হৃদয়হীন পিতৃয়ে ৰাজপথত এৰি থৈ গ’ল কনমানি পুত্ৰ-কন্যাক

Sdílet
Vložit
  • čas přidán 6. 09. 2024

Komentáře • 728

  • @bhargobvlogs9191
    @bhargobvlogs9191 Před 3 měsíci +8

    কি নিষ্ঠুৰ পিতৃ ভাষা নাই কবলৈ ।দুখ লাগিছে।

  • @kakumonibora9323
    @kakumonibora9323 Před 5 lety +16

    বহুত দুখ লাগিছে । এটাই আপোনালোক লৈ অনুৰোধ 🙏বায়েক আৰু ভায়েকক একেলগে ৰাখক । নহ'লে সিহঁতে আৰু কষ্ট পাব

    • @bimanhazarika5843
      @bimanhazarika5843 Před 5 lety +3

      বহুত দুখ লাগিছে. বায়েক আৰু ভায়েকক একেলগে ৰাখক .

    • @basicofbiology388
      @basicofbiology388 Před 5 lety +2

      Hosa k bayek vaikok beleg beleg nokore jen.... Jot rakhe ekeloge rakhok

    • @pallabmahanta6356
      @pallabmahanta6356 Před rokem

      我们

  • @abdulmazid1000
    @abdulmazid1000 Před 5 lety +16

    Baideo jani k bhut respect...apunak Almighty bhut strength n healthy kri rakhak...

  • @satyabandas1007
    @satyabandas1007 Před 5 lety +3

    সচাকৈ মানুহ ইমান নিষ্ঠুৰ নিৰ্মম হব পাৰেনে নিজৰ সন্তানক এনেদৰে এৰি থৈ যাব পাৰে আচৰিত। ঘটনাটো চাই থাকোঁতে দুচকুৰ পৰা কেনেকৈ অশ্ৰু বৈ গল গমেই নাপালোঁ। এনেকুৱা পিতৃক কি বুলি কোওঁ ভাষায় নাইকিয়া। দুয়োটা শিশুকে যেন সদাশয় ৰাইজে কুশলে ৰখাৰ কিবা এটা ভাল ব‍্যৱস্থা কৰে ।এয়াই কামনা কৰিলো

  • @kasturimoniphukan229
    @kasturimoniphukan229 Před 5 lety +16

    লৰা ছোৱালী মূল্য বুজি নোপোৱা পিতৃ ক কঠোৰ শাস্তি দিব লাগে।বহুত দুখ লাগিছে।আজিৰ দিন টো এনেকুৱা পিতৃ আছে যিয়ে লৰা ছোৱালী ৰ মূল্য বুজি নাপায়।দুটা কোমল অন্তৰৰ শিশুৱে যেতিয়া পিতৃক বিচাৰি কান্দিছে সেই পিতৃয়ে এদিন সেই শিশুৰ বাবে কান্দিব লাগিব।বহুত দুখ লাগিছে।

  • @rupalibhuyan8075
    @rupalibhuyan8075 Před 3 lety +4

    ভাষা নাই কবলৈ, সন্তান দুটি মঙ্গল হ ওক

  • @debasishbora7882
    @debasishbora7882 Před 5 lety +4

    হৃদয় বিদাৰক, বহুত দুখ লাগিছে।

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 Před 5 lety +18

    সেই অঞ্চলৰ স্থানীয লোক সকলক ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @AxomiaPK
    @AxomiaPK Před 4 lety +4

    কি নিষ্ঠুৰ পিতৃ | কোনো কোনো পিতৃ-মাতৃয়ে সন্তান নোপোৱা বাবে জীৱনভৰ চকুলো টুকি আছে কিন্তু সেইজন পিতৃয়ে কি দৰে সন্তান কেইটিক এলাউ আথানি কৰিছে |

  • @sristireekhuj...8982
    @sristireekhuj...8982 Před 5 lety +5

    আজি প্ৰথম কমেণ্ট লিখিছো…সঁচাই বহুত দুখ লাগিল। এনেকুৱা নিষ্ঠুৰ দেউতাক মাক থাকেনে পৃথিৱীত""!" হিয়াখনে কান্দি উঠিল মোৰ।

  • @smileali1333
    @smileali1333 Před 5 lety +4

    মানুহ ৰুপী প্ৰাণী... কিমান দুৰ্ভগীয়া মা,বাবা হয়তো(সন্তানৰ মৰমত ) কোনোবা ভাল মানুহে ভালদৰে পোহ পাল দি এক সুন্দৰ জীৱন কোনোবাই দিব বুলি চাগে এৰি গৈচে @@ হয়তো নিজৰ জীয়াই থকাৰ ......

