উৎপল-মণিকাৰ সংঘাত, মাজত হাবুডুবু খাইছে খুড়ী-বৰমা-আইতাই! অনুপম চক্রৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

Sdílet
Vložit
  • čas přidán 7. 09. 2024
  • ৫ মাহৰ বিৰতি! মাদাৰ অ’ল্ড এজ হোমত আকৌ খোৱা-কামোৰা
    ফেপেৰি পাতিছে কোনে, উৎপল নে মণিকাই?
    চৰকাৰেও কিয় বলাব পৰা নাই উৎপল-মণিকাক?
    দুয়োৰে কাজিয়া, ইফালে সিফালে দৌৰে আইতা
    নিঠৰুৱা বয়োজ্যেষ্ঠক লৈ ৰাইজে দেখে অমানৱীয়তা
    শেষ সমাধান কি? আইতাৰ কপালত লিখা আছেনে শান্তি!
    ৪গৰাকী আইতাই দিব উৎপল-মণিকাক পাঠ
    আইতাৰ মাজতে ভাগ ভাগ....
    দুগৰাকীমান উৎপলৰ, দুগৰাকীমান মণিকাৰ পক্ষত!
    আইতাৰ কান্ধত উৎপল-মণিকাৰ বন্দুক কিয়?
    কাঠগড়াত উৎপল, থাকিব প্রশ্নবাণ
    অনুপম চক্রৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

Komentáře • 232

  • @ankursarmah9305
    @ankursarmah9305 Před 2 lety +32

    উচিত তদন্তৰ অতি প্ৰয়োজন !
    বহুত দেখিলো জনপ্ৰিয় কণ্ঠশিল্পি , অভিনেতা আহি সেই আশ্ৰম খনত জন্মদিন পালন কৰে, আ ৰে বাবে এদিন আহি কেমেৰে আনি সমাজৰ আগত জনপ্ৰিয় হৈ একো লাভ নাই ! এই সময়ত আহক মাত দিয়ক
    সকলোয়ে মাত মাতিব লাগে আইতা সকল যি কৈইদিন থাকে আনন্দত থাকক তাৰে কামনা কৰিলো 🙏

    • @mamu1469
      @mamu1469 Před 2 lety +1

      Utpal bahut Badmash hai Monica bhi bahut bahut Badmash hai

  • @ranirajkhowa8908
    @ranirajkhowa8908 Před 2 lety +23

    মনিকা নামৰ ছোৱালী জনিক অহংকাৰী যেন লাগিছে ৷তাইৰ মুখত অলপো অনুসোচনা দেখা নগ’ল ৷ অলপো অনুতৎপত নহল যে আমাৰ কাৰণেই আইতা ককা সকলৰ দুখ হৈছে বুলি ৷ প্ৰথমেই উৎপলেহে আৰম্ভ কৰা আশ্ৰম খনক ছোৱালী জনীয়ে কিবা নিজৰ সাৰথৰ খাতিৰত উৎপলক উলিয়াবলৈ যেন যো জা কৰিছে তেনে লাগিছে ৷ চৰকাৰে দুই খন বেলেগ বেলেগ কৰি যি কেইগৰাকি আইতা ককা উৎপলৰ লগত থাকে তেওঁলোকক উৎপলৰ লগত থাকিবলৈ দিব লাগে ৷ আইতা ককা সকলৰ সু সাইচথ কামনা কৰিলোঁ ৷

