Smart Meter Controversy || স্মাৰ্ট মিটাৰে মোৰ ঘৰৰো বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিলে! || Atanu Bhuyan

Sdílet
Vložit
  • čas přidán 12. 09. 2024
  • ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ বিতৰ্ক!
    👉 একাংশৰ মতে স্মাৰ্ট মিটাৰৰ ফলত লুণ্ঠন বৃদ্ধি পাইছে
    👉 পূৰ্বতকৈ বিদ্যুতৰ নিৰিখ বৃদ্ধি পোৱাৰ গুৰুতৰ অভিযোগ
    স্মাৰ্ট মিটাৰৰ সপক্ষে যুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ: 👇🏼
    “স্মাৰ্ট মিটাৰৰ নামত আমি লুণ্ঠন চলোৱা নাই!
    ৰাইজৰ পৰা চৰকাৰে লুণ্ঠন চলাব বিচৰা নাই!
    চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ বাবে বিভিন্ন আঁচনি লৈছে!
    স্মাৰ্ট মিটাৰৰ বিলসমূহ পূৰ্বৰ বিলৰ সৈতে তুলনা কৰিবলৈ আহ্বান”
    স্মাৰ্ট মিটাৰে মোৰ ঘৰৰো বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিলে
    *****
    #AssameseNews #AssamNews #SmartMeter #Electricity #Scam #AtanuBhuyan #TheTruthIndia #Satya

Komentáře • 886

  • @RareSpoy
    @RareSpoy Před 21 dnem +93

    ইতিহাসত অসম ধ্বংস কৰা কেইজনৰ ভিতৰত আপোনাৰ অৱদানো কিন্তু থাকিব।

  • @digantachangmai1076
    @digantachangmai1076 Před 21 dnem +202

    অই হিমন্ত বিশ্ব ত ই জিৱনত কেতিয়াবা লাইটৰ বিল দি পালিনে ৰাইজক তেজ খাইছ ত ই তোৰ ধ্বংস অনিবাৰ্য

  • @paragdutta9155
    @paragdutta9155 Před 21 dnem +76

    2026 লৈকে থাক তাৰ পাছত তোৰ খেল খতম হিমন্ত । গাওঁৰ মানুহে তহঁতক ভোট নিদিয়ে ।

  • @bhabanandranath7171
    @bhabanandranath7171 Před 21 dnem +62

    মানুহৰ জিনা হাৰাম কৰি দিছে।সবতে মুল্য বৃদ্ধি

  • @PranjyotiPatiri
    @PranjyotiPatiri Před 21 dnem +79

    লাজ লগা নাই টোক CM হিচাপে অসম বাহি ৰাইজে কেতিয়াও বিচৰা নাছিল।

  • @jomeruddin1602
    @jomeruddin1602 Před 21 dnem +62

    স্মাৰ্ট মিটাৰত যাৰ বিল বৃদ্ধি হোৱা নাই বুলি কৈছে, নিশ্চয় কৈ সেইজন বিদ্যুৎ চুৰ কৰি চলাইছে

    • @keshabrabha6442
      @keshabrabha6442 Před 21 dnem

      @@jomeruddin1602 বিদ্যুত চোৰ নহলে শক্তি বিভাগৰ চামচা নহলে মামাৰ চামচা

    • @sajalbiswas9390
      @sajalbiswas9390 Před 20 dny +1

      বেলেগ মানুহে চুৰি কৰিছেনে নাই সেই কথা আমি নাজানো কিন্তু আপুনি যে বিদ্যুৎ চুৰি কৰিছে সেয়া নিশ্চিত।

    • @axomiayt2285
      @axomiayt2285 Před 20 dny

      Amar Kom ahise

    • @BhaskarJyotiBora-hy5cp
      @BhaskarJyotiBora-hy5cp Před 19 dny +1

      Ji sur korisil agote tar bil atya besi ahise...ktha himanei😂

    • @axomiayt2285
      @axomiayt2285 Před 19 dny

      @@BhaskarJyotiBora-hy5cp একদম মইও সেইটোকে ভাবিছোঁ

  • @jomeruddin1602
    @jomeruddin1602 Před 21 dnem +27

    বোপা, দিন শেষ হৈছে। অপেক্ষা কৰক ২৬ লৈ

  • @user-pt3en6hl5m
    @user-pt3en6hl5m Před 21 dnem +11

    চাকৰি কৰা লোকে 1000 টকা 2000 টকা দিব পাৰিব কিন্তু দিন হাজিয়া কৰা মানুহ বোৰ কৰ পৰা দিব আপোনাৰ দুখ নালাগে আপোনাৰ চাকৰি আছে কিন্তু দুখীয়া মানুহক শেষ কৰিছে এই চকাৰ

