হিমন্ত নেতৃত্বাধীন "স্মাৰ্ট" অসম আৰক্ষীৰ স্মাৰ্টনেছ জুখিলে নেকি আলফা(স্বা)ই?

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • ⏩আলফাৰ নুফুটা বোমাৰ বিস্ফোৰণ কিন্তু ভালকৈয়ে হ’ল!
    ⏩হিমন্ত নেতৃত্বাধীন "স্মাৰ্ট" অসম আৰক্ষীৰ স্মাৰ্টনেছ চালে নেকি আলফা(স্বা)ই?
    ⏩"লেহুকা" "লেহুকা" বুলি হঁহা আলফাই নিজৰ অস্তিত্ব ভালকৈয়ে জাহিৰ কৰিলে!
    ⏩"পুলিচ মোৰ" কোৱা হিমন্তবিশ্বই এতিয়া আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত বৃহত্ সুৰুঙাৰ দায়িত্ব স্বীকাৰ তেওঁ কৰিব নে?
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

Komentáře • 248

  • @jayadass2681
    @jayadass2681 Před 26 dny +61

    আৰক্ষীয়ে গাড়ী মটৰহে ধৰিব পাৰে।

    • @nipendranarayanmedhi876
      @nipendranarayanmedhi876 Před 26 dny +7

      টকা ইনকাম কৰাৰ বাবেহে কেৱল অসম আৰক্ষী, হিমন্ত চাৰৰ আৰক্ষী ক ধন্যবাদ জনালো।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Před 26 dny +85

    মামাৰ পুলিচ বাহিনী কিমান সজাগ interview ত ULFA success হ'ল যেন লাগিছে।

    • @DebajitBhuyan-g5y
      @DebajitBhuyan-g5y Před 25 dny +1

      Laj laga nai apunar Assam police amray,ulfat thaka keita amaray,

  • @rituraj2421
    @rituraj2421 Před 26 dny +36

    বোমা নুফুতিব পাৰে কিন্তু অঁকাত দেখাই দিলে আলফা স্বাধীনে 😮

  • @Danirojasfc6
    @Danirojasfc6 Před 26 dny +71

    জয় আই অসম।
    অসমীয়াৰ অসম।
    সোণৰ অসম।
    আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে!!!
    আলফা আছিল!
    আলফা আছে!!
    আলফা থাকিব!!!
    ধন্যবাদ। 🙏💚🦅

    • @Danirojasfc6
      @Danirojasfc6 Před 26 dny

      ইহঁতৰ চকু কেৱল অসমীয়া জাতিৰ মাটিৰ ভেটিৰ ওপৰত 👹👹👹

    • @Myassammycar14
      @Myassammycar14 Před 26 dny +3

      Ek mot nohole bohiragoto r bahri jabo dom

    • @bkp9774
      @bkp9774 Před 26 dny +8

      @@Danirojasfc6 ঘেন্তা, বালৰ অসমীয়াৰ অসম, বালফাই কেলা শেষ কৰিলে, অসম মিয়াই লৈয়ে ললে , কিহৰ বালৰ জয় আই অসম কব আহিছ , গল তোৰ আই অসম। মিয়াই লৈ আছে ।

    • @kuheswarpayeng5813
      @kuheswarpayeng5813 Před 26 dny

      Right ​@@bkp9774

    • @brahma_chari_27
      @brahma_chari_27 Před 26 dny +2

      Ulfa zindabaad joi aai axom axomiya joi❤❤❤

  • @kamalkrishnaborah6192
    @kamalkrishnaborah6192 Před 26 dny +47

    অসম পুলিচে হেলমেট ৰ ফাইন কটাত হে এস্কপাৰ্ত বাকি আজি উদঙাই দিলে ৷

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 Před 26 dny +34

    অসম আৰক্ষীৰ বাবে ফাইনেল পৰীক্ষা আলফাৰ ।

  • @nitudeka-ks1sc
    @nitudeka-ks1sc Před 26 dny +38

    লেকচাৰ দি থাকোতেই ৫ বছৰ পাৰ হব ।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j Před 26 dny +15

    আলফাও মানুহ ৷তেখেত সকলেও বেয়া কাম কৰিব নিবিচাৰে ৷গৃহ বিভাগক ভীষণ লাজ দিয়াৰ লগতে ৰাইজকো সাৱধান কৰি দিলে ৷কথাষাৰ আমি সকলোৱে মনত ৰখা ভাল ৷

