Assam News: শিৱসাগৰত অধ্যক্ষক হত্যা কৰা ছাত্ৰই কি বুলি দিছে স্বীকাৰোক্তি?

Sdílet
Vložit
  • čas přidán 7. 07. 2024
  • শিৱসাগৰত অধ্যক্ষক হত্যা কৰা ছাত্ৰই কি বুলি দিছে স্বীকাৰোক্তি? কিয় হত্যা কৰিলে ছাই বিকাশ একাডেমীৰ অধ্যক্ষক? ND24ত কি ক’লে শিশু কল্যাণ সমিটিৰ প্ৰাক্তন সদস্য দীপালী ভট্টাচাৰ্য বৰুৱাই?
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 280

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 Před 12 dny +139

    আমি এই মন্তব্যত একমত নহয়।ছাত্ৰই শিক্ষকক ভয় খুৱাবলৈ চুৰি কিনি আনিব।কি অদ্ভুত মন্তব্য।এনে কথা হলে শিক্ষকে ছাত্ৰক পঢ়াবলৈ অসুবিধা হব।

    • @Sushmita-e5o
      @Sushmita-e5o Před 12 dny

      Hosa kotha

    • @user-oh2wv1fu4p
      @user-oh2wv1fu4p Před 12 dny

      Manuh ane nemare kunu

    • @minakshiborgohain7378
      @minakshiborgohain7378 Před 12 dny +5

      মানে অপৰাৰীয়ে নিজকে বচোৱাৰ অখড়া all ready আৰম্ভ কৰি দিছে কিন্তু অলপ ‌চিন্তনীয় বিষয়বস্তুটো !!

    • @minakshiborgohain7378
      @minakshiborgohain7378 Před 12 dny +7

      কেনেকৈ কি মানসিকতাৰে এজন ছাত্ৰই কেৱল শিক্ষকক ভয় খুৱাবলৈ ছুৰি কিনি আনি শিক্ষক জনক একেবাৰে হত্যাই কৰিব পাৰে ইমান কম সময়তে কি ইমান insulated হ'ল সি যে কাৰোবাৰ জীৱন এখন ঘৰৰ এজন মূৰব্বী দুটি সন্তানৰ পিতৃ তাতোতকৈ মম্মান্তিক যে তাৰ দৰে এটা ৰক্তপিপাষু এটা অসুৰক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা ‌ শিক্ষা গুৰুজনক হত্যা কৰিলে ... মই বাইদেউৰ বক্তব্যত সন্তুষ্ট নহয়..

    • @binoddutta4714
      @binoddutta4714 Před 12 dny +7

      I am Not agree with madam.

  • @monjulaborah8567
    @monjulaborah8567 Před 12 dny +81

    হত্যাকাৰী হত্যাকাৰীয়েই ।

    • @SaruNath-pq8rf
      @SaruNath-pq8rf Před 5 dny

      হত্যাকাৰীটোৰ কাৰণে মৃত্যুয়েই শ্ৰেয়।

  • @pranabbarman9255
    @pranabbarman9255 Před 12 dny +44

    হত্যাকাৰীক সুৰক্ষা দিয়াৰ মন্তব্য .... শিক্ষকক ভয় খুৱাবলৈ চুৰি আনে ...কি কব আহিছে ... শিক্ষা গুৰু পিতৃ মাতৃৰ সমতুল্য..... তেনে গুৰুক হত্যা কৰিব..... প্ৰধান দোষ বিদ্যালয় কৰ্তৃপক্ষৰ...কিয় চিভিল ড্ৰেছত পুনৰ বিদ্যালযত প্ৰৱেশ কৰিব দিব....

  • @mantudas7166
    @mantudas7166 Před 12 dny +34

    বাইদেউ আপোনাৰ কথাবোৰে বেয়া কাম কৰাত উচ্চাহ দিব ৷ যদি এনেকৈ মানুহ মাৰি সাৰি যায় তেতিয়া হলে মানুহ মৰাত কোনোৱে ভয় নকৰিব আৰু এয়া হৈ আছে ৷ মানুহ মাৰিছে ধৰ্ষণ কৰিছে ভয় নাই কেৰেপ নকৰে যেতিয়া লৈকে শাস্তি নহব ঘটনা বাঢ়ি যাব ৷ লগতে আপোনালোকৰ দৰে ব্যক্তি থাকিলে উচ্চাহ পাব খাটাং

    • @loficave-g9t
      @loficave-g9t Před 12 dny

      Agote Rapist Gela k xasti dba koo tar pisot beleg kobi ... student tur mental health thik nhi tar karone tak fasi dile xetu sobot ke dangor crime hb

  • @nilakhi2383
    @nilakhi2383 Před 12 dny +112

    ছাত্ৰ জনক উচিত শাস্তি দিব লাগে...সমাজৰ কাৰণে এইবোৰ বিপদ

    • @thejknath6017
      @thejknath6017 Před 11 dny

      @@nilakhi2383 hoi tar pisat reacher sakole nasi nasi pohabo ,,samajar main hoi

    • @nilakhi2383
      @nilakhi2383 Před 11 dny +1

      @@thejknath6017 এনেবোৰ মানুহ সমাজৰ কাৰণে বিপদ বুলি কৈছোঁ .. কেবল. .teacher r কাৰণে বিপদ বুলি কোৱা নাই যে পিছত teacher সকলে নাচি নাচি পঢ়াব 🤣🤣

  • @Lalit-ug3yn
    @Lalit-ug3yn Před 12 dny +115

    এটা মানুহক murder কৰি দিলে। এতিয়া ইয়াক under 18 বা mental disorder বুলি excuse কৰিব পৰা নাযায়। যাজীৱন কাৰাদণ্ড হব লাগে।

    • @rituparnadas2416
      @rituparnadas2416 Před 10 dny

      একো নহয় যেন লাগে

    • @naziarahim2739
      @naziarahim2739 Před 8 dny +2

      Aru jetiya teacher insult humiliate n taunt kore for not knowing a thing which leads to suicide of children..wat punishment does a teacher deserve den?

