'অয্যেধাত যেনেদৰে হৰুৱালো, তেনেদৰে গুজৰাটতো হৰুৱাই আছো মোদীক'

Sdílet
Vložit
  • čas přidán 5. 07. 2024
  • গুজৰাটত ভৰি থৈয়েই ৰাহুল গান্ধীৰ গৰ্জন- 'অয্যেধাত যেনেদৰে হৰুৱালো, তেনেদৰে গুজৰাটতো হৰুৱাই আছো মোদীক'
    #nbnews #nbnewsdigital #RahulGandhi #Congress #NarendraModi
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 12

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před 6 dny +8

    মোদীৰ দিন নাই আৰু এতিয়া ৷ কাহিঁ বাতি বজাব দিয়া প্ৰধানমন্ত্ৰী হে এইজন ৷ ভেল্কিবাজ নচলে এতিয়া ৷ গৌৰৱ গগৈ ২০২৬ ত মুখ্যমন্ত্ৰী ৷

  • @kishoridas6447
    @kishoridas6447 Před 6 dny +1

    মনে মনে কাম কৰি যাওক। অহংকাৰক প্ৰশ্ৰয় নিদিব। জনসাধাৰণৰ কল্যান কৰক।

  • @Jeherul-uy6mx
    @Jeherul-uy6mx Před 6 dny +2

    ❤❤❤❤

  • @Jeherul-uy6mx
    @Jeherul-uy6mx Před 6 dny +2

    ❤🎉🎉🎉🎉

  • @asomiaasom6008
    @asomiaasom6008 Před 5 dny +2

    সাধাৰণ জনতাৰ তেজ ধন সম্পদ লুতি পুতি খোৱা মোদী অমিতশ্বাহৰ বেছি দিন নাই ।একাংশ লুভীয়া বিবেকহীন অন্ধ ভক্তৰ বিচাৰত মোদী অমিতশ্বাহ বিজেপি বিজয় কৰিলেও ঈশ্বৰৰ বিচাৰত ৰক্ষা নাপাব ।ৰাৱণৰ দৰে অত্যাচাৰী ক্ষমতাশালী ৰজাৰ পতন হৈছিল মোদী অমিতশ্বাহ কোন কুটা ???

  • @Jeherul-uy6mx
    @Jeherul-uy6mx Před 6 dny +2

    👋👋👋

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Před 6 dny +1

    Rahul Gandhi zindabad Congress party zindabad

  • @Jeherul-uy6mx
    @Jeherul-uy6mx Před 6 dny +2

    🖐️🖐️🖐️

  • @sharifulakand6609
    @sharifulakand6609 Před 6 dny

    Good

  • @Jeherul-uy6mx
    @Jeherul-uy6mx Před 6 dny +2

    🫶🫶🙌🙌

  • @user-ff5zp7yz1e
    @user-ff5zp7yz1e Před 6 dny

    ❤❤❤

  • @SinguHaque
    @SinguHaque Před 6 dny +1

    Rahul Gandhi Zinda bad