    • @BimolaHandique
      @BimolaHandique Před 25 dny

      ুঘঘঘ্নঘঘঘঘ্নঘঘ্নঘ্নঘ্নষ্টণণণঞ❤❤❤❤❤

  • @ManabDas-r1m
    @ManabDas-r1m Před 25 dny +7

    মই ভাবোঁ হিমন্ত চৰকাৰতকৈ আলফা ৰ হাতত হে অসম বেছি সুৰক্ষিত।। ❤

  • @nayanchoudhury7124
    @nayanchoudhury7124 Před 25 dny +6

    হে অসমৰ বৰ মুৰীয়া সকল সজাগ হবৰ হল। আলফাই অসম খনক ৰাঙলী কৰিব বিচৰা নাই । যদি সেইয়া হল হৈ ফুতাব পাৰিলে হৈ । এইয়া এটা পৰীক্ষা হে আছিল । যাতে কোনো বাহিৰা শক্তি স্থান নাপাই । এয়া মোৰ নিজৰ ধাৰণা প্ৰকাশ কৰিলো ।ভুল হলে ক্ষমা কৰিব ।

  • @joyahatari675
    @joyahatari675 Před 25 dny +2

    Very nice ।।ULFA Long Life।। Joy Aai Assam।।Bharot Mata Joy।।

  • @MixerYouTube-sc5tq
    @MixerYouTube-sc5tq Před 26 dny +17

    সহজ কথা নহয় কিন্তু । অসম আৰক্ষীৰ নাকৰ তলতে ৰাখি দিলে । লাগিলে বিকলেই হওক । সাধাৰণ নাগৰিক হিচাপে ভাবিলে ভয় লগে কেতিয়া কত কি হয় গমেই নাপাওঁ।

  • @Bidyadhar29
    @Bidyadhar29 Před 24 dny +3

    Zindabad Poresh

  • @BasanthBhaiVillas
    @BasanthBhaiVillas Před 26 dny +16

    মই এনেই নকওঁ পুলিচ বোৰ মৰিব লাগে টকা খোৱা বাহিৰে আন একো কাম নাই

  • @muskan199
    @muskan199 Před 26 dny +27

    হিমন্তৰ পুলিচৰ সাফল্য, 😮😮 কিছুমান নিলাজ ৰাস্তাত থাকে কেৱল গাড়ীৰ পৰা ১০ টকা লবলৈ,

    • @gitumanibarman6536
      @gitumanibarman6536 Před 26 dny +3

      Mamar kam nai, gadir pora nomai db lage, dingi fulay ki lecture tar

  • @DeepRaj23blogs
    @DeepRaj23blogs Před 26 dny +4

    কৰি থাক তহতে যি কৰা ।
    নেলাগে চাকৰী ।
    ভগবানে হাত ভৰি দিছে নহয় বি এ পাছ কৰি দিল্লীত চিকুৰতি গাৰ্ড কৰি খাই আছো ।তহতে খা লুতি পুতি অসমখন ।
    শেস কৰি পেলালি সোনৰ অসমখন নিজৰ স্বাৰ্থৰ বাবে ।
    জয় আই অসম ।
    আলফা আছে বাবে আজি অসমীয়া জীয়াই আছে নহলে তহতে কোনোবাদিনা তহতে অসমখনে বিক্ৰি কৰি পেলালি হয়

  • @sibuboruah6240
    @sibuboruah6240 Před 26 dny +16

    আৰক্ষী অৰ্থাৎ অসম আৰক্ষীৰ প্ৰমাণ চালে চালে চাগে । বাঁহ বাঁহ অসম আৰক্ষী ২৫ টা কিন্তু এটাও বাধা দিব নোৱাৰিলে চি চি .....

  • @baikunthabarman2623
    @baikunthabarman2623 Před 26 dny +22

    এই ক্ষেত্ৰত গৃহ বিভাগ ব্যৰ্থ হৈছে নে নাই সেইটো স্পষ্ট কৰক ।

  • @user-wv1ev5dp1h
    @user-wv1ev5dp1h Před 26 dny +15

    অসম আৰক্ষী কাম নাই

  • @bhabendoley6151
    @bhabendoley6151 Před 26 dny +7

    অসমৰ যুৱক সকলে বাহিৰত কমাবলৈ হে গৈছে।এই চৰকাৰক আমনি পাইছে ডেকা স্যামে।না চাকৰি না কমণি।জাতি ভেটি মাটি শেষ।

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Před 26 dny +13

    মাননীয় তৰুণ গগৈ আৰু সৰ্বা মহোদয়ৰ দিনত যে আলফা শুই আছিল হিমন্তই নো জগালে কিয়?২০২৬ -ত গাডী লোৱাৰ দক্ষতা দেখুৱাইছে??