    • @debajanisarma1673
      @debajanisarma1673 Před 7 dny

      Court is there to decide if a teacher is guilty..

  • @user-jn8ci1ky9y
    @user-jn8ci1ky9y Před 12 dny +85

    লৰাজনক এৰি দিলে আগন্তুক দিনত শিক্ষকে ছাত্ৰক পঢ়াবলৈ অসুবিধা হ'ব।

    • @thejknath6017
      @thejknath6017 Před 11 dny

      @@user-jn8ci1ky9y hoi diyak Lora jonok fasi di dile shikhake nasi nasi podabo,,,toi himantar product ardhakeselu

    • @rituparnadas2416
      @rituparnadas2416 Před 10 dny

      হয়

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před 12 dny +81

    চুৰিখন কিয় কিনিছিল ? শিক্ষকক ভয় খোৱাবলৈ চুৰি কিনে , আচৰিত !!

  • @MrinaliDevi
    @MrinaliDevi Před 12 dny +31

    হত্যাকাৰীৰ সপক্ষে কোনো যুক্তিৰ প্ৰয়োজন নাই

  • @EAES2016
    @EAES2016 Před 12 dny +37

    সন্তানসকল বেয়া হোৱাৰ মূলতে আছে পৰিয়ালৰ আচৰণ, সংস্কাৰ আৰু আনৰ প্ৰতি থকা বেয়া মনোভাৱ। আমি সকলোৱে আজি সন্তানক ডাক্তাৰ-ইঞ্জিনিয়াৰিং হোৱাৰ সপোন দেখো, কিন্তু 'ভাল আদৰ্শবান দেশৰ নাগৰিক' হোৱাতো পাহৰি পেলাইছো, শিক্ষা নিদিয়ে। গতিকে আজি-কালি স্কুলবিলাকত শিষ্টাচাৰৰ কথা শিকালে কোন মাক-বাপেকে কাণ পাতি শুনিব ? আৰু ছাত্ৰ-ছাত্ৰী একো একোটা যন্ত্ৰ !!! শিক্ষকসকল নিৰুপায়হীন, অনুভূতিহীন, তেজ-মংসহীন একোজন ৰবট। সময়ৰ কি পৰিবৰ্তন !!!

    • @asomiaasom6008
      @asomiaasom6008 Před 12 dny +1

      সচা কথা ।একমত

    • @user-if3ph7lm1h
      @user-if3ph7lm1h Před 12 dny +1

      Student's.has.bring.pen.to.class.for.write.but.why.he.bring.sakuu.it.is.unorthrise.itis.un.legal.too

    • @Nayanjdass
      @Nayanjdass Před 10 dny

      Bad teacher,bad family,bad society,bad environment all are involved here❤❤jaise dristi baise shristi

  • @sazidahmed2876
    @sazidahmed2876 Před 12 dny +41

    তেনেহলে সকলো হত্যাকাৰীৰ একেই ব্যৱস্থা কৰক

  • @mintumoniduwarah3595
    @mintumoniduwarah3595 Před 12 dny +22

    সি কি ভাবিছিলে সেই টো কথা নহয় ।সি কি কৰিলে সেইটো হে কথা। চুৰি লৈ ভয় নোখোৱাই। প্ৰথম মুখেৰে ভাবুকি দিয়ে, হাতেৰে....তাৰ লক্ষ্য আছিল murder.murderৰ উচিত শাস্তি হ'ব লাগে। নহ'লে আৰু বহুত ছাত্ৰ murderer হ'ব।

    • @thejknath6017
      @thejknath6017 Před 11 dny

      Tur baper r mur pathom nijei counselling lo

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z Před 12 dny +15

    ছাত্ৰ জনৰ কাৰ্য্য একেবাৰে সমৰ্থন কৰা নাই। তথাপি এটা কথা কৈছো , আমাৰ ছাত্ৰ সকল সমাজৰ বিভিন্ন স্তৰৰ পৰা, বিভিন্ন পৰিৱেশৰ পৰা বিদ্যালয়লৈ আহে। গতিকে সকলো ছাত্ৰ সকলো ক্ষেত্ৰত সমান নহ'বও পাৰে।এজন ছাত্ৰক শ্ৰেণীকোঠাৰ পৰা বাহিৰত ৰাখিলে নোৱাৰাটো পৰা হৈ নাযায়। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত নম্বৰৰ পাছত দৌৰাৰ এইয়া ভয়ংকৰ পৰিণতি। বৰ্তমান চৰকাৰী বিদ্যালয়ত কোনো ছাত্ৰক শ্ৰেণীৰ পৰা বাহিৰ কৰি নথয়। চৰকাৰী বিদ্যালয়ৰ শিক্ষা বহুত ভাল।

  • @prarinitasaikia4380
    @prarinitasaikia4380 Před 12 dny +58

    কিমান টকা লৈছে আপুনি মাকৰ পৰা ছাত্ৰই শিক্ষক ভয় খোৱালৈ ছুৰি আনে লৰা ধেমালি নেকি কি কথা ক'বলৈ আহিছে।

    • @porismitaborah2703
      @porismitaborah2703 Před 12 dny

      Tumi pagol niki tekhete lorajonok bosaboley e khini kotha kuwa ny , lora jone ji statement disa tak exactly media r agot koise . Teau nijai kuwa ny nohoi aru lorajon bhal koriley buli u kuwa ny . Teu agoraki Child Phychologis recharge kora hoi .
      Vdo pura nusuwake ale bale comment kori nathakiba .

    • @thejknath6017
      @thejknath6017 Před 12 dny +4

      Bohut toka loise judge madam,,,manuh gorakiye nijor kotha kuwa nai hero Lora tuye ki koise aru aaini prakiya ki hobo pare take he koise,,, apunaru metal counselling r prayujon ase Jen paisu

    • @hirakjyotidutta7515
      @hirakjyotidutta7515 Před 8 dny

      Ki koihe.. Blr mar khisu.. Eta timt tako bkr...
      ..
      Beya mon jai
      But kora nailu
      .
      Eu mastr hole. Je
      Vl hbo. Eitu ki.. Sidha kotha nki...?

