Video není dostupné.
Omlouváme se.

প্ৰেম/বিচ্ছেদ আৰু মৃত্যু ।। কিয়??✍️Who Is He??🤷🤷

Sdílet
Vložit
  • čas přidán 27. 08. 2022

Komentáře • 526

  • @mamunath8599
    @mamunath8599 Před rokem +29

    কথাখিনি শুনি বহুত দুখ লাগিল । তেখেতৰ বিদেশি আত্মাৰ চিৰশান্তি লাভ কৰক 😪😪

  • @Just_villagethings
    @Just_villagethings Před rokem +17

    বা বহুত দুখ লাগিল কথাবোৰ শুনি । তেওঁক জীৱনটোৱে বহুত আঘাত দিলে, কাৰোৰে জীৱন তেনেকুৱা নহওক। বহুত বেছি কঠিনতাৰ মাজত যেন তেওঁ অথচ তেওঁ আত্মহত্যা নকৰাকৈ জীয়াই থাকিবলৈ চেষ্টা কৰিছিল । তথাপি পৰিস্থিতিয়ে তেওঁক শেষ কৰি পেলালে ।

  • @prasantabordoloi5555
    @prasantabordoloi5555 Před rokem +12

    তেও জীৱনৰ কাহিনী শুনি বৰ দুখ লাগিল আৰু বুজাই কোৱা বাবে ভাল লাগিল ।

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 Před rokem +24

    বৰ দুখ লগা জীৱন.... বৰ সুন্দৰ অনুভব আপোনাৰ প্রতিটো শব্দ অৰ্থ পূর্ণ । ধন্যবাদ 👌👌👌

    • @nizarasaikia2117
      @nizarasaikia2117 Před rokem

      Muru husband tekhetor dore hoe ase Dear Kuhi please help me.

  • @ritahazarika8613
    @ritahazarika8613 Před rokem +36

    সচাঁ কাহিনীটো পঢ়ি ব-হু-ত বেয়া লাগিল , আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏

    • @mahi-vginsvlogs8558
      @mahi-vginsvlogs8558 Před rokem

      Apunk nijor kothabor kenekoi kobo pari kahinitu suni dukh lgil bhut

  • @shashiburagohain4558
    @shashiburagohain4558 Před rokem +43

    অতি বেছি দুখ লগা কাহিনী। তুমি কথাবোৰ খুউব সুন্দৰকৈ বুজাই মানুহৰ অন্তৰত চিন্তাৰ গভীৰতা দিব পাৰিছা। আৰক্ষী হোৱাৰ লগতে তোমাৰ অন্তৰত শিক্ষয়িত্ৰীৰ মনোভাৱ এটাও আছে। ঈশ্বৰে সদায় তোমাক মংগল কৰক 🙏💖

  • @haripriyasonowal7175
    @haripriyasonowal7175 Před rokem +6

    কাহিনীটো শুনি বহুত দুখ লাগিল।বহুতৰ ক্ষেত্ৰত সঁচা প্ৰেমত অনেকুৰাই হয়।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před rokem +9

    Really nice and sad story. Absolutely 100%correct.

  • @induphukan5198
    @induphukan5198 Před rokem +4

    বৰ দুখলগা কাহিনী । প্ৰেমে মানুহৰ জীৱনটো কৰ পৰা কলৈ লৈ যায় ঠিক নাই। মানুহজন বৰ দুভাগ্যশীল ।

