Komentáře •

  • @santanuphukan4109
    @santanuphukan4109 Před měsícem

    Awesome. Ei boyoxotu.....ki mator power!!!!!! Total respect

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před rokem +3

    সুদক্ষিনা বাইদেউ তুমি দীৰ্ঘ জীবি হোৱা। আশীৰ বাদ থাকিল মোৰ।

  • @reenaroykhataniar6317

    প্ৰিয় শিল্পী গৰাকীৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠানটোৰ বাবে বহুত ধন্যবাদ ভাস্বতী!তেখেতৰ গীত -মাত কেতিয়াও পাহৰিব নোৱাৰো! মোৰ শত প্ৰণাম তেখেতলৈ!

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před rokem +2

    ভূপেন দাৰ ভাই ভনী সকলৰ program এটা দিলে নথৈ সুখী হ'ম।

    • @jadubora9686
      @jadubora9686 Před rokem

      এওঁ ভূপেন হাজৰিকাৰ ভনীয়েক

  • @aparajitachoudhury4606
    @aparajitachoudhury4606 Před rokem +2

    বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম ! তেখেতৰ সান্নিধ্যৰ স্মৃতিয়ে আজিও মন জুৰায়! ❤❤🙏🙏

  • @kusumsarma4484
    @kusumsarma4484 Před rokem

    Vdry good a😮😅😮

  • @anilgoswami2238
    @anilgoswami2238 Před rokem +2

    অসমৰ বৰেণ্য সংগীত শিল্পী শ্রীসুদক্ষিণা শৰ্মাৰ লগত হোৱা এই সাক্ষাৎকাৰটো সুন্দৰ হৈছে । তেওঁৰ কনিষ্ঠ পুত্ৰ সংগীতশিল্পী, অধিবক্তা ঋষিৰাজৰ সৌসিদিনা অকাল বিয়োগ হয়! তেখেতৰ বৰপুত্ৰ প্রয়াত ঋতুপৰ্ণ শৰ্মাৰ কথা বহুতে নেজানে ! মোৰ মতে ঋতুপৰ্ণ দা অসমৰ আটাইতকৈ সুমধুৰ কণ্ঠৰ সংগীতশিল্পী আছিল । তেওঁৰ গীতবোৰ মই এতিয়াও গুণগুণাই থাকোঁ ! তেওঁৰ "আকাশে আনে ৰ'দৰ খবৰ ...." গীতটিৰ গায়ন শৈলীয়ে মোক আজিও আপ্লুত কৰে । শেষত ভাস্বতী শৰ্মা লৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ । শ্রীসুদক্ষিণা শৰ্মা মাহীলৈ মোৰ শ্রদ্ধা নিৱেদন কৰিলোঁ। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ । '১৫-৫-২০২৩। অনিল গোস্বামী ।

  • @azarulislam4432
    @azarulislam4432 Před rokem

    rip😢

  • @barneelakash
    @barneelakash Před rokem +2

    🙏🙏🙏🙏💐💐💐

  • @anjubezbaruah9999
    @anjubezbaruah9999 Před rokem

    বাইদেউক সেৱা এটা জনাব পাৰিলাহেতেন ।

  • @uddipangoswami8539
    @uddipangoswami8539 Před rokem +2

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @kamruptourism4992
    @kamruptourism4992 Před rokem

    দিগবলয়

  • @kamruptourism4992
    @kamruptourism4992 Před rokem

    আজলী হৰিণী কাজলী নয়ী এখুজি দুখুজি থমকি থমকি

  • @kamruptourism4992
    @kamruptourism4992 Před rokem

    নিলয় দত্তৰ পৰিনাতি মোৰ পত্নী

  • @kamruptourism4992
    @kamruptourism4992 Před rokem

    জিলি ত নসমাজৰে ছবি