    • @MayurGogoipics
      @MayurGogoipics Před 8 dny

      আপুনি ভাল কৈ কথাখিনি নজনাকৈ কিয় কৈছে এনে দৰে? সি লৰাটোৱে দোকানৰ পৰা কিনিছিল তাৰ অস্ত্ৰ ।। তাৰ মানসিক ৰোগৰ treatment চলি আছিল আৰু লগতে dental চিকিৎসা, তাৰ দেউতাক ঢুকুৱাত তাৰ মানসিক কথাবোৰ বাঢ়ি গৈছিল।। আজি কালি বহু বিদ্যালয়ত Topper বোৰক বেছি গুৰুত্ব দিয়ে,বাকী বোৰ থাকি যায়।। Topper বোৰক প্ৰিঞ্চিপালে বেলেগে মাতি নি সহায় কৰে,আৰু প্ৰাইভেট বোৰত টকা দিলেই হয়।। কোৱা নাই যে এনে কাম সাই বিকাশত কৰে।। কিন্তু মানসিক ভাবে বহু স্কুলত আঘাত কৰা হয় বেলেগ বেলেগ স্কুলৰ পৰা অহা টপাৰ বোৰক।।

  • @anjanborah-5069
    @anjanborah-5069 Před 12 dny +45

    এই গৰাকীকো তদন্তৰ আওতালৈ আনিব লাগে ।

  • @tkmi501
    @tkmi501 Před 12 dny +16

    লৰাটো হৈ কৈ ছ যে মাকবাপেকৰ পৰা টকা লৈছ নেকী?

  • @pranabdas6724
    @pranabdas6724 Před 12 dny +6

    কথা খিনি এনে লাগিল যেন‌ এখেতে ল'ৰাজনক বচাব চাইচে

  • @akshaydas3990
    @akshaydas3990 Před 12 dny +9

    ভাৰতীয় আইন ব্যৱস্থাত এইবোৰেই সুৰুঙা, যাৰ বাবে অপৰাধী সাৰি যায়। ছাত্ৰৰ মানসিকতা এনে হ'ব লাগে নেকি।শিক্ষকেই হওঁক বা অন্য কাৰোবাকেই হওঁক ভয় খুৱাবলৈ হাতত অস্ত্ৰ তুলি ল'ব।মানে ভয় খুৱাবলৈ আহি পৰিস্থিতি অনুসৰি ইয়াক প্ৰয়োগ কৰিব।চিন্তাটো তেনেকুৱাই।ল'ৰাজনে বাৰু শিক্ষকজনে কৰা ব্যৱহাৰৰ কথা কাৰোবাক অৱগত কৰিছিল নে?কিয় নিজাকৈ এনে জঘন্য কাণ্ড সংঘটিত কৰিলে। উচিত শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে আৰু কোনেও এনে কৰিবলৈ সাহস নকৰে।

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u Před 12 dny +11

    এই মহিলা গৰাকীয়ে কোৱা কথাবোৰ বোধগম্য নহ'ল । কিয়নো শিক্ষকক ভয় দেখুৱালে চুৰি লৈ অহা কথাটো ।ইয়াক এৰি দিলে আকৌ মানুহ মাৰিব । কোনোবাই কিবা ক'লে দা -কুঠাৰ উলিয়ায় সন্ত্ৰাস সৃষ্টি কৰিব।ইয়াক ফাঁচি দিব লাগে ।

    • @bijaynath7724
      @bijaynath7724 Před 7 dny

      Students r class krar time t atiya police department t r duty r proiojn hbo jen anuman hoise

  • @nabajyotiborah8301
    @nabajyotiborah8301 Před 12 dny +7

    মাৰি পালাওক তাকো। আপোনাৰ কথখিনিয়ে যে লৰা টোক নিৰ্দোষী সজাব গৈছে। আপোনাৰ কথা বোৰ ত কিবা ৰহস্য ase যেন হে লাগিছে

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 12 dny +8

    এই লৰাটো কোনো পধ্যেই ভাল"লৰা নহয়।ভাল লৰাই এনে কাণ্ড কাহানিও নকৰে।ই সশ্ৰম কাৰাদণ্ডৰ উপযোগী।

  • @sewaliborah8768
    @sewaliborah8768 Před 12 dny +18

    বিচাৰ টো ভালকৈ কৰিব ল'ৰাটো কিহত পৰি কৰিবলৈ বাধ্য হ'ল

  • @HimangshuKalita-ok8xf
    @HimangshuKalita-ok8xf Před 12 dny +7

    যাতে ই নিজে পাগল সাজি বাছি নাযায়। ই সমাজৰ বাবে ১০০% জাবৰ। ইযাৰ পৰা পচিলে সাৰ ও নহয়।গতিকে ইয়াক সমূলি বিনাশ কৰাই উত্তম।

  • @CHANDANDAS-ck
    @CHANDANDAS-ck Před 11 dny +5

    কাৰোবাৰ আত্মসন্মানত আঘাত কৰিলে সি লাগিলে সৰু হওঁক বা ডাঙৰ হওঁক বা ছাত্ৰ এ হওঁক , এনেকুৱা অনাকাংখিত পৰিস্থিতিৰ সৃষ্টি হবই । এই শিক্ষক জন উদাহৰণ হল এইটো ঘটনাৰ । ছাত্ৰ বা ছাত্ৰীয়ে হওঁক চুলিত ধৰি ঘটালি classroomor পৰা বাহিৰ কৰি দিবৰ কাৰোঁ অধিকাৰ নাই ।।

    • @MainaTamang.
      @MainaTamang. Před 11 dny +1

      Absolutely right

    • @utpalgoswami7887
      @utpalgoswami7887 Před 10 dny +1

      Manuh Naa ajiloike change hoise Naa change hbo ....enebur ghotona besike hbo goi ase karon ki xaru ki dangor xobore mur keita gorom hy thake ajikali.