  • @Maijaan.Entertainment
    @Maijaan.Entertainment Před rokem +20

    প্ৰেমত পৰি কোনো লাভ নাই । আৰু কেতিয়াও প্ৰেমত পৰিব নালাগে ৷ তোমালোকে নিশ্চয় গম পাইছা নহয় প্ৰেমত পৰিলে কেনেকুৱা হয় । প্ৰেমত পৰিলে কোনো আগ বাঢ়িব নোৱাৰে ।এইজন ছাৰৰ নিছিনা হব লাগিব ' দুইজনৰ মন মিলিছে কি হব বুজা বুজি হৈছে কি হব আনে বুজি নাপায় আনে বুজি পালে কি হব মাক দেউতাকে বুজি নাপায় এইয়া হল জীৱ জেষ্ঠ মানো বোলে । আৰু বহুত উদাহৰণ আছে
    কৈ সমাপ্ত কৰিব নোৱাৰি । প্ৰেমত পৰিবা কিন্তু এনেকৈ নহয় যে পাগল হৈ যাব লাগিব প্ৰেমত পৰিব লাগে কিন্তু লিমিতত পৰিব লাগে আৰু এটা কথা জোনেই যি নকওঁ কিন্তু তাত মন দিব নালাগে বহুতে বহুত কব কোনোবাই কব ভাল কোনোবাই কব বেয়া কিন্তু তুমি ভাল তোলৈ মন দিব বেয়া তোলৈ কেতিয়াও মন নিদিবা । মানো বেয়া হবলৈ বেছি তাইম নালাগে কিন্তু ভাল হবলৈ বহুত তাইম লাগে কি কোৱা ভাল হব নাই কি ঠিক আছে । প্রেম হব লাগে কিন্তু তাক ধংশ লৈ নহয় সৃষ্টিলৈ হে । কিবা লিখা ভুল হব পাৰে ভুল হলে ক্ষমা কৰি দিব । ধন্যবাদ 🙏🙏

    • @papukeot98
      @papukeot98 Před rokem +2

      একমত,,, প্ৰেম সৃষ্টিৰ প্ৰতিক হব লাগে,,,, জীৱনতো উপভোগ কৰিব লাগে,,, প্ৰেমত পাগল হব নালাগে।

    • @meenadas8281
      @meenadas8281 Před rokem

      Prem r kono badha nai

  • @ranudas593
    @ranudas593 Před rokem +3

    সছা ভাল পোৱা এনেকোৱাই, পাই হেৰোৱাৰ বেদনা কিমান ,ভুক্ত ভুগি জনেহে জানে, তেওঁলোকৰ আত্মাৰ অকৌ মিলন হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🌹🌹🙏🙏

  • @lakhimiborthakur7893
    @lakhimiborthakur7893 Před rokem +2

    হৃদয় চুইযোৱা কাহিনী৷কাৰোবাৰ ভুলৰ বাবেই কাৰোবাৰ জীৱন শেষ হৈ যায়৷

  • @dipanjalibordoloi1097
    @dipanjalibordoloi1097 Před rokem +5

    বৰ দুখ লাগিল কথাখিনি শুনি। তেওঁ আত্মাই শান্তি পাই যেন 🙏

  • @hemantakrdeka926
    @hemantakrdeka926 Před rokem +6

    কাহিনী টো শুনি বহু দুখ লাগিল ।

  • @labhitakalita6901
    @labhitakalita6901 Před rokem +12

    আপুনি কোৱাৰ দৰে সমাজে ভাবিলে আজিৰ সমাজৰ পৰা বহুত বেয়া দিশ আঁতৰি গল হেঁতেন। মানুহৰ সাজ পোচাক ঠিকে উন্নত হল কিন্তু চিন্তা ধাৰাবোৰ আজিও বহুত নিম্ন মানৰ হৈ থাকিল।

  • @purabirabha5696
    @purabirabha5696 Před rokem +4

    Kothabor huni bohut kandilu kintu aikhini kobo nuwarim . Asolote manuh ketiaw anei pagol nhoy kiba ata holew karon thake . Pagol buli janile manuhe atori thake kintu apuni ..... apunak dhonyobad diboloi mur vakha nai . ♥️♥️♥️♥️👌👌👌

  • @madhurimadas5508
    @madhurimadas5508 Před rokem +2

    CZcams rr aru ata best video kisu mrom lga kotha aru kisu abeg aru lgt ee bhut ata vl xikha 🥺😌bea lgil mnuh jnoloihe prithibit ahil axa u pur nhol aru gusiu gol kaku amoni nidiakoi 🥺❤️vlpua bur sge anekuai anei nkoi vl pua rr aoinya ata nm tiayag😌😌🥺❤️

