সুন্দৰ এই কথা বোৰ শুনিলে শুনি থাকিব মন জায়.কনকলতা বৰুৱালৈ আন্তৰিক শ্ৰদ্বা জনালোঁ.
বহুত বহুত বহুত ভাল লাগিল... আবেগিক হৈ গ'লো। কনকলতা বৰুৱাৰ লগতে সমদলত যোগদান কৰা প্ৰতিজন যোদ্ধালৈ শ্ৰদ্ধা যাচিলো। আপোনালোকলৈও বহু বহু শুভেচ্ছা জনালো... অনাগত দিনলৈ ভাল ভাল কাম কৰি আগবাঢ়ি যাওক... 🙏
ভিডিও টোত উল্লেখিত পুসপলতা (Puspa lata) দাসৰ ঘৰ গহপুৰৰ মাগনি অঞ্চলত নেকি বাৰু জনাবচোন!
শ্বহীদ কনকলতা বৰুৱা অসমৰ গৌৰৱ ! গহপুৰ অঞ্চলৰ গৌৰৱ ! আমি তেওঁক বছৰ বছৰ ধৰি সোঁৱৰণ কৰি আছোঁ ! আমাৰ ল'ৰা -ছোৱালী কেইটিকো ভাৰত ত্যাগ আন্দোলনত ভাগ লৈ শ্বহীদ হোৱা কনকলতা বৰুৱাৰ কথা কৈ থাকো ! ইতিহাস আৰু সাধুকথা যেন লগা এইবোৰ সুঁৱৰি বা আনৰ আগত প্ৰকাশ কৰি গৌৰৱবোধ কৰোঁ ! আমি জীয়াই থকালৈকে বৰেণ্য শ্বহীদ গৰাকীলৈ আমাৰ মনত পৰি থাকিব ! হে শ্বহীদ প্ৰণামো তোমাক !!🎉🎉🎉
ভাৰতীয় ৰ বাবে চিৰ যুগমীয়া ইতিহাস প্ৰসিদ্ধ সমল। সদায়ে প্ৰচাৰ কৰা ধন্যবাদ।
হে শ্বহীদ প্ৰণামো তোমাক 🙏🙏🙏
শ্বহীদ প্ৰণমো তোমাক❤️
বৰ ভাল লাগিল ❤❤❤
ভাল লাগিল। বহু তথ্য পালো। এনে ভিডিও আৰু বনাই থাকক
Anekuwa video dekhile man pran jagi uthe
হৃদয় চুই গ'ল। শ্বহীদ কলকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ 🙏 আমাৰ মান, আমাৰ প্ৰাণ আমাৰ গৌৰৱৰ প্ৰতীক।
বৰ সুন্দৰ পদক্ষেপ।আমাৰ জনগণক সদায় সচেতন ভাৱ জাগ্ৰত কৰাৰ বাবে। ভবিষ্যতে আৰু উন্নত মানদণ্ডৰ আঁচনিৰে ধুকি পায় যাতে।জনগনৰ মাজত সদায় কনকলতা জীয়াই থাকে যেন তাৰেই প্ৰাৰ্থনা কৰিলোঁ ভগৱানক।
বিৰাংগনা শ্বহীদ গৰাকীলৈ সহস্ব প্ৰণাম 🙏🙏। তেওলোকৰ দেশৰ প্ৰতি যি প্ৰেম, ত্যাগ, শুনিলে বুকু কপি যায়।। আই তোমাক আকৌ প্ৰণাম🙏
প্ৰথম বাৰ দেখিলো 🌺 কনকলতা বৰুৱাৰ ঘৰ
Moi ghrt goisu. Gahpur Barangabari jabo paribo. Tewlkr family bht val
বহুত দুখ লাগিল
Good newas
Nice videos ❤
জয় আই অসম । ❤
swahid Kanaklota Barua loi sraddhanjali jonaisu..logote porialborgoloi dhannyabad
Vaal lagil khotabur xuni
Bhuat vhal lagil Sai kanok lota sachi des preme aaselo🇮🇳🇮🇳🌹🌹🇮🇳🥀🇮🇳🌹
Nice video
ভাল লাগিল
Bhal lagil
Val lagil
Salute to freedom fighter KANAKLATA
ভাল লগিল
শ্বহীদ প্ৰনামো তোমাক 🙏🙏🇮🇳🇮🇳
Nice sharing..bhal lagil video tu..notun bondhu holu..axakoru muru bondhu hobo
কনকলতা বৰুৱাৰ বিষয়ে শুনি ভাল লাগিছে।
Bohut val lagil video bur sai aru kanaklota boruhar kothabur huni bohut duk palu😢😢
Video Sai bohot val lagile ❤
Konokloter joy assamor joy bharotor joy
Bohut val lagile huni❤
কনকলতা বৰুৱাৰ পৰিয়াল বৰ্গলৈ আন্তৰিক। ধন্যবাদ জনালোঁ । জয় আই অসম ।
Bohut sunder legel❤❤
বহুত বহুত ভাল লাগিছে সেই ১৯৪২ চনৰ দেশৰ বাবে পান আহুতি দি য়া কনকলতা কাহিনী , সছাকৈ বৰ মৰমানতিক।
Kanaklata a martyr is no more. I pay my salute for her supreme sacrifice for our nation. I have already sent her activities in Quit India Movement through my Whatsup to my friends outside of Assam.
হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
মাতৃ ভূমিৰ ছহিদ হোৱা কনকলতাক শতবাৰ চেলত। জয় আই অসম।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💐💐
Sohid pronamo tomak. .
Bahut bhal lagil kahinytu huni
কনক। লতা বৰুৱাৰ লগতে প্ৰতিজন বীৰ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি জনাইছো🙏🙏। ভিডিও টো বৰ সুন্দৰ হৈছে।
Moi bichariyei asilutekhetor smriti. Khub bhal lagil. Parile aru anedhornor bhal bhal kotha huniboloi pam buli akha thakil. জই আই অসম
ধন্যবাদ। জয় আই অসম । চেনেল টো চাব । এনে ধৰণৰ vedio বিলাক দি যাবলৈ চেষ্টা কৰি যাম
❤❤ এই Bor asal news thanks
Aji je moi aetu video sabo paisu bhut val lagise.. Thank you dada... Aru ghr khon je dekha palo uff kobo vakha ni kiman val lagise mor... Sobke share kri asu video to❤❤❤
ভিডিঅটো চাই ভাল লাগিল আৰু কনকলতা বৰুৱাৰ ঘৰখন চাই ভাল লাগিল তেওঁলোকৰ পৰিয়াল কেইজনক দেখিলে ভাল আছিল
Dada very good,
Thanks to the creator ❤
Swahid tomak Satakuoti pranam🙏
Very very good news I like too much
শ্বহীদ কনকলতা বৰুৱালৈ সেৱা জনালোঁ , আৰু পৰিয়ালৰ সদস্য সকলক আশীৰ্বাদ নিবেদিছোঁ। ভাল লাগিল ।
🙏