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Před 12 dny +6

    Under 18 বুলি কৈ কি সি সাৰি যাব, ডাঙৰ হ'লে সি কি নকৰিব, এবাৰ দকৈ ভাবি চাওঁক। শিক্ষকক ভয় খুৱাবলৈ ছুৰীখন লগত আনিছে, কি কথা কৈছে বাইদেউ জনীয়ে, ল'ৰা টোৰ হৈ ওকালতি কৰিছে বুলি সন্দেহ হয়। তেনেহলে শিক্ষকক ভয় খুৱাবলৈ ছাত্ৰৰ লগত একোখন ছুৰি দি পঠাওক, নম্বৰ বেছি পাব।

    • @user-cj8xq1px2i
      @user-cj8xq1px2i Před 12 dny +1

      Hoi diyok . Mnuh goraki ki koise nije gm paise ne .. nijor lgot hwa hle gm ple hoi .

  • @nivagogoi9859
    @nivagogoi9859 Před 12 dny +6

    লৰা জনৰ IGOত লাগিলে আৰু মানসিক ভাৰসাম্য হেৰুৱাই এনে কাৰ্য্য কৰিলে ।

  • @tanujasarma7307
    @tanujasarma7307 Před 12 dny +3

    Thika koisa madam tar mental condition tu thik hoi thaka nasil. Because adolescent stage t anar agat laj dila students bura bahut balag reaction kora example suicide attempt kora. Attempt tu murder etc.

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Před 12 dny +11

    একো status চোৱা দৰকাৰ নাই, ফাঁচী দিয়ক? দাঁতৰ বিষ ৰ কাৰনে এক সপ্তাহ ছুটী কি আচৰিত? আজিকালি লৰা ছোৱালীয়ে শিক্ষকক চাকৰ বুলি ভাবে চাগে? লৰা ছোৱালীয়ে জানে তেওঁলোকৰ মাক দেউতাকে বহুত টকা দিয়ে স্কুলত। লগতে চৰকাৰে Online Content আৰু Online Gaming ৰ ওপৰত নজৰ দিয়া উচিত। চৰকাৰ ৰ কেবল কৰ সংগ্ৰহৰ লক্ষ্য হোৱা অনুচিত। যেনেকৈ চৰকাৰে অসমক মদাহী বনাই কৰ সংগ্ৰহ কৰে???????

    • @loficave-g9t
      @loficave-g9t Před 12 dny

      Kio fasi dibo tak fasi dile students union r power
      dekha pabi kela ...rap case bilak ji hoi ase titte goisli ne ko o fasi dba kela ...

    • @user-gn8fj7hg5z
      @user-gn8fj7hg5z Před 11 dny

      দাঁতৰ নহৈ ডাক্তৰ তাৰ মানসিক ৰোগ আছিল বোলে কৈছে investigator বোৰে

  • @7xxhcx
    @7xxhcx Před 12 dny +2

    Teacher bur olop beya ase mur hontanor logot ji korile obsese Ami lorak college pora uliabo loga hol

  • @satyajitphukan9790
    @satyajitphukan9790 Před 12 dny +6

    দুখিক শাস্তি দিয়াক

  • @jupitara7619
    @jupitara7619 Před 12 dny +3

    উচিত শাস্তি যদি নেপাই তেন্তে অনাগত দিনবোৰত তেওঁৰ পৰা আৰু এনে খবৰ পাবলৈ সাজু হওক। অপৰাধী মানসিকতাৰ মানুহ তেওঁ, বয়স কিমান সেইটো বিচাৰ কৰা নিষ্প্ৰয়োজন।

  • @prasantabezbaruah1067
    @prasantabezbaruah1067 Před 12 dny +3

    ল'ৰা জনৰ সাপেক্ষে কোৱা যেন লাগিছে !!!
    হত্যাকাৰীৰ বয়স চাব নালাগে। হত্যাকাৰী এজন হত্যাকাৰীয়েই ।
    ভবিষ্যতে সি আৰু দহ জনক হত্যা কৰিব পাৰে। ........
    ..... ... .. সেয়েহে আইনে কঠোৰ হাস্তি নিদিলে তাক encounter কৰিব লাগে। এই বোৰ সমাজৰ একোটা বিষাক্ত পোক । ইহঁতক জীয়াই ৰাখিলে ভবিষ্যতে আৰু ভয়ঙ্কৰ কিবা এটা নকৰিব তাৰ মানে নাই।

  • @sankarswargiary7146
    @sankarswargiary7146 Před 12 dny +8

    Mem Or coment Tu khuni bhal lagil....... Maru buli maribo nuware.... Year uporot khompurno todonto hobo tar pisot he ki khasti hobo... Aiya state judge ment sir Or uporot nirbhor kore.