  • @Dhiraj_Ray
    @Dhiraj_Ray Před rokem +1

    আপোনাৰ ভিডিও আজি প্ৰথম চালোঁ খুব ভাল লাগিল ।

  • @gourabjyotibharali4141
    @gourabjyotibharali4141 Před rokem +2

    আপুনা পৰামৰ্শ বহুত বহুত গুৰুত্বপূর্ণ। ধন্যবাদ🙏❤🌹🙏 সমাজত আপুনা দৰে মানুহৰ প্ৰয়োজন।

  • @user-hl1dw7dp7d
    @user-hl1dw7dp7d Před rokem

    Val lagil vedio tu Sai baidew...kisuman nojona ktha khikibo parilu

  • @karunav_vloger4144
    @karunav_vloger4144 Před rokem +10

    Lovely... great story ❤️

  • @jintisaikia1241
    @jintisaikia1241 Před rokem +6

    কথাখিনি শুণি বহুত দূখ লাগিলে 🥺🥺 তেখেতৰ আত্মাই শান্তি লাভ কৰে যেন🙏🙏🙏

  • @nisharay4344
    @nisharay4344 Před rokem +2

    Tumar kotha khini bht val lagise .manuhe manuhor montu j ketiya bujib sestha nkre tar flt bhtore jibon dhonkho hy