  • @akunaigaming4678
    @akunaigaming4678 Před 5 lety +49

    বুকুখন ঠাহ মাৰি ধৰিছে,, কান্দোন উলাই গৈছে😢😢

  • @sureshmithal4378
    @sureshmithal4378 Před 5 lety +4

    যাক সন্তান দিয়া নাই ভগৱানে তেওঁ হে জানে সন্তানৰ মূল্য!

  • @shortvediocreatornr1537
    @shortvediocreatornr1537 Před 5 lety +106

    বহুত বেয়া লাগিছে.. শিশু দুটাৰ কান্দোন চাই মোৰে কান্দোন আহিছে 😭😭😭

    • @khaniq1496
      @khaniq1496 Před 5 lety +5

      Shisu dujon mok diok moi lalon palon korim

    • @shortvediocreatornr1537
      @shortvediocreatornr1537 Před 5 lety +4

      👍👍👍

    • @kabitanath1452
      @kabitanath1452 Před 5 lety +3

      bapek tur kerektar lus neki jodi lora swali jonmo di khuwabo nware tenehole biya paitise kio...aibor manuhr shomajor pora bonsito koribo lage....sheipurukh jnr ma deuta ni neki shomvb jurwa asile shekarne lora swalir mrm buji napay...

    • @jintusarma4334
      @jintusarma4334 Před 5 lety +2

      Bengali hoi. Asomiya manuhe bengalik sohai kore Kintu bengaliye Asomiya lora suwali pale sohai koribo. Adin Moribo.

    • @adilahmed1953
      @adilahmed1953 Před 5 lety +1

      Same 2 you

  • @mitalipatgiri6132
    @mitalipatgiri6132 Před 5 lety +4

    কি মানুহ এইবিলাক কনমানি দুটা মৰম লগা ইমান ..... Quit

  • @robingaming7115
    @robingaming7115 Před 5 lety +5

    বহুত দুখ লাগিছে 😭😭😭😭

  • @mintusharma3166
    @mintusharma3166 Před 5 lety +122

    Moi Guwahati thaku Mur nejor khontan nai jodi raije muk deb besarai Moi rakhim nejor khontan buli bhabi lom

  • @rabinboro5669
    @rabinboro5669 Před 4 lety +1

    Apunalokar aito moromor babe bohut bohut dhanyabad...bhagobane mongol morak...

  • @rejengupit1890
    @rejengupit1890 Před 5 lety +1

    Baidew, apuni hosakoye ajoni prokrit hikhita mohila. Apuni manobotabador ati hosa nidorhon. Apunaku bhogobane jikunu kamot hohay korok.baidew bhut bohut dhanyabad thakil.Unlimited thanks.