  • @PranayanPanging
    @PranayanPanging Před 26 dny +7

    কাম নাই অসম আৰক্ষী সকল ৰিল বনাইয়ে হিহঁতৰ কাম

  • @SayedAli-oy1oi
    @SayedAli-oy1oi Před 26 dny +5

    মামাই অকল জনতাৰ ওপৰত দম দেখাব পাৰে কিন্তু আলফাৰ লগত নোৱাৰে কাৰণ ভয় খায়।

  • @akshyagogoi7452
    @akshyagogoi7452 Před 26 dny +4

    জয় আই অসম❤

  • @apurbasarma7358
    @apurbasarma7358 Před 26 dny +8

    Correct.

  • @digantagogoi1868
    @digantagogoi1868 Před 26 dny +10

    টাটাই অসমৰ ৩০০০০ নিবনুৱাকহে চাকৰি দিয়াৰ কথা কৈছে। বাকী ১৭০০০০ নিবনুৱাৰ কি হ'ব সেইটো মূখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিব লাগে।

    • @bkp9774
      @bkp9774 Před 26 dny

      @@digantagogoi1868 ধোদৰ পচলা 1,70,000 বহি ৰাজ্যত গৈ চকিদাৰি কৰক, ac ৰুমত থাকিব পাৰিব, মাহে 8000 পাব, পথাৰত টো কাম কৰিব নোৱাৰে, শাক পাচলিৰ ব্যৱসায় আদি একো কৰিব নোৱাৰে,

    • @biswajitgogoi9963
      @biswajitgogoi9963 Před 26 dny +1

      Bahirorpora ani ani xumabo bohira goto bilkok .?

    • @mgnkl
      @mgnkl Před 25 dny

      30000 bhitort keta Axomiya lora suwalie pabo?

    • @bkp9774
      @bkp9774 Před 25 dny

      @@mgnkl দুই হাজাৰে ও নেপাই । চব বিহাৰৰ পৰা আহিব ।

    • @mgnkl
      @mgnkl Před 25 dny

      @@bkp9774 thik koiso bhai kela , sob lobby bonai thoi die,amar lora suwali bure bhalke kaam korileu promotion pabo logia thakileu nidie, mur logotu hoisile, etia UK company etat work from home kori asu, ekei kaam 3 bosort 2ta promotion kaamor karone paisu, tar upori sakori resign dibole amar lora suwali burok bohut pressure die bohiragoto bure , heikarone ULFA lage

  • @bhabendoley6151
    @bhabendoley6151 Před 26 dny +5

    পটো মাৰি জৰীমনা,আৰু হেলমেত কোব গুৰুত্ত আৰক্ষীৰ। যদিহে ব্ৰাষ্টিং হলেহেটেন কি অৱস্থা হলে হয়।দ্ৰক্স মাপিয়াকে ধৰিব নোৱাৰে,আলফা কি ধৰিব।

  • @binoykalita7597
    @binoykalita7597 Před 26 dny +25

    নূফোতা বোমাৰ শক্তিয়ে বহু প্ৰশ্নৰ ডাঙি ধৰিছে।

  • @MagneticShock-me5kk
    @MagneticShock-me5kk Před 26 dny +6

    ই ফুপ জহি ৰঙাই য়ে যি কোনো সৰু কথাতে আৰক্ষী লগাই ধৰি আনে, এতিয়া ধৰ বাপেৰ হতক।চাল্লা মুখৰ ফুটনি আৰু টি ভি ত কিছুমান আলটো ফালটো ঘোষণা কৰিয়েই ৩ বছৰ পাৰ কৰিলে। ঘোষণা কৰে কিন্তু যেতিয়া কথাটো গৈ চাবাগৈ সেই বোৰ ফুটনি বাহিৰে একো নহয়।৮০% ঘোষণা মিচা।

  • @JitupawanBorah
    @JitupawanBorah Před 23 dny +1

    সত্য কথা,

  • @tultuldutta7753
    @tultuldutta7753 Před 26 dny +4

    মূলকথা হল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হিচাপ বহিৰ্ভূত সম্পত্তিৰ কথা তল পৰিল চৰ্চাৰ মূল বিষয় বস্তু হল আলফা(স্বাধীন)ৰ নুফুটা বোমাৰ হে!