    • @makeupartistpranabdiary371
      @makeupartistpranabdiary371 Před 2 lety +2

      আপুনি একো নাজানে উৎপল এক নম্বৰ কালপ্ৰিত হয়৷ পইচাই তাৰ মুৰত ধৰিছে

  • @atanuphukon228
    @atanuphukon228 Před 2 lety +54

    এই দুয়োটা মহা হাৰামী, জ্যোতিনগৰত মোৰ ঘৰৰ সমীপত আছিল সেইবাবেই মই ভালকৈ পাইছোঁ আৰু জানো । সাধাৰণ মানুহৰ সমবেদনা আৰু আন্তৰিকতাক স্থল কৰি সুবিধা লাভ কৰে । ভীষণ publicity ৰ লুভী, বৃদ্ধা মানুহ কেইগৰাকীক লৈ পইছা ঘতি আছে । বৃদ্ধাশ্ৰমৰ ওচৰ চুবুৰীয়া মানুহৰ লগত মিলামিছা কৰা দেখিলে নকৰিবলৈ সচেতন কৰি দিয়ে আৰু কথা নামানিলে আশ্ৰয় স্থলৰ পৰা কিবাকিবি কাৰণ দেখুৱাই বাহিৰ কৰি দিয়ে । আমাৰ ঘৰৰ ওচৰত থাকোতে এগৰাকী আইতা ওচৰৰে নামঘৰলৈ সঘনাই গৈ থকাৰ কাৰণে আশ্ৰম এৰিবলৈ বাধ্য কৰে । সিহঁতে ভিতৰুৱা কথা কিবা ফাদিল হৈ বুলি ভয়তে এইবোৰ কৰে ।
    ইহঁতক ভালকৈ চৰকাৰে অনুসন্ধান কৰিব লাগে আৰু আবাসী সকলক উচিত ন্যায় দিব লাগে । দৰকাৰ হলে আমি প্ৰমাণ দিবলৈ ৰাজী আছোঁ ।

    • @anglecom.8659
      @anglecom.8659 Před 2 lety +4

      Thik koise

    • @beauty9431
      @beauty9431 Před 2 lety +1

      Good

    • @jayantapegu3684
      @jayantapegu3684 Před 2 lety +5

      সচাকে, এই দুটাক উলিয়াই দিয়াই ভাল।

    • @mamu1469
      @mamu1469 Před 2 lety +3

      Utpal bahut Badmash hai Monica abhi bahut Badmash hai

    • @mamu1469
      @mamu1469 Před 2 lety +3

      Utpal bahut Badmash hai Monica bhi bahut Besharam aurat hai

  • @rajeshtaid8636
    @rajeshtaid8636 Před 2 lety +6

    GOD bless all

  • @ritamechrajbonshi2933
    @ritamechrajbonshi2933 Před 2 lety +2

    জনসাধাৰণৰ অনুষ্ঠানটো চাই সঢাকৈ দুঃখ লগা । ভাল মীমাংগা লৈ কৰি দিয়ক আইতা কেইগৰাকীক অলপ জীয়াই থকা দিনকেইটা অলপ মনৰ শান্তি দিয়ক । নমস্কাৰ জনাইছো

  • @popivlog3805
    @popivlog3805 Před 2 lety +5

    আইতাসকল সদায় ভালে থাকা ❤️😘🙏🏾🤗

  • @anjugogoi6536
    @anjugogoi6536 Před 2 lety +3

    উৎপলৰ লগতে আইতা ' বা ' খূৰীহতক ভগৱানে কৃপা দৃশ্যয়ে চাওক আৰু মঙ্গল কৰক তাৰে কামনা কৰিলো ।

  • @explorenortheast1247
    @explorenortheast1247 Před 2 lety +18

    Plz don't involve these elderly people in your controversy , let them live happily without any mental pressure

  • @nirmaladas2627
    @nirmaladas2627 Před 2 lety +3

    দুয়োকে পৃথক কৰি দিয়ক আৰু চৰকাৰে দুয়োৰে ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক

  • @snigdhasarmah5935
    @snigdhasarmah5935 Před 2 lety +13

    Kolija aaita 💕😘😘😘😘

  • @bimaladas7604
    @bimaladas7604 Před rokem +1

    উৎপল ল'ৰাটো সচাকৈ অমায়িক আৰু খুব ভাল ল'ৰা নিজৰ সততাৰে আইটা সকলক ছোৱালী চিতা কৰি আছে উৎপল তুমি দুখ নকৰিবা গোটেই অসমৰ মানুহ তোমাৰ লগত আছে মণিকা জনী ঠিক নহয় তাই বহু ৰূপী তাই তোমাৰ দৰে নিস্বাৰ্থভাবে কাম কৰা নাই তোমাক আমি দেখি আছো তিভি আৰু মোবাইল ত মানুহ দেখা পালে চিনি পাইছিল ধন্যবাদ