  • @minakshiborgohain7378
    @minakshiborgohain7378 Před 12 dny +2

    অপৰাধিক সুবিধা ও সুযোগ দিয়াটো মূৰ্খামীৰ বাহিৰে আন একো নহয় ... বাইদেউ manege হৈছে নেকি.....জীয়াই থকাৰ তাড়না চবৰে আছে তাৰো হৈছে এতিয়া পৰিয়ালৰ মানুহে নিজৰ সন্তান হেৰুওৱাৰ তাড়নাত এতিয়া শিক্ষা দিছে কি কব কি কৰিব কিন্তু সেই মহিলা গৰাকী যিয়ে সকলো হেৰুৱালে সন্তান দুটিয়ে পিতৃক হেৰুৱাই নিঠৰুৱা হ'ল তেওঁলোকৰ বাবে কি ক'ব আপুনি মেডাম....!! আপোনাৰ মন্তব্য উচিত নহয় আৰু সময় উপযোগী ও নহ'ল অলপ ‌চিন্তনীয় বিষয়বস্তুটো চাই চিন্তা কৰি মন্তব্য ৰাখিব সামাজিক মাধ্যমতো আহিছে সুবিধা পায় ভুলকৈ বাখ্যা কৰি মন্তব্য নকৰিব । সেই সময় আৰু সুযোগ বুজি মুখ খোলা ৰক্তপিপাষু অসুৰটোৰ বাবেই এটা পৰিয়ালৰ সকলো শেষ হৈ গ'ল থান-বান হৈ পৰিল দুটি শিশুৰ সপোন শৈশৱ !! মানুহ জনৰ মুখৰ পৰা পৰিয়ালে শেষ মাত এষাৰ শুনিবলৈ নাপালে যান্ত্ৰনাত চতফটাই থকা ‌সময়ত সন্তান পত্নীক কাষত নাপালে কিমান যান্ত্ৰনাদায়ক আৰু মৰ্মান্তিক ভাবিয়ে কলিজা ফাটি ‌গৈছে আৰু এতিয়া সি হত্যাকাৰী টোৱে ঠান্দা মগজুৰে মুখ খুলিব আহিছে....!!!!😡😡😡

  • @KulenGogoi
    @KulenGogoi Před 11 dny +1

    এনে ধৰণৰ ‌মহিলাই হৈছে মানৱ জাতিৰ বাবে কলঙ্কিত আৰু অপৰাধৰ বাবে ইন্ধন যোগাওঁতা ।
    তুমি মহিলা নোহোৱা , এজনী ডাইনী হোৱা। যিদিনাখন এই ঘটনাটো ঘটিছিল সেই শ্ৰেণী কোঠাত থকা প্ৰত্যক্ষদৰ্শী ছাত্ৰ সকলে সকলো সচা কথা কলে । তাৰ পিছত তুমি কʼৰপৰা আহিলা ? তুমিতো এই ঘটনাতো ঘটাৰ সময়ত তাত উপস্থিত নাছিলা । চালা হাৰামযাদী এতিয়া হত্যাকাৰীক সোৰক্ষা দিবলৈ আহিছা। কি কৈছা‌ শিক্ষকজনে সেই পিশাচটোক চুলিত ধৰিছিল, অপমান কৰিছিল, কটাৰিখন মাত্ৰ ভয়খোৱাবলৈ আনিছিল । এতিয়া ওকালতিৰ কোনো প্ৰয়োজন নাই।অনতিপলমে সেই পিশাচটোক ফাঁচী দিয়ক ।

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy Před 12 dny +1

    গার্জেন্ট আৰু শিক্ষক সমাজে প্রতি ছাত্ৰৰ মানসিক অৱস্থাৰ সম্পর্কে সচেতন ভাবে লক্ষ্য কৰাতো অতি গুৰুত্ত্বপূর্ণ কথা | নহলে অনাগত দিনবোৰ ঠিক নহব।

  • @nicholasminj8410
    @nicholasminj8410 Před 11 dny +1

    Teachers should not give physical punishment

  • @_Puspanjali
    @_Puspanjali Před 11 dny +1

    আমি যেতিয়া স্কুলত ছাৰ বাইদেউৰ পৰা পিতন পাইছিলো আমি ঘৰত আছি আকৌ সেইটো ভূলৰ কাৰণে মা-দেউতাৰ পৰাও পিতন পাইছিলো ,,,,, তাতোকৈও _ ডাঙৰ কথা মা দেউতাই কৈ পঠিয়াইছিল শিক্ষকক হাত ভৰি কেইটা নাভাঙিব আৰু চকু কেইটা নফুটাব বাকী যিমান পিটে পিটিব ,
    ,,, ১৯ ৰ ছাত্রী আমিও নহয় বর্তমান সময়ত আমাৰ শিক্ষা সমাপ্তও হোৱা নাই ,,, কিন্তু কিছুমান অভিভাৱক আৰু লৰা ছোৱালীৰ বাবে সকলো অভিভাবক সকলো শিক্ষার্থী বদনামী হৈ পৰিব লগা হৈছে😢😢😢😢😢

  • @bishnuchetry8472
    @bishnuchetry8472 Před 12 dny +11

    Mam apuni khoub hundor koi explain korele..val lagil.. thanks..

    • @BijoySarmah-pt9bm
      @BijoySarmah-pt9bm Před 12 dny

      Ke hondor ke , ane manhok fasi debo lage,gurok saku kene ane voi khowaboloi,eman himot

  • @kalpadas7332
    @kalpadas7332 Před 12 dny +14

    Kono karonot studntk ei khetrot support kora usit nhoi.... Education system xekh kora hoise ei dekhot... Tarei fol eiya

  • @blueocean9430
    @blueocean9430 Před 12 dny +3

    Nazira DPS r pora tak kio out kora hol tak investigate kork na..... Tatu sage ki nokora kam kori ahise.

    • @lawldude2893
      @lawldude2893 Před 12 dny +1

      he normally class 10 pass korile eku ulta pulta case hua nasil ei sob enei mosola logai koi dise media burei

  • @tutumanibarman5384
    @tutumanibarman5384 Před 12 dny +2

    ভাবি ভাবি কথা নকব ক্ষুৰি সি ইমান ডাঙৰ ঘটনা এটা কৰিলে তাক কোনো কাৰণতে বচাব চেস্তা নকৰিব । শিক্ষকক ভই খুৱাবলৈ যে সি চুৰি আনিলে বুলি কলে শিক্ষক জন কি সৰু লৰা আছিল নেকি ।কোনো কাৰণতে তাক শাৰী যাব নিদিব আৰু বেছি দীঘলীয়া কৰি থাকি লাভ নাই কম দিনৰ ভিতৰতে হিপুৰিলৈ পঠিওৱাৰ বেবস্তা কৰক নহলে টকা খকত তাক পাগল বুলি বছাই নিব উঠি পৰি লাগিব ।ইয়াক যদি এনেকে এৰি দিয়া হয় তাৰ পিছত এনে ঘটনা বহুত শুনিবলৈ পাব কাৰণ ইয়াক দেখি বেছি হব ।