  • @RanjitBoruah-de8nc
    @RanjitBoruah-de8nc Před 13 dny +1

    Ulfa jindabaad

  • @minahazarika7578
    @minahazarika7578 Před 26 dny +13

    নাটক কৰিছে মিছা

  • @Bidyadhar29
    @Bidyadhar29 Před 24 dny +1

    Assam is country,Country is Assam.

  • @AjitpeguAjit-i4w
    @AjitpeguAjit-i4w Před 24 dny

    Bohut bohut bhal lagil

  • @user-jq6xd1hs6l
    @user-jq6xd1hs6l Před 26 dny +2

    Right koise apuni

  • @taherkhan2865
    @taherkhan2865 Před 10 dny

    পৰেছ বৰুয়া ছাৰাক অনুৰোধ কৰিছোঁ জাতে অসমত বমাৰে মানুহক নামাৰে জোনে অন্যায় কৰিছে তাক মাৰক ধন্যবাদ

  • @SunilChamukong
    @SunilChamukong Před 18 dny

    Thenks ulfa

  • @dhanmoniboruah
    @dhanmoniboruah Před 25 dny +1

    ইয়াৰ পৰা এটাই কথা বুজাযাই যে আজিৰ দিনত আলফাই অসমৰ ণিৰীহ মানুহক নামাৰে । সকিয়নিহে প্ৰদান কৰি ......

  • @user-cz7ls6ko5f
    @user-cz7ls6ko5f Před 19 dny

    Alpha..zindabad..lov.u..alpha

  • @Nabajit-pm8ew
    @Nabajit-pm8ew Před 14 dny

    💥💥💥JayAssam💥💥💥

  • @krishnarabha9301
    @krishnarabha9301 Před 23 dny

    অসম পুলিচ টকা খোৱা আৰু ফাইন কটা বাহিৰে একো নাজানে।।

  • @junbora3558
    @junbora3558 Před 26 dny +3

    অসমৰ প্ৰায় ১৪ লাখ নিবনুৱাক মুখ্যমন্ত্ৰী হিমন্তয় চাকৰিত কেতিয়া নিযুক্তি দিব ? তেওঁৰ বাবে সময় ৰৈ থাকিবনে? কাৰণ ৩ বছৰত ১ লাখ নিবনুৱাক চাকৰিত নিযুক্তি দিলে, আৰু প্ৰায় ১৪ লাখ নিবনুৱাক চাকৰিত নিযুক্তি দিবলৈ আৰু প্ৰায় ৪২ বছৰ সময় হিমন্তক লাগিব। আৰু ৪২ বছৰ অসমক শাসন কৰিবলৈ তেওঁ জীয়াই থাকিবনে ? এইবোৰ গু-কাট মিছা কথা । সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্তক বিশ্বাস কৰিব নোৱাৰি।

  • @mgnkl
    @mgnkl Před 25 dny

    Mama naam tu he sur koribo para tumi Himanta , asol Mama hodai Bhimkanta Burhagohain hoi robo , Joi Aai Axom ❤❤❤

  • @MuslimKhan-ok3fc
    @MuslimKhan-ok3fc Před 24 dny

    Very good.

  • @utpalgoswami1990
    @utpalgoswami1990 Před 22 dny +1

    মূখ্য মন্ত্ৰী ডাঙৰীয়া আপুনি ফেল হোৱা নায়নে ? ক'বলৈ লাজ পায়ে কিয় ? নফুটা হ'লেও অসমৰ ইমূৰৰপৰা সিমূৰলৈ আলফা সস্তমহৈ আছে তাৰ প্ৰমাণ বেলেগে দিব নালাগে, ফুটা হ'লে ভাবকচোন ? মিছলিয়া মুদি, হিন্দু, মুছলমান, মাইকীৰ সম্পত্তিৰ বাহিৰে আন কিবা ভাবৰ সময় ক'ত নহয় ?

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 26 dny +1

    বম্ব ফুটি যদি মানুহ মৰিলে হেতেন তেতিয়া চৰকাৰ বা মুধেফুটা নেতা বোৰে কি কলে হেতেন!লাজত এতিয়া আবেজাবে কথা নকৈ কব কি?আলফা যে সক্ৰিয় হৈ আছে তাকে প্ৰমাণ কৰি দেখুৱালে!অসম আৰক্ষী কিমান দুৰ্বল তাকো তাকো বুজিবলৈ নাথাকিল ৰাইজৰ!