  • @keshabrabha6442
    @keshabrabha6442 Před 21 dnem +74

    Smart ধন ঘটা মেচিন,,,

  • @boruahhoren4850
    @boruahhoren4850 Před 21 dnem +55

    আপুনি সাংবাদিকক নহ য় আপুনি নিজে ঘৰে ঘৰে চাওক।বিল বাঢিছে নে নাই।ৰাইজ মিছা নহয়।আপোনাৰ ধাৰণা ভুল, যাৰ বাবে আপুনি ভুগিব লাগিব।

    • @naruttamsharma561
      @naruttamsharma561 Před 21 dnem +1

      মোৰ ঘৰত দুবছৰৰ পৰা লগুৱা আছে আজিলৈকে টো কোনো খেলিমেলি পোৱা নাই

    • @assam775
      @assam775 Před 21 dnem

      😂​@@naruttamsharma561

    • @gamvlogs1748
      @gamvlogs1748 Před 19 dny

      Bohut bahise bill muthote

  • @user-ii7iz9sq3p
    @user-ii7iz9sq3p Před 21 dnem +20

    বিৰোধিতা কৰিলেই কংগ্ৰেছ বুলি নকন।বিজেপি য়েও কৰিছে।আপোনালোকে প্ৰতিবাদ কৰিলেই কংগ্ৰেছ বুলি আভুৱা নাভাৰি ব।

  • @ranjitgowsami7891
    @ranjitgowsami7891 Před 21 dnem +15

    অতনু ভূঞা ডাঙৰীয়া ৰ ভাল, হিমন্ত বিশ্ব শৰ্মা ৰ লগত ভাল, যিমান বিল আহিলেও বাহিৰা পইছা দি আৰামত জীয়াই থাকিব, C.M ই ভূল কৰিলেও অতনু ভূঞাই news নকৰে , C.M মামা আপুনি জাতি মাটি ভেটিৰ নামত ৰিনিকি মামী, ভাগিন ৰ নামত অগাধ সম্পত্তিৰ মালিক হল, ভগৱান থাকিলে আপোনাৰ গতি বহুত ৱেয়া হব

  • @ranjitkumardas4470
    @ranjitkumardas4470 Před 21 dnem +22

    দিন ডকাইত ইম্মাট মিটাৰ

  • @hasibur2255
    @hasibur2255 Před 21 dnem +36

    Apuni dekhun himantar dalal akow aji 😂

  • @manashmotivation5573
    @manashmotivation5573 Před 21 dnem +19

    স্মাৰ্ট কৰিব লাগে লাইনৰ তাৰ কেইদাল ,স্মাৰ্ট কৰিব লাগে তাত চাকৰি কৰা মানুহ বোৰ ,স্মাৰ্ট কৰিব লাগে ভল্টেজ স্মাৰ্ট কৰিছে কি টকাৰ মেচিনটো তাতেই গম পাই ভেকুলী মুটিলেই 3দিনলৈ কাৰেণ্ট নাপাই গছৰ পাত লৰিলেই কাৰেণ্ট নাই এইবোৰ কি স্মাৰ্ট হৈছে নে কৰিব লাগে কি ঠিক আছে আপোনালোকে স্মাৰ্ট মিতাৰে আগৰ দৰেই কাম কৰিছে তেনেকৈ থাকিব লাগে কি কথা কয় মানুহ আগৰদৰে বুৰ্বক বুলি নাভাবিব এতিয়া বহুত জনা বুজা হল বুৰ্বক বনাই বনাম বুলি এতিয়াও ভাবিছে

  • @Nirendas812
    @Nirendas812 Před 21 dnem +34

    হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই আপুনি কোৱা দৰেই মিলাই দেখিছোঁ বেলেগ,বেলেগ বিল আহে।2021/22/23/24 সকলোবোৰ বিল slip জমা কৰি থৈছোঁ।

