Sangram Logne Aaji // Maniram Dewan (1964) // A classic song of Bhupen Hazarika & Sudakshina Sarma
Vložit
- čas přidán 15. 07. 2018
- মণিৰাম দেৱান- A classic Assamese movie by Sarbeswar Chakravarty
Music & lyrics by legendary Dr. Bhupen Hazarika
Sung by Dr. Bhupen Hazarika & Sudakshina Sarma
The actress is Iva Achao
The film was made on the basis of 'Maniram Dewan'- a book written by Benudhar Sarma & a drama by Prabin Phukan
It was based on the life of 1858- rebellion martyr Maniram Dewan of Assam who was hanged along with Piyali Barua by the Britishers
The movie won the "President’s Silver Medal for the Best Regional Film"
Legendary Phani Sharma played the role of 'Maniram Dewan' in the film
Famous Indian actor Utpal Dutt played the important role of 'Holroyod' in the film - Krátké a kreslené filmy
গীতটিত সম্ভৱ সুদক্ষিনা শৰ্মা বাইদেউ কণ্ঠদান কৰিছিল। সুন্দৰ কণ্ঠ। অতুলনীয়।
জয় আই অসম জননী স্বাধীন অসম লাগিবই।
মণিৰাম দেৱান কথাছবিৰ এটি চিৰসেউজ গীত।সুধা কন্ঠৰ অপূৰ্ব সুন্দৰ সৃষ্টি। দৰদী শিল্পী সুদক্ষিণা শৰ্মাৰ বাইদেউৰ কন্ঠৰ তুলনা নাই।গীতটিৰ লগত কৰা ইভা আছাও বাইদেউৰ সুন্দৰ অভিনয়ে চিনেমা খনক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে।
ড:ভূপেন হাজৰিকাৰ স্বদেশ প্ৰেম মূলক গীতৰ ভিতৰত মোৰ মতে শ্ৰেষ্ঠ ।আজিৰ পৰিস্থিতিত এই গীতটিৰ প্ৰাসংগিতা বৃদ্ধি পাইছে । সুদক্ষিনা শৰ্মা ৰ কণ্ঠৰ তুলনা নাই ...
এটি সুন্দৰ চিৰস্মৰণীয় গীত! বলিষ্ঠ কণ্ঠ আৰু শব্দ সম্ভাৰেৰে অলঙ্কৃত প্ৰকৃত স্বদেশ-প্ৰেমৰ অনুপম নিদৰ্শন তথা অতুলনীয় উপস্থাপন।
ভগবানে দীৰ্ঘ জীবি কৰক সুদক্ষিণা বাইদেউক।
Golden and evergreen song sung by shudakhina baideu.God bless you.
What a melodious song! .
হেঁপাহৰ ৰং ৰাঙলী কুঁৱলীৰ অস্পষ্টময় বোলছবি চকাই তেজে আঁকি যোৱা আলপনাৰ চলচ্চিত্ৰ
ইমান ভাল লাগিল গানটো 🙏🏻🙏🏻
The actress is very beautiful😍
Eva achaw.
Was
বৰ অসমৰ নগা পাহা্ৰ জীয়ৰী
She was the 1st Ever Assamese Actress to be on the cover page of Flim Fare.
@@monherbal1205 name???
Tribute to eminent actor Dilip kumar Hazarika.......... today he is no more😢😢
অতি সৌভাগ্য যে এই অনন্য গীত আৰু ছবি এই মাধ্যমেৰে উপভোগ কৰিব পাৰিলোঁ। শলাগিলোঁ।
দৰদী কণ্ঠৰ শিল্পীগৰাকীলৈ প্ৰণাম সশ্ৰদ্ধ।
লোলে গলে
Just love this song...
I just keep humming it
❤️সুন্দৰ
সংগ্ৰাম লগ্নে আজি
শংকা ত্ৰাস ত্যাজি
আইস বীৰসৰ দুষ্কৃতি নাশিতে।
অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইস
আজি যত দৈত্যকে বধিতে
ন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইস
আজি যত পশুত্ব ৰোধিতে।
সাষ্টাঙ্গে কৰোঁহো প্ৰণাম মাতৃ চৰণতে।।
সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা
কেনে কান্দা অভাগীৰ দৰে?
পুত্ৰ আছে, আছে কন্যা
ৰাত্ৰি দিনে চিন্তে সবে
থাপিব আনন্দ মেলা আজি তোৰ ঘৰে
কেনে কান্দা অভাগীৰ দৰে।।
ৰূপে গুণে সম নাহি।
ত্ৰৈলোক্য ভিতৰে
কেনে কান্দা অভাগীৰ দৰে?
অসমী আই মোৰ
অতি ভয়ংকৰ
ৰাক্ষসৰ কাৰণে ভয় নকৰিবা
আমাৰো হেংদান আছে।
অতি নিষ্ঠুৰ
কাল সৰ্পৰ কাৰণে ভয়ে নকৰিবা
আমাৰো মন্ত্ৰ আছে
হে' আমাৰো দুচকুতে অগনি বৰষিছে
সমৰৰে শিখাবোৰ নাচে।।
সমৰৰে শিখাবোৰ নাচে।।
🙏🏼🙏🏼
Wow
অতুলনীয় 🙏🙏🙏
🙏💟🕊️
thats my granny so proud❤️
So proud
Tumi Regnentia ba n
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
🙏💜
🙏❤️🐦🕊️🕊️🕊️
Moi j kimn hunisu ake lethare gan Tu
অষ্টাঙ্গে অসমা অমিয়াময় অন্তলগ্নে লগ পাবলৈ হাবিয়াসেৰে সতে
Nekandibi aai toi obhagir dore
Putro ase konya ase hengdang ase
Hoi ou bhoiyai , oxomiya manuhbur swarthopor aukothiyar jat ... Aai r binoni e bukt etiao nai khundiua
Kune je dislike kore noh! Xongit ki hoi najane sage manuh jone.
They are 🐄 😄😄😄😄😄😄
Yes exactly
Full movie khon diokna❤️❤️
🙏💟🕊️