  • @Niranjanbokxi
    @Niranjanbokxi Před rokem +3

    বহুত দুখ লাগিল বা শুনি কথাবোৰ😭

  • @purabikalita5096
    @purabikalita5096 Před rokem +2

    আপোনাৰ মনতো বহুত সুন্দৰ

  • @ranjaykochvlog8092
    @ranjaykochvlog8092 Před rokem

    Dhuniya kotha kuise

  • @sabitakalita7096
    @sabitakalita7096 Před rokem +46

    এটা সচা কাহিনি কম তোমাক। এজনী ছোৱালী আছিল ছোৱালী জনীৰ মাক দেউতাক সকলোৱে আছিল।দেউতাকৰ দোকান আছিল।ছোৱালী জনীৰ মাকেও দিনটোৰ কাৰনে কাম লৈ ওলাই যায়।ছোৱালী জনী ৯ পঢ়ে।আবেলি লগৰ ছোৱালী বোৰৰ লগত সদায় খেলিবলৈ যায় ।কেতিয়াবা কাবাডি খেলে। কেতিয়াবা লুকা চুৰি খেলে। কেতিয়াবা দৰা কইনা খেলে ।কেতিয়াবা চোৰ পুলিচ খেলে। কেতিয়াবা বল, খেলে যি মন তাকে খেলে।এদিন তাই লগৰ বোৰৰ লগত বল, খেলি আছিল বল খেলি থাকোতে থাকোতে হঠাতে বলটো গৈ এঘৰ মানুহৰ ঘৰৰ ভিতৰত বলটো সোমাই গল ,তাইৰ মনটো বেয়া লাগি গল, কি কৰো বলটো কেনেকৈ আনো।তাই বহুত টেনচনত পৰিল বলটোৰ কাৰনে তাই লগৰ বোৰক কলে যোৱা তোমালোকে বলটো লৈ আনা গৈ।লগৰ বোৰে কলে নাই নাই নহব বল তই পেলাইছ তই নিজে আন গৈ আমি বোৰে যাব নোৱিৰো দেই অ অ তাইক আনিব দিয়া বল,তাই হে পেলাইছে বল,।তেতিয়া ছোৱালী জনীয়ে মানুহ ঘৰৰ দৰজাত গৈ মাত দিছে অ খুৰী খুৰী ঘৰত কোনোবা আছে মাত দিয়ক চোন।নাই কাৰো মাত নাই মাতি মাতি ভাগৰি পৰিল ছোৱালী জনী ঘৰৰ ভিতৰৰ পৰা কাৰো মাত নাই।তেতিয়া ছোৱালী জনীয়ে মানুহ ঘৰৰ পৰদা খন দাঙি দি চাই হঠাত বলটো চকুত পৰিল তাইৰ বলটো মানুহ ঘৰৰ মজিয়াত পৰি আছে।ছোৱালী জনী সোমাই গৈ বলটো লৈ ওলাই আহিল বাহিৰত ওলাই আহাৰ সময়ত কিছুমান মানুহে দেখা পাইছে তেতিয়া কিছুমান মানুহে কৈছে ডেকা লৰা, থকা ঘৰত কিয় গৈছিল তাৰ পৰা ওলাই আহা দেখিছো ছোৱালী জনীক ছি ছি ছি ছোৱালী জনী ভাল নহয় দেই।ছোৱালী জনীৰ দেউতাকক কয় দিলে মানুহ বোৰে আপোনাৰ ছোৱালীক কি শিক্ষা দিছে দিন দুপৰতে ডেকা লৰা, থকা ঘৰৰ পৰা ওলাই আহা দেখিছো। দেউতাকৰ বহুত খঙ উঠিল ৰাতি গৈ ছোৱালী জনীক বহুত মাৰিলে ছোৱালীয়ে দেউতাকৰ ভৰিত পৰি কৈছে দেউতা মোৰ একো ভুল নাই মই একো বেয়া কাম কৰা নাই মোক নামাৰিবা।মাকে কৈছে মাৰক মাৰক আৰু বেছিকৈ মাৰক।দেউতাক মানুহ জন বৰ ভাল মানুহ আছিল সহজ সৰল দেউতাকে বহুত লাজ পালে কিছুমান কথাৰ কাৰনে। দেউতাকে কলে, তোক আমি বিয়া দি ঘৰৰ পৰা ওলাই দিম বুলি।দেউতাক জনৰ বহুত খঙ।দেউতাকে মাকে মিলি এটা লৰা, চাই তাইক বিয়া দিলে কম সময়ৰ ভিতৰতে।যিটো লৰাৰ, লগত বিয়া দিছে লৰা, জন বহুত মদাহী হয়। লৰা জন মদ খাওতে খাওতে পাগল হৈ নিজে নিজে ঘৰৰ পৰা ওলাই গল,।ছোৱালী জনীৰো দেউতাক মৰি গল,।ছোৱালী জনীৰ গিৰিয়েক জনো পাগল হল, ছোৱালী জনীৰ দেউতাকো মৰি গল,।তাই এতিয়া বহুত দুখত জীৱন কটাই আছে।তাই নিজৰ কপালৰ দোষ বুলিয়ে মানি লৈছে।সচা কাহিনি হয়।মই নামটো কোৱা নাই।তুমি বিচাৰিলে কব পাৰিবা একো অসুবিধা নাই।কেতিয়াবা নিজৰ লগত ঘটি যোৱা কাহিনি বোৰো বেলেগ কৈ কব লগা হয় যায়।