  • @dhiman2246
    @dhiman2246 Před 21 dnem +14

    ৰাইজৰ বিল তুলনা কৰাৰ বাবে এবছৰ অপেক্ষা কিয় কৰিব লাগে ।

  • @saminkumar1259
    @saminkumar1259 Před 21 dnem +9

    মুখ্যমন্ত্ৰীৰ বক্তব্য সত্য নহয়।কাৰণ বিল যদি বেছিনাহেই তেতিয়াহ'লে আগৰ মিটাৰবোৰেই বাহাল ৰাখক।

  • @NabaktTayung-eh6zr
    @NabaktTayung-eh6zr Před 21 dnem +15

    অতুল ডাঙৰিয়া আপুনি ৰাইজৰ কমেন তেখেতক জনাব মিছলিয়াক।

  • @Tapanbaruah-dq3to
    @Tapanbaruah-dq3to Před 21 dnem +7

    এই বাৰ মুখ্যমন্ত্ৰীয়ে পত্নীৰ নামত আৰু কিবা কিনিব বিচাৰিছে। কিনি ল এই বাৰেই শেষ।

  • @nayonroy6116
    @nayonroy6116 Před 21 dnem +6

    এইবাৰ himantak লাত মাৰি বিদাই দিয়ক। নিজৰ propaty কোৰি আছে

  • @anjankumardutta6850
    @anjankumardutta6850 Před 21 dnem +8

    এতিয়াহে বুজি পালোঁ 😤😤😤😤🙏 প্ৰভু হ'ব দিয়ক বহুত হ'ল

  • @dilipsarma6766
    @dilipsarma6766 Před 21 dnem +22

    মিছা কথাৰ ভড়াল এইজন।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Před 19 dny +1

    স্মাৰ্ট মিতাৰ বদলি কৰাৰ আগতে ৰাজ্যেৰ মুখ্যমন্ত্ৰী জন বদলি কৰক

  • @joshnaray3117
    @joshnaray3117 Před 21 dnem +4

    হিমন্ত মামা আবু তাবু বকি থাকে , আপুনি নিজে অসমৰ ঘৰে ঘৰে ৰিদিং কৰক চাই ফুৰক , আমাৰ আগৰ মিটাৰৰবিল ৭০০ শ আহিছিল বৰ্তমান ১৫ শ বিল 😅😢

  • @dekatechnology5403
    @dekatechnology5403 Před 21 dnem +5

    ইয়াৰ ফলাফল ২০২৬ ত পাব

  • @babulkakati9395
    @babulkakati9395 Před 21 dnem +4

    অসমৰ যত যত স্মার্ট মিটাৰ লগোৱা হৈছে সকলোৱে চিঞৰি আছে বিদ্যুৎ বিল বাঢ়িছে, কিন্তু মূখ্যমন্ত্রীয়ে কৈছে ২৩ৰ তুলনাত ২৪ৰ বিলৰ তাৰতম্য নাই। দৰিদ্ৰৰ পৰা তেজ শুহি দৰিদ্ৰকে চেলাইন দিছে।

  • @keshabsaikia4609
    @keshabsaikia4609 Před 21 dnem +8

    Bjp go back

  • @bimangogoi7813
    @bimangogoi7813 Před 21 dnem +4

    এবজৰত তোমাৰ চৰকাৰে বিলৰ নামত বহুত টকা উঠাবা দেখোন এবছৰ সময় কিয় লাগে

  • @utpalgoswami1990
    @utpalgoswami1990 Před 17 dny +1

    হিমন্ত ডাঙৰীয়া, কিয় নতুন মিটাৰ লগাব লাগে ? তাৰ কাৰণতো ভালদৰে বুজাই কোৱা উচিত। আমি ভাবোঁ কমিছনৰ অঙ্ক । বাইদেউৱে নিজা মেডিকেল কলেজ খোলাৰ কথা ভাবিছে নেকি?