  • @bikashsarania8753
    @bikashsarania8753 Před 5 lety +3

    মানবতা কি হল আজিও বহুত দুখ লাগিল কন মানি কেই তাক দেখা পায়

  • @rounakrizwan5290
    @rounakrizwan5290 Před 5 lety +1

    মোৰ জীৱনত বহুতো দুখৰ দিন পাৰ হৈ গল। স্বামীৰ অত্যাচাৰত দুই সন্তানক লৈ আত্মহত্যাৰ দৰে ভুল সিদ্ধান্ত লবলৈ বাধ্য হৈছিলো।ৰেলষ্টেছনত উজাগৰী নিশা কটাইছিলো। লঘোনে থাকিছিলো।দুখৰদিনবোৰত আঠ বছৰীয়া ছোৱালীজনী প্ৰবাসী নিঃসন্তান অসমীয়া পৰিয়াল এটাই বিচাৰিছিল ।নোৱাৰিলো,,, কলিজাৰ এফাল আজুৰি চিঙি আনৰ হাতত তুলি দিবলৈ। যোৱা চাৰি বছৰৰ ধৈৰ্য আৰু কষ্টৰ পাছত আজি আমি তিনিও সুখী,,,। যদিও শিক্ষা আহৰণ আৰু কৰ্মৰ খাতিৰত দূৰে দূৰে থাকিব লগা হয়। মোৰ সন্তান মোৰ জীৱন পথৰ পাথেয়,,, জীয়াই থকাৰ অজুহাত।যি সকলে সন্তানক বুকুৰ পৰা আঁতৰ কৰিব বিচাৰিছে তেওঁলোকৰ প্রতি অনুৰোধ,,, সন্তানক আঁতৰাই দুখৰ বোজাৰ পৰা হাত সাৰিছে বুলি নাভাবিব। আপুনি অবিহনে সিহঁত অসহায়,,, আপোনাৰ মৰম, আশ্ৰয় অবিহনে সিহঁত নিঃস্ব, নিৰাশ্ৰয়। সিহঁত আপোনাৰ সাহস,, ধৈৰ্য্য,, আৰু প্ৰকৃত বন্ধু। সন্তান সৰু হৈ থাকোঁতে আপোনাৰ যি দায়িত্ব সেয়া পালন কৰক। আপুনি বৃদ্ধ হলে আপোনাৰ প্রতি সিহঁতৰ যি দায়িত্ব সেয়া পালন কৰে নকৰে,,, সিহঁতৰ কথা। কিন্তু প্লিজ নিজৰ দায়িত্বৰ পৰা নপলাব। আঁউসীৰ ভয়াল নিশাৰ পাছত সোণালী পুৱা আপোনাৰ বাবেও আছে। মাথো ধৈৰ্য ধৰক,,,,।

  • @rinabhumij5798
    @rinabhumij5798 Před 3 lety +3

    Bohut beya lgise dy konmani dujonok dekhi 😭😭

  • @tonmoyjr2068
    @tonmoyjr2068 Před 5 lety +4

    বৰ দুখ লগা ঘটনা | নিৰ্দয় দেউতা |

  • @kasmirigogoi2206
    @kasmirigogoi2206 Před 5 lety +4

    He probhu bohut beya lagise dei maina keitak dekhi. God bless you 🙏🙏🙏

  • @bubulbaruah4926
    @bubulbaruah4926 Před 3 lety +1

    ইচ ৰাম কেনেকুৱা বাপেকী ঔ ।বৰ দুখ লগা দৃশ্য।

  • @nayankalita92
    @nayankalita92 Před 5 lety +3

    God bless you dear child

  • @ajaygamer999lower2
    @ajaygamer999lower2 Před 4 lety +1

    Thanqyou Anekuwa kam karile manot bahut bhal lage thanqyou Good job jai aai Assam thanqyou

  • @devajanichutia1380
    @devajanichutia1380 Před 5 lety +6

    ল'ৰা ছোৱালীহালৰ বাপেকক পালে অন্ধকাৰগাৰত ৰাখে যেন এনে পিতৃ মোকলি আকাশ পয়োজন নাই ।

  • @kailashboro9670
    @kailashboro9670 Před 5 lety +8

    Ji ki nhok bht dukh loga khbr manuh keijon kintu xosakoi bor moromiyal kanmani dutak jiman pare hlp korok ru ghrt najao buli kuwar kiba ata karon ase jodihe rakhibo issha korise tenehole rakhi diok ajoni maar morom pabo👍👍

  • @kamaldas4254
    @kamaldas4254 Před 5 lety +2

    বহুত বেয়া লাগিল হে প্রভু তুমি কত আছা মানুহৰ মানৱতা নাই নেকি

  • @cranchi9216
    @cranchi9216 Před 5 lety +2

    Val lagise commend pori gd bless you

  • @Pranjight-rc9jh
    @Pranjight-rc9jh Před 5 lety +3

    😭 cute puali kaita

  • @bhriguroy1799
    @bhriguroy1799 Před 5 lety +3

    How can someone do such things with their own children . God bless the both children.