    • @dibyalatasonowal1489
      @dibyalatasonowal1489 Před rokem +1

      B

    • @tulugogoi388
      @tulugogoi388 Před rokem

      😭😭anekua hosa kahini bur bhut dukh Lage....hunile..😭

    • @sabitakalita7096
      @sabitakalita7096 Před rokem

      @@tulugogoi388 একেবাৰে সচা কাহিনী।নামটো লব বিচৰা নাই😭😭

  • @user-dd2ot9wp1k
    @user-dd2ot9wp1k Před 3 měsíci

    তোমাৰ কথাবোৰ বহুত ভাল লাগে
    সদায় এনেকৈ থাকিবা

  • @hunmainibordoloi6842
    @hunmainibordoloi6842 Před rokem

    Bhal lagil hridoi sui jai

  • @jitulmorang9098
    @jitulmorang9098 Před 23 dny +1

    Nice video❤

  • @suntobora9806
    @suntobora9806 Před rokem +29

    বহুত দুখ লাগিল, তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।

  • @mantusarmah1433
    @mantusarmah1433 Před rokem +2

    Baa tomar kotha bore mor ontor sui goise. Really baa you are great

  • @jayaboro6648
    @jayaboro6648 Před rokem +1

    বহুত সুন্দৰ কই বুজাই দিচা কুঁহি, তোমাৰ কথা বোৰ শুনি বহুত ভাল লাগে।

  • @NURISLAM-ld7xf
    @NURISLAM-ld7xf Před rokem +2

    Bhal palu.Ana vifio punar pam buli akha karili.😭😭😭😭

  • @moneybear7836
    @moneybear7836 Před rokem +2

    বৰ সুন্দৰ কথা কলা ।

  • @gupikadas667
    @gupikadas667 Před rokem +2

    Right ba 🥺🙂

  • @sangitahomepage6460
    @sangitahomepage6460 Před rokem +2

    Video tu say Vall lagil❤️❤️❤️❤️👌

  • @rajibhussain3023
    @rajibhussain3023 Před rokem +3

    আপুনাক চেলুট , এনেকুৱা ভিডিও বনোৱা বাবে,,,,,,,

  • @mamtajali3403
    @mamtajali3403 Před rokem +1

    সচাকৈ বহুত দুখ লাগিল কথা সেনি শুনি

  • @susilkalita8039
    @susilkalita8039 Před rokem

    সছাকৈ বহুতো দুখ লগা ঘটনা বহুত পৰিয়ালৰ মানুহে এটিয়াও চাকৰি ধন টকা পইচা গাড়ী মটৰ হে‌ বিচাৰে ‌ কিন্তু ফলস্বৰূপে সময়ত পষটাৱ লগিয়া হয় ধন্যবাদ থাকিল বাইদেউ আপোনালৈ

  • @pranabdeka9655
    @pranabdeka9655 Před rokem +3

    কুঁহি তুমিও বহুত চিন্তা কৰি নাথাকিবা চকু যুৰি সেমেকা যেন লাগিছে

  • @purabisonowal2242
    @purabisonowal2242 Před rokem

    Kotha khini huni bht vl lagil Kuhi ba fast views

  • @renukagogoi4249
    @renukagogoi4249 Před rokem +1

    Hasakoi manush janar katha huni bahut baya lagil

  • @aruncharoh6722
    @aruncharoh6722 Před rokem

    Good story val lagil

  • @mablive5183
    @mablive5183 Před rokem

    বেয়া লাগিল কাহিনীটো শুনি৷সছাকৈ আমাৰ সমাখন শিক্ষিত হৈয়ো বিচাৰ বিবেচনা নকৰাকৈ কিবা এটা দুশত পৰা দেখিলেই সমুহিয়াকৈ সমালোচনা কৰিবলৈ অাৰম্ভ কৰে৷

  • @luckykumari2256
    @luckykumari2256 Před rokem

    Bhut 2 val lagil

  • @rinkudas6611
    @rinkudas6611 Před rokem +6

    কুহী তোমাৰ কথা বিলাক‌ বৰ ভাল লাগে ।‌

  • @upsanarajbangshi3509
    @upsanarajbangshi3509 Před rokem

    Kuhi ba apunar sinta dhara bor emn vl soshakoi apunar dore jd sokol manuh sinta dhara hol heten aji amr dekh khon khub sondor hol heten

  • @jaminideka1111
    @jaminideka1111 Před rokem

    Kotha khini bahut bhai lagil

  • @merijanbibi4967
    @merijanbibi4967 Před 4 měsíci +2

    Dukh.lagise

  • @paparinath589
    @paparinath589 Před rokem +2

    Apunar kothaboror majot nijoke bisari pua jen lage kuhi baa. Apunar vedio bor sai moi bht inspiration pao