  • @user-bb2bq9wh7f
    @user-bb2bq9wh7f Před 21 dnem +2

    সত্যৰ নামত অসত্য প্ৰকাশ কৰি
    আছে ।আপুনি আৰু কিমান মেকিং কৰি কৰি চৰকাৰৰ জয়
    গুণ গাব। ইমান মানুহৰ কথা মিছা আপোনাৰ কথা সচা ।নে কিকয় ।

  • @dhrubajyotibarman5009
    @dhrubajyotibarman5009 Před 21 dnem +2

    ডাঙৰীয়া আপুনি ভাবিছে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল চাব কলে কোনে চাব কিন্তু এতিয়া 90% মানুহে গুগল পেৰে বিল দিয়ে গতিকে যোৱা বছৰৰ বিল চোৱা বেছি টান নহয়। মই নিজে চাই গম পালো 466 টকা এইবছৰ বেছি আহিছে। আপুনি নিজে বহুত বুদ্ধিমান বুলি ভাবে ঠিক আছে কিন্তু বেলেগ বোৰক কীয় মূৰ্খ বুলি ভাবে।

  • @shyamolikabora2924
    @shyamolikabora2924 Před 21 dnem +4

    মায়া আপুনি কি ক'ব অতনূ দাই কোৱা কথতোত জনগণক বুৰবক বুলি নাভাবিব

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Před 21 dnem +9

    হিটলাৰৰ শাসন চলিছে।

  • @mamonidoley1004
    @mamonidoley1004 Před 21 dnem +4

    ম্মাট মিটাৰ আমাক নালাগে।

  • @babulali3277
    @babulali3277 Před 18 dny +1

    Cm নিজেই বলপূৰ্বক হিচাপে হৈছে ,ৰাইজৰ মতামত ত ভোত দি cm হোৱা নাছিল। হেই কাৰণে অসমত জুই জ্বলিছে। বলপূৰ্বক কৌশল প্ৰয়োগ কৰি ৰাইজৰ পৰা টকা উলিয়াই ছে। apdcl চৰকাৰে থিকাদাৰক দায়িত্ব দিয়াৰ বাবেই এই বোৰৰ মিটাৰ ৰাইজৰ মূৰত টাঙোন দিছে।মিটাৰ সমুহ সঘনাই নতুন নতুন ৰূপত বদলিৰ কৰি থাকে।

  • @gyanalbert1184
    @gyanalbert1184 Před 21 dnem +2

    কিমান দিন বু্ৰ্বক বনাব, মিঠা মিঠা কথা কৈ ! দিন চমু চাপি আহিছে ৰহ !

  • @moynalhoque3912
    @moynalhoque3912 Před 21 dnem +10

    মিছা কথা কৈছে

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 Před 15 dny

    হিমন্ত ই অসমীয়া ক শেষ কৰিহে এৰিব, আদামী আমবানী ৰ পৰা কেই কোটি পালে আমাক জনালে ভাল

  • @DipumoniRajbongshi
    @DipumoniRajbongshi Před 15 dny

    হিমন্তৰ মতে অসমৰ ৰাইজে মিচাঁ কথাৰ আশ্ৰয় লৈ আছে ☹️

  • @abanidas6895
    @abanidas6895 Před 21 dnem +2

    স্মাৰ্ট মিটাৰ সমূহ পৰিক্ষা কৰি ছোৱা দৰকাৰ।

  • @ManoranjanBrahma-og7qk
    @ManoranjanBrahma-og7qk Před 21 dnem +1

    দুই ধৰণৰ মিটাৰৰ পৰা যদি সমানে বিল আহে যদি, ৫০০০ হাজাৰ কৌটি টকা( ৰাইজৰ টকা) কি কাৰণত স্বামাৰ্ট মিটাৰ লগাই লুন্ঠন কৰিলে চৰকাৰে .

  • @mikhanagbongshi3138
    @mikhanagbongshi3138 Před 17 dny +1

    প্ৰভু কি তোমাৰ লীলা........চামুচেৰে দি তুমি বেলচা মৰি ললা....

  • @durlovgogoi5965
    @durlovgogoi5965 Před 21 dnem +2

    এইজনক মুখ্যমন্ত্ৰী বুলি কবনে আন কিবা----? নিজেই দুটা মিটাৰ মেকিং কৰি জনসাধাৰণক দেখুৱাব খুজিছে । মুখ্যমন্ত্ৰী ডাঙৰীয়া, হাজাৰ হাজাৰ সাধাৰণ জনতাই আজি বিল লৈ প্ৰমাণ সহ ৰাজপথত ওলাই আহিল ইয়াত কৈ আৰু প্ৰমাণ কি লাগে । সাধাৰণ জনসাধাৰণক বেকুব বনাবলৈ যাওঁতে নিজক চিকুটি চাব ।