  • @linagogoi6808
    @linagogoi6808 Před 12 dny +1

    কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নহ'লে এই অৱস্থা পুনৰ হব পাৰে

  • @himakshihatibaruah68
    @himakshihatibaruah68 Před 11 dny +1

    Principal Jone hoitu alop besiai strict action lole,new generation logorburr usort laj pale , studant jonok keidin manor karone suspen korileu hol heten, khongt and lajot novoba kamu ketiaba hoi jai,horu holeu atosonman thake, institute khnr kiman nam hoise seituai Sai aji kali kionu bohut mota ankor lavor kotha thake,lorajonor jate bhobisyot andhar nohoi tale lokkhyo rakhi , action loatu uchit hobo

  • @Danirojasfc6
    @Danirojasfc6 Před 12 dny +1

    ৰহস্যৰ আঁৰত।
    আগতেই কিয় নকলে লগৰীয়াসকলে চুলিত ধৰি শাস্তি দিয়া বুলি।
    চুড়ান্ত মিছা কথা কৈছে ডাঙৰীয়াই 😔 😟

  • @user-is1yz3ct5l
    @user-is1yz3ct5l Před 12 dny +2

    Kiba nohole kiba hol teacher a u insult kori bo nalagisil duyu jonor kiba ghotil g he baidhyo hoi anekua kaam eta kori pelale

  • @madhurjyak
    @madhurjyak Před 12 dny +1

    15yr. Why need juvenile court?
    For murderer want change the law ,he cruelly murdered the teacher

  • @bijukumarpegu4361
    @bijukumarpegu4361 Před 9 dny

    মোৰ ধাৰণাত এই ছাত্ৰ জনক কোনো কাৰণত ৰেহাই দিব নালাগে। আৰু কোনেও এই অপৰাধী জনৰ লগত লগ দিব নালাগে।কাৰণ জিলা আৰক্ষী প্ৰশাসন আৰু আইনে হত্যাকাৰী জনৰ বিচাৰ কৰিব। যদি দোষী হয় যাব্ব জীবন কাৰাদণ্ড দিব লাগে।পিছত মুকলি আকাশৰ তলত আহিলে আকৌ এনেকুৱা ঘটনা কৰাৰ আকাশং নুই কৰিব নোৱাৰি।

  • @happyboy4579
    @happyboy4579 Před 12 dny +4

    Tak jindagi jailot thobo laga

  • @rkofficial1868
    @rkofficial1868 Před 3 dny

    এগৰাকী শিক্ষকক হত্যা কৰাজন কোনোপধ্যেই ভাল লʼৰা হʼব নোৱাৰে। মুঠতে আইনমতে সি দোষী !! উচিত শাস্তি লাগে।

  • @Artathome20
    @Artathome20 Před 11 dny +1

    Aji kali student r behaviour bohut bea hoi ase moi ata women tothapio mir class 10 r lora bor k class lobo voy lage karon mor logt bohut bea incident hoisil
    Class10 r lora k jetia maths bujai thaku mok any time koi thake you are looking beautiful ma'am
    Mor bohut uncomfortable feel hoy
    Moi atia beleg school t join Kori 2,3 r class koru

  • @ripulhazarika4651
    @ripulhazarika4651 Před 9 dny

    ধন্যবাদ জনাইছো তোমাক,
    তুমি অসমৰে নাৰী নে?

  • @hunmonidehingia1729
    @hunmonidehingia1729 Před 11 dny +1

    এই বাইদেউ গৰাকী মিছা মাতিছে

  • @parthapburagohain9456
    @parthapburagohain9456 Před 12 dny +1

    Bah comment section ot sob experts dekhun iyat😂

  • @user-lo1lf5ke9u
    @user-lo1lf5ke9u Před 5 dny

    ওলাল পক্ষৰ বিপক্ষে মানে সমাজ ব্যৱস্হা ৰ এক উল্লেখযোগ্য উদাহৰন।

  • @loficave-g9t
    @loficave-g9t Před 12 dny +1

    Student ok psychology r bhal doctor ok dkhai treatment kri lok ...fasi dbo nalage

  • @srxyz-hk8bd
    @srxyz-hk8bd Před 11 dny

    বুঢ়ী বাইদেউ আহি গল ওকালতি কৰিব

  • @lachithazarika1142
    @lachithazarika1142 Před 12 dny +4

    এও সেই ছাত্ৰ গৰাকীক যেনেকৈয়ে নহৱক কিয় বচাবলৈ লাগি গৈছে। হয়তো ধন লাভ কৰিছে যিহেতু সম্ভ্ৰান্ত ঘৰৰ

  • @user-ql4gl4vp5o
    @user-ql4gl4vp5o Před 10 dny

    সি মুঠতে শাস্তি পাবলাগে।classroom ত কৰিছে crime.

  • @lifewithmissburagohain6213

    That’s why every educational institution should be appoint child counsellor 😢 ajikali generation kune ki vabi thake ki koribo kuneu najane kune kenekua depression or kenekua feel kore kuneu najane 😢

  • @sabinaalia2318
    @sabinaalia2318 Před 12 dny +9

    Lora jonor parents e gom nepai nki tar mental condition r kotha, parents k dekha nai eku kua 😢, kio teolukor lorajon eman arrogant hol ?