  • @roufraees8623
    @roufraees8623 Před 2 lety +59

    আন এগৰাকী আইতাই কৈছে উৎপলে এই আইতাগৰাকীক দেখুৱাই দেখুৱাই সহানুভূতি লৈ থাকে বুলি। আৰু কেইজনীমান আইতাই উৎপলে ক'ব দিয়া মতে আগৰবাৰ কোৱা বুলি কলে। কোন শুদ্ধ?কোন ভুল? উৎপল মনিকা দুয়োতাকে কৈছো মিডিয়াত আহি অভিনয় নকৰিবা। যিজনেই এই আইতাসকলক লৈ বেপাৰ আৰম্ভ কৰিছা এদিন ইয়াৰ ফল নিশ্চয় পাবা। অভিশাপ লাগিব ।

  • @jitumonichangmai6000
    @jitumonichangmai6000 Před 2 lety +3

    God bless u

  • @roshmiassamvlog2822
    @roshmiassamvlog2822 Před 2 lety +4

    Love you

  • @mkyoutube933
    @mkyoutube933 Před 2 lety +1

    আমাৰ সকলোৰে মৰমৰ আইতা সকল ভালে থাকক

  • @shewalipanyang2255
    @shewalipanyang2255 Před 2 lety +2

    Bohut dukh lagil aita..soku pani bur rokhab nuwarilu aita ..hokoluye mili thakok take birasu..

  • @jintumonibhagawati7231
    @jintumonibhagawati7231 Před 2 lety +8

    Val kotha koise

  • @golaplotagoswami8689
    @golaplotagoswami8689 Před 2 lety

    নিজৰ গঢ়া ঘৰখনৰ পৰাই তেওঁ লোক বহুত
    দুখ বেদনা আকোবালি বৃদ্ধাশ্ৰমৰ বাসিন্দা হয় ।
    হে জীৱ শ্ৰেষ্ঠ মানব আপোনা লোক দুয়ো জনে
    মানব সেৱা মনোভাৱেৰে তেখেত সকল মৰম
    আৰু সুখ শান্তিত ৰাখক । আইতালোকক
    শতবাৰ নমস্কাৰ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @kripalsaikia924
    @kripalsaikia924 Před 2 lety +5