  • @foizuddin8523
    @foizuddin8523 Před 16 dny

    অখিল ছাৰৰ লগত, বহুত অন্যায় কৰা হল, smart meter ৰ বিলটো office ৰ পৰাহে monitoring কৰিব, বিল কম কৈ পঠিয়াব।

  • @prabinhazarika9699
    @prabinhazarika9699 Před 21 dnem +2

    বিল দেখুৱাই প্রতিবাদ কৰা বিল কেইখন মিচা নেকি এজনে কয় নহয় আনজনে কয় হয় মুঠতে মোৰ গৰম এই বোৰ বাদ দিব লাগিব যেন পাও,,

  • @boruahhoren4850
    @boruahhoren4850 Před 21 dnem +2

    খাই দিছেsmart metre এ।দেশ ৰসাতলে গল।খাই দিলে এইখন চৰকাৰে। অসমৰ কেৰাচিন তেল অসমৰ মানুহে নাপায় যেতিয়া আনেও পাব নোৱাৰা ব্যৱস্থা হ ওক।

  • @user-um1hl9zr6d
    @user-um1hl9zr6d Před 21 dnem +3

    Apunitu BJP beya buli nokoye....karn ase

  • @BinoyGogoi-fv3no
    @BinoyGogoi-fv3no Před 21 dnem +1

    আপুনি মোৰ ঘৰলৈ আহক চাওক কি কি ব্যৱহাৰ কৰো। আগৰ মিটাৰত যত ৩০০ৰ পৰা ৪০০ টকাৰ বিল আহিছিল এতিয়া ১৫০০ ৰ পৰা ১৬০০ টকাৰ বিল আহে।

  • @jagadishsarmah.3933
    @jagadishsarmah.3933 Před 21 dnem +5

    Jaga grahok jaga. Sazag howa. Boycot adani smart 😎meater.

  • @Mahirn1x-e9k
    @Mahirn1x-e9k Před 21 dnem +1

    ৬/১০ ইউনিট আহিছিল আজি মই
    নতুনকৈ মিটাৰ লাগলো এতিয়া ছাম কিমান আহে

  • @Atikurvlogs7
    @Atikurvlogs7 Před 21 dnem +1

    জনতাক নালাগে স্মাৰ্ট মিটাৰ আপোনাৰ কিহৰ ইমান দকাৰ হৈছে স্মাৰ্ট evm ৰে ভোট লুটিচে আৰু এতিয়া স্মাৰ্ট মিটাৰ দি টকা লুতিব এই বোৰক ভোট দিয়া মানে আমি পাগল এই বাৰ খে দিম চালা

  • @user-is5ic2ee9q
    @user-is5ic2ee9q Před 18 dny

    স্মাৰ্ট মিটাৰে বিজেপি বিদায় নিশ্চিত কেৱল সময়ৰ অপেক্ষা।।

  • @Jagriti130
    @Jagriti130 Před 13 dny

    নৰেন্দ্ৰ মোদীয়ে আদানী গ্ৰুপৰ পৰা চুক্তিত লোৱা স্মাৰ্ট মিটাৰ বোৰ বিজেপি শাসিত ৰাজ্য চৰকাৰ বোৰে বেয়া বুলি কোৱাৰ সাহস আছেজানু ? আদানীক ধনী কৰিব নালাগিব জানু ?

  • @aizurrohman538
    @aizurrohman538 Před 21 dnem +2

    Right kotha

  • @sudiptagogoi8540
    @sudiptagogoi8540 Před 20 dny +1

    মোৰ ঘৰত দুটাই আছে স্মাৰ্ট আৰু pre-paid, মই june july আৰু august 21তাৰিখৰ লৈকে ব্যৱহাৰ কৰিছো মোৰ বিল বেছি আহিছে,আৰু এতিয়া minus লাগি 21 তাৰিখৰ পৰা কাটি থোৱা আছে,মই 1912 কল কৰো আৰু জানিব বিচাৰোঁ যে মই ৰিচাৰ্ছ নকৰিলে মোৰ কিবা অসুবিধা হব নিকি।তেতিয়া জনাই যে,যিহেতু মিটাৰ লৈকে আহি আছে তাৰ বিনিময়ত প্রতেইক দিনাই 4টকা কেই fixed charge নামত দিব লাগিব। মই 4টকা fixed charge দি জাম কিন্তু আৰু স্মাৰ্ট মিটাৰ ৰিচাৰ্ছ নকৰো।মই মোৰ post paid টো তে সুখী।