    • @Dangerrr219
      @Dangerrr219 Před 12 dny

      Tur baperok hudh kela

    • @Zone07376
      @Zone07376 Před 12 dny

      Huna mote deutak dhukuar pasot lora tu introvert hoi gol. Makeu dhyan dibo time napai police t kore aru 5 bosoriya bhayek k dhiyan diye

    • @thejknath6017
      @thejknath6017 Před 11 dny

      @@sabinaalia2318 tur metal conditions gharar manuhe gom pai ne

  • @gmonigogoi9164
    @gmonigogoi9164 Před 8 dny

    সাৰি যোৱাৰ কথা নকৱ ।মনেই যিতি কৱ হত্যাকাৰী শাস্তি হৱই লাগে

  • @S.M.8439
    @S.M.8439 Před 12 dny

    ফাচী নহলে বিপদ পুনৰ হব ।

  • @monjuheujnursery9724
    @monjuheujnursery9724 Před 11 dny

    এই মহিলা গৰাকীৰ মন্তব্যত অপৰাধিটোৱে আৰু দুগুণ উৎসাহহে পাব

  • @sazidahmed2876
    @sazidahmed2876 Před 11 dny

    এই গৰাকী উকিল নেকি? psyco বুলি জানেই যদি তাক অকলশৰ কৈ ৰাখিব লাগিছিল। কিয় আৰু কেমেকৈ পগলা টোক সমাজত মেলি থৈছিল

  • @7gc970
    @7gc970 Před 12 dny

    চাত্ৰ জনক জাবত জীৱন কাৰাগাৰত ৰাখিব লাগে । এনেকুৱা চাত্ৰক ৰেহাই দিলে অন্য চাত্ৰ সকলে পুনৰ এনে জঘন্য কাম কৰিব । শিক্ষক সকলে চাত্ৰক একো শাখন কৰিব নোৱাৰিব ।

  • @MofizurHussain
    @MofizurHussain Před 12 dny +1

    Oparadhir jone jodi aapunak ba aapunar poriyalor kunuba ajonok jodi hoittya koril heaten teatiya anekuwa comment korile heaten nea,napai napai dhikkar disu aapunak,monot rakhibo teacher jonor u ata poriyal ase,jeanekoi aapunar ase,

  • @mouchumirajkowar6815
    @mouchumirajkowar6815 Před 12 dny +1

    আপোনাৰ মন্তব্য ত একমত নহয়। সি এটা হত্যাকাৰী।

  • @aidyou6440
    @aidyou6440 Před 7 dny

    এই জনী য়ে মানুহ মাৰি বলৈ উচতাই দিছে

  • @surujsonowal3702
    @surujsonowal3702 Před 11 dny

    আচৰিত লাগে হত্যাকাৰীক আইনে কিয় ৰেহাই দিয়ে ৷ উদাহৰণস্বৰূপে চালফায়েই কওক বা আত্মসমৰ্পণকাৰী আলফাই হওক কিম্বা হত্যাকাৰি ৰঞ্জন দৈমাৰীক ইমানসোপা ৰাইজে মুকলি আকাশৰ তললৈ আনিবলৈ অহৰহ প্ৰচেষ্টা চলাইআছে ৷ দেশৰ বিয়াগোম ৰাজনীতিবিদ যাৰ গাত হত্যাকাৰী চেকা আছে ৷ অসমৰ ৰাইজে সেইবোৰকেই সেৱাকৰি ফুৰে ৷ হত্যাকাৰী বা অপৰাধীৰ কোনো ক্ষমাৰ যোগ্য হ’ব নোৱাৰে সি যিয়েই নহওক ৷

  • @karabikakati1457
    @karabikakati1457 Před 12 dny

    Reformation ত লাগি থাকোতেই অধঃপতনে গৈ আছে।তেওঁ এনেকুৱা কাম কৰিব পাৰিছে যেতিয়া তেওঁৰ মানসিকতা শিশুৰ নহয়, তেওঁ সাজু হৈ আহিছে এনে এটা কাম কৰিবলৈ গতিকে আজি তেওঁ সাৰি গলে কালিলৈ আৰু দুজন উৎসাহিত হব এই কামৰ বাবে।

  • @sibaninath8483
    @sibaninath8483 Před 12 dny

    যি মন্তব্য দিলে আপুনি আন দহ জনে এনেকুৱা ঘটনা কৰিবলে উৎসাহ পাব

  • @binoddutta4714
    @binoddutta4714 Před 12 dny

    ই‌ কম বস্তু নহয় এটিয়াৰ পৰাই বাচিবলৈ ওপাই উলিয়াব ধৰিলে। মাৰাত্মক বস্তু।

  • @kshiprajyotiborah7809
    @kshiprajyotiborah7809 Před 7 dny +1

    Anebur news a next generation uporat hanghatik prabhab pelaise ane news paribekhan hoi thakile in future ane ghatana ati hunkalei hunibole pua jabo....so bandha karak

  • @mintugogoi7031
    @mintugogoi7031 Před 12 dny

    এই জনিৰ কথা বিলাক চাই লৰা টোক বচাব হে বিচাৰিছে ।তেওঁ মতে তাৰ গাতদুখ নাই ।

  • @dibyabaruah7725
    @dibyabaruah7725 Před 12 dny +5

    Ekdom thik koise baido apunak kothakhini kua karone thnkyou

  • @JituKalita-fq2zc
    @JituKalita-fq2zc Před 11 dny

    We need justice

  • @bandanagogoi2842
    @bandanagogoi2842 Před 12 dny

    এই গৰাকী কোন হ্যুতাকাৰি মাক। নেকি

  • @surajitbaruah9014
    @surajitbaruah9014 Před 11 dny

    Becomes very dangerous for both students and teachers.

  • @anamenable5180
    @anamenable5180 Před 12 dny

    Shame on you for trying to justify the incident. He should be treated as an adult.