  • @bikashbora4022
    @bikashbora4022 Před 9 dny

    Right

  • @hemantadas6711
    @hemantadas6711 Před 24 dny

    CM Sir আমিও বিচাৰোঁ অসমত কাম কৰা, payment বা salary regular দিয়া ব্যৱস্থা কৰক EPF দিয়া ব্যৱস্থা কৰক সব লৰা অসমতে থাকিব !!

  • @xingpungping3216
    @xingpungping3216 Před 26 dny +2

    G.P Singh ক মুকলি প্ৰত্যাহ্বান জনাওতে পৰেশ বৰুৱাই এবাৰ কৈছিল তেওঁৰ দেহ ৰক্ষক সকল অসম পুলিচ ৰ বিপৰীতে ভাৰতীয় সৈন্য নিয়োগ কৰক । পুলিচক তেওঁলোকে জলকা জলকে পানী খোওৱাৰ সামৰ্থ্য ৰাখে। শান্তিৰে গণতান্ত্ৰিক দিৱস পালন কৰিবলৈ নিদি পুলিচ মখাক ব্যস্ত ৰাখি তাৰেই প্ৰমাণ ৰাখিলে আলফাই 😂

  • @bitukonwar2116
    @bitukonwar2116 Před 25 dny

    অসম আৰক্ষীৰ আচল এলেহুৱা চৰিত্ৰ ওলাই পৰিলে দেই।

  • @Iloveassamnarayandasborhulla

    Amar smart police

  • @rosheswarsonowal6134
    @rosheswarsonowal6134 Před 26 dny

    Khub hundor coment dilay Assam police kam nai and local polic transfer other drisctloi dibo lage

  • @AjayDeuri-uj1fc
    @AjayDeuri-uj1fc Před 26 dny +1

    গৃহ বিভাগৰ কোনো কাম নাই আনে কৈ দিয়াৰ পাছতো বোমা উদ্ধাৰ
    কৰিবলৈ সক্ষম নহ'ল এই আমাৰ অসম আৰক্ষী

  • @SunitaDaimary-gc9gi
    @SunitaDaimary-gc9gi Před 24 dny

    Yes

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj Před 22 dny

    Good.

  • @pranjalgogoi5055
    @pranjalgogoi5055 Před 26 dny +1

    Mama mane ki nu artho naikiya mama .hokolure mama

  • @Nitu-y4t
    @Nitu-y4t Před 25 dny

    অসম পুলিচ গাড়ী বোৰ ধৰিব পাৰে আৰু ফটো ও মাৰি একহাজাৰ টকা ও লৱ পাৰে কিন্তু এইয়া কি কৰিছে

  • @suryakumarrajbongshi7772
    @suryakumarrajbongshi7772 Před 26 dny +1

    Hi axomar smart poliçe !

  • @mamoniborah8809
    @mamoniborah8809 Před 25 dny

    আৰক্ষী বিভাগৰ ফোঁপোলা স্বৰূপতু দেখাই দিলে আলফাই। ইমান কটকটীয়া নিৰাপত্তাৰ মাজতো কেনেকৈ স্থাপন কৰিলে বোমা।

  • @Uko7pra
    @Uko7pra Před 23 dny

    ONLY FINE

  • @sanjaysarkar2023
    @sanjaysarkar2023 Před 22 dny

    CM sire police r duty beleg kori dise, ajikali duty beleg hoi goise

  • @bhanimaborgohain-xy1he

    সাধাৰণ মানুহৰ হেলমেট নহ'লে চিত বেল নহ'লে ফাইণ্ড কাতিবলৈ অসমৰ ইছমৰত পুলিচ

  • @thaneswardoley3380
    @thaneswardoley3380 Před 22 dny

    আপুনি কিন্তু মজা কথা ক'লে।

  • @kanakbarman6863
    @kanakbarman6863 Před 26 dny

    It is a great alert govt. Of police department in. Assam.