    পইচাই কাল। এই বোৰ আলোচনাই শেষ কৰিব আমাৰ অসম খন।

  • @Official-tq5ld
    @Official-tq5ld Před 2 lety +8

    utpal da bhut bhut bhut val manor manuh

  • @mrinalibora7197
    @mrinalibora7197 Před 2 lety +4

    Utpol dada val monor manuh .aiita burok vogobana val rakhok

  • @jitensonowal2530
    @jitensonowal2530 Před 2 lety

    Aitak bor val lagil dai Anupam daa

  • @ankursarmah9305
    @ankursarmah9305 Před 2 lety +13

    শেষৰ আইতা জনীৰ কথা বহুত দুখ লাগিল 😞

  • @runjuntamuli5026
    @runjuntamuli5026 Před 2 lety +7

    আইতা সকলক সুখত থাকক তাকে কামনা কৰিলোঁ।

  • @theeasternworld
    @theeasternworld Před 2 lety +28

    আইতা কেইগৰাকীৰ সুস্বাস্থ্য কামনা কৰিলো ❤

  • @nirmitakharghoria5527
    @nirmitakharghoria5527 Před 2 lety +1

    Aitta tumaluk hodai vale thaka❤🙏

  • @bimaladas7604
    @bimaladas7604 Před rokem +1

    উৎপল তোমাক ভগৱানে আশীৰ্বাদকৰিব আৰু ৰাইজৰ ও আশিৰবাদ আছে তাইক উলিয়ায় দিব লাগে

  • @allindianchannels5980
    @allindianchannels5980 Před 2 lety +1

    Monika kotha bur misa jan lage Utpalk support korisu

  • @tonyroy8000
    @tonyroy8000 Před 2 lety +5

    Upal tumi jindabad

  • @RHaz-vo6hv
    @RHaz-vo6hv Před 2 lety +3

    Aita tumaloi mur xewa junalu 🙏🏻🙏🏻 Lakhimpur r pora

  • @user-pi1jj8uc4e
    @user-pi1jj8uc4e Před 2 lety +1

    মৰম লগা আইতা

  • @nilakshipator2701
    @nilakshipator2701 Před 2 lety +4

    Ufff vogobn..... Jibn a j ketiya kunfale niye o.... Aji vlkoi asu kailoi ba amr o ki hoi. Tothpe aita keigoraki jate xukht thakibo pare 😭😭😭

  • @assamesevlogaarti2347
    @assamesevlogaarti2347 Před 2 lety +1

    Nice sharing friend ❤️

  • @arundhatiphukon5210
    @arundhatiphukon5210 Před 2 lety +8

    উৎপল ধৰ্য্য ধৰা, এদিন ভাল দিন আহিব, সত্যৰ সদায় জয়, তুমি ভাগি নপৰিবা।

  • @hemabaruah6246
    @hemabaruah6246 Před 2 lety +19

    Monika ajoni pagoli hoi, kaku santit thakib nidiye tai ...

    • @makeupartistpranabdiary371
      @makeupartistpranabdiary371 Před 2 lety

      উৎপল সাংঘাতিক বদমাছ হয় প্ৰমান আছে ৷পইচাৰ কাৰণে সি যিকোনো কাম কৰিব পাৰে ৷ আপুনি হয়তো নাজানে

  • @tridipdoley5902
    @tridipdoley5902 Před 2 lety +5

    Divide n one for utpal n another for monika..

  • @durbosuteya2802
    @durbosuteya2802 Před 2 lety +4

    আপোনা, লোকে এই নাতক বোৰ বন্ধ কৰক

  • @user-pi1jj8uc4e
    @user-pi1jj8uc4e Před 2 lety +8

    কত কি জেং হৈছে একো বুজি নাপাওঁ

  • @hemantabaishya774
    @hemantabaishya774 Před 2 lety +1

    👍

  • @achyutgogoi1211
    @achyutgogoi1211 Před 2 lety +2

    Aaita tumi aaru bohu din jiyai thaka vogobaneu Jen jiyai rakhe take kamona korisu

  • @sikhatalukdar8735
    @sikhatalukdar8735 Před 2 lety +3

    Ush... Imn dukh lgil.. Sojya koribo nowaro aru...

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Před 2 lety +1

    .হাঁহি মুখীয়া মানুহৰ আয়ুস মীঘল ৷

  • @jharnabora8388
    @jharnabora8388 Před 2 lety +3

    eman dukh tati ako aibur osanti junai aibur kam kori ase please bandhu korak hatjur koriso 🙏🙏🙏teulukor sukurpani sabu nuari bht abegigk hoi porilu 😭🙏🙏

  • @ramnarayanborormboro775

    i love you aaita

  • @hemantabaishya774
    @hemantabaishya774 Před 2 lety +1

    Aitahtk sohai korib parile kinu lage jibont..Utpal da aru manika prethok hole val hb.. all the best.. 👍👍

  • @bituponboruah1060
    @bituponboruah1060 Před 2 lety +4

    মোক দিয় .মই আইতাসকল চাম

  • @ankurassam7711
    @ankurassam7711 Před 2 lety

    Mojja

  • @humourbarman6917
    @humourbarman6917 Před 2 lety +29

    সকলোয়ে মিলি থাকক। তাকেই কামনা কৰো 🙏😢

  • @rirupon9251
    @rirupon9251 Před 2 lety +1

    Utpol k moi saport koru God bless you

  • @Lkmusic443
    @Lkmusic443 Před 2 lety

    Get well soon

  • @richasarma3279
    @richasarma3279 Před 2 lety +9

    Muk Jodi bhagwane samrtho diye moi aita burak edin bht bhal koi care karibo bisaro..bht dukh Lage enkoi teulukok dekhile