  • @abathanidapak4159
    @abathanidapak4159 Před 11 dny

    100% right

  • @Dchutia-xy5zl
    @Dchutia-xy5zl Před 12 dny

    নাবালক-নাবালিকা ৰুপী অপৰাধী তথা Murderer ক একমাত্ৰ কিশোৰৰ নামত নিৰপৰাধী সজাই বচাই অনাৰ পাছত Future ত এটা এটা দাগী অপৰাধী তথা গুন্ডা জন্ম কৰাত ভাৰতীয় আইনৰ অধীনৰ আওপুৰণি জুভেনাইল জাস্টিছ নামৰ এই ফকটীয়া System তথা ইয়াৰ অধীনৰ কিছুমান লোক দায়ী!ইয়াৰ উদাহৰন হিচাপে already পুনেত সংঘটিত এটা দুৰ্ঘটনাত ১৮ বছৰ অতিক্ৰম কৰিবলৈ মাত্ৰ চাৰিমাহ থকা এটা কিশোৰৰ নামত Matured লৰাই ২ কোটি টকাৰ দামী গাডীৰে দুজনকৈ চফল ডেকা Engineer ক গাডীৰে মহতিয়াই murder কৰোঁতে দিয়া ৰায়তে ওলাই পৰে!গতিকে,এইবোৰ অপৰাধী নাইকীয়া হবলৈ হলে আগতে ইহঁতৰ দৰে মানুহ তথা System ৰ সংশোধন তথা নিৰ্মুল কৰাৰ প্ৰয়োজন

  • @bharatiborah8630
    @bharatiborah8630 Před 10 dny

    মুঠতে ইয়াত কোনো কিন্তু নাথাকে তাক বাহিৰত আগৰ দৰে ঘূৰা ঘূৰি কৰি থাকিব দিলে সি আৰু লৰা নষ্ট কৰিব।সি এতিয়া এটা অপৰাধী জগতৰ লৰা তাৰ লগ যাতে আন কোনোৱে নলয় সেইটো চকু দিব লগা বিষয় বুলি ভাবো বিভিন্ন আইনৰ কথা কৈ তাক সাৰি জাবলৈ দিলে গোটৈই অসম খনৰে এটা বদনাম ৰৈ যাব এইসকলোবোৰ টকাৰ খেল বুলি মানুহে বুজি লব আৰু অসমৰ নাম ৰসাতলে যাব।

  • @budhinsaikia6300
    @budhinsaikia6300 Před 12 dny

    বাইদেউ গৰাকীয়ে পাকেপ্ৰকাৰে কি ক’ব খুজিছে , বুজাবলৈ কি বিচাৰিছে ?
    আপোনাৰ কিবা আলেকৰপালেক নেকি অ’ বাইদেউ ?
    এনে অপৰাধৰ চাফাই বা পাছৰ প্ৰক্ৰিয়া কি হ’ব আপুনি গাব নালাগে শ্ৰদ্ধেয়া 🙏
    আপোনাৰো নিজস্ব মৰ্যাদা ৰাখি সেইমত চিন্তা চৰ্চাৰে একো কৰিব নোৱাৰে যদিওঁ মনে মনে থাকক ৷
    ছাত্ৰৰ দ্বাৰা শিক্ষক হত্যা !!
    কি কাৰণে হ’বলৈ পালে , আকস্মিক কাৰণ কি ?
    এইবোৰক লৈ অযথা মাথা মৰা নাই নিশ্চয় আপুনি বাইদেউ !!
    অন্তৰালত কি আছে বাইদেউ ?
    অনুৰোধ আপোনালৈ🙏
    এনেবোৰ কথা ক’বলৈকে আৰু নাহে যেন 🙏
    যদি নিজক জহাবলৈ/ ৰাইজক মুখ দেখুৱালেই মন তেনে অন্য প্ৰসংগ লওক , যিৰ দ্বাৰা সমাজত সুন্দৰতা বিয়পিব৷

  • @Ranugogoi-fk1gy
    @Ranugogoi-fk1gy Před 12 dny

    এনে কোৱা ফকতিয়া ল'ৰা নালাগে

  • @nabajitkalita
    @nabajitkalita Před 12 dny

    সি যিমানেই যি নকওক কিয় তাক ফাঁচি দিলে হল।

  • @user-lj4jg8fb2b
    @user-lj4jg8fb2b Před 12 dny +7

    Emn vl lagise mamr kotha khini ,nomoskaar mam

  • @blueocean9430
    @blueocean9430 Před 12 dny +1

    Hi jail pabo lagibo gutei life.... 🙏

  • @anjanborah-5069
    @anjanborah-5069 Před 12 dny

    এই ল'ৰা টো নাবালক নহয়েই।

  • @TIGER_44416
    @TIGER_44416 Před 12 dny +1

    Muthote taak usit Haasti Deboi lagibo ainay.Nohole homaj rokhatololoi jabo.

  • @kalyansingha2775
    @kalyansingha2775 Před 12 dny +3

    These madam is supporting the boy.....

  • @rituparnaboruah8525
    @rituparnaboruah8525 Před 3 dny

    Aigorakik manage kora hoise sage teur kotha bur hune enekua onuvob hoise

  • @ruparajkhowa4985
    @ruparajkhowa4985 Před 11 dny

    কি কৈ আছে এইবোৰ

  • @pankajthakur4516
    @pankajthakur4516 Před 11 dny

    এতিয়া ভাবি চিন্তিয়েই উত্তৰ দিব। সম্ভৱ হ'লে উকীলৰ পৰামৰ্শ মতে চলিব। 😠

  • @porishmitagogoi7503
    @porishmitagogoi7503 Před 12 dny

    Society krne e bohut beya probhab pelaise.

  • @utpalkumarchakrabarty1726

    মন্তব্য খিনি মুঠেও ভাল লগা নাই

  • @user-gf8rm2lp7f
    @user-gf8rm2lp7f Před 7 dny

    😂😂😂nohoi child r life time jel nohoi fasi nohoi...

  • @moonlight-ri8jn
    @moonlight-ri8jn Před 12 dny

    আমি নো কি আইনে বিচাৰ কৰিব সকলোৱে টো মন মগজু থাকে।

  • @RintuPhukan
    @RintuPhukan Před 12 dny

    teacher-ok suri dekhuwai bhoi khuwabo 😮....hetu a too much crime...murder tu tat k uporor

  • @chotugadgetu6648
    @chotugadgetu6648 Před 12 dny

    Hoi , student jon mentally olop unstable asile, haibabe aji kali valdore homoie homoie student hokolor counciling hua2 bohut dorkar ,karon homoi a enekua bortoman