  • @user-sf9yz7bq8i
    @user-sf9yz7bq8i Před 4 měsíci

    Bhut duhk lagil

  • @gangachetry2710
    @gangachetry2710 Před rokem +3

    👌👌👌👌👌

  • @lunanath5458
    @lunanath5458 Před rokem +4

    Bhut dukh lagil manhu jnr babe.. Teor atmai shanti paok🙏🙏🙏

  • @dipalibhuyan1180
    @dipalibhuyan1180 Před rokem +1

    Good news

  • @user-zd9bd1ro7c
    @user-zd9bd1ro7c Před rokem +2

    সুন্দৰ উপস্থাপন ।

  • @mborah1848
    @mborah1848 Před rokem +1

    Hoi Right

  • @monuronjonassam1005
    @monuronjonassam1005 Před rokem +2

    তোমাৰ অনুভব ভাল লাগিল

  • @saminkalita4772
    @saminkalita4772 Před rokem +2

    সুনি বেয়া লাগিল মানুহজনৰ কথা

  • @samuweldarik637
    @samuweldarik637 Před rokem +3

    কাহিনী শুনি ভাল লাগিল ❤️❤️❤️❤️❤️❤️❤️

  • @hemantabooragi3253
    @hemantabooragi3253 Před rokem

    বহুত ধুনীয়া লাগিল video টো চাই এনেধৰ video আৰু বনাই যাবা সকলোৰে মৰম পাবা, ধন্যবাদ

  • @chanakyadas1783
    @chanakyadas1783 Před rokem

    Tumsr mahanubhabatak salagisu dhanyabad

  • @user-ir3ck8wr1j
    @user-ir3ck8wr1j Před 3 měsíci

    Nice Story.

  • @nehaboro8569
    @nehaboro8569 Před rokem +5

    Baa apunar video bort comment koribo vakha naikiya hoi jai o..... Khosai ba mon soi jai apunar video bor❤❤❤

  • @pushpakkumar6247
    @pushpakkumar6247 Před rokem +2

    Akdom hosa kotha hoy preme ki koribo nuare..sab koribo pare Kintu akhan homajr lagot ketiau ladibo nuare.tekhetar atmar hantir karone bhagwanok Parthna korisu 🙏❤

  • @dasmumuofficial
    @dasmumuofficial Před rokem +2

    🙂......

  • @diptinath8942
    @diptinath8942 Před rokem

    Kuhi ba apunar anuvb khosa.. Bht val lgil katha bor khuni emn syopstybadi apuni kheibbe bht val paw apunak God bless u..

  • @arupsaikia1895
    @arupsaikia1895 Před rokem +5

    Support krixu kuhi ba... Homajr babe bhut mnuh nijk hekh kri dxe....

  • @junalidas3292
    @junalidas3292 Před rokem

    Xasakoi kothabur xuni bohut beya lagise

  • @monibora3800
    @monibora3800 Před rokem +6

    তোমাৰ কথা
    খিনি যুক্তি সংগত। সেইবাবেই লাইক কৰিছো।💕💕💕💕💕

  • @manashirajbongshi8295
    @manashirajbongshi8295 Před rokem +2

    xosa Kotha ba😍

  • @hangmashribasumatary4995

    Apunar videotu sai bhal lagil, realistic video.

  • @garimadaimary9721
    @garimadaimary9721 Před rokem +3

    Thik kotha val lagil huni

  • @nayandas2581
    @nayandas2581 Před rokem +2

    🙇👍👌

  • @rlove6785
    @rlove6785 Před 11 měsíci

    বৰ দুখ লাগিল

  • @morigaonmunu454
    @morigaonmunu454 Před rokem +1

    😥😥

  • @sitaladevi9088
    @sitaladevi9088 Před rokem +1

    Tumar manr bhabtu bahut bhal lagil. Kintu kahanitu kakr janab ane.