  • @SALIMKHAN-bw1un
    @SALIMKHAN-bw1un Před 2 lety +2

    Bor val lagil aita bilakor kotha huni

  • @lizaborah4401
    @lizaborah4401 Před 2 lety

    Mur nijor aita kuar Dore lagi goise ♥️♥️♥️

  • @kishorkumardas4385
    @kishorkumardas4385 Před 2 lety

    Ha vogoban 🙏

  • @polisaikia6830
    @polisaikia6830 Před rokem

    Utpol da tumar logot vogoban asa hohai koribo

  • @mayurdowarah8466
    @mayurdowarah8466 Před 2 lety +1

    Aita ktha huni soku pani ulai goisa...aita ame apnur lgt axu🙏🙏🙏

  • @nowshadali7716
    @nowshadali7716 Před 2 lety +3

    আইতাক ইয়াত আনিব নালাগে

  • @sanjipdeka6260
    @sanjipdeka6260 Před 2 lety +3

    Aaita😍😍😍😍😍

  • @jolysarmah7859
    @jolysarmah7859 Před 2 lety +1

    আইতা সকলক মোৰ নমস্কাৰ জনালো।

  • @dharitrimedhi4732
    @dharitrimedhi4732 Před 2 lety +5

    Monika uliya dib lage

  • @mainasaikia9897
    @mainasaikia9897 Před 2 lety +2

    Katha bur huni bht dukh lagil

  • @nitumoniborah1689
    @nitumoniborah1689 Před 2 lety +8

    Anupom da apuni kiba ata kori dik Aita hotar dukh dekhi bea lagise🙏🙏🙏🙏

  • @gitakotoky733
    @gitakotoky733 Před 2 lety

    Utpal bahut Val

  • @ushaborgohain3223
    @ushaborgohain3223 Před 2 lety

    উৎপল ---মনিকাৰ মাজৰ কাজিয়া সামৰণি পৰক ।দেখি দেখি ভাল লগা নাই।

  • @whitegoldpigfarminassam8001

    106 bsaria aitai right katha koise...

  • @Krishna-tk1gk
    @Krishna-tk1gk Před 2 lety

    God bless you utpal

  • @downtgam5647
    @downtgam5647 Před 2 lety

    Aita hkolor lgt apuni hdai thakib utpol da🙏🙏🙏🙏🙏🙏

  • @rabendas3841
    @rabendas3841 Před 2 lety +10

    দুয়োকে বাহিৰ কৰিব লাগে। ইহঁত দুয়োটাই পইচাৰ কাৰণে হে আছে।

  • @atikulislam6579
    @atikulislam6579 Před 2 lety +10

    'Mother Old Age Home' Utpal is the great caretaker. So Monika be careful don't play with the Old Aita's .

  • @biswajitdeka5533
    @biswajitdeka5533 Před 2 lety

    Utpal bht vl manuh hoi

  • @bedoprovapatar5231
    @bedoprovapatar5231 Před 2 lety

    4

  • @dasimusic7017
    @dasimusic7017 Před 2 lety +2

    অভিনয় বেছি দুয়োটাৰে । ইমান খেলিমেলি কৰাতকৈ কামৰ দায়িত্ব বেলেগক দি দিয়া ।।

  • @karabiborgohain603
    @karabiborgohain603 Před 2 lety

    Utpol bohut val lora tumar logate ami hodai asu sinta nokoribe

  • @rirupon9251
    @rirupon9251 Před 2 lety +1

    Utpol k kanda babe muru dukh lagise

  • @Lovacurious2
    @Lovacurious2 Před 2 lety

    😥😥Bohut kasta palu..

  • @arup823
    @arup823 Před 2 lety +5

    Kihor old age This is not Indian culture .Ghorot Lora suwali nai neki sabo aitahotok.

  • @kalpanadeka6201
    @kalpanadeka6201 Před 2 lety +5

    Utpal r Mon bhagile problem hob.