  • @bharatbaruah5702
    @bharatbaruah5702 Před 24 dny

    অসমৰ গৃহ বিভাগ আলফা ই চলাই আছে

  • @MakibarRahman-ty2wi
    @MakibarRahman-ty2wi Před 26 dny +3

    বেয়া হোৱা বোমা এইবিলাক

  • @SuniyaPermeyAngurlataPermey

    কাম নাই মুখ্য মন্ত্ৰী

  • @thebrownboy99
    @thebrownboy99 Před 26 dny +1

    Axom police mama r pocket t xumai thake kot gom pab aibur.

  • @BenudhorGogoi-y7y
    @BenudhorGogoi-y7y Před 25 dny +1

    Police or lag kot gol.hoktr porisoi dekhelana.sorkarau sur kori bhal bhal kotha koi.

  • @nipunkalita460
    @nipunkalita460 Před 26 dny +1

    আলফাই ওঁ অলপ ভাবি চাব লাগে পুথিবীৰ ভিতৰত অসমত তিনি নং প্ৰকল্পটো আহি আছে । এই প্ৰকল্পটো অসমত ভালকৈ স্থাপন হলে পৃথিবীৰ ভিতৰত অসম তিনি নং স্থানত থাকিব

  • @ChandanaBarman-p3v
    @ChandanaBarman-p3v Před 26 dny

    12:25 thanks sirrrrrr❤

  • @sazidahmed2876
    @sazidahmed2876 Před 26 dny +1

    বিভিন্ন ঠাইত পৰিত্যক্ত গাড়ীসমূহ কিয় বছৰ বছৰ পৰি থাকিব দিয়ে হয় মেৰামতি কৰিব লাগে নতুবা নিলাম কৰি দিব লাগে।

  • @mainudavi9510
    @mainudavi9510 Před 24 dny

    অসমৰ পুলিচকেইটাই চুলাই মদৰ ভাটী কেইটাহে চিনি পায়।কাৰন মাহেকীয়া প ইচা কেইটা নিদিলে ঘৰতে আহি চুলাই বনোবা টিঙ,গেলেন কেইটা কাটি কুটি থৈ যায়।মানে প ইচাহে নিদিয় এতিয়ি কিন 1000হেজাৰ টকাৰ চুলাই বনোবা বাচন

  • @ratneswarnath1424
    @ratneswarnath1424 Před 26 dny

    আচলতে বোমাতাংকৰ জৰিয়তে অসম আৰক্ষীৰ খোপা ঢিলা ৰূপটো বৰুৱা দেউবে ৰাইজৰ আগত স্পষ্ট কৰিলে যেন লাগে।

  • @Iloveassamnarayandasborhulla

    Allfa main

  • @puspadhar6239
    @puspadhar6239 Před 26 dny

    100%right how had been it possible

  • @dreamtobeasoldier9397
    @dreamtobeasoldier9397 Před 26 dny

    hosakoi CM sarmah podotyag koribo lage

  • @pradiprabha5067
    @pradiprabha5067 Před 25 dny

    26 Haríbo

  • @kuhidhandia4689
    @kuhidhandia4689 Před 25 dny

    মহোদয় ‌ পৰেশ বৰুৱা ওচৰত আপুনি ইমান নৰম । আপোনাৰ চৰকাৰৰ এজন মন্ত্ৰীয়ে আলফাৰ ওচৰত ভুল চিকাৰ কৰা দেখিলো আৰু আপুনি অলপ সন্দেহ হয় ।

  • @dilipgogoi1204
    @dilipgogoi1204 Před 26 dny

    এইয়েই আমাৰ বিকশিত অসমৰ নিৰাপত্তা বাহিনীৰ ফোপোলা স্বৰূপ কিন্তু যদিহে মই বা আন কোনো এজনে চৰকাৰৰ বিৰুদ্ধে কথা কয় তেন্তে মুখ্য মন্ত্ৰী জনে সেইজনক ধৰিবলৈ পুলিচ বাহিনী পিছত লগাই দিব বা আলফাৰ নামত নিৰিঃ যুৱকক বিনা বিচাৰে এনকাউণ্টৰ কৰি দিব পাৰে কিন্তু স্বাধীনতা দিবসৰ দিনাই অসমৰ স্মাৰ্ট পুলিচৰ নাকৰ তলতেই আলফাই পঁচিশ ঠাইত বোমা স্থাপন কৰি গল, অসমৰ জনতাৰ ভাগ্য ভাল আছিল বোমা কোনো কাৰি কৰি বিজুতিৰ বাবে বিস্ফোৰণ নঘটিল অন্যথা অসম খন আকৌ এবাৰ নিৰিহ জনতাৰ তেজেৰে ৰাঙলী হল হেঁতেন নহয় নে বাৰু ?

