Sir Bharat Ratna Dr Bhupen Hajarika Devalr bisaye janu war babe bahut dukh laga katha kabaloi vasha nai amar sakalure sardhar Sudhakantha Bharat Ratna Dr Bhupen Hajarika pariyaltuk ghar tu abahela karar babe Sarkare sanrakhyanar bebastha kare Jen bahut an 15:18
Bohut kotha janilu video tu sai 👍👍👍😘😘
Thank you
আতি ভাল প্ৰতিবেদন । সকলোকে কাতৰ অনুৰোধ ভূপেন দাৰ স্মৃতি যুগমীয়া কৰক । ৰাজনৈতিক ভাবে যদি স্বৰ্গদেউ চুকাফা শ্ৰেষ্ঠ অসমীয়া, আধ্যাত্মিক ভাবে যদি শ্ৰীমন্ত শংকৰদেৱ শ্ৰেষ্ঠ অসমীয়া তেন্তে নিশ্চয় সাংস্কৃতিক ভাবে শ্ৰেষ্ঠ অসমীয়া আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ ভূপেন দা । ভূপেন দা , আপুনি নাই, আমি আছো , অসমীয়াৰ জাতীয় পতাকা আমি কঢ়িয়াই লৈ যাম , আপোনাক কথা দিলো ।
আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
সুন্দৰ ভিডিঅ বনায়ছে
ধন্যবাদ
Aami akebare okamornya CM buli bhabo...
🤔
Bhupen koka ❣️
Mondir bonabo ❤❤
Nice videos ❤😢
Very Nice
Vedeo khon Shai buhut bhal lagese aponak buhut buhut dhaybhat giyapon korisu brother 🙏
ধন্যবাদ জনালোঁ।
দাদা আপোনাৰ সুন্দৰ মন্তব্য।
ধন্যবাদ।
Govt. Should take immediate step for cultural state of Assam.
আপোনাৰ এই vdo টি দিনটোত এবাৰ নাচালে নোৱাৰো। সঁচাই বহুত সুন্দৰ হৈছে।
নমস্কাৰ। আপোনাক কি বুলি ধন্যবাদ জনাম। এদিন লগ হম দিয়ক।
অতি দুখ জনক
Good news dada
Thik koise dada
Vary nice dada
Vdo tu bohut val lagil
ধন্যবাদ।
Bohut dukh loga kotha
সছাই দোখ লগা কথা
🙏🏻🙏🏻
শিঘ্ৰে তত্বাৱধান লোৱাতো কামনা কৰো
ধন্যবাদ।
Aaji Akhomiai Nijak Nisinile Assamate vagania Habaa!
Ghrtu dexi manti dux lgil manti dangariai Jen kothatu hatot loi 🙏🙏🙏
Apuni bohut val video bonale apunaloi hubo kamona jonaisu jate bobisotei anekuwa video bonab takib bulk.👍👍
Bohut dukh lagil kandiboloynu ki baki
হায় অসম চৰকাৰ
❤
🙏💚
ভাল লাগিল দাদা। আপুনি এনেদৰে ভিডিঅ দিয়া বাবে। আপোনালৈ ধন্যবাদ থাকিল।
ধন্যবাদ।
very nice programme.
ধন্যবাদ।
hundar protibedon🌺❇️✳️✴️♥️
ধন্যবাদ জনালোঁ।
Video tu bhut besi Val lagil 😌
Bohut dukh lagel dekhi...
Val lagil dada sai videoto
🙏 জনালোঁ।
সুন্দৰ উপস্থাপন দাদা,বহুত ভাল লাগিল।
আপুনি কোন হয় বাৰু, ঘৰ?
@@NEWLIGHTAXOM Burhimai mandirr vitort j goisilu Ekeloge, mnt prisene baru?
আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে এনেকৈ ভাল ভাল ভিডিঅ' দিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ। সৰ্ব্যটোপ্ৰকাৰে চেষ্টা কৰিম।
Nice video
Agphale duar dang pisphale dhubang bang bhupen dar kutharir ghar khan. Dukhar katha,
😫😭😭😭😭😭😭😭😭🙏🙏🙏🙏🙏
Val lagil dada
ধন্যবাদ।
Varry Varry good apunak
Nice
Thank you
Video sai bohut Val lagil, from Arunachal 👍
Thank you. I Love Arunachal ❤️❤️❤️
এই-ঘৰটো-অসম-ঢৰকাৰে-নবৰুপ-দিলে-ভালহয়-মধুকুছি-
Bohut val laagise dada aapunar video aaru dibo wait korim from dirug
Thank you and Love from me
moyu apunar logte oti hunkale chorkarekarya koribo buli anurud
If assam govt sholdnt serious than better to take respon by assam studentend body
Ekdom honsa kotha....
ধন্যবাদ।
Dukh loga kotha dada
Very nice dada
Thank you
আজি প্ৰথমবাৰ আপোনাৰ video চালোঁ । বৰ সুন্দৰকৈ কথা কয় আপুনি ভাল লাগিল আৰু subscribe কৰি দিলোঁ। 😊
বহুত বহুত ধন্যবাদ জনালোঁ।
Please take valuable actiontion to repair Bhupen da, s home by Govt of Assam.
Thik kotha koise dada apni axom dorkar vote lage akol
Thank you
🙏🙏🙏🙏
Good idia.
Good step .
Thank you
এটা মিউজিয়াম বনাওক তেখেতৰ গীত বস্তু আদি দি ।
বহুমূলীয়া মন্তব্য। ধন্যবাদ আপোনালৈ।