    • @mamu1469
      @mamu1469 Před 2 lety +1

      Utpal bahut Badmash hai Monica bhi bahut Badmash hai

    • @kalpanadeka6201
      @kalpanadeka6201 Před 2 lety

      Utpol e sopon mote solaise.manikak log dhori kamot aagbahri Utpol r kothamotei solib lagib.mohila ajonie nowarib solab.poisar babei khowakamora.

  • @anjanakakoti6306
    @anjanakakoti6306 Před 2 lety +3

    আইতা বৰ ধুনীয়া কথা কলে❤❤❤❤

  • @harshvardhan2544
    @harshvardhan2544 Před 2 lety +1

    Maa deutai harga , maa deutai Bhagwan ❤️🙏
    Maa deutar bahire bishwat eko bastu nai , hei karane maa deutak kast diba nalage 🙏🙏

  • @dpdhun5491
    @dpdhun5491 Před 2 lety +3

    Aaita htk moi bht vl Pau,, xodai vl a thakok apunaluk

  • @abhilekhR1
    @abhilekhR1 Před 2 lety +1

    Utpol da Anupam da moi bhoto bhiki I am also victimized by my owner caretaker and neighbours very rough behave in small small things.

  • @ayotriphukonmohan9170
    @ayotriphukonmohan9170 Před 2 lety +1

    ককা আইতা সকলোৰে সু -স্বাস্ব্য আশা কৰিলোঁ

  • @ekramhussainmir3903
    @ekramhussainmir3903 Před 2 lety

    Anupam is great, people love you

  • @palashibaruah8926
    @palashibaruah8926 Před 2 lety +1

    Mur Maa aru aita xakolok olop xantit thakibo diok bohut dukh lagise teuluk bohut dukhot ase akou kio eman dukh dise.

  • @sehnazsultana116
    @sehnazsultana116 Před 2 lety +3

    monikai sage utpal k uliai di tair husband k tair lgt add kri lobo bisari ase. tair saal blg.. tai gutey xini care loi kne naam2 krabo bisari ase sage

  • @rekhaboruah3489
    @rekhaboruah3489 Před 2 lety

    1

  • @Lovacurious2
    @Lovacurious2 Před 2 lety

    🙏🙏😥😥

  • @arshnaburagohain9314
    @arshnaburagohain9314 Před 2 lety +2

    আইতা কথা শুনি দুখ লাগিল।

  • @bimaladas7604
    @bimaladas7604 Před rokem +1

    ভাইটি তুমি মনোবল নেহেৰুৱাবা

  • @travelzindagiblogs8328
    @travelzindagiblogs8328 Před 2 lety +3

    Sarkara wosit bisar kri diba lage

  • @1minute588
    @1minute588 Před 2 lety +4

    Bohut sokupani olaise mr .aaita jonir kotha suni

  • @hirakkalita8283
    @hirakkalita8283 Před 2 lety +4

    Monika sowali jonik uliyai dib lage nhle aaita hate kosto pai thake

  • @prasantakumardas9082
    @prasantakumardas9082 Před 2 lety

    Social Minister

  • @nitumoniborah1689
    @nitumoniborah1689 Před 2 lety +3

    Aitak mur nijar aitar gote lage

  • @banditabhuyankalitakalita807

    উৎপল মণিকা দুয়োৰে গাত দোষ আছেবুলি ভাবো ,আৰু আইতা হত মাজতে এনেয়ে কষ্ট পায়ছে ।আমিও কষ্ট পায়ছো।

  • @batulidorjee1773
    @batulidorjee1773 Před 2 lety

    😢😢😢

  • @mahindrikalita7291
    @mahindrikalita7291 Před 2 lety

    হয় উৎপল তুমি ভালদৰেচলাইনিয়াকাৰনবুঢ়ামানুহ

  • @earthexplorer9415
    @earthexplorer9415 Před 2 lety

    Dekhibo dhuniya, vitorot gela. 🙈🙈🙈

  • @utpalbordoloi2973
    @utpalbordoloi2973 Před 2 lety +2

    Monika jugya nohoy.dhanda to beleg.

  • @nabamaina4105
    @nabamaina4105 Před 2 lety +3

    Monika bad diya he kam nai tai