  • @Advaita.Vedant
    @Advaita.Vedant Před 21 dnem +5

    Oversmart Meter like Himanta Biswa Sharma

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Před 21 dnem +2

    বাংলা দেশৰ কথা সুৱৰাই দিয়কচোন।গাদী চ্যুৎ

  • @umeshkardong6116
    @umeshkardong6116 Před 21 dnem +1

    কেলৈ ! MLA মন্ত্ৰী সকলে Smart মিটাৰ লগোৱা নাই নেকি ?যদি নাই তেন্তে কিয় ? Smart লগাই ললেই গম পাব নহয় ।

  • @dr.jainuddinislam3275
    @dr.jainuddinislam3275 Před 21 dnem

    অতনু দা, উদাহৰণ সহ সঠিক তথ্য আপুনি দাঙি ধৰিলে। বিভিন্ন ঠাইৰ পৰা smart meter ৰ বিষয়ে জানিব পাৰি গম পালোঁ যে এই মিটাৰ ৰ সঁচাকৈ বহু টকাৰ বিল আহে। সেয়ে চৰকাৰক অনুৰোধ জনাও smart meter বাতিল কৰি আগৰ meter বাহাল ৰখাৰ ব্যৱস্থা কৰক।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Před 21 dnem +1

    1912‌‌ অভিযোগ কৰক। নিতান্তই প্ৰয়োজনীয়।

  • @ranjibborah3274
    @ranjibborah3274 Před 21 dnem +2

    পিচে current অহা তাৰদাল বা তাৰ connection Smart নহয় ! অলপ বৰষুন আহিলেই current FUSSS./নাই আৰু । অ মুৰ্খ মন্ত্ৰী , কথাটো মন কৰিব !!!

    • @alokranjanbaruah3418
      @alokranjanbaruah3418 Před 21 dnem +1

      ঠিকেই কৈছে।গাজী গুমৰি আহিলেই smart apdcl এই লাইন কাটি দিয়ে,ধিক্ কটা।

  • @LakhyaTaye-sp7ej
    @LakhyaTaye-sp7ej Před 21 dnem +1

    Current বেছি চলালে বিল বাঢ়ি বৈ।

  • @monowarhussain4229
    @monowarhussain4229 Před 19 dny

    আপুনি কি কব বিচাৰিছে,বাতৰিটোত একো বুজি নাপালো।যিজন মানুহে স্মাৰ্ট মিটাৰৰ পৰা একো অসুবিধা হোৱা নাই বুলি কৈছে,তেওক কিমান‌ টকাৰে মেনেজ কৰি আনিছে??

  • @pradipkhoud4665
    @pradipkhoud4665 Před 21 dnem

    সন্মানীয় অতনু ভূঞাৰ তথ্য পতিৰে আগবঢ়োৱা বাখ্যা অতি গুৰুত্বপূৰ্ণ ! মুঠতে অযথা জনসাধাৰণৰ হক ধন খৰছ হোৱাটো নিতান্তই চিন্তনীয় বিষয় !

  • @saharuddinahmed725
    @saharuddinahmed725 Před 19 dny

    Smart মিটাৰ লগাবলৈ আহিলে ঠেঙ ভাঙি দিম।

  • @Li-gz8un
    @Li-gz8un Před 18 dny

    একো নহয় হিমন্তবিশ শৰ্মাৰ কাৰণ ৰাজ্যত মুছলমান আৰু ওচৰত বাংলা দেশ আছে হিমন্তবিশ জিন্দাবাদ থাকিব

  • @atulborah5526
    @atulborah5526 Před 21 dnem

    মহাশয় ৰাইজৰ কথা অলপ শুনক

  • @ujjalkonwar2859
    @ujjalkonwar2859 Před 21 dnem

    ককাই অসমৰ স্মাৰ্ট মেন । গুজৰাটত যে বন্ধ কৰিল স্মাৰ্ট মিটাৰ কিয় ককাই কোৱা না ....
    তুমি স্মাৰ্ট সেই বাবে সুধিছো ককাই ...
    হাঁহিটো ইমান স্মাৰ্ট .....