  • @pjdasivlogs7376
    @pjdasivlogs7376 Před 26 dny +5

    Commando keita kot goll moril naki commando keita ihot khali namot commando 😂😂😂😂 black penther kola mekuri tar mane mekuri jeneka ghorot thake thik commando keita ghorot thake

  • @pinkisarmah8400
    @pinkisarmah8400 Před 26 dny +1

    B j p dinot he jen sadinota palu

    • @tkalita2718
      @tkalita2718 Před 26 dny

      ইয়াৰ আৰত কিবা ৰহস্য থকা যেন লাগে।

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v Před 26 dny +1

    Really Assam police failure

  • @SumonBaruah-bb2pu
    @SumonBaruah-bb2pu Před 24 dny

    হলেও হেলমেত পিন্ধি বম নিষ্ক্ৰিয় কৰিব যোৱা দৃশ্য টো দেখি অভিভূত হলো 😂😂😂

  • @bishnuramrabha4714
    @bishnuramrabha4714 Před 26 dny +2

    Himontoi Bhabe,Who is Axom ??????

  • @Kiritipator
    @Kiritipator Před 25 dny

    Aapane theek bola

  • @pushpabhuyan6875
    @pushpabhuyan6875 Před 26 dny +1

    Moja disa....fin kati Toka khowa bur kam nai

  • @upendrakalita9054
    @upendrakalita9054 Před 25 dny

    Ugrapanthik anurodh. Kara aoyei pratham siyal cm jen pao.

  • @moshmibarman7661
    @moshmibarman7661 Před 21 dnem

    চৰকাৰ আলফা একাকাৰ
    । নাটকৰ উপৰি নাটক কৰি কৰি গৈ আছে।

  • @litysa4236
    @litysa4236 Před 26 dny +2

    Hahim ne kandim...
    Pratibedan prastut korajan dhainya 🎉🎉🎉
    😂😂😂

  • @surujsonowal3702
    @surujsonowal3702 Před 26 dny

    ইয়াৰ আৰত আছে অসম চৰকাৰক আলফাৰ শক্তি দেখোৱাই চৰকাৰৰ পৰা মাহেকীয়া টকাৰ সৰকোৱাৰ এটি কাৰচাজি ৷

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před 25 dny

    Kam nai BJP Sarkar Modi vyapari Sarkar go back

  • @phatikbaruah8800
    @phatikbaruah8800 Před 26 dny

    A beautiful suspense drama on 78th independence day. Appreciate the script writer

  • @DebajitBhuyan-g5y
    @DebajitBhuyan-g5y Před 25 dny

    Ulfabuli congress sarkare 10000 akhomiya lara mariley, himanta bishya sarmi kintu santir barta di ase

  • @Prashanta-t7e
    @Prashanta-t7e Před 26 dny +1

    Jenekoiye nohouk,ulfa kintu success hoise,sokoluwe laj nokorakoi swekar koribo Lage..kintu,eman bishal nirapotta bahini thokar pasotu,kenekoi sombhob hol,biyortho prosason..ulfa,r ostitoo sochakoi ullekhonio..mane aituwei suchaise,je ulfa,r manot ji nirapotta bebostha ase,saiburor kunu je Kam ny,ajir ghotonai proman korile....

  • @apurbasarma7358
    @apurbasarma7358 Před 26 dny +2

    Arakkhir aako Kam nai.

  • @DesiredmixTube01
    @DesiredmixTube01 Před 26 dny

    Lack of proper training and advance device

  • @BijuPhukan-kl1xf
    @BijuPhukan-kl1xf Před 25 dny

    ২৫টাকৈ স্হানত স্হাপন কিৰিও এটাও নুফুটিল , আৰে বাবা এটাতো ফুটিব লাগিছিল , কাৰিকৰি বিজ্যুতি গোটেই কেইওটাতে হয় নে ? নে কাৰিকৰ নাই বোমা বনাব'লে😅😅😅

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před 26 dny

    It is good news that all explosive are inactive.Here the intelligence brach must be prompt in future.There may other reason behind to find out strong hold of extremist outfits behind such incidents.The opposition parties collecting points to criticize ruling government to popular their agenda in coming election.The power behind creating unstoppable and instabilities among people greatly influence development.So we need a peaceful situation now in Assam for allround development for our people.