  • @smritiborgohain1358
    @smritiborgohain1358 Před rokem +1

    Lovely great story ba

  • @mausumibasumatary1510
    @mausumibasumatary1510 Před rokem +2

    Bht val lagil video tu sai.. kintu dhukh o lagil bht 😭

  • @digantanath9540
    @digantanath9540 Před rokem

    Dhuniya apunar kotha xuni bohut Val lagil

  • @prayashineog9125
    @prayashineog9125 Před rokem +1

    😭😭😭😭😭😭💔💔💔

  • @dipaliborthakur1474
    @dipaliborthakur1474 Před rokem

    বৰ্ননা অতি সুন্দৰ হৈছে।আবেগিক হৈ পৰিলো।

  • @anupxvlogs7416
    @anupxvlogs7416 Před rokem +8

    First of all congratulations for 100k,so wonderful tropic nd all are true 👍sis...all person are thinking like this then all brightness future...God bless you

  • @mandirabordoloi5708
    @mandirabordoloi5708 Před rokem

    তোমাৰ ভিদিয়টিচাই বৰদুখ লাগিল ভগৱান দিয়া মণূশজীৱটো পাবলৈ যিমান টান যআবলৈও কষ্টৰ মাজেৰে যাব লাগিব মানুহ জনৰ আত্মাই শান্তি পকভগৱানৰ ওচৰত কামণা

  • @jinamonidhadumia1376
    @jinamonidhadumia1376 Před rokem +1

    😭😭😭😭😭

  • @rumi2493
    @rumi2493 Před rokem +1

    Hosaikoi...tny prm omor....❤️❤️

  • @Dailylife__13
    @Dailylife__13 Před rokem +2

    🥺❤️

  • @rahimakhanom4012
    @rahimakhanom4012 Před rokem +2

    Kothakhini xoni Bhut beya lagil baa.....tekhetor attma shargo gami hok

  • @rupjyotibora3540
    @rupjyotibora3540 Před rokem +2

    বৰ দুখ লাগিল কথা বিলাক জানি

  • @lilimarightbasumatary6246

    💔💔💔😭😭😭

  • @Luhitpegu-ik6ki
    @Luhitpegu-ik6ki Před rokem +1

    🥰🥰🥰

  • @bhabenborah3706
    @bhabenborah3706 Před rokem

    বহুত ভাল লাগিল কাহিনীটো

  • @prastutidevi1541
    @prastutidevi1541 Před rokem +1

    Vlpoa tenekuai ..krobak jdi xsake vl pi mn2 a eri jbo nukhuje

  • @ratulalii8696
    @ratulalii8696 Před rokem +2

    Bohut basi dukh lagil dai ba khotha khini xuni 💟💟💟

  • @menuxhetry6162
    @menuxhetry6162 Před rokem +3

    Ba tumar kotha bur hunii imn a vhal laga Love frm dibrugarh

  • @mayabarua3991
    @mayabarua3991 Před rokem

    Very nice kuhi baa

  • @lakhyank75
    @lakhyank75 Před rokem +2

    Moi Lakhya Jeet Mili,val lagile ❤️💙🤍🧡🤎💚🤎🖤

  • @jimigogoi1978
    @jimigogoi1978 Před rokem

    tumar dore hokoluke homane kothabur buji pua hole....tumi kahener majere ji bur Kotha kola hosai bohut val lagel

  • @binanbasumatary434
    @binanbasumatary434 Před rokem +1

    Tumi iman goromot kiyo video tu bonaise, tumi bohut sundor,

  • @shikhamaninath1151
    @shikhamaninath1151 Před rokem +1

    মানুহবোৰ খুব নিৰ্দয় অ'! মোৰো জীৱন ঠিক এনেকুৱাই,,ভাল মানুহো পাগল কৰি দিয়ে কিছুমান মানুহে! কোনেও বুজিয়ে নাপায় কিছুমান কথা,কিবা ক'লে কিবা বুজি লয়! খুব অসহায় লাগে কেতিয়াবা!নিজকে শেষ কৰি দিব মন যায়! কিন্তু শেষ হৈ যাব নোৱাৰোঁ, সন্তান দুটি.... নিজৰ আপোন মানুহেও নুবুজে।হৃদয়ৰ, আত্মাৰ যন্ত্ৰনা কাকো বুজাব নোৱাৰোঁ,ভিতৰি ভিতৰি শেষ হৈ গৈছো! সমস্যা সমাধানৰ পথো নাই!