  • @foizuddin8523
    @foizuddin8523 Před 16 dny

    2023 তকৈ 2024, হয়তো 3তিনি গুণ বেছি বিল উঠাই আছে, আপুনি ৰাজহুৱা কৰা নাই চাগে, আপুনি ওপৰে ওপৰে আপুনি বিনয়ী দেখুৱালে ও আন্তৰিক দিশত বহুত বেলেগ, আজি কালি সঁচা কথা কব নোৱাৰি নহয়,

  • @chandidas6533
    @chandidas6533 Před 17 dny

    মিঠা মিঠা কথাৰে খাতিখোৱা মানুহ ঠগ খাই খাই উলংগ হৈ গৈছে

  • @urstatus2637
    @urstatus2637 Před 21 dnem +1

    অই অতনু ,তোৰ ;Comments box অইন কালে কেলৈ বনধ থাকে ! তোৰ ঘৰৰ কথা বাদ দিয়া , তই CM ৰ তিকা চেলেকা মানুহ |

  • @monir8657
    @monir8657 Před 21 dnem +3

    কিছুমান মিটাৰত নিশ্চয় বিসংগতি আছে

    • @alokranjanbaruah3418
      @alokranjanbaruah3418 Před 21 dnem

      ১০০% সচা। মাজতে আসোৱাহৰ বাবে apdcl কিছুমান মিটাৰ বদলি কৰিছে।

  • @rohinibaruah7400
    @rohinibaruah7400 Před 20 dny

    আমাৰ ঘৰৰ বিল প্ৰায় দুগুন আহি আছে । বিষয়টো অনুধাৱন কৰী মুখ্যমন্ত্ৰীক ততকাল ব্যবস্থা লবলৈ অনুৰোধ জনালোঁ।

  • @bijugogoi6829
    @bijugogoi6829 Před 16 dny

    মোৰো বিল বহুত বৃদ্ধি হৈছে পূৰ্বৰ তুলনাত।

  • @prohenjitpegu-s7u
    @prohenjitpegu-s7u Před 21 dnem

    হিমন্ত CM ৰ কাৰণে যোগ্য নহয় ১০০% । তেওঁ কোনো এটা বিভাগৰ মন্ত্ৰীৰ হে যোগ্য ব্যক্তি হয় ।

  • @JogeshChRabha-ry5er
    @JogeshChRabha-ry5er Před 21 dnem

    Smart Mitter লগাই আগৰ তুলনাত যঠেষ্ট বিল বৃদ্ধি হৈছে ,,,এই কথা মুখ্যমন্ত্রী যিমানে তেতু ফালি কৈফদ নিদিয়া কিয় এয়া ১০০℅ সত্য

  • @arunpathak2120
    @arunpathak2120 Před 21 dnem +1

    ব্যৱহাৰ বাঢ়িছে, বিল বাঢ়িছে।

  • @tanishabaral9573
    @tanishabaral9573 Před 19 dny

    পুৰণা মিটা ৰত কৈ নতুন মিটাৰত দুগুণ বিল আ হে এই কথা টো সচা ।

  • @BHUGENDRABHUYAN
    @BHUGENDRABHUYAN Před 20 dny

    অতনু দাদা ভাল লাগিল আপোনাৰ মন্তব্য,মুঠৰ ওপৰত স্মাৰ্ট মিটাৰ নালাগে আমাক

  • @lohitdeka6573
    @lohitdeka6573 Před 21 dnem +1

    চিধাকথা ভাই এইবোৰ অসামাজিক মিটাৰ বন্ধ কৰিব লাগে। অসমৰ দৰে অৰ্থ নৈতিকভাবে পিছপৰা ৰাজ্যত।

  • @pradipchandrabairagi2601

    যোৱা বছৰৰ লগত এই বছৰৰ কোনো এমাহৰ বিল তুলনা সঠিক নহয়। কাৰণ unit consume একে নহবও পাৰে। বলিয়ালি এৰিবৰ হ'ল।

  • @jugajyotikeot9549
    @jugajyotikeot9549 Před 10 dny

    উল্লো বনাইচা মোমাই । গোতাই লোৱা যিমান পাৰা । pro player kin2 dei amr sharma da

  • @lakhikalita8394
    @lakhikalita8394 Před 17 dny

    অসমত বন্ধ হব লাগে হিমন্ত মামা তেল মৰা কথ

  • @dsnaturelover
    @dsnaturelover Před 17 dny

    হেমন্ত বিশ্বকৰ্মা sir কিবা এটা কৰক sir।😂

  • @sajalbiswas9390
    @sajalbiswas9390 Před 20 dny

    আমাৰ ঘৰত দুটা ইষ্মাৰ্ট মিটাৰ আছে মোৰ কোনো অসবিধা হোৱা নাই।

  • @mkalita94
    @mkalita94 Před 21 dnem +3

    গাওৰ মানুহৰ সকলোৰে স্মাৰ্ট ফোন আছেনে?