  • @rafinamcl
    @rafinamcl Před 5 lety +1

    আইউ দেহি কলিজা দুটা।।এনেদৰেই অবহেলা কৰিছে।।ছিঃ ছিঃ।।নিষ্ঠুৰ পিতৃ।।যদি লালন পালন কৰিব ক্ষমতা নাই তেন্তে জন্ম দিয়া অধিকাৰ নাই।।ধিক্কাৰ এই মূৰ্খতাৰে পৰিপূৰ্ণ এই পিতৃক।।
    Stupid father..Tur Mar bapere aiai শিক্ষা দিছে নেকি।।কৰ্ম কৰিব নিশিকিলি নে আৰামদায়ক বিলাসী জীৱন বিছাৰিছ।।নিৰ্লজ্জ।।তোৰহে জীয়াই থকা অধিকাৰ নাই।।কণমানি শিশু কিটাৰ লগত যে এনেকুৱা কৰিছ।।
    God bless them two innocent people..😢😢😢

  • @anantabasumatary5630
    @anantabasumatary5630 Před 5 lety +1

    দুখৰ কথা।ভগৱানৰ খেল পোৱা সকলে নিবিচাৰিলেও পাই কিন্তু কিছুমানে বিচাৰিলেও নাপাই সন্তান ।মা নোহোৱা কণ মানি শিশুটিক দেউতাকে কি কাৰণত পেলাই থৈ গুচি গল সঠিক তদন্ত কৰি সন্তান হীন মা দেউতাই নি ডাঙৰ দীঘল কৰি ললে যথেষ্ট আত্মাই শান্তি পাব

  • @anjalibaglary8028
    @anjalibaglary8028 Před 5 lety +4

    Ow my good

  • @pankajdeka6218
    @pankajdeka6218 Před 5 lety +1

    সছাকৈ দেউতাক জন মানুহ নে জানুৱাৰ....চকু পানি ওলাই গল....😢😢😢😢

  • @munindrakumarsahariah7804

    হে ভগবান কি দেখিছো এইবোৰ..
    পো, পালন দিব নোৱাৰে যদি কিয় সন্তান জন্ম দিয়ে.. 😭😭😭

  • @tmgblaster6453
    @tmgblaster6453 Před 5 lety +3

    *god help them, so sad*

  • @gobindboro9543
    @gobindboro9543 Před 5 lety +35

    আই ঐ দেহি মই পালে লৈ আহিলোঁ হেতেন পঢ়া শুনা কৰালো হেতেন অ

  • @gobindboro9543
    @gobindboro9543 Před 5 lety +2

    আই ঐ দেহি আই ঐ দেহি 😢😢😢😢😢😭😭

  • @mahin9408
    @mahin9408 Před 5 lety +2

    এনেকোবা পিতা বরোক আইনি ব্যবস্থা গ্রহণ করা ওচিত

  • @paragsaikia4611
    @paragsaikia4611 Před 5 lety +1

    অভিভাৱক পিশাচ কিন্তু স্থানীয় ৰাইজ প্রকৃত মানৱ

  • @pahimani9192
    @pahimani9192 Před 5 lety +6

    বহুত বেয়া লাগিল..যদি বাপেকে নিনিও বুলি কয় মোৰ আশ্রয়ত দিব নেকি

    • @bhabenray8165
      @bhabenray8165 Před 3 lety

      বৰ দুখ লাগিল ,এনেকুৱা দেউতাক মৰি জোৱা ভাল

  • @nitudev446
    @nitudev446 Před 5 lety +2

    বৰ বেয়া লাগে আজিৰ মানুহ নামৰ এই প্ৰাণীবিধৰ কোন ফালে গতি কৰিছে ইহত ভাল মানুহে পালেবুলিহে।

  • @albertjustinmarandyy8208
    @albertjustinmarandyy8208 Před 5 lety +6

    Dont produce children without any responsibility in looking after them..

  • @sailendrabora1697
    @sailendrabora1697 Před 5 měsíci

    God bless you all 🙏🙏

  • @arebelladeka1214
    @arebelladeka1214 Před 5 lety +3

    Ohoo so sad

  • @JituKalita-fq2zc
    @JituKalita-fq2zc Před 3 měsíci

    God bless

  • @nayankalita92
    @nayankalita92 Před 5 lety +1

    So sad 😢

  • @nirmalibora8338
    @nirmalibora8338 Před 5 lety +1

    Hosai dukh lgse bohut ...

  • @champakdas841
    @champakdas841 Před 5 lety

    Oh god bless them

  • @nakulnakul4529
    @nakulnakul4529 Před 5 lety +1

    কাৰ পুৰুষ মানোহে এইবোৰ কাম কৰে

  • @beautiful3577
    @beautiful3577 Před 5 lety +1

    বাগৰি কাজিৰঙাৰ পৰা আগলৈ ।

  • @promilaboro1948
    @promilaboro1948 Před 5 lety +4

    June pelai thoi goise Tak Kati pelabo Lage..... Yes /no guys?

  • @PompiChutia-mt4sc
    @PompiChutia-mt4sc Před měsícem +1

    Val korila apuni apunar val hok.

  • @ImranAli-zt4rz
    @ImranAli-zt4rz Před 5 lety

    বহুত দুখ লাগিচে

  • @deepshikhadas9000
    @deepshikhadas9000 Před 5 lety +2

    অসম খন এইবোৰ মানুহৰ কাৰনে বেয়া দিশে গতি কৰিছে

  • @dayamonitirkey2416
    @dayamonitirkey2416 Před 5 lety

    😓😓😓😓😓😓😓😓😓😓😓bohut bohut duk lgisa

  • @diplinaray3853
    @diplinaray3853 Před 3 lety

    তোমাৰ কোনো নাই যদি মোৰ ঘৰত আহিবা নেকি, মোৰ কোনো ভাই ভন্টি নাই তোমাক মই নিজৰ ভন্টি বুলি মানি লম।🙂

  • @pallabivlogs426
    @pallabivlogs426 Před 5 lety +1

    Mur bohut dukh lagisa o eman kandisa. abur kanakua Mak Bapak kanakoe aridibo parisa o. plz xokolua help koribo Maina dutak

  • @jintubharali5390
    @jintubharali5390 Před 5 lety

    Horu horu maina dutak dekhi bohut beya lagil bapekor namot kolongko hoi anekua manuh

  • @kabulahmed5446
    @kabulahmed5446 Před 4 lety

    Bhut bhut beya lagil

  • @nabajyoti80
    @nabajyoti80 Před 5 lety +1

    Hosai bhut bea lgise de

  • @mostufaahmed2262
    @mostufaahmed2262 Před 5 lety

    Bht bea lgil..kenkwa parents olpu dukh nlgil ne khontan r mukh r pine sai..kiman mnhe khontan r krne vogoban r usrt parthana kri ase ru hihote pelai thoi goise..parents k hasti dibo lge ru ei bby 2 tak ehtk akow ghurai diya tu safe nhbo bli vabu

  • @ajitdas2618
    @ajitdas2618 Před 5 lety

    Gd blls u tomlok adin buhut vl manuh hoba

  • @ashlinanarzary5622
    @ashlinanarzary5622 Před 5 lety

    Hokolo logok okhek dhoinobad humanityr babe

  • @JabaKalita-xl3yv
    @JabaKalita-xl3yv Před 2 měsíci +1

    😢😢😢😢😢😢

  • @himashreedas6361
    @himashreedas6361 Před 5 lety

    Xixu 2tik sai mur bhut dhukh lagise moi kandi disu😭😭Moi pua hole moi rakhilu hoi 2tike moi nekhaiu khuam ru poham... Vgobane 2ti xixuk jate kuxole rakhe🙏🙏

  • @smritineog2638
    @smritineog2638 Před 5 lety +3

    Ai 2tik jdi kunu nloi tnhle asramt thua2 val...👍me beya vbi kua nai

  • @bijoykumarchakraborty5006

    Very very sad .kolijug

  • @pormudmili2345
    @pormudmili2345 Před rokem

    O Mai good

  • @junndaxx2835
    @junndaxx2835 Před 5 lety +1

    Anekuwa kribo nalage actually anekuwa father kak o nidiwk vagawane

  • @umabhuin8398
    @umabhuin8398 Před 3 lety

    Thank u lora suwali halok morom diyar krne sthaniyo raijyoloi

  • @ratulgogoi8633
    @ratulgogoi8633 Před 5 lety

    সম্পূৰ্ণ অনুসন্ধান কৰিহে বাতৰি পৰিৱেশন কৰিব ।আন এটা চেনেলত কোৱা শুনিলোঁ পিতৃয়ে নহয় এজন ট্ৰাক ড্ৰাইভাৰেহে এৰি থৈ বুলি কোৱা শুনিলো।খেলি মেলি চব ।

  • @nayanboro1539
    @nayanboro1539 Před 5 lety +3

    Ki j hbo...aeikhon khomajot...eman nijthur...

  • @pareshkumar4917
    @pareshkumar4917 Před 5 lety +1

    eman nisthur hobo parene manuh

  • @rupanjali6258
    @rupanjali6258 Před 5 lety +1

    Isss😭😭😭😭

  • @rohitdas4525
    @rohitdas4525 Před 5 lety

    Hosakoi kandidisu bht bht bht bht bht beya lagise

  • @manobendraprodhani2651

    I am very sad

  • @priyadaimari9721
    @priyadaimari9721 Před 5 lety

    O.. God help them

  • @biswajittanti0987
    @biswajittanti0987 Před 5 lety +3

    😭😭

  • @jdsjds2823
    @jdsjds2823 Před 5 lety +3

    Nonsense news live konmani bacha hoi be careful

  • @digantabarman7513
    @digantabarman7513 Před 5 lety

    bhht dukhor kotha...

  • @user-yx5bq4oc7t
    @user-yx5bq4oc7t Před 3 měsíci

    😢😢😢😢 bhut duk lagil

  • @mrajmraj9982
    @mrajmraj9982 Před 5 lety

    Bhut beya lagise anekuwa deutak prithib t thakib nalage

  • @rishakalita1663
    @rishakalita1663 Před 3 lety

    জন্ম দিব নালাগিছিল 😂😭😭😭🙏🙏

  • @rajibulislam2131
    @rajibulislam2131 Před 5 lety

    কোৱা জয় শ্ৰী ৰাম

  • @prabaljitpatar4695
    @prabaljitpatar4695 Před 5 lety +3

    Aibur ghotona only assamte ghote ...dei....

  • @HanifAli-zz4uy
    @HanifAli-zz4uy Před 5 lety

    মানবতাহীন কাম কাজৰ বাবে বহুত দুখ লাগিছে প্ৰকাশ কৰিব পৰা নাই দাদা

  • @user-kq3jp4er7w
    @user-kq3jp4er7w Před 3 měsíci

    এনেকুৱা,পিতৃক,গৰম,পানী,,ঢালি,দিব,লগে

  • @Assam-xAssam-x
    @Assam-xAssam-x Před 5 lety

    God help your

  • @sumneog6875
    @sumneog6875 Před 5 lety

    Bht dukh lgil o, sokurpani ulai goise😢😢 baby keitak dekhi

  • @WisdomInsight.
    @WisdomInsight. Před 5 lety

    So sad....😘😘😘

  • @hemenkalita6707
    @hemenkalita6707 Před 5 lety

    Bahut dukh lagise 😓😓😓

  • @modhumusical5287
    @modhumusical5287 Před 5 lety

    Anekuwa koribo nalagisle bohut beya lagile saii konmani lora suwali keitat kio anekwa krile tahu kiman dukh paise abr o deutake nvabile ne seeeee nijoke khin lagise mur....mor mote sorkari sir hot a kiba ata kribo lage👍

  • @bijay6006
    @bijay6006 Před 5 lety

    বহুত ধুক লগাৰ খবৰ

  • @narayandeka5088
    @narayandeka5088 Před 5 lety

    Manuh eman hridoyhin HBO nlage dei.... Jodi lora suali raxiboi nuare jonmo diye kele.... Bya lgil xosakoi....😥😥😥

  • @bimandeka5542
    @bimandeka5542 Před 5 lety

    কি মানুহ নহয় ভাবিলে বৰ দুখ লাগি যায়

  • @munasutradhar4328
    @munasutradhar4328 Před 5 lety +2

    পাখন্দ পিতৃ। 😭