  • @mahendrasaikia8622
    @mahendrasaikia8622 Před 21 dnem

    স্মাৰ্ট মিটাৰত বিল বেছি আহে সেইটো সত্য কথা ।সাধাৰণ মানুহে স্মাৰ্ট মিটাৰৰ বিষয়ে নাজানে আৰু তাৰ সুবিধা লৈ চৰকাৰ বা এ পি দি সি এলযে ।

  • @digantaboro476
    @digantaboro476 Před 21 dnem

    চাৰ তেওঁলোকে যে অফিচত বহি বহিয়ে বিল বনাই মিটাৰ নোছোৱাকৈয়ে মিটাৰৰ য়িমান ইউনিট হৈছে তাতকৈ বহুবেছি দেখুৱাই অধিক হাৰত বিল বনাইছে

  • @rabiulislam9042
    @rabiulislam9042 Před 21 dnem

    ব্ৰিটিছৰ নিচিনাকৈ হিন্দু মুছলমান কৰি কৰি ভোট লৈ আকৌ সেই হিন্দু সকলোকে লুণ্ঠন কৰি আহিছে, তথাপিও কিছুমান মানুহৰ চকু খোল খোৱা নাই। ইমান সাম্প্ৰদায়িক নে। এইবোৰ দেশপ্ৰেমিক নে দেশদ্ৰোহী। দেশখন টুটিবলৈ দি চকুত কাঠৰ চচমা পিন্ধি সাম্প্ৰদায়িকতা ডিঙিত বান্ধি লৈ থকা সকল আচল দেশদ্ৰোহী

  • @foizuddin8523
    @foizuddin8523 Před 16 dny

    গোটেই অসমৰ মানুহে কৈ আছে বিল বেছি অহা বুলি, সেইবোৰ মানুহে নিজৰ খাই, এনেই ৰাস্তাত ওলাই আহে নে, আপুনি নিজৰ পকেটৰ টকাৰে কেতিয়াবা বিল দিছেনে, অসমৰ মানুহৰ তেজ শুহি হে চলি আছে,

  • @dipalidas3531
    @dipalidas3531 Před 21 dnem

    আগতকৈ তিনিগুণ বেছি লাইতৰ বিল আহে, উপায়ে নাপাওঁ😭

  • @chinmoydas4475
    @chinmoydas4475 Před 21 dnem

    আচল কথাটো এতিয়া হে কলে অতনু দা ধন্যবাদ।

  • @jitugogoi7164
    @jitugogoi7164 Před 21 dnem +2

    জনসাধাৰণৰ কথা তেওঁ লোকে কৈছে

  • @hamidulislam9130
    @hamidulislam9130 Před 15 dny

    ঠিক আছে তেতিয়া হলে স্মাৰ্ট কিয় লগাব লগা হল ???

  • @ddtv7128
    @ddtv7128 Před 20 dny

    কালন্ত ই অসম শেষ কৰি দিছে, মানুহৰ অভিশাপ লাগি ধ্বংস হব বেছি দিন নাই

  • @movimovi9654
    @movimovi9654 Před 21 dnem

    Subsidy for installation of Solar panels should be given to all sections of society in the state. This will benefit all citizens of the state.. Solar power is the best alternative in this Era of power crises as State's own power generation cannot meet demands..

  • @aktarali1128
    @aktarali1128 Před 20 dny

    Smart মিটাৰ যদি বিল বেছি নাহে পিছে লগাব লগে কেলে কোটি কোটি টকা বেয়া

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 Před 21 dnem

    কি ধৰণে কানেকচন কৰিব? মন্ত্ৰী মহোদয় কোৱা কথা খাৰ এবাৰ প্ৰমাণ কৰি দেখাই দিয়কচোন? মুখেৰে কৈছে হাতে কামে কৰি দেখোৱা সক্ষম নাই। জয় আই অসম 🙏

  • @arundeb3136
    @arundeb3136 Před 18 dny

    স্মার্ট মিটার‌ laguyar পিচত ইলেকট্